অসমৰ পৰ্যটকৰ বাবে এতিয়া শ্বিলং সুৰক্ষিত নহয়

แชร์
ฝัง
  • เผยแพร่เมื่อ 7 ก.ย. 2024
  • আপুনি শ্বিলং যাম ভাবিছে যদি সাৱধান হওক! অসমৰ পৰ্যটকৰ বাবে এতিয়া শ্বিলং সুৰক্ষিত নহয়৷ শ্বিলঙত নিষিদ্ধ অসমৰ গাড়ী!
    #nbnews #nbnewsdigital #meghalaya #Shillong #meghalayatourism
    Facebook: / nbnewstv
    #NBnews
    #NBtv
    #NBnewsassam
    #NBnewstv
    #Satellitechannel
    #NBNews

ความคิดเห็น • 445

  • @DipankarMechDiphusa
    @DipankarMechDiphusa หลายเดือนก่อน +40

    আমাৰ কেইজনে কি চাই আছ? ২ বছৰৰ মানৰ কাৰণে অসমৰ গাড়ী চালক সকলে মেঘালয় যোৱা বাদ দিব লাগে । লাগিলে ভূটান, অৰুণাচল ইত্যাদি চৰকাৰৰ লগত কথা পাতক । অসমৰ ডিমাহাচাওৰ প্ৰাকৃতিক সৌন্দৰ্য্যও কোনো গুনেই কম নহয় । Alternate চিন্তা কৰিব লাগিব । মেঘালয়ৰ দাদাগিৰি এইয়াই প্ৰথম নহয় । আগতেও তেওঁলোকে অসমৰ পৰ্যটক আৰু গাড়ী চালক সকলৰ ওপৰত বহুত অত্যাচাৰ কৰিছে । যদি আত্মসন্মান আৰু লাজ আছে, তেনেহলে মেঘালয় যোৱা বন্ধ কৰক । তেওঁলোকৰ ওচৰত হাতযোৰ কৰি লাভ নাই ।

  • @user-wv2jf8qh9c
    @user-wv2jf8qh9c หลายเดือนก่อน +52

    মেঘালয় যাব নালাগে দাৰ্জিলিং যাব লাগে তাত বেছি ভাল লাগে

  • @haircareofficial12
    @haircareofficial12 หลายเดือนก่อน +92

    কি শুনিব মেঘালয় চৰকাৰে।মেঘালয় চৰকাৰে জানে অসম চৰকাৰৰ ক্ষমতা 😂😂😂

    • @kripanshu-r4q
      @kripanshu-r4q หลายเดือนก่อน +2

      চৰকাৰে যাব দিছে নেকি তালৈ নগেলেই হল সকলো ঠাণ্ডা হৈ যাব ।

    • @travellerdhruba7952
      @travellerdhruba7952 หลายเดือนก่อน +4

      Namard aru hijrar government and nopunshok assamese jaati heitu hihoti buji paaise

    • @user-iz1fh3mj8x
      @user-iz1fh3mj8x หลายเดือนก่อน

      ​@@travellerdhruba7952apuni axomiya nohoi neki

    • @user-iz1fh3mj8x
      @user-iz1fh3mj8x หลายเดือนก่อน +1

      Apuni axomiya nohoi neki ?

    • @travellerdhruba7952
      @travellerdhruba7952 หลายเดือนก่อน +4

      @@user-iz1fh3mj8x moi 1250 tokia arunodoy asomiya nohoi. Nijor domot jiyabo jona Assamese hoi. Assam r tourism minister ye kiba koise ne? Nopunsok hoi

  • @unickuncommon137
    @unickuncommon137 หลายเดือนก่อน +32

    চি চি নাযাঁও দেই শ্বিলং, মেঘালয়।। ইমান লেতেৰা মানুহ থাকে তাত।। ঘৃণা উপজিছে মোৰ।।

  • @palashpratim2809
    @palashpratim2809 หลายเดือนก่อน +47

    এজন শক্তিশালী চৰকাৰৰ খুবেই প্ৰয়োজন আমাৰ অসমত , এনেকুৱা তামিলনাডু অথবা বেংগলত কৰিব দিব লাগিছিল, তেতিয়া সিহঁতৰ বিৰত্ব দেখিলোহয় , ইহঁতে কেৱল অসমীয়াৰ ওপৰত বীৰ দেখুৱাব পাৰে, অসমৰ বাহিৰ ওলাই গৈ এনেকুৱা বীৰ দেখাওকচোন , নেজ নোহোৱা শিয়ালৰ পোৱালি হত্ । 😊

    • @anupsaikia3734
      @anupsaikia3734 หลายเดือนก่อน

      Right

    • @bitoponsonowal9341
      @bitoponsonowal9341 หลายเดือนก่อน

      Torist bondh hole nakhai moribo , ki faith kori khasi torist carot side seen koribo jabo.

    • @HemantaDas-br2kj
      @HemantaDas-br2kj หลายเดือนก่อน

      Akdom thik kotha koise sobei amakei pai

    • @haircareofficial12
      @haircareofficial12 หลายเดือนก่อน

      @@palashpratim2809 অসম চৰকাৰে সৰু এটা কাম কৰিলেই গোটেই মেঘালয় ঠাণ্ডা হৈ যাব।
      অসমৰ মাজেৰে মেঘালয় অভিমূখি সকলো মালবাহী গাড়ী সমূহ.......।

  • @user-zl1mn5jn2k
    @user-zl1mn5jn2k หลายเดือนก่อน +65

    অসমৰ পৰা যোৱা বস্তু বন্ধ।কৰিলে কেনে হব?

    • @aftabahmed-cx5qp
      @aftabahmed-cx5qp หลายเดือนก่อน +2

      Vhal hobo 💪

    • @sewaligogoi2791
      @sewaligogoi2791 หลายเดือนก่อน +1

      Mojaa

    • @LOVITAGOGOI-ze3oo
      @LOVITAGOGOI-ze3oo หลายเดือนก่อน +1

      Bohut val hboo saw tetiya hihotor hahakar😅

    • @haircareofficial12
      @haircareofficial12 หลายเดือนก่อน

      @@user-zl1mn5jn2k এনেকুৱা হলে অসমৰ ৰাইজৰ কাৰণে হে ভাল হব কিন্তু মামাৰ কাৰণে যে ভয়া হ'ব।
      মামাই বিচাৰে অসমীয়াক আনৰ তলতীয়া কে ৰখা। হিন্দু আৰু মুছলমান কৰি কৰি অসমখন উত্তাল কৰাই হল মামাৰ একমাত্ৰ কাম🙈🙈

    • @bitupandeka1719
      @bitupandeka1719 หลายเดือนก่อน

      👍

  • @deadman000
    @deadman000 หลายเดือนก่อน +18

    এইবোৰ জহৰামি কৰিবি আৰু যেতিয়া central India ত তহঁতক chinese বুলি কয় লাজ পাৱ হত😂 ছুদিৰ গোটেই গুৱাহাটীত জহৰা নিচিনা পনপনাই থাকিবি। ইহঁতক যতেই পাই, তাতেই গৰু পিটন দিব লাগে

    • @VolaNath-jb6ys
      @VolaNath-jb6ys หลายเดือนก่อน +2

      উচিত কথা

    • @bhaskarjyotisaikia7290
      @bhaskarjyotisaikia7290 หลายเดือนก่อน

      Aru tohotok Jetia gutei world ot tohotor sehera dekhile thu thu kore. Enei nokore British Mughale rule kora aru piton khuwa jat tohoti. South Korea tohotok banned kori rakhise dekhilei. Racist comment koribo aho eyat Bangladeshi refugee kata tar

    • @nekibuzzaman5195
      @nekibuzzaman5195 หลายเดือนก่อน

      Aronasal,Nagaland loi
      Jawk projaitok.Kio Meghaloiloi eman kastare
      Zabo lage.

  • @Kims6-j9c
    @Kims6-j9c หลายเดือนก่อน +6

    Stop food supply and medical supply transport vehicle in meghalaya
    They will know the power of Assam✅
    Joi Aii Axom

  • @fun4life41
    @fun4life41 หลายเดือนก่อน +3

    অসমৰ গুৱাহাটী হেনো উত্তৰ-পূৰ্বাঞ্চলৰ দুৱাৰমুখ ! কিন্তু অসমত সোমাবলৈ কাকো "innerline permit" নালাগে। বাকী ৰাজ্যকেইখনত সোমাবলৈ innerline permit লাগিবই। মুখ্যদুৱাৰতেই যদি তলা মৰাৰ ব্যৱস্থা নাথাকে তেতিয়াটো চোৰ-ডকাইতে ঘৰ উদং কৰিবই। কিন্তু দুখ এটাই আমাৰ যে video চায়, video ৰ তলতেই আমাৰ মন্তব্য সীমাবদ্ধ । আমিবোৰ যে সৰু মানুহ। কোনেও নুশুনে আমাৰ কথা । ❤

  • @ndifferent6597
    @ndifferent6597 หลายเดือนก่อน +8

    Stop Meghalaya from entering in Assam and specially in Guwahati !

  • @Warriror4789
    @Warriror4789 หลายเดือนก่อน +7

    অসমৰ লাচিত সেনা, ছাত্ৰ সংগঠন এইবোৰ কাপৰুষ নেকি? একো কৰিব নোৱাৰে ইহঁতৰ?

  • @rathindrabezbaroa1230
    @rathindrabezbaroa1230 หลายเดือนก่อน +4

    Not only for Assam tourist, Meghalaya is not safe for any tourist now

  • @channelabcreation
    @channelabcreation หลายเดือนก่อน +10

    তহঁতি আঙুলি তোঁৱাই ফোঁচ ফোঁচাই থাকোতেই যাব। লোকে- মেঘালয়ে, হাতে কামে কৰি দেখাইছে।

  • @bhanturoy2196
    @bhanturoy2196 หลายเดือนก่อน +23

    Aibilak jegat fhuribo jaboi nalage

  • @Xapon1054
    @Xapon1054 หลายเดือนก่อน +14

    আসমত আমাৰ ড্ৰাইভাৰ সকলে বন্ধ কৰি দিয়ক মেঘালয়ৰ গাড়ী ।।

  • @boruahakash8237
    @boruahakash8237 หลายเดือนก่อน +17

    Arunachal Meghalaya Najabi, Safe nhoi Axomia karone

  • @amarjitsandilya1236
    @amarjitsandilya1236 หลายเดือนก่อน +10

    Boycott Meghalaya for one year

  • @debastutisarma2016
    @debastutisarma2016 หลายเดือนก่อน +33

    Boycott Meghalaya

  • @JIRI138
    @JIRI138 หลายเดือนก่อน +9

    মেঘালয়ত অসমৰ ফালৰ পৰা গাড়ী ওলোৱা সুমুওৱা বন্ধ কৰি দিব লাগে মজ্জা পাই যাব

  • @rathindranathphukan7237
    @rathindranathphukan7237 หลายเดือนก่อน +5

    যদি মেঘালয়লৈ যাবলৈ বাদ দিয়ে তেতিয়া সকলো চিধা হৈ যাব। গতিকেই মেঘালয়লৈ কিছুদিন ন'গলেই হয়। আন ঠাইলৈ যাওঁক ,যি ঠাইৰ মানুহ, প্ৰশাসন ভদ্ৰ।

  • @wahidakram6405
    @wahidakram6405 หลายเดือนก่อน +4

    আপোনালোকে মেঘালয়ৰ পৰা অহা যিবিলাক গাড়ী আছে সেইবিলাক বন্ধ কৰি দিয়ক তেতিয়া সিহঁতে গম পাব।
    আৰু জনামতে তাতে কোনো ভাল এখন hospital নাই গতিকে আমাৰ ইয়াতে সিহঁতক আহিব নিদিলে হল। সেইটো আপোনালোকে কিয় কৰিব নোৱাৰে

  • @papugogoi128
    @papugogoi128 หลายเดือนก่อน +17

    অসমৰ পৰা সকলু যান-বাহন বন্ধ কৰি দিব লাগে !

    • @VolaNath-jb6ys
      @VolaNath-jb6ys หลายเดือนก่อน

      তাৰ বাদে উপাই নাই

  • @dipubora1751
    @dipubora1751 หลายเดือนก่อน +5

    অসমত সিহঁতক প্ৰম্বেল কৰি দিলেই হ'ল।

  • @aanyysha
    @aanyysha หลายเดือนก่อน +2

    আমি কিয় মনে মনে আছোঁ ? আমাৰ চৰকাৰেও উচিত ব্যৱস্থা লব লাগে । বহুত আমি তল পৰি পৰি থাকিলো । আমিও হাতে কামে লাগিব সময় হল , কাৰো অধিকাৰ নাই গাৰী এখনত শিলগুটি দলিয়াবলৈ , আমি কাকো হেই অধিকাৰ নিদো । জয় আই অসম ।✊🏼

  • @user-wv2jf8qh9c
    @user-wv2jf8qh9c หลายเดือนก่อน +7

    মামাক কোনোৱাই জগাই দিয়ক টুপোনিৰ পৰা

  • @dhritimanbanikya4395
    @dhritimanbanikya4395 หลายเดือนก่อน +1

    মই মেঘালয় নাযাও আৰু কেতিয়াও । কাৰণ ইহত বহুত বাঢ়িছে , বহুত অসৎ ইহঁত। Hill station বহুত আছে.. আৰু অসমীয়া হিচাপেও মোৰ সন্মান আছে । মেঘালয় প্ৰশাসনেও সুন্দৰ নাটক চলাই আছে যেন লাগে..

  • @Assamboy-ou6yh
    @Assamboy-ou6yh หลายเดือนก่อน +4

    মেঘালয় যোৱা বন্ধ কৰি দিলেই হ'ল যদি কোনোবা পৰ্যটক আহে তেতীয়া ক'ব লাগে মেঘালয় যোৱা নহব ।

  • @Amiyaaxom
    @Amiyaaxom หลายเดือนก่อน +2

    খাদ্য, পেট্ৰোলিয়ামৰ গাড়ী সমূহ অসমত ৰখাই দিয়ক,অতমেতিক নিয়ন্ত্ৰণলৈ আহি যাব.........

    • @VolaNath-jb6ys
      @VolaNath-jb6ys หลายเดือนก่อน +1

      একেবাৰে সঁচা কথা!!

  • @BimalDaulagupu
    @BimalDaulagupu หลายเดือนก่อน +4

    ❌Boycott meghalaya ❌

  • @user-oz6sn6rz6h
    @user-oz6sn6rz6h หลายเดือนก่อน +13

    হো হো... ও হো ... কত আছে সমুজ্জ খুড়া!!!

    • @rockyvlog3906
      @rockyvlog3906 หลายเดือนก่อน

      Aitu tumaru dytto murkho

    • @VolaNath-jb6ys
      @VolaNath-jb6ys หลายเดือนก่อน +1

      সি গেৰেলা হৈ পৰি আছে হবলা !

  • @AG-OG-e3d
    @AG-OG-e3d หลายเดือนก่อน +1

    Bhout aatcha baat bola bhai apne aaisa he karna chiya meghalaya ka admi ko

  • @JahidulIslam-er2er
    @JahidulIslam-er2er หลายเดือนก่อน +2

    People of assam should not go to uncivilised state like meghalaya

  • @assam1238
    @assam1238 หลายเดือนก่อน +1

    Same problem Itanagar

  • @ranjit19656
    @ranjit19656 หลายเดือนก่อน +7

    শিলং জোয়া বর্জন কৰক

  • @Utjal_Rabha.
    @Utjal_Rabha. หลายเดือนก่อน +6

    BoycottMeghalaya

  • @joborjongsimanta5537
    @joborjongsimanta5537 หลายเดือนก่อน +8

    Assamt humab dibo nalage tahatr ji kunu gari

  • @Avi1996_
    @Avi1996_ หลายเดือนก่อน +3

    Boycott Meghalaya tourist places🙌🏽🙌🏽

  • @vickythakur6453
    @vickythakur6453 29 วันที่ผ่านมา

    Good job dada I support u

  • @angomsuraj3568
    @angomsuraj3568 หลายเดือนก่อน +2

    Say no to Meghalaya.

  • @jbn6664
    @jbn6664 หลายเดือนก่อน +2

    Boycott shillong from Assam

  • @kaustavgogoi8853
    @kaustavgogoi8853 หลายเดือนก่อน +3

    #BOYCOTT_MEGHALAYA

  • @MyTube-sp8wn
    @MyTube-sp8wn หลายเดือนก่อน +2

    চালা অসমে ৰাস্তা বন্ধ কৰিলে India t ghuribo Bangladesh হৈ আহিব লাগিব খাছী কেইটাই, আৰু ইহতৰ লেবেল চাচোন. 😅

  • @GRK901
    @GRK901 หลายเดือนก่อน +3

    Without tourists they will die hungry....they must be taught a lesson

  • @channelabcreation
    @channelabcreation หลายเดือนก่อน +2

    গুৱাহাটী ত ML registration গাড়ীৰ দৌৰাত্ম্যত , অসহায় অসমীয়াই মুখ মেলি চাই থকাৰ বাদে উপায় নোহোৱা হয়।

  • @PankajSen-km4zc
    @PankajSen-km4zc หลายเดือนก่อน +2

    Shillong arunachal jua baad diok.. Boycott korok lineot ahi jabo.. 70%revenue amar tourism pa generate korise

  • @jinkuh
    @jinkuh หลายเดือนก่อน +3

    Boycott meghalaya tour.

  • @HaliosBurga
    @HaliosBurga หลายเดือนก่อน +3

    Aitu court mamla hobo lage..
    Court e jetialoike adekh nidiye bad diyok he Axom sorkar, Meghalaya sorkar..
    You have that fundamental rights to roam India freely..This is violation of fundamental rights.

  • @sonvitocorleonedon2145
    @sonvitocorleonedon2145 หลายเดือนก่อน +3

    Thike koise

  • @tulanmixture9896
    @tulanmixture9896 หลายเดือนก่อน +2

    অসম চৰকাৰ ধিলা পাৱাৰ নাই এনেই ফোকফাকে চলি আছে ভয় ভয় কোনোবাই কিবা কলে প্ৰতুত্যৰ দিব নোৱাৰে। অসম চৰকাৰ অন্যনাম হৈছে ধিলা চৰকাৰ।

  • @driverboy3237
    @driverboy3237 หลายเดือนก่อน +5

    আমাৰ চৰকাৰে কি কৰিব, আশা কৰা এই লাভ নাই

  • @munindradas6586
    @munindradas6586 หลายเดือนก่อน +2

    নগলে হল চিলং পইছা বাচিৱ আমাৰ

  • @DadaDeka
    @DadaDeka หลายเดือนก่อน

    অসমত থাকি অসমক ভাল নোপোৱা মানুহ বিলাক 🖕🖕🖕 মেঘালয় যোৱা যে কি আছে তাত অসমত বহুত ঠাই আছে আগতে অসম খন ভাল কৈ চাই লোৱা... অসমত ঠাই আছে হাওলা চিনি পোৱা নে যাই পইচা নে আগতে সেইবোৰ চাই লোৱা ❤❤❤❤
    মই অসম চাইহে বাহিৰ যাম ... মোৰ মৰম অসম... জয় আই অসম

  • @nipankarkalita9791
    @nipankarkalita9791 หลายเดือนก่อน +1

    why assam govt didn't taking any action?

  • @uparipari6014
    @uparipari6014 หลายเดือนก่อน +1

    dont allow ML registration car in Assam as well. full support

  • @ChitraNath-qz1db
    @ChitraNath-qz1db หลายเดือนก่อน +1

    এই ঘটনা কেইবাদিনো ধৰি চলি আছে | মুখ্যমন্ত্রীয়ে তাৎক্ষণিক ব্যৱস্থা ললে ভাল হয় |

  • @simpletradingwithme5809
    @simpletradingwithme5809 หลายเดือนก่อน +1

    Ai khasi bilak bohut beya

  • @purnanandarajkhowa8712
    @purnanandarajkhowa8712 หลายเดือนก่อน +2

    সকলোৱে বাতিল কৰিলে গম পাব!

  • @dhirajkumardas2055
    @dhirajkumardas2055 หลายเดือนก่อน +4

    আমাৰ অসম চৰকাৰ নিৰৱ কিয়?

  • @BharaliBharali4090
    @BharaliBharali4090 หลายเดือนก่อน +1

    অসমৰ অসমীয়াইহে বেছি দয়া ময়া দেখাই থাকা এতিয়া কেনে পাইছা।শিকি লোৱা ভালকৈ।

  • @mriduldutta6789
    @mriduldutta6789 หลายเดือนก่อน +5

    Boycott Meghalaya.....

  • @channelabcreation
    @channelabcreation หลายเดือนก่อน +1

    শ্বিলংৰ ড্ৰাইভাৰে অসমৰ কমাৰ্চিয়েল ড্ৰাইভাৰৰ লগত কাজিয়া কৰে।

  • @ankurdas7981
    @ankurdas7981 หลายเดือนก่อน +1

    Najau shillong Arunachal jam.. Sikkim jam ... Manali jam

  • @parthrob
    @parthrob หลายเดือนก่อน +1

    Boycott shillong, Amar axomot furibo jabo loga bohut jega ase.. #Explore Assam, Explore Arunachal, Explore Nagaland...

  • @borogameing7283
    @borogameing7283 หลายเดือนก่อน

    বাদ দিয়া মেঘালয়লৈ যাবলৈ,,, অৰু না চলা যোৱা ,,, দাৰজিলিং যোৱা,,,, ভূটান লৈ যোৱা,,,,,।

  • @bikramdas6055
    @bikramdas6055 หลายเดือนก่อน

    Yes sir

  • @jitukuwar7963
    @jitukuwar7963 หลายเดือนก่อน

    Khub bhal hoise. ....tohoti bhal he pabo lage tetiyahe axomot ilp ahibo. .....axomor obostha ki hoise dekhiso

  • @bhaskarnath8987
    @bhaskarnath8987 หลายเดือนก่อน

    axom or tourist places bur besi ke explore koribo lage

  • @nipankarkalita9791
    @nipankarkalita9791 หลายเดือนก่อน +1

    assam should the restrict supply line

  • @Anchar107
    @Anchar107 หลายเดือนก่อน +7

    #HimantaBiswaSarma World Best CM 😂😅😅😂😅😂😅

    • @HemantaDas-br2kj
      @HemantaDas-br2kj หลายเดือนก่อน

      😂

    • @Warriror4789
      @Warriror4789 หลายเดือนก่อน

      আৰু লাচিত সেনা, ছাত্ৰ সংগঠন খাৰু পিন্ধা।

  • @alimony4golddiggers
    @alimony4golddiggers หลายเดือนก่อน

    Our mama eating beaf and sleeping😂😂😂😂

  • @aiyebarrahman9589
    @aiyebarrahman9589 หลายเดือนก่อน +1

    Dada amaro silong road bandha kori diok😊

  • @kamalrabha3759
    @kamalrabha3759 หลายเดือนก่อน +1

    Shillong t nogole nohoi neki

  • @pranjalsaikia7163
    @pranjalsaikia7163 หลายเดือนก่อน +2

    Baad diyok na setor shilong t jab nalage.... xihotok revenue increase kori di lav nai

  • @anjanjyotidas1000
    @anjanjyotidas1000 หลายเดือนก่อน +1

    10 din gaa nudhuwa khasiayar kaitar garit kio jam na hindi jane na English jane xikhote . Eman khesera hihot nakhawa bos2 ni xihotor akhon vl hotel ni khabo

  • @Ramenstudy
    @Ramenstudy หลายเดือนก่อน +1

    Manuh bilake shilong nogole hol simple kotha😊😊

  • @udsaikia7640
    @udsaikia7640 หลายเดือนก่อน

    I vist meghalaya i was on my own car AS23 the trafic show the registration and stoped us and simply they said fine when i asjd for what general offence.... And they asked 5000 for general offence.... And while returning again on of the police askd us 5000 rs smply .... So people of assam should boycott Meghalaya trousim ... It was really a bad experience of Meghalaya police system... They said no E -chalan

  • @Heal501
    @Heal501 หลายเดือนก่อน

    Shame shame shillong govt.

  • @chandanbora720
    @chandanbora720 หลายเดือนก่อน +1

    ভাৰতৰ পৰা এৰি দিয়ক মেঘায়লক👺

    • @mungsengmankin5177
      @mungsengmankin5177 หลายเดือนก่อน +1

      Meghalaya cannot release, part of india, some kind of people doing this kind of situation of creating let them, khasi people doing this kind of situation so makes boycott to meghalaya batter and after this kind of created to problem they are going to learn and last moment they'll cry for everything

  • @raktimjsarmah
    @raktimjsarmah หลายเดือนก่อน +1

    অসমৰ ওপৰতহে ৰজা।

  • @AnuragGogoi-fe7xh
    @AnuragGogoi-fe7xh หลายเดือนก่อน

    All Maghalsy's private car, tourist texi should be band in Assam...

  • @rajbaba2432
    @rajbaba2432 หลายเดือนก่อน +1

    ki hoise Assam kiya ene obostha...? Axom government kiya eku step luwa nai...

  • @anuraghazarika8627
    @anuraghazarika8627 หลายเดือนก่อน +1

    Amar sorkare jate shilong ot amar eyar pra eku bostu jbo nuware heitu korok, aru porjotok jate tat najai, tar past tel sam khihtr

  • @rajkumardihingia2331
    @rajkumardihingia2331 หลายเดือนก่อน

    আজি যেনেকৈ খাচী বোৰক ঘীণ কৰিছো, ঠিক তেনেকৈ আমাৰ চালক সকলকো কৰিম যদিহে খাচীক ৰাম পিতন দিব নোৱাৰে....

  • @bharatbora774
    @bharatbora774 หลายเดือนก่อน +1

    Meghalaya r. Gari assam t. Humabo dibo nalage

  • @MrDeep900
    @MrDeep900 หลายเดือนก่อน

    This is enough... Boycott meghalaya..

  • @AtowarRahman-hn1zr
    @AtowarRahman-hn1zr หลายเดือนก่อน

    Mamai ki kori ase.

  • @jyotipabanburagohain5175
    @jyotipabanburagohain5175 หลายเดือนก่อน

    চিলং ড্ৰাইভাৰ আৰু নাইট চুপাৰ ড্ৰাইভাৰৰ মাজত কিবা পা‘থক্য আছে নে কি বাৰু ?

  • @anirbansaikia9197
    @anirbansaikia9197 หลายเดือนก่อน

    Like boycott Maldives, boycott shillong

  • @Lolitmoran
    @Lolitmoran หลายเดือนก่อน +1

    Meghalaya nejabi de bhikari balak...jiman kolu nohuno.....tohote nejabi...hetok aahile maribi

  • @parthapratimgogoi8374
    @parthapratimgogoi8374 หลายเดือนก่อน

    Asomiya Driver Buro behaviour bur vhal je.....Sei karoney...

  • @riturajgogoi218
    @riturajgogoi218 หลายเดือนก่อน

    Darjeeling jbo lage besi dhunia

  • @Official_SuraJyT02
    @Official_SuraJyT02 หลายเดือนก่อน +1

    Hoi Hidina Hoisel 12boja Agt Thk Hoi Goisel Atia Pare Moi Goi Asu

  • @cosmos1675
    @cosmos1675 หลายเดือนก่อน

    Neso... Kaha geya ?

  • @birbikramgogoi2451
    @birbikramgogoi2451 หลายเดือนก่อน

    Must be banned by all international and domestic tourists. Tourism not possible in terror destination.

  • @user-si6oh3ty2p
    @user-si6oh3ty2p หลายเดือนก่อน +1

    Laaj ase jadi koneo najabo. Jadi pokorot laaj nai tetiyahole jaok

  • @tanmoyroy1912
    @tanmoyroy1912 หลายเดือนก่อน +1

    Apunaloke khanaparat atao ml or gari xumabo nedibo .. revenge is revenge . Apunaloke kedin pisot mani loi age pise aneka hoise ..

  • @arunkumaragarwal7673
    @arunkumaragarwal7673 หลายเดือนก่อน

    Meghalaya shillong was never safe for assam people

  • @channelabcreation
    @channelabcreation หลายเดือนก่อน

    কিছুমান অসমীয়াই, শ্বিলং নুফুৰিলে জীয়টো উদ্ধাৰ নোপোৱাৰ দৰে হয়।

  • @GORIMALAHON
    @GORIMALAHON หลายเดือนก่อน

    Main point is.... guwahati to shillong 😅

  • @chandrashekhardas3597
    @chandrashekhardas3597 หลายเดือนก่อน +1

    Khasia keitak katibo lage olop olop...hat, theng, guti etc