#LÉGO
ฝัง
- เผยแพร่เมื่อ 7 ก.พ. 2025
- "#LÉGO" #মিচিং#ভাষাৰ_প্ৰথম #ধাৰাবাহিক_চিত্ৰনাট্যৰ #প্ৰথম_খণ্ড ।
#খণ্ড_নং_১।
চিত্ৰনাট্য : "#LÉGO"
প্ৰযোজক : ৰাজু পেগু
চিত্ৰনাট্য কাহিনী আৰু সংলাপ : দিবাকৰ পেগু
পৰিকল্পনা আৰু সামগ্ৰিক পৰিচালক : হৰিচন্দ্ৰ কামান
পৰিচালক কাৰীকৰি নিৰ্দেশনা : চৰ্বেশ্বৰ কুটুম
সংগীত : ইন্দ্ৰ কুমাৰ পাতিৰ আৰু জুতিচ কুটুম
কাৰ্য্যবাহী প্ৰযোজক : ডাক্তৰ পৰাণ পেগু
ব্যৱস্থাপনা : মোহন দলে আৰু যোগেশ দলে।
প্ৰচাৰক : #শিৰোমণি_দলে Founder & CMD #RNewsindia24 #Rnews .
Le´go চিএনাট্যখনে বাস্তৱ জীৱনৰ জীয়া কাহিনীক সুন্দৰভাবে উপস্থাপন কৰিছে। সচাকৈ সাম্প্ৰতিক সময়ত আমাৰ সমাজ ব্যৱস্থাত এই ঘটনাবোৰে ঘটি আছে। এই ধাৰাবাহিক চিএ নাট্য খনৰ পৰা আমাৰ জাতিটোৰ প্ৰত্যকজন ব্যক্তিয়ে শিক্ষা লোৱাটো আৱশ্যক হৈ পৰিছে। এই ঘটনাবোৰে এটা পৰিয়ালৰ সৰু সৰু লৰা -ছোৱালীবিলাকক তথা পৰিয়ালৰ প্ৰত্যকজন সদস্যক সমস্যাত পেলাই আহিছে। আশা কৰিছো এই ধাৰাবাহিকখনে আমাৰ সমাজ তথা জাতিটোৰ বাবে সম্পূৰ্নৰূপে সংস্কাৰ আনিব পাৰিব। আৰু লগতে পৰৱৰ্তী খণ্ডৰ বাবে অতি আগ্ৰহেৰে অপেক্ষা কৰি আছোঁ।
অতি সূন্দৰ কাহিনীটো৷ বাস্তৱ জীৱনৰ লগত মিলি যোৱাকৈ প্ৰতিফলিত হোৱা দেখা যায়৷ লগতে মিছিং সমাজৰ বাবে অতি জনপ্ৰিয় ধাৰাবাহিক হ’ৱ৷
বহুত ভাল এটা কাহিনী৷ বাস্তৱ জীৱনৰ এক জীয়া ছবি প্ৰতিফলিত হৈছে৷ পৰৱৰ্তী খণ্ডলৈ উৎসুকতাৰে বাট চাই ৰলো৷
ইতি
হৰেন কপ্তাক
সুন্দৰ ভাৱে বৰ্তমান সময়ত চলি থকা বাস্তৱ কাহিনী প্ৰতিফলিত কৰিছে এই চিত্ৰনাট্যৰ জৰিয়তে৷ দ্বিতীয়খন্ডলৈ আশাৰে বাট চাই ৰলো,
অতি সুন্দৰ... Next video
Val lagise aguai jua
ভাষাটো বুজি নাপাওঁ যদিও। কাহিনী ভাল লাগিল। next episode লৈ অপেক্ষা🥰
Subtitle dibo proyakh korim
@@djpait1512 to GVC .. BN BBC's GB MN. Not much. Mk BN MN
Mk
Hello 👍👍
@@akamanpanyang4582 hii
অতি সুন্দৰ হৈছে।
ভাল লাগিছে মোৰ ফালৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ
সুন্দৰ ধাৰাবাহিক, চাই ভাল লাগিল।
Next episode excited to see
th-cam.com/video/hAFNAQktVEI/w-d-xo.html প্ৰিয় দৰ্শক #Rnewsindia24 Facebook Page আৰু TH-cam Channel টিক Like, Subscribe, Follow কৰাৰ লগতে আমাৰ www.rnewsindia24.com Website Visit কৰিবৰ বাবে অনুৰোধ জনালোঁ ধন্যবাদ।
twitter.com/rnewsindia24?t=Wn7LJRo8-uhKBHSeCLDqXw&s=08 R News India 24ৰ Twitter Page আৰু Website www.rnewsindia24.com লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো ধন্যবাদ। Visit Our Website www.rnewsindia24.com
বাস্তৱ জীৱনৰ এটা জীয়া কাহিনী wait for next episode LÉGÓ
Very Nice Story And Consept ❤❤ Exually Present Time Appropriate Video ❤Our Mising society's This process Being Than ❤❤ Always Perfect ❤❤❤ Best of luck 👍 all of team ❤❤
ভাল লাগিল
Mojjjjjaaaa aru jate ami vhal vhal video sabo pam buli aaha rakilu
সচাকৈ ধুনিয়া বাস্তৱ কাহিনী next septa লৈ অপেক্ষা ৰৈ আছো
Bohut vl lagil sai anekoi amar mising jati unnot uthok aruu eyatke vl hoi juok👌👍👍👍🙏
Mdrfxzse
বহুত ভাল লাগিল পিছৰখন্দ কেতিয়া ৎ
Val lagila ❤
Mojaaa video 👍👍👍👍
বহুত ভাল লাগিছে অপেক্ষাত আছোঁ next episodes t লৈ ।
Bohut vall lagil video2 . So waiting next episode ❤️
Weating to next episode....
Bohut bohut val hoise
বহুত ভাল লাগিছে next episode কেতিয়া আহিব
Bohut val lagil next episode waiting ❤️❤️
বহুত ভাল লাগিছে।দ্বিতীয় খন্ডটো কেতিয়া চাব পাম,জনালে ভাল পাম।
বহুত ভাল হৈছে । আশা কৰিছোঁ Next Episode সোনকালে চাব পাম ।
Super hit mising dharabahik upoinyak.Sai bor val lagise.aru saoboloi pam buli akha rakhisu
moja lagile
Dhanyabad
Ppppppp
অতি সুন্দৰ হৈছে
Thanks to All.
#Rnewsindia24 TH-cam Channel আৰু #Rural_News Facebook Page টি Follow, Subscribe, Like Share Comments কৰিবলৈ অনুৰোধ জনালোঁ ।
Bohut bohut donyabat .
Aru video 2 sai bohu vall lagil i am waiting next episode
Current burning problem of Mising married women is very well depicted through this serial.
Nice Video
Bastob kahini. Sai bohut vaal lagil
Waiting for next episode
Nice video....
কাহিনীটো ভাল হৈছে
Val lagil video tu said.. dhuniya kahini
সুন্দৰ উপস্হাপন ! ভালদৰে বুজি নাপাও যদিও বহুত ভাল লাগিল চাই !
Ajikalir bowari lilimai
Video Tu sai vl lagil
Mé:popénam a:yiré....❤️ngoluk mising lok first webseries ❤️
Bohut vl lagise
Waiting for next episode ... please upload soon...
Val lagil..
bahit bhal lagil
জনপ্ৰিয় কাহিনী
ভাল লাগিল।
Bohut val lagil dei
Bohut val lagise
Vaal laagise saai, Next part
Wait for you.so very nice video.
Bohut bohut val lagise
Nice waiting for next episode
বহুত ভাল লাগিছে
Next part 2 hunkale dibo . Kutum kaí abhinoi bhal lagise
Next level😍😍
Bohut val lagise sai
mojaaa Next vedio
একো নুবুজিলো চাই ভাল লাগিল বুজি পোৱা হয় আৰু বেছি ভাল লাগিল হয়
Subtitle dibo proyakh korim, thank you for supporting us 🙏
parokhya prem
Val lagile Sai 😍😍😍
ভাল লাগিছে।
Mozza lagise waiting for 2nd episode
Bhal lagil video tu sai 👍👍
বহুত ভাল লাগিল💚👌
ধাৰাবাহিকখন চাই অভিভুত হৈছো, সাম্প্ৰতিক সমাজত ঘটি থকা বাস্তৱ ঘটনাক চিত্রনাট্যৰূপ দি সম্প্ৰচাৰ কৰাটোক অত্যন্ত ভাল পাইছো আৰু উষ্ম আদৰণি জনাইছো | পৰৱৰ্তী খণ্ডটি কেতিয়া দিব? সোনকালে পাম বুলি আশা ৰাখিছো |
নিশ্চয়
Bohut Dhuniya👍👍👍👍
ভাল লাগিল ভিডিও তো চাই বুজি নাপালে ও, তলত অসমীয়া ভাষাত লিখি দিলে বুজি পালো হৈ
Proyakh korim 🙏
Val lagile sai 👍👍
ভাল লাগিছে
সুন্দৰ নাটক ২য় খন্দলৈ অপেক্ষাত থাকিম।
বহত ভাল লাগিল next টো কেতিয়া চাব পাম৷অপেক্ষাত আছো সোনকালে চাব পাম ছাগে৷
Bhut vl lagise aru aguwai juwa waiting for next episode
Bohut vall lagise dei
Moja
Video tu bout Vall lagidile aru next part tu jolli diba aka korisu
বৰিয়া লাগিছে যুগৰ কাহিনী
Wow Sai bhut bhal lagil next episode ketiya ahibo
Fantastic 😘
Hosake dei bohut dhunia lagise
Bro next level please joldi
বহুত ধুনীয়া লাগিলে ।
Missing lokke kama:neko lendung asinse aipe me:podung
Video 2 duniya Lagise
আইডাগ আইদাগ .........juiiiiiiiii
Love u all lego team
Bhut bhut vll lagise da please continue kora please
Mojja mojja
Val lagese ❤️❤️❤️❤️
Ki kom aru iman dhuniyake korise sai bhal lagil 😊😊😊☺☺
A mojjjjjaa
Bohut Dhuniya ❤️Keep shining U all guyz ❤️ many many Love FROM GANG UA47 ❤️
Thank you, we'll try to include you guys in this series, Hurray to mising hip hop
Bhut val lagile sai unkale next prat 2nd
Next waiting
বহুত ভাল লাগিল
Good video
Sai vl lagil
অভিনন্দন
bohut bhal lagije aru besi bhal lagileten jodi tv chanelot holeten