Garden at our Jorhat Home | ভাওনাৰ আখৰা | Barsha Rani Bishaya

แชร์
ฝัง
  • เผยแพร่เมื่อ 27 ธ.ค. 2024

ความคิดเห็น • 1.5K

  • @debasishkhanikar3591
    @debasishkhanikar3591 2 ปีที่แล้ว +613

    আপোনাৰ যোৰহাটৰ ঘৰখনৰ পৰিবেশটো বৰ ধুনীয়া লাগিছে। আৰু আপুনি এগৰাকী অসমীয়া বোৱাৰী হিচাপে মানুহজনৰ গাঁৱত আহি যে মেখেলা চাদৰ পৰিধান কৰিছে সেয়া দেখি সচাকৈ বহুত বহুত ভাল লাগিছে। কাৰণ আজিকালি কিছুমান সাধাৰণ মহিলাই দুদিনমান টাউনত থাকি গাঁৱত গ'লে মেখেলা চাদৰ পৰিধান কৰিবলৈ বেয়া পায়। সেই সকলৰ বাবে আপুনি এগৰাকী আদৰ্শ বোৱাৰী

    • @madhusmitagogoi5270
      @madhusmitagogoi5270 2 ปีที่แล้ว +5

      Right 👍

    • @debangansakia6702
      @debangansakia6702 2 ปีที่แล้ว +9

      mekhela pindhilei adrokho buwari koi nekk ajj gom palu

    • @krishnaborah6160
      @krishnaborah6160 2 ปีที่แล้ว +3

      Ww

    • @alpanagogoi5429
      @alpanagogoi5429 2 ปีที่แล้ว +5

      বহত সুন্দৰ পৰিবেশ তোমাৰ লোকৰ ঘৰ খন সুন্দৰ সেউজীয়া পৰিবেশে

    • @manakhiborahboruah1625
      @manakhiborahboruah1625 2 ปีที่แล้ว

      Right

  • @Utpalborah631
    @Utpalborah631 2 ปีที่แล้ว +97

    বৰষা বা'ই ঘৰখন বৰ সুন্দৰকৈ আৱৰি ৰাখিছে। ভাল লাগিল। মহানগৰীতে ডাঙৰ হৈ, এগৰাকী চেলিব্ৰেটি হৈয়ো নাই অলপো কৃত্ৰিমতা। ব্যস্ততাৰ মাজতো গাঁৱৰ অনুষ্ঠানক প্ৰাধান্য দি গাঁৱৰ সমাজৰ সৈতে গঢ়ি তোলা একাত্মতাই আকৌ এবাৰ প্ৰমাণ কৰিলে বৰষা বা' অনন্যা...ভালে থাকক বা'...।

    • @GamerX013
      @GamerX013 2 ปีที่แล้ว +4

      Bor bhal lagil Barasha....

  • @purobidas6752
    @purobidas6752 2 ปีที่แล้ว +86

    Eman bhal kio..emn স্পষ্ট কথাবোৰ।।। ইমান মৰম t koi কথাবোৰ।। শুনি থাকিলে শুনি থাকিব মন যাই।।।সদায় প্ৰিয় হয় থাকিব।।ভালে থাকক সদায়।।❤️❤️❤️

    • @MinakshiKalita-cn3ug
      @MinakshiKalita-cn3ug 5 หลายเดือนก่อน

      th-cam.com/video/oadRQqIfB74/w-d-xo.htmlsi=7Lzq0sE0ZkH6zGHt

  • @junphukan2773
    @junphukan2773 9 หลายเดือนก่อน +4

    বৰষা বা এগৰাকী বহুত ভাল আৰু ধুনীয়া অভিনেত্রী, আৰু তোমাৰ সহজ সৰল কথা বোৰ শুনি মোৰ মন চুই গল, সদায় ভালে থাকা বা❤❤

  • @sherryburagohain1472
    @sherryburagohain1472 2 ปีที่แล้ว +74

    আপুনি মানুহ চিনি পায় আৰু সহজ সৰল জীৱন ভাল পায়৷অসমীয়া ভাষা সংস্কৃতিৰ প্ৰতি থকা আন্তৰিকতাক সঁচাই শলাগ ল’ব লগীয়া৷প্ৰকৃততে আপুনি আচল অসমীয়া অভিনেত্ৰী৷Love you.

    • @barshabishaya
      @barshabishaya  2 ปีที่แล้ว +42

      এদিন সকলো মৰিম দেখোন , সেই কথা মনত ৰাখিলে আচলতে বাকি সকলোখিনি মিছা যেনেই লাগে। সেয়ে জীৱনটো উদযাপন কৰি ভাল পাওঁ। তোমালৈ অশেষ ধন্যবাদ 🤗💕

  • @bitumahanta6701
    @bitumahanta6701 2 ปีที่แล้ว +2

    সুন্দৰ মনৰ গৰাকী তুমি সেইবাবে পৰিবেশৰ লগত নিজকে সুন্দৰ কৈ খাপ খুৱাই লৈছা। বহুত মৰম আৰু শুভেচ্ছা থাকিল তোমালৈ

  • @monalishahazarika2503
    @monalishahazarika2503 9 หลายเดือนก่อน +8

    ইমান যে সহজ সৰল মানুহজনী অলপো কৃত্ৰিমতা নাই....সুন্দৰ চেহেৰা থাকিব পাৰে কিন্তু এটা সুন্দৰ মন সকলোৰে নাথাকে...বাজনি ভালে থাকক আপুনি❣️

  • @munmunhazarika1526
    @munmunhazarika1526 2 ปีที่แล้ว +2

    বৰষা বা এগৰাকী খুব ভাল অভিনেত্ৰী হৈ ইমান সহজ সৰল ভাবে গাওঁ খনৰ লগত মিলি গৈছে। দেখি য়ে ভাল লাগিছে। খুব সুন্দৰ বা। আপোনাৰ এই গুণটো বৰ ভাল লাগে।

  • @deepabora1865
    @deepabora1865 2 ปีที่แล้ว +17

    বৰ ভাল লাগিল ❤️ অবিৰত ভাগৱতলৈ শতকোটি প্ৰনাম জনাইছোঁ 🙏🏻🙏🏻🙏🏻🙏🏻

    • @poriboraphukan7817
      @poriboraphukan7817 2 ปีที่แล้ว

      যোৰহাটৰ এগৰাকী লক্ষ্মী বোৱাৰী তুমি বৰষা । আজি মোৰ প্ৰথম কমেণ্ট তোমাক । মইও কিন্তু যোৰহাটৰ দেই । বৰ্তমান নগাঁওত আছো । তোমাৰ কণ্ঠ আৰু অভিনয়ক মই বহুত ভাল পাওঁ । তোমাৰ আৰু ভাস্কৰৰ উজ্বল ভবিষ্যত কামনা কৰিছোঁ , ভগৱানৰ ওচৰত ।

    • @nibeditamahanta4983
      @nibeditamahanta4983 2 ปีที่แล้ว

      Bohut val lagil sai.

    • @bharatisaikia1388
      @bharatisaikia1388 6 หลายเดือนก่อน

      এতিয়া ঘৰত এজনী ধুনীয়া গাঁৱলীয়া বুৱাৰী যেন লাগিছে । তোমাৰ মৰমিয়াল কথাবোৰে ইমান ভাল লাগে।ভগৱানে তোমাক কউশলএ ৰাখক

    • @gitaboro3833
      @gitaboro3833 5 หลายเดือนก่อน

      drive.google.com/file/d/1tqjoDUx7EU23ktk6fmDzi_yufGAc4fnJ/view

  • @KukilKalita-z6w
    @KukilKalita-z6w หลายเดือนก่อน

    Jorhat or ghor khon bohut Dhunia Lagise dei Barsha baa.
    Apunaku Dhunia Lagise ❤❤

  • @bijumanibaishya7472
    @bijumanibaishya7472 2 ปีที่แล้ว +15

    আপোনাৰ এই সহজ সৰল কথাবোৰৰ কাৰণে বহুত বেছি ভাল লাগে আপোনাক । ইমান বহল মনৰ মানুহগৰাকীক এবাৰ ওচৰৰ পৰা লগ পোৱাৰ হেঁপাহ পুহি ৰাখিছোঁ মনত কেতিয়া যে পূৰণ হ'ব ❤️ বৰষা বা সদায় ভালে থাকক ❤️

    • @MinakshiKalita-cn3ug
      @MinakshiKalita-cn3ug 5 หลายเดือนก่อน

      th-cam.com/video/oadRQqIfB74/w-d-xo.htmlsi=7Lzq0sE0ZkH6zGHt

    • @depankargogo1
      @depankargogo1 หลายเดือนก่อน +1

      আজিকালিৰ ছোৱালীবোৰে প্ৰেমৰ নামত ল’ৰাবোৰক যেনেকৈ লুটে আগতে ইষ্ট ইণ্ডিয়া কোম্পানীও ভাৰতক তেনেকৈ লুটা নাছিল।

    • @pankajkalita6407
      @pankajkalita6407 หลายเดือนก่อน +1

      ​@@depankargogo1😂

  • @shygirl27
    @shygirl27 2 ปีที่แล้ว +2

    ইমান মৰম লগা ....🤗 স্পষ্ট কথাবোৰ ..শিকিছো মই ও দেখি শুনি স্পষ্ট কৈ কবলৈ তোমাৰ দৰে 😁....শুনি বহুত ভাল লাগে ....ইমান সহজ সৰল
    ভালে থাকা সদায়...♥️🥰

  • @munmibora7280
    @munmibora7280 2 ปีที่แล้ว +5

    বহুত ভাল লাগিল । পৰিৱেশ টো ইমান শান্ত । আমাৰ গাঁৱৰ দৰে ।

  • @kalpanaborah3219
    @kalpanaborah3219 2 ปีที่แล้ว

    Eemman j xundor Natural beauty, Wah... jabohe mn goise . Sorair kirili suna baah. Tumakuekkebare Laximi buwari jn lagise dei.

  • @paporigogoihandique4802
    @paporigogoihandique4802 2 ปีที่แล้ว +28

    ঘৰখনৰ পৰিবেশটো ইমান ধুনীয়া❤️

  • @asomibharali6371
    @asomibharali6371 2 ปีที่แล้ว +1

    খুউব সুন্দৰ বৰষা। ভাল লাগিল ঘৰৰ পৰিবেশ আৰু ভাওনাৰ আখৰা চাই । 👌👌💐💐

  • @tanishqhazarika4588
    @tanishqhazarika4588 2 ปีที่แล้ว +3

    ইমান ধুনীয়া কৈ সকলোৰে লগত মিলি যোৱা। বহুত ভাল লাগে তোমাক

  • @Bidbeast
    @Bidbeast 8 หลายเดือนก่อน +1

    এইখন দেৱ দামোদৰ দেৱৰ সত্ৰ নেকি কাৰণ ভাগৱত পাঠ দামোদৰ দেৱৰ প্ৰচেষ্টা । ভ্লগ টো বহুত ভাল লাগিল ।শান্তি কামনা কৰা এটা সুন্দৰ প্ৰয়াস।মিলা প্ৰিতিৰ সমন্বয় ক্ষেত্ৰ হওক।

  • @nabanitasaikia8749
    @nabanitasaikia8749 2 ปีที่แล้ว +6

    Video to চাই বহুত ভাল লাগিলে❤️❤️ ভাওনাৰ আখৰা চাইও ভাল লাগিল আৰু লগতে তোমাক❤️❤️❤️

  • @nipukumardas4607
    @nipukumardas4607 2 ปีที่แล้ว +2

    বৰ ধুনীয়া বা আপোনাৰ যোৰহাটৰ ঘৰ
    চৌদিশৰ পৰিবেশ ভাল লাগিল সঁচা কৈ
    লগতে সুন্দৰ ফুলনিৰ বাগিছা পতা চাই

  • @rupacookingdanceandvlog3385
    @rupacookingdanceandvlog3385 2 ปีที่แล้ว +28

    বহুত ধুনীয়া কৈ সজাইছে বাগিচা খনী আপুনি। আপুনি সকলো মানুহৰ লগতে যি কোনো ঠাইত খূব সহজে মিলি যাব পাৰে। আপোনালৈ মৰম সদাইয়ে আপোনাক এদিন লগ পাইছো। কথাবোৰ ভাল লাগিছে। মনত অহংকাৰ নাই সহজ মনৰ মানুহ আপুনি 🥰🙏🙏🙏🙏🙏🙏বা

  • @rubita.B
    @rubita.B 2 ปีที่แล้ว

    Ajoni guwahatir swali hoiu apuni eman dhunia k gaon.r xohoj xorol jibon japonot milise,, xeibbei apunak val lage baa....xokolute milibo pare apuni...lots of love ❤️❤️

  • @CHANNDRIMAA
    @CHANNDRIMAA 2 ปีที่แล้ว +6

    ❤অ...... বা , ইমান ধুনীয়া সকলো ফালে ❤ ঘৰখনো ইমান ধুনীয়া ।

  • @pilingadeka
    @pilingadeka 2 ปีที่แล้ว

    অতি সুন্দৰ খুব বৰ ধুনীয়া বহুত ভাল লাগিলে বাইদেউ tmm boria moja পৰিবেশ আপোনাক god bless you and keep it up best of luck

  • @lunadehingia8796
    @lunadehingia8796 2 ปีที่แล้ว +54

    বা ৰ কথাবিলাগ শুনিলে, চালে চাই থাকিব মন যায় 😊🤗❤️😍

    • @pujagogoi2021
      @pujagogoi2021 2 ปีที่แล้ว +1

      Hosake kintu de .moi vabi asilu heitu kothake

    • @bulbuldutta9043
      @bulbuldutta9043 2 ปีที่แล้ว

      @Jonmani daily vlogs nasao o

    • @gitaboro3833
      @gitaboro3833 5 หลายเดือนก่อน

      drive.google.com/file/d/1tqjoDUx7EU23ktk6fmDzi_yufGAc4fnJ/view

  • @honeypaji2423
    @honeypaji2423 2 ปีที่แล้ว +1

    Bhut bhut morm apunaloi borsha ba..... 5 may t apuni oha biyaloi apunak lg pai vl lgil borsha ba nd bhasker da..... 😍🥰🥰🥰🥰apuni hosakoi bor morm lga... Lg pai vl lgil

  • @bloodlinegaming331
    @bloodlinegaming331 2 ปีที่แล้ว +4

    আপোনী যিমান ধুনীয়া তাতোতকৈ ধুনীয়া আপোনাৰ মন,,,,,, ভাষা নাই বুজাবলৈ 🥰🥰🥰

  • @nabanitadutta1062
    @nabanitadutta1062 2 ปีที่แล้ว

    Ghrto aru porebakh to khub dhuniya,agoraki adorkhoban buwari baa apuni😘😍😍😍

  • @subudhkumardas6003
    @subudhkumardas6003 2 ปีที่แล้ว +3

    Sublime beauty of nature.
    Be happy forever.
    God bless you.

  • @Hn_vlogs6
    @Hn_vlogs6 2 ปีที่แล้ว

    Bor dhunia apuner lukr ghrr pribekh borokha ba. 🌺🌺🌺

  • @purabiborah5604
    @purabiborah5604 2 ปีที่แล้ว +4

    ভাল লাগিল দেই বা,মৰম তোমালৈ 😘😘

  • @basudevborah3313
    @basudevborah3313 2 ปีที่แล้ว +2

    পলমকৈ হ'লেও ৰঙালী বিহুৰ শুভেচ্ছা থাকিল য়োৰহাতব ভাওনা আখৰা চায় বহুতো ভাল লাগিল

  • @anjumonidutta396
    @anjumonidutta396 2 ปีที่แล้ว +28

    মই সদায় এটা কথা মন কৰো,বৰ্ষা বৰ ভগবান ভক্ত,ঈশ্বৰেই মনৰ আশা পূৰণ কৰিব

  • @rajuboruah6384
    @rajuboruah6384 2 ปีที่แล้ว

    বৰ সুন্দৰ পৰিবেশ ভাল লাগিছে বৰযা ভালে থাকা হাহি থাকা আশীৰ্বাদ কৰিছো।

  • @haripriyary6410
    @haripriyary6410 2 ปีที่แล้ว +5

    Dhuniya baa joni ❤❤❤

  • @farnayasmin5793
    @farnayasmin5793 2 ปีที่แล้ว

    Bohut val lagil daki vindor ghor khon .logota apunar pusak jur da khi bor monutu val lagigol.

  • @মাইনাজিমি
    @মাইনাজিমি 2 ปีที่แล้ว +7

    সদায় এনেদৰে কুশলে থাকা বা😘😘ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছো.অনাগত দিনবোৰ সুখৰ হওক তুমাৰ

    • @rubiboruah6329
      @rubiboruah6329 2 ปีที่แล้ว

      Hosakoi borokha kotha bur mon sui jai.bor val lage

  • @nabanitadeka2286
    @nabanitadeka2286 2 ปีที่แล้ว +1

    Barsha ba aaponar jorhatar gharkhon sai khub bhal lagil 🌁🌁

  • @luhitkoch9279
    @luhitkoch9279 2 ปีที่แล้ว +8

    অতি সুন্দৰ 🥰💕😘

  • @indumonikonwar5346
    @indumonikonwar5346 2 ปีที่แล้ว

    Jorhat r dhunia Buwari jni....
    Vale asa ne ba🥰🥰🥰
    Nd Sivsgr nariza r pora bht bht Morom tumaloi😘😘

  • @susumnabrahma8915
    @susumnabrahma8915 2 ปีที่แล้ว +4

    Congratulations dear. Beautiful place. My favourite couple.

  • @himashridevi4301
    @himashridevi4301 2 ปีที่แล้ว +1

    Apunak Bohut bhal lge baa ..❤️❤️
    Apunar xaralota xosai xolag lbo logiya...

  • @raktimsaikia8312
    @raktimsaikia8312 2 ปีที่แล้ว +11

    সুন্দৰ পৰিবেশ, সুন্দৰ মনৰ মানুহ।সদায় ভালে থাকক।

  • @chintibhuyan9247
    @chintibhuyan9247 2 ปีที่แล้ว

    Bohut val dai apuni Borsha ba. Eman val dore gaour ghr khn akuwali loise.।।

  • @tutumonidaimary3719
    @tutumonidaimary3719 2 ปีที่แล้ว +11

    Beautiful baa..😍😍❤️❤️❤️❤️❤️❤️

  • @786rj__riyan8
    @786rj__riyan8 2 ปีที่แล้ว

    Khub dhuniya😍you r so soo cute😍

  • @mousumimousumi6114
    @mousumimousumi6114 2 ปีที่แล้ว +4

    বা তোমালোকৰ যোৰহাটৰ ঘৰটো ভালকৈ
    দেখাবাচোন ৷ তোমাক বহুত
    মৰম যাছিলো ❤️❤️❤️

  • @sangitadeka2735
    @sangitadeka2735 2 ปีที่แล้ว

    Eman dhuniya tumi emn tumr mon tu vl lge ktha bor mne ki kom aru ❣️❣️❣️

  • @gunjaganguly8837
    @gunjaganguly8837 2 ปีที่แล้ว +3

    ইমান সহজ সৰল নিভাজ তুমি বা☺️♥️ সঁচাকৈ তুমি অতুলনীয় 🙏🏼🙏🏼

  • @nikumonisaikia9167
    @nikumonisaikia9167 2 ปีที่แล้ว

    Bohut val lagil baa..teok r pora bohut bohut morom jasilu ..Apuni mur priyo ovinetri ..Abar log puar khub hepah ase .

  • @borshaduarah1094
    @borshaduarah1094 2 ปีที่แล้ว +4

    টীয়কৰ পৰা মৰম যাঁচিলো বা❤

  • @dipduttasaikia2038
    @dipduttasaikia2038 2 ปีที่แล้ว

    Borhia lagil video tu saai...thanx...🙏👌👍

  • @sumiboruah1410
    @sumiboruah1410 2 ปีที่แล้ว +34

    Watching your videos is by d way detoxification for us...So humble u r..Be it always dear..

    • @barshabishaya
      @barshabishaya  2 ปีที่แล้ว +13

      ❤️ Thankyou so much for the beautiful compliment. You truly made my day

    • @sumiboruah1410
      @sumiboruah1410 2 ปีที่แล้ว +2

      @@barshabishaya most wlcm....There r many like me who r always willing to make ur day....coz u r someone so special and u deserve to be celebrated.. 🎉🎉

    • @gitaboro3833
      @gitaboro3833 5 หลายเดือนก่อน

      drive.google.com/file/d/1tqjoDUx7EU23ktk6fmDzi_yufGAc4fnJ/view

  • @moromoramarassamofficial
    @moromoramarassamofficial 2 ปีที่แล้ว

    Khundor hoise val lagile video2 sai aru aguwai juwa proud to be assam

  • @pujachangmaivlog2383
    @pujachangmaivlog2383 2 ปีที่แล้ว +41

    Advance congratulations for 400k barsha baa..🎂🎂❤️🥰🥰আৰু তুমি ভালে থাকা তাৰে কামনা কৰিলোঁ ।teokr pora morom dilu..

    • @BoishnobPranBorah
      @BoishnobPranBorah 2 ปีที่แล้ว +5

      ✨Mur video u sabo✨ sun jodi bhal lage tente ✨support koribo❤️🙏✨
      .

    • @dhunurumurlife6151
      @dhunurumurlife6151 2 ปีที่แล้ว

      Hello muru frd hba ni moiu back krim

    • @nonvegfun.2.039
      @nonvegfun.2.039 2 ปีที่แล้ว

      Hii

    • @gitaboro3833
      @gitaboro3833 5 หลายเดือนก่อน

      drive.google.com/file/d/1tqjoDUx7EU23ktk6fmDzi_yufGAc4fnJ/view

  • @mridulrajbongshi2855
    @mridulrajbongshi2855 2 ปีที่แล้ว

    Bhut vl lagile baido apunr vedio to sai🙏🙏🙏🥰

  • @gitashritarapdar3338
    @gitashritarapdar3338 2 ปีที่แล้ว +19

    তোমাকে আমি অনেক ভালোবাসি,,,always salute your balanced life,,,,though Bhaskar is pays এ whole time role with you but you are মধ্য মণি,,,,,তোমার তুলনা নাই,,,,asset of assam,,,,

  • @dipakdihingia5297
    @dipakdihingia5297 2 ปีที่แล้ว

    bor dhunia apunar ghor khon aru porobhak tu vl lagil happy thakok tara kamona korisu

  • @aksdam2690
    @aksdam2690 2 ปีที่แล้ว +12

    Wow I literally enjoyed this video so much.i remember I used to watch " BHAUNA" with my grandma when I used to visit her during summer vacation.All my memories comes back like flashbacks as I have left Assam long back.
    Appreciate your style of talking so full of grace.👌👌

    • @mitumedhi9464
      @mitumedhi9464 2 ปีที่แล้ว +1

      Vaghs ru ze ze🤗👍🇳🇪🐒🐀🤩h msmgheh

  • @PatuliRabha
    @PatuliRabha หลายเดือนก่อน

    Borkha ba tumar video tu Sai khube bhal lagil de ❤👌👍🙏

  • @dipshikhadeka6410
    @dipshikhadeka6410 2 ปีที่แล้ว +17

    আপোনাৰ সুমধুৰ কন্ঠই মুগ্ধ কৰি পেলালে বা ❤️❤️❤️

    • @madhabtamuli9771
      @madhabtamuli9771 2 ปีที่แล้ว +1

      ভাল লাগিল। কিন্তু হোটেল গলমহৰ বাইপাছ ত নহয় choladhorat

    • @babatugogoi1443
      @babatugogoi1443 2 ปีที่แล้ว

      Ke khobor Baydo vallny apwnar

  • @mrinaligogoi4193
    @mrinaligogoi4193 2 ปีที่แล้ว

    Vl lagil baa❤bagisa kora dekhi bhut vl lagise nd mr alp collection ase loi jbo mon goise🥰

  • @diksha8756
    @diksha8756 2 ปีที่แล้ว +3

    Congratulations to u ba 400k subscribers completed 🥳🥳🥳🥳❤❤

  • @dhunuchangmai3370
    @dhunuchangmai3370 2 ปีที่แล้ว

    Val lagil vedio2 sai 2me EMAN dhuniyakoi hokolure logot Mili juwa 🥰🥰 anedore hodai hahi Demali kori thakiba baa ♥️ sador mekhela pidhile 2mak bohut val Lage

  • @nilakshisharmavlogs1457
    @nilakshisharmavlogs1457 2 ปีที่แล้ว +16

    তোমালোকৰ ঘৰখন বহু ভাল লাগে

  • @pubalibora283
    @pubalibora283 9 หลายเดือนก่อน

    বৰষা বা তোমালোকৰ গাওঁ ৰ ঘৰ খনৰ পৰিবেশ টু সঁচাই বৰ সুন্দৰ অ ।।।তোমাকো বহুত ভাল লাগে বা ।।।❤❤❤।।। সদায় ভালে কুশলে থাকা তাৰে কামনা কৰিছোঁ।।

  • @Hoang1Wibi6
    @Hoang1Wibi6 2 ปีที่แล้ว +8

    তোমাক আজি বহুত ধুনীয়া লাগিছে❤❤❤ যোৰহাটৰ fresh hawar কাৰনে হয়তু😂😂

  • @manalishadas2421
    @manalishadas2421 2 ปีที่แล้ว +32

    Advance congratulations for 400k barsha baa 🎂❤😘

    • @wragogaming851
      @wragogaming851 2 ปีที่แล้ว +1

      Hiip

    • @tikusarmah1910
      @tikusarmah1910 2 ปีที่แล้ว

      😄😄😄😄😄😄😄😄😄😄

    • @gitaboro3833
      @gitaboro3833 5 หลายเดือนก่อน

      drive.google.com/file/d/1tqjoDUx7EU23ktk6fmDzi_yufGAc4fnJ/view

  • @rakhipaulmalakar5442
    @rakhipaulmalakar5442 2 ปีที่แล้ว

    Khub sundor khub bhalo laglo didibhai ❤️😘

  • @pklife2094
    @pklife2094 2 ปีที่แล้ว +6

    So down to earth and humble person..

  • @Begainer77
    @Begainer77 2 ปีที่แล้ว

    সচাঁকৈ বা বহুত সুন্দৰ লাগিল । অতি সহজ সৰল নিভাঁজ ।

  • @krishnamonivlogs5611
    @krishnamonivlogs5611 2 ปีที่แล้ว +7

    Beautiful vlog ❤️❤️❤️

  • @breakheart-vn7rx
    @breakheart-vn7rx 2 ปีที่แล้ว

    bor dhuniya lagil sai baa apunar ghor khon aru apunak ❤☺

  • @purabidasassam2971
    @purabidasassam2971 2 ปีที่แล้ว +9

    ৪লাখ পৰিয়ালৰ ফালৰ পৰা আপোনালৈ অশেষ শুভেচ্ছা জ্ঞাপন কৰিলো, আগলৈ আপোনাৰ ইউটিউব পৰিয়ালৰ সদস্য বৃদ্ধি হৈ থাকক, আৰু আপোনাৰ সকৰাত্মক নতুন নতুন কিছুমান কথা আমিও শিকিবলৈ পাই থাকিম তাৰে আশাৰে...........

  • @jutikakakati2485
    @jutikakakati2485 2 ปีที่แล้ว

    apunar hahi tu j eman dhuniya ...mon tu bohut val lagi jai baa

  • @JasmineAsomiya
    @JasmineAsomiya 2 ปีที่แล้ว +3

    Congratulations barsha ba for 400k subscribers❤🎂

  • @indiastalentassam7854
    @indiastalentassam7854 2 ปีที่แล้ว +1

    Hosai...bor xundor poribekh❤️

  • @babli6935
    @babli6935 2 ปีที่แล้ว +4

    Congratulations..barsha ba for 400k subscriber❤️

  • @Jugaldas-sn3do
    @Jugaldas-sn3do 6 หลายเดือนก่อน +1

    Dhunia baa ❤❤❤

  • @sangitasdiary
    @sangitasdiary 2 ปีที่แล้ว +3

    Beautiful

  • @paporiburagohain460
    @paporiburagohain460 2 ปีที่แล้ว

    Bhal lagil poribekh tu .tumaku buari hisape eyat dekhi bor bhal lagil..

  • @Biswajitboruah90
    @Biswajitboruah90 2 ปีที่แล้ว +5

    Hi ....tumar val ne baa???

  • @lobitaboroboro8635
    @lobitaboroboro8635 2 ปีที่แล้ว

    Bohut bohut val lagile ba...video tu Sai

  • @mamonidevi617
    @mamonidevi617 2 ปีที่แล้ว

    Borkha tumalukor ghor aru bagichakhon sochakoi bor dhunia bohut bhal lagil

  • @mitalidasmita5122
    @mitalidasmita5122 2 ปีที่แล้ว

    Baa apunar ei horolota khinir karne apunak bohut val lage.. Hokolo poribekhr lgt iman dhuniya koi mili Jay apuni etiya apunai hompurno eta Assamese gaonliya biwari rupot nijoke khap khuai loise❤❤❤bhaskar vindeu hosakoi bohut lucky apunak jibonsongi hisape pai💞aji first akhora dekhilu apunar joriyote val lagil🥰

  • @Prasenjitkutum
    @Prasenjitkutum 10 วันที่ผ่านมา +1

    Bidew apunar jurhat gorkn duniya

  • @sikhamoniboruah-hm8cr
    @sikhamoniboruah-hm8cr 9 หลายเดือนก่อน +2

    Val lagil baa

  • @sangeetabaruah6941
    @sangeetabaruah6941 2 ปีที่แล้ว

    খুব ভাল লাগিল ভাওনাৰ আখৰা চাই আৰু লগতে গোটেই পৰিবেশটো।

  • @kakalikalita6430
    @kakalikalita6430 2 ปีที่แล้ว

    Apunar kotha bilak bht morom logal baa..love you❤️😘😘..vale thaka ❤️

  • @jaan__kumar5013
    @jaan__kumar5013 2 ปีที่แล้ว

    Bohut dunia lagise borha rani baa, vary vary nice video ☺☺☺☺☺☺☺☺☺☺❤❤❤❤❤❤

  • @jackvlog7078
    @jackvlog7078 2 ปีที่แล้ว

    Moromr baa Barsha.... Bhaskar daa loi ase amar vorokha....hosai Bhaskar daa antoror dhuniya...hoboloi nidiba vitori ghuniya ..hosai apunalook amar babe siro-jugomuya ...nice from kamrup

  • @rekhasumu260
    @rekhasumu260 2 ปีที่แล้ว

    Baa tumk bhut bsi val lage.....tumr mon2 bht val hoi.... vogoban e vale rakhok tumk n vinde k.....🤗🥰🥰🥰🥰🥰🥰💞💞💞💞💞💞

  • @dailylifewithswarnali5674
    @dailylifewithswarnali5674 2 ปีที่แล้ว

    Bor hundor poribekh bahut val lagil sai

  • @nabanitaborah2463
    @nabanitaborah2463 2 ปีที่แล้ว

    ভাল লাগিল বা..ভাগৱতৰ তও্বকথা সঁচাই বৰ সুমধুৰ

  • @zgpintuvlogs8614
    @zgpintuvlogs8614 2 ปีที่แล้ว

    Apunar video sai Val lagile
    Love you Barasha ba...

  • @ankitabordoloi6943
    @ankitabordoloi6943 2 ปีที่แล้ว

    Tumi jiman moromloga tmr kothabur u tnkua moromloga.vdo olp long koriba baa.sai val lage.parile jorhator pora daily vlog dibasun.lv u baa❤️❤️

  • @pritikakati9473
    @pritikakati9473 2 ปีที่แล้ว

    Barasha ba apuni mor soday priyo aru soday priyo hoi thakib.apuni bht sohoj sorol aru aponar kthabor. I love you barasha ba❤️❤️❤️❤️❤️❤️

  • @mamoniboruahchutia5012
    @mamoniboruahchutia5012 2 ปีที่แล้ว

    Val loga manuh goraki..... video ahibo buli roi thaku...bhogobanor hosa vogto hole porikha loi dhukr ...fol kintu mitha hoi .. love you ba and vini...😍😍😍

  • @shonapal
    @shonapal 2 ปีที่แล้ว

    gaon r poribekh dekhi jaboi mon gol Assam... so miss, bhawna t kora artist hokol eman talented.

  • @sumimedhi3943
    @sumimedhi3943 2 ปีที่แล้ว

    mojjah lagil dei ei vlg tu sai...❤