নাম প্ৰসঙ্গত নামাচাৰ্য্যই তাল কেনেকৈ বজাব লাগে?

แชร์
ฝัง
  • เผยแพร่เมื่อ 6 ก.ย. 2024

ความคิดเห็น • 145

  • @madhusudankalita1890
    @madhusudankalita1890 หลายเดือนก่อน +2

    কৃষ্ণ সুন্দৰ, বৰা বাপজনালৈ সহস্ৰ প্ৰণিপাত জনালোঁ।ইমান সুন্দৰ আৰু বিতংকৈ বুজাইছে।

  • @monilahan7596
    @monilahan7596 ปีที่แล้ว +4

    কৃষ্ণ কৃষ্ণ

  • @KeshabPhukon-nj2du
    @KeshabPhukon-nj2du 6 วันที่ผ่านมา

    Krishna krishna krishna bap krishna

  • @srimontaburagohain1665
    @srimontaburagohain1665 ปีที่แล้ว

    সুন্দৰ লাগিছে বাপজন ,প্ৰভুৰ নাম কীৰ্তন কৰিবলৈ ভগৱানে কৃপা বৰিষক।

  • @girinkrgogoi8688
    @girinkrgogoi8688 ปีที่แล้ว +1

    খুব সুন্দৰ হৈছে,ভিডিও তো চাপৰি,আৰু তালৰ শব্দ আগতে ওলাই ছে

    • @kankanacreation3167
      @kankanacreation3167  ปีที่แล้ว

      কৃষ্ণ🙏।অলপ দুৰৰ পৰা কৰিব লগা হল বাপ জন।সেই কাৰনে তেনে হল।

  • @pranjoldutta7038
    @pranjoldutta7038 ปีที่แล้ว

    অতি সুন্দৰ ভাৱে প্ৰশিক্ষণ দিছে 🙏🏿 আমাৰ বহুত সুবিধা হৈছে ভিডিঅ'ৰ জড়িয়তে 🙏🏿🙏🏿🙏🏿 কৃষ্ণ 🙏🏿🙏🏿জয় গুৰু শঙ্কৰ 🙏🏿

    • @kankanacreation3167
      @kankanacreation3167  ปีที่แล้ว

      কৃষ্ণ বাপ 🙏সমস্তকে এই প্ৰশিক্ষন চাব পৰা ব্যৱস্থা কৰাৰ চেষ্টা কৰা হৈছে।কৃপা আমাৰ চেনেলটিৰ যোগেদী আপোনাসব উপকৃত হোৱা বুলি জানি আমি সুখী অুভৱ কৰিছো।ক্ৰম অনুসৰি দিয়াৰ চেষ্টা কৰিচো।আপোনা সবৱ কৃপা লাগিব🙏।

  • @ChayonikaLoing
    @ChayonikaLoing 7 วันที่ผ่านมา

    Krishna bap

  • @jitendrapanging1638
    @jitendrapanging1638 ปีที่แล้ว

    ভালো হইছে

    • @kankanacreation3167
      @kankanacreation3167  ปีที่แล้ว

      কৃষ্ণ🙏।কৃপা কৰি চেনেলটি চাাচক্ৰাইব কৰি লব।প্ৰতি সপ্তাহত নতুন নতুনকৈ প্ৰশিক্ষনৰ অংশ দি থকা হৈছে।

  • @mmadhab1658
    @mmadhab1658 5 หลายเดือนก่อน

    কৃষ্ণ কৃষ্ণ🙏

  • @nandadulalborah5246
    @nandadulalborah5246 5 หลายเดือนก่อน

    🙏🏼🙏🏼

  • @pulakdas2171
    @pulakdas2171 7 วันที่ผ่านมา

    Sundar

  • @kharkhuaokhomia5949
    @kharkhuaokhomia5949 4 หลายเดือนก่อน

    কৃষ্ণ কৃষ্ণ বাপ! সমস্ত ভকতৰ পাদপদ্মত এভাগি সেৱা জনাইছো।প্ৰসঙ্গ কৰাৰ চেষ্টা কৰিছো।আপোনাসৱে কৃপা কৰিব বুলি সেবা জনালো ।জয় গুৰু শঙ্কৰ।

    • @kankanacreation3167
      @kankanacreation3167  4 หลายเดือนก่อน

      কৃষ্ণ🙏কৃষ্ণ বাপ কৃপা হওক।

  • @arupkonwar3195
    @arupkonwar3195 ปีที่แล้ว +1

    কৃষ্ণ

  • @juriboruah1152
    @juriboruah1152 ปีที่แล้ว

    কৃষ্ণ অতি সুন্দৰ। বাপ জনলৈ সেৱা নিবেদিলো।

  • @digantaborah5022
    @digantaborah5022 ปีที่แล้ว

    বৰ সুন্দৰ বাপ,কৃষ্ণ,, সেৱা আগবঢ়াই ছো।

  • @prahladhazarika9956
    @prahladhazarika9956 4 หลายเดือนก่อน

    সুন্দৰ পৰিবেশন। কৃষ্ণ কৃষ্ণ। প্ৰহ্লাদ কুমাৰ হাজৰিকা।প্ৰাক্তন সভাপতি।জামুগুৰি আঞ্চলিক। শ্ৰীমন্ত শঙ্কৰদেৱ সংঘ।জামুগুৰিহাট।

    • @kankanacreation3167
      @kankanacreation3167  4 หลายเดือนก่อน

      কৃষ্ণ🙏।সেৱা নিবেদিলো বাপজন।

  • @jyotishdeori979
    @jyotishdeori979 ปีที่แล้ว

    সুন্দৰ। বাপজনাক ভগৱানে কৃপাকৰক।

  • @babulborah5253
    @babulborah5253 ปีที่แล้ว +1

    কৃষ্ণ ্ জয় গুৰু শংকৰ ।

    • @kankanacreation3167
      @kankanacreation3167  ปีที่แล้ว

      কৃষ্ণ🙏

    • @ankitadas1152
      @ankitadas1152 ปีที่แล้ว

      আই সকলে তাল বজাবলৈ সুবিধা আছে নে,,

  • @jibonjyotidutta622
    @jibonjyotidutta622 ปีที่แล้ว +1

    Nice

  • @jadavgogoi4008
    @jadavgogoi4008 ปีที่แล้ว

    কৃষ্ণ কৃষ্ণ কৃষ্ণ
    সমস্ত জনলৈ মহাঅধমে সেৱা নিবেদিলো কৃষ্ণ কৃষ্ণ কৃষ্ণ

    • @kankanacreation3167
      @kankanacreation3167  ปีที่แล้ว

      কৃষ্ণ 🙏।সেৱা জনালো।

  • @sewalibora2532
    @sewalibora2532 ปีที่แล้ว

    সুন্দৰ অ বাপজনা।আমিগৃহতে আপোনাৰ অমৃত পান কৰিবলৈ পাইছো।বৰ সন্তোষ পাইছো দেই।আগলৈ এইদৰেই সুন্দৰ ভিদিঅ পাম বুলি আশা কৰিলো।ভগৱানে সদায় কৃপা কৰক। কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ।

    • @kankanacreation3167
      @kankanacreation3167  ปีที่แล้ว

      কৃষ্ণ🙏।প্ৰতি সপ্তাহত দিয়াৰ ব্যবস্থা কৰা হৈছে। কৃপা কৰি অলপ শ্বেয়াৰ কৰি দিব।সমস্তৰে সুবিধা হব।

  • @bivusaikia5909
    @bivusaikia5909 2 หลายเดือนก่อน

    ❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤

  • @aikankalita6733
    @aikankalita6733 ปีที่แล้ว

    Krishna krishna bap jona bahut val lagil

  • @khiroddeori1669
    @khiroddeori1669 10 หลายเดือนก่อน

    🙏 কৃষ্ণ ।সুন্দৰ পৰামৰ্শ।

  • @bijumonidutta2472
    @bijumonidutta2472 ปีที่แล้ว

    কৃষ্ণ কৃষ্ণ 🙏🙏 অতি সুন্দৰ বাপ

  • @RahulSonowao
    @RahulSonowao 9 หลายเดือนก่อน

    কৃষ্ণ বাপ🙏

  • @GopalKachariOfficial
    @GopalKachariOfficial ปีที่แล้ว +1

    🙏🙏

  • @agogoimusicproduction2924
    @agogoimusicproduction2924 ปีที่แล้ว

    কৃষ্ণ
    সুন্দৰ বাপ কৃষ্ণ কৃষ্ণ

  • @pulokdutta120
    @pulokdutta120 ปีที่แล้ว

    🙏কৃষ্ণ ,বাপ ,সুন্দৰ পদক্ষেপ🙏

    • @kankanacreation3167
      @kankanacreation3167  ปีที่แล้ว

      কৃষ্ণ আপোনা সবৰ কৃপা🙏

  • @vagnahriday3074
    @vagnahriday3074 10 หลายเดือนก่อน

    খুউব সুন্দৰ ।

  • @renukadassaloi6596
    @renukadassaloi6596 ปีที่แล้ว

    কৃষ্ণ কৃষ্ণ সেৱা প্ৰভু

  • @junborah9841
    @junborah9841 11 หลายเดือนก่อน

    ❤🎉

  • @probhawotiboruah586
    @probhawotiboruah586 ปีที่แล้ว

    কৃষ্ণ প্ৰায় তএইশ বছৰ পিছত বৰা বাপজনাক দেখা পাই অতি আনন্দিত হলো।তেখেত আমাৰ নাম প্ৰসংগ প্ৰশীক্ষক গুৰু আছিল।‌ভক্তি পূৰ্ণ সেৱা নিবেদিলো কৃষ্ণ তিতাবৰ পৰা।

    • @kankanacreation3167
      @kankanacreation3167  ปีที่แล้ว

      কৃষ্ণ 🙏।আমি এই চেনলৰ যোগেদী লগ পাই থকাৰ ব্যৱস্থা কৰা হৈছে।

  • @sanjeevlaskar6881
    @sanjeevlaskar6881 ปีที่แล้ว

    ভাল লাগিল। বাপজনা সেউজীয়া গামোচা খনৰ তাৎপৰ্যতো ভাঙি দিলে উপকৃত হলো হয়।

    • @kankanacreation3167
      @kankanacreation3167  ปีที่แล้ว

      কৃষ্ণ🙏।কিয় জানিব বিছাৰিলে নাজানিলো।

    • @sanjeevlaskar6881
      @sanjeevlaskar6881 ปีที่แล้ว +1

      @@kankanacreation3167 মূখ্য 3খন অসমীয়া গামোচাৰ ওপৰিও প্ৰায় 10 খন মান গামোচাৰ প্ৰচলন অসমৰ ঠাই ভেদে দেখা যায়। কিন্তু সংঘৰ বাপ সকলে কেইবছৰমানৰ পৰা কৃষ্ণ গুৰুৰ ধৰ্মীয় লোক সকলে ব্যৱহাৰ কৰা সেউজীয়া পাৰি গামোচা খন ব্যৱহাৰ কৰা দেখা যায়। এই বিষয়ে কেইবাজনো বাপক আমাৰ সংঘত এই গামোচা খন কেনেকৈ আহিল জানিব বিছাৰো যদিও মনঃপূত উত্তৰ পোৱা নাই। কৃষ্ণ বাপ।

  • @rabisonpatar1656
    @rabisonpatar1656 ปีที่แล้ว

    Krishna bap jona appear maydha arou loare aeke niomot prosago pronali hole bhal hol hoie .,.from nawgaon krishna bap bhal lagil

    • @kankanacreation3167
      @kankanacreation3167  ปีที่แล้ว

      কৃষ্ণ🙏।ভাল লাগিল অলপ উনুকিয়াই দিয়া বাবে। এইয়া মাথো প্ৰাৰম্ভিক পৰ্যায়ৰ হে ।শুদ্ধ ৰূপত দিয়াৰ প্ৰয়াস কৰা হব বাপজন।সেৱা জনালো🙏।সমস্তৰে ভগৱন্তৰ কৃপা হওক।

  • @durlavrajbaruah1268
    @durlavrajbaruah1268 ปีที่แล้ว

    কৃষ্ণ। বৰ ভাল লাগিছে। এনেকুৱা ধৰণৰ প্ৰশিক্ষণ ৰ ভিডিও য়ে নতুন শিকাৰু সকল ক বৰ সহায় কৰিব। গতিকে আমি বৰ উপকৃত হৈছো।বৰা বাপ জনাৰ এনে ধৰণৰ ভিডিও সমূহ ডিজিটেল মাধ্যমত যথেষ্ট পৰিমানে প্ৰচাৰ প্ৰসাৰ হ'ব লাগে। তেখেতৰ কথাখিনি সকলো নামাচাৰ্যই শুনাটো অতিকে প্ৰয়োজন। সকলো লোকে তেখেতক লগ কৰি শিকাতো সকলো বাবে সম্ভব ও নহয়। এনেদৰে যদি ডিজিটেল মাধ্যমত প্ৰচাৰ হয় তেন্তে সকলোৱে ঘৰত থাকিও নাম প্ৰসংগ শিকিব পাৰিব। গতিকে ই এটা বৰ সুন্দৰ ব্যবস্থা। গতিকে আমি আপোনাৰ চৰণত সেৱা নিবেদন কৰিছো যাতে এনেকুৱা ধৰণৰ ভিডিও আৰু আগবঢ়াই সমগ্র অসমৰ নামাচাৰ্য শিল্পী সকলক শিকি যাবৰ বাবে সহায় কৰি যায়। বৰা চাৰক সাধাৰণতে ডিজিটেল মাধ্যমত একেবাৰে দেখা নাযায়। ইয়াৰ জৰিয়তে বৰা চাৰলৈ এটা অনুৰোধ জনালো যে তেখেতে এটা নিজাববীয়াকৈ এটা TH-cam চেনেল খুলি শংকৰী সংগীতৰ সকলোখিনি কথা প্ৰচাৰ প্ৰসাৰ কৰে যেন। ইয়াৰ জৰিয়তে শংকৰী সংগীতে যথেষ্ট পৰিমানে প্ৰচাৰ প্ৰসাৰ লাভ কৰিব। এনেকুৱা এটা ব্যবস্থা শ্ৰীমন্ত শংকৰদেৱ সংঘই কৰিব পাৰে দেখুন। আজি কালি ডিজিটেল মাধ্যমৰ যুগ। গতিকে ডিজিটেল মাধ্যমৰ সহায় নললে প্ৰচাৰ প্ৰসাৰ ক্ষেত্রত বিশেষ আগবাঢ়িব নোৱাৰিব।

    • @kankanacreation3167
      @kankanacreation3167  ปีที่แล้ว +1

      কৃষ্ণ🙏। আমি ভি ডি অ' সমুহ দি যোৱাৰ প্ৰয়াস কৰা হৈছে।ইয়াত প্ৰচাৰ হোৱা ভি ডি অ' সমুহ আপোনা সবৰ উপকৃত হোৱা বুলি জানি আমি সুখী অনুভব কৰিছো।ভবিষ্যতলৈকে দি যোৱাৰ পৰিকল্পনা কৰা হৈছে।যদি আপোনা সবৰ মনোগ্ৰাহি হৈছে আমাৰ চেনেল টো কৃপা কৰি suscribed কৰি লব🙏।পাৰিলে আৰু কেইজন মান লৈ শ্বেয়াৰ কৰি দিব বুলি সেৱা নিবেদিলো🙏।জয় গুৰু শঙ্কৰ।

  • @pronabnath7575
    @pronabnath7575 ปีที่แล้ว

    কৃষ্ণ কৃষ্ণ বাপজন 🙏🙏

  • @hemantakr.borahassam802
    @hemantakr.borahassam802 ปีที่แล้ว

    কৃষ্ণ বাপ, বহুত নজনা কথা জানিবলৈ পাই ধন্য হ’লোঁ৷

    • @kankanacreation3167
      @kankanacreation3167  ปีที่แล้ว

      কৃষ্ণ🙏।আপোনা সবে উপকৃত হোৱা বুলি জানি আমি পৰম সন্তোষ লভিছো।ইয়াৰ পাছৰ খণ্ডটি চাব সেৱা ধৰিলো🙏

  • @subhasishchutian8801
    @subhasishchutian8801 ปีที่แล้ว

    Krishna

  • @poragboruah4156
    @poragboruah4156 ปีที่แล้ว

    🙏কৃষ্ণ কৃষ্ণ🙏জয় গুৰু শঙ্কৰ🙏

  • @lukendrachutia242
    @lukendrachutia242 ปีที่แล้ว +1

    অতি প্ৰয়োজনিয় VDO এটা পালো । কিন্তুু শব্দ বিলাক প্ৰতিধনি হোৱাৰ বাবে কথা বিলাক বুজাত অলপ অসুবিধা হৈছে। বাপজনা আপোনাক অনুৰোধ কৰিছো পাৰিলে বাদ্য ভাগিৰ কথা খিনি পুনৰ প্ৰতিধনি নোহোৱাকৈ VDO বনাব বুলি আশা ৰাখিলো। কৃষ্ণ কৃষ্ণ।

    • @kankanacreation3167
      @kankanacreation3167  ปีที่แล้ว

      কৃষ্ণ 🙏।ইয়াৰ পাছৰ প্ৰশিক্ষনৰ অংশৰ পৰা ভাল দৰে দিব পৰা চেষ্টা কৰিম বাপ জন।

  • @purnoborah4976
    @purnoborah4976 ปีที่แล้ว

    বৰ ভাল লাগিল অনুষ্ঠান ভাগ চাই লগতে আন আন খুতি নাতি খিনি দেখুৱাই গলে বহুতেই উপকৃত হ'ব 🙏

    • @kankanacreation3167
      @kankanacreation3167  ปีที่แล้ว

      কৃষ্ণ🙏।ক্ৰম অনুসৰি দি থকা হৈছে। পাছৰ ভিডিঅ সমুহত নিশয় 'সুবিধা হব।কৃষ্ণ🙏

  • @ritamoninathbora5683
    @ritamoninathbora5683 ปีที่แล้ว

    🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏

  • @user-yu9yk9sp4u
    @user-yu9yk9sp4u 11 หลายเดือนก่อน

    🙏নাম প্ৰসঙ্গৰ নিয়মৰ বহু কথা আপোনাৰ পৰা জানিব পাৰিলো প্ৰভু । কৃষ্ণ বোলি সেৱা জনালো । 🙏🙏

  • @dulumonibharali8266
    @dulumonibharali8266 7 หลายเดือนก่อน

    ঠাই ভেদে নিশি বেলেগ বেলেগ হয় নেকি বাৰু

    • @kankanacreation3167
      @kankanacreation3167  7 หลายเดือนก่อน

      কৃষ্ণ🙏 বাপ। ঠাই বিশেষে নিশি বেলেগ হলেও ভূল নহয়।

  • @DurgeswarDas-wv9oq
    @DurgeswarDas-wv9oq 8 หลายเดือนก่อน

    Prabhu Krishna, Anusilan bhag kun jegat hoi thaake Kripa kori jonabosun.

    • @kankanacreation3167
      @kankanacreation3167  8 หลายเดือนก่อน

      কৃষ্ণ🙏।যোৰহাট জিলা শাখাৰ নামঘৰত প্ৰতি শনি বাৰে।

    • @DurgeswarDas-wv9oq
      @DurgeswarDas-wv9oq 8 หลายเดือนก่อน

      Thnks,apunaloi namor kripa borosilu.

  • @user-ny1vt6gn7v
    @user-ny1vt6gn7v ปีที่แล้ว

    Uttam prakhikhan pramali, krishma nap.

  • @rinapathak4268
    @rinapathak4268 ปีที่แล้ว

    নাম প্ৰসংগ ৰ ভিডিঅ'দিবছোন। কৃষ্ণ

    • @kankanacreation3167
      @kankanacreation3167  ปีที่แล้ว

      কৃষ্ণ🙏।ক্ৰম অনুসৰি দিয়াৰ ব্যৱস্থা কৰা হব।এইয়া আমাৰ প্ৰশিক্ষনৰ অংশ হে দিয়া হৈছে ।সেৱা ধৰিলো আপোনাৰ অনুৰুধৰ মান্যতা আমি নিশ্চয় ৰাখিম🙏।

  • @manashjyotiborah6895
    @manashjyotiborah6895 ปีที่แล้ว

    কৃষ্ণ ৰাম

  • @prasannatamuli699
    @prasannatamuli699 ปีที่แล้ว

    ❤krishna, bor sundar, val lagise, ❤krishna❤

  • @subhadutta5368
    @subhadutta5368 ปีที่แล้ว

    কৃষ্ণ,এভাগ নামৰ লগত বজাই দেখোওৱা হলে ভাল আছিল। কৃষ্ণ

    • @kankanacreation3167
      @kankanacreation3167  ปีที่แล้ว

      কৃষ্ণ🙏।এইয়া প্ৰশিক্ষন হে চলি আাছে।ক্ৰম অনুসৰি ভি ডি অ সমুহ দিয়া হব।সকলো ভি ডি অ আাপুনি চাই যাব অলপ হলেও উপকাৰ হব। ছেনেলটো চাচক্ৰাইব কৰি লব।এনে ভিডিঅ পাই থাকিব।সেৱা ধৰিলো।কৃষ্ণ🙏 ।

  • @user-qk1xn7su1b
    @user-qk1xn7su1b ปีที่แล้ว

    কৃষ্ণ আমিও এই সুন্দৰ অনুস্থানত উপস্থিত থাকিবলৈ পাই নিজকে ধন্য মানিচো । লগতে বৰা বাপজনাৰ সুস্বাস্থ্যৰ কামনা কৰিলোঁ,কৃষ্ণ কৃষ্ণ 🙏🙏🙏

    • @kankanacreation3167
      @kankanacreation3167  ปีที่แล้ว

      কৃষ্ণ 🙏।সেৱা জনালো।

  • @traditionalassam9183
    @traditionalassam9183 2 หลายเดือนก่อน

    তাল শিকে যদি আমাৰ অমিয় প্ৰভুক চাব

  • @nirjurajgogoi319
    @nirjurajgogoi319 ปีที่แล้ว

    আপোনাৰ চেনেলটোৰ জৰিয়তে বহু কথা জানিব পাৰিছো৷ আগলৈও এনেধৰণৰ অনুষ্ঠান পাম বুলি আশা থাকিল ৷

  • @jodumonibora8181
    @jodumonibora8181 ปีที่แล้ว

    krishna 2015manat ei adhamar grihat aponar hatar tallar loi paisilo aru adhame atiya derghanta loike gharat bazaba parisu
    Kintu bapjanak punar dekha powanohol hothat aji dekhi amar antarik sewa aag barhalo

  • @yy-df1sg
    @yy-df1sg 9 หลายเดือนก่อน

    কৃষ্ণ বাপৰ পৰা অলপ জানিব লগা আছিল ফোন নাম্বৰটো পাম নেকি

    • @kankanacreation3167
      @kankanacreation3167  9 หลายเดือนก่อน

      কৃষ্ণ🙏।ক্ৰম অনুসৰি সকলো পাব।

  • @jitenkumarbora617
    @jitenkumarbora617 ปีที่แล้ว

    Apunar chenel tu chai mai upakita holu Krishna Bap

  • @aparajitatamuli7273
    @aparajitatamuli7273 ปีที่แล้ว

    ❤ কৃষ্ণ ❤বৰ ভাল লাগিছে❤কৃষ্ণ❤

  • @jibongogoi6940
    @jibongogoi6940 7 หลายเดือนก่อน

    কিহৰ প্ৰস্তাব ৰ কথা কৈছে?
    ডিঙিত ৰঙা ৰঙৰ গামোছা লব l

  • @roiumbon5172
    @roiumbon5172 ปีที่แล้ว

    বাপ জনালৈ সেৱা নিবেদি, নজনা কথা এটা জানিবলৈ হেপাহ কৰিছোঁ, ভুল হলে ক্ষমিব । কথাটো হ'ল , মহিলাই প্ৰসঙ্গ কৰিব পাৰিনে বাপ ?

    • @kankanacreation3167
      @kankanacreation3167  ปีที่แล้ว +1

      কৃষ্ণ🙏।আমি ভাবো ভগৱন্তৰ গুনানু কীৰ্তন সকলোৱে কৰিব পাৰে।

    • @roiumbon5172
      @roiumbon5172 ปีที่แล้ว

      @@kankanacreation3167 হয় মায়ো টাকেই ভাবো,

    • @kankanacreation3167
      @kankanacreation3167  ปีที่แล้ว

      কৃষ্ণ🙏।

  • @kalindeebhomora6395
    @kalindeebhomora6395 11 หลายเดือนก่อน

    Baap joner contact number dibo soon…..

  • @AnilTantibhagawat
    @AnilTantibhagawat ปีที่แล้ว

    Krishna 🙏🙏🙏🙏🙏🙏👏🙏🌷🙏🌷🌷👏👏🌷🙏👏🌷🙏🙏🌷👏🌷🌷👏👏🌷🙏👏👏🙏🙏👏🌷🙏🌷🌷🙏🙏🌷👏🙏👏🙏🙏👏🙏🙏🌷👏👏🙏👏👏🙏🌷🌷🙏👏🌷🙏🙏👏👏🙏👏🌷🙏👏🙏🌷🙏🙏🌷🌷🙏👏👏🙏🙏👏 saranloi kuti kuty bar pranam. ,otty hundar

  • @bbdrawingacademy8212
    @bbdrawingacademy8212 10 หลายเดือนก่อน

    কৃষ্ণ বাপৰ ফোন নম্বৰ পাম নেকি

  • @nipulborah6265
    @nipulborah6265 ปีที่แล้ว

    আপোনাৰ যোগাযোগৰ নম্বৰটো অনুগ্ৰহ কৰি দিব চুন ।

  • @shyamolikabora2924
    @shyamolikabora2924 ปีที่แล้ว

    Apunar kishu word ispata nohoi

    • @kankanacreation3167
      @kankanacreation3167  ปีที่แล้ว

      হয়।অলপ আঁতৰ হোৱা হেতু ভালদৰে কৰিব পৰা নগল।পাছৰ প্ৰশিক্ষনৰ কথাখিনি নিশ্চয় শুনা পাব🙏।

  • @Bigbossjhvfuik
    @Bigbossjhvfuik 3 หลายเดือนก่อน

    সেউজীয়া গামোচা.....

  • @arupkonwar3195
    @arupkonwar3195 ปีที่แล้ว

    কৃষ্ণ

  • @jitendrapanging1638
    @jitendrapanging1638 ปีที่แล้ว

    ভালো হইছে