ขนาดวิดีโอ: 1280 X 720853 X 480640 X 360
แสดงแผงควบคุมโปรแกรมเล่น
เล่นอัตโนมัติ
เล่นใหม่
অনুপম গীতৰ কথা আৰু সুৰৰ মাধুৰ্য....মন ভৰি ৰৈ যোৱা...প্ৰাণ ভৰি বৈ যোৱা এবুকু উৎকন্ঠা❤❤👌👌👌👍👍👍🙏🙏🙏
অতি সুন্দৰ গীত মোৰ প্ৰিয় গায়ক জনে এনে কৈ শুনি থাকিব লৈ আগন্তুক দিন বোৰ লৈ আশা ৰাখি লো লগতে ভগৱান ৰ ওচৰত দিঘির আয়োশ কামনা কৰিলে। 🙏🙏🙏 ❤❤❤🥰🥰🥰👍👍👍👌👌👌
আপুনি সচাঁ কৈয়ে নিল আকাশৰ তৰা আপোনাৰ ইমান সুন্দৰ কণ্ঠ শুনি থাকিলেও হেপাহ নোপোলোই । ❤❤❤🎉🎉🥰🥰🥰✊✊✊👌✋👌👍👍
হৃদয়ৰ সঁচা অনুভৱৰ পৰশে মন জুৰ পৰি যোৱা গীত ❤❤❤❤❤
অতি সুন্দৰ গীত, মোৰ প্ৰিয় গায়ক জনৰ পৰা এনে হৃদয় জুৰুৱা গীত আৰু শুনিবলৈ আশা কৰিলো,,🙏🙏🙏
চিৰ সেউজ প্ৰেমৰ গান ......অতি অনুপম....❤❤💞💞💞🌹🌹🌹🌹
Very nice song Jitul Da👍👍👍👍👍
বৰ ধুনীয়া গীত। সুন্দৰ সুৰ, সুন্দৰ কথা আৰু সুন্দৰ কন্ঠ।হৃদয় জুৰোৱা এনে চিৰসেউজ গীতবোৰ শুনিলে শুনিয়েই থাকিবৰ মন যায়। বহুত বহুত ধন্যবাদ জনাইছোঁ এনে সুন্দৰ সুন্দৰ গীতবোৰ আপলোড কৰা বাবে।
শুনিলে শুনি থাকিব লৈ মন যায়। সঁচাকৈয়ে। আপোনি নীল আকাশৰে তৰা। 👍👍👍👌👌👌❤❤🥰🥰🥰🙏🙏🙏
Very heart touching song Jitul Da ❤❤❤
Very nice song Jitul Sir.❤❤❤❤❤❤❤❤❤❤
My all time favorite singer jitul Sonowal 👌👌👌💕💞❤
সুন্দৰ ❤❤
গীতৰ কথাবোৰৰ লগতে কন্ঠও ইমান ধুনীয়া।
Sundar kanth my favorite song🥰🥰🥰 beautiful
Oti sundor geet
সুন্দৰ মনৰ অনুভূতি আনি দিয়ে......
Jitul da I love you.... Apunar aane gaane aanor hridoy nusubo paribo Aru nusubou paare kintu Mur hridoy hodai Sui Jai.... I m your greatest fan Sir
বহুত ভল লাগিল জিতুল দা.
Jitul Sonowal is my very very favourite singer
সুন্দৰ গীত শুনি বহুতো ভাল লাগিল।
Wow, super song
Jitulda you are always Gold 🙏
শুনিলে শুনি থাকিবলৈ মন যায়
You are Great....Jitul Da
ভাল লাগিল
Your all songs are heart touching. I like your music.
Ever green. Song
My all time favorite singer. Love you dear bro....
AE bur gaan sunile xuni thakibor mon jai Jitul sonowal a prothom Adhunik jugor gaan gaisile sei 1986 sonotei tar pisot he Jubeen garg 1992 sonot gaan goisile Gotike prothom adhunik jugor gaan Jitul sonowal a gaise
Hearty touching
Love you jitul da.......💚💕💕💕💕💕💕
সুন্দৰ
my favorite singer🥰🥰🥰🎤🎤❤❤❤🎉🎉
Akhimot jaar heral hiima.......The lost voice....
Bohut bohut val lagil huni...
Thanks
Really nice Jitul Da
গীতৰ কথা সুৰ মোৰ আছিল,সংগীত বৰ্তমান মুম্বাইস্থিত বিৰিঞ্চিৰ,প্ৰযোজনা আছিল আমাৰে-- Jim production,Jorhat.কেছেটৰ নাম 'স্বপ্ন"।2004 চনতে বাণীবদ্ধ কৰা এই গীতটো আপল'ড কৰোতে এইবিলাক কথাও উল্লেখ থকা হ'লে ভাল পালোঁহেঁতেন।--ঈশ্বৰ প্ৰসন্ন
প্ৰথমতে আপোনাক ক্ষমা খুজিছো। মই বিশেষ একো নাজানিছিলো, বহু বছৰৰ আগতে মোৰ এখন চিডি কেচেট আছিল, চিডিখনৰ নাম ‘বন্ধু’ আছিল।, যত জিতুল আৰু জুবিনৰ বহুকেইটা গান আছিল। মোৰ যিমান মনত পৰে তাতো বৰ বিশেষ একো নাছিল। এই গানটোও মই তাতেই পাইছিলো। মোৰ ভাল লগা বাবে ইয়াতে সংৰক্ষণ কৰি থৈছো। মোৰ এই চেনেলটো অন্য বিশেষ একো উদ্দেশ্য নাই কাৰণ ইয়াত মোৰ ভাল লগা গানবোৰহে সংৰক্ষণ কৰি ৰাখিছো, যাতে সময় অনুসৰি নিজেই পুনৰ শুনিব পাৰোঁ। ইমানখিনি তথ্য জনোৱা বাবে অশেষ ধন্যবাদ জনালোঁ।
@@IK-hf2vb ,ধন্যবাদ।এটা সময়ত এনেকুৱা হব পাৰে।আপুনি আকপটে স্বীকাৰ কৰিছে,কিছুমানে নকৰে।মই মন কৰিছো-- জিতুলদাৰ কন্ঠৰ "মোৰ ছায়া" গানটোও বহুতে এনেকৈ আপল'ড কৰিছে,তাকো ভিডিও বনাই।আন কথা নাই,নামটো থাকিলে ভাল লাগে।ধন্যবাদ।
Yes.
Nice song.❤
Plzzzz come back jitulda......notun ek ganor hubakhole
Bohut val lagishe aakou ghuri aaha ganor majoloi
বহুত ভাল লগা এটি গীত
Dhanyabaad
সুন্দৰ সুৰ
Very nice Dada
Dhuniya
Heart touching song..
U r my fav..... ple come again. Lpve u to Jitulda
Nice song dada
90s boys🎉🎉🎉❤
"Joli ase sakigosi baki ase bohu rati " ai geet to pale dibo son !
Nice song
❤❤❤❤❤❤❤
❤️❤️❤️
nice song.
Nice gong
Bhal Paw Apunar Ok
❤
Nice
Nice voice
Oh JSD❤❤❤u
Heart thoughting song 💟 💟 💟
I love you jotil da
Bor duk logisea ai gan huni nice song
Thank you
You are trand changer...
Very hardfull songs.
very hardfull
💕💕💕💕💕💕💕💕💖💖
Hoy,Aajio manat pare, imaan melody?
Nice songs. Come back Jitul da..
লগতে ভিডিঅটি ও লাগিছিল
চিৰসেউজ গীত।
অনুপম গীতৰ কথা আৰু সুৰৰ মাধুৰ্য....মন ভৰি ৰৈ যোৱা...প্ৰাণ ভৰি বৈ যোৱা এবুকু উৎকন্ঠা❤❤👌👌👌👍👍👍🙏🙏🙏
অতি সুন্দৰ গীত মোৰ প্ৰিয় গায়ক জনে এনে কৈ শুনি থাকিব লৈ আগন্তুক দিন বোৰ লৈ আশা ৰাখি লো লগতে ভগৱান ৰ ওচৰত দিঘির আয়োশ কামনা কৰিলে। 🙏🙏🙏 ❤❤❤🥰🥰🥰👍👍👍👌👌👌
আপুনি সচাঁ কৈয়ে নিল আকাশৰ তৰা আপোনাৰ ইমান সুন্দৰ কণ্ঠ শুনি থাকিলেও হেপাহ নোপোলোই । ❤❤❤🎉🎉🥰🥰🥰✊✊✊👌✋👌👍👍
হৃদয়ৰ সঁচা অনুভৱৰ পৰশে মন জুৰ পৰি যোৱা গীত ❤❤❤❤❤
অতি সুন্দৰ গীত, মোৰ প্ৰিয় গায়ক জনৰ পৰা এনে হৃদয় জুৰুৱা গীত আৰু শুনিবলৈ আশা কৰিলো,,🙏🙏🙏
চিৰ সেউজ প্ৰেমৰ গান ......অতি অনুপম....❤❤💞💞💞🌹🌹🌹🌹
Very nice song Jitul Da👍👍👍👍👍
বৰ ধুনীয়া গীত। সুন্দৰ সুৰ, সুন্দৰ কথা আৰু সুন্দৰ কন্ঠ।হৃদয় জুৰোৱা এনে চিৰসেউজ গীতবোৰ শুনিলে শুনিয়েই থাকিবৰ মন যায়। বহুত বহুত ধন্যবাদ জনাইছোঁ এনে সুন্দৰ সুন্দৰ গীতবোৰ আপলোড কৰা বাবে।
শুনিলে শুনি থাকিব লৈ মন যায়। সঁচাকৈয়ে। আপোনি নীল আকাশৰে তৰা। 👍👍👍👌👌👌❤❤🥰🥰🥰🙏🙏🙏
Very heart touching song Jitul Da ❤❤❤
Very nice song Jitul Sir.❤❤❤❤❤❤❤❤❤❤
My all time favorite singer jitul Sonowal 👌👌👌💕💞❤
সুন্দৰ ❤❤
গীতৰ কথাবোৰৰ লগতে কন্ঠও ইমান ধুনীয়া।
Sundar kanth my favorite song🥰🥰🥰 beautiful
Oti sundor geet
সুন্দৰ মনৰ অনুভূতি আনি দিয়ে......
Jitul da I love you.... Apunar aane gaane aanor hridoy nusubo paribo Aru nusubou paare kintu Mur hridoy hodai Sui Jai.... I m your greatest fan Sir
বহুত ভল লাগিল জিতুল দা.
Jitul Sonowal is my very very favourite singer
সুন্দৰ গীত শুনি বহুতো ভাল লাগিল।
Wow, super song
Jitulda you are always Gold 🙏
শুনিলে শুনি থাকিবলৈ মন যায়
You are Great....Jitul Da
ভাল লাগিল
Your all songs are heart touching. I like your music.
Ever green. Song
My all time favorite singer. Love you dear bro....
AE bur gaan sunile xuni thakibor mon jai
Jitul sonowal a prothom Adhunik jugor gaan gaisile sei 1986 sonotei tar pisot he Jubeen garg 1992 sonot gaan goisile
Gotike prothom adhunik jugor gaan Jitul sonowal a gaise
Hearty touching
Love you jitul da.......💚💕💕💕💕💕💕
সুন্দৰ
my favorite singer🥰🥰🥰🎤🎤❤❤❤🎉🎉
Akhimot jaar heral hiima.......The lost voice....
Bohut bohut val lagil huni...
Thanks
Really nice Jitul Da
গীতৰ কথা সুৰ মোৰ আছিল,সংগীত বৰ্তমান মুম্বাইস্থিত বিৰিঞ্চিৰ,প্ৰযোজনা আছিল আমাৰে-- Jim production,Jorhat.কেছেটৰ নাম 'স্বপ্ন"।2004 চনতে বাণীবদ্ধ কৰা এই গীতটো আপল'ড কৰোতে এইবিলাক কথাও উল্লেখ থকা হ'লে ভাল পালোঁহেঁতেন।--
ঈশ্বৰ প্ৰসন্ন