Hokolu Axomiya e homorthon dibo lage bir lasit senak akota hobo hol ami ai moran ai ahum ai kosari ai kolita koi lav nohobo .... hahokh to korixe belag hongothon to gol biki khale bidekhik axom khn😢😢
@amanstore8027 val kotha kintu ata korar karone ahomor pora, borak vally aru boro land beleg koribo lagibo, karon borak valleyt bangali aru boro landot boro bilak ase hibor beleg hole asomia giri pura ahomot he cholibo. Borak valley aru boroland asomor pora beleg korar karone andulon koribo lage, amr dangor netai ai andulan ketia arombo koribo?
মই ও এজন চাহ জনগোষ্ঠীয় অসমীয়া হয় ।কোনোবাই অসমীয়াক লৈ বেয়াকে কলে অপমান কৰি কিবা কলে মোৰ তেজ গৰম হৈ যায়। নাজানো মোৰ গাত কি তেজ আছে। কিন্তু অসমীয়াৰ বাবে মৰিবও পাৰোঁ জীৱন ও দিব পাৰোঁ... জয় আই অসম
Ami Dibrugarh er ekjon bangali. Assam amar ma. Jai Aai Axom. Apunalukok request kori asu je enekuwa Kam aru kori jauk aru ihotok amar majot bhedabhed shrishti koribole badha diyok
Jabar dasti hai Assamese bolna.. As a non Assamese person hum ya bolna cha ta hai ki language koi problem nhi hona chahiye but assames culture must respect that I think
Bujaise bhal lagil... Kin2 tak job pra ulai dia... Blgg kotu job koribo nware ...anekwa kune kore niki ...tar o ata family ase... Yar vul hoise so tak bujaok
অৰুণাচলত যেনেকৈ খামটি ট্ৰাইবেল বোৰৰ হাতত অস্ত্ৰ থাকে শাসন থাকে নাগালেণ্ডত যেনেকৈ নাগা বোৰৰ শাসন থাকে তেনেকৈ অসমত অসমীয়া খিলঞ্জীয়া মানুহৰ হাতত অস্ত্ৰ, হেংদাং থাকিব লাগে হাতে হাতে.... জয় আই অসম ✊❤
@@Dahak415 axomot axomiya manuhor bhakha solibo bihari , bengali nohoi Ami axomiya manuh hindu asilu asu aru hodai thakim kintu eyar ortho eitu nohoi je ami hindu hol buli bihari bengali manuhok ami utpat koribo dim neki ami prothom axomiya tar pist hindu hoi
The Real Hero of Assam
Jai ai axom
Jai lasit xena ❤️
👍👍👍👍
Good work ☺️🙏👍👍❤️
অসমীয়া সকল আৰু শক্তিশালী হব লাগিব ।
জয় আই অসম।
হয় একদম ঠিক কথা
Seeking justice for Hindu
Right❤❤
Not Assamese first time we are hindu
Ai dadagiri dhubrit dekhabo miya bilak tohotor guti kati vaji sabo.
We are Proud to say as Asomiya.
সুন্দৰ আৰু সাহসী প্ৰদক্ষে, বীৰ লাচিত সেনাৰ দীঘায়ু হওঁক সকলো লৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ
Hokolu Axomiya e homorthon dibo lage bir lasit senak akota hobo hol ami ai moran ai ahum ai kosari ai kolita koi lav nohobo .... hahokh to korixe belag hongothon to gol biki khale bidekhik axom khn😢😢
Proud ❤
😂😂😂😂
বীৰ লাচিত জিন্দাবাদ। জয় আই অসম 🙋
হয়
বীৰ লাচিত সেনাৰ দৰে সংগঠন এটা বিচাৰি আছিলো অসমত আৰু এতিয়া পাই গলো।
জয় আই অসম🙏
Hindu in trouble seeking justice!
HOINEKI ?
@@pkddwr2770Boinekx
গুৱাহাতীত বহুত ঠাইত এনে কৰ্ম চলি আছে !বীৰ লাচিত সেনাই এই কৰ্মত ধন্যবাদ দিব বিচাৰিছো এনে শক্তিসালী লাগে অসমৰ প্ৰতিটো দিশত!✊
বীৰ লাচিত সেনা জিন্দাবাদ ,,,
অনুগ্ৰহ কৰি যোগাযোগ নম্বৰ দিব দাদা ,, আমিও যেন প্ৰয়োজনত সহায় পাওঁ 🙏
Hoi right
Number diyok dada, amaku laagibo ketiyaba
Number 2 lagisil plz help
Hoi ❤❤
@@Ishita_kemprai...💚
গুৱাহাটীতো এনে লোকৰ অভাৱ নাই। অসমৰ লগতে উত্তৰপূৱৰ বাকী ৰাজ্য কেইখনৰ লোকৰ ওপৰতো বৈষম্যমূলক কথা কাণ্ড চলে বুলি শুনি আহিছিলোঁ বহু দিনৰ পৰা, শেহতীয়াকৈ নিজেই ভুক্তভোগী হলোঁ। মাত্ৰ কেইদিন মান আগত পল্টন বজাৰৰ এখন হোটেলত(মধ্যম বাজেটৰ) আতিথ্যৰ হেমাহীৰ বাবে কথা পাতোঁতে বেয়াকৈ শুনালে হোটেলৰ বহিৰাগত অনা অসমীয়া কৰ্মচাৰীয়ে। লজ্জিত হৈ মই যেতিয়া কলোঁ, মই বেয়া ব্যৱহাৰ নকৰাকৈ তুমি মোক এনে ব্যৱহাৰ কৰাটো উচিত নহয়। তুমি অসমত আগৰ পৰা থাকিব পাৰা, মই নাজানো, কিন্তু মইও ইয়াৰ অসমীয়া, আমি এনেকুৱা নহয়। তেতিয়া সি মোক ক'লে, "যা হে, অসমীয়া হ'ল কি হল, কি কৰিবি, বহুত দেখিছোঁ তহঁতৰ নিচিনা"। মোক পথৰ গুণ্ডাৰ দৰে ব্যৱহাৰ কৰিছিল, খং উঠিছিল, কৰিবটো বহুত পাৰিলোঁহেঁতেন, কিন্ত তথাকথিত শিক্ষা আৰু সংস্কাৰে বাধা দিলে। দুখ লাগিল অভিমানী অসমীয়া হৈ। আজিৰ পৰা 5-10 বছৰ আগতে হোৱা হলে হয়তো বহুত কিবা হৈ গল হেতেন, কিন্তু মাত্ৰ অকলশৰীয়া আৰু নিঃসহায় ভাৱে এটা সঁকিয়নী দি ওলাই আহিলোঁ। আহিলেও আজিও কাপুৰুষ যেন অনুভৱ হৈ আছে।😢😢
বীৰ লাচিত সেনা জিন্দাবাদ । জয় আই অসম ।
❤❤❤❤ very good step sir
@@rajudeka5573 Jindabad....
জয় আই অসম
Tente ihotok assam r porau kukur kukur kheda dibo lage
Assam t assamese koboi lagibo
মই কলকাতা ত থাকোঁ , ইয়াত কিন্তু আমি বহুত কথাত compromise কৰি চলিব লাগে , আমাৰ অসমতো যে এনে এটা পদক্ষেপ লৈছে ভাল লাগিছে । অতিকৈ ভাল লগা কথাটো হল যে কোনো স্বাৰ্থ নথকাকৈ নিজৰ জাতিৰ বাবে , নিজৰ ভাই - ককাই, বাই - ভণী ৰ কাৰণে সকলোৱে একত্ৰিত হৈ ওলাই আহি মাত মতিছে , তাৰ বাবে বীৰ লাচিত সেনা ক অশেষ ধন্যবাদ।
হয়
মোৰ লগতো হৈ পাইছে, কেতিয়াবাতো লোকেল trainত seat ৰ কাৰনেও কাজিয়া কৰে গ্ৰুপ হৈ আহি
@@rahulkalita620 oo hoi neki
অসমৰ পৰা গোতেইসোপা বঙালীক খেদিব লাগে। কোনো বাঙালীৰ অসমত স্থান নাই।
অতি সুন্দৰ পদক্ষেপ। সকলো অসমীয়া
বহুত ভাল কৰিছে বীৰ লাচিত সেনাএ। এইটো continue হৈ থাকিলে ভাল।
Also talk about Hindu safety
অসমীয়া ৰ সাহস দেখি চিঞৰি চিঞৰি কবলৈ মন গৈছে জয় আই অসম ❤❤❤❤বিকাশ দাৰ জয় হওক🎉🎉🎉
Nijor thait mekori o bag haje..
Khedebo lage maksai kela
সুন্দৰ পদক্ষেপ জয় আই অসম
অসমীয়া সকলৰ মাজত ভাগ ভাগ দেখি ইহঁত বোৰৰ সাহস বাঢ়ি গৈছে। বীৰ লাচিত সেনা অসমৰ দৰে এটা সংগঠনৰ অতি দৰকাৰ যাৰ দ্বাৰা সকলো অসমীয়াক একত্ৰিত কৰিব পাৰি। বীৰ লাচিত সেনা অসমীয়াৰ স্বাভিমান ৰক্ষাৰ বাবে সোপাণ হওক ।।❤
হয় হয়
Eta manuhok mili shobe dom di aso
Tohotor Assam or e dom thakibo Assam or bahirot eku kribo nuwaro
Turo bebostha koribo lagibo@@RanjanDey-cb4kf
@@RanjanDey-cb4kf tohote nijor maiki kijonik bangladeshot bosabo nuarili etiya amak kobo ahiso
Proude To Be A Bengali From Assam ✊🏼❤️ জয় আই অসম ❤️🌸✊🏼
Baishya Bengali?
Voi khale 😂😂😂
জয় হিন্দ
বন্দে মাতৰম 🇮🇳
Chup bokasuda Bangladeshi
জয় শ্রী রাম 🕉️💪🙏
সুন্দৰ পদক্ষেপ ❤
জয় আই অসম। বীৰ লাচিত সেনা জিন্দাবাদ। অসমৰ প্ৰতিখন ঘৰৰ একোজনকৈ সদস্যই বীৰ লাচিত সেনা ত যোগদান কৰিব লাগে।
হয় একদম ঠিক কথা
Ami goria. Support to beer lachit sena.
Good decision
Good decision
Bjp ❤
বহুত ভাল কৰিছে । মেঘালয়ৰ চিমেণ্ট কোম্পানী বিলাকতো এনে আচৰণ কৰে । বিশেষকৈ টপচেম চিমেণ্টতটো "ৰাজেশ ৰঞ্জন আৰু পি কে জেনা বুলি এজনে এনে স্থিতি গ্ৰহণ কৰে ।।
সেইকেইটাকো পিটন দিয়া হওক কেলা😡
@@pobontamuli4168 du ek k karon pure bengali jati gali mat do. Har kisi v jati me kuch kuch lug to bura hote hai, sovi to bura nehi hai na?
Bikash da u r absolutely Right.... এই মানুহ জনক অতি সোনকালে অসমৰ পা খেদিব লাগে ফালটো মানসিকতা।
Completly agree with veer lachit Xena। Joy ai axom।
সুন্দৰ পদক্ষেপ। সকলো অসমীয়া এনেদৰেই জাগিবৰ হল। চৰকাৰী ভাৱে একো নকৰে। গতিকে অসমীয়াই নিজৰ অগ্নি নিজেই নুমাব লাগিব।
Murot ki ase apunalokor....Mia bengli nohoi niki
জাগা অসমীয়া জাগা, নহ'লে অসমীয়াৰ ৰাজহাৰ নাই বুলি বিশ্বই বৰকে হাঁহিবো।
জয় আই অসম ✊🏽
110 % Right Bro New Generation New Thinking.
Jai aai axom
th-cam.com/video/VTGZWBoawd4/w-d-xo.htmlsi=WEJhDJB-9lT9gjqv
আমি অসমীয়া। . আমাৰ সৰলতা, দুৰ্বলতা নহয়। সন্মান পাব লগা ব্যক্তিক সন্মান দিয়া ৰ উদাৰতা যেনেকৈ অসমীয়াৰ আছে। অসমীয়া সৰল বুলি ভাবি দমন কৰি ৰাখিবলৈ চেষ্টা কৰা মানুহক কেনে ব্যৱহাৰ কৰিব লাগে সেয়াও অসমীয়াই জানে।. জয় আই অসম 🙏🙏🙏
একদম মনৰ কথাখিনি ক'লে আপুনি। জয় আই অসম
সুন্দৰ পদক্ষেপ গ্ৰহণ কৰিছে
ভাল লাগিল উচিত শিক্ষা দিয়াৰ বাবে 😊✊
জয় আই অসম ✊♥️
বীৰ লাচিত সেনাই অসমীয়াৰ স্বাৰ্থত ভাল কাম কৰিছে
Ask justice for Hindu
New Generation Assamise People Koye Jati ka Sath Golot Korne Se Kaha Chorega Pohle Zamana Ka Assamise Nehi Raha.Hum Log Kiya Kore.
@@pkddwr2770Jatidrohi😊
Bohut val koisa dada Jai aai axom❤❤
বীৰ লাচিত সেনা এ বহুত ভাল পদক্ষেপ গ্ৰহণ কৰিছে✊…....জয় আই অসম ✊❤️
জয় আই অসম .... Proud Of You Guys.... অসমত পোহৰৰ জিলিকনি পৰিছে....সুৰুজৰ ৰেঙনি উদ্ভাসিত হৈছে এটা সুন্দৰ ভৱিষ্যতৰ দিশে 😊😊❤❤ বীৰ লাচিত সেনা জিন্দাবাদ ✊️✊️🙏🙏👏👏
সুন্দৰ নিদৰ্শন,জয় আই অসম 🙏🏻🚩 জয় হিন্দু ৰাষ্ট্ৰ 🙏🏻 জয় শ্ৰীৰাম 🚩
বিৰলাচিত সেনা ৰ দীৰ্ঘস্থায়ী কামনা কৰিলোঁ।জয় আই অসম।
কলকাতাত গৈ আমি অসমীয়া মানুহে বাংলা কথা ক'ব পাৰোঁ যেতিয়া কলকাতাৰ পৰা অহা বাঙালী মানুহেও অসমত আহিলে কাম কৰিলে অসমীয়া ভাষাৰ প্ৰতি সন্মান জনাই অসমীয়া ক'বই লাগিব। তদুপৰি অসমীয়া আৰু বাঙালী মানুহৰ মাজত বহু বছৰৰ আগৰ পৰাই এক নিবিড় সম্পৰ্ক আছে। ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাই কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰৰ পৰিয়ালৰ জীয়ৰীক বিয়া কৰাইছিল, ভূপেন হাজৰিকা দেৱক কলকাতাৰ জনতাই বহু সন্মান দিছিল আৰু আজিও দিয়ে। গতিকে এজন দুজন ব্যক্তিৰ কাৰণে যাতে এনে সম্পৰ্ক ছিন্ন ভিন্ন হৈ নাযায় তাৰ কাৰণে আমি অসমীয়া আৰু বাঙালী দুয়োটা জাতিৰ লোকে চেষ্টা কৰিব লাগে। 🙏🙏🙏🙏🙏🇮🇳🇮🇳🇮🇳🇮🇳
One thing the people of Assam state feel bad if one makes a mistake, all the nations speak up, what is this lesson
I love my india।
Right dada... ❤
U r right. Very good thinking.
সঁচাকৈয়ে আমি এক হৈ থাকিলে সমাজৰ এনেকুৱা আৱৰ্জনাবোৰে আমাক কলুষিত কৰিব নোৱাৰে।
বেছ ভাল ডেকা লৰা সকল 🌹 অসমত অসমীয়া গিৰি চলিব। বহিৰাগত দমভালি বহুত বাঢ়িছে।আমি বুঢ়া হলো তোমালোকে অসম চম্ভালা। জয় আই অসম......
😂😂😂😂😂😂😂 aii bura sorry dei
I love u bura ❤❤😘🥰💪💪👊👊✊✊👍🤘🤟
Sala magur mass tu kl.... 🤫🤫🤫🙀😹😹😹
🎉🎉🎉🎉
@amanstore8027 val kotha kintu ata korar karone ahomor pora, borak vally aru boro land beleg koribo lagibo, karon borak valleyt bangali aru boro landot boro bilak ase hibor beleg hole asomia giri pura ahomot he cholibo. Borak valley aru boroland asomor pora beleg korar karone andulon koribo lage, amr dangor netai ai andulan ketia arombo koribo?
ইয়াক অসমৰ পৰা বাহিৰ কৰি খেদি দিব লাগে। জয় আই অসম। বীৰ লাচিত সেনা জিন্দাবাদ ।
Arunachali r pora ami hikibo lage...bohiragotor hotuwai sob korai loi ihotor pora sob karhi nibo lage
হয়
tohot ohk khedibo lagey india r pora
toi dekhun pakistani hoi
@@iftikaraliahmed3389 ভাৰত মাতা কি জয়, জয় আই অসম, জয় হিন্দুত্ব 🇮🇳🔥🕉️
মই ও এজন চাহ জনগোষ্ঠীয় অসমীয়া হয় ।কোনোবাই অসমীয়াক লৈ বেয়াকে কলে অপমান কৰি কিবা কলে মোৰ তেজ গৰম হৈ যায়। নাজানো মোৰ গাত কি তেজ আছে। কিন্তু অসমীয়াৰ বাবে মৰিবও পাৰোঁ জীৱন ও দিব পাৰোঁ... জয় আই অসম
bro assamt thoka ami sob assamese...amr jikuno jati a nahaok..we r assamese🤟
জয় আই অসম। প্ৰকৃততে এই সংস্থাবোৰৰ কাৰণে অসমীয়া সুৰক্ষিত বুলি অনুভৱ হয় ❤ ।
বহুত বহুত ধন্যবাদ, বীৰ লাচিত সেনা লৈ,আমিও সম্পূৰ্ণ সহযোগত আছোঁ,জয় আই অসম।
আমাৰ নতুন পুৰুষে অসমীয়াৰ স্বাভিমান ৰক্ষা কৰিবলৈ ওলাই অহাৰ বাবে বহুত বহুত ধন্যবাদ |
Moi Bengali lora, moi assam Makum r hoi. Aponak kothat moi full support t asu, kokai. JOI I AXOM.
ভাল কথা,এনেকৈ অসমীয়া সক্ৰীয় হৈ নেথাকিলে ইহঁতে মুৰত উঠিব, জয় আই অসম,লাচীত সেনা জিন্দাবাদ
বীৰ লাচিত সেনা ক আন্তৰিক ধন্যবাদ জনাইছো
Moja ,enekuwa manuhok anekuwai koribo lage.
We R Indians. Don't divide us as Bengali-Assamese. We should live in peace all together.
ভাই তোমাৰ কথা নো কোনে শুনিব,? এই বোৰে কেতিয়াও নিজক ভাৰতীয় বুলি নেভাবে ইহঁতৰ ৰাষ্ট্ৰীয়তাই অসমীয়া বুলিই ভাৱে। কলা মানুহৰ কাণত পেঁপা বজাই লাভ নাই।
@@tanumoydas8327oi bhai jodi tur ghorot humai tuke jodi respect nokore tenehola ki sai thakim. Assam amar ghor hoi iyat 2 mah thaki kinubai jodi koi assamese manuhak sakori dibo nalage tenehola Tu aru
তহতি হলি সুবিধা বাদী বাংলাদেশী।
@@tanumoydas8327obodhya bongal nijor porisoi dekhowai dili,
@@tanumoydas8327Bangladeshor pora kio polai ahili ko sun toi ,lajj nai
বীৰ লাচিত সেনাই যি কৰিছে অসমীয়াৰ মানুহৰ ভালৰ কাৰণে কৰিছে। বীৰ লাচিত সেনা জিন্দাবাদ। জয় আই অসম 🙏🙏🙏
হয় পিছে সেই বুঢা ছাত্র নেতা আৰু তাৰ পল্টন টো ক'ত মৰিল কেলা😡
Great work proud feel korisu ❤ জয় আই অসম
ভুলুকা বাঁহৰ কোব পাহৰিলে যেন পাওঁ ইহঁতে। জয় আই অসম❤️
Save Hindu Talk Hindu
Right 👍😂
Right
বাহিৰৰ মানুহে কামৰ পৰা অসমীয়া ল'ৰাক উলিওৱাৰ অধিকাৰ অফিচত থকা চোৱাচেলেকা অসমীয়া কিতাই দিয়ে। নিজৰ স্বাৰ্থৰ বাবে ইমান তললৈ যায়। কিন্তু ভাল লাগিল লাচিত সেনাৰ পদক্ষেপক।জয় লাচিত সেনাৰ।জয় আই অসম।
Hoi kothatu, even i personally feel it
Good job brother..... okhomiya ❤❤❤ jai aai axom❤❤
আকৌ যদি যাব লাগে শৰাই হাতৰ ৰনলৈ লুইত পাৰৰ ডেকা বন্ধ নাথাকিবা ৰৈ ।
~ ভূপেন দাই এনেই কৈ যোৱা নাছিল । জয় আই অসম।
Joi ai Axom ❤❤❤❤❤
MBA কৰা লৰা জনক এনে ব্যৱহাৰ কৰিছে ই শাস্তি আৰু পাব লাগে ।লাচিতসেনা জিন্দাবাদ
MBA kora howk ba ji korai nohow ... prothomote tew ajon axomiya hoi ...
th-cam.com/video/JG8Si8lhoYk/w-d-xo.htmlsi=0J0k7Gc69SiUalU4
In assam ... assames first ❤
Chor gur maribo laga
@@dipjyoti6416but in Barak Valley not😌
যেনেকৈ মহাৰাষ্ট্ৰত কাম কৰিব গ’লে মাৰাঠী শিকিব লাগে, তেনেকৈ অসমত কাম কৰিবলৈ আহিলে অসমীয়া শিকাটো এটা আইন বনাব লাগে দেই... জয় আই অসম ...
হয়
@@MrBabu7 ভাৰত মাতা কি জয়, জয় আই অসম, জয় হিন্দুত্ব 🇮🇳🔥🕉️
Yes ❤
Matro akhomiyai akhomot thakibo lage. Beleg jatiye akhomiya vhakha hiki, akhomiyar vhat kahi, kuneo khuwa porisiti Hobo nalage.
ঠিক কথা কৈছে আপুনি। অসমত থাকি আমি হে বেলেগ ভাষা কব লগীয়া হয়। অসমত আহিলে অসমীয়া কবই লাগিব। আইন বনাব লাগে ❤
নমস্কাৰ🙏 ভূমি পুত্ৰ দাদা সকলোকে I m proud be Indian...মইও বঙালী,কিন্তু মোৰ মাতৃভূমি অসম so এই ব্যক্তিজনে কলিকতাৰ পৰা আহি ইয়াত দাদাগিৰি দেখুৱালে নহব।
তেওঁ যি কৰিলে সেয়া লজ্জাজনক।
❤জয় আই অসম❤
🇮🇳जय हिंद वंदे मातरम!🇮🇳
বিৰ লাচিত সেনাৰ জিন্দাবাদ ভাল লাগিছে ধন্যবাদ
th-cam.com/video/JG8Si8lhoYk/w-d-xo.htmlsi=0J0k7Gc69SiUalU4
I m bihari but proud to be assamian.. I love assam.. Jai aaye axom...
আজি অসমীয়াৰ ,বিশাল হৃদয়ৰ পৰিচয় পোৱা গল ।❤❤❤
অতি সুন্দৰ পদক্ষেপ 👍;তোমালোক শক্তিশালী হৈ অসমক লগতে অসমীয়াক ৰক্ষা কৰি যোৱা🙏💕
পিছে বাহিৰত যদি অসমীয়াৰ লগত তেনে হয় কি হ'ব তেতিয়া ?
Save Hindu Talk Hindu
@@pkddwr2770bengali aru assamese nokori save Hindu
Bahirt hoi aase hey karone Axom't tbkoie koribo lage @@rajeshhazarika1663
kiy hb beya krilehe beya hb jeshhazarika1663
মইয়ো বেংগলি । কিন্তু এনেকৈ কৰিব আৰু কব নাপায়। অসমৰ মাটি ,পানী, খাই আছে আকৌ অসমতে কিয় দাদাগিৰি । আৰু অসমত থাকি কিয় অসমীয়া কব নোৱাৰে। এইবোৰ বেংগলৰ বঙালি বহুত বজ্ৰাত। অসমৰ বেংগলীবোৰ এনে নহয় দিয়ক । এজন দুজনৰ বাবে গোটেই জাতিক বদনাম নকৰিব
Apunar kothatu ontor sui gol, ami asu apunalukor logot monuvabbur anekuwa hobo lage
Oh😢
anekwa dui ata manhu bilakor karone Bengoli manhu bilak lojjito hobo lage jail ot dibo lage.
Axomiya bangoli xokolk kuwa nai...
Thank you....
খুউব ভাল কৰিছে। বীৰ লাচিত সেনা জিন্দাবাদ। আপোনালোকক এটা অনুৰোধ কৰিছোঁ🙏🙏 আপোনালোক এবাৰ আহক যোৰহাট ৰ C S I R NEIST লৈ আহক। ইয়াত অসমীয়া ল'ৰা-ছোৱালী ক যাতে ৫০% সংস্থাপন দিয়ে। নহ'লে কিন্তু অসমীয়াৰ অস্তিত্ব নাথাকিবগৈ যেন পাইছো। বহিৰাগত ই সকলো পোস্ট ত দাদাগিৰি কৰি আছে।🙏🙏🙏
I agree with you maam
Yes🌺😊💛🌛.NIEST khn bohut boadnami hoi eneu
Jorhator manuh bilak desh bhakto bule...jatiotabad support nokore...val a hoise ji hoise...aru pabo aiya just start
Ami Dibrugarh er ekjon bangali. Assam amar ma.
Jai Aai Axom. Apunalukok request kori asu je enekuwa Kam aru kori jauk aru ihotok amar majot bhedabhed shrishti koribole badha diyok
বহিৰাগত লোক সকলক ভাল শিক্ষা দিব লাগে।
তাৰ পাছত যাতে বহিৰাগত সকল অসম এৰি গুচি জক তাৰ পাছত বাকী থকা অসমৰ হিন্দু সকলে মুছলিম ধৰ্ম গ্ৰহণ কৰক কাৰণ এতিয়া অসমত মুছলিম সংখ্যা ৪০% কিন্তু ইয়াৰ পৰা বহিৰাগত হিন্দু গুচি যোৱা পাছত মুছলিম ৬০% আৰু হিন্দু ৪০% হব আৰু অসম কাশ্মীৰ হৈ পৰিব আৰু হিন্দু অলপ সংখ্যক হৈ পৰিব আৰু কাশ্মিৰী পণ্ডিত ৰ দৰে মুছলিম ৰ অত্যাচাৰ আৰম্ভ হব ,,,মই বিচাৰোঁ এই দিন যাতে কেতিয়াও নাহে মোৰ অসমী আই সদায় শান্তি আৰু সসম্মানে জিলিকি থাকক ,
জয় বীৰ লাচিত সেনা 💪 এইখন অসম হয় ইয়াত কেৱল অসমীয়া গিৰি চলিব ❤️😌 জয় আই অসম
কিন্তু বৰাকত যে একেবাৰে নচলে।
Tate Bengali besi, pise kamot tu gavilotir karone koi kisu dukh amar manuhoru ase @@rajeshhazarika1663
Borak kot ase o
@@ManikNath-q4f Barak valley Assam ot e
@@ManikNath-q4f official record hisaabe to Assam ot kintu taar real place or ji picture ot kintu West Bengal ba Bangladesh ot onubhob hoi😏
Bhal bujoni dise . thank you for this.
আৰু শক্তিশালী হব লাগে , জয় আই অসম
বহুত ভাল কৰিছে এনেকুৱা এটা সংগঠন লাগিছিল
Jabar dasti hai Assamese bolna.. As a non Assamese person hum ya bolna cha ta hai ki language koi problem nhi hona chahiye but assames culture must respect that I think
অতি সুন্দৰ । বহুত পেট লেতেৰা জাতি এই বঙালী জাতৰ মানুহ । মুখেৰে মিঠা কথা , পিছফালে দেগাৰ মাৰে সিহঁতে । আমি বহুত ভুক্ত ভুগি ।।। ডিমাপুৰৰ স্কুলবোৰত ইহঁতৰ এনেকুৱা অতপালি । নগা মালিকবোৰক তেল মাৰি মাৰি হেডমাষ্টৰ , ভাইশ পিনসিপাল হয় । পাছত আমিবোৰ কাম কৰা উপৰি এই বঙালী কেইটাক তেল মাৰি থাকিব লাগে , নমাৰো কাৰণে আমাৰ দৰমহা নাৱহে , চুটি নাপাওঁ ।
বহুতে চাকৰি এৰিছে , মইও এৰিব লগা হল বঙালী ৰ কাৰণে ।
সঁচা কথা বঙালী জাতি টো বহুত মাদাৰchud জাতি, ইহঁতৰ ছোৱা লাগিলেও আমাৰ বেয়া, সেই বাবে মই অসমৰ পৰা ভাৰতত গলে aeroplane ত অহা যোৱা কৰোঁ কৰণ বঙালী বোৰৰ ৰাজ্যত মই ভৰিও ৰখা নাই আজি লৈকে, এইবোৰৰ ছোৱা লগা বেয়া। মোৰ মাহত 13 দিন ভাৰতত যাব লগা হয় এইবোৰ বঙালীৰ বাবে মই প্লেনত যাও।
এনেকুৱা হলেহে আমি অসমীয়া হৈ অসমত থাকিৱ পাৰিম।
জয় আই অসম ✊
হয়
Hoi@@rajeshhazarika1663
জয় আই অসম ,সকলো কৰ্মীয়ে জনা উচিত যে যত অসমীয়া বেছি তাত অসমীয়া ভাষা প্ৰাধান্য দিব লাগে,তাৰ বিপৰীতে সিহঁতৰ দাদাগিৰি ...
Non Assamese buror bohut besi hoi goise .. Good work to লাচিত সেনা🙏
Bujaise bhal lagil... Kin2 tak job pra ulai dia... Blgg kotu job koribo nware ...anekwa kune kore niki ...tar o ata family ase... Yar vul hoise so tak bujaok
বীৰ লাচিত সেনা জিন্দাবাদ, খুব ভাল কাম কৰিছে বীৰ লাচিত সেনাই।
বীৰ লাচিত সেনা জিন্দাবাদ
Axmiya hkl power dkhble hl nhle ehtr utppat hoisa❤🔥❤🔥❤🔥
Joi aiii axom❤❤❤
জয় আই অসম। বীৰ লাচিত সেনাই ইহঁতৰ উপৰত ভাল এটা সিদ্ধান্ত লয় যেন
মই এজন বঙালী আৰু মই অসমৰ সেয়ে মই এজন অসমীয়া। আৰু অসমীয়া ভাষাৰ উপৰত বেয়া কমেণ্ট মানি ল'ব নোৱাৰোঁ কিয়নো মোৰ বাবে অসম মোৰ আই আৰু মোৰ গৌৰব মই অসমীয়া বঙালী। **জয় আই অসম**
So nice 👍
Moy Bengali from Kolkata,kintu moy bhal paisu aponolokor truthfulness protectivity & unity dekhi...Bhagoban korok emiti ka amar assamese bhai sokolo sobudin thauk..Har Har Mahadev.
(বীৰ লাচিত ফউজ )আমাৰ এটা অসমীয়া ল'ৰা ছোৱালী সংগঠন বনাৱক য'ত সকলো সময়তে সহায়ৰ বাবে আগবাঢ়ি আহে। যোগা যোগৰ বাবে নম্বৰ দিয়ক। আৰু সকলোৱে যোগাযোগ কৰক। যত সকলো অসমীয়া ল'ৰা ছোৱালী সংৰক্ষিত হৈ পৰে।যত এটা ফুন কলত সকলোৱে সকলোৰ বাবে ওলায় অহে। সহায়ৰ বাবে।
Right
Right
Right
ভাল শিক্ষা পালে গৰু কোব দিব লাগিছিলে মকেল টোক বীৰ লাচিত সেনা জিন্দাবাদ জয় আই অসম
কলিকতাৰ মানুহৰ ধৰ্ম এনেকুৱাই ।সিহঁতে অসমৰ পৰা তাত চাকৰি কৰিৱ যোৱা অফিচাৰকো জনসাধাৰণে কুকুৰ বুলি অসভালি কৰি অশান্তিৰ সময় কটায় লগীয়া কৰে।
আমি অসমীয়া সকল যদি একগোট হ'ব নোৱাৰো অসমতে সকলোৰে ভাত নোহোৱা হ'ব । সেই বাবে আমি একগোট হৈ থাকিব লাগিব । জয় আই অসম 🙏🙏
হয় একদম ঠিক কথা
জয় আই অসম, বিৰ লাচিত জিন্দাবাদ, খিলঞ্জীয়া অত্যাচাৰ নচলিব।
Akdom right krise ,aji vll lagise ❤
অৰুণাচলত যেনেকৈ খামটি ট্ৰাইবেল বোৰৰ হাতত অস্ত্ৰ থাকে শাসন থাকে নাগালেণ্ডত যেনেকৈ নাগা বোৰৰ শাসন থাকে তেনেকৈ অসমত অসমীয়া খিলঞ্জীয়া মানুহৰ হাতত অস্ত্ৰ, হেংদাং থাকিব লাগে হাতে হাতে.... জয় আই অসম ✊❤
একদম ঠিক কথা
বঙালী, বিহাৰীৰৰ উৎপাতত অসমীয়া থাকিব নোৱাৰা হৈছে।
Borakt jaabi abr 😂😂
Aru Muslim a ki korise name hol Dipti Devi Hindu Hoi hindur majot emn hingsa Muslim bilak baab Hoi ne Val puwa Hoi je Muslim ktha nokoi je 😂😂
@@Dahak415bangali 🏳️🌈
@@Dahak415 axomot axomiya manuhor bhakha solibo bihari , bengali nohoi
Ami axomiya manuh hindu asilu asu aru hodai thakim kintu eyar ortho eitu nohoi je ami hindu hol buli bihari bengali manuhok ami utpat koribo dim neki ami prothom axomiya tar pist hindu hoi
@@jayantachouhan7237Barakot jowato pisor kotha... Axomot khai axomot paat falibo....
Khai paat fola.... Jaat....
একদম ঠিক কোয়াসে 😁😁🙏🏻 love from tripura north east jay ho
এনেকুৱা অসমীয়া মানুহ হ'ব লাগে । আমাৰ অসমখনক এইসবেই শেষ কৰিছে । অসমৰে মাটি পানী খাই থকা বহিৰাগত ই অসমৰ লৰাকে দম দিয়ে । কি বেংকত যাব , কি কোৰ্ট কাছাৰীলৈ যাব সবতে বহিৰাগত। অসমীয়া নেপাবৱে আপুনি । এই সোপা নাহিলে অসমখন যে কিমান সুন্দৰ হ'ল হেঁতেন । আৰু এই উশৃংখল বোল বোমটোৱে যে অসমত কি কৰা নাই । অসমীয়াৰ ওপৰত দাদাগিৰি কৰাবিলাকক এনেকৈয়ে সেকা দিব লাগে । বৰ ভাল লাগিল।
অবৈধ বাংলাদেশী জিহাদীক লৈ চিন্তা কৰক...অসমীয়া জী বোৱাৰী ধৰ্ষণ কৰি ...ৰাংকুকুৰৰ দৰে জুম বান্ধি অসমীয়াক হত্যা কৰিবলৈ খেদি যোৱাবোৰক লৈ চিন্তা কৰক. নানঘৰত আসন জ্বলাই .খিলঞ্জীয়াৰ ভূমি বেদখল কৰাবোৰক লৈ চিন্তা কৰক ..আপোনাৰ ভবিষ্যত ধ্বংস কৰি তাণ্ডব কৰাৰ পৰিস্হিতি কৰা সেইবোৰক লৈ সৰব হব লাগে। কলকাতাৰ বেংগলীয়ে খিলঞ্জীয়াক জুম বান্ধি আক্ৰমণ কৰি বেদখল কৰি অসমীয়াক ধৰ্ষণ কৰি জিহাদ কৰিবলৈ নাযায়। কলকাতাতো হাজাৰ অসমীয়া আছে। তাত অসমীয়া বেনাৰ লৈ দুৰ্গাপূজা পাতে...হাৰিয়ানাতো দিল্লীতো ASSAM ASSOCIATION ৰ অসমীয়াৰ বেনাৰত বিহু পাতে। জাকে জাকে অসমীয়া তাত .কি দিল্লী বেংগলৰ হাৰিয়ানা সকলোতে.. আৰু এচামে ৰাজনৈতিক ভাবে এক সম্প্ৰদায়ৰ সন্ত্ৰাস জিহাদক লৈ মৌন হৈ থাকে কিন্ত্ত অসমীয়া বঙালী বিহাৰীক লৈ হুলস্হূল্ কৰে। ১ জন বিহাৰী বঙালী লোকে অসমীয়াক ধৰ্ষণ কৰি হত্যা কৰাৰ বেদখল কৰি উপদ্ৰব কৰাৰ উদাহৰণ দিব পাৰিব? কিন্ত্ত বৰপেটাৰ পৰা লৈ সকলোতে খিলঞ্জীয়াক আক্ৰমণ কৰা সেইবোৰক লৈ মৌন এচামৰ ।
Good dada..dada tej grm hoi ahe eibor bahirar gundagiri dekhile...jai aai asom❤
এই মোৰেলপুলিচ গিৰি দেখুওৱাটো উচিত হোৱা নাই। জয় আই অসম।❤❤❤
ইয়াত বাৰু বঙালী মানুহ জনৰ ভুল আছিল...কিন্তু দুখৰ কথা এইটো যে আজিলৈকে কোনো মিয়াৰ বিৰুদ্ধে এনেকুৱা পদ্ধখেপ লব হে নেদেখিলো..
Yes
ভালেই হৈছে আমি হাওৰা আৰু কলিকতাত গলে অসমৰ পৰা। সিহঁতে বেছি ভাগ বেংগলী য়ে কুকুৰৰ দৰে ব্যৱ্হাৰ কৰে ।জয় আই অসম ।আৰু মই বিকাশ অসমক লগ কৰিব বিচাৰি আছোঁ। হইটো কামৰ কাৰণে সময় টো বেয়া যায় আছে সময় ভাল হলে কুনুবাদিন লগ পাম তেওঁক কেইটা মান প্ৰশ্ন ৰ উত্তৰ বিচাৰিম ।আৰু অসম ত দাঙৰ বিপদ লাহে লাহে আহি আছে সেই বাবে আমি অসমীয়া বঙালী বৰো নহয় হিন্দু হৈ যুদ্ধ কৰিব লাগিব নমস্কাৰ ।
জয় আই অসম ❤
জয় বীৰ লাচিত সেনা
👍👍👍
ভাল লাগিলে❤ সমৰ্থন জনাইছো। বীৰ লাচিত সেনা অসম জিন্দাবাদ ✊
आसामीया की रक्षा करने वीर लालित्य सेना का जो महत्वपूर्ण भुमिका इसको हमलोग नमन करते है ❤❤❤❤
বীৰ লাচিত সেনা জিন্দাবাদ,জয় আই অসম । আপোনালোকৰ কাম বোৰ ভাল পাওঁ দাদা।
Bir লাচিত সেনাৰ সকলো জিলাত শাখা খোলাৰ দিহা কৰক সকলোৱে আমি financially help কৰিম, এজনো অসমীয়া যাতে বেলেগ বাহিৰা মানুহৰ তলতীয়া হব নালাগে, অসমক কিবা বাপেকৰ সম্পত্তি বুলি ভাবে বাহিৰা মানুহে , অসমীয়াবোৰ অলপ একতা হবলৈ শিকক, আৰু বাহিৰা মানুহ যিয়ে অসমীয়াক দম দিয়ে সিহতক এখেকণি দিওক,
Jeitu korise Val korile dada....joy ai axom
ইহঁতক অসমত কেৱল অসমীয়াত কথা কবলৈ দিব লাগে ।বেংকলৈ গাঁৱৰ কিছুমান সহজ সৰল মানুহ যায় টকা পইচাৰ লেন দেন কৰিবলৈ কিন্তু ইহঁতে অসমীয়া কথা কব নজনা আৰু বুজি নোপোৱাৰ বাবে বহুত বেছি অসুবিধা হয় সেইবাবে আপোনালোকলৈ অনুৰোধ যে ইহঁতক অসমীয়া ভাষা শিকিবলৈ কয় অসমত 🙏জয় আই অসম । বীৰ লাচিত সেনা জিন্দাবাদ 🙏🙏
@@hemawatiborahboruah7485 correct axomt sakori korile axomiya janibo lagibo
বিকাশ দা তথা বীৰ লাচিত সেনাৰ বীৰ সকল জয় হওক৷ সকলাে অসমীয়াই এবাৰ চিঞৰি দিয়ক জয় আই অসম❤❤❤❤❤❤❤❤❤❤
This young guy is very smart. Right he says. Good job.