LIVE | Jorhat News | যোৰহাটৰ বিদ্যালয়ত ভয়ংকৰ ঘটনা ! | N18L

แชร์
ฝัง
  • เผยแพร่เมื่อ 24 ก.ย. 2024
  • LIVE | Jorhat News | যোৰহাটৰ বিদ্যালয়ত ভয়ংকৰ ঘটনা ! | N18L
    #News18Assamoriginals
    লগতে চাওঁক দিনটোৰ বহু গুৰুত্বপূৰ্ণ খবৰ
    #jorhatnews #studentcase #assamesenews #news18assamne #news18assamnortheast #assamnews #assamesenews #newsinassam #northeastnews #northeastindia
    News18 Assam is one of the Assam’s leading news channel. News18 Assam Northeast brings you the latest and live Assamese news from Assam and other Northeastern states with a complete package of Assam live news and current happenings of Northeast, national and global news in Assamese. News18 Assam Northeast is the quickest when it comes to deliver the latest updates and breaking news in Assamese.
    দিনটোৰ প্ৰতিটো অসমীয়া খবৰৰ কাৰণে চাওক News18 অসম North East । প্ৰতিটো মুহূৰ্তৰ প্ৰতিটো শুদ্ধ খবৰৰ কেৱল News18 Assam North Eastত
    Download our News18 Mobile App - onelink.to/des...
    Please follow up page to watch live and breaking news with latest videos added very hour.
    To subscribe our channel click here tinyurl.com/y5...
    Please visit our website bit.ly/3g1dDtF for latest opinions and detailed news coverage, Pictures, Entertainment, Sports, Cricket and Lifestyle Updates.
    Get latest news updates as they happen on your phone, Download our app: Android: bit.ly/2ussJls , iPhone: apple.co/2usJEEm
    To subscribe our channel click here tinyurl.com/y5...

ความคิดเห็น • 268

  • @urmilaborgohain7992
    @urmilaborgohain7992 8 ชั่วโมงที่ผ่านมา +152

    যেতিয়াৰ ছাত্ৰ - ছাত্ৰীসকলক শিক্ষক আৰু শিক্ষয়িত্ৰীসকলে পিটিব বা অধিক শাসনত বাধা প্ৰদানৰ আইন প্ৰণয়ন হ'ল, তেতিয়াৰ পৰাই ছাত্ৰ - ছাত্ৰীসকলে শিক্ষকসকলক সন্মান - শ্ৰদ্ধা নকৰা হ'ল। শিক্ষা গুৰুক শ্ৰদ্ধা নকৰিলে বিদ্যালয়ত অৰাজকতা হ'বই। ইয়াৰ বাবে দায়ী কোন?' চেকনিৰ আগত শিক্ষা"বুলি প্ৰবাদ আছিল। তেতিয়া ছাত্ৰ ছাত্ৰী সকলে শিক্ষা গুৰুক ভয় কৰিছিল।। ভয় মানে সন্মান, শ্ৰদ্ধা কৰিছিল।সেয়ে ছাত্ৰ ছাত্ৰী সকলৰ মাজত কোনো কাজিয়া নাছিল।

    • @nurulhassan5789
      @nurulhassan5789 7 ชั่วโมงที่ผ่านมา +1

      Kazia asil , schoolor bahirot . Amio alop- cholp korisilo .

    • @Himaa_boruah
      @Himaa_boruah 7 ชั่วโมงที่ผ่านมา +3

      Hosa ktha hoi

    • @Himaa_boruah
      @Himaa_boruah 7 ชั่วโมงที่ผ่านมา +2

      Pitile Lra sowali bhal hoi

    • @DSqrtda
      @DSqrtda 7 ชั่วโมงที่ผ่านมา +3

      আপোনাৰ কথাত একমত।

    • @guptasarmah8949
      @guptasarmah8949 6 ชั่วโมงที่ผ่านมา +4

      সঁচা কথা। ময়ো তিনিচুকীয়া জিলাৰ অতি পিচ পৰা অঞ্চলৰ হাই স্কুলৰ শিক্ষক। আমাৰ বিদ্যালয়ৰ ছাত্র-ছাত্ৰী সকলক মৰম স্নেহেৰে বন্ধুত্বপূর্ণ ভাৱে শিক্ষাদান কৰাৰ লগতে প্ৰয়োজনত কঠোৰ শাসন কৰা হয়। সেয়েহে আমাৰ বিদ্যালয়ৰ ছাত্র-ছাত্ৰীৰ মাজত মাৰপিটৰ দৰে কাজিয়া কৰাৰ নজিৰ নাই। মোৰ অৱসৰৰ বাবে আৰু ৫ টা মাহ বাকী আছে। ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ, যাতে তেনে দিন দেখিব লগা নহয়।

  • @arotibora1138
    @arotibora1138 8 ชั่วโมงที่ผ่านมา +59

    তেনেকুৱা ছাএক শিক্ষকসকলে❤ পুলিচক গটাই দিব লাগে।

  • @AmulyaKakati-pf9si
    @AmulyaKakati-pf9si 8 ชั่วโมงที่ผ่านมา +75

    অভিভাকৰ অনুশাসনহীনতাৰ ফল, আচল দোষী অভিভাবক সকল

    • @raidiongiaphulogurikhagari5187
      @raidiongiaphulogurikhagari5187 7 ชั่วโมงที่ผ่านมา +2

      মাক বাপেকৰ কাৰনে হৈছে ভাল সংস্কাৰ অভাৱৰ। কাৰনে

    • @rajeshhazarika1663
      @rajeshhazarika1663 6 ชั่วโมงที่ผ่านมา +1

      একদম ঠিক কথা

    • @rajeshhazarika1663
      @rajeshhazarika1663 6 ชั่วโมงที่ผ่านมา

      ​@@raidiongiaphulogurikhagari5187একদম ঠিক কথা

    • @nivagogoi4190
      @nivagogoi4190 6 ชั่วโมงที่ผ่านมา +1

      ঘৰুৱা অনুশাসনৰ অভাৱ।

    • @robeendas3623
      @robeendas3623 4 ชั่วโมงที่ผ่านมา +1

      100% Right kotha Tat kunu Xondeh Nai.Anekuwa Lora buror Maak,Deutakbur 101% DayittoGyanhin.

  • @kalpanahazarika7631
    @kalpanahazarika7631 8 ชั่วโมงที่ผ่านมา +59

    বৰ বেয়া কথা।এই ল'ৰা বোৰক উচিত শিক্ষা দিয়ক।

  • @buliborah5758
    @buliborah5758 8 ชั่วโมงที่ผ่านมา +35

    সকলো স্কুলত পুলিচ প্ৰশাসনৰ ব্যৱস্থা কৰিব লাগে।

  • @sjhazarika5437
    @sjhazarika5437 7 ชั่วโมงที่ผ่านมา +20

    এইবোৰ সমাজৰ জাবৰ, ছাত্ৰ নে মাফিয়া। এইবোৰক কোনো স্কুলতে admission দিব নালাগে।

  • @thunusaikia2540
    @thunusaikia2540 8 ชั่วโมงที่ผ่านมา +26

    যিসকল বেয়া সেই সকল লৰাক উলিয়াই দিব লাগে ।পুলিচক গতাই দিবলাগে সিহতক এৰিদিলে আৰু ঘটনা কৰিব ।

  • @prvawatipegu8359
    @prvawatipegu8359 7 ชั่วโมงที่ผ่านมา +16

    যি চৰকাৰ নহওঁক শিক্ষা পদ্ধতি টো সলনি কৰিব লাগিব আৰু অভিভাৱক সকলো কিছুমান চিন্তা ধাৰাবোৰ সলনি কৰিব লাগিব ।

  • @pranatidutta-sb3oj
    @pranatidutta-sb3oj 8 ชั่วโมงที่ผ่านมา +32

    এনে ছাত্ৰক অতি সোনকালে পুলিচক গতাই দিয়ক আৰম্ভ হ'ল যেতিয়া হৈয়ে থাকিব ছাত্ৰ ছাত্ৰীক আৰু মৰিবলৈ নিদিব

  • @MukulHazarika-zi7yx
    @MukulHazarika-zi7yx 8 ชั่วโมงที่ผ่านมา +31

    এইবোৰক পুলিচে গ্ৰেপ্তাৰ কৰক।

  • @MERABHARATMAHAAN-wo5vg
    @MERABHARATMAHAAN-wo5vg 6 ชั่วโมงที่ผ่านมา +15

    সেয়েই আগৰ সকলে কয়, চেকণীৰ আগত বিদ্যা। এইষাৰ কথাক বিৰোধিতা কৰা সকলৰ বাবেই এনে ঘটনা ঘটিছে সেইসকল অভিভাৱকো সমানেই জগৰীয়া ।

  • @highlighteditin
    @highlighteditin 8 ชั่วโมงที่ผ่านมา +12

    শিক্ষকৰ দায়িত্ব বহুত বাৰিল

  • @bipulborah2193
    @bipulborah2193 8 ชั่วโมงที่ผ่านมา +14

    স্কুলৰ পৰা বিদায় দিব লাগে,জাতে কোনো স্কুলত পঢ়িব নোৱাৰে। অভিভাৱক সকলৰ গুৰুত্ব নাইকিয়া চাগে। শিক্ষক সকলক টো নেমানেই,

  • @PabitraChowPabitraDihingiaBoru
    @PabitraChowPabitraDihingiaBoru 8 ชั่วโมงที่ผ่านมา +7

    চৰিত্ৰ পাঠে সংশোধন কৰিব নোৱাৰে..!চৰিত্ৰহীন..!

  • @BijuPhukan-kl1xf
    @BijuPhukan-kl1xf 8 ชั่วโมงที่ผ่านมา +7

    কল্কী যুগ সোমাইছে যেন পাও , মানুহে মানুহক মৰা-মাৰি কৰিব । বিভিন্ন অপকৰ্মত লিপ্ত হ'ব যেন পাও 🤑

  • @PallavPhukan-gi3be
    @PallavPhukan-gi3be 7 ชั่วโมงที่ผ่านมา +17

    এইবোৰৰ বাবে অভিভাবক সকলেই জগৰীয়া

  • @barbaligirlshighschool1942
    @barbaligirlshighschool1942 8 ชั่วโมงที่ผ่านมา +6

    এইবোৰৰ বাবে দায়ী কোন? শিক্ষক, অভিভাৱকৰ আৰু ছাত্ৰ-ছাত্ৰী সকলৰ মাজত সঘনাই সভা অনুষ্ঠিত কৰিব লাগে ।

  • @Mainamou
    @Mainamou 8 ชั่วโมงที่ผ่านมา +8

    পাৰিলে সকলো স্কুলত কেমেৰাৰ ব্যৱস্থা কৰিব লাগে। লগতে স্কুলৰ গেটৰ ওচৰত সকলোকে বেগ আৰু কাপোৰত ( পকেট) ভালদৰেই পৰীক্ষা কৰি সোমাব দিয়া উচিত । তেতিয়া তেনে কৰা ছাত্ৰ সহজে ধৰা পৰিব ।

    • @Mainamou
      @Mainamou 8 ชั่วโมงที่ผ่านมา

      তেনে ছাত্ৰৰ অভিভাৱক সকলক প্ৰশাসন তথা শিক্ষক সকলে ব্যৱস্থা লোৱা উচিত ।

    • @baharulislamsardar3166
      @baharulislamsardar3166 3 ชั่วโมงที่ผ่านมา

      ​@@Mainamouএখন সুস্থ সমাজ পাবলৈ হলে সমাজৰ সকলো শ্ৰেণীৰ লোকৰ আৰু চৰকাৰৰ নিৰবিচ্ছিন্ন প্ৰচেষ্টাৰ প্ৰয়োজন। অকল অভিভাৱকৰ ওপৰত দোষ জাপি দিয়াটো উচিত নহ'ব ।

  • @joshnaray3117
    @joshnaray3117 8 ชั่วโมงที่ผ่านมา +5

    শিক্ষালব জায় নে কাজিয়াৰ বাহু বলী দেখুৱাব জায়

  • @hemkantaborah7434
    @hemkantaborah7434 6 ชั่วโมงที่ผ่านมา +6

    কিশোৰৰ অপৰাধৰ ওপৰত কঠোৰ আইন প্ৰণয়ন কৰিব লাগে।

    • @birendrakrboro9678
      @birendrakrboro9678 5 ชั่วโมงที่ผ่านมา

      হয়, আপোনাৰ সতে সহমত পোষন কৰিছো

  • @CreativeYouTuber07
    @CreativeYouTuber07 8 ชั่วโมงที่ผ่านมา +11

    কি হৈছে দেশত। পৰীক্ষাত চেকিঙ কৰাৰ দৰে স্কুলত আহোতে চেকিঙ কৰাৰ ব্যৱস্থা কৰিব লাগে।যাতে কোনো অস্ত আনিব নোৱাৰে

  • @jitulkalita4455
    @jitulkalita4455 2 ชั่วโมงที่ผ่านมา +3

    ইস্কুলত যদি ছুৰি লৈ আহে পঢ়াৰ নামত, পঢ়িব আহি কাজিয়া কৰি মাৰপিট কৰে ছুৰিৰে আক্ৰমণ কৰে সেই বিলাক ছাত্ৰ বুলি কয় নোৱাৰি ইহত দকাইত আৰু উগ্ৰপন্থীহে , আজি কালিৰ লৰা ছোৱালি পঢ়াৰ নামত কলংক হে , ইস্কুলৰ বিলাকৰ বদনাম কৰিব যায় , গাওঁৰ মানুহে সুবিধা লৈ মাষ্টৰ আৰু বাইদেউ দোষ জাপি দিয়ে , এইয়া হৈছে আমাৰ সমাজৰ নমুনা ,দোষ কৰিব কোনোৱায় বদনাম হৈ মাষ্টৰৰ আৰু বিদ্যালয়ৰ , (Live from Rangia).

  • @nijarabora1836
    @nijarabora1836 7 ชั่วโมงที่ผ่านมา +3

    এই ছাত্ৰবোৰক কোনো বিদ্যালয়ত পঢ়িব নোৱাৰাকৈ বঞ্চিত কৰিব লাগে

  • @bikashbonia7698
    @bikashbonia7698 7 ชั่วโมงที่ผ่านมา +5

    হৈয়ে থাকে

  • @LabannyaDas-u7q
    @LabannyaDas-u7q 3 ชั่วโมงที่ผ่านมา +2

    চেকণী আগৰ বিদ্যা থাকোঁতে এইবোৰ হোৱা নাছিল 😢। বৰ ভয়ংকৰ হৈছে স্কুল বোৰ

  • @bijoyagogoi6248
    @bijoyagogoi6248 6 ชั่วโมงที่ผ่านมา +6

    এই বোৰ ঘটনাৰ বাবে প্ৰকৃত দায়িঅভিভাৱকসকল ।

  • @Comedymixer7842
    @Comedymixer7842 8 ชั่วโมงที่ผ่านมา +8

    ল'ৰা মাক বাপেকৰ শাসন নাই

  • @jabarai6085
    @jabarai6085 6 ชั่วโมงที่ผ่านมา +1

    ল'ৰা ছোৱালীবোৰক বান্ধোনত নাৰাখি সমাজৰ লগত মিলিব দিব লাগিব।ডাঙৰ মানুহক,শিক্ষকক শ্রদ্ধা আৰু সৰুবোৰক মৰম কৰিব শিকাব লাগিব।বিদ্যালয়ত শিক্ষা লোৱাৰ লগতে ঘৰতো ভাল পৰিবেশ এটা দিব লাগিব।

  • @sports_guru_149
    @sports_guru_149 7 ชั่วโมงที่ผ่านมา +4

    কলিৰ শেষত হৈ'ব কল্কি অৱতাৰ🙏

  • @lipikadevi12554
    @lipikadevi12554 6 ชั่วโมงที่ผ่านมา +2

    তেনেকুৱা ছাত্ৰক শিক্ষকে স্কুলৰ পৰা হয় উলিয়ায় দিব লাগে যাতে কোনো স্কুলত নাম ভৰ্তি কৰিব নোৱাৰে নহলে পুলিচক গতাই দিব লাগে🤨

  • @HemangaJyoti
    @HemangaJyoti 3 ชั่วโมงที่ผ่านมา +1

    দেউতাক -মাক তথা অভিভাৱক সকলে নিজৰ সন্তাক সময় নিদিয়া এইয়া তাৰে পৰিণতি।এইয়া মোৰ অনুভব।

  • @priyabathazarika689
    @priyabathazarika689 7 ชั่วโมงที่ผ่านมา +2

    ছাত্ৰ ছাত্ৰীক বেঢিকৈ মূৰত তুলি ললে এনেকুৱা হৱয়।

  • @surenboruah3241
    @surenboruah3241 8 ชั่วโมงที่ผ่านมา +3

    সকলো স্কুলৰ শিক্ষক সজাগ হব হল

  • @RinjuChutia-s5d
    @RinjuChutia-s5d 3 ชั่วโมงที่ผ่านมา +3

    এনেকুৱা ঘটনা লক্ষীমপুৰৰ govt high secondary tu hobo

  • @Pran-m4g
    @Pran-m4g 7 ชั่วโมงที่ผ่านมา +2

    Right 👍

  • @ghanashyammahanta6627
    @ghanashyammahanta6627 4 ชั่วโมงที่ผ่านมา +1

    ছাত্ৰ-সকলক মানসিক শিক্ষা ৰ প্ৰয়োজন। লগতে অভিভাৱক সকলকো সামাজিক ভাৱে নিতিশিক্ষাৰ পাঠৰ বিষয়ে বুজায় কবলাগে যাতে নিজৰ সন্তান বোৰ মানসিক ভাৱে চচ্ছ হয়।

  • @khargeswarnath2624
    @khargeswarnath2624 8 ชั่วโมงที่ผ่านมา +2

    বন্ধ্যাকৰণ কৰিব লগা হৈছে😂😂

  • @pabinsarma2989
    @pabinsarma2989 3 ชั่วโมงที่ผ่านมา

    বহুত ‌বহুত‌‌ দুৰ্ভাগ্য জনক ঘটনা,, ছাত্ৰ ছাত্ৰী ৰ কিয় সুৰক্ষা নাই,,,

  • @MukulHazarika-zi7yx
    @MukulHazarika-zi7yx 8 ชั่วโมงที่ผ่านมา +2

    বহুত বেয়া কথা হৈছে ।

  • @digantadeka9735
    @digantadeka9735 7 ชั่วโมงที่ผ่านมา +2

    Class r bhitorot ki soli thake teacher khokole gomgoti rakhibo lge. Teacher khokolor kisu durbolota ase.

  • @PrakashSingh-ls8sm
    @PrakashSingh-ls8sm 8 ชั่วโมงที่ผ่านมา +5

    Aru hobo, mastore kubale abhibhaboke police case koribo tar babe ajikali studente sal paise.

    • @Himaa_boruah
      @Himaa_boruah 7 ชั่วโมงที่ผ่านมา

      100% hosa ktha

  • @aparajitarajkhowa3578
    @aparajitarajkhowa3578 7 ชั่วโมงที่ผ่านมา

    শিক্ষক বা শিক্ষানুষ্ঠানখনৰ ওপৰত যিসকলে দোষ জাপি দিবলৈ যায় সেইসকলে ভালদৰে বিচাৰ কৰি চোৱা উচিত যে তেওঁলোকৰ সন্তানক প্ৰাথমিক শিক্ষাৰ স্থল ঘৰখনত কেনে আচৰণ শিকাই পঠোৱা হৈছে।

  • @Bhaskar-k123s
    @Bhaskar-k123s 4 ชั่วโมงที่ผ่านมา +1

    হুজ গাওঁ dengerous zoon😮

  • @thunugogoi4801
    @thunugogoi4801 58 นาทีที่ผ่านมา

    কবলৈ ভাষা নাই,এক কথাত এনেকুৱা উদন্দ ছাত্ৰ নীতি শিক্ষাৰ জ্ঞান নথকা লৰা বোৰ জহন্নামে যাওঁক,কাৰণ ইহঁত শাসনৰ বাহিৰত ।

  • @tusharnath3031
    @tusharnath3031 7 ชั่วโมงที่ผ่านมา +1

    Bohut dangor lacture di laav nai koli jug porise ru bht beya conditions hbo goi ase manuh jati tur .....

  • @pabinsarma2989
    @pabinsarma2989 3 ชั่วโมงที่ผ่านมา

    চৰকাৰে তদন্ত কৰক আৰু দোষী ক কঠোৰ শাস্তি দিয়ক আৰু উদন্ত ছাত্ৰ ক বিদ্যালয় ৰ পৰা উলিয়াই দিব লাগে চৰকাৰে অনুৰোধ জনালোঁ

  • @masterbaruahtips1853
    @masterbaruahtips1853 3 ชั่วโมงที่ผ่านมา

    যিবিলাক লৰাই বিদ্যালয় দৰে মহৎ অনুষ্ঠানত কাজিয়া কৰি আনৰ প্ৰাণ লব বিচাৰে তেনে লৰাক আইনে ফাঁচি দিয়াৰ আদেশ দিব লাগে , তেতিয়াহে অভিভাৱকসকল সচেতন হৱ।

  • @RatulGayon
    @RatulGayon 6 ชั่วโมงที่ผ่านมา

    এনে ছাত্ৰ থাকিলে বিদ্যালয় পৰিচালনা সমিটিয়ে বা বিদ্যালয়ৰ মূৰবীয়ে আইনৰ সহায়েৰে অবিভাৱকৰ হাতত গটাই একেবাৰে বিদ্যালয়ৰ পৰা বিদায় দিয়াটোয়েই বাকী ছাত্ৰৰ বাবে নিৰাপদ হব বুলি ভাবো।

  • @dhanadadevidoley8594
    @dhanadadevidoley8594 6 ชั่วโมงที่ผ่านมา +1

    এইবোৰ হৈয়ে থাকিব কাৰণ‌ সা ্ বাদিক সকলে প্ৰতি দিনাই এইবোৰ ঘটনা দেখুৱাই থাকে । সেই কাৰণে‌ কিছুমান লৰাছোৱালীয়ে সাহস পাই আছে । অভিভাৱক সকলৰ বহুত দোষৰ কাৰণেই এইবাৰ ছাত্ৰ অধপতনে গৈআছে । এই বোৰ ছাত্ৰক কতো পঢ়িব নোৱাৰা কৰি দিব লাগে । তেতিয়াহে এনে অভিভাৱকৰ লাজ হব

  • @user-AS.D-22VLOG
    @user-AS.D-22VLOG 7 ชั่วโมงที่ผ่านมา

    আজিকালি লৰা ছোৱালী এ মোবাইল লৈ যায়।bike লৈ যায়,আৰু হব।আবিভাক আৰু শিক্ষক সকলে গুৰুত্ব দিব লাগে

  • @bijusaikia5372
    @bijusaikia5372 4 ชั่วโมงที่ผ่านมา

    স্কুলৰ নিজা আইন প্ৰণয়ন হওক।

  • @monuwarabegam5708
    @monuwarabegam5708 7 ชั่วโมงที่ผ่านมา +1

    বৰ্তমান অসমৰ পৰিবেশ একে বাৰে বেয়া ইয়াৰ দায়ি কোন

  • @pravachutia931
    @pravachutia931 7 ชั่วโมงที่ผ่านมา

    শিক্ষকসকলক যেতিয়াই পৰা সন্মান হানিকাৰক কথাবোৰ কিছুমানে মানুহে কবলৈ ধৰিলে 'তেতিয়াই পৰা শিক্ষকক নমনা হ'ল । আগতে শিক্ষকে পঢ়োৱা ল'ৰা ছোৱালী পৃথিৱীৰ বিখ্যাত হোৱা নাছিল নেকি ? এতিয়াহে নজনা হল ।

  • @assam6916
    @assam6916 4 ชั่วโมงที่ผ่านมา

    ঘটিয়ে থাকিব যেতিয়ালৈ সাংবিধান খন সলনি নহয় ধৰ্ষণ কাৰী ক মাৰি পেলাব লাগে আৰু মানুহ মাৰিলে ফাঁচী নাইবা জীৱনতো কাৰাদণ্ড ।।। নকৰে কিয় এনেকুৱা বেলেগ দেশ এনেকুৱা নহয়

  • @golapdeka4446
    @golapdeka4446 ชั่วโมงที่ผ่านมา

    কোনো স্কুলত যাতে নামভৰ্তি কৰিব নোৱাৰে সেই ব্যৱস্থা কৰিব লাগে ।

  • @dipenchetia-ij4mz
    @dipenchetia-ij4mz 4 ชั่วโมงที่ผ่านมา

    অপৰাধী কেইজনক চিনাক্ত কৰি ৰাজহুৱা স্থানত ফাঁচি দিলেহে ভবিষ্যতে সজাক হ'ব।

  • @simpydas567
    @simpydas567 ชั่วโมงที่ผ่านมา

    কাজিৰা কৰা মাৰ পিট কৰা ছাত্ৰ ছাত্ৰীক কোনো বিদ্যালয় কলেজত যাতে নামভৰ্তিৰ কৰিব নোৱাৰে একেবাৰে বহিষ্কাৰ কৰি দিব লাগে যাতে আন এজনে এনেকৈ কৰিব ভয় কৰে 🙏

  • @mouchumibaruah9486
    @mouchumibaruah9486 5 ชั่วโมงที่ผ่านมา

    কঠোৰ শাস্তি দিব লাগে তেতিয়াহে পিছৰ ছাত্ৰ বিলাক ভাল হব ।

  • @GaneshTamuli-qy2no
    @GaneshTamuli-qy2no 6 ชั่วโมงที่ผ่านมา

    আজি কিছু দিনৰ পৰা প্ৰায় এনেবোৰ ঘটনা হোৱাৰ শুনিবলৈ পাইছো ।বৰ চিন্তা হৈছে ।কাৰন আগতে এনেবোৰ ঘটনা খুনা নাচিলো। সেই কাৰনে চৰকাৰক মই এটা আহ্বান জনাব বিচাৰো যে আমি সব্ব শিক্ষা আচনিখন আনি লৰাছোৱালি বোৰক সৰুৰ পৰাই লাই দিয়াহে হৈছে যেন অনুমান হৈছে ।কাৰন আগৰ দিনত আমাৰ মা দেউতায়ে আমাক কৈচিল বোলে চিৰিকনিতহে বিদ্যা আছে ।গতিকে আগৰ নিয়মেই ভাল আছিল ।

  • @konwarchitra1067
    @konwarchitra1067 7 ชั่วโมงที่ผ่านมา +1

    অভিভাবকৰ অনুশাসন নথকাৰ ফল।

  • @RanuRanu-gg6jg
    @RanuRanu-gg6jg 3 ชั่วโมงที่ผ่านมา +1

    😢😢😢😢😢😢

  • @prabhatkrgogoi8153
    @prabhatkrgogoi8153 5 ชั่วโมงที่ผ่านมา

    এনে উদণ্ড ছাত্ৰক নাকিলগাবলৈ হলে বেছিসংখ্যক শিক্ষকৰ সমৰ্থন থাকিলে TC দিব , কিন্তু কেৰেক্টাৰ লাইনত bad character বুলি উল্লেখ কৰিলেই লেঠা খতম্ ৷ ক’তো এডমিচন নেপাই ৷

  • @muned6442
    @muned6442 5 ชั่วโมงที่ผ่านมา

    হে প্ৰভু নতুন প্ৰজন্ম ল'ৰা বিলাক কোন দিশে গৈছে হাতত চোকা চুৰি লৈ স্কুল,কলেজ আহে

  • @hemkantaborah7434
    @hemkantaborah7434 6 ชั่วโมงที่ผ่านมา

    শিক্ষাৰ অধিকাৰ আইনখনেই এইবোৰ অপৰাধৰ বাবে দায়ী।এই আইনে ছাত্ৰৰ ওপৰত শিক্ষকৰ শাসন নাইকীয়া কৰিলে।

  • @chandanbora720
    @chandanbora720 26 นาทีที่ผ่านมา

    Ghotona hoi a thake kintu action noloi .
    Good job 👍

  • @tayyeburrahman7362
    @tayyeburrahman7362 ชั่วโมงที่ผ่านมา

    যোৰহাট জিলাৰ মৰিয়নীৰ শিক্ষা প্রতিষ্ঠানত অস্ত্ৰ প্রশিক্ষণ, নামনিতো একে প্রশিক্ষণ অস্ত্ৰ পূজাৰ বাতৰি প্ৰচাৰ হৈছিল প্রধান শিক্ষকে অনুমতি দিছিল । গতিকে এই দৰে বিদ্যালয়ত অস্ত্ৰ চালনা হিঠিল হল

  • @babulsaikia462
    @babulsaikia462 8 ชั่วโมงที่ผ่านมา +3

    আগৰ পৰা যদি এনেকুৱা হৈ থাকে আৰু স্কুল কৰ্তৃপক্ষই গম পাই ও যদি কোনো অনুশাসন মুলক ব্যৱস্থা কৰা নাই এই ক্ষেত্ৰত স্কুল কৰ্তৃপক্ষই সম্পূৰ্ণ দায়ি।

    • @digantadeka9735
      @digantadeka9735 7 ชั่วโมงที่ผ่านมา

      moiu taakei koisu..teacher r bhool ase . Loge loge bhal action nuluar babei ane hoise.

    • @pranjal1393
      @pranjal1393 7 ชั่วโมงที่ผ่านมา

      কি ব্যৱস্থা লব পাৰিব?

  • @Sangkalpakumarsarma
    @Sangkalpakumarsarma ชั่วโมงที่ผ่านมา

    ইয়াৰ মূলতে হ'ল""""পৰীক্ষাত নকল কৰি পাছ কৰা।পঢ়া ল'ৰা ছোৱালীয়ে এইবোৰ কৰিব নোৱাৰে।

  • @BirajBaruah-ny3qc
    @BirajBaruah-ny3qc 4 ชั่วโมงที่ผ่านมา

    কেৱল শাস্তি য়েই এইবোৰ ঘটনা নোহোৱা কৰিব নোৱাৰে। এইবোৰ সমাজ ব্যবস্থাৰ পৰিৱৰ্তনৰ ফল। যেতিয়া ৰ পৰা মোৰ লৰাক মাৰিবলৈ বা শাসন কৰিবলৈ আপুনি কোন বুলি অভিভাৱক এ শিক্ষক বা ওচৰ চুবুৰীয়া ক প্ৰশ্ন কৰিবলৈ ললে তেতিয়াৰ পৰাই এনেবোৰ ঘটনা বৃদ্ধি পাব ধৰিলে। অভিভাৱক আৰু সমাজ যদি সচেতন নহয়, তেন্তে এনেবোৰ ঘটনা দিনে দিনে ঘটিব ।

  • @pabinsarma2989
    @pabinsarma2989 3 ชั่วโมงที่ผ่านมา

    চৰকাৰে সুৰক্ষা দিয়ক ছাত্ৰ ছাত্ৰী আৰু ৰাইজ ক, নহ'লে বেয়া ৰ ফালে গৈ আছে

  • @bipulkalita5824
    @bipulkalita5824 ชั่วโมงที่ผ่านมา

    সজাগ হব হৈ

  • @Sanatan-g2h
    @Sanatan-g2h 8 ชั่วโมงที่ผ่านมา +1

    Ahetok jabot jibonor karony hikhar pora bonsito koribo lage.

  • @spoilerB
    @spoilerB 8 ชั่วโมงที่ผ่านมา +2

    Aibur faltu lorar jur besi hoise ehtk pohibo d labh nai.
    Jorhat rasta bnua kamt labour logaok..
    Jur khini right jagat use houk. Lukor gaat use huatke
    Valke pohibo jua khinir asubidha hobo nalage

  • @khargaprasadsarma9063
    @khargaprasadsarma9063 3 ชั่วโมงที่ผ่านมา

    ইয়াৰ বাবে ছাত্ৰ জনৰ অভিভাৱক দাই

  • @krishnaduwara1778
    @krishnaduwara1778 13 นาทีที่ผ่านมา

    Bor baya kotha hoise dai aibilak 😢😢😢 . Ajikali students a teacher kotha a nuhuna hol . Mar pit nokorileu bhoi khuwabo lage

  • @lulugogoi2558
    @lulugogoi2558 4 ชั่วโมงที่ผ่านมา

    শিক্ষক সকলে আকৌ এচাৰি ল'ব লাগে

  • @ParthaDas-xk8uo
    @ParthaDas-xk8uo 7 ชั่วโมงที่ผ่านมา

    Parthodas❤❤❤

  • @NibhaChangmai-jz7xo
    @NibhaChangmai-jz7xo 4 ชั่วโมงที่ผ่านมา

    চেকনি আগত বিদ্যা, এই নীতি বলবৎ কৰক চৰকাৰে।

  • @sandhyadas7651
    @sandhyadas7651 5 ชั่วโมงที่ผ่านมา

    যি টো লৰাই এনে কাম কৰিছে তাক জীবন ভৰ জেলত ভৰাই দিয়ক, নাবালক বুলি ৰেহাই দিব নালাগে

  • @AmazingGwmwthaonaMorning
    @AmazingGwmwthaonaMorning 8 ชั่วโมงที่ผ่านมา

    It's happening because of not careing, loving and not respecting each other and not listening to elders advice.

  • @sanjibkonwar7691
    @sanjibkonwar7691 3 ชั่วโมงที่ผ่านมา

    যুৱ উশৃঙ্খল কিয় বাঢ়িছে ইমানকৈ? চৰকাৰে এখন উপযুক্ত আইন আনিব লাগে।

  • @jayantaborah7701
    @jayantaborah7701 3 ชั่วโมงที่ผ่านมา

    আগৰ পৰা বেয়া

  • @Jobacademy12
    @Jobacademy12 8 ชั่วโมงที่ผ่านมา +1

    Prem r karone hoi ase anedhoronor....

    • @octanesson
      @octanesson 8 ชั่วโมงที่ผ่านมา

      😂😂

  • @minasaikia7968
    @minasaikia7968 4 ชั่วโมงที่ผ่านมา

    তেনেকুৱা পিতৃ মাতৃ ৰ বাবে এনে অৱস্থা পাইছে গৈ

  • @ronimahammad7506
    @ronimahammad7506 8 ชั่วโมงที่ผ่านมา

    Student buli rehai dibo nalage, kothur khasti dibo lage, asolote encountr koribo lage jate student bur sidha hoi.

  • @momiborah3222
    @momiborah3222 5 ชั่วโมงที่ผ่านมา

    Deboji ake Dom point ot koisa 👍

  • @kunjalatabhuyan9074
    @kunjalatabhuyan9074 4 ชั่วโมงที่ผ่านมา

    মাক বাপেক বিলাক অজ্ঞানী সেয়ে সন্তান বিলাকো অজ্ঞানী ইহঁতক পুলিচক চমজাই দিয়ক

  • @bipinchungimout7347
    @bipinchungimout7347 6 ชั่วโมงที่ผ่านมา

    ,,দুখিচাতৰ,গৰ্জেন্তক,অৰেষ্টকৰক,আইনপষ্টোৎকৰকমামা,জেল্ডিয়াক

  • @KaberiSaikia-rl8os
    @KaberiSaikia-rl8os 8 ชั่วโมงที่ผ่านมา

    Schoolt kuneu check nakre niki Suri ane j student a aiburak exfail Kari diba lage jate kunu schoolt admission loba nuare.

  • @pineapple4041
    @pineapple4041 7 ชั่วโมงที่ผ่านมา

    পৰিবেশ বিলাক কিয় এনেকুৱা হৈছে , ধৰিব পৰা নাই !

  • @subhasishchutian8801
    @subhasishchutian8801 6 ชั่วโมงที่ผ่านมา

    সস্তা হিৰʼগিৰি আৰু আৰু চবৰে ফলাফল এইবিলাক

  • @ranjankalita905
    @ranjankalita905 5 ชั่วโมงที่ผ่านมา

    মাক দেউতাকৰ ভুলৰ বাবেই এনে কাম হৈছে। আৰু স্কুলৰ শিক্ষক সকলৰো সমানেই দোষ আছে। আগৰ দৰে শাসন কৰিব হল চেকণীৰ আগত বিদ্যা। সাংবাদিক বোৰ মাক দেউাকৰ ওচৰলৈ নাযায় কিয়। তেওঁলোকৰ লৰাই কীয় এনেকুৱা কাম কৰিলে বুলি সুধিবলৈ

  • @nogengogoi6835
    @nogengogoi6835 4 ชั่วโมงที่ผ่านมา

    এনে ধৰণৰ ছাত্ৰ বেকত কোন আছে সকলোৱে জনেই দেখোন।

  • @nilakanatapatir969
    @nilakanatapatir969 4 ชั่วโมงที่ผ่านมา

    Betab nalage buli ji নিয়মৰ ফলাফল, সদায় teachers beya,

  • @lakhitanti7211
    @lakhitanti7211 ชั่วโมงที่ผ่านมา

    Schoolburot security guard thoi valke chek kora padot he school vitorot humabo dibo lage

  • @Spiderm_an123
    @Spiderm_an123 3 ชั่วโมงที่ผ่านมา

    ছাত্ৰৰ নামত কলংক ইহঁত !!! ছাত্ৰ নে গুন্দা !!!

  • @ৰঙীনজীৱন-খ৬গ
    @ৰঙীনজীৱন-খ৬গ 3 ชั่วโมงที่ผ่านมา

    এইবোৰ আবৰজনা। সেইবোৰৰ মাক বাপেকবোৰো একেই।হাত ভৰি ভাঙি পুলিছক গতাই দিব লাগে

  • @MoniBora-z5x
    @MoniBora-z5x 8 ชั่วโมงที่ผ่านมา +1

    Emidity police mite dyok

  • @manjubarman1855
    @manjubarman1855 7 ชั่วโมงที่ผ่านมา

    কি যে হৈছে !

  • @susmitachakraborty3360
    @susmitachakraborty3360 7 ชั่วโมงที่ผ่านมา

    Enekuwa student k school r pora expelled kori dibo lage.