পাটমাদৈ আমাৰ আবেগ, আমাৰ স্বাভিমান। অহা বছৰত সকলোকে পুনৰ লগ পাম...।

แชร์
ฝัง
  • เผยแพร่เมื่อ 16 ธ.ค. 2024

ความคิดเห็น • 11

  • @Som_ee345
    @Som_ee345 9 วันที่ผ่านมา

    Perfect show stopper 👌👌...dhunia ba joni❤❤

  • @dibrugarhorsuwalimoitandra9682
    @dibrugarhorsuwalimoitandra9682 6 วันที่ผ่านมา

    পাটমাদৈ আমাৰ এক আৱেগ ,এক বাখৰুৱা সপোনৰ বাট । প্ৰতিটো সময় ধৰি ৰাখি ইমান ধুনীয়া কথা কৈছা সঁচাই ঋণী হৈ পৰিছোঁ । তুমি কেৱল সুন্দৰী নাৰীয়েই নহয় তুমি প্রকৃততে প্ৰজ্ঞাৰে সমৃদ্ধ এগৰাকী উজ্জীৱিত নাৰী । তোমাৰ বিজ্ঞতাৰ শলাগ লওঁ সদায় । কুশলে থাকা । ভিডিঅটিত মোৰ কথা ইমান ধুনীয়াকৈ কোৱাৰ বাবে কি বুলি কওঁ ভাবিহে আছোঁ । কৃতজ্ঞতাৰ ভাষা বিচাৰি পোৱা নাই । 🙏🙏🙏🙏🙏🙏🙏

  • @UniqueBorahPhotography
    @UniqueBorahPhotography 9 วันที่ผ่านมา

    ❤❤❤

  • @AmlanjyotiDas-c1
    @AmlanjyotiDas-c1 9 วันที่ผ่านมา

    ❤❤❤❤❤❤

  • @tillutamachiring2073
    @tillutamachiring2073 9 วันที่ผ่านมา

    Mur ba ejoniu goisil❤

  • @mamonibora2577
    @mamonibora2577 9 วันที่ผ่านมา

    আপোনাৰ নিচিনা মোৰো ধুনীয়া হব মন গৈছে . কাপোৰ, গহনা, চেহেৰা আৰু শুৱলা কথা মাত শুনি sooooo আপ্লুত ❤ perfect show stopper

  • @nilpawanrajbongshi5672
    @nilpawanrajbongshi5672 9 วันที่ผ่านมา

    ❤❤

  • @AnjanaDutta-e6z
    @AnjanaDutta-e6z 7 วันที่ผ่านมา

    বাইদেউ চাই খুব ভাল পালো ,কিন্তু অভিনয়ৰ ৰিজাল্ট টোহে বুজি নাপালো । আমাৰ মতে বুঢ়ী ভাও লোৱা গৰাকী ক লাইভত ভাল পাইছিলো কথাবোৰ বুজি পোৱা কৈ কৈছিলে চোন

  • @uddipanakalita7265
    @uddipanakalita7265 9 วันที่ผ่านมา

    ❤❤❤❤❤❤❤

  • @himakshihazarika217
    @himakshihazarika217 8 วันที่ผ่านมา

    ❤❤❤❤❤