NPS নাইবা UPSৰ পৰিৱর্তে ৰাজ্যিক কর্মচাৰীক লাগে OPS পেঞ্চন আঁচনি।
ฝัง
- เผยแพร่เมื่อ 5 ก.พ. 2025
- ১ এপ্ৰিলৰ পৰা ৰাজ্যিক কর্মচাৰীৰ বাবে UPS নতুন পেঞ্চন আঁচনি প্ৰৱর্তন কৰা হ’ব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে ঘোষণা কৰিছিল। কিন্তু মুখ্যমন্ত্ৰীৰ এই প্ৰস্তাৱ নাকচ কৰিছে ৰাজ্যিক কর্মচাৰী পৰিষদে। NPS নাইবা UPSৰ পৰিৱর্তে ৰাজ্যিক কর্মচাৰীক লাগে OPS পেঞ্চন আঁচনি। OPS পেঞ্চন আঁচনি পুনৰ প্ৰৱর্তনৰ দাবীত ৰাজ্যিক কর্মচাৰীয়ে ১ ফেব্ৰুৱাৰীত ক’লা দিৱস পালন কৰিব বুলিও জানিবলৈ দিয়ে ৰাজ্যিক কর্মচাৰী পৰিষদৰ সভাপতি দ্বীপেন শর্মাই।
#pratidintime #assamnews #assam #himantabiswasarma