কিয় আৰু কিহৰ চুক্তিত স্বাক্ষৰ কৰিলে আলোচনাপন্থী আলফাই?

แชร์
ฝัง
  • เผยแพร่เมื่อ 8 ก.ย. 2024
  • কিয় আৰু কিহৰ চুক্তিত স্বাক্ষৰ কৰিলে আলোচনাপন্থী আলফাই?
    ___________________________________
    Like, share and subscribe our channel.
    Follow us on:
    Facebook - nenownews/
    Twitter - NENowNews/
    Instagram - northeast.now

ความคิดเห็น • 67

  • @dadugogoi5548
    @dadugogoi5548 8 หลายเดือนก่อน +13

    সভাপতি জনৰ বক্তব্য বোৰ শুনি হাঁহি উঠিছে, দুঃখ লাগিছে। এওঁ লোকে অসম বাসীৰ আগত নিজৰ স্বাৰ্থপৰ স্বভাৱটো উদঙাই দিলে।

  • @NYT-STR
    @NYT-STR 8 หลายเดือนก่อน +6

    নিজৰ ভৰিৰৰ মাটি নথকা চুক্তি, কৰি লাজ লগা নাই? অৰ্থহীন চুক্তি।

  • @dgogoi1239
    @dgogoi1239 8 หลายเดือนก่อน +2

    মই আলফাও নহয় মই তহতৰ দৰে অসমীয়া তেজাল দেকাৰ তেজপিয়া চলফাও নহয় তহতৰ কাৰনে ১৮ বছৰ কষ্ট পাব লগীয়া হল ৬বছৰ হাবিতে থকিলো ।তহঁতৰ পেট ভৰোৱা চুক্তি কৰিলি।

  • @pankajdutta9131
    @pankajdutta9131 8 หลายเดือนก่อน +2

    হিন্দুবাদী নেতা আৰু অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ নেতাৰ মাজত পাৰ্থক্য আছে।

  • @bkp9774
    @bkp9774 8 หลายเดือนก่อน +2

    চেহেৰা কিতা আৰু কথা কোৱাৰ ধৰণ নেই কৈ দিয়ে ইহঁত যে একো একো টা ফালটো।

  • @harineogneog1732
    @harineogneog1732 8 หลายเดือนก่อน +2

    ভূটানত নিৰুদ্দিষ্টসকলৰ সনদৰ্ভত কিবা কথা হ'লনেকি ?

  • @tanumoran2484
    @tanumoran2484 8 หลายเดือนก่อน +3

    নিলাজী

  • @kjphukan4661
    @kjphukan4661 8 หลายเดือนก่อน +1

    এইকেইটা ছালফা নহয় জানো😅

  • @thakuriyathakuriya
    @thakuriyathakuriya 5 วันที่ผ่านมา

    apunaloke asomor babe ki kori paise aru korise....
    asomot apunalokor obodan ki...

  • @pankajdutta9131
    @pankajdutta9131 8 หลายเดือนก่อน +1

    "দেশতকৈ মোমাই ডাঙৰ নহয়।"

  • @anuprajbonshi4173
    @anuprajbonshi4173 8 หลายเดือนก่อน +1

    এইকেই জন আঠুৱা তলৰ মহ হয় ,অথ নাইকীয়া চুক্তি

  • @user-ul8si7dc6t
    @user-ul8si7dc6t 8 หลายเดือนก่อน +1

    অসমৰ মানুহক তেজখোৱাকেইটাই মূৰ্খ সজালে

    • @bkp9774
      @bkp9774 8 หลายเดือนก่อน

      ইহঁতক লগ পালেই পীটিম।

    • @shashankarchamua-pt1vm
      @shashankarchamua-pt1vm 8 หลายเดือนก่อน

      Tohoti korcun assam krne..hihot vhol baru..toi ki koriso

    • @shashankarchamua-pt1vm
      @shashankarchamua-pt1vm 8 หลายเดือนก่อน

      @@bkp9774 toi sudubhai ki koriso axom r kne ko cun ..kobo paribi maksudu

  • @pankajdutta9131
    @pankajdutta9131 8 หลายเดือนก่อน

    ৰাইজৰ লগত আলোচনা নকৰাকৈ আপোনাকে জাতিৰ বাবে যিকোনো চুক্তি কৰাৰ কোনো নৈতিক অধিকাৰ নাই।
    আপোনাকে নিজকে অসমীয়া ৰাইজৰ মুখপাত্ৰ হিচাপে গোটেই জীৱনটো দিয়াৰ পাছত যদি অসমীয়াৰ মূল বিষয়বোৰৰ অবিহনেই যদি আলোচনাৰ সামৰণি মাৰে তেন্তে আপোনালোকৰ সামাজিক জীৱনৰ অন্ত পৰাৰ লগতে আপোনাকে যে ব্যক্তিগত জীৱনৰ নিম্নতম স্বাৰ্থ সিদ্ধিৰ কাৰণে জনতাক জাতীয়তাবাদৰ নামত ঠগি আহিছিল সেইটো স্পষ্ট হৈ পৰিব।

    • @pankajdutta9131
      @pankajdutta9131 8 หลายเดือนก่อน

      জাতিৰ হকে কাম কৰিবলৈ হ'লে প্ৰথমতে নিজকে তেনে ব্যক্তিত্বৰ পৰ্যায়লৈ উন্নীত কৰিব পাৰিব লাগিব। সস্তীয়া ব্যক্তিত্বৰ লোকে এইধৰণৰ গুৰুত্বপূৰ্ণ বিষয়ত আগভাগ ল'বলৈ গ'লে শেষত বিষয়টোৰ মৰ্য্যদা হানিহে কৰে। ইতিহাস।

  • @purnimagogoi9214
    @purnimagogoi9214 8 หลายเดือนก่อน +1

    স্বাৰ্থপৰ তহতঁ

  • @pankajdutta9131
    @pankajdutta9131 8 หลายเดือนก่อน

    ভাষণৰ ফুলঝাৰি নালাগে, নিৰ্দিষ্টকৈ কওঁক‌ কেন্দ্ৰীয় চৰকাৰে সাংবিধানিকভাৱে কি কি চৰ্তত স্বাক্ষৰ কৰিছে।

  • @keshabsaikia4609
    @keshabsaikia4609 8 หลายเดือนก่อน

    নালাগে তোমালোকৰ চুক্তি
    আমাক লাগে ,ৰাজনীতি অধিকাৰ, মাটিৰ অধিকাৰ,সম্পদৰ অধিকাৰ , জনজাতীয় ৰাজ্য,।

  • @user-gg9rs2jg1u
    @user-gg9rs2jg1u 8 หลายเดือนก่อน +1

    CAA kio mani loise

  • @nitulboruah7781
    @nitulboruah7781 8 หลายเดือนก่อน +1

    Bhutan ot nikhuz huwa bilakor Ki khobor lola

  • @lakhigogoi5623
    @lakhigogoi5623 8 หลายเดือนก่อน +1

    Anup chitia. And.Aurobindra.rajkhuwa heartless

  • @RituBora-tr5ss
    @RituBora-tr5ss 8 หลายเดือนก่อน +1

    Bohut dukh lagil apuni j alfar xovatoti asile buli

  • @pankajdutta9131
    @pankajdutta9131 8 หลายเดือนก่อน

    হিন্দুত্ববাদী দক্ষ নেতাৰ অভাৱ নাই দেশত। অসমীয়াই জাতীয় চেতনাক আওকাণ কৰি কেৱল হিন্দুৰ নামত সন্তুষ্টি লভিলে নহ'ব। কেৱল হিন্দু নেতা লাগে নে অসমীয়া তথা উত্তৰ-পূৰ্বাঞ্চলৰ লোকৰ ৰাজনৈতিক অধিকাৰ সুৰক্ষিত কৰিব পৰা নেতা লাগে ।

  • @abanikrbaishya7611
    @abanikrbaishya7611 8 หลายเดือนก่อน

    গামোচা খন গলৰ পৰা নমাই থৈ ফাল্টু কথা কোৱা ভাল। কাৰন গামোচা খন অসমীয়াৰ সন্মান প্ৰতীক।

  • @user-mp2zd1el4p
    @user-mp2zd1el4p 8 หลายเดือนก่อน

    কিবা বুৰ্বক নেকি আপোনালোক খোকোজা লাগে জে?

  • @assamonline1050
    @assamonline1050 8 หลายเดือนก่อน +1

    Bead desicon

  • @Kumar00199
    @Kumar00199 5 หลายเดือนก่อน

    তুমি এতিয়াও মূৰ্খ .....

  • @nitulboruah7781
    @nitulboruah7781 8 หลายเดือนก่อน +1

    Ami bor laj paisu

  • @BLASTER6300
    @BLASTER6300 8 หลายเดือนก่อน +1

    Burbok

  • @user-mp2zd1el4p
    @user-mp2zd1el4p 8 หลายเดือนก่อน

    মুৰ্খ নেকি ?

  • @gopinathgoyari3421
    @gopinathgoyari3421 8 หลายเดือนก่อน

    Alfa agreement is going against existing tribal Adibasi by 6.5 dofa and 2.1 okondata means sovereignty?

  • @prafullabaruah4617
    @prafullabaruah4617 8 หลายเดือนก่อน

    এইটোৰ ৱাদমেমবাৰ হোৱাৰ যোগ্যতা নাই ।

  • @LeninBarhma-nh6of
    @LeninBarhma-nh6of 8 หลายเดือนก่อน

    Let them go ulfa

  • @brojenkhargharia15
    @brojenkhargharia15 8 หลายเดือนก่อน

    Dast druhe dealer laru khai ahel kothe kobo najana kam nai ehotr baba bohut manuh morel jalot vorabo laga

  • @babuldeka6255
    @babuldeka6255 8 หลายเดือนก่อน

    Msja

  • @brojenkhargharia15
    @brojenkhargharia15 8 หลายเดือนก่อน

    Kehor boedcek soceb aekhon sorkar nake

  • @rinimahoque6912
    @rinimahoque6912 8 หลายเดือนก่อน

    M l a hbade.

  • @LeninBarhma-nh6of
    @LeninBarhma-nh6of 8 หลายเดือนก่อน

    Bodoland or talks kot

  • @prabitachutia448
    @prabitachutia448 8 หลายเดือนก่อน +2

    ফাল্টু লেকচাৰ বুলি বয়োজেস্থ সকলে ক'ব বিছাৰে

    • @bkp9774
      @bkp9774 8 หลายเดือนก่อน

      গতেই কিতাই অতি ফালটো।

    • @shashankarchamua-pt1vm
      @shashankarchamua-pt1vm 8 หลายเดือนก่อน

      Toi faltu kurkur

  • @khalilurrahman847
    @khalilurrahman847 8 หลายเดือนก่อน

    Mal khai koiso neki?

    • @bkp9774
      @bkp9774 8 หลายเดือนก่อน

      জিভা নুঘুৰেই, বাংলাদেশ ফেৰত কেইটাৰ।

    • @shashankarchamua-pt1vm
      @shashankarchamua-pt1vm 8 หลายเดือนก่อน

      Tohoti aku nejano..toi tat asili neki ..tohortor nicina manuhor krne aji ei axom khon borbad hoise..enekuwa comment nidibi ami axom krne mori jam kela,tohortor nicina manuhor jrne nhoi.kela

    • @MakaniDeka-lm5pb
      @MakaniDeka-lm5pb 8 หลายเดือนก่อน

      TAHATE KI KARILI MANHU BILAK MARILI NIJIO NAMARLI KIA

  • @user-hq2ff4zy4r
    @user-hq2ff4zy4r 8 หลายเดือนก่อน

    Tohor tor kam ni

  • @asomiaasom6008
    @asomiaasom6008 8 หลายเดือนก่อน +2

    জেল খোৱাৰ ভয়ত ১৮ হাজাৰ অসমীয়াৰ প্ৰাণ নাশ কৰি লাখ লাখ অসমীয়াক নিৰ্যতিত পংগু কৰি ৪৫ বছৰ ৰক্তাক্ত বিদ্ৰোহ কৰি অসমীয়া জাতি মাটি ভেটি ভাষা সম্পদ সংস্কৃতিৰ অস্তিত্ব ৰক্ষাৰ বিষয়ক বিসৰ্জন দি দেৰ লাখ কৌটি টকাৰ পেকেজ ,আগতে লোৱা আচনিৰ নতুন ৰেল পথ বিশ্ববিদ্যালয় উদ্যোগ দলং পথ নিৰ্মানৰ ভূৱা প্ৰতিশ্ৰুতিৰ আশ্বাসৰ চুক্তি কৰা আলফা কেইটালৈ ভাৰতীয় সেনাৰ চৰ গৰ লাঠিৰ কোবৰ ষ্মৃতি সোঁৱৰি ঘৃণাৰে থুৱালো কাৰণ তঁহত কেইটা চদ্মবেশী ভণ্ড বিপ্লৱীৰ বাবে আলফা কি কেনেকুৱা নজনা অজ্ঞ হৈও আলফা দেখাই দিব নোৱাৰা আলফাৰ বিষয়ে কব নোৱাৰাৰ বাবে আলফা বিচৰা ভাৰতীয় সেনাৰ হাতত ফুলকুমলীয়া অষ্টম শ্ৰেণীৰ ছাত্ৰৰ গালত প্ৰচণ্ড চৰ দেহত গোৰ লাঠিৰ কোব খাব লগা হল তঁহতৰ ব্যক্তিগত টকা লাভৰ বাবে তঁহতৰ স্খলিত পথচ্যুত কুকাৰ্যৰ বাবে থুৱালো থুই ।তঁহতৰ ব্যক্তিগত টকা লাভৰ চুক্তিৰ বাবে ১৮হাজাৰ লোকৰ প্ৰাণ ললি তঁহতে ।এইখিনি লাভৰ ভুৱা প্ৰলভন প্ৰতিশ্ৰুতিৰ বাবে ১৮হাজাৰ লোকক হত্যা কৰিলে লাখ লাখ লোক নিৰ্যাতিত ঘুণীয়া পংগু কৰিলা ?চুক্তি কৰাৰ আগত তঁহতে কোৱা কথাৰ যুক্তি তথ্য আজি চুক্তিৰ পিচত তঁহতৰ সেই একেখন মুখেৰে কোৱা কথা তথ্য যুক্তি মতে অসমত একো নাই এনে বিপৰীতমুখী কিয় ???যদি আজি তঁহতে অসমত একো সম্পদ নাই বুলি আজি জানি বুজি কলে বুজিলো পিছে চুক্তিৰ কৰাৰ আগত অসমৰ কি সম্পদ থকা বুলি কৈ ১৮ হাজাৰ লোকক হত্যা কৰাই লাখ লাখ লোকক নিৰ্যাতিত পংগু কৰাৰ বাবে ৪৫ বছৰ তেজৰ জীৱনৰ ফাকু খেলালে কিয় ???স্বাধীন অসম যদি অসম্ভৱ তেন্তে ৰাজ্য চৰকাৰৰ উন্নয়ন মুলক দায়িত্ব কৰ্তব্য আচনি খিনিৰ বাবে ১৮ হাজাৰ অসমীয়া লোকক হত্যা কৰিলি কিয় ?লাখ লাখ অসমীয়া নিৰ্যাতিত ঘুণীয়া পংগু কৰিলা কিয় এতিয়া মুখেঐে ক্ষমা খুজিছো বুলি কলেই লাখ লাখ নিৰ্যাতিত পংগু লোকৰ আৰু ১৮ হাজাৰ মৃত্যু হোৱা লোকৰ জীৱনৰ মুল্য মুখেৰে কেমেৰাৰ আগত ক্ষমা খুজিছো বুলি কলেই অবৰ্ণনীয় ত্যাগ কষ্টৰ মুল্য ?????

    • @user-gk2ez2me6e
      @user-gk2ez2me6e 8 หลายเดือนก่อน

      Mori nataka kila

    • @bkp9774
      @bkp9774 8 หลายเดือนก่อน

      ইহঁতক লগ পালেই ঘূচিয়াম,

    • @GarimaGogoi-mw1lq
      @GarimaGogoi-mw1lq 8 หลายเดือนก่อน

      Falgj kotha

    • @bkp9774
      @bkp9774 8 หลายเดือนก่อน

      @@GarimaGogoi-mw1lq তোৰ লগত কিবা মিলা মিচা আছে নেকি? কৈ দিয়া কৈ দিয়া, মই কাকো নকওঁ দিয়া, কসম চে।

    • @shashankarchamua-pt1vm
      @shashankarchamua-pt1vm 8 หลายเดือนก่อน

      Toi aku najano ..najanile nkobi

  • @lakhigogoi5623
    @lakhigogoi5623 8 หลายเดือนก่อน +1

    🐒assam gov. Kam nai.

    • @shashankarchamua-pt1vm
      @shashankarchamua-pt1vm 8 หลายเดือนก่อน

      Assam govt kam asei krne hoise..akol cm krne hoise ei vhal kam bur.toi faltu comment di lav nai