বিধানসভাৰ মজিয়াৰ দৰে সংসদৰ মজিয়াতো শুই পৰিল সাংসদ ফণীভূষণ চৌধুৰী....

แชร์
ฝัง
  • เผยแพร่เมื่อ 3 ต.ค. 2024
  • ৰাইজে বিচাৰিছিল সংসদৰ মজিয়াত বাঘৰ দৰে গুজৰিব সাংসদ ফণীভূষণ চৌধুৰীয়ে। পিছে ৰাইজে ভবাটো ওলোটা হ’ল। বিধানসভাৰ মজিয়াৰ দৰে সংসদৰ মজিয়াতো শুই পৰিল সাংসদ ফণীভূষণ চৌধুৰী।
    #PratidinTime #assam #parliament #phanibhusanchoudhury #AGP

ความคิดเห็น • 400

  • @SatymevaJayate007
    @SatymevaJayate007 3 หลายเดือนก่อน +329

    ধন্য বৰপেটা বাসী ৷ এনে সাংসদ নিৰ্বাচিত কৰি পঠোৱাৰ বাবে শলাগৰ শৰাই 😂😂😂

    • @nilamanitalukdar5197
      @nilamanitalukdar5197 3 หลายเดือนก่อน +2

      😢😢😢😢😢

    • @AnowarHussain-ze8wr
      @AnowarHussain-ze8wr 3 หลายเดือนก่อน +4

      Ki koi hey 1 St of all he belongs to BJP alliance leader

    • @adilhussain2913
      @adilhussain2913 3 หลายเดือนก่อน +1

      🥲😰😰

    • @চুতমাৰণি-vu8vt
      @চুতমাৰণি-vu8vt 3 หลายเดือนก่อน +21

      ৰাইজ হব লাগে বৰপেটা ৰ দৰে নালাগে আমাক যোৰহাট ৰ দৰে😂😂😂😂

    • @babysaikia7520
      @babysaikia7520 3 หลายเดือนก่อน +1

      😂

  • @khargeswarbaruah8139
    @khargeswarbaruah8139 3 หลายเดือนก่อน +183

    ইয়াতকৈ আৰু বেছি কি আশা কৰিব পাৰি।ধন্য হে বৰপেটা সমষ্টিবাসী ভোটাৰ!

    • @nathbinod20
      @nathbinod20 3 หลายเดือนก่อน

      😂😂😂

  • @debadutta4066
    @debadutta4066 3 หลายเดือนก่อน +80

    ধন্যবাদ দেই বৰপেটাৰ ৰাইজ ইতিহাস ত প্ৰথম হব চাগৈ শুবলৈ পঠালে সংসদত আপোনালোকৰ চিন্তা বহু ত দূৰদৰ্শী

    • @nathbinod20
      @nathbinod20 3 หลายเดือนก่อน +2

      Kam koribotu. Olopman rest kori loisehe. Chai thakak sun.

    • @debadutta4066
      @debadutta4066 3 หลายเดือนก่อน

      @@nathbinod20 তেও অলপ জিৰনী ৰ পয়োজন হৈচে । বহুত বিকাশ কৰিলে আৰু

  • @BhagwanDeka-yg4yw
    @BhagwanDeka-yg4yw 3 หลายเดือนก่อน +125

    অতি সুন্দৰ এনেকুৱা নেতা লাগে। বৰপেটা বাসীলৈ প্ৰণাম।

    • @gh12138.
      @gh12138. 3 หลายเดือนก่อน +1

      😂

  • @ChayanikaSaikia-kl8fs
    @ChayanikaSaikia-kl8fs 3 หลายเดือนก่อน +110

    দোষী তেওঁ নহয়, তেওঁক ভোট দিয়া সকল হে।

    • @Mohinooramin
      @Mohinooramin 3 หลายเดือนก่อน +1

      বঙাইগাঁৱৰ মানুহ তথাপিও ফণী দদো ক ভোট দি আহিছে কি যে হব

    • @khargeswarbaruah8139
      @khargeswarbaruah8139 3 หลายเดือนก่อน

      @@ChayanikaSaikia-kl8fs Right

    • @mamonisaikia3520
      @mamonisaikia3520 3 หลายเดือนก่อน

      Yes

    • @golapdas1873
      @golapdas1873 3 หลายเดือนก่อน

      নহয়,,, মহাপুৰুষক টিকট দিয়া কেইজন জানো সোদা,,,,

  • @bipulali9045
    @bipulali9045 3 หลายเดือนก่อน +46

    ধ্যন্নবাদ বৰপেটা ৰাইজ

  • @bulbulAxom099
    @bulbulAxom099 3 หลายเดือนก่อน +76

    লাজ হে লাগিছে বৰপেটা ৰাইজলৈ।
    এতিয়া লাজ পালে নে আপোনালোকে 🤣🤣🤣🤣

    • @digantajyotibordoloi5528
      @digantajyotibordoloi5528 3 หลายเดือนก่อน

      বৰপেটা ৰাইজ যেনেকুৱা সাংসদ ও তেনেকুৱা বৰপেটাত কোনো সমস্যা নাই ফণীয়ে বিধায়ক হৈ থাকোতে সকলো সমাধা কৰি থৈছে এতিয়া 5বছৰ শুবলৈ পঠাইছে সূবক দেই

  • @babluhussain8610
    @babluhussain8610 3 หลายเดือนก่อน +21

    ধন্য বৰপেটা বাসী! এনে সাংসদ নিৰ্বাচিত কৰি দিল্লীলৈ পঠিওৱা বাবে , শলাগৰ শৰাই 🙏

  • @bipuldas7674
    @bipuldas7674 3 หลายเดือนก่อน +55

    এখেতক এনেকৈয়ে দেখা পাব বুলি জনতাই জানিও ভোট দিছিল।

  • @Ubermen-sch
    @Ubermen-sch 3 หลายเดือนก่อน +35

    শুই থাকক দেও, সাৰ পাই থাকিবলৈ কষ্ট হৈছে বোলে।

  • @JakirHussain-hl2lj
    @JakirHussain-hl2lj 3 หลายเดือนก่อน +14

    ভোটৰ গণনা কৰোঁতে বহুত টোপনি ক্ষতি হৈছিল এই বাবে এতিয়া দিল্লীত গৈ ছাৰে টোপনিটো পূৰণ কৰি আছে ধন্যবাদ ছাৰ

  • @babluhussain8610
    @babluhussain8610 3 หลายเดือนก่อน +10

    ফণীভূষণ চৌধুৰী দোষী নহয়,,, তেওঁক ভোট দি নিৰ্বাচিত কৰা সকল হে প্ৰকৃত দোষী।

  • @Sankarjitcreation
    @Sankarjitcreation 3 หลายเดือนก่อน +88

    এখেতক ভোট দিয়া বোৰো শুই শুইয়ে ভোট দিছিল। কুম্ভকৰ্ণ

    • @sportsindia9355
      @sportsindia9355 3 หลายเดือนก่อน

      Kiba ata likhato hohoj kinto kori dekhaboloi taan , nijor video buru sage tuponiyai bonai eman falto ,mur TH-cam r screen t ahilei matha gorom hoi jai apunar dore fokotiya mohakhoi hokol r video ahile ✨

    • @NB-nur119
      @NB-nur119 3 หลายเดือนก่อน

      Hui huiye diya huisil ...baki kak diba Congress janai kene...baki kaitar name gundai naii ...nutate marba lagsil....atiya fni goi bjpr tloya cheliki thake aro hui thake 😅

    • @Prabhassssq
      @Prabhassssq 3 หลายเดือนก่อน

      Toi tur channel t matha mar 😅😅

  • @SanjayKumar-td9um
    @SanjayKumar-td9um 3 หลายเดือนก่อน +18

    শুই থকা আৰু সাৰে থকাৰ মাজত কোনো পাৰ্থক্য নাই ফনীৰ বাবে ৷

  • @অসমীয়াপৰিয়াল
    @অসমীয়াপৰিয়াল 3 หลายเดือนก่อน +62

    শুবলৈ গৈছে যে অসমবাসীয়ে ভালকৈ জানে ।

  • @muned6442
    @muned6442 3 หลายเดือนก่อน +16

    বুঢ়াই অকল টোপনি মাৰিবলৈ হে যায় অসমত হালবাই গৈছে চাগে সেই কাৰণে দিল্লীত‌ টোপনি মাৰিছে 😂😂😂😂😂😂

  • @bhargabsarania2485
    @bhargabsarania2485 3 หลายเดือนก่อน +28

    😂😂😂😂 বানপানীৰ সমস্যাৰ কথা ভাবি আছে চাগে

  • @satyamevajayate1274
    @satyamevajayate1274 3 หลายเดือนก่อน +38

    বৰপেটাৰ মানুহৰ মুৰত মাল নাই এনেকুৱা এটা জাৱৰ পঠিয়াইছে ।

    • @informativeknowledge4104
      @informativeknowledge4104 3 หลายเดือนก่อน +1

      কাণতলীয়া চৰ খাবি।

    • @asomiaasom6008
      @asomiaasom6008 3 หลายเดือนก่อน +6

      মুৰত মাল নাই কাৰণে বহি শুই খাবলৈ বুঢ়া গাহৰীটোক সংসদ কৰি পঠিয়াইছে ।গাহৰীয়ে যেনেকৈ গোড়ালত খাই শুই থাকে তেনেকৈ থাকিব ফনিভূষণ চৌধুৰীয়ে ।ধন্যবাদ বৰপেটাবাসী ভোটাৰ 🙏

    • @pratimasarma1737
      @pratimasarma1737 3 หลายเดือนก่อน

      কাণতলীয়া চৰ টো কাক দিয়ে বা! বৰপেটাৰ ভোটাৰ ক নে নিজৰে গালত?​@@informativeknowledge4104

    • @nayanroy7561
      @nayanroy7561 3 หลายเดือนก่อน

      balor dhokra option nai babe teok dise.baki ajon asil teor dal k bhal napai.aru aan jon o akei kom sikhito.

    • @satyamevajayate1274
      @satyamevajayate1274 3 หลายเดือนก่อน +4

      @@informativeknowledge4104 কিমানক কানতলীয়া দিবা বাপু?? সঁচা কথাত গা পোৰে।

  • @tanbeerariz892
    @tanbeerariz892 3 หลายเดือนก่อน +33

    কাম নোহোৱা মানুহ 😂

  • @Axomgiyananu
    @Axomgiyananu 3 หลายเดือนก่อน +6

    বৰপেটা বাসীৰ উন্নতি হওঁক। অতি যোগ্য ব্যক্তি এগৰাকী নিৰ্বাচিত কৰাৰ বাবে। নিৰ্বাচনৰ‌ সময়ত বৰপেটা বাসী ৰাইজে উচিত সিদ্ধান্ত লৈ টোপনি যাবৰ বাবে এইবাৰ দিল্লী যোৱাৰ পট মোকলাই দিলে তেখেতক

  • @rejjakali1874
    @rejjakali1874 3 หลายเดือนก่อน +17

    আৰু ইপিনে শিক্ষকে off Periodৰ সময়ত Staff roomত অলপ জিৰণী ল'লেও আপোনালোকৰ জ্বলে কিয় ? বুজি নাপাওঁ!😢 যিয়ে নহওঁক ধন্যবাদ বৰপেটাবাসী😂

  • @prabhatchborah3751
    @prabhatchborah3751 3 หลายเดือนก่อน +23

    অসমৰ বানপানীৰ সপোন হে দেখিছে! সাহায্য শিবিৰত খবৰ কৰি আছে।
    শোৱা নাই দেই। জাতীয়তাবাদী যে নেতাজন।

    • @prasantakrmech3612
      @prasantakrmech3612 3 หลายเดือนก่อน

      TatkoiSukur Ali ai bhal asil

    • @prabhatchborah3751
      @prabhatchborah3751 3 หลายเดือนก่อน

      @@prasantakrmech3612 হয় দেও

  • @KABIR78600
    @KABIR78600 2 หลายเดือนก่อน +1

    ধৈন্য বৰপেটা বাসী 😂 Mojja তেওঁৰ পৰা যে কি আশা কৰিব কওঁক চোন।

  • @jitensarma1210
    @jitensarma1210 3 หลายเดือนก่อน +1

    খুবেই ভাল ‌লাগিল দে, অসমৰ ‌আৰু দুগৰাকী মানৰ পৰা এনেকুৱা ভাল দৃশ্য দেখা পাম বুলি আশা ৰাখিলোঁ

  • @SatymevaJayate007
    @SatymevaJayate007 3 หลายเดือนก่อน +19

    दिल्ली मे बिल्ली 😂😂😂

  • @parthachangmai11
    @parthachangmai11 3 หลายเดือนก่อน +3

    ধুনীয়া ইয়াতকৈ আৰু লাগিছে নে । বৰপেটাবাসী‌য়ে বিচৰা দৰেই সাংসদ পাইছে

  • @himangshukalita6992
    @himangshukalita6992 3 หลายเดือนก่อน

    অহা বাৰ আপুনি নিৰ্বাচনত জয়ী হৈ বাঘৰ দৰে গুজৰি থাকিব বুলি আশা ৰাখিলোঁ

  • @user-ko9ie1gk9s
    @user-ko9ie1gk9s 3 หลายเดือนก่อน +1

    ধন্যবাদ,বৰপেটাবাসী।

  • @prafullabora6845
    @prafullabora6845 3 หลายเดือนก่อน +2

    Thanks to the honourable citizens of Borpeta.., they have elected a competent, dynamic, smart MP like Mr Phani Bhushan Chowdhury who has been carrying a record of sleeping the entire period in Bidhan xobha and now in parliament he has initiated the same.

  • @assa516
    @assa516 3 หลายเดือนก่อน +1

    বৰপেটাৰ ভোটাৰ সকলোক ক সলাগৰ শৰাই আগবঢ়ালো৷

  • @rong_mon
    @rong_mon 3 หลายเดือนก่อน +1

    Bandhobo krishna 🙏

  • @dimpalchoudhury
    @dimpalchoudhury 2 หลายเดือนก่อน +1

    ধন্যবাদ বৰপেটা লোকসভা সমষ্টিৰ ৰাইজ । এনে এজন সাংসদ নিৰ্বাচিত কৰি পঠোৱাৰ বাবে শলাগৰ শৰাই 😂😂😅। যোৰহাট লোকসভা সমষ্টিৰ ৰাইজ শিক্ষিত নহয় কাৰণেহে গৌৰৱ গোগৈক জিকাই পঠিয়াইছিল আৰু আমাৰ বৰপেটা লোকসভা সমষ্টিৰ ৰাইজ শিক্ষিত কাৰণেহে ফণীভূষণনক জিকাই পঠিয়াইছিল। সদনত শুই থাকিবৰ কাৰণে ধন্যবাদ বৰপেটাবাসী ৰাইজ 😂😂😂😅🙏🏻

  • @FulitKongari-lo8pj
    @FulitKongari-lo8pj 3 หลายเดือนก่อน +1

    Borpeta bakhik thanks.

  • @mamatachakraborty-xq5by
    @mamatachakraborty-xq5by 3 หลายเดือนก่อน +1

    নিলাজ এই বিলাক। অসমৰ মানসন্মান খালে, এনেয়ে অহমৰ মানুহক ,বাহিৰা মানুহে পিছপৰা জাতি বুলি নকয়।

  • @golapdas1873
    @golapdas1873 3 หลายเดือนก่อน

    Great success,,, jai hoo,,, amar fponi zinda,,,,,,,,, Bad...

  • @pabankalita4473
    @pabankalita4473 3 หลายเดือนก่อน +1

    Thanks for Berpeta 👍👍👍

  • @HJ-borah
    @HJ-borah 3 หลายเดือนก่อน +1

    কোনোবাই গাৰু এটা দি থৈ আহ গৈ অ' বেচেৰাই বৰ আমনি পাইছে!!!

  • @AHOMLAND
    @AHOMLAND 3 หลายเดือนก่อน +20

    যোৰহাট লোকসভা সমষ্টিৰ মানুহ শিক্ষিত নহয়, নলবাৰী আৰু বৰপেটাৰ মানুহে শিক্ষিত 😂😂😂 এইয়াই প্ৰমাণ।

    • @nilxendas2354
      @nilxendas2354 3 หลายเดือนก่อน +1

      যোৰহাটৰ জনে চিঞৰি চিঞৰি যিমান কাম উলিয়াব এইজনে শুই থাকি তাতকৈ বছি উলিয়াব। গতিকে , বেছি জ্বলি লাভ নাই।😂🤣😂😂😂

    • @pritom21
      @pritom21 3 หลายเดือนก่อน +1

      ​@@nilxendas2354সেইটোৱেই টো বিজেপিৰ চিষ্টেম ন। পক্ষপাত।।।।

    • @NirmolRay1996
      @NirmolRay1996 3 หลายเดือนก่อน

      এনেকুৱা কিছুমান কথাৰ বাবেই উজনি নামনি বিভাজন হয়।।।গোটেই বৰপেটাবাসীক অশিক্ষিত বুলি কৈ বৰপেটাবাসীক লাজ দি লাভ নাই।।তাৰমানে বিজেপি যত যত জিকিছে,সেই ৰাইজবোৰ সব অশিক্ষিত মানে??? কেবল যোৰহাত,নগাও আৰু ধুবুৰীৰ মানুহবোৰহে শিক্ষিত মানে???এইবোৰ কথা কেৱল কংগ্ৰেছীকেইটাইহে কয়।

  • @badaruddinahmed6446
    @badaruddinahmed6446 3 หลายเดือนก่อน +12

    বৰপেটাবাসীৰ মূৰত গোৱৰো নাই কিজানি 😂😂😂

    • @informativeknowledge4104
      @informativeknowledge4104 3 หลายเดือนก่อน

      বংলাদেশী ভূকিব নালাগে।

    • @ashokdas6426
      @ashokdas6426 3 หลายเดือนก่อน

      Jehadir kaam hol bondhukh baarud training kora. Aibilak kamot besi attention dibo nalage. Pakistan zindabad dia manuhor indiat ki kaam aase

    • @subhambaruah9337
      @subhambaruah9337 2 หลายเดือนก่อน

      Tohot r din ahi ase roh

  • @biswajitborgohain7291
    @biswajitborgohain7291 3 หลายเดือนก่อน +16

    পঠিওৱা সকলে জানেই তেওঁ যে এইটোৰ বাহিৰে একো কৰিবগৈ নোৱাৰে। তেওঁ নিজেও জানে, তাত গৈ তেওঁ একো কৰিব নোৱাৰে। নিৰ্বাচন নেখেলো বুলি কোৱাৰ পিছতো তেওঁক জোৰ কৰি খেলোৱা কেইটা কেনেকুৱা ফটোৱা আৰু তেওঁক জিকাই পঠোৱা মখা কিমান বেছি ফটোৱা তাকেই তেওঁ প্ৰমাণ কৰিছেগৈ।

  • @diliphazarika8581
    @diliphazarika8581 3 หลายเดือนก่อน +1

    লাজ চৰম নোহোৱা ভোটাৰ কেতিয়াও ভাল মানুহক জিকাব নোৱাৰে

  • @BishnudasBishnudas-cb9ci
    @BishnudasBishnudas-cb9ci 3 หลายเดือนก่อน +1

    বৰপেটা ৰাইজৰ এইবাৰ কিমান উন্নতি হব ,তেখেতসকলৰ সাংসদ জনৰ নিম্ন সদনত নাকৰ গুজৰণীয়ে প্ৰমাণ কৰি দিছে।

  • @nathbinod20
    @nathbinod20 3 หลายเดือนก่อน

    Don't mind Sir, you are our motivation. Keep it up.

  • @surenboruah3241
    @surenboruah3241 3 หลายเดือนก่อน

    বৰপেটাবসিলৈ বহুত বহুত ধন্যবাদ, যুগ্যপাৰ্থি নিৰ্বাচনৰ বাবে 😂😂😂

  • @dr.biswajyotideka3777
    @dr.biswajyotideka3777 3 หลายเดือนก่อน +1

    Barpeta baxi loi kouti kouti dhonyobad🙏🙏🙏🙏🙏😮

  • @karabibaruah2135
    @karabibaruah2135 3 หลายเดือนก่อน +1

    Well done raij....iyar responsibility akol apunaluk re raij

  • @dipulaxom
    @dipulaxom 3 หลายเดือนก่อน +2

    অভিনন্দন বৰপেটা বাসীলৈ 🎉🎉🎉 উপযুক্ত প্ৰাৰ্থী এজনক যে বিচাৰি পালে আকৌ😂😂😂

  • @pranjal1393
    @pranjal1393 3 หลายเดือนก่อน +1

    ধন্য বৰপেটাবাসী ধন্য ❤

  • @kishoridas6447
    @kishoridas6447 3 หลายเดือนก่อน +1

    তেওঁৰ গাত দোষ নাই। তেওঁৰ মুঠেই ইচ্ছা নাছিল। কিমান কন্দাকটা কৰিলে, পিছে কামত নাহিল। পিছে বঙাইগাঁওৰ আসনখন AGPৰ পৰা আনে দখল কৰাৰ পাং পতা নাইতো?

  • @sankujyotidutta3137
    @sankujyotidutta3137 3 หลายเดือนก่อน +2

    আমাৰ মানুহবোৰ জানো কম যিটো মানুহ কান্দি কান্দি নিৰ্বাচন খেলিছে সেই জনক জিকাইছিল নহয়। তেওঁ নিজৰ ঠাইত থিকেই আছে আমাৰ মানুহবোৰ ৰাজনৈতিক ভাৱে কিমান সচেতন এই সময়ত এইটোৱেই প্ৰমাণ।

  • @user-ko9ie1gk9s
    @user-ko9ie1gk9s 3 หลายเดือนก่อน +1

    আমি আকৌ গৌৰৱ গগৈক জিকোৱাৰ কাৰণেহে ঠাট্টা-বিদ্ৰূপৰ সন্মুখীন হৈছোঁ,আই।

  • @RitukrBorah
    @RitukrBorah 3 หลายเดือนก่อน

    ধন্যবাদ বৰপেটা বাসীলৈ । অসমৰ সুনাম কৰহীয়াব এই জনে ।

  • @NKMedia-d6k
    @NKMedia-d6k 3 หลายเดือนก่อน +1

    বৰপেটাৰ ভোটাৰ ৰাইজলৈ অশেষ ধন্যবাদ

  • @nirmalhazarika
    @nirmalhazarika 3 หลายเดือนก่อน +1

    বৰপেটাবাসীলৈ আন্তৰিক অভিনন্দন ! 😅

  • @harmohankalita2903
    @harmohankalita2903 3 หลายเดือนก่อน +2

    এইবোৰকে আমি সাংসদ কৰি পঠাইছো আমাৰ সমস্যা সমাধান কৰিবলৈ । বৰপেটাবাসীয়ে এবাৰ ভাবি চাওঁক কিমান ডাঙৰ ভুল কৰিছে আপোনালোকে ।

  • @AbdulSamad-oh8sc
    @AbdulSamad-oh8sc 3 หลายเดือนก่อน +11

    Good for Assam.

  • @deepjyotihrishikesh
    @deepjyotihrishikesh 3 หลายเดือนก่อน +7

    এয়েই হল NDA ৰ পৰিচয়

  • @ittzmanuwarhussai
    @ittzmanuwarhussai 3 หลายเดือนก่อน +1

    ধন্যবাদ বৰপেটাৰ সচেতন ৰাইজসকল

    • @informativeknowledge4104
      @informativeknowledge4104 3 หลายเดือนก่อน

      এতিয়া বংলাদেশী ৰ কথা শুনিব নেকি।

  • @dibyabarman8596
    @dibyabarman8596 3 หลายเดือนก่อน +3

    দিল্লীৰ মছনদৰ সুখ নিদ্ৰাৰ মোহ জানো এৰিব পাৰি? বেছেৰা বঙাইগাঁওত আলুখেতিত ব্যস্ত হৈ খুবেই ভাগৰি পৰিছে মানুহজন। গতিকে গতিকে

  • @nurulhoque8433
    @nurulhoque8433 3 หลายเดือนก่อน +1

    ৰাইজে মামাৰ আঁচনি পায়, জ্ঞান হেৰুৱায় পেলাইছে,কাক ভোট দিব লাগে সেইটো নাজানে?😢😢😢

  • @AssameseMaker1
    @AssameseMaker1 3 หลายเดือนก่อน +1

    ভাল নেতা এজন পঠিয়াই দিলে দেই ৰাইজ 😂শুবলে আকৌ ভাল ঠাই অকন পালে

  • @HimaniRajbangshi-to3bf
    @HimaniRajbangshi-to3bf 3 หลายเดือนก่อน +1

    মই ভাবো এখেতৰ দোষ নাই যিবিলাক আমি জ্ঞানী মূৰ্খ বোৰে জনা উচিত আছিল

  • @asomiaasom6008
    @asomiaasom6008 3 หลายเดือนก่อน

    ধন্যবাদ বৰপেটা বাসী ভোটাৰক টুপনিওৱা গাহৰী এটাক টোপনিয়াই খাই বৈ আৰামত থাকিবলৈ ভোট দি সাংসদ কৰি পঠিয়াইছে ধন্যবাদ বৰপেটাবাসী ।

  • @NavajitRay
    @NavajitRay 3 หลายเดือนก่อน +2

    এনেও কামত নাই গতিকে অসমত ৰখাতকৈ দিল্লী পঠিয়াই দিলো থাকক শুই বহি খাই ৷

  • @trishnakalita4154
    @trishnakalita4154 3 หลายเดือนก่อน +1

    বৰপেটাক আৰু উন্নয়ন নালাগে একো বাকী নাই। যিমান হব লাগে সকলো হল। কোনো সমস্যা এ নাই সেই কাৰণে তেঁওক তাতে শুবলৈ পঠোৱা হৈছে ❤

  • @AkibParvezUllah
    @AkibParvezUllah 3 หลายเดือนก่อน

    ধন্য বৰপেটা লোকসভা সমষ্টিৰ ভোটাৰ

  • @janardanbora2803
    @janardanbora2803 3 หลายเดือนก่อน +1

    এওঁৰ গাত দুখ নাই এচিৰ ঠাণ্ডা পাইছে টোপনি নামাৰি কি মাৰিব ভাষণ টো দিবও নালাগে তেওঁ😅😅😅

  • @sofikulislam7533
    @sofikulislam7533 3 หลายเดือนก่อน +9

    এই বসয়ত ইয়াৰ এইবিলাক ভাল নালাগে

  • @purnaborah2910
    @purnaborah2910 3 หลายเดือนก่อน +4

    Jindabad p tiime

  • @janardanbora2803
    @janardanbora2803 3 หลายเดือนก่อน +1

    আমাৰ অসমৰ মানুহৰ এই বোৰেই দুখ আৰু কথা কব নজনা মানুহক সংসদ পঠাই কি লাভ বাৰু

  • @rinkumili2957
    @rinkumili2957 3 หลายเดือนก่อน +1

    বৰপেটা ৰাইজে যোগ্য বুলি নিৰ্বাচিত কৰি পঠোৱা সাংসদৰ পৰিচয় ওলাই পৰিল।

  • @HirakDas-q7t
    @HirakDas-q7t 3 หลายเดือนก่อน

    very good barpeta..

  • @bitunath7342
    @bitunath7342 3 หลายเดือนก่อน +2

    অসমত বানপানী আৰু তাত টোপনি মাৰি আছে ককাই

  • @wahidislam9360
    @wahidislam9360 3 หลายเดือนก่อน +1

    ইয়াৰ লগতে প্ৰতিটো ৰাজনৈতিক পাৰ্টিক ও বাৰু মই ধন্যবাদ জনাম। কিয়নো যিকেইজন ব্যক্তি ভোটৰ বাবে থিয় হৈছিল এজনেও ভোট পোৱাৰ যোগ্যতা নাই । তেনে স্থলত ৰাইজে যি পায় তাকে ভোট দিছে । মই প্ৰতিটো ৰাজনৈতিক পাৰ্টীক সোধো জিলা পচা আলু বৰ আপোনালোকে বৰপেটাত হে কিয় পঠায় ?

  • @किरण2021
    @किरण2021 3 หลายเดือนก่อน +7

    এই বাৰ লোক সভাৰ মজিয়াৰ মাখি আৰু মহৰ সংখ্যা কমিব যেন পাইছোঁ... 😂😂😂😂

  • @RanjitDas-s2u8w
    @RanjitDas-s2u8w 3 หลายเดือนก่อน +2

    Bht val mnhu

  • @Vloglook890
    @Vloglook890 3 หลายเดือนก่อน +8

    Barpeta bakhi nisina .....burabk mnuh ni ............

  • @jalaluddinahmed9888
    @jalaluddinahmed9888 3 หลายเดือนก่อน +1

    হলও দিয়কচোন টুপনীয়াবলৈ হলও ঠাই অকনমান পাইছে। ভূল তেওৰ গাত নাই। জনতাৰ ভূল।

  • @BaharulIslam-m7j
    @BaharulIslam-m7j 3 หลายเดือนก่อน

    Very good m p

  • @yoyyyy668
    @yoyyyy668 3 หลายเดือนก่อน

    Barp3ta. Basi jindabad

  • @akashdowari3479
    @akashdowari3479 3 หลายเดือนก่อน +2

    যোৰহাট বাসীৰ উদাহৰণ লওক। ইঁহতক কিয় Delhi পঠাইছে, টোপনি মাৰিবলৈ নেকি।

    • @nilxendas2354
      @nilxendas2354 3 หลายเดือนก่อน

      যোৰহাট বাসীৰ উদাহৰণ??😂😂😂😂😂😂😂

  • @Kamal-ec1kn
    @Kamal-ec1kn 3 หลายเดือนก่อน

    ধ্যন্নবাদ

  • @rajibrabha9238
    @rajibrabha9238 3 หลายเดือนก่อน +1

    Protidin chanel tu hol congrasor 😮😮😮

  • @JimnasVlogs
    @JimnasVlogs 3 หลายเดือนก่อน

    As i expected

  • @rashidulislam9531
    @rashidulislam9531 3 หลายเดือนก่อน +1

    ৰৱ! ৰাইজ আমিও বৰপেটাবাসী৷ সদন বহাৰ আাগদিনা হয়তো অসমৰ বানপানী আৰু নানান সমস্যাৰ বিষয়ে ভাৱি টোপনি যোৱা নাছিল৷ একো নাই ফনি Uncle আগে বঢ়ো হাম আপকা ছাট হে😂

  • @humeswarbaishya9471
    @humeswarbaishya9471 2 หลายเดือนก่อน

    Congratulations barpeta bashi voters

  • @FIFAMBL-w8h
    @FIFAMBL-w8h 3 หลายเดือนก่อน +2

    বৰপেটা বাসীকেই ইয়াৰ ক্ৰেৰ্ডিট দিব লাগিব কাৰণ তেখেতক মৰটুপনি মাৰিবলৈকে বিধানসভালৈ পথাইছে।
    কিন্তু পিছত বৰপেটাৰাইজে এইটো কলে নহ'ব আমাৰ সমশ্ব্যবোৰৰ কি হল বুলি,,,,,উপৰলৈ থু পেলাই নিজৰ মুখতে পৰিলে সমশ্ব্যবোৰ সমাধানৰ হৈ যাব দেই বৰপেটীয়া সকলৰ।

  • @DhrubaSarmah-ty1tf
    @DhrubaSarmah-ty1tf 3 หลายเดือนก่อน

    Congratulations Barpetians

  • @sanatankalita9086
    @sanatankalita9086 3 หลายเดือนก่อน +1

    হিতাধিকাৰী বনাম বিবেকাধিকাৰী ভোটাৰৰ সংঘাত

  • @TarunChDeka-cb4go
    @TarunChDeka-cb4go 3 หลายเดือนก่อน +1

    Very good, please remember such MP lucky for sound sleep,jay Barpeta.

  • @rakashdas9087
    @rakashdas9087 3 หลายเดือนก่อน +2

    জাতিতোক বুৰ্বক বনাইছে

  • @pulinjitdas8656
    @pulinjitdas8656 3 หลายเดือนก่อน

    Our pride 😭😭😭😭😭😭😭😭😭

  • @putalidas4185
    @putalidas4185 3 หลายเดือนก่อน

    Fast dakhisu

  • @parthaprotimchetia7687
    @parthaprotimchetia7687 3 หลายเดือนก่อน

    শুইছে একো নাই বাৰু। কান্দি নিদিলেই হল আৰু

  • @chukafaphukan7521
    @chukafaphukan7521 3 หลายเดือนก่อน

    Bhagya loi jai..... Bt montu roi jai.... age matters....

  • @quantomine6076
    @quantomine6076 3 หลายเดือนก่อน

    বৰপেটাৰ ৰাইজলৈ 🙏🙏

  • @মুন্নাদ্বীপনলবাৰী
    @মুন্নাদ্বীপনলবাৰী 3 หลายเดือนก่อน

    ইয়াক ভোট দিয়া নাই নিজকে গৌৰৱ কৰো😊

  • @minahazarika7578
    @minahazarika7578 3 หลายเดือนก่อน +1

    বৰপেতা বাসি সলাগ লব ফনি দা শুলে হৰি

  • @TultulDas-hs6ud
    @TultulDas-hs6ud 3 หลายเดือนก่อน

    Baoix hoise. Durbol hoiseOlop strong manuh Sodonole pothuwa val.

  • @SabbirAhmed-hg4sm
    @SabbirAhmed-hg4sm 3 หลายเดือนก่อน +1

    Wah kya scene hai 😂😂