Prabhati Pokhi(Promo) | JajaBaRMaD Music |Madhurjya PratiM | Official Promo |

แชร์
ฝัง
  • เผยแพร่เมื่อ 6 ต.ค. 2024
  • This is the official promo of my new Song প্ৰভাতী পক্ষী ।
    নমস্কাৰ বন্ধুসকল
    আপোনালোক সকলোকে জনাবলৈ পাই মই সুখী হৈছোঁ যে মই এটি নতুন গীত আপোনালোক ৰ মাজলৈ উলিয়াই দিবলৈ সক্ষম হৈছো । সকলোৱে গীতটি আদৰি লব আৰু সকলোৱে জনাবলৈ নাপাহৰিব গীত টি কেনে হল । অহা 5 অক্টোবৰ তাৰিখে JajaBaRMaD Music নামৰ এইটো channel টোত শুনিবলৈ পাব । গতিকে সকলোৱে channel টো subscribed কৰি থবলৈ নাপাহৰিব ।
    Hey guys ,
    I am very happy to say that here is a new song of my own composition which is releasing on 5th oct. This song will be released in my new youtube channel JajaBaRMaD Music . So do subscribe my channel for all upcoming updates.And plz give me your valuable comments.Thank you .

ความคิดเห็น • 14