Great job Nagaland people 😂😂😂...Love from an Assamese. They can only show herogiri against us Assamese...when people are united against them like in Nagaland...they show their true colours.😂😂😂
Ghorot holey bormota,,,, bahartey holey bhija mekuri,,,,ha ha ha ha ha,,,, ghorot Holley Singhom,,,,ghoror bahartey ,,,,,,,ha ha ha ha ha ha ha Good job,,,
Actually, From My Personal Experience, Xai Thai Khon Khub Beya.. Manuh Bur Ekebare Akora Type r Byobohar Teulukor. . Yasangsing Thai Khon t Moi 3 Years Service Korisu.. Tat Assam Police e Nagaland Police k Information Nidiyakoi Raid Kora Tu Khub Bipodjonok, Civil Dress t Kiyo Arms Carry Koribo Lagisil.. More Importantly Paramilitary Force Logot Loi Jabo Lagisile Khub Lojjajonok.. Khub Durbhagyojonok
অসম আৰক্ষীৰ সাহসৰ নমুনা এইয়া।মামাই এইসকলক সাহসিকতাৰ পুৰস্কাৰ দুটামান দিয়ক আকৌ। আপোনাৰ গৃহ বিভাগৰ তৰফৰ পৰা।
Hahaha las nai tohotor nisina manuhok lengtake rakhi puroskar dibo lage hoyne nirlojjor jat
L
নিজৰ মানুহৰ ওপৰতহে বৰমতা। দুৰ্বলীৰ ওপৰত বৰমতা দেখুওৱা অসম আৰক্ষীৰ সাহসৰ নমুনা এইয়া। এই সকলো আৰক্ষীক গণৰাজ্য দিৱসৰ দিনা নতুন দিল্লীত সাহসিকতাৰ বটা প্ৰদান কৰিব লাগে।
Sih las loga naine
ঠিক আছে
বাহু বলি ৰূপজ্যোতি কুৰ্মী কত আছে 😂
😂
ইহতি কেৱল ৰিক্সা, ঠেলা চালক আৰু হেলমেট নিপিন্ধা মানুহৰ ওপৰত চৰকাৰী পোছাক যোৰ পিন্ধি দাদাগিৰি দেখুৱাই 😂
Right bhai
নগা লৈ অসম পুলিচৰ ইমান ভয় কিয়?অকল পুলিচৰ ৰেই নহয়, অসম চৰকাৰৰো ভয়।
মৰিয়নি সমষ্টিৰ ১০ কেজি বাইচেপ মৰা গুন্দাটো ,ব্লেক বেল্ট ধাৰিটো ক'ত গ'ল?
চুৰ ধৰাৰ কৌশল নিজৰ ঠাইত নকৰি চোৰৰ দেশত লাজ নাপাই কি পাব,অপৰাধী নগাক ধনৰ বিনিময়ত অসমত মৰম কৰি এৰি দিব,হেৰ ৰাস্তা কেইটা বন্ধ কৰি দিলে নগা
মৰিব। পুলিচৰ দাদাগীৰি local ত দেখোন বহুত,। এনেবোৰ ঘটনাই পুলিচৰ মৰ্যদা শেষ কৰিছে,আমিও লাজ পাইছোঁ।
বাহিনী বোৰৰ ভিতৰত অসম আৰক্ষী ভাৰতৰ আটাইতকৈ দুৰ্বল বাহিনী!দা-লাঠিৰ যুদ্ধত জনতাকো বলে নোৱাৰে!বন্দুক থকাৰ জনতাই মানি থাকে!অসম পুলিচ টকা খোৱা;ঘোচ খোৱাত আটাইতকৈ পাকৈত বাহিনী !
সুন্দৰ ❤❤❤❤❤❤❤
ভাল হৈছে
গৃহবিভাগ ঘোৰ তোপনি ওপৰৱালাজনে অতিয়াও পদত্যাগ কৰানাইনে,,,,,,,,
অসম পুলিচৰ নিৰীহ জনতাৰ ওপৰত বৰ্বৰতা এতিয়া কেনে মজা ৷
ভালেই হৈছে।
Police Hai
অসমত ইহতৰ কি যে দাদাগিৰি ! নাগাই কাটিলে 😂😂😂😂😂😂😂😂😂😂😂
Moja moja
Moza
নাগালেণ্ডক অসমৰ মাজেৰে আহোতে পাচ বিচাৰক ।আমাক যিমতে বিচাৰে ।নগা ঠান্দা হৈয়ই যাব।
👍
যি হৈছে ভালেই হৈছে অত দিনে সিহতৰ উপদ্ৰৱ শুনি আছে তথাপিও সিহতক নো কি বদলা যি কাম কাজ হওক অন্য জাতিয়ে সুবিধা পায় ধন্যবাদ ধেমাজিৰ 😅😅😅😅😅😅😅
মজা good
বাতৰিবোৰ পঢ়োতে অলপ সাৱলীল ভাৱে পঢ়িবৰ চেষ্টা কৰিব লাগে | এনেধৰণৰ বাতৰি পঢ়োতাই অ , এ , আ , এইবোৰ বাক্য উচ্ছাৰণ কৰি থাকিলে, শ্ৰোতাৰ শুনিবলৈ ইচ্ছা নাযায় | এই বাক্য বিলাক এৰাই চলিব বুলি আশা থাকিল স
কবিতা লিখিলেও গ্ৰেপ্তাৰ কৰিব পৰা অসম আৰক্ষী মেগাজিন কাঢ়ি নিয়াৰ পাছতো একো কৰিব নোৱাৰি চুক্তি কৰি হে ৰেহাই পালে ।
Moja amar uporot he dada
Reel bonabo de😂
Assam ot Hindu, muslim, Christian politics he sole tabahire ki ase.
That naga is a brave man
আঠু কঢ়োৱাটো নিলিখিলে ভাল কৰিলে ।আৰু লাজ লাগিল হেতেন।
Traffic fine n helmet specialist
বহুত শান্তি পালো😂😂😂
This is the position of Assam police. They yet to come from merapani humiliation
Great job Nagaland people 😂😂😂...Love from an Assamese. They can only show herogiri against us Assamese...when people are united against them like in Nagaland...they show their true colours.😂😂😂
Assam police viru hoi, hai Assam police
ভাল।
Nijor manuhor logt he axom police dada giri dekhuai nilaj hoi axom police ,
I want unity of all Northeast people
Batori parhi dekhuwabole tomar exercise r praojan ase, sunibole amani lagijai.
Ha ha ha Laaj Laaj Laaj Bhanti Nokoriba অসমীয়ালৈ লাজ। ইহঁতক গোবৰ খুৱাবলৈ পাহৰিলে নগা হতে।
Hai.. Hai Assam police😂😂😂nirihor uport tahator bahaduri😊😊😊
Reels bonuwa police😂😂
মুঠৰ ওপৰত শেনটোৰ দৰে গৈ ফেঁচাটোৰ দৰে ঘূৰি আহিল অসমৰ শক্তিশালী আৰু আধুনিকীকৰণ আৰক্ষী!
অসমীয়া জনতাৰ ওপৰত বৰ মতা দেখুৱাই ইহতক লেংটা কৰি মাৰিব লাগিছিল ইহতে অসম বুলি ভাবিছিল😢😢😢
হো হে কেনেকৈ বাতৰি পৰিৱেশন কৰিছে।
Smart police
লজজা লজজা ! অসম আৰক্ষীৰ বীৰতত অকল মিঞাৰ ওপৰত ।
Khub lajor bihoy de Assam police.
A mojja 😂😂😂
Encounter Specialist Assam police r ay obostaa... Police o kidnapped huaa aji first dekhilu😢😢😢
JORHAT POLICE AMAR NAK KAN KATILE
পুলিচ ৰে এই অৱস্থা গতিকে সাধাৰণ মানুহৰ কি অব স্তা হব দিক অসম পুলিচ
বৰ লাজ লাগিছে সচাকে ।
Yehot kewal Riska , thela , Dukhia ,Mane Axomiya r Oporat he DARA singh. Bahi Razyat Su...ha .....
Ekata teulokarpara sikib lage. Thanks naga
Verry good
Assam police best police.
God mda❤
বাতৰিটো সাৱলীল ভাৱে বৰ্ননা কৰিৱ পৰা নাই । অধিক অনুশীলন কৰাৰ প্ৰয়োজন আছে ।
কথাবোৰ কিবা বেবেৰিবাংকৈ দাঙি ধৰিছে যেন ভাব হয়।
Power of inner line. Permit
Mojjja
বহুত লাজৰ বিষয়
Come to the point man
Mojjjaaa...😅😅😅😅
RUPYOTI voborak pothai dya😂😂😂😂
Jorhat police dress xoloni kori police r dress r logot kaan fili aru kharu pindhai dibo lage
Assam police Khahi ha korebo laga..
মাৰ জহৰা পুলিচক😂😂
Xikibo lge dei Nagaland r mnuh bur r pora olp uniti❤
Aru amar Guwahati t police e public k marileu public r gaa r num nihile ulta video bonai social media t aribo
নিজৰ ঘৰত হে বৰমতা
Bhargav borborak pothabo lagisil😅
Himanta has no courage to speak on it.
Assam policor kaam ni,,,,okol gela bhatir pora poisa lua aru garir pora poisa luai kaam
অসম পুলিচক দেখোন সাধাৰণ জনতাই কিবা কলেই হেঁচা মাৰি ধৰিব আহে😂
এনেকুৱা নিউজ কৰিব লাগে দেই 😂😅😅
Parliay 3./.DA ata logai diok
Ghorot holey bormota,,,, bahartey holey bhija mekuri,,,,ha ha ha ha ha,,,, ghorot Holley Singhom,,,,ghoror bahartey ,,,,,,,ha ha ha ha ha ha ha Good job,,,
নগালেণ্ড পুলিচ বিষয়া যাব নোৱাৰে ।বাংলাদেশৰ লোক কেনেকৈ অসমত প্রবেশ কৰে?অসমৰ শাসন প্রনালী ৰাইজে চাওক-----------
Good go Nagaland 😅
Nogar voit polai jua bahuboli MLA amar majote ase. Ki nu kom aru. Jai sri Ram.❤
Protocol mote nagaland police jugajug kori podokyep lobo lagisil.
Assam police Assam or manuhar uporot oittasar solabo pare
Actually, From My Personal Experience, Xai Thai Khon Khub Beya.. Manuh Bur Ekebare Akora Type r Byobohar Teulukor. .
Yasangsing Thai Khon t Moi 3 Years Service Korisu.. Tat Assam Police e Nagaland Police k Information Nidiyakoi Raid Kora Tu Khub Bipodjonok, Civil Dress t Kiyo Arms Carry Koribo Lagisil..
More Importantly Paramilitary Force Logot Loi Jabo Lagisile
Khub Lojjajonok..
Khub Durbhagyojonok
Ritaiment আৰ্মী ভৰ্তি কৰিলে এনেকুৱা কেতিয়াও নহয় ,
😮😮😮
অসম পুলিচ অসমত ডেকন দাদাগীৰি ডেকাই নগা মানুক কীয় নকটো কাতিবলি দিলা
Nijoke oversmart buli vabe ( firstcopy RAW agent).....
Very right 😂😂😂😂😂😂😂😂😂😂😂
অসম আৰক্ষীয়ে তাৰ স্থানীয় পুলিচক লগত নিয়া নাছিল নেকি ? সকলোকে মিঞা গাওঁ বুলি গলে হব জানো? তাত চাৰেও encounter কৰিবলৈ নকলে, ভয় খালে লোকৰ দেশ। হব পাচত অলপ smart হৈ দেখোৱাব |
Aei news tu police sakori kora keitak dekham laj dim police sakori korisu buli bohut fit mare
ভিজা মেকুৰী বুলি কি বুজাব বিচাৰিছে নাজানো বাৰু কিন্তু হাতত অস্ত্ৰ থকা এজন লোক কেতিয়াও ভিজা মেকুৰী হ'ব নোৱাৰে । প্ৰকৃততে এয়া দায়িত্ববোধহে ।
আজি নগাই পুলিচক কটা কাৰণে ফুৰ্টি পাইছে, কাইলৈ নিজৰ মূৰত ঘাপ পৰিলে বুজিব ।
এটা কথা দাঠি কওঁ কোনো অসমীয়াই কিন্তু এনেকৈ অন্য ৰাজ্যৰ পুলিচ, অপৰাধী যিয়েই নহওক কাটিবলৈ নাযায় । এয়ে অসমীয়া আৰু so called ভগ্নী কেইজনীৰ মাজত পাৰ্থক্য।
🎉Student union k di diyak naga tolpun khuli dba
Assam smart police,you should wear petticoat,shame on you ! You police can harrassing only Assamese people.
Laj lga...
Nagalend poth bondho kori dia to bhal tetia gari suri nahabo
নিজৰ ঘৰত হে মতা লাজ নাইকীয়া সৱ?
তামাম জমনি 😅😅😅
Jitu surok dhorela tar ki hbo vabe beya lagisa😂😂
Agreement 😅😅😅😅😅😅😅
Ghorot he mota .amar uprot 😂😂
Nak Kota gol Amar.
Ai police force k ki honman diyar dorkar amar Assam r raijor lojja janak
Good🎉🎉🎉🎉😅😅😂😂😂
Nagai jetiya police hathiyar kahi nisil naga manuh kiman expert hobo lagibo...hei onupate Assam police aru training dibo laga assey..
😂😂😂sunu munu
What a shame....