ขนาดวิดีโอ: 1280 X 720853 X 480640 X 360
แสดงแผงควบคุมโปรแกรมเล่น
เล่นอัตโนมัติ
เล่นใหม่
Eman bur kotha eman kom homoyot bujai diar babe dhanyawad...
দুয়োজনলৈ বহুত বহুত ধন্যবাদ থাকিল
সুন্দৰ ভিডিঅ', শিৱদ’লৰ স্থাপত্য আৰু ভাস্কৰ্যৰ দৃশ্য দৰ্শন কৰি কিছু জ্ঞান লাভ কৰিলোঁ। দুয়োজনলৈ নমস্কাৰ জনালো 🙏🙏
নবীন বুঢ়াগোঁহাই লৈ বহুত ধন্যবাদ
বহুত বহুত নজনা কথা জানিলো ছাঁৰ । আমাৰ আহোম সংস্কৃতি কিমান উচ্চ খাপৰ আছিল।আজি গৌৰৱেৰে কম জয় আই অসম।♥️♥️♥️
Nice
আমাৰ সংবাদ মাধ্যমবোৰে আজে বাজে প্ৰগ্ৰেম কৰাতকৈ আপোনালোকৰ দৰে গুণি পণ্ডিত সকলকলৈ বিভিন্ন ক্ষেত্ৰত অনুষ্ঠান কৰিব লাগে যেনে বুৰঞ্জী বিজ্ঞান ইত্যাদি।।
Aguai jua kokai
Thanks for information nobin da
ধন্যবাদ।
Val lagil sai
We must try to preserve our history
আমাৰ বিজ্ঞান আমাৰ গৌৰৱ💕
Hundor sir
সুন্দৰ দাদা
Val lagil prabin sharma mur dada hoy dai...
val lagil dada
মানহঁতে শিৱ দ’লৰ সোণৰ কলচী লুট কৰাৰ উদ্দেশ্যে কলচীলৈ লক্ষ্য কৰি গুলী কৰোঁতে কলচী হেলনীয়া হৈছিল - তেনে সময়তে সেই লুটপাতকাৰী মানহঁত তেজ বঁতিয়াই মৰিল ; তেতিয়া মানহঁতে ভয়ত তত্ হেৰুৱালে ,আৰু সোণৰ কলচীৰ আশা এৰি পলাই পত্ৰং দিলে - এই কাহিনীহে শুনি আহিছোঁ ৷ এই কাহিনী সঁচা নহয় নেকি ?
ধন্যবাদ,,,,বহুখিনি জানিব পাৰিলো এই ভিডিও তোৰ পৰা,,,,শনি বাৰে গৈছিলোঁ শিৱসাগৰ,,,কিন্তু শিৱ দৌল ৰ বিষয়ে ইমান জ্ঞান নাপালোঁ,,,,এই ভিডিওতোৰ পৰা জানিলোঁ,,
Moi first👍👍🧐😎😎sai asu
Shiva doul r building material ki hoi
Roja rudra singhai sivadol Neman korar pisot sive linga thapon koribo nuarila ,sivasagorola ona sive linga kot asa janan ?
Shiva dol queen ambika ai built krisl.madambikai nhoi.
নহয়,শিৱদৌল শিৱ সিংহৰ প্ৰথমা পত্নী তথা বৰৰজা ফুলেশ্বৰী এ সাজিছিল,,আৰু অম্বিকা নামৰ কোনো ৰাণীৰ কথা উল্লেখ নাই,সদাম্বিকা নামেহে আছে,সদাম্বিকা ফুলেশ্বৰী ৰ ভনীয়েক দ্ৰৌপদীৰ নাম,ফুলেশ্বৰী ৰ মৃত্যুৰ পাছত শিৱ সিংহ ই দ্ৰৌপদীক বিয়া পাতি সদাম্বিকা নাম দি বৰৰজা পাতিছিল
ৰাণী অম্বিকাক আন দুটা নামেৰেও জনা যায়। ১. দ্ৰৌপদী আৰু ২. মদাম্বিকা।
@@nobinburagohainhistorycult5958 atchha হব পাৰে তেনেধৰণ,কাৰণ বুৰঞ্জীৰ কিতাপ বহুত পোৱা যাই ,
Brilliant analysis. Great depth. Is this related somehow to Nath Sampradaya ?
🎉🎉🎉🎉🎉🎉❤❤❤❤❤❤20000000000000000
Background music atorai dibo sun pai
দৌল নিৰ্মাণ কৰা কাৰিকৰ সকলৰ নাম পোৱা যায় নেকি বা কোনোধৰণৰ documentation কৰবাত সংগ্রহীত হৈ আছে নেকী?
I have a question In shivratri why the Pandit of shivadol shivsagar bring some Muslim family like king's and queens of that area and do pooja on them . ? Why what's the secret ?
Ahom hokole Shiva Puja kore januKrishna he Puja kore kisno kisnobuli he koiPromantu ekebare misa
Tai ahom hkle kunu murti puja nkre.....
Eman bur kotha eman kom homoyot bujai diar babe dhanyawad...
দুয়োজনলৈ বহুত বহুত ধন্যবাদ থাকিল
সুন্দৰ ভিডিঅ', শিৱদ’লৰ স্থাপত্য আৰু ভাস্কৰ্যৰ দৃশ্য দৰ্শন কৰি কিছু জ্ঞান লাভ কৰিলোঁ। দুয়োজনলৈ নমস্কাৰ জনালো 🙏🙏
নবীন বুঢ়াগোঁহাই লৈ বহুত ধন্যবাদ
বহুত বহুত নজনা কথা জানিলো ছাঁৰ । আমাৰ আহোম সংস্কৃতি কিমান উচ্চ খাপৰ আছিল।
আজি গৌৰৱেৰে কম জয় আই অসম।
♥️♥️♥️
Nice
আমাৰ সংবাদ মাধ্যমবোৰে আজে বাজে প্ৰগ্ৰেম কৰাতকৈ আপোনালোকৰ দৰে গুণি পণ্ডিত সকলকলৈ বিভিন্ন ক্ষেত্ৰত অনুষ্ঠান কৰিব লাগে যেনে বুৰঞ্জী বিজ্ঞান ইত্যাদি।।
Aguai jua kokai
Thanks for information nobin da
ধন্যবাদ।
Val lagil sai
We must try to preserve our history
আমাৰ বিজ্ঞান আমাৰ গৌৰৱ💕
Hundor sir
সুন্দৰ দাদা
Val lagil prabin sharma mur dada hoy dai...
val lagil dada
ধন্যবাদ।
মানহঁতে শিৱ দ’লৰ সোণৰ কলচী লুট কৰাৰ উদ্দেশ্যে কলচীলৈ লক্ষ্য কৰি গুলী কৰোঁতে কলচী হেলনীয়া হৈছিল - তেনে সময়তে সেই লুটপাতকাৰী মানহঁত তেজ বঁতিয়াই মৰিল ; তেতিয়া মানহঁতে ভয়ত তত্ হেৰুৱালে ,আৰু সোণৰ কলচীৰ আশা এৰি পলাই পত্ৰং দিলে - এই কাহিনীহে শুনি আহিছোঁ ৷ এই কাহিনী সঁচা নহয় নেকি ?
ধন্যবাদ,,,,বহুখিনি জানিব পাৰিলো এই ভিডিও তোৰ পৰা,,,,শনি বাৰে গৈছিলোঁ শিৱসাগৰ,,,কিন্তু শিৱ দৌল ৰ বিষয়ে ইমান জ্ঞান নাপালোঁ,,,,এই ভিডিওতোৰ পৰা জানিলোঁ,,
ধন্যবাদ।
Moi first👍👍🧐😎😎sai asu
Shiva doul r building material ki hoi
Roja rudra singhai sivadol Neman korar pisot sive linga thapon koribo nuarila ,sivasagorola ona sive linga kot asa janan ?
Shiva dol queen ambika ai built krisl.madambikai nhoi.
নহয়,শিৱদৌল শিৱ সিংহৰ প্ৰথমা পত্নী তথা বৰৰজা ফুলেশ্বৰী এ সাজিছিল,,আৰু অম্বিকা নামৰ কোনো ৰাণীৰ কথা উল্লেখ নাই,সদাম্বিকা নামেহে আছে,সদাম্বিকা ফুলেশ্বৰী ৰ ভনীয়েক দ্ৰৌপদীৰ নাম,ফুলেশ্বৰী ৰ মৃত্যুৰ পাছত শিৱ সিংহ ই দ্ৰৌপদীক বিয়া পাতি সদাম্বিকা নাম দি বৰৰজা পাতিছিল
ৰাণী অম্বিকাক আন দুটা নামেৰেও জনা যায়। ১. দ্ৰৌপদী আৰু ২. মদাম্বিকা।
@@nobinburagohainhistorycult5958 atchha হব পাৰে তেনেধৰণ,কাৰণ বুৰঞ্জীৰ কিতাপ বহুত পোৱা যাই ,
Brilliant analysis. Great depth. Is this related somehow to Nath Sampradaya ?
🎉🎉🎉🎉🎉🎉❤❤❤❤❤❤20000000000000000
Background music atorai dibo sun pai
দৌল নিৰ্মাণ কৰা কাৰিকৰ সকলৰ নাম পোৱা যায় নেকি বা কোনোধৰণৰ documentation কৰবাত সংগ্রহীত হৈ আছে নেকী?
I have a question In shivratri why the Pandit of shivadol shivsagar bring some Muslim family like king's and queens of that area and do pooja on them . ? Why what's the secret ?
Ahom hokole Shiva Puja kore janu
Krishna he Puja kore kisno kisno
buli he koi
Promantu ekebare misa
Tai ahom hkle kunu murti puja nkre.....