আপেল বগৰীৰ কলম( pruning) কেনেকৈ কৰিব? (How to Prune Indian Jujube)

แชร์
ฝัง
  • เผยแพร่เมื่อ 5 ก.ย. 2024

ความคิดเห็น • 13

  • @runjun4455
    @runjun4455 6 หลายเดือนก่อน

    Val lagil👌

  • @protivadas3486
    @protivadas3486 5 หลายเดือนก่อน

    দাদা, গ্ৰাফটিং আম গছৰ প্ৰতিপালনৰ বিষয়েও জনাবচোন

    • @borahskitchengarden2487
      @borahskitchengarden2487  5 หลายเดือนก่อน

      ঠিক আছে।সময়ত দিয়া হ'ব। ধন্যবাদ।

  • @user-jy4dl9ck5i
    @user-jy4dl9ck5i 5 หลายเดือนก่อน

    Vl lagil, Sir apuni mati khini ki ki mix kori prastut kore jonabo ru poriman kiman jonabo

    • @borahskitchengarden2487
      @borahskitchengarden2487  5 หลายเดือนก่อน +1

      গোবৰ মাটিৰ আধা,বোনমিল ২০০গ্ৰাম, খলিহৈ ১০০গ্ৰাম,চূন সৰু চামুচেৰে ২ চামুচ, কণীৰ বাকলিৰ গুৰি ১মুঠি, কেচু সাৰ ১কিলোমান মিহলাই লোৱা হৈছে।মাটি খিনিৰ লগত ৪ ভাগৰ এভাগ বালি মিহলাব লাগে। ধন্যবাদ।

    • @user-jy4dl9ck5i
      @user-jy4dl9ck5i 5 หลายเดือนก่อน

      Dhanybad sir moi apuner video sai korisu, jikunu sobji logaboloi matibur eidhorone prastut koribo lagibo nki sir

  • @damayantirahang4389
    @damayantirahang4389 5 หลายเดือนก่อน

    Dada dalim puli logabor karune mati khini ki ki mix koribo lage aru ki prokaror dalim grow begot logabo pari jonabo sun..

    • @borahskitchengarden2487
      @borahskitchengarden2487  5 หลายเดือนก่อน

      হয়,ডালিমৰ পুলি কিদৰে ৰুব লাগে, এই বিষয়ত মোৰ video দিয়া আছে। মোৰ channel টোত search কৰিলে পাই যাব। উন্নত জাতৰ পুলি নাৰ্চাৰীৰ পৰা আনি ৰুব লাগে। টাবৰ মাটি প্ৰস্তুতিৰ বিষয়ে video দি আছো। ধন্যবাদ।

  • @pabitrakumarnath2565
    @pabitrakumarnath2565 4 หลายเดือนก่อน

    আপোনাৰ ঘৰ কত

    • @borahskitchengarden2487
      @borahskitchengarden2487  4 หลายเดือนก่อน

      মোৰ ঘৰ গুৱাহাটীত। আপোনাৰ? মন্তব্যৰ বাবে ধন্যবাদ।

  • @gautamgoswami9723
    @gautamgoswami9723 6 หลายเดือนก่อน

    বগৰীৰৰ শিপা বহুত গভীৰতালৈ জায় সেয়ে খালি মাটিত দিলে বেছি ভাল হৱ নেকি?

    • @borahskitchengarden2487
      @borahskitchengarden2487  6 หลายเดือนก่อน +1

      হয়, ঠিকেই কৈছে। বগৰী বৃক্ষ শ্ৰেণীৰ। সেয়ে ইয়াৰ শিপা তললৈ যায়। কিন্তু আমি ইয়াক নিয়ন্ত্ৰণত ৰাখিও উৎপাদন লাভ কৰিব পাৰোঁ।ইয়াৰ বাবে আমি বিজ্ঞানসম্নত পদ্ধতিৰে খাদ্য যোগান ধৰিব লাগিব।কৃষিৰ ক্ষেত্ৰত উন্নত দেশ বোৰত container আদিতে ফলমূল লগাই।জাপানত bon Sai নামেৰে এবিধ art আছে।যত বৃক্ষ বিলাকক নিয়ন্ত্ৰণত ৰাখি সজাই পৰাই থোৱাৰ লগতে উৎপাদনো লাভ কৰে। সেয়েহে আমিও যদি বিজ্ঞানসন্মতভাৱে আপদাল কৰোঁ তেতিয়া উৎপাদন নিশ্চয় পাম। কেৱল কামটোত পাৰদৰ্শিতা থাকিব লাগিব। গোস্বামী দাঙৰীয়া। মনোযোগেৰে চোৱা বাবে, লগতে বহুমূলীয়া মন্তব্যৰ বাবে ধন্যবাদ।