Jaanmoni 2023 (Episode -1) | Uday S. | Anju H. | Austriyana D.| Emon | Arun H. | NK Production
ฝัง
- เผยแพร่เมื่อ 7 ก.พ. 2025
- LIKE | SHARE | COMMENT | SUBSCRIBE
Next Episode Coming on 16th April, 2023.
প্ৰযোজক - দেৱ বৰকটকী
কাহিনী, চিত্ৰ-নাট্য সংলাপ - প্ৰণৱ বৰুৱা
পৰিচালনা - উদয় শংকৰ
কণ্ঠশিল্পী- জুবিন গাৰ্গ, চয়নিকা ভূঞা, ভিটালী দাস, মিলি বৰুৱা, সমীৰ চিন্ময়, বৰ্ণালী ডেকা
কথা-সুৰ - বিপিন চাউদাং,বিমান বৰুৱা,বিপুল চেতিয়া ফুকন, পৰাগ
সংগীত ব্যৱস্থাপনা - বিমান বৰুৱা আৰু দ্বীপকেশ বুঢ়াগোহাঁই
আৱহ সংগীত - জি. কে মাইনা
মুখ্য সহকাৰী পৰিচালক - ৰাজমণি ভূঞা
সহকাৰী পৰিচালক - ঋতু গগৈ,নৱনীত নিলাভ
কৰিঅগ্ৰাফী - কাকো মণি ইংজাল
সম্পাদক - গগন ৰাজ
ডি.আই কালাৰিষ্ট - সমীৰ চিন্ময়
কেমেৰা- বাবলু বৰা
সহকাৰী সম্পাদক - সমীৰ চিন্ময়
কেমেৰা সহকাৰী - মনোজ
লাইট বয় - ৰাতুল,ডেকা,নৱ
মেকাপ - নিয়াম্মি কামচি,ময়ী
প্ৰযোজনা নিয়ন্ত্ৰক - ৰাজমণি ভূঞা,বাবলু বৰা
বাণীবন্ধক - হিতেশ দাস
অভিনেতা/অভিনেত্ৰী : জ্যোতি ভূঞা, অৰুণ হাজৰিকা, অমিতাভ ৰাজখোৱা, বিজিত চৌধুৰী, বিশ্বজ্যোতি বৰকাকটি, জিটু মহন্ত, নীলা শইকীয়া, অদিটি বৰুৱা, অংশুমান ভূঞা, প্ৰীতম যোগী, আমজাদ খান, ইণ্ডাৰ চৌধুৰী, ৰাজমণি ভূঞা, অবিনাশ কাশ্যপ, ইমন নাথ, বাবু দাস, নৱনীত নিলাভ, উদেষ্ণা বৰুৱা, অঞ্জু হাজৰিকা, অষ্ট্ৰিয়ানা দিহিঙীয়া, কুঁৱলী হাজৰিকা, লাভলী দিহিঙীয়া, নিৰূপম কোঁচ, নিৰঞ্জন ফুকন, জ্যোতিষ্মান চুতীয়া, বিপুল নাথ, বিষ্ণু দত্ত, প্ৰাণজিত নাথ, অনন্যা দেৱী, গিৰিন নাথ, বিউটি দেৱী, মটিনাথ নাথ, কুশল নাথ, মৃণাল পাটৰ, শুনেন্দ্ৰ নাথ, দিলীপ ঠাকুৰীয়া
ডান্স স্কুলৰ নাম : পাৰৰ্ফম ডান্স একাডেমী (শিক্ষক মহম্মদ পিংকু আহমেদ)
নৃত্যশিল্পী : দ্বীপ জ্যোতি বৰদলৈ, কৌস্তভ মেধী, নয়ন জ্যোতি বৰদলৈ, জ্যোতিষ বৰদলৈ, পৰান দেউৰী, দীপজ্যোতি দেউৰজা, দেৱজিৎ নাথ, প্ৰৱণ নাথ, বিষ্ণু বৰদলৈ, দিপান্দীতা বৰুৱা, পাণজিতা পাতৰ, গীতানজলী শৰ্মা, সাগৰীকা দেৱী, প্ৰিয়ংকা দেৱী, ববী দাস, ফাৰজিনা বেগম, ৰিছা বৰা, জোনাকময়ূৰী বৰা, ছানিয়া দাস
বিশেষ কৃতজ্ঞতা : দিবেন্দ্ৰ কুমাৰ নাথ, প্ৰীতম যোগী, নিভা ৰাণী দেৱী, প্ৰমোদ চন্দ্ৰ নাথ, ধীৰেন নাথ, আমজাদ খান, ইণ্ডাৰ চৌধুৰী, চৰাইবাহী মহাবিদ্যালয়, চৰাইবাহী উচ্চতৰ মাধ্যমিক বিদ্যালয়, মানস প্ৰতিম ডেকা
STREAMING ON :
♪ JioSaavn: bit.ly/41dh0FY
♪ Apple Music/ iTunes: apple.co/42xOYpy
♪ Spotify: spoti.fi/40ZKhEz
♪ Amazon Music: amzn.to/3MGPpJ8
♪ Wynk: bit.ly/3o296B0
♪ Resso: bit.ly/41jlRFH
♪ Gaana: bit.ly/3ZWJFOI
Follow us on :-
Facebook : www.facebook.c...
Instagram : ...
LIKE | SHARE | COMMENT | SUBSCRIBE
Piracy kori uplode dse ai2 channel t??? Nk production channel r pora
NOt A koribe Kori Debo Buli Kua 😂🤣
❤❤
@@Jintu555🎉😢😮😅😊😢🎉😂😊❤
Bohut vl lagisa
জানমণি বুলি কলে শেমন্তিকা বা , যতীন দা আৰু আকাশদালৈ বৰকৈ মনত পৰে ❤❤
Khasa khata ❤
Hoi
জানমনিতকৈ বেং কোৱা জনিক বেছি ভাল লাগিছে ও, তাইৰ অভিনয় খিনি, বহুত ভাল লাগিছে ❤❤❤❤❤❤ সচাই ধুনীয়া,,, অপেক্ষাত আছোঁ, চাম বুলি, জানমনিৰ তৃতীয় খণ্ড,,,,,,
জানমণি ২০২৩ কথাছবিখনৰ মোৰ ভাল লগা তিনিটা দিশ-প্ৰথম আমাৰ সকলোৰে মৰমৰ হাৰ্ট থ্ৰব জুবিন গাৰ্গ ডাঙৰীয়াৰ কন্ঠ, দ্বিতীয় অৰুণ হাজৰিকা দেৱৰ সুন্দৰ অভিনয়, তৃতীয় নতুন যুৱক-যুৱতীক অভিনয়ৰ সুবিধা দিয়াটো। মোৰ বেয়া লগা তিনিটা দিশ-পল্লৱ নামৰ চৰিত্ৰটোৰ অশ্লীল শব্দ ব্যৱহাৰ, নিচাজাতীয় দ্ৰব্য সেৱন প্ৰদৰ্শন আৰু তৃতীয়তে সঘনাই শ্লেম বুকৰ দীঘলীয়া বিগ্য়াপন। এই তিনিটা সস্তীয়া দিশে নৱ প্ৰজন্মক বেয়া আদৰ্শ দেখুওৱাৰ লগতে কথাছবি খন পৰিয়ালৰ লগত বহি একেলগে উপভোগ কৰাৰ পৰা বিৰত কৰিছে। অসমীয়া বৃহৎ আৰু পুৰণি শ্ৰব্য কেছেট প্ৰতিষ্ঠান এন. কে. প্ৰডাকচনে ভৱিষ্যতে এই তিনিটা দিশৰ ওপৰত চকু ৰাখিব বুলি আশা ৰাখিলোঁ। সহমত হ'লে লাইক কৰিব বুলি আশা ৰাখিলোঁ শ্ৰদ্ধাৰে ধন্যবাদ
জানমণিৰ ঠাইত কবিতা আৰু কবিতাৰ ঠাইত জানমণি হোৱা হলে চাই আৰু অলপ ভাল লাগিলে হয়...!! যি হলেও ভাল লাগিল... 🔥❣️
জানমণি শ্যামন্তীকা বা হলে আৰু ভাল লাগিল হয় ২০০৪ ২০০৫ বহুত ভাল লাগিছিল আগৰ চিনেমাবোৰ ❤❤
ভাল লাগিল জানমণি চাই❤❤।
ভাল লাগিল বহুত।আগৰ বোৰৰ দৰে হুবহু নহলেও কমো নহয় কিন্তু।মনত পৰি গল আগৰ দিনবোৰ। ❤জানমণি আকৌ প্ৰাণ পাই উঠক❤
বহু শুভকামনা সকলোলৈ
জানমণি মানেই শ্যামন্তিকা বা ❤️❤️
100%right
100%
Hoi
Right purona mnuh nhole aibur swa mojai nlge comadey loratu juii lgese loratur best friend tu juii....
Hoi baru . Kintu tair boyokh hol .
"Premot prila vlpua jnr ghrr mukht latrin bonabola ona Bali khniu kla nijor nijor lgaa"😂😂...aitu mja asil😆
অপেক্ষা মাথো পৰৱৰ্তী খণ্ডলৈ। জানমনি অসমৰ আবেগ।
জানমণি মানেই শ্যামন্তিকা বা___Old is gold❤️❤️❤️
0:20
0:20 0:22
কলেজৰ দিনবোৰ লৈ বৰকৈ মনত পৰে ! কেতিয়াবা ৰাতি শুব গৈ বহুত মনত পৰে আগৰ কথাবোৰ চকু পানী ওলাই যায় ! জীৱনৰ আটাইতকৈ ভাল লগা পৃষ্ঠাবোৰ আছিল | আকৌ যদি ঘূৰাই পালোঁ হয় সেই দিনবোৰ ❣️🫂 ককাৰ সেই সৰুকালিৰ মৰম বোৰ সচাই বহুত মনত পৰে ❤❤❤
Really bro
মৰমৰ জানমণি ক ইমান ধুনীয়াকৈ আগবঢ়াই দিয়াৰ বাবে সকলোকে বহুত ধন্যবাদ। ✨👌
Puruna ismeriti aru emotional bur atya anibo nuare agor din bur agor din a asil but holeo j try korise take thank you so much love from Namsai Arunachal pradesh ❤️
কিয় জানো জানমণি বুলিলেই শ্যামন্তিকা বালৈ বৰকৈ মনত পৰে হয়তো শৈশৱৰ আৱেগ আছিল পিছে আজিও সহজে বা ৰ ঠাই বেলেগে ল'ব নোৱাৰে; নতুন কেইজনে ইমান সহজে তেওঁবিলাকৰ স্মৃতি পাহৰাব নোৱাৰে যদিও তেওঁলোকৰ অভিনয়ো খুব ভাল হৈছে মানিব লাগিব। শংকৰ দা পাছলৈ যদি আকৌ জানমণি আহে অনুগ্ৰহ কৰি পুৰণি সকলক আকৌ এবাৰ আনিব আমাৰ সকলোৰে বৰ আশা আছে আৰু জানমণি, অঞ্জনা, বগীতৰা, আইমণি, জোনবাই আদিৰ দৰে পুৰণি চিনেমা বিলাকত যদি আকৌ পুৰণি মুখ বিলাককে দেখু এইটো স্পষ্ট যে অসমীয়া চিনেমাই আগৰ ৰে্কড ভাঙিব ❤❤
❤️❤️
দেউতাক অাৰু পুতেকৰ দৃশ্যই মোৰ জীৱনৰ কথাকে মনত পেলাই দিলে। সঁচাকৈ চকুৰ পানী নিগৰি আহিল। অলপ সময়ৰ বাবে মই নীৰৱে দেউতাৰ পৰা পোৱা মৰম আৰু সেই তাহানিৰ কথা বোৰ মনলৈ বৰকৈ আহিছিল। ভাল লাগিছে। আপোনালোকৰ অভিনয় খুবেই ধুনীয়া হৈছে। আগবাঢ়ি যাওঁক।
বহুদিনৰ অপেক্ষা অন্ত পৰিল। গীত কেইটি মধুৰ হৈছে, costume আটাইতকৈ ভাল । নবাগত শিল্পী সকলৰ অভিনয় ভাল লাগিল।
অসমৰ ৰাইজে জানমনি ২০২৩ আদৰি লোৱাৰ আশা কৰিলোঁ❤❤❤❤❤❤।
Apuni nubujibo jadi apuni atiyar jug r hoi thn nasabo dwn dibo nahibo
Hi
বঢ়িয়া লাগিছে 💖💖💖💞💞✨✨✨💕💕💕
যি নহওঁক জানমণি যে আকো চাব পাম সেইটো আশাই কৰা নাছিলোঁ ।
বহুত ভাল লাগিছে দেই ❤❤
লৰা ছোৱালীকেইটাৰ এক্টিংটো আৰু অলপ নেচাৰেল হব লাগে, তেতিয়া আৰু ভাল লাগিব। অলপ বেছি ৰহণ সনা যেন লাগিছে। বাকী পুৰণি বিহুগীতবোৰে মনটো চুই গৈছে দেই,, mojja
Akdom mojjaaaa❤❤
"KELAA" is emotion ...Hokoluke rongali bihur antorik huvokamona jonaluu🥰
অষ্ট্ৰীয়ানা❤❤❤❤কি সুন্দৰ অভিনয়❤❤
জানমণি আমাৰ আবেগ❤
বৰ ভাল লাগিল। বুবুৰ অভিনয় ধুনীয়া হৈছে। সকলো অভিনেতা অভিনেত্ৰী ৰ এক্টিং অতি সুন্দৰ।
বহুত ভাল লাগিল, পুৰণি স্মৃতি সজীৱ হৈ উঠিল❤❤❤
পুৰণি জানমণি ৰ গান এটা দিয়া হলে আৰু ভাল লাগিল হয়।❤️
Austriyana baa ❤❤❤
Janmoni joni tora ak ha vl lgil hoi mrinmoi lgt
Mahanta khura....aditi baa....eman.....austriyana....montu daa....xakolu khinire acting birat dhuniya hoise... waiting nex epsode....
পুৰণি গীত সমূহ নতুনকৈ সজাই পৰাই অলপ নৰূপত দাঙি ধৰিছে। ভাল লাগিছে। নৱাগত সকলৰ অভিনয়ো ভাল লাগিছে। জানমনি আগুৱাই যাওক।
Episode 1 tuh khub vl hoixe... Uday da nothoka h u gom pwa goixe j uday r dar a porisolona.... Kobita aru pallab character tuh khub vl hoixe⚡⚡⚡ episode tuh bohut besi interesting kori thulixe aisa character 2 ta a......uday da ur amazing ❤❤❤❤❤ apunar acting kobita character tut pura dekha pwa goixe.... Excellent work aru aguwai jaok axom t axomiya series aru aguwai jauk
Jaanmoni Duniya lagise❤❤❤❤❤
Zubeen da gan abihne জানমণি আধৰুৱা
Eman val lage Sai duyotat❤❤❤❤❤❤❤❤
মিনমই, পল্লব, কবিতা, ধুনীয়া লাগিল চাই সুন্দৰ অভিনয় আগলৈ যাতে আপোনালোকৰ পৰা এনেকৈ video পাই থাকিম বুলি আশা কৰিলো l
সকলোতকৈ ভাল লাগিল অষ্ট্ৰিয়ানা দিহিঙ্গীয়াৰ অভিনয়. কি সুন্দৰ অভিনয় 😮
Amak shyamantika baa lage 🥺💝....
.
Janmoni mane - Shyamantika Baa❤
বৰ ভাল কথা আকৌ যে উভতি আহিল জানমণি চলচ্চিত্ৰ সকলোৱে নিজৰ বুলি আকোৱালি লব 🙏
ইমান ধুনীয়া অভিনয় music bur বহুত ভাল লাগিছে❤❤
অষ্ট্ৰীয়ানা দিহিঙীয়া বৰ সুন্দৰ অভিনয় কৰিছে।।
আমি স্কুল ৰ দিন মনত পৰি গল।।বহুত ভাল লাগিল চাই।।।ৰৈ আছো দ্বিতীয় খণ্ড লৈ
Jaamoni..... Hokolure moromor... Syamontika bak ako abr janmoni rupot jodi palu hoi.... ❤
বেয়া মাতবোৰ সংযোগ কৰিলেহে হিট হ'ব নহয়নে? অকণমান চিন্তা কৰিব পাৰিলে যে সৰু ল'ৰা-ছোৱালীবোৰেও চাই...
👌
Val hoise 👌👌👌♥️♥️♥️♥️♥️♥️ morom jasilu hokoluke
চিঠি দিয়া দেখি পুৰণা স্মৃতি ৰমণ্ঠন হৈ গল 🥰 uniform যোৰ ও মোৰ কলেজ ৰ দৰে 😍
Love austriana ❤️❤️😍
🥰🥰 *2008-09 জনমণিৰ দিনবোৰ যেন আকৌ ঘূৰি আহিছে তেনেকুৱা লাগি গল*
জানমনি মানে শ্যামন্তিকা বা♥️
জানমণি বুলি ক'লেই শ্যামন্তিকা বা❤️
Austriyana Dhunia Acting korese ❣️
Kobitak bohut vall lage 😘😘😘😘
Syamontika baa r obihone jaanmoni adhoruwa
Austriyana Dihingia superb acting ❤❤❤❤
আকৌ এটা কিবা নতুন কে কৰিবলৈ চেষ্টা কৰিছে ভাল লাগিছে❤️যদিও আগৰ জানমণি দৰে হোৱা নাই🥺❤️তথাপিও ইমান বছৰৰ অপেক্ষা অন্ত পৰিল তাৰ বাবে ভাল লাগিছে😚
Zubeen Garg 💙
শৈশৱৰ আবেগ ৷ চিনেমা খন চাই কিছুমান স্মৃতিয়ে বৰকৈ আমনি কৰি থৈ গ’ল
জানমণি মানে শ্যামন্তিকা ❤️❤️❤️
Old is gold, atiya jiman jaanmoni nahok jotin dadar htr dore nlge,,,val lgile
ভাল লাগিল সুন্দৰ কবিতা আৰু পল্লৱ।
Xosakoi janmoni Mane , syamontika baaaa ❤
Janmoni joni jodi kobita hl hoi basi vl lagil hoi...
insta short dekha pai ahilu deh 🥰🥰🥰
Moi o😂😂
Majja lagil sai
Hundor 🌺❤️
Trailer তো চাই অলপ নিৰাশ হৈছিলো, কিন্তু চিনেমাখন চাই এনেকুৱা লাগিল যেন শৈশৱত চোৱা জানমণিখনকে যেন অলপ নতুনকৈ চালো, অকণো নিৰাশ নোহোৱাকৈ। বাকী জানমণি লৈ বহুত মৰম আৰু শুভেচ্ছাৰে দ্বিতীয় খণ্ড লৈ অধীৰ আগ্ৰহেৰে ❤️❤️❤️
বেং কোৱা ছোৱালী জনীৰ অভিনয় বৰ ভাল লাগিল
Kavita joni je eman morom loga aru tair acting ki kom ..Tai lead role't thakile aru val lagile hoi 😍😍😘😘😘
Val lagise... Agoloiu avinoy jogotot teulukor ujjal bhobhishot kamona korilu.. Kin2 janmoni kole amar hei shyamontika bar face2 he mnole ahe
বহুত ধুনীয়া হৈছে ❤❤
Agor janmoni hobo nuare😩janmoni manei saymantika ba,Jyotin da, Gayatri ba,akash da❤️dhuniyay hoise kin2 agor dore nohoi aguai Jai thaka❤️😍aru val hobo🥰
জানমণি কবিতা jnik দিব লাগিছিল.. দেখিব মিলিল hoi
Kobita dhuniya acting.hakaluwa aru agbahi juwa dhunia lagisa hakaluka
অসমৰ জানমনি কেৱল শ্যমন্তিকা... আৰু জানমনি নহয় অঞ্জনা... জোনবাইৰ জোনালী মানেই গায়ত্ৰী
Astriyana dihingiya moza acting... My fvrt♥️
আগকৈ এই খনে বেছি ভাল লাগিছে ❤️😘😘😘😘😘😘😘
Agr jaanmoni yei val lge❤
বহুত দিনৰ মুৰত এখন ভাল অসমীয়া চিনেমা চালো next episode অপেক্ষা
বৰ সুন্দৰ হৈছে জানমণি..নবাগতা শিল্পী সকললৈ ধন্য়বাদ সুন্দৰ অভিনয় কৰিছে..পৰবৰতী খণ্ডলৈ বাত চাই ৰ'লো
সুন্দৰ ধুনীয়া লাগিছে এ মজা সুন্দৰ👍😘
Austiyana is best actress ❤I love ❤️ austiyana
Agor jaanmoni buratkoi bht val hoise
kobita r acting khub val gola hoise,. .. 😍👍
It's so beautiful srial... Mur fevarat srial ❤❤❤❤❤💐💐💐💐
শৈশৱৰ ৰ আবেগ ❤😊
অকল বৰা চাৰ
বৰা চাৰ! বৰা চাৰ!
থোপা পেলাই বহি থাক
😂😂😂😂
What a funny 🤣
Bahut Val lagil ❤️❤️❤️❤️
Pallav and Kavita both are so funny and i really liked their acting. Kavita is more beautiful than the lead actress. Waiting for the next episode....
শ্বুটিং মৰিগাঁওত হোৱাৰ বাবে বৰ ভাল লাগিছে । সকলোৰে অভিনয় বৰ ভাল হৈছে ।
Mojaaa❤
অতি সুন্দৰ 😊✨,,,,খণ্ড ২ লৈ বহু অপেক্ষাৰে ৰৈ আছোঁ💖 ।।
Kabita and pallab love story best👌❤
Bhut Val lagil Sai, 2nd episode tur bbey roi asu 😊🌼❤️
জানমণি মানে শ্যামন্তিকা যতীন বৰা আৰু উৎপল দাসক হে ভাল লাগে
ভাল হৈছে আৰু ভাল হওঁক। আটাইকেইগৰাকীলৈ শুভেচ্ছা জনালোঁ। Love from Nalbari.
Zubeen da bihu gan kita mein❤❤❤
Jaanmoni manei syamantika baa ...2000 sonot jonmo hua pisor porai okol jaanmoni syamantika baak dekhisu ru etiyau lage
Hhttñ UT hhijjrtty, 20:55 😢
Ekdm blgk jaanmoni rupe bor eta val nalage
Dhttt thoti upgrade hbole nxikili ajiloike😅😅😅
@@bhanita_b 👌
Belegr dokh xusori thko j kio.. Nijei2 eko eta kribo pora nii a.. Ki beya dekhili ei shortfilm khn
Ahgor din bur mont pori goisae 🔥🔥🔥🔥🔥🔥
Sai bohut val lagil dei
পুৰণি মাটিৰ গোন্ধ থকা কাহিনীটো। সচাই বহুত ভাল লাগিছে।
Janmoni nice