Conversation With ‘Aryan Hazarika’

แชร์
ฝัง
  • เผยแพร่เมื่อ 17 ต.ค. 2024

ความคิดเห็น • 15

  • @ratneswarrabha6395
    @ratneswarrabha6395 10 วันที่ผ่านมา

    সুন্দৰ ❤

  • @binaboruah4426
    @binaboruah4426 ปีที่แล้ว +2

    আৰায়ান,তোমাৰ কণ্ঠ অতি শুৱলা।তুমি কথাৰ মাজত so-so বুলি নক'বা দেই।অসমীয়া কথাৰ মাজত ইংৰাজী নক'বা আৰু তোমাক কোনোবাই শিল্পী বুলি ক'লে ক'বলৈ নিদিবা।গীত সমূহ বুলি নক'বা, বিলাক বুলি ক'বা। তুমি ভৱিষ্যতে এগৰাকী সঁচা শিল্পী হোৱা।অসমৰ নাম উজ্জ্বল কৰা! আমাৰ শুভেচ্ছা সদায় আছে, থাকিব।

  • @Tridip13
    @Tridip13 2 ปีที่แล้ว +4

    আৰিযন,
    শুভেচ্ছা থাকিল, পিছে তুমি,আমাৰ অতি আদৰৰ,তোমাৰ পিতাৰ নামটো এবাৰ ও নল লা যে, ? নিশ্চয় তুমি জন্মহৈ এ সেইজনাৰ কন্ঠৰ গীত হে তোমাৰ কাণত প্ৰথম প্ৰবেশ কৰিছিল।
    তোমাৰ ভবিষ্যত আৰু সংস্কৃতিক হোৱাৰ কামনা কৰিলো।

  • @bhupendas1971
    @bhupendas1971 3 ปีที่แล้ว +2

    বৰ ভাল লাগিল আৰিয়ান !
    তোমাৰ কথাবোৰে অন্তৰ চুই গ'ল...|
    সচাঁকৈয়ে তোমাৰ আহ্বান সময় উপযোগী , গ্ৰহণযোগ্য আৰু প্ৰেৰণাদায়ক নতুন প্ৰজন্মৰ বাবে | তোমাৰ চিৰ
    উজ্জল ভবিষ্যত আৰু সূ-স্বাস্থ্যৰ কামনা কৰিলোঁ |আগুৱাই যোৱা
    তাৰেই আশাৰে....... |

  • @assamese1075
    @assamese1075 5 หลายเดือนก่อน

    দেউতাৰ নাম এবাৰো নললা

  • @অসমীয়াকৃষ্টি-ত৫ব
    @অসমীয়াকৃষ্টি-ত৫ব 2 ปีที่แล้ว +2

    সাক্ষাৎকাৰটি চালো কিন্তু দেউতাকৰ নামটো এবাৰো লোৱা দেখা নগ'ল, কিহৰ বাবে বাৰু

  • @akhilbora6519
    @akhilbora6519 2 ปีที่แล้ว +1

    তোমাৰ উজ্জ্বল ভবিষ্যত কামনা কৰিলোঁ ৷ তুমি অসমৰ সংগীত জগতৰ এক উজ্জ্বল নক্ষত্ৰ ৷

  • @sangeetamayur7375
    @sangeetamayur7375 2 ปีที่แล้ว

    বহুত বহুত মৰম দিলো Ariyan ক । তোমাৰ voice তো দেউতাৰ দৰে ।মই তোমাৰ দেউতাৰ গান সৰুৰে পৰা শুনিছো । তুমি আগবাঢ়ি যোৱা ।💐💐💐💐💐

  • @pradakshinakalita5080
    @pradakshinakalita5080 3 ปีที่แล้ว +1

    Bor vl lgil ❤️🙏... Bohu dinor pora gaan huni asilo kintu kotha bur xuni vl lagil 💚

  • @jundas7979
    @jundas7979 3 ปีที่แล้ว +1

    Good luck ariyan...
    You speak very lovely..

  • @ebadulalfaz8555
    @ebadulalfaz8555 3 ปีที่แล้ว +1

    Areyan tume mor moromor hoi.tume uparot juwa mor duwa ase

  • @joiaaiaxom796
    @joiaaiaxom796 ปีที่แล้ว +1

    Hi

  • @PriyankaDas-ic2lu
    @PriyankaDas-ic2lu 3 ปีที่แล้ว

    👍👏