JNV buli Principal er back sidet likha ase Almirat. News channel a lukaise schooler naam. New dile vaalkoi dibo adha news nidibo subscribe aridim bujise.
Ki news item nu dekhuwale...kun khon school ....aku tikhona nai...tv channel homuhor ki aotuye noitik daittyo neki. TRP r pisot hoday nathakibo. It is a disguting new item
School kartipakhya ghataner babe dayi Karan teonluke hostel nnirikhyan karat abohela karice .Raging Kara chatra school r para tatkale bohiskar Kari schoolr paribekh sustha kaboloi principalak anurudh janalu.
এই কেইটাক জীৱনত কোনো স্কুল তে পঢ়িবলৈ নোপোৱাকৈ চাৰ্টিফিকেট ত লাল ডাক দি উলিয়াই দিয়ক তেতিয়াহে আন কোনো ল'ৰাই কেতিয়াও তেনে নকৰে ।
এনেকুৱা উদন্ড ছাত্ৰক কঠোৰ আৰু দৃষ্টান্ত মূলক শাস্তি বিহিব লাগে ।।
এই ছাত্ৰ কেইজনক বহিস্কাৰ কৰাটো অত্যন্ত দৰকাৰ...
ৰেগিঙৰ নামত এনেকুৱা অত্যাচাৰ কোনো পধ্যেই স্বীকাৰ কৰিব নোৱাৰি। এইখন নৱোদয় বিদ্যালয় যেন লাগিছে। বাতৰি প্ৰস্তুত কৰোঁতে স্কুল খনৰ নাম দিলে মহাভাৰত খন অশুদ্ধ নহয়। ধুৰ্ত ছাত্ৰ কেইজনে ক'ৰ পৰা ইমান সাহস পালে , নিজৰ কাম বেলেগ ছাত্ৰৰ হতুৱাই কৰিবলৈ। ইঁহতক স্কুলৰ পৰা বহিষ্কাৰ কৰিব লাগে। ক্ষমা কৰি দিলে আকৌ লাই পাব।
নবোদয় বিদ্যালয় যেন লাগিছে।
বচমাচ লৰাকেইজনক স্কুলৰ পৰা বাহিৰ কৰি কোনো স্কুলত পঢ়িব নোৱাৰা কৰিব লাগে
এইবোৰক গৰু পিতন দিব লাগে। 😡
স্কুল কতৃপক্ষৰ গুৰুত্ব নাই
নৱোদয় বিদ্যালয় হৱ ১০০%
কালপৃত কেইতাক গু , মুত ওলাই যোৱাকে, পেনে- ঝেনে মুতি যোৱাকৈ পিতন দি বিদ্যালয়ৰ পৰা বাহিৰ কৰি দিব লাগে ।
স্কুলখনৰ নাম কবলৈ ভয় কিহৰ?সচাঁ কবলৈৈ ভয় কৰিব নালাগে।
স্কুলখনৰ নাম দিয়াতো প্ৰয়োজন নাই নেকি? নে কিবা কথা আছে? শুদ্ধকৈ কলে ভাল লাগে। যি-কি নহওক, দোষীক উচিত শাস্তি দিব লাগে। অভিভাবক সকলকো মাতি আনি অৱগত কৰিব লাগে, সিহঁতৰ চিকিৎসাৰ খৰচ দিব লাগে।আৰু গুণ্ডাগিৰি কেইটাক বাহিৰ কৰি দিব লাগে🙏🙏🙏
Nabudoi sage
@@subrajitsubrajit6617 J n v Titabor Jorhat বুলি কিবা দিছে, সেইয়াই নেকি!
কতৃপক্ষই কি কৰি আছে?
ৰেগিং কৰা লৰাকেইটাক স্কুলৰ পৰা বাহিৰ কৰি দিয়ক তেতিয়াহে শিক্ষা পাব
নিউজ কৰিলে বিদ্যালয়ৰ নামটো দিয়া নাই
অসমীয়া ভাষা নাজানে নেকি ইষ্টেট মেণ্ট দিয়া জনে
নবোদয়তহে এনে ঘটনা হয় ,
Jnv Titabar anakua ghatana agatoau hoi thake
এই বোৰ লৰা কেতিয়াও ভাল নহয় জাহৰা স্কুলত লৰা ছোৱালী নপহোৱা ব
এইখন ক'ৰবাৰ নবোদয় বিদ্যালয় হয়
ল'ৰা কেইতাৰো প্ৰথমে একদম ভালকে টিকাকণ হ'ব লাগে যাতে ভালকে বহিব নোৱাৰে...
এইবালাক কি স্কুল ।।। এনেকুৱা ছাত্ৰক কি কৰিব লাগে ।। মা বাপেক কেইটা কেইটা গৰু নেকি
JNV buli Principal er back sidet likha ase Almirat. News channel a lukaise schooler naam. New dile vaalkoi dibo adha news nidibo subscribe aridim bujise.
Police station complaint diya imidetly
বিদ্যালয়ৰ কতৃপক্ষই ধ্যান নিদিয়াৰ বাবেইএনে ঘটনা ঘটিবলৈ পাইছে
Kor j n v hoy
@@baltopluli3176 titabor
Right
নবোদয বিদ্যালয় হব ছাগে । স্কুল বা কলেজৰ নাম জানিব পাৰিলে ভাল হয । দগবাজ ল'ৰা কেইটাৰ মাক দেউতাকক মাতি আনি মাৰপিত কৰাত দাগ ৰৈ যোবা জখম বিলাক চিকিতসাক ব্যয বহন কৰোৱাওক। expelled অনিবাৰ্য ।
Titaborr jowar nobodoy bidyaloy ne ki likha ase
JNV t student rakhibo nuari senior bilake junior burok atyashar kore bahut . Mor lorak class ix t ghor loi ani usor school t admission dilu.
Hokolu JNV t ake news pai asu
ৰেগিংৰ নামত এনেকুৱা অত্যাচাৰ হোৱাটো সম্পূৰ্ণ বন্ধ হ'ব লাগে । চৰকাৰেও এই ক্ষেত্ৰত এক কঠোৰ নিৰ্দেশনা দিব লাগে । বিদ্যালয়ত পঢ়িব যায় নে দাদাগিৰী কৰি কাজিয়া কৰিব যায় । কোন খন বিদ্যালয়ৰ ঘটনা গম পোৱা নগ'ল !
কিয় এনেকুৱা লৰাক ৰাখিবলৈ লাগে গৰু পিটন দিব লাগে মাক দেউতাকক মাতিব লাগিছিল অলগধ্য কেইটাৰ ।আৰু আপোনালোকেও লৰা ছোৱালী ক সদায় পাৰিলে চকুৰ আগত ৰাখি পঢ়ুৱাৰ ব্যৱস্থা কৰিব হেৰাই গলে সিহঁতৰ নাযায় আপোনালোকৰ বুকু হে উদং হব ।
n k TV কি বিদ্যালয় নামটো
Kun scool
Kun school ..dile val asil
Studentr namot kolongko keita sage kunuba ohongkari o hongskar kari alogodho re jabor hb . aru tenekua jabor burehe anekua kando bur kore .
মৰাণৰ নবোদয় বিদ্যালয়ৰ হোষ্টেলতও এনে ঘটনাৰ বাবে বহুত ছাত্ৰক ঘৰলৈ লৈ আহিব লগা হৈছিল...
প্ৰথমতে বিদ্যালয়ৰ হোষ্টেলৰ চুপাৰ বা দায়িত্বত কোন আছিল, তাক ব্যৱস্থা লোৱাটো দৰকাৰ, দ্বিতীয়তে যিকেইটা লৰাএইবোৰ কৰিবলৈ হোষ্টেলত থৈছে, সিহঁতৰ মাক দেউতাকৰ আগতে গৰু পিটন দি আঘাত পোৱা ছাত্ৰ কেইজনৰ সম্পূৰ্ণ খৰছ বহন কৰিবলৈ দি সিহঁতৰ মানৱ ৰূপি দানৱ কুলঙ্গাৰ পুত্ৰ কেইটাক খেদি পঠিয়াব লাগে।
অধ্যক্ষ মহোদয়ে তৎপৰতাৰে শিক্ষা বিভাগৰ সংশ্লিষ্ট নীতিৰ আধাৰত ব্যৱস্থা লওক ৷ কোনো নিৰীহ সন্তানে আন কাৰোবাৰ আক্ৰোশৰ পৰিণতিত জীৱনটো ধ্বংস হোৱাটো কোনো পিতৃমাতৃয়ে সহিব নোৱাৰে ৷
Apunaluke ki news diye baru aku details nojonuwa k
JNV hoi sage
হোষ্টেলবিলাকত গুন্দামি কৰে ,,,,এইবোৰক ভালদৰে শিক্ষা দিব লাগে .....
Sikhak aru vidyalay katripakha bhal tàkile ghatibo noware
School band korok
School khonr nm di makxe
Public dhulai di diok raije mili
কিহৰ স্বাৰ্থত NK টিভি যে স্কুল খনৰ নাম উল্লেখ নকৰিলে , সেইটো ও চিন্তা কৰিব লগীয়া।
Kon school no
ৰেগিং সম্পূৰ্ণ ৰূপে বন্ধ হ'ব লাগে যোনে ৰেগিং কৰে সেইবোৰক জেলত ভৰাই থব লাগে
Kun Scholl r hoi
School r naam tu kio dia nai.news tu okol dise j.naam tu diok.
কোন স্কুল আৰু ক’ত সকলোকে জনোৱাতো উচিত ৷ ছাত্ৰকেইজনক অতি শীঘ্ৰে উপযুক্ত ব্যৱস্থা ল’ব লাগে ৷
JNV jorhat
@@debajitsaikia2724 O hoi
Right 🙏
Oii school khonor nam kouk
এইখন sarvug jnb jen lagise dekhun
Fasi dibo lage
স্কুল ৰ নাম নকবলৈ আপোনালোকক টকা দিছে নেকি ।
নিউজ এটা দিলে ভাল দৰে দিব লাগে, কোন ঠাই কি কথা এইবোৰ সঠিককৈ জনালে ভাল হয় ।
Kun school ooo
Kun school
That s mattar are very bed
Lora keita kun nede khai kio
কেনেকুৱা লৰা অ ,ধৰিব লাগে ,লৰা গিতাক দেখাব লাগে
Taka to
দৃষ্টান্তমূলক শাস্তি বিহীব লাগে দোষীক
Kv neki
Ai bur lorar ghorot sonskar ni. So...
জহৰা অসমীয়াত কব নাজন
He is not from assam
যি কেইটা ল'ৰাই কৰিছে সেই কেইটাক ধৰি হাত ভৰি কাটি পেলাব লাগে
Encounter
school Authority is punishable also with the culprits
Hei bur school ot kio pohai se
Johora kaitak police k gotai deyok
Iam believe only parent telling objection, And Idon't listen of school advice.
কুকুৰে অসমীয়া ভাষা নেজানে । মাষ্টৰ
কালপিট কেইটাক পাব্লিক ধুলাই দিব লাগে |
LIFE IMRISIONMENT
Usit hasti diok ru schol kortiprokhya i heitu kan kra usit, ru heikeitak scholr pora out krb lge,
Jnv r hoi...
Only responsible person is the principal.
Faltu principal
Konkhan jnv hoi
School authorities should be punished
Dhemaji o huneso
😭😭 বৰ বেয়া লাগিল দেই 🙏 নাপায় দেই এইবোৰ কৰিব 😱😱😭
School r nam dibole voi lagise ni... ND2 4
Ji keitai krise hihat ketak lengta kri pt.
Apunaluke ki korar kotha bhabise? Ki cinemar dare ghatonabur hoba lagibo neki........*@#$_-+())";!;';;...?
Tumaluk schull teasir ki eku koba nuwara,
Sir reginjg class nahi huna chahiye band huna jaruri hai
Enkuwa beya kam korise kintu school khonr nam tu napalu nam tu nidia karone tu ki ..a to z dibo nuwrile new nkribo
Description t d thoise
shool khabar nam kio kowa nai
Moio hostel t thoka , aji loike kono junior eta maar dhar to badei kaam etai koriba di powa naiii.....
Dibrugorh don Box nki bru
ভিডিঅ বনাবলৈ কিছু শিকা প্ৰয়োজন ।
Kun college kouk na mari pelam gutaikeitak. Nam kouk pls
Voi koribo nalage... Kalprit keitak piton dibo lage
Nobodoi bilakot enekuai hoi
School name media t nokoi kiyo
Jnv titabar ghotona hoi... bhuut bea hoise eibur...amiu phi ahislu amr tymt eibur common asil but etya strict hol buli hunislu kintu eibur kio ako ghotibo lgise bru...ami jtya class 9 aslu amku marisl enke class 11 dujon lorai...mur lgr etaak mur fali disl..modhuriir daal edale marisl tetya amk.. heitu ghotona jibont paharibo nuwaru...ratii pithi tu uporle krii bisonat hui dixlu...bikhor molom lgaboleuu nasil kotu...sobore mukh bur fuli gysil....pisdina 15 aug parade asil amii first prize py anixlu basik fieldt...etya vbile val lge heibur experience of life....
Muru bhaik marisile ....akhon nobudoi school a hoi ...moi bujisu ...moi anekua poristhitir honmukhin hoisu
Ki news item nu dekhuwale...kun khon school ....aku tikhona nai...tv channel homuhor ki aotuye noitik daittyo neki. TRP r pisot hoday nathakibo. It is a disguting new item
Kun Gunda 👉 aigita
And sorry...nk tv...hok baa ji News channel nhok kio..
Video a2z ollp Val ke update dee...
School kartipakhya ghataner babe dayi Karan teonluke hostel nnirikhyan karat abohela karice .Raging Kara chatra school r para tatkale bohiskar Kari schoolr paribekh sustha kaboloi principalak anurudh janalu.
Balor school.mor solik nidio.ja.dim buli bhabisilu.
School tymt a thtr gunda grii dngr hoi kt ki krbo thk ni atiai jdi bhll dre thtr bisr noloi kothin vbe psle bea km bur krble olp voi nkrbo 11 12t pohi njok thti bht dngr hll jn vbise 😏
School r namm nai nake aku bujibo nuwari kot hoise alop valdore news dile belegor xohai hobo
Jawahar Navodaya Vidyalaya Titabar
School khanar nam janaba school katipaikhye ki kari thaka lara kaitak schoolar para uliyai diba laga kanakuwa gonda lara