Hoi moi 15 year r porai aso atiya 22 years hol mor ITI kori Maruti Suzuki t moi ajon technician hisabe kam kori aso xomoi napaw tothapi atiya loi naam aribor mon najai lagile kam a baad dim ,atai xopon subhas nath daworiyar osorot alp xikibo bisaro kenekoi ba contact koro
আগৰ কথা কৈ আৰু লাভ নাই, আগৰ নাম দল বয়সিয়াল আছিল কাৰণে নামৰ দলটো গহীন আছিল আৰু সেয়ে নাম বিলাকো পোহৰ কৰি চাইছিল দৰ্শকে। আৰু এতিয়া দেকা চাম ওলাইছে সিহঁতৰ নামো খেৰঙা দৰ্শকে এটা নাম চাবলৈ তান পাই।হৰিৰ নাম নাম হিচাপে ব্যৱহাৰ কৰিব লাগে, মাজত ইমান অঙ্গি ভঙ্গী আৰু বাহিৰা কথা খোমালে সেইটো নাম হৈ নাথাকে, আৰু সেই বোৰ কাৰণতে আজি কালি বহু থাইত নাম নপতাই হৈছে। কাৰণ ইমান টকা দি মতাৰ পাছত যদি সেই টকাৰ মূল্য দেখুৱাবলৈ সক্ষম নহয় আজি কালিৰ পাঠকে।
খুৱ সুন্দৰ কথা কৈছে।বহুত বহুত ধন্যবাদ।
Mojj lagil apunar...Katha xini
নাগাৰা নামৰ বিৰোচক হিচাবে আপোনাক প্ৰণাম জনালোঁ৷ভাল পালো আপোনাৰ কথা শুনি৷নাগাৰা নামৰ এজন উদীয়মান যুৱক৷আগুৱাই যাওক শুভকামনা থাকিব সদায়৷অৱশ্যে নাগাৰা নামৰ বিষয়ে কিছু সুধিব আৰু কব লগা আছে৷
আপোনাৰ মন্তব্যত সুখী হ’লোঁ৷
@@dkdipakkumar706 আপোনাৰ মোবাইল নম্বৰ টো দিলে বিস্তৃত ভাবে কথা পাতিব পাৰিম নাগাৰা নাম সম্পৰ্কে৷
6000166963
Nam hokolue gabo pare...ami bura hole nam hikim neki ami nam gamei
ধুনীয়া লাগিলে।।কথাখিনি খুনি
ধুনীয়া লাগিলে দাদা, কথাখিনি।।
মজা লাগিছে
সুন্দৰ দাদা❤❤❤❤
ভাল লাগিল কথা খিনি
ধন্যবাদ জনালোঁ
ভাল লাগিল
No word to say.Very nice
সুন্দৰ
সুন্দৰ। মাল মাগুৰ আছা । লাইভডাল উঠেলি নে
😁😁😁😁
Hoi moi 15 year r porai aso atiya 22 years hol mor ITI kori Maruti Suzuki t moi ajon technician hisabe kam kori aso xomoi napaw tothapi atiya loi naam aribor mon najai lagile kam a baad dim ,atai xopon subhas nath daworiyar osorot alp xikibo bisaro kenekoi ba contact koro
আগৰ কথা কৈ আৰু লাভ নাই,
আগৰ নাম দল বয়সিয়াল আছিল কাৰণে নামৰ দলটো গহীন আছিল আৰু সেয়ে নাম বিলাকো পোহৰ কৰি চাইছিল দৰ্শকে।
আৰু এতিয়া দেকা চাম ওলাইছে সিহঁতৰ নামো খেৰঙা দৰ্শকে এটা নাম চাবলৈ তান পাই।হৰিৰ নাম নাম হিচাপে ব্যৱহাৰ কৰিব লাগে, মাজত ইমান অঙ্গি ভঙ্গী আৰু বাহিৰা কথা খোমালে সেইটো নাম হৈ নাথাকে, আৰু সেই বোৰ কাৰণতে আজি কালি বহু থাইত নাম নপতাই হৈছে। কাৰণ ইমান টকা দি মতাৰ পাছত যদি সেই টকাৰ মূল্য দেখুৱাবলৈ সক্ষম নহয় আজি কালিৰ পাঠকে।
Dhuniya dada
Negara Nanak kune ninda kore higher Ealham stole Jaba krishna Agbahi jauk
🙏
Aponar khadyrasita namto ki
Nam lowa monvai namar bine goti nai.
শুনিছোঁ মই ও "ইমান সৰুৰ পৰা নামত কিয় যাব লাগে এতিয়া পঢ়া শুনা কৰিব লাগে এইবোৰ বাদ দিয়া" ।।
নামত ফুৰি মই এতিয়া B.Sc.(Mathematics)(70%) pass কৰিছোঁ । যি সকল ব্যক্তিয়ে কৈছিল তেওঁলোকৰ লৰা ছোৱালী দুইবাৰ মেট্ৰিক দিলে, তেতিয়াহে pass কৰিলে, আচলতে আমাৰ চিন্তা ধাৰা বিলাক বেয়া, পঢ়া শুনা এ জীৱন নহয়, এটা সুস্থ মনৰ মানুহ হবলৈ মোক নাগাৰা নামে বহু খিনি সহায় কৰিছে।।।
You are right
@@dkdipakkumar706 হয় দাদা
Yes
আপোনাক যদি যোগাযোগ কৰিব বিচাৰে নাগাৰা নামৰ বাবে।কেনেকৈ কৰিব। জনাব
6000166963
Aapuni nam likhe neki
হয়