মোৰ পত্নীয়ে ১০ কেজি বাইচেপ মাৰে, মোৰ পুত্ৰ ব্লেক বেল্ট : ৰূপজ্যোতি কুৰ্মী

แชร์
ฝัง
  • เผยแพร่เมื่อ 10 พ.ย. 2024

ความคิดเห็น • 341

  • @jayantagogoi1820
    @jayantagogoi1820 หลายเดือนก่อน +127

    পাগলৰওঁ এটা সীমা থাকে আৰু দেই, এইটোৰ কেনেকৈনো বিধায়ক হৈ আছে।

    • @champak8757
      @champak8757 หลายเดือนก่อน +8

      E pgl nhy...pgl manuh bor ji y vote di pgl k jikaise

    • @rakeshnath4232
      @rakeshnath4232 หลายเดือนก่อน +1

      Moriyanir manuh bur kenekua hobo pare vabi sabo

    • @SahjahanAhmed-t9o
      @SahjahanAhmed-t9o หลายเดือนก่อน +6

      Kune vote dile o kela iyak

    • @SriArunjyotiDeka
      @SriArunjyotiDeka หลายเดือนก่อน +1

      নিমষ খোৱা

    • @umolaghar8438
      @umolaghar8438 หลายเดือนก่อน

      Nimokh khua labour bure jikai ase

  • @dhkpatir1483
    @dhkpatir1483 หลายเดือนก่อน +44

    এইজন বিধায়কনে এজন মহা পাগল মৰিয়নি সমস্টিয়ে আচলতে লাজ পাব লাগে |

  • @BrojenChetia-i8n
    @BrojenChetia-i8n หลายเดือนก่อน +11

    এইটোক বিধায়ক নিৰ্বাচিত কৰা সকলে লাজ পাই নে নাপায় বাৰো? কি কাৰণত ৰাইজে এনেকুৱা এজন জনপ্ৰতিনিধি নিৰ্বাচিত কৰে, হাহি উঠে আমাৰ। পাগলৰ এটা সীমা থাকে।

  • @mainudavi9510
    @mainudavi9510 หลายเดือนก่อน +8

    মাননীয় CM sir ,,,,ইয়াক অলিমপিকলৈ কিয় পঠিওবা নাই ইমান পতিভা আছে ইয়াৰ।।

  • @SimilarAhmed
    @SimilarAhmed หลายเดือนก่อน +57

    এই টো ভোবুলা ছাগলী ইয়াক দুৰ্গা পূজা ত জিতু দিয়ে তাত দিব লাগে।

  • @hefzurahmed4561
    @hefzurahmed4561 หลายเดือนก่อน

    তোৰ শক্তি, তোৰ পৰিয়ালৰ শক্তি থৈ দে ও। বকৰা কৰবাৰ বে বে বে।

  • @guptasarmah8949
    @guptasarmah8949 หลายเดือนก่อน +26

    ভোবোলা প্ৰজাতিৰ প্ৰাণীটো গিৱন বনানচলত সংযোজন কৰিলে বেছি ভাল হ'ব।

  • @DilipChakraborty-j6b
    @DilipChakraborty-j6b หลายเดือนก่อน +106

    মৰিয়নি ৰাইজে কি এজন অভদ্র মানুহক ভোট দি বিধায়ক বণাইছে আৰু অহা নিৰ্বাচন যেন এই ভুল নকৰে

    • @benipegu2302
      @benipegu2302 หลายเดือนก่อน +5

      Right ❤❤

    • @goutamsaikia8462
      @goutamsaikia8462 หลายเดือนก่อน +1

      হামদেৰ মানুহ বুলি আৱেগিক ভোট দিয়ে

    • @kankonbiswas695
      @kankonbiswas695 หลายเดือนก่อน +1

      Hey zagar manuh ase to bhal

    • @TultulDas-hs6ud
      @TultulDas-hs6ud หลายเดือนก่อน

      Hoi dai ane pagolok Raija jikai ni. Sara pagole u ane bur kotha nokoi😢

    • @PremaNandaMali-n1g
      @PremaNandaMali-n1g หลายเดือนก่อน

      Hoth aru histasari Sai votes fan koribo Adivasi Rirj🎉😂

  • @pradipsaikia582
    @pradipsaikia582 หลายเดือนก่อน +1

    ,এশ বাৰ ধন্যবাদ মৰিয়নি বাসী ৰাইজ

  • @rajkumardihingia2331
    @rajkumardihingia2331 หลายเดือนก่อน +19

    পিছ ফালে ফটকা দুটামান ফুটাই দিলে নগাই গুলিয়াইছে বুলি দৌৰ মাৰিব.....

  • @saratdas4316
    @saratdas4316 หลายเดือนก่อน +76

    মাইকীৰ তলত থকা মতাক কি বুলি কয় জান নহয়

    • @AnataMoliya
      @AnataMoliya หลายเดือนก่อน +1

      চপনীয়া 😅😅

    • @PremaNandaMali-n1g
      @PremaNandaMali-n1g หลายเดือนก่อน

      Yas friend hearing 😂 that is handkaf husband 😂 that ,s 😅he

  • @dibyajyotisonowal7398
    @dibyajyotisonowal7398 หลายเดือนก่อน +3

    এইজনৰ পিছত দৌৰি থকা কেইজনো কম নহয় ৷

  • @অসমীয়াপৰিয়াল
    @অসমীয়াপৰিয়াল หลายเดือนก่อน +3

    এইটো পাগল মানে, ইয়াৰ কাৰণে ভেকচিন বেলেগে বনাব লাগিব ।

  • @promudgogoi2333
    @promudgogoi2333 หลายเดือนก่อน +14

    কি কি কি , আপুনি কি বেল ?
    নগাই কাঠৰ বন্ধুক টো ফুটাই দিওঁতে আপুনি কিয় তেনেকৈ দৌৰিছিল.

  • @anonymous_assamese4838
    @anonymous_assamese4838 หลายเดือนก่อน +2

    ইয়াক ২০২৬- ত বিদায় দিব লাগে, নহ'লে বহুত প্ৰদূষণ কৰি থাকে অসমৰ ৰাজনীতি

  • @nabajyotichetia51
    @nabajyotichetia51 หลายเดือนก่อน +28

    কামাখ্যা প্ৰসাদ তাছাই ইয়াৰ বিষয়ে অলপ ক'লে ভাল লাগিব। কাৰণ আগতে এবাৰ কৈছিল। ভাল লাগিছিল। এতিয়া ক'লে আৰু ভাল লাগিব।

  • @PrasantaBaruah-s9e
    @PrasantaBaruah-s9e หลายเดือนก่อน +20

    ভূকা কুকুৰে কামুৰিব নোৱাৰে। ঘৰত যদি ইমানেই বেল থাকোঁতেই নগাৰে কিয় খদিলে তেতিয়া বেল বিলাক উমনি লৈ আছিল নেকি?

  • @gunajitsarma5579
    @gunajitsarma5579 หลายเดือนก่อน +2

    Thik koise ,bhal lagile aponar kothat ❤❤.aponar dore power thoka mla hb lage

  • @jadavnath4360
    @jadavnath4360 หลายเดือนก่อน +1

    পৰিয়ালৰ আটাইকেইজনেই কুস্তি খেলিবলৈ সাজু!

  • @myoldgramophoneinworkingco2559
    @myoldgramophoneinworkingco2559 หลายเดือนก่อน +4

    বিজেপি দলৰ এও এজন গৌৰৱৰ প্ৰতীক ।। মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ সাহস আৰু প্ৰেৰণাৰ উৎস এইজনা মহীৰূহ ।।।নহলেনো মুখ্যমন্ত্ৰী মহোদয়ে মাত নমতাকৈ থাকিল হেঁতেন জানো ।।😅😅😅😅😅

  • @susilsonowal7687
    @susilsonowal7687 หลายเดือนก่อน +1

    ময়ো কাৰেটে ব্ৰাউন বেল্টৰ লৈকে খেলিলো ।কুৰ্মীৰ লগত লাগি চাবৰ মন গৈছিল।

  • @rinkumili2957
    @rinkumili2957 หลายเดือนก่อน +1

    Media ই নিজৰ বিধায়ক ৰ মান মৰ্য্যদা বুজি নোপোৱা বিধায়ক জনৰ ওচৰলৈ যাই কিয়?

  • @BipinGogoi-e6o
    @BipinGogoi-e6o หลายเดือนก่อน

    Enjoying his life...

  • @asrafali4491
    @asrafali4491 หลายเดือนก่อน +3

    এইটো এটা ব্যৱহাৰ নজনা জধা মুখ বিধায়ক । ইয়াৰ মুখত আৰু ইয়াতকৈ আৰু কি শুনিব ই ইমানৰে মানুহ ।

  • @bulbulAxom099
    @bulbulAxom099 หลายเดือนก่อน +19

    এইজনাক ডাঙৰীয়া কোৱা মানে পাপ হে হব

  • @DigantaGogoi-t7f
    @DigantaGogoi-t7f หลายเดือนก่อน

    এই পেঠাটোৱে অকল বেবাই। টেমা গৰমটো

  • @kishoridas6447
    @kishoridas6447 หลายเดือนก่อน +22

    কি ক'ব গৈছে বুজিব পৰা নাই। মৰিয়নিত বেলেগ উপযুক্ত নেতা নাই নেকি?

  • @DSqrtda
    @DSqrtda หลายเดือนก่อน +11

    এই বিলাক সাক্ষাৎ লবলৈ‌ যোৱা প্ৰচাৰ কৰা জন, যেতিয়া ঘোচা দিব, গম পাই যাবা।

  • @shyamalbiswas1449
    @shyamalbiswas1449 หลายเดือนก่อน

    Very good ❤❤❤

  • @RanjitDeka-b9i
    @RanjitDeka-b9i หลายเดือนก่อน

    হলেও শৃংখলক ভয় কৰে |

  • @nritanganagogoilovefreefir2366
    @nritanganagogoilovefreefir2366 หลายเดือนก่อน +1

    পাগলে নকয় কি ছাগলীয়ে নাখায় কি।আমাৰ গাতে ভুল আমি এনেকোৱা পাগলবোৰয় হাতত ৰাজ ভাড় দিওঁ।সজাগ হ'বৰ হ'ল ৰাইজ ।

  • @BiplobhatiBaruah
    @BiplobhatiBaruah หลายเดือนก่อน +1

    নগা খেদিবলৈ লগত লৈ যাবি তোৰ পৰিয়ালটো। এই বাৰ চিন্তা নাই। দ'ল সঙগঠন সকলো এক হৈ প্ৰতিবাদ কৰা।

  • @Jaduram-o7p
    @Jaduram-o7p หลายเดือนก่อน +1

    তই এটা পাগল পাগল পাগল। মৰিয়নি বাসী ৰাইজলৈ ধন্যবাদ।

  • @jeetborgohain1302
    @jeetborgohain1302 หลายเดือนก่อน +2

    মৰিয়নি ৰাইজে এনেকুৱা কথাৰ কোনো সংসতি নথকা মানুহক প্ৰবিত্ৰ বিধানসভালৈ পঠিয়াই অলপ লজ্জা বোধ কৰিছে নাই বাৰু।

  • @belarushkharia
    @belarushkharia หลายเดือนก่อน +1

    এইজন পাগল এই বিধায়কজন একো নাজানে কাৰণ বি জে পি ক সিপাৰ লৈকে ওঘালি পেলোৱাৰ সময় আহিল

  • @iliusahmed8881
    @iliusahmed8881 หลายเดือนก่อน +27

    Tezpur

  • @As05870
    @As05870 หลายเดือนก่อน +19

    এটা শব্দত প্ৰকাশ কৰা...., যাৰ পাগলামিৰ সীমা নাই, তাক কি বুলি কয়।

    • @benipegu2302
      @benipegu2302 หลายเดือนก่อน +1

      মূৰ্খ নহয় জানো,❤

    • @AbulHussain-dl6og
      @AbulHussain-dl6og หลายเดือนก่อน

      ​@@benipegu2302Mutheo nohoy....Jodha Murxo hoy kintu.....

    • @SaidurRahman-dt4qd
      @SaidurRahman-dt4qd หลายเดือนก่อน

      চেলা বলিয়া

  • @mintubharali952
    @mintubharali952 หลายเดือนก่อน +1

    সঁচাই মৰিয়নিৰ ৰাইজে এই ছাগলী তোক কেতিয়াও ভোট নিদিব।ইয়াৰ কথা শুনিলে আমাৰেই লাজ লাগে।

  • @SanjayChungkrang-pt6lv
    @SanjayChungkrang-pt6lv หลายเดือนก่อน +5

    মৰিয়নি সমষ্টিৰ মানুহবোৰ ভয়তে আপোনাক ভোট দিয়ে চাগে। এজন সন্মানীয় বিধায়জনৰ মুখত এনে কোৱা কথা একেবাৰে ভাল নালাগে।

  • @VishnuRavii-vt7ql
    @VishnuRavii-vt7ql หลายเดือนก่อน +4

    পাগল MLA এইজন ।

  • @dharamabarbarua
    @dharamabarbarua หลายเดือนก่อน +1

    ঐ ‌ ৰূপজ্যোতি ভূমিত দম নাই । নগাৰ গুলীৰ মাত শুনি পলালি । লাজ নালাগে , ৰাইজক ঘূচিয়াম বুলি কবলৈ । তোৰ দিন আহি আছে। শৃংখল চলিহাই পালে ভূমিত মাৰিব তোক।

  • @bhabengogoi4634
    @bhabengogoi4634 หลายเดือนก่อน +1

    ই সঁচাকৈ পাগল হল

  • @dilipgorh2921
    @dilipgorh2921 หลายเดือนก่อน +1

    আপোনালোকে ভদ্ৰ মানুহৰ নিউজ কৰক অভদ্ৰ মানুহৰ নহয় ৷

  • @sdahmed6522
    @sdahmed6522 หลายเดือนก่อน +2

    এইজনা ঘৰচীয়া নহয়,এইজনা বনৰীয়া এটা গৰু😅

  • @daizee4510
    @daizee4510 หลายเดือนก่อน +9

    সাবধান মৰিয়াই বি জে পি এইজন ব্ৰাউন বেল মাইকীএজনীৰ 10 kg ঘোঁচা পুতেক black বেল । কেতিয়াবা তাৰ আগত কিবা complain / অভিযোগ কৰিবলৈ গ'লে কি অবস্থা হব গম পাইছে নহয়।😢😢😅😅

  • @parthaBorah-ur1zw
    @parthaBorah-ur1zw หลายเดือนก่อน +29

    পাগলৰওঁ এটা সীমা থাকে

  • @techassam3121
    @techassam3121 หลายเดือนก่อน

    Morionir raij ...assam r best intellectual raiz

  • @montulahon6692
    @montulahon6692 หลายเดือนก่อน +1

    মৰিয়নি সমষ্টি মানুহে অৰ্থহীন মানুহ এজনক MAL বনালে কোনো কুৱালিতি নাই

  • @gamvlogs1748
    @gamvlogs1748 หลายเดือนก่อน +1

    সাংবাদিক সকল ইয়াৰ ওচৰত যাব নালাগে

  • @achintaborah186
    @achintaborah186 หลายเดือนก่อน +2

    এইটো এটা পাগল।

  • @BijuKumbang-ou3fg
    @BijuKumbang-ou3fg หลายเดือนก่อน +2

    হেই ভগৱান, প প প পলা ডা ডাঙৰীয়া আ আ আহিছে,,,,।

  • @iloveyouzindagi4864
    @iloveyouzindagi4864 หลายเดือนก่อน +12

    তেনে মোৰ লগত এখন মেচ হৈ যাওক

  • @MukulHazarika-zi7yx
    @MukulHazarika-zi7yx หลายเดือนก่อน +1

    দাদা,এইজন বিধায়কক লৈ একো আমি আশা কৰিব নোৱাৰোঁ ।ফালটো বিধায়ক হয় । আপুনি কি ৰাজনীতি কৰিছে । অসমত আপুনি আছে আন কোনো নাই

  • @niponboruah1516
    @niponboruah1516 หลายเดือนก่อน

    এইটোক তেজপুৰত ভৰ্তি কৰোৱা সময় ইতিমধ্যেই পাৰহৈ গৈছে

  • @HirenNath-vm1dk
    @HirenNath-vm1dk หลายเดือนก่อน +1

    ইয়াৰ কিবা হৈছে ।

  • @bijusaikia5372
    @bijusaikia5372 หลายเดือนก่อน +5

    বান্দৰ সকল , পখিলা সকল - - - কি ভাষাৰ বাহাৰ বে ?

  • @AfjalAli-r8t
    @AfjalAli-r8t หลายเดือนก่อน +2

    Ustadi Mora Khali aito......

  • @TOP3TRENDINGVIDEOS
    @TOP3TRENDINGVIDEOS หลายเดือนก่อน

    মাইকীক যুদ্ধত আগত পথোৱা মানুহ 😂😂😂😂 ই টো জধাই ইয়াক ভোট দিয়া কেইটা আৰু জধা

  • @RebotPermey
    @RebotPermey หลายเดือนก่อน +1

    বান্দৰ ৰূপ কি কৈছে।

  • @user-fe9yi5sp9b
    @user-fe9yi5sp9b หลายเดือนก่อน +1

    ই পাগল হ'ল,ইয়াক মালৰ বটল কেইতামান দি তেজপুৰলে পঠাই দিয়ক ।

  • @sunusiraj6612
    @sunusiraj6612 หลายเดือนก่อน +2

    পালৰ নিউজ কৰি আছে দাদা

  • @NitulBora-oc3oz
    @NitulBora-oc3oz หลายเดือนก่อน +1

    ই BJP গেলাইহে এৰিব

  • @JadabPhukan-r1v
    @JadabPhukan-r1v หลายเดือนก่อน +1

    নিলাজৰ।লাজ।নাই।কেঁকোৰা মোৰ নাই

  • @golenurhoque8038
    @golenurhoque8038 หลายเดือนก่อน +4

    পখি মৰে ৰৈ ৰূপজ্যোতি মৰে কৈ

  • @dipagogoi2172
    @dipagogoi2172 หลายเดือนก่อน +7

    ছাগলীয়ে কি নাখায় পগলাই কি নকয়

  • @AnubhabBorah-x6p
    @AnubhabBorah-x6p หลายเดือนก่อน +1

    মৰিয়নি ভোটাৰ ৰাইজৰ গৌৰৱ। এবাৰ নগৰ ভয়ত হাগি মুটি দৌৰিছিল। 😂😂😂

  • @TaslimAliBabul
    @TaslimAliBabul หลายเดือนก่อน +20

    ইমান প্ৰতিভাবান ! সপৰিয়ালে অলিম্পিক যাব লাগে ? অন্তত ৩টা পদক নিশ্চিত ।

    • @SatymevaJayate007
      @SatymevaJayate007 หลายเดือนก่อน +1

      গৰু পিতন খাব 😂

    • @TaslimAliBabul
      @TaslimAliBabul หลายเดือนก่อน

      @@SatymevaJayate007 👍👍👍👍👍👍👍👍

  • @bb3762398427
    @bb3762398427 หลายเดือนก่อน

    Morioni r MLA 😂😂😂 salute morionibashi🥳🥳🥳

  • @BabuDas-j1n
    @BabuDas-j1n หลายเดือนก่อน +21

    পাগল বুলি ক'ব দাদা

  • @TOP3TRENDINGVIDEOS
    @TOP3TRENDINGVIDEOS หลายเดือนก่อน +1

    গছৰ পাত কেইটা ধৰি থাকা

  • @ModonBorah-jf4jb
    @ModonBorah-jf4jb หลายเดือนก่อน +1

    Set কুৰ্মী tk okole marim

  • @bipulrabha-xg7jr
    @bipulrabha-xg7jr หลายเดือนก่อน

    ৰূপজ্যোতি মোৰ লগত পাঞ্জা খেলিব নেকি যদি মোক হৰুৱাব পাৰে তেতিয়া মই চাকৰি বাদ দিম

  • @RanjitBorah-p1k
    @RanjitBorah-p1k หลายเดือนก่อน +3

    Hi Hi

  • @arpitadutta9888
    @arpitadutta9888 หลายเดือนก่อน +19

    Pura
    Pagal

  • @sushilkonwar2519
    @sushilkonwar2519 หลายเดือนก่อน

    বগা বেল্ট ক'লা বেল্ট এই বিলাকৰ কাম নাই

  • @akashchoudhury8630
    @akashchoudhury8630 หลายเดือนก่อน +7

    তুলনী বিয়া খায় ই পাগল হল বুলি মোৰ অনুমান হৈছে।

  • @sajidzamal3206
    @sajidzamal3206 หลายเดือนก่อน +1

    এখেত গুন্দা নে বিধায়ক ্মালটো কি মানে

  • @harishchrabha9555
    @harishchrabha9555 หลายเดือนก่อน

    মুল্যহীন কথা

  • @NilaSarmah
    @NilaSarmah หลายเดือนก่อน

    দলৰ পোহনীয়া গুন্দা।

  • @Chinmoy2003
    @Chinmoy2003 หลายเดือนก่อน

    ই আমি এনেকুৱা ডামম্বেল থেকেচা মাৰি দিও আকৌ। মহাশয় আপনি প্ৰথমে ভালকৈ কথাখিনিকেই কব শিকি লওকচোন বুজিছে। আপোনি এইখন ৰাজনৈতিক ক্ষেত্ৰত নামি নহল নেকি যে এইবাৰ পত্নী আৰু পুএকো সাজু কৰিছে😅।

  • @dineshachandrarabha7158
    @dineshachandrarabha7158 หลายเดือนก่อน

    চেৰাবলিয়া বুলি কয় এনে লোকক।

  • @Sanuda90
    @Sanuda90 หลายเดือนก่อน +1

    Sobe jodi belt't a thake,,tetiya hole axom police 'r aaru dorkar nai 😂😂

  • @montugogoi8071
    @montugogoi8071 หลายเดือนก่อน

    এই ওপচকুৱাটোক কি কৰিবলে B J Pছৰকাৰে ৰাখিছে নেযানো দেই

  • @AmMintuIntartitment
    @AmMintuIntartitment หลายเดือนก่อน +4

    বলিয়া গছ কিমান কাতিছা হিছাপ আছে

  • @Aditygogoi123
    @Aditygogoi123 หลายเดือนก่อน +2

    হাঁহিম নে কান্দিম ‌মানে,,,

  • @rajibbora1813
    @rajibbora1813 หลายเดือนก่อน +2

    গঠন মুলক কথা কব লাগে ফালতু কথা ভালনালাগে

  • @sahidulsvlogs7862
    @sahidulsvlogs7862 หลายเดือนก่อน

    মহা পাগল।

  • @bimangogoi2512
    @bimangogoi2512 หลายเดือนก่อน

    ছাগলীটোৱে কি বেলবেলাই আছে বাৰু।

  • @aslamhussain891
    @aslamhussain891 หลายเดือนก่อน

    গিৱন অভয়াৰণ্য বে বে বে বান্দৰৰ বাবে বিখ্যাত। 😂

  • @mridulkbora5349
    @mridulkbora5349 หลายเดือนก่อน

    থুৱাই, থু

  • @maheshkalita8811
    @maheshkalita8811 หลายเดือนก่อน +1

    E mokkel2 jatiyatabad nhoi Rashtariyabad aru Jodi rati xopun dekhe rati ses a

  • @IsmailAli-l6p
    @IsmailAli-l6p หลายเดือนก่อน +2

    Sudur bhai vaal hoi ja

  • @AhmodAli-fg9rn
    @AhmodAli-fg9rn หลายเดือนก่อน +5

    Voot dia manuhbur pagol hoi sob

  • @pranabsarma2002
    @pranabsarma2002 หลายเดือนก่อน +1

    এখেত বিধায়াক নে কলেজ ৰ ছাত্ৰ একতা সভা ৰ সদস্য?

  • @deepaknath5499
    @deepaknath5499 หลายเดือนก่อน

    10Kgs biceps mane buji napalu .......
    Biceps kg t jukhe buli aji gom palu

  • @MahammadAli-u9m
    @MahammadAli-u9m หลายเดือนก่อน

    Sagal

  • @NirmalSarkar-md2xm
    @NirmalSarkar-md2xm หลายเดือนก่อน +3

    লাও পাত আৰু কচূ পাত😅😅

  • @NipaBoruah-bu7op
    @NipaBoruah-bu7op หลายเดือนก่อน

    কি যে কয়😅😅😅

  • @KakuSaikia-bs6ny
    @KakuSaikia-bs6ny หลายเดือนก่อน

    ঐ গৰু ব্লেক বেল্ট মানুহ মাৰিবলৈ নলয় তহঁতে সমৰ কলাৰ ভুল ব্যৱহাৰ কৰিছ ।

  • @MoonBora-ni1mc
    @MoonBora-ni1mc หลายเดือนก่อน

    Ba ba