JUDHA MOI NAKARU // HARINAAM// হৰিনাম// DIHANAAM// TOKARI GEET// SK Music House

แชร์
ฝัง
  • เผยแพร่เมื่อ 2 ต.ค. 2024
  • গীতা সৃষ্টিৰ এক আখ্যানমূলক হৰিনাম হ’ল, যুদ্ধ মই নকৰোঁ/ যোৱা নাই মোৰ মন৷ গীতৰ ৰচনা, সুৰ, কণ্ঠ সংকেশ্বৰ কোঁচৰ৷ হৰিনামটিত সহশিল্পী হিচাপে যোগদান কৰিলে কবি-শিল্পী নৰবাহাদুৰ দৰ্জী আৰু অতুল বৰাই৷
    গীতটিৰ প্ৰযোজনা কৰিছে, অনিতা বড়া কোঁচে৷ সংগীত পৰিচালনা কৰিছে শিৱানন্দ বৰুৱা আৰু ৰোপণজ্যোতি কটকীয়ে৷ হৰিনামটি বাণী হৈছে, তেজপুৰৰ ৰুদ্ৰ ষ্টুডিঅ’ত৷

ความคิดเห็น • 28

  • @killmastergaming4042
    @killmastergaming4042 17 วันที่ผ่านมา +1

    বৰ সুন্দৰ৷❤

  • @monjithazarika8204
    @monjithazarika8204 2 หลายเดือนก่อน +2

    বহুত ধূনীয়া হৈছে

    • @skmusic1513
      @skmusic1513  2 หลายเดือนก่อน

      অশেষ ধন্যবাদ জনালোঁ আপোনাক৷

  • @textret9971
    @textret9971 10 วันที่ผ่านมา

    বঢ়িয়া

  • @mamudewri2340
    @mamudewri2340 3 หลายเดือนก่อน +5

    শুভেচ্ছা থাকিল

  • @deepasmita1256
    @deepasmita1256 3 หลายเดือนก่อน +1

    গানটো শুনি বৰ ভাল লাগিল ✨💞... শুভেচ্ছা থাকিল 👍..

  • @NarenDeka-xb2jr
    @NarenDeka-xb2jr 2 หลายเดือนก่อน +1

    Bhal lagil.

  • @RBPRODUCTIONAXOM
    @RBPRODUCTIONAXOM 2 หลายเดือนก่อน +5

    বহুত ধুনীয়া হৈছে আপোনাৰগীত❤❤❤

    • @skmusic1513
      @skmusic1513  2 หลายเดือนก่อน

      সুখী হ’লোঁ৷ অশেষ ধন্যবাদ নিবেদিলোঁ৷

  • @biswajeetsarma4138
    @biswajeetsarma4138 3 หลายเดือนก่อน +1

    All the best !

  • @JaniGogoi-h9w
    @JaniGogoi-h9w 2 หลายเดือนก่อน +1

    🙏🙏🙏🤨🙏🙏🙏

  • @AJ-ty6cg
    @AJ-ty6cg หลายเดือนก่อน +1

    very nice

  • @mukutlukhurakhon1411
    @mukutlukhurakhon1411 2 หลายเดือนก่อน +1

    সুন্দৰ, আপোনাৰ গীত টো শুনি মই খুবেই ভাল পালোঁ, সচাকৈ দেই গীটটো ৱে বহু কথাই কয়, শুনি মই ইমান ভাল পালোঁ যে কবলৈ গলে মই ভাষাই বিচাৰি নাপালোঁ আপোনাক জনাবলৈ ধন্যবাদ থাকিল আৰু ভৱিষ্যতে ও এনে ভক্তি মূলক টোকাৰী গীত বা দেহবিচাৰ ৰ গীত শুনিবলৈ ইচ্ছা কৰিলো,, জয় হওক আপোনাৰ, আৰু ভগৱানে আপোনাক কুশলে ৰাখক আৰু আগন্তুক দিনবোৰত সকলো বিপদ আপদৰ পৰা ৰক্ষা কৰক এই মানসেৰে ই,,,,,

    • @skmusic1513
      @skmusic1513  2 หลายเดือนก่อน

      বৰ সুখী হ’লোঁ আপোনাৰ নিষ্কলুষ মনৰ আন্তৰিক মন্তব্য জানি৷ প্ৰভু ভগৱন্তৰ ওচৰত আপোনাৰো কুশল জীৱন প্ৰাৰ্থনা কৰিলোঁ৷ কৃতজ্ঞতাৰে পুনৰ ধন্যবাদ জনালোঁ আপোনালৈ৷

  • @mukutlukhurakhon1411
    @mukutlukhurakhon1411 2 หลายเดือนก่อน +1

    সচাকৈ দেই মোৰ মনত বহু কথাই মনলৈ আহে,, দেহা মন সকলোৱেই শাঁত পৰি আহিল, মনুষ্য জীৱনতে এনে বোৰ কিয় ঘটে সেইটোহে বুজি নাপাওঁ সেয়ে আপুনি গাই যাওক চোন খুবেই ভাল লাগিল,

    • @skmusic1513
      @skmusic1513  2 หลายเดือนก่อน

      কৃষ্ণ ৷ আপোনালৈ কৃতজ্ঞতাৰে অন্তৰৰ অশেষ ধন্যবাদ নিবেদিলোঁ৷

  • @Satyajit_Saikia
    @Satyajit_Saikia 3 หลายเดือนก่อน +2

    শুভেচ্ছা থাকিল।

  • @ranjanborah4372
    @ranjanborah4372 หลายเดือนก่อน +1

    Ati bar Sundar naam dai

  • @kehsabgogoi7026
    @kehsabgogoi7026 2 หลายเดือนก่อน +2

    আগ বাঢ়ি যাওক । ধন্যবাদ

    • @skmusic1513
      @skmusic1513  2 หลายเดือนก่อน

      অশেষ ধন্যবাদ জনালোঁ আপোনাক৷

  • @binapanichetia582
    @binapanichetia582 2 หลายเดือนก่อน +1

    সুন্দৰ, 😂সকলো নিজৰ দেহৰ কাহিনী 😅😅

    • @skmusic1513
      @skmusic1513  2 หลายเดือนก่อน

      কথা সেইটোৱে বাইদেউ৷ অশেষ ধন্যবাদ জনালোঁ আপোনাক৷

  • @nilakashi3110
    @nilakashi3110 2 หลายเดือนก่อน +1

    ধুনীয়া হৈছে

    • @skmusic1513
      @skmusic1513  2 หลายเดือนก่อน

      অশেষ ধন্যবাদ জনালোঁ৷

  • @KiranBhuyan-wg4mm
    @KiranBhuyan-wg4mm 2 หลายเดือนก่อน +2

    Jay Sankar Guru krishna ram

    • @skmusic1513
      @skmusic1513  2 หลายเดือนก่อน +2

      কৃষ্ণ কৃষ্ণ, ধন্যবাদ জনালোঁ আপোনাক৷

  • @Hridulborah
    @Hridulborah 3 หลายเดือนก่อน +1

    Krishna Krishna 🙏🙏

  • @Binakalita-bw6xp
    @Binakalita-bw6xp 3 หลายเดือนก่อน +1

    ভাল, লাগিছে