Bhagwat Path || Riju Pathak || Video-4 [দ্বিতীয় স্কন্ধ]

แชร์
ฝัง
  • เผยแพร่เมื่อ 20 ม.ค. 2025

ความคิดเห็น • 293

  • @joyadevi2447
    @joyadevi2447 4 ปีที่แล้ว +11

    হে ইশ্বৰ প্ৰভূ আপোনাক কোটি কোটি প্ৰনাম জনাইছো । আগতে কেতিয়াও ইমান সুন্দৰ ভাগৱতৰ বাক্ষ্যা শুনি পোৱা নাছিলো । এতিয়াহে জীৱন ধন্য হৈ মৌ ৰস আপোনাৰ শ্ৰী মুখে স্ববন কৰিবলৈ পাইছো ।কৃষ্ণ ।

  • @bastabjyotibhuyan1132
    @bastabjyotibhuyan1132 3 ปีที่แล้ว +2

    Krishna Krishna Krishna Krishna Bap

  • @gayatribaruah2409
    @gayatribaruah2409 3 ปีที่แล้ว +1

    কৃষ্ণ 🙏, ভাগৱত কথা শুনি চকু পানী ৰাখিব নোৱাৰো , কিনু ভাগ্যত আপোনাৰ মূখে ভাগৱত পাঠ শুনিব পাইছো , আপোনাক ভগৱানে আৰু শক্তি দিয়ক,
    🙏 কৃষ্ণ 🙏

  • @bantipator8687
    @bantipator8687 4 ปีที่แล้ว +3

    "কৃষ্ণ কৃষ্ণ প্ৰভু প্ৰণিপাত জনা লো । বৈকুণ্ঠৰ ভাগৱত পাঠ ৰ বাখ্যা আপোনাৰ শ্ৰী‌মুখে পানকৰি ধন্য হৈছো কৃষ্ণ কৃষ্ণ কৃষ্ণ।''

  • @munindragogoi2586
    @munindragogoi2586 4 ปีที่แล้ว +9

    কৃষ্ণ কৃষ্ণ সেৱা যাচিলোঁ ।সদায় বাপ জনাৰ মূখনিসৃত ভাগৱতৰ অমৃত কথা আমি শ্রবন কৰি কৃত কৃত হৈছো ।

  • @bhobaniborgohain1721
    @bhobaniborgohain1721 3 ปีที่แล้ว +1

    কৃষ্ণ কৃষ্ণ প্রভু ঈশ্বৰ সেৱা ভাগ নিবেদিলো আপোনাৰ চৰণ যুগলত কৃপা কৰিব। আপোনাৰ শ্রী মূখে অমৃতময় কৃষ্ণৰ কথা শ্রৱন কৰিলে দু চকুৰে লুতক বাগৰি আহে। নাজানো কিয় এনে হয়। আপোনাৰ কোশল কামনা ভগবানৰ ওচৰত সদায় প্রথমেই জনাও। কৃষ্ণ কৃষ্ণ কৃষ্ণ🙏🙏🙏🙏

  • @lalinat5161
    @lalinat5161 4 ปีที่แล้ว +3

    কৃষ্ণ, কৃপালু বাপজনা আমাৰ ভক্তিভাজন সেৱাভাগি গ্ৰহণ কৰিব | আমি আপোনাৰ ভাগৱত পাঠ ব্যাখ্যা অনুষ্ঠানৰ লগতে অনান্য যেনে বক্তৃতা, ভাষণ, মত অভিমত, বিভিন্ন আলোচনা আদিৰ নিয়মীয়া শ্ৰোতা | সৰ্বদায় সৰ্বদিশতে প্ৰভু ভগৱন্তই আপোনাৰ প্ৰতি কৃপা দৃষ্টি ৰাখক, আমাৰ দৰে নিঃকিনসকলক প্ৰভু ঈশ্বৰৰ গুণানুকীৰ্ত্তন প্ৰদান কৰিবলে শক্তি দি আমাৰ মাজত সদায় ৰাখক এইয়া আমাৰ প্ৰাৰ্থনা | যাহওক বাপজন প্ৰভুৰ কৃপাত আপোনাৰ দ্বাৰা ৰচিত প্ৰৱন্ধ সংকলন "পৰম সুখৰ সন্ধান" প্ৰকাশ হৈ ওলাল বুলি জানি ভাল লাগিল | আমি ৫ টা কপিৰ বাবে আপোনাৰ ওচৰত আবেদন জনাই নিশ্বয় পাম বুলিসেৱা ধৰিছো | কৃষ্ণ | আমাৰ ঠিকনা--- ললিত চন্দ্ৰ নাথ , ১নং তিৰুৱাল গাওঁ , পোঃ আঃ -- ফৰকাটিং -৭৮৫৬১০ , জিলা- গোলাঘাট, অসম |
    ( মূল্যভাগি কিমান আৰু কেনেকে আপুনি পাব ব্যৱস্থাটি জনাব |) ||জয় গুৰু শঙ্কৰ ||

  • @kanchanbori2994
    @kanchanbori2994 4 ปีที่แล้ว +2

    কৃষ্ণ কৃষ্ণ বাপ আমি আপোনাৰ শ্ৰীমুখে ভাগৱত ব্যাখ্যা শুনি অতি আনন্দিত হৈছোঁ। আৰু বাপ ঈশ্বৰে আপোনাক মঙ্গল কৰি ৰাখক তাৰে আমাৰ সদায় কামনা কৃষ্ণ জয় গুৰু শঙ্কৰ মাধৱ কৃষ্ণ

  • @ganeshkoch561
    @ganeshkoch561 3 ปีที่แล้ว +1

    Krishna'ram Ram Ram pronam jonalu apunak bap 🙏🙏🙏

  • @daduldas1643
    @daduldas1643 2 ปีที่แล้ว +1

    কৃষ্ণ কৃষ্ণ প্ৰভূ ঈশ্বৰ আপোনাৰ শ্ৰী মুখেৰে ভাগৱত শুনি শুনি মন চিত আনন্দ ত চকু লু বৈআহিছে। কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ

  • @prasantakoch450
    @prasantakoch450 4 ปีที่แล้ว +10

    কৃষ্ণ বাপ ঈশ্বৰ,আপোনাক সেৱা যাচিঁলো।আপোনাৰ গ্ৰন্হখনি লাভ কৰিবলৈ বৰ আগ্ৰহেৰে বাট চাই আছো,কেনেধৰনে পাম জনাবছোন।আজিৰ অধ্যায় ভাগ শুনি বৰ আনন্দিত হ'লো।ঈশ্বৰে আপোনাক সকলোপ্ৰকাৰে কৃপা কৰক।কৃষ্ণ...।

  • @ranjudutta2234
    @ranjudutta2234 4 ปีที่แล้ว +2

    Krishno Krishno Krishno

  • @arupdutta1873
    @arupdutta1873 4 ปีที่แล้ว +5

    কৃষ্ণ হে বাপজন ,আপোনাৰ মহা অমৃত কথাই আমাক পৰম ধন্য কৰি তুলিছে ।হয়তু বহু পুণ্যবলে আপোনাৰ দৰে সাধুসংগ পোৱাৰ সৌভাগ্য ঘটিছে ।এতিয়া আমাৰ দিনবোৰ দুৰ্দিন হৈ থকা নাই ,আপোনাৰ মহাকৃপাত প্ৰতিটো দিনেই সুদিন হৈ উঠিছে ।আগতে আমি কেতিয়াবা কেতিয়াবাহে ভকত ভাগৱতৰ সংগ লাভ কৰিছিলো ।কিন্তু আপুনি যি কৃষ্ণকথাৰ প্ৰচাৰ কৰি আছে তাৰ তুলনা কতো নহব ।ভগৱন্ত পুৰুষে আপোনাক আৰু কৃপাদৃসটি দান কৰক,তাৰে কামনা কৰি আমিও হৃদয়কমলৰ পৰা সেৱা নিবেদিলো ।কৃষ্ণ ।।

  • @binadeka9674
    @binadeka9674 3 ปีที่แล้ว +1

    Krishna Krishna Bap.

  • @binugogoi9271
    @binugogoi9271 4 ปีที่แล้ว +3

    কৃষ্ণ কৃষ্ণ বাপ এইদৰে আমাক অমৃত পান কৰাই যাওঁক কৃষ্ণ ।

  • @himakhidas7823
    @himakhidas7823 4 ปีที่แล้ว +6

    Bhagabane apponak kukhale rakhak bap 🙏🙏🙏🙏🙏🙏

  • @Kuldeep-v6k
    @Kuldeep-v6k 4 ปีที่แล้ว +2

    হে বাপ ঈশ্বৰ আপোনাক শতকোটী প্ৰনাম জনালো ।ইমান সুন্দৰ বাখ্যা ।সচাকৈ অমৃত প্ৰান কৰালে প্ৰভূ।কৃষ্ণ

  • @bondanadas1594
    @bondanadas1594 4 ปีที่แล้ว +5

    কৃষ্ণ🙏🙏🙏প্ৰভু প্ৰনাম জনালো অতি সুন্দৰ পৰিৱেশন....অতি আমোদজনক আপোনাৰ এই অনুষ্ঠানতো বহুত আনন্দ প্ৰদান কৰিছে....প্ৰভু আপোনালৈ সহস্ৰৰ্ধ সেৱা জনালো কৃষ্ণ🙏🙏🙏🙏
    🙏🙏🙏🙏🙏🙏🙏🙏

  • @bhupendas1971
    @bhupendas1971 4 ปีที่แล้ว +5

    বাপ! অতি মনোৰম |
    কৃষ্ণ, সেৱা ধৰিলো ; গ্ৰহণ কৰিব |
    অতি অনুপম ব্যাখ্যাই অন্তৰখন ভাগৱতৰ অমৃতময় উপদেশ আৰু অনুভূতিৰে উপচি পৰিছে | ধন্য হৈছোঁ আমি | ইমান মধুৰ বচনেৰে আমাক আপ্লুত কৰিছে যে আমাৰ ভাষা নাই কৃতজ্ঞতা আৰু ধন্যবাদ প্ৰকাশ কৰিবলৈ | প্ৰভূ আশীষ প্ৰদান কৰিব যেন সদায় আমাৰ মন
    শ্ৰৱণ কীৰ্তনত মতি ৰয় আৰু ভাগৱতৰ অমিয়া ৰসৰে আমাৰ এই মনুষ্য জীৱন সাম্ফল হয় তাৰেই কামনা কৰিলোঁ | আপোনাৰ কুশল মংগল কামনা কৰিলোঁ | কৃষ্ণ বাপ, কৃষ্ণ ~~

  • @name5041
    @name5041 8 หลายเดือนก่อน +1

    Krishna provu kripat bhagawath sobronor hubhidha paisu ...krishna bht bht dhoinnobad provu ❤

  • @jayantakoch7619
    @jayantakoch7619 4 ปีที่แล้ว +5

    কৃষ্ণ কৃষ্ণ প্ৰভু,
    পৰম প্ৰভুৰ শ্ৰী চৰণত নতশিৰে সেৱা জনালোঁ।
    কিনো আমাৰ পৰম ভাগ্য ,আপোনাৰ দৰে শুকক লগ পাইলো । শতকৌতি প্ৰণাম জনাইছোঁ প্ৰভু, নিজ দাস মানি গ্ৰহন কৰিব ।
    🙏 কৃষ্ণ 🙏

  • @munmigogoi2377
    @munmigogoi2377 4 ปีที่แล้ว +4

    Krishna baap pronam janalu

  • @jadavgogoi4008
    @jadavgogoi4008 4 ปีที่แล้ว +9

    কৃষ্ণ বাপ আপোনাৰ ভাগৱতৰ অমৃত ৰসেৰে আমাসবৰ মন একেবারে নিমল কৰি তুলিলে। আপোনাৰ দাসৰো দাস বুলি সেৱা নিবেদিলো।কৃষ্ণ বাপ কৃষ্ণ

  • @chayabalabarman6098
    @chayabalabarman6098 4 ปีที่แล้ว +3

    Krisha krisha 🙏🙏🙏

  • @mihir7535
    @mihir7535 4 ปีที่แล้ว +9

    কৃষ্ণ বাপ অতি সুন্দৰ কথা আপোনাৰ দৰে ভকতেই কৃষ্ণৰ প্ৰতিমা।মাধৱদেৱে কৈছে কৃষ্ণৰ প্ৰতিমা দেখে চক্ষুয়ে ভকতক বিষ্ণু বুদ্ধি কৰি শিৰে নমে সমস্তক।হে বাপ আপুনাৰ মুখে সদায় পদৰেণু নিতান্তে কৰ্ণ পথে গ্ৰহণ কৰি আছোঁ কৃষ্ণ মাধৱ🙏🙏

  • @jinukakati1589
    @jinukakati1589 4 ปีที่แล้ว +5

    বাপ নমসকৰ আমাৰ দেহৰ যি তত্ব কথাৰ কলেশুনি ধন্য হ'লো কৃষ্ণ ৰাম কৃষ্ণ হৰি

  • @sarujandas121
    @sarujandas121 4 ปีที่แล้ว +4

    Krishna Baap Parnam

  • @lavanyadas3074
    @lavanyadas3074 4 ปีที่แล้ว +8

    বাপ কৃষ্ণ আপোনাৰ ভাগৱত পাঠ শুনি আমি বহুত সুখী হও। প্ৰভুৰ কৃপা সদায় থাকক এয়াই প্ৰাথণা

    • @bhabensahariah8526
      @bhabensahariah8526 3 ปีที่แล้ว

      Bap Krishna bhagawat suni dhanya halo

    • @bhabensahariah8526
      @bhabensahariah8526 3 ปีที่แล้ว

      Mai akhan grantha bisariso thikana dilo please pathai diba. Bhaben sahariah magaldoi ward no 7 lachit Nagar darrang paisa pathai dem po jariwate with postal charge puner sewa dharilo

    • @bhabensahariah8526
      @bhabensahariah8526 3 ปีที่แล้ว

      Sewa Prabhu aponer account no pale Tate granthar mulya bharai dim puner sewa janalo

  • @sabitrimedhi6564
    @sabitrimedhi6564 4 ปีที่แล้ว

    কৃষ্ণ°°কৃষ্ণ°° আচাৰ্যদেৱৰ শ্ৰীচৰনত প্ৰনিপাত নিৱেদিছোঁ। গুৰুদেৱৰ ব্যাখ্যাৰ প্ৰাৰম্ভিক পৰিৱেশ প্ৰদূষিত বাতাবৰনে °°উলুৰ লগত বগৰী পোৰা যোৱা যেন হৈছে ।সুন্দৰ ব্যাখ্যাই মন মস্তিষ্কত আন্ধাৰ নেওঁচি পোহৰৰ জ্যোতি পৰাৰ বাবে আপোনাৰ ওচৰত সদায় প্ৰাৰ্থনা কৰিছো ।কৃষ্ণ°°কৃষ্ণ°°-

  • @Sarala24
    @Sarala24 4 หลายเดือนก่อน

    হে প্ৰভু ইশ্ব আপোনাক কৌতি কৌতি প্ৰনাম জনালো .ইমান সুন্দৰ কণ্ঠৰে আমাক মৌ পান কৰাই আছে ..মোৰ কৱ ভাষা নাই .. আপুনি যুগ যুগ জীয়াই থাকক .প্ৰভু আমাকো আশিৰ্বাদ কৰিব Krishna krishna 🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏

  • @PabitrakrDas-qo6ok
    @PabitrakrDas-qo6ok 4 ปีที่แล้ว +9

    আমাৰ জীৱনৰ ইন্ধনৰ উপাদান হিচাপে হৃদয়ত কৃষ্ণ কথাক সৰগত কৰি ভকতৰূপী কৃষ্ণৰ প্ৰতি ভকতিৰ ধাৰা বোৱাই নিবৰ বাবে প্ৰভূই কৃপা কৰি জীৱনটো সাৰ্থক কৰক !

  • @gkrishna6491
    @gkrishna6491 4 ปีที่แล้ว +5

    মাধৱ বাপ🙏🙏

  • @krishnatamang7248
    @krishnatamang7248 4 ปีที่แล้ว +3

    কৃষ্ণ বাপ 🙏🙏
    সেৱাঁ ভাগি জনাইছোঁ।
    অতি সুন্দৰ পাঠ আৰু ব্যাখ্যা। শ্রৱণ কৰি মন প্রাণ ধন্য হৈছোঁ। এই দৰেই যেন ভগৱন্তৰ গুণ নাম কীৰ্ওন কৰিবলৈ সদায় ভালে কুশলে ৰাখক। এইয়ে প্রাৰ্থনা জনাইছোঁ।
    🙏কৃষ্ণ 🙏জয় গুৰু শঙ্কৰ 🙏🙏

    • @ghanaramdeori9375
      @ghanaramdeori9375 4 ปีที่แล้ว

      Krishna bap, apunar ganthakhan prakhah puwat nathi anandit haisu. Ata copy mulai pathale ati hukhi ham. Mur add. Ghana Deori , Flat no-B- 608 , National Regency, plot no- 445 Takka , panvel, Dist.- Raigad Maharashtra, pin no- 410206, Novi Mumbai, ph.no-9969228409, lagate bap Apunar ac/ no tu diba, aru ganthakhanor mulaya tu dib.Apunar dakh Ghana Deori. Krishna.

  • @digantadowerah9777
    @digantadowerah9777 4 ปีที่แล้ว +11

    কৃষ্ণ প্ৰভূ, সেৱাভাগ আগবঢ়ালো। আপোনাৰ দৰে ভকতৰ সংগ লাভ কৰাৰ পৰা যেন ঈশ্বৰে বঞ্চিত নকৰে তাৰে প্ৰাৰ্থণা কৰিলো। আপোনাৰ গ্ৰন্থভাগ লাভ কৰিবলৈ কিদৰে ইয়াৰ মূল্যকন আপোনাক দিব পাৰো জনালে কৃতাৰ্থ হ'ম।গ্ৰন্থ বিপনীত পামনেকি জনাব ।

    • @beenachoudhury35
      @beenachoudhury35 4 ปีที่แล้ว +1

      বাপ, সুপ্ৰভাত, ভগবানৰ গুণানুকীৰ্তন শুনি কৃতাৰ্থ হলোঁ

  • @surenmali2844
    @surenmali2844 4 ปีที่แล้ว

    আপুনি যাতে গোটেই খন ভাগৱত শুনাই, বহুত ভাল লাগিছে আপোনাৰ কথা শুনি কৃষ্ণ কৃষ্ণ

  • @padmakumariburagohain6490
    @padmakumariburagohain6490 4 ปีที่แล้ว +1

    Krishn baap.bhagawat path bhagi huni xontux lobhilo.pranam baap.

  • @barbiesaikia7081
    @barbiesaikia7081 4 ปีที่แล้ว +1

    Gd morning bap jon krisna krisna

  • @suren1974
    @suren1974 4 ปีที่แล้ว +9

    কৃষ্ণ কৃষ্ণ বাপ ঈশ্বৰ ।সু- প্ৰভাত । আপোনাৰ অনুষ্ঠান পবিত্ৰ অনুষ্ঠান । এই বৰ্ণীল যাত্ৰাত অভাজনে সহযাত্ৰী হিচাপে অংশগ্ৰহণ কৰিবলৈ পাই পৰম কৃতাৰ্থ মানিছো ।
    কৃষ্ণ কৃষ্ণ বাপ ঈশ্বৰ ।

  • @gitalineog930
    @gitalineog930 ปีที่แล้ว

    Krishna pranam Prabhu Krishna 🙏🙏🙏

  • @shyambhuyan435
    @shyambhuyan435 3 ปีที่แล้ว

    Krishna provu krishna apunar soronot xewa jonaisu 🙏🙏🙏🙏🙏🙏

  • @sarajonisardar429
    @sarajonisardar429 4 ปีที่แล้ว +1

    Krishna Krishna Krishna 🙏🙏🙏 Oti hundor path

  • @runumikakati4335
    @runumikakati4335 4 ปีที่แล้ว +6

    বাপজনা সেৱা জনালো ।কুশঁলে থাকক ।আপোনাৰ কিতাপখন বিপনীলৈ।অহা বুলি জানি খুউৱ ভাল লাগিল।

  • @arunpachoni1993
    @arunpachoni1993 4 ปีที่แล้ว +4

    নাৰায়ণ কৃষ্ণ প্রভূ,ভাল লাগিল |

  • @pramiladeori6928
    @pramiladeori6928 3 ปีที่แล้ว

    Krishna Krishna bap pronam🙏🙏🙏🙏🙏

  • @bontiborah5014
    @bontiborah5014 4 ปีที่แล้ว +2

    কৃষ্ণ কৃষ্ণ।প্ৰভু জন বহু অপেক্ষা কৰি আছিলোঁ । সেৱা জনালোঁ প্ৰভু।এতিয়া হে মনে শান্তি পাইছোঁ ।কৃষ্ণ কৃষ্ণ ৰাম ৰাম

    • @prangshumiburagohain7889
      @prangshumiburagohain7889 4 ปีที่แล้ว +1

      গ্ৰন্থ এখন তলৰ ঠিকনাত পথাব শ্ৰী বিপুল বুঢ়াগোহাঁই । নিতাই পুখুৰী এমিভ স্কুল ।নিতাই পুখুৰী, শিৱসাগৰ, অসম ।

  • @paruldas2375
    @paruldas2375 2 ปีที่แล้ว

    বাপ কৌটি কৌটি প্ৰনাম।আপোনাৰ ভাগৱত শুনি জীৱনটো ধন্য হোৱা যেন লাগিছে।কৃষ্ণ কৃষ্ণ।

  • @gangadevi4089
    @gangadevi4089 4 ปีที่แล้ว +3

    Joy guru sankar.

  • @akhildeka9431
    @akhildeka9431 4 ปีที่แล้ว +3

    আমাৰ গাওত কেইজন মান আছে ভাগৱত ভ্ৰমণত গলে সিহত কেইজনে সেৱা নজনায়, দৰজা হে মাৰি দিয়ে বাপ

  • @dipakkalita9267
    @dipakkalita9267 2 ปีที่แล้ว

    কৃষ্ণ কৃষ্ণ কৃষ্ণ 🙏 🙏 🙏 🙏

  • @mind-power7920
    @mind-power7920 4 ปีที่แล้ว +1

    ।।ৰাম নাৰায়ণ।।
    ।। কৃষ্ণ।।

  • @zorosryanolemyan1955
    @zorosryanolemyan1955 3 ปีที่แล้ว

    কৃষ্ণও এক মায়া ৷ যি মহামায়াৰ অংশ স্বৰূপ ৷ ভগৱানক পোৱা কাৰো বাবে সম্ভৱ নহয় ৷ প্ৰত্যেক মানুহৰে ভগৱানৰ অনুভৱ সুকীয়া ৷ এই অনুভৱ ভক্তিৰ দ্বাৰা অনুভৱ কৰিব পাৰি ৷ ইয়াৰ বাবে ৰাজনৈতিকভাৱে সংগঠিত কৰা ধৰ্মপন্থী সকলৰ কোনো প্ৰয়োজন নাই ৷

  • @munborah5657
    @munborah5657 4 ปีที่แล้ว +7

    Krisno provu..atiyahe parim tupni krib.bat sai aasilu.deri huwa babe sintaw lagi aasil. Vale rakhk aapunak mur esr jnai sdai khatisu tewk..

  • @akakhsobarman5460
    @akakhsobarman5460 4 ปีที่แล้ว +1

    Krishna Krishna bap

  • @HirenBorah-l4s
    @HirenBorah-l4s หลายเดือนก่อน

    Om namu narayan🎉riju pathak ji ki jay ho, jay,jay,ho,shri krishna ki jay ho,jay,jay ho🎉🎉🎉🎉🎉🎉🎉

  • @ronjitborah1997
    @ronjitborah1997 4 ปีที่แล้ว

    Aapunar pora suni bohut Val paisu.sewa jonaisu.prabhu Krishnak sewa jonalu.

  • @sunmaiboruah8953
    @sunmaiboruah8953 4 ปีที่แล้ว +4

    Krishna bap

  • @manashidevi9262
    @manashidevi9262 3 ปีที่แล้ว

    Joi guru Sankar 🙏🙏🙏🙏🙏

  • @thanuhazorika899
    @thanuhazorika899 4 ปีที่แล้ว +3

    Krishna prvo mur mnr vab koise Krishna

  • @tulumonihazarika4090
    @tulumonihazarika4090 4 ปีที่แล้ว +2

    Krisna provu ...

  • @daisyrabha2343
    @daisyrabha2343 4 ปีที่แล้ว

    Krishna krishna bap sewa janaisu krishna

  • @rupalikonwarhazarika5251
    @rupalikonwarhazarika5251 4 ปีที่แล้ว +3

    Jai shree ram🙏🙏🙏

  • @dilipdas3549
    @dilipdas3549 4 ปีที่แล้ว +3

    কৃষ্ণ কৃষ্ণ হে জখুদাৰ নন্দন আপোনি শ্ৰী শংকৰদেৱ অবদান আপোনি অসমীয়া গৌৰব আপোনাৰ শিচছ হব বিছাৰো তোমাৰ চৰনৰ পদধুলী শিৰত লব বিছাৰো আপোনাৰ আগলৈ আসাৰে শিৰ পাতি ৰলো

  • @bharatborah4271
    @bharatborah4271 4 ปีที่แล้ว +2

    Krisno krisno Bap

  • @jahnobidas7157
    @jahnobidas7157 4 หลายเดือนก่อน

    গোপীনাথ গোবিন্দ ৰামকৃষ্ণ হৰি।
    ভজোহো তোমাৰ পদকমলত ধৰি।।
    কৃষ্ণ 🙏

  • @mriduldehingia6544
    @mriduldehingia6544 4 ปีที่แล้ว +1

    Krishna Krishna baap, suprobhat prabhu

  • @bhairabjyotidas613
    @bhairabjyotidas613 4 ปีที่แล้ว +1

    ৰাম কৃষ্ণ হৰি

  • @Kaustav_rava
    @Kaustav_rava ปีที่แล้ว

    কৃষ্ণ কৃষ্ণ কৃষ্ণ 🙏🙏🙏

  • @mrinalmedhi8346
    @mrinalmedhi8346 ปีที่แล้ว

    ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম কৃষ্ণ 🙏🙏🙏🙏

  • @lakhiborah4897
    @lakhiborah4897 6 หลายเดือนก่อน

    হে প্ৰভূ ঈশ্বৰ শুনি শুনি হেঁপাহ নপলাই নমস্কাৰ জনালোঁ🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏

  • @manasdeka6801
    @manasdeka6801 3 ปีที่แล้ว

    🙏🙏🙏 joy guru sankr madhava 🙏🙏 krishna krishna

  • @dipakborah1152
    @dipakborah1152 3 ปีที่แล้ว

    🙏🙏Krishna Baap🙏🙏

  • @bipinbipin6223
    @bipinbipin6223 4 ปีที่แล้ว +2

    কৃষ্ণ বাপ সেৱা ভাগ গ্ৰহণ কৰিব।কৃষ্ণ

  • @dipalidevi507
    @dipalidevi507 4 ปีที่แล้ว +4

    কৃষ্ণ বাপ কৃষ্ণ

  • @kushalchetia2670
    @kushalchetia2670 2 ปีที่แล้ว

    গোবিন্দ গোবিন্দ প্ৰভূ ঈশ্বৰ আপোনাৰ ব্যাখ্যা শুনি বহুত ধন্য হলো !আপোনাৰ চৰণলৈ কৰি সেৱা জনালো ।

  • @rulennath7538
    @rulennath7538 4 ปีที่แล้ว +2

    কৃষ্ণ কৃষ্ণ, গোবিন্দ জয়

  • @dimbeswaripatardeka2793
    @dimbeswaripatardeka2793 3 ปีที่แล้ว

    🙏🙏oum santi santi krishna 🙏🙏

  • @gorimatalukdar8725
    @gorimatalukdar8725 4 ปีที่แล้ว +5

    কৃষ্ণ, প্ৰণাম জনালো

  • @ManishaChutia-x8q
    @ManishaChutia-x8q 4 ปีที่แล้ว

    কৃষ্ণ বাপ । সেৱাভাগ গ্ৰহণ কৰিব । কৃষ্ণ কৃষ্ণ

  • @mainabordoloi2479
    @mainabordoloi2479 3 ปีที่แล้ว

    কৃষ্ণ প্ৰভু🙏🙏🙏

  • @mainabordoloi5891
    @mainabordoloi5891 4 ปีที่แล้ว +5

    জয় শ্ৰী কৃষ্ণ বাপ

  • @PranitaMedhi-e8k
    @PranitaMedhi-e8k 7 หลายเดือนก่อน

    কৃষ্ণ কৃষ্ণ কৃষ্ণ প্ৰণাম প্ৰভু

  • @dipanjalibailung1180
    @dipanjalibailung1180 4 ปีที่แล้ว +3

    কৃষ্ণ কৃষ্ণ প্ৰভু

  • @lohitdas8326
    @lohitdas8326 4 ปีที่แล้ว +3

    Namaskar bap. Bahut val lagil xhuni .

  • @kabitasaikia1476
    @kabitasaikia1476 4 ปีที่แล้ว +13

    ইহাতেসে আমাৰ মিলিল মহাভাগ। তুমি হেন মহন্তক পাইলো ভাগ্য লাগ।। ভগৱানে কুশলে ৰাখক সকলোৰে মঙ্গলৰ বাবে।

  • @manomatikalita4131
    @manomatikalita4131 4 ปีที่แล้ว +1

    কৃষ্ণ কৃষ্ণ বাপ বহুত অপেক্ষা মুৰত সেৱা আগবঢ়াবলৈ মই পালো প্ৰভু আপোনাৰ অমৃতবাণী শুনিবৰ বাবে অতি আশাৰে অপেক্ষা কৰিছিলোঁ কৃষ্ণ বাপ

  • @orponadas6754
    @orponadas6754 3 ปีที่แล้ว +1

    Krishna🙏🙏

  • @abhijitborah1953
    @abhijitborah1953 4 ปีที่แล้ว +1

    Krishna bap hewa jnalu Krishna

  • @lakhinandanphukan1711
    @lakhinandanphukan1711 3 ปีที่แล้ว

    🙏❤️❤️❤️❤️❤️❤️❤️❤️❤️🙏 ৰাম কৃষ্ণ

  • @rinakalita927
    @rinakalita927 5 หลายเดือนก่อน

    ঈশ্বৰে কৃপাৰে সুস্বাস্হ্য প্ৰদান কৰি কৃষ্ণ বাপ জনাক দীৰ্ঘায়ু প্ৰদান কৰক ৷

  • @newjourney8984
    @newjourney8984 3 ปีที่แล้ว

    কৃষ্ণ 🙏 প্ৰভু

  • @atulokalita4134
    @atulokalita4134 4 ปีที่แล้ว

    Baap Ati sunder Bakhya. Krishna Krishna.

  • @rubigogoi5227
    @rubigogoi5227 4 ปีที่แล้ว +2

    🙏কৃষ্ণ

  • @dipamoniborabora9209
    @dipamoniborabora9209 4 ปีที่แล้ว +2

    Aamar bhaktipurna hewa grahan kariba.krishna krishna.........

  • @arjundas7468
    @arjundas7468 3 ปีที่แล้ว

    Krisna krisna

  • @netraprasadsaikia3193
    @netraprasadsaikia3193 4 ปีที่แล้ว

    ক়্ষ্ণ ক়্ষ্ণ প্ৰভু ..🙏🙏

  • @nabajyotidas6117
    @nabajyotidas6117 2 ปีที่แล้ว

    🙏bap🙏 krishna 🙏 ohari 🙏 oram 🙏

  • @nilimapathak4964
    @nilimapathak4964 4 ปีที่แล้ว +3

    Krishna pravu 🙏🙏

  • @nialifestyle2482
    @nialifestyle2482 ปีที่แล้ว

    কৃষ্ণ আপোনাৰ অমৃতময় ভাগৱত পাঠ শুনি আজি দেৰ বছৰমান আগৰপৰা নিৰামিশ ভোজি হলো কিন্তু পিয়াজ,নহৰু খায় নে খাব নালাগে জনালে আনন্দিত হম ।সেৱাহে ।

  • @subantiburagohain9151
    @subantiburagohain9151 ปีที่แล้ว

    প্ৰভু জনা মই ভাগৱত দেইলি চাও কিন্তু আপুনাৰ সমান অৰ্থ নাপাওঁ আপোনাৰ কন্ঠৰ ভাঙনি শুনি চকুত চকু পানী ওলায় যায় কৃষ্ণ 🙏 বাপজনা কৃষ্ণ 🙏🙏🙏

  • @bibekanandakhataniar3502
    @bibekanandakhataniar3502 3 ปีที่แล้ว +1

    Ram krishna