‘না ঘৰ কা না ঘাট কা’ অৱস্থা একুৰি দলত্যাগী কংগ্ৰেছীৰ

แชร์
ฝัง
  • เผยแพร่เมื่อ 20 ก.ย. 2024
  • ‘না ঘৰ কা না ঘাট কা’ অৱস্থা একুৰি দলত্যাগী কংগ্ৰেছীৰ। কংগ্ৰেছ এৰি বিজেপিলৈ গৈ নিশ্চিহ্ন হ’ল প্ৰায় একুৰি নেতা। ক’ত হেৰাল লোকসভা নিৰ্বাচনৰ পূৰ্বে দল ত্যাগ কৰা একুৰি কংগ্ৰেছী?
    The Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication.
    #TheCrosscurrent #AssameseNewsChannel #InvestigativeAndAnalyticNews

ความคิดเห็น • 43

  • @rajusaikia2328
    @rajusaikia2328 4 ชั่วโมงที่ผ่านมา +25

    গৌৰৱ গগৈৰ সিদ্ধান্তত অসমৰ Congress গৌৰাম্বিত

  • @sivaswargiari
    @sivaswargiari 5 ชั่วโมงที่ผ่านมา +32

    খুব ভাল হৈছে ৷ "যেন কুকুৰ টেন্ টাঙুন "৷ তেওঁলোকক ৰাইজে ভৱিষ্যতে আৰু অধিক শিক্ষা দিব ৷ এই নীলা শিয়াল বিলাকক কংগ্ৰেছে ভৱিষ্যতে লগত নাৰাখিলে মঙ্গল হ'ব ৷

  • @puspadhardowarah1932
    @puspadhardowarah1932 3 ชั่วโมงที่ผ่านมา +13

    ঠিক কৈছে।এওললোকক এনেকৈয়ে দিব লাগে!

  • @abhijitbaruah3421
    @abhijitbaruah3421 5 ชั่วโมงที่ผ่านมา +18

    মাজত যে উলাইছিল 2000 টকীয়া তাৰ অৱস্থাটোৰ নিচিনা হল

  • @hiteshkalita9067
    @hiteshkalita9067 5 ชั่วโมงที่ผ่านมา +20

    দলবগৰা নেতা সকলে লগত বহিবলৈ এখন চকীও নিব লাগে

  • @kumudbaruah2001
    @kumudbaruah2001 4 ชั่วโมงที่ผ่านมา +8

    ভালে ভালক পায় জাবৰে খালক পায়। তেনেকৈ ভাল বাতৰি, সমাজৰ উপকাৰ হোৱা বাতৰি, উন্নতি আৰু প্রগতিৰ বাতৰি দিয়াবোৰ ভাল আৰু বিপৰীতে তলখোচৰা, চকুচৰহা, প্রপাগান্ডা চলোৱা বোৰক খাল আৰু জাবৰ বুলি নকৈ কি বুলি ক'ব। ক্ৰচ কাৰেন্ত খাল আৰু জাবৰৰ নামান্তৰ।

  • @Rahul-e2x7z
    @Rahul-e2x7z 3 ชั่วโมงที่ผ่านมา +6

    2 হাজাৰ টকীয়া নোট হৱ

  • @RebakantaBordoloi
    @RebakantaBordoloi 5 ชั่วโมงที่ผ่านมา +5

    Bohut vl lagil, politics arok

  • @HappyKnittingYarn-wx1pw
    @HappyKnittingYarn-wx1pw ชั่วโมงที่ผ่านมา +2

    সদৌ অসম দল বাগৰা পৰিষদ নামেৰে দল এটা খুলি প্ৰচাৰ চলাই দিয়ক ।বিধান সভাত নিৰ্বাচনত কিবা এটা হয়েই ।

  • @kushalbora4823
    @kushalbora4823 4 ชั่วโมงที่ผ่านมา +3

    Politics without principle dokha enekuwai hobo.

  • @rupchandali3956
    @rupchandali3956 4 ชั่วโมงที่ผ่านมา +3

    thanks

  • @UpenDeka-t9r
    @UpenDeka-t9r ชั่วโมงที่ผ่านมา +1

    Very good 👍👍👍 Salute

  • @anmoran5102
    @anmoran5102 5 ชั่วโมงที่ผ่านมา +6

    News tu shai mojar lagile.....

  • @asomiaasom6008
    @asomiaasom6008 ชั่วโมงที่ผ่านมา +1

    আবৰ্জনা ডাষ্টবিনত পেলায় গতিকে আবৰ্জনাবোৰক ডাষ্টবিনত পৰি আছে ডাষ্টবিনত বিচাৰক তাত পাব সেইকেইটাক ।

  • @gh12138.
    @gh12138. 5 ชั่วโมงที่ผ่านมา +4

    Sobuke tup di thoi dise mama i😂😂😂😂

  • @ranobasumatary7206
    @ranobasumatary7206 3 ชั่วโมงที่ผ่านมา +2

    They are baseless and standless leader

  • @debenhandique9958
    @debenhandique9958 ชั่วโมงที่ผ่านมา

    এই সকলো বিলাকে ধংশ পথত ভৰি দিলে।

  • @Narzy88
    @Narzy88 4 ชั่วโมงที่ผ่านมา +3

    Rup joti kurmi ki hol Sir ? Obosta kenekoy hoy aase ? Bohudh din hoygol, batorit tar sehera saboloy mon golio diki napai sun Sir ? Chief minister hobo bisaratu 🤣🤣🤣

  • @user-hr3zj9ke6m
    @user-hr3zj9ke6m 2 ชั่วโมงที่ผ่านมา

    Good news

  • @cgohain7304
    @cgohain7304 2 ชั่วโมงที่ผ่านมา

    পদুপ ফুলৰ গোন্ধ নাই।পানী শুকাই গলে তলৰত যায়।

  • @nilkamalvedios8867
    @nilkamalvedios8867 ชั่วโมงที่ผ่านมา

    আপোনাৰ সেইসকল নেতাৰ হৈ কিয় মুৰ ঘমাই ছে হে?

  • @GitaGogoi-nd6jt
    @GitaGogoi-nd6jt 5 ชั่วโมงที่ผ่านมา +1

    Dol bagara netar abastha anekuwai hoi .Amur jilatu keitame beleg dolor para ahi taw Mari ase .

  • @nagendeka8465
    @nagendeka8465 4 ชั่วโมงที่ผ่านมา +1

    😢😢😢😢😢😢😢😢😢

  • @pinkisarmah8400
    @pinkisarmah8400 3 ชั่วโมงที่ผ่านมา +2

    Eaibur suba seleka

  • @Surajjamanprodhani
    @Surajjamanprodhani 2 ชั่วโมงที่ผ่านมา

    Jabor hol

  • @abdulmannanahmed787
    @abdulmannanahmed787 ชั่วโมงที่ผ่านมา

    They are reaping what they have sown.

  • @mrs.mamtazbegum1470
    @mrs.mamtazbegum1470 3 ชั่วโมงที่ผ่านมา +5

    Jene kukkur tene Tangun

  • @UmadUllah
    @UmadUllah ชั่วโมงที่ผ่านมา

    Kam nathka manuh
    Val Sinta kora manuh
    Nohoi

  • @bijitsaikia2491
    @bijitsaikia2491 3 ชั่วโมงที่ผ่านมา

    Tew lukok Jodi Aku congras t loi jua loksova t gi hokol raija vot congrasok disil hai vot aru napabo Haitu thik apunaluka u raijor motamot lobo para

  • @MonjitSaikia-k9p
    @MonjitSaikia-k9p 2 ชั่วโมงที่ผ่านมา

    Congressor bidekhi hurokhya diya adorkho to bhal lageb 26 akou jikibo buli akha rakhilu 😂😂

  • @HurmaAssamTangla
    @HurmaAssamTangla 2 ชั่วโมงที่ผ่านมา

    Bjp tiyagi sarmato aka

  • @puspadhar6239
    @puspadhar6239 นาทีที่ผ่านมา

    😂😅😅

  • @redcherrysproduction5426
    @redcherrysproduction5426 3 ชั่วโมงที่ผ่านมา +1

    গৰ্ব গগৈ জিকিল হয় , কিন্তু মুৰুখৰ ভোটেৰে জিকিল। আমাৰ সমাজত জ্ঞানীৰ সংখ্যা এনেও কম ,জ্ঞানী সকল ডাকু পাৰ্টিৰ পৰা আতৰি আহিলেও গৰিষ্ঠসংখ্যক মুৰুখ তাত থাকি গল , আৰু বিজেপিৰ পৰা মুৰুখগাল গৈ তাত লগ লাগিল । গতিকে মুৰুখৰ সংখ্যা বৃদ্ধি হ'ল আৰু গৰ্ব বাবা জিকি গল । পিছে এই বাৰহে জিকিল , দেই আৰু নহ'ব কিন্তু ।

    • @EffiNawab
      @EffiNawab ชั่วโมงที่ผ่านมา

      শিক্ষিত ভদ্ৰ দূৰ্নীতি নকৰা মানুহ কাৰণে সকলোৱে ভোট দিলে ।বিজেপি এটা ঘোচ খোৰ হতূাকাৰী ধৰ্ষনকাৰী দল ।গতিকে যোৰহাটৰ মানুহ শিক্ষিত সেয়ে শিক্ষিত মানুহকজিকালে ।

    • @mkumar9658
      @mkumar9658 ชั่วโมงที่ผ่านมา

      Mokkel. Toi hoi eta gahori

    • @mkumar9658
      @mkumar9658 ชั่วโมงที่ผ่านมา

      Tur eku kam ni ei duniyat