চুমি-বিশালৰ ঘনিষ্ঠ ডিজাইনাৰ আদিত্যম শইকীয়া, কিয় স্বামী অবিহনে ডুবাইলৈ গৈছিল চুমি?

แชร์
ฝัง
  • เผยแพร่เมื่อ 15 ก.ย. 2024
  • চুমি-বিশালৰ ঘনিষ্ঠ ডিজাইনাৰ আদিত্যম শইকীয়া, কিয় স্বামী অবিহনে ডুবাইলৈ গৈছিল চুমি?
    Watch the full clip to know more about this story.
    #pragnews #primeatnite #Debajitbhuyan #interview #ExclusiveInterview #adityamsaikia #sumiborah #bishalphukan #tarkikborah #assampolice
    Follow Prag News:
    Facebook: / pragnewsassam
    Twitter: / pragnews
    Instagram: / pragnewsofficial
    Visit: www.pragnews.com

ความคิดเห็น • 596

  • @dhrubajyotigogoi2269
    @dhrubajyotigogoi2269 10 วันที่ผ่านมา +138

    ইয়াৰ কথাবোৰতে গম পোৱা গৈছে মিছা কথা কৈছে বুলি ৷

  • @QwertyUiop-zx6xc
    @QwertyUiop-zx6xc 10 วันที่ผ่านมา +175

    ই ১০০% পইচাৰ ভাগ পাইচে । ইয়াক এৰেষ্ট কৰি দুবেত মান দিলেই সচা কথা কৈ দিব

  • @user75677
    @user75677 10 วันที่ผ่านมา +111

    ৯৯% গায়ক গায়িকা, অভিনেতা অভিনেত্ৰী জৰিত সকলোকে ধৰক ৷

    • @aswinimajumder1553
      @aswinimajumder1553 9 วันที่ผ่านมา

      অ এতিয়া দেখোন, কুৰুক্ষেত্ৰৰ যুদ্ধৰ প্ৰাক মুহুর্তত অৰ্জুনৰ গাণ্ডীব ধনু হাতৰ পৰা খহি পৰা অৱস্থা। বহিৰাগত ৰ গানে শুনিব লাগিব দেখোন।

    • @bkp9774
      @bkp9774 7 วันที่ผ่านมา +1

      এলীয়েন টোৱে জ্বলাই দিলে 😊😊😊

  • @prabahini-m6z
    @prabahini-m6z 10 วันที่ผ่านมา +32

    ADRE কাৰণে video চাবলৈ আহিছিলো TH-cam..😂 গোতেই খন চুমি বিশাল চুমি বিশাল। 😂😂😂😂😂

    • @ridippatowary
      @ridippatowary 10 วันที่ผ่านมา +1

      Smae here also😂😂😂..adre golge ru..sakalo sumi bishal,tarkik likhi ahim atiya😢😢😢

    • @lj6412
      @lj6412 9 วันที่ผ่านมา +1

      Thik koisa😂😂😂

    • @dhrubadas1449
      @dhrubadas1449 7 วันที่ผ่านมา +1

      😂Moiu ahisilu kntu aibur e ulai ase

    • @shrutikashyap2691
      @shrutikashyap2691 6 วันที่ผ่านมา

      😂😂😂😂

    • @MadhuriSonowal
      @MadhuriSonowal 5 วันที่ผ่านมา

      😂

  • @assa516
    @assa516 10 วันที่ผ่านมา +113

    দৰ্জী যায় ফেচন ডিজাইনৰ হ’ল৷নাপিত যায় বিউটিচিয়ান হ’ল৷সোনাৰী যায় জুয়েলাৰী ডিজাইনাৰ হ’ল৷

    • @gogoiready6853
      @gogoiready6853 10 วันที่ผ่านมา +21

      Kathor mistry jai interior design er hol😂

    • @suarsuar747
      @suarsuar747 10 วันที่ผ่านมา +2

      😂

    • @suarsuar747
      @suarsuar747 10 วันที่ผ่านมา +17

      Jugali goi civil engineer hol...😂

    • @gunajitbaishya1655
      @gunajitbaishya1655 10 วันที่ผ่านมา +15

      পাতি লোৱা ভাইটি গৈ......... হল। বুজাই বুজিব নুবুজাই পোগো চাব।😂

    • @RajuAhmed-p3o
      @RajuAhmed-p3o 10 วันที่ผ่านมา

      Pati lowa bhaiti a nighty khula hol​@@gunajitbaishya1655

  • @rimzimhazarika7578
    @rimzimhazarika7578 10 วันที่ผ่านมา +31

    বেলেগক কোটিটকীয়া উপহাৰ দি নিজেই 7000 টকীয়া কাপোৰ পিন্ধিছে। কথাতো কিবা ৰহস্য আছে। চুমিয়ে উদয়পুৰত বিয়া পতা উপৰিও গুৱাহাটী, যোৰহাটও reception party দিছে। তেতিয়া ভাবিছোঁ ইমান টকা কত পাইছে। যিহেতু যিমান ধনী হলেও এটা reception দিবলেও মানুহে ভাবিব লাগে।

    • @lipikagogoi4434
      @lipikagogoi4434 9 วันที่ผ่านมา +3

      তাকেই তো, এই সকলো কথাই ৰহস্যৰ আৰ্বতত

    • @nirmalidas6073
      @nirmalidas6073 4 วันที่ผ่านมา

      Right

    • @chinimaibora7626
      @chinimaibora7626 3 วันที่ผ่านมา +1

      Right ইহঁতক ভোট জলকীয়া সানিব লাগে ।তেতিয়াহে সঁচা কথা কব । চুমি পিছত থকা দাদা হততে।

  • @mituchem3388
    @mituchem3388 10 วันที่ผ่านมา +34

    Reporter jone bhal e question xudhise, ekdom straight forward

  • @Assamesetholua
    @Assamesetholua 10 วันที่ผ่านมา +34

    ই কিহৰ ডিজাইনাৰ অ দেবজিত দা । ই অহাৰ আগতে অসমীয়া অভিনেএী সকলৰ সাজ পাৰ ভাল আছিল(কিছুমান অভিনেএী হে দেই) এতিয়া ই অহাৰ পৰা কাপোৰৰ কোনো ধং নাইকিয়া হৈছে। ইয়াক দুপিতন মান দিব লাগে ধৰি। অসমীয়া ছবি মানে মাজিত সাজ পাৰ হব লাগে। ফতুৱা আছে ই অলপ😡

    • @saratkalita7685
      @saratkalita7685 6 วันที่ผ่านมา

      গোশাই ঘৰত কোন ম ই কল খোৱা নাই গতিকে পুলিছে ধৰি এছাত দিলে আছল কথা ওলাই পৰিব

  • @hiranyarajkhowa4119
    @hiranyarajkhowa4119 10 วันที่ผ่านมา +17

    লোভেই পাপ পাপেই মৃত্যু।এই বোৰ মূখা পিন্ধা ভ্ৰদ্ৰলোক

  • @EduGain1
    @EduGain1 10 วันที่ผ่านมา +49

    বিয়াত বেটা'ৰ‌ নাচোন কি চাবা ঔ বাপ্পা😂

  • @bhaskargogoi8716
    @bhaskargogoi8716 10 วันที่ผ่านมา +87

    একোডাল ৰথী-মহাৰথী নহয় ইহঁত...ইহঁত এটা এটা তেজ খোৱা দালাল

  • @mrinalsarma6453
    @mrinalsarma6453 10 วันที่ผ่านมา +52

    বিশাল বোলা জনে ছোৱালী জনীক উচিত মূল্যত ক্ৰয় কৰিছিল।

  • @Trilochnjmedhi
    @Trilochnjmedhi 10 วันที่ผ่านมา +53

    ই 110% মিছা কৈ আছে।

  • @priyankikalita1421
    @priyankikalita1421 9 วันที่ผ่านมา +14

    সম্পুর্ন মিছা কথা কইছে এইটোৱে

  • @user75677
    @user75677 10 วันที่ผ่านมา +11

    ৰাইজ সকল এতিয়া দেখি শুনি বুজি পালে নহয় সেইবাবেই এই বিলাকক এখন সভালৈ মাতি অসমীয়াৰ স্বাভিমান গামোচা পিন্ধোৱাতকৈ জোতা চেন্দেলৰ মালা পিন্ধাওক ৷ মুখাপিন্ধা ভদ্ৰ বোৰৰ কাৰণে জোতা চেন্দেলৰ মালাহে যোগ্য গামোচা নহয় ৷ ইহঁতৰ ডিঙিত গামোচা পিন্ধাই গামোচা খনক অপমান নকৰিব ৷

  • @SamsungGalaxy-ol3mk
    @SamsungGalaxy-ol3mk 10 วันที่ผ่านมา +21

    অতি ভক্তি চোৰৰ লক্ষন😂😂

  • @ipgneutral
    @ipgneutral 10 วันที่ผ่านมา +46

    Atiya mukh sidha hoi goise eyar... Mukhar vaj ki sabi eijonar

  • @satyajitkumargogoi358
    @satyajitkumargogoi358 9 วันที่ผ่านมา +9

    অসমৰ মানুহৰে দূভাগ্য,বিশাল,চুমি,তাৰ্কিক আদি বোৰৰ কু-চক্ৰান্ত ধৰা পৰি গ'ল,নহলে অসমে কেইবা গৰাকী ধনাধ্য ব্যক্তি লাভ কৰিলে হেতেন, ২২ বছৰতে যদি বিশাল ইমান বিশাল সম্পত্তিৰ গৰাকী হৈছিল,৩০ বছৰ মানত বিশাল বিশ্বৰ আটাইতকৈ ধনী ব্যক্তি হৈ অসমৰ নাম বিশ্বৰ দৰবাৰত জিলিকাই তুলিলে হেতেন।

    • @saratmalakar3045
      @saratmalakar3045 9 วันที่ผ่านมา +1

      Moio aitu comments krisilu blg ata video t😮😮😮

    • @bkp9774
      @bkp9774 7 วันที่ผ่านมา

      এলিয়েন নিছিনা চেহেৰা 😊😊😊
      চুমি আৰু বিশাল একে ৰুমত আছিল নেকি বাৰু , 😢😢😢 পৈয়েক তোৰ কাম নাই চাগে ।

  • @minakshiborgohain7378
    @minakshiborgohain7378 10 วันที่ผ่านมา +62

    প্ৰথম বাৰৰ বাবে অসমৰ প্ৰথম নৰ্তকীয়ে প্ৰথম আচৰিত ধৰণেৰে এটা লাজ লগা ‌ ঘিনলগা সম্পৰ্ক অসমৰ অসমীয়াক দিছে যে ভাই আৰু স্বামী একেজন...ছিঃ ছিঃ !! ভাতৃ ভগ্নীৰ‌ সম্পৰ্কক কলংকিত কৰিলে অসমবাসীয়ে কেতিয়াবা ক্ষমা কৰিবনে..!! ইতিহাসত ৰৈ যাব যেনেকৈ জয়পুৰৰ বিয়া ভাইৰ লগত বিবাহৰ পিছত ‌ নৈশ উপভোগ...!!

    • @santanukhanikar6878
      @santanukhanikar6878 10 วันที่ผ่านมา +1

      Absolutely

    • @RDeka-r5c
      @RDeka-r5c 10 วันที่ผ่านมา +1

      Eo lokoke amar dangoria bilake gamosa pindhai

    • @user-kj1rq1cs2f
      @user-kj1rq1cs2f 10 วันที่ผ่านมา

      Nijar bhayak nhii bishal

    • @user-kj1rq1cs2f
      @user-kj1rq1cs2f 10 วันที่ผ่านมา

      T

    • @nabanitarabha5271
      @nabanitarabha5271 10 วันที่ผ่านมา +1

      4 5 din hotelot thaki moja loi lole 😂

  • @zaved2008
    @zaved2008 10 วันที่ผ่านมา +24

    ইয়াক প্ৰশ্ন সোধা জনে ইয়াক এনেই অনা নাই , তেওঁও শিয়াল।

    • @hemantanath8174
      @hemantanath8174 10 วันที่ผ่านมา +1

      Thik koise😂

    • @jimidas7050
      @jimidas7050 9 วันที่ผ่านมา +1

      😂😂😂

  • @jugabrotsonowal1879
    @jugabrotsonowal1879 10 วันที่ผ่านมา +54

    7000 বুলি মিছা কৈছে

    • @painocreation
      @painocreation 9 วันที่ผ่านมา +1

      Ami 10 tokare kapur kina ..xi 7000 re kapur kina eke kotha😂

    • @darsanasaharia3577
      @darsanasaharia3577 9 วันที่ผ่านมา

      27000buli kaise

    • @himashreedas4356
      @himashreedas4356 9 วันที่ผ่านมา +2

      💯 misha.15 crore biyat khoros kori 7000/ kapor tar tatt nobonai.minimum 7 lakh

  • @rupamsaikia9198
    @rupamsaikia9198 10 วันที่ผ่านมา +51

    Kukur puali a Misa kotha koise, sb jne hi kthabur save khalise

  • @nilutpolbora5922
    @nilutpolbora5922 10 วันที่ผ่านมา +10

    ইহত অসমৰ আৱৰজনা।

  • @GayatriBgohain-rp5fd
    @GayatriBgohain-rp5fd 10 วันที่ผ่านมา +9

    আমিয়ে জানো মনীষ পলৰ পৰা 18 লাখৰ কপোৰযোৰ লৈছে ই নাজানে বাপেকে, মিছলিয়া, মিছা কথা কৈছে বহুত 😂😂😂 পইছা খাই থৈছে কেনেকৈ মুখ মেলিব 😂

  • @SumanGogoi-t4h
    @SumanGogoi-t4h 10 วันที่ผ่านมา +32

    কথা বিলাক ব্যৱহাৰ বৰ সুন্দৰ,,,কিন্ত ইউ যে এটা চুদুৰ হয় ,,,

  • @SpicySugar854
    @SpicySugar854 9 วันที่ผ่านมา +15

    প্ৰথমতে কৈ আছিল ফোনত কথা পাতিছিলোঁ আৰু এতিয়া দিক্ষুৰ ঘৰত লগ কৰি পাতিছিল 😅😅

    • @luckygogoi6259
      @luckygogoi6259 9 วันที่ผ่านมา +2

      first dina jetiya interview t tak phonot loisil ,hi phone kora buli he koisil.eyay ako jua buli kole dikshur ghrt. sob mili ase

    • @himashreedas4356
      @himashreedas4356 9 วันที่ผ่านมา

      Ajio 1st phone t bli koi achil.jiva slip kori oloi gol Dixur nam😂

  • @rajpriyamborah5747
    @rajpriyamborah5747 10 วันที่ผ่านมา +34

    Ei beta y alop miss kotha koise Jen laagise pai😮

  • @aishikdeka7964
    @aishikdeka7964 10 วันที่ผ่านมา +40

    মক্কেল চালা, নেউলৰ লগত ডুবাই গলি, খালি বলি, ঘূৰিলি। এতিয়া পাৰ্টনাৰক ধকা দি দিলি।

  • @bhaskarborah4254
    @bhaskarborah4254 9 วันที่ผ่านมา +3

    হাজাৰ হ'লে ও সন্দেহ কৰিব লাগিছিল, কাৰণ কলি যুগ

  • @d.p.experiment549
    @d.p.experiment549 10 วันที่ผ่านมา +11

    ইয়াক কেলা দুবেত মান দিলেই সব গম পোৱা যাব

  • @Trilochnjmedhi
    @Trilochnjmedhi 10 วันที่ผ่านมา +20

    দুই পিতন দিলে ই সঁচা কথা কব।

  • @kabyasriborah6970
    @kabyasriborah6970 9 วันที่ผ่านมา +7

    সেই সময়ত আপোনালোক সাংবাদিকবোৰ ক'ত আছিল??? বিয়াৰ ভিডিঅ'বোৰ বহুত বেছি জনপ্ৰিয় কৰিবলৈ বাৰে- বাৰে নিউজ চেনেলত চলাইছিল.... তেতিয়া আপোনালোকেও জানিবলৈ চেষ্টা কৰিব লাগিছিল বিয়াখনৰ ৰহস্য....ইমান টকাৰ আৰৰ ৰহস্য..... কাৰণ লুকাই থকা সত্যতাক পোহৰলৈ অনাটোৱেই আপোনালোকৰ দায়িত্ব......

    • @kalpanaboruah3516
      @kalpanaboruah3516 9 วันที่ผ่านมา +1

      সঠিক কথা কৈছে আপুনি?

    • @kabyasriborah6970
      @kabyasriborah6970 9 วันที่ผ่านมา

      @@kalpanaboruah3516 ধন্যবাদ

  • @______________Ss23
    @______________Ss23 10 วันที่ผ่านมา +11

    ই চুমিৰ ব্লাউজ ৰ গোন্ধ লৈ আছিল । চব চুৰ

  • @ranjitbhagawati2039
    @ranjitbhagawati2039 10 วันที่ผ่านมา +8

    ইয়াক দুবেত মান দিলে হেকথা বোৰ ,বেলেগৰ মাইকীৰ লগত 4/5 দিন দুবাইত কি কৰিলে,চিনেমা ৰ মানুহ বোৰ এনেকুৱাই

  • @hiranyarajkhowa4119
    @hiranyarajkhowa4119 10 วันที่ผ่านมา +7

    চুমীৰ ইমেজৰ লগতে চেহেৰা দেখিও বহুতে টকা ইনভেষ্টমেন্ট কৰিলে

  • @rimzimhazarika7578
    @rimzimhazarika7578 9 วันที่ผ่านมา +3

    বিয়াৰ পিছত হনিমুন স্বামীৰ অবিহনে তাকো ইমান দূৰত। পাতি লোৱা ভাইটি আৰু চিনেমা producer লগত। আটাইতকৈ ডাঙৰ কথা স্বামীয়ে কেনেকৈ permission দিব পাৰিলে। টকাৰ লোভত স্বামীয়ে নিজৰ পত্নীকো বেলেগৰ লগত এৰি দিছে।businees কিন্তু ভাল চলাইছে। বাকী পাতি লোৱা ভাইতিৰ টকাৰে লোৱা বিলাসীতা খিনি কথা নকও ৰাইজে জানেই।

  • @riyand6689
    @riyand6689 10 วันที่ผ่านมา +7

    এই কুকুৰৰ কথাতে গম পাই যে মিছা বুকিছে । তদন্তৰ আঔতালৈ নিব লাগে ।

  • @binudas8708
    @binudas8708 10 วันที่ผ่านมา +5

    কিমান তল খাপৰ আৰু কিমান চৰিত্ৰহিন হবপাৰে এজনী ছোৱালী Importance লৈ তেওঁৰ. লগত সম্পৰ্ক কৰা। এজনী সকলোৰে লগতেই তাই সম্পৰ্ক কৰিব পাৰিব। এনে ছোৱালীয়ে ধন আৰু আঅলঙ্কা ৰ বাবে জিমাশনপাৰে তললৈ নামিব পাৰে

  • @ProbalKhataniar
    @ProbalKhataniar 10 วันที่ผ่านมา +5

    আদিত্য কাইটি তুমি ভি কম নহয়,বহুত ধন ঘতিলা চুমিৰ লগত😂😂

  • @diptidevi4055
    @diptidevi4055 10 วันที่ผ่านมา +16

    হওক, মিঞা, মাছৰ বজাৰ খন এই বাৰ বিশাল চুমিয়ে দখল কৰিছে।

  • @user-cm1fm7yv7y
    @user-cm1fm7yv7y 10 วันที่ผ่านมา +14

    Aji prada sunglass, armani t shirt nai dekhun . Simple. Free pale dubai jam shopping korim 😂😂😂😂😂😂 .

  • @hiranyarajkhowa4119
    @hiranyarajkhowa4119 10 วันที่ผ่านมา +4

    এই সকলোকে অতি শীঘ্ৰে তদন্তৰ আওতালৈ আনিব লাগে। ডাঙৰ ডাঙৰ ৰাজনৈতিক নেতা, বিভিন্ন প্ৰতিষ্ঠিত একাঙশ সামাজিক ভাৱে প্ৰতিষ্ঠিত ব্যক্তি ৰাইজে দেখা মানুহ এজন, নেদেখা মানুহ এজন।এই সকলোকে ধৰি ‌ থাৰড ডিগ্ৰী প্ৰয়োগ কৰিলে সকলো বোৰ ওলাই পৰিব। এইবোৰ মানুহৰ নিজৰ সামাজিক পৰিচয়ৰ আৰত কিন্তু অসামাজিক উদ্দেশ্য থাকে

  • @RimashreeSarma-s8y
    @RimashreeSarma-s8y 10 วันที่ผ่านมา +13

    Bishal phukan r wife sumi bora

  • @user-bk3qs4ek4n
    @user-bk3qs4ek4n 10 วันที่ผ่านมา +5

    ই প্ৰথমতে কি কাম কৰিছিল, আৰু শেহতীয়া ভাৱে কি কৰিব ওলাইছে, তাতে গম পাই

  • @ridippatowary
    @ridippatowary 10 วันที่ผ่านมา +5

    Reporter janak immediate cbi t nijukti diba lage.kenekuwa question karice be😂😂..

  • @UnfilteredAnkita.
    @UnfilteredAnkita. 10 วันที่ผ่านมา +6

    Bishal r uporot a dokhbur dya jen lagise . Sumik bosabo try kori thoka jen lagise

  • @dibasmitabora3070
    @dibasmitabora3070 10 วันที่ผ่านมา +29

    চিনেমা খন বন্ধ ই কৰি দিয়ক আৰু। ফ্লপ মাৰিব, এনেও কোনো মানুহে চাব নাযায় , চুৰুনি জনীক

  • @HeeramoniHazarika
    @HeeramoniHazarika 10 วันที่ผ่านมา +33

    এইজনৰ কথাবোৰ দেখুন বৰ ভদ্র কিয় আজি আহিব লগা হল।

  • @north2061
    @north2061 10 วันที่ผ่านมา +12

    vaiti logot honimoon korilege.5 rati logot hule moja lagil bonori jonir

  • @dibasmitabora3070
    @dibasmitabora3070 10 วันที่ผ่านมา +6

    প্ৰায়ে অসমীয়া industry ৰ মানুহ জৰিত হৈ আছে। ভাল কৈ সুধ পুচ কৰিলে সকলো ওলাই পৰিব। Police e ইমান তৎপৰতা দেখুওৱা নাই চুন এই case টোত

  • @kanikadas8245
    @kanikadas8245 10 วันที่ผ่านมา +5

    ই সৰু মুৱা বেলেগ আছে ,,লাজ নাপাঅ
    বেলেগৰ টিৰি ,,বাইদেউ নাম দি....😅
    বজৰুৱা আপি😂

  • @user-dq7tv1gr7b
    @user-dq7tv1gr7b 9 วันที่ผ่านมา +1

    অতি সুন্দৰ অতি সুন্দৰ প্ৰশ্ন কৰিছে ।

  • @miraselfkitchendiaries6973
    @miraselfkitchendiaries6973 วันที่ผ่านมา

    Number one loyal repoter 🎉
    Ai manuh jon aru dikhau bola jon dujon sumi hotor logt johrito ase
    Mane aoloke group meeting kora abhayas ase Dikhau sb meeting kora abhayas ase so tat goise aru aoko matisel
    Abar kole aow he sumik call kori kole sumir vai arrest hoise , aru atiya kole nai sumi vai arrest hoise buli koi matise
    Sab mila hua

  • @SumanGogoi-t4h
    @SumanGogoi-t4h 10 วันที่ผ่านมา +20

    ডুবাইত গৈ গৈটেই কেইটাই,,লিলা কৰিব গৈছিল,,কবলৈ গলে ৰে,,,,,,,

  • @dibasmitabora3070
    @dibasmitabora3070 10 วันที่ผ่านมา +6

    2 ta mota r lgt Dubai goi... Keita room book kri asile... Val mojaa loise deii... Krishno aii joni ki ,???

  • @parthapratim3525
    @parthapratim3525 10 วันที่ผ่านมา +6

    Dikhu Aadityam sumi bishal tarkik xob milijuli sorkar

  • @nabagogoi1780
    @nabagogoi1780 10 วันที่ผ่านมา +8

    গাড়ী, ড্ৰাইভাৰ আৰু মেকানিক। মালিক নিদ্ৰাত।

  • @abhinobdas8196
    @abhinobdas8196 10 วันที่ผ่านมา +5

    Keidinmanor agor video etat Adityam e koisil je Sumi aru bishal k coincidentally he Dubait log paisil,kintu eitu videot kole je Bishal e Dubai le surprise trip plan korisil Adityam r logot. Xompurno misa kotha koi ase

    • @luckygogoi6259
      @luckygogoi6259 9 วันที่ผ่านมา +1

      hoi... aru xeidina phone t he pua kotha pata buli koisil.atiya ako patgirir ghrtu goisu koise

    • @luckygogoi6259
      @luckygogoi6259 9 วันที่ผ่านมา

      aru patgiri sharmai kio abaru adityam aha buli nokole... sob kole okl take pahorile😂

  • @Ulludin
    @Ulludin 10 วันที่ผ่านมา +13

    Government a Case to ED enquiry kribo kio diya nai..

  • @localmoi8185
    @localmoi8185 10 วันที่ผ่านมา +3

    ইয়াককো দিব লাগে।কেলা ডুবাইত গৈ,,পক পক, ইহতি ছোৱালী দালালি। পকৰ লাল কৰি দিব লাগে।

  • @debasishbora9673
    @debasishbora9673 10 วันที่ผ่านมา +5

    Kla dubait per day 30-40 hajar 😂😂😂
    Aidalok কাণ চেপা de xosa kotha koi dibo 😂

  • @kishorebaruah9557
    @kishorebaruah9557 10 วันที่ผ่านมา +3

    শুনিছোঁ, ৰাতি হ'লে তাইৰ হেৰীখনত পাতি লোৱা ভাইতিৰ কণীগুটি দুটাও চামুচেৰে ভৰাই লয়।

  • @Noonecanchange
    @Noonecanchange 10 วันที่ผ่านมา +10

    সাংস্কৃতিক জগতখন হিলাই দিছে এই কেটেঙা ল'ৰাটোৱে।

    • @bkp9774
      @bkp9774 7 วันที่ผ่านมา

      এলিয়েণ টোৱে হিলাই দিছে 😊😊😊😊

  • @nayancreation8894
    @nayancreation8894 8 วันที่ผ่านมา +1

    Crore crore toka gift dia lora jone only 7k-8k wedding dress lua ktha2 digest hua nai. Anyway bohut val question korise like a CBI. Anekoi jodi assam police a xudha pucha kore val lagibo amar

  • @manjubarman1855
    @manjubarman1855 10 วันที่ผ่านมา +5

    ইমান সৰু ল'ৰাটোক কেনেকৈ বিশ্বাসত লৈছিল বাৰু?

  • @rajivbharadwaj6921
    @rajivbharadwaj6921 10 วันที่ผ่านมา +6

    Baganiya gaor cinema kahinir agreement hoise DUBAI t. Baah. Kantoliya buli eta khua boatu ase. Dutaman khuai dile botiai dibo hosa tu ki hoi

  • @JikMikDailyLife
    @JikMikDailyLife 9 วันที่ผ่านมา +2

    বিশালে ৬০০০-৭০০০ কূটা নিপিন্ধে চব মিছাকৈ কৈ আছে।

  • @user-ri5nm1id5z
    @user-ri5nm1id5z 9 วันที่ผ่านมา +1

    Quations bilak dhunia xudhise👍

  • @user-cm1fm7yv7y
    @user-cm1fm7yv7y 10 วันที่ผ่านมา +10

    Akhomot aru director e nai o . Iman director ase but ahi loi show off kora nai . 1/2 khon movie koriye e koron johor boni gol

    • @dannyBGohain
      @dannyBGohain 9 วันที่ผ่านมา

      😂😂😂 jomai sa

  • @rijubarthakur8641
    @rijubarthakur8641 3 วันที่ผ่านมา

    মাজতে পদকাষ্ট বোৰেও এই বোৰেহে চিনি পায় ।

  • @ranjitbhagawati2039
    @ranjitbhagawati2039 10 วันที่ผ่านมา +4

    ইও লগত আছে1000*/*কথা বোৰত বুজি

  • @poyubhoragogoi9542
    @poyubhoragogoi9542 9 วันที่ผ่านมา +1

    কেৱল অসমতে নহয় ছাৰ, মই অন্ধ্ৰপ্ৰদেশত থাকো, ইয়াৰ নিউজ চেনেল বিলাকেও কভাৰ কৰিছে কাণ্ডটো। চুমি ফেমাচ এতিয়া।

  • @rowstarchannel
    @rowstarchannel 10 วันที่ผ่านมา +9

    Police ইয়াক জেৰা কৰিব লাগে

  • @junadeka3068
    @junadeka3068 10 วันที่ผ่านมา +12

    Sumi bora Aijoni moha sur😅😅

  • @jrbanamali
    @jrbanamali 10 วันที่ผ่านมา +2

    MIYA KHEDA ABHIJAN GOI SUMIK DHORA ABHIJANT LAGIL AIBAR 😂😂😂😂

  • @kaustavrajbongshi344
    @kaustavrajbongshi344 10 วันที่ผ่านมา +9

    Bhoi't Karan johar'r sosma tu pindhai baad dile niki ??🤣🤣
    Sosma'r frame khinai ahise sun..

    • @shyamolimaborah8541
      @shyamolimaborah8541 10 วันที่ผ่านมา +1

      Moi u vabisu takei, he akebare change hoi gol j 😂

    • @dibasmitabora3070
      @dibasmitabora3070 10 วันที่ผ่านมา

      😂

    • @bjs87
      @bjs87 9 วันที่ผ่านมา

      Haha moiu takei vabisu
      Axomor Karan johar ki hol aji

  • @Manoj-u2i9x
    @Manoj-u2i9x 10 วันที่ผ่านมา +5

    Dorji sir o Sur.....blouj bonowa dorji o vag paise...ru ki vbibo

  • @BontirimaVlogs
    @BontirimaVlogs 8 วันที่ผ่านมา

    সম্পূৰ্ণ মিছাকথা কৈছে ৷কাৰণ বিশালৰ কুৰ্তা 7/ 8 হাজাৰ হবই নোৱাৰে ৷

  • @jyotimotionfilms5558
    @jyotimotionfilms5558 18 ชั่วโมงที่ผ่านมา

    মনিষ পাল নহয় মনিষ মালহোত্রা

  • @marketznews2516
    @marketznews2516 10 วันที่ผ่านมา +11

    Poisar bhag kiman pali ...pise

  • @axomiyaaxor8784
    @axomiyaaxor8784 10 วันที่ผ่านมา +2

    Eijanau sumir rokh pran korise😂😂😂😂

  • @neelamgoswami38
    @neelamgoswami38 10 วันที่ผ่านมา +4

    Dikshu ye Misa matile tar ghrt adityam goisil nokole.... N adityamk xudhile naam keita khi koi dibo

    • @luckygogoi6259
      @luckygogoi6259 9 วันที่ผ่านมา

      sobe misa matise,ghrle jua ata manuhok xompurno nuhua kori dile..my god. xosa hua hole kio abaru adityamor nam nokole

    • @saratmalakar3045
      @saratmalakar3045 9 วันที่ผ่านมา

      Aru Aditym e first kole Tarkik e phn t koise bishal arrest hua buli😂😂 then kole dikshu ghrt

  • @M17-f5l
    @M17-f5l 9 วันที่ผ่านมา +1

    এইবোৰ চব মিছা কৈছে৷ সহজে টকা ঘটাৰ ধাণ্ডা৷ঠগবাজী৷

  • @IrFaNaHmEd-ty2cs
    @IrFaNaHmEd-ty2cs 10 วันที่ผ่านมา +3

    বৰ বেলেগ খেল দেই .....12.30 am চাই শেষ কৰিছোঁ ।।কি মানে এইবোৰ

  • @bidyutbikashbaruah
    @bidyutbikashbaruah 10 วันที่ผ่านมา +13

    He is lying 😂

  • @sikhadas7687
    @sikhadas7687 10 วันที่ผ่านมา +3

    নিজকে ভদ্ৰ পৰিচিত কৰি বহু কথাই কৈ দিলে , সকলোৱে জানে চুমি আৰু তাৰ্কিক বুলাটোক পুলিছে বিচাৰি আছে বুলি.... সেই কথা জানিও ই কিয় মনে মনে লগ পাবলৈ গৈছিল ? কি গোপনে সহায় কৰিছিল বহুত ডাঙৰ ৰহস্য লোকাই আছে ইয়াৰ কথাৰ পাকত | পুলিছে জেৰা কৰক তদন্তৰ আওতালৈ ইয়াকো নিব লাগে |

    • @saratmalakar3045
      @saratmalakar3045 9 วันที่ผ่านมา

      Dikshu aru wife e tu abaru kua nai Aditym aha buli😂😂😂 e 1st kole phnt Tarkik e koise..then kole dikshu r ghrt

  • @pratimjyotisaikia
    @pratimjyotisaikia 10 วันที่ผ่านมา +6

    E thog dubait 30 thousand t rumor daam koise

  • @panindrasutradhar6899
    @panindrasutradhar6899 8 วันที่ผ่านมา

    সাংবাদিক মহাশয় জনে অধিবক্তা নিচিনা কৈ প্রশ্ন কৰিছে ভাল লগা নাই। আপুনি সাংবাদিক হৈ সাংবাদিক নিছিনা কৈ প্রশ্ন কৰিব পাৰিলে হেতেঁন

  • @biswajitsingh3363
    @biswajitsingh3363 10 วันที่ผ่านมา +12

    Sob sur

  • @kanikadas8245
    @kanikadas8245 10 วันที่ผ่านมา +2

    তই কম নহয় দে ,,,, ৰাইজৰ সাও পাবি
    তহত ,,,নৰাই ভাল

  • @dipikaborah3755
    @dipikaborah3755 9 วันที่ผ่านมา +1

    ই কথাত ধৰা পৰিছে মিছা কথা কৈছে৷

  • @gitanjalideka8767
    @gitanjalideka8767 3 วันที่ผ่านมา

    দীক্ষু আৰু তেওঁৰ শ্ৰীমতীৰ মুখেৰে কিন্তু আদিত্যম তেওঁ লোকৰ ঘৰত যোৱা আৰু তাত দুঘণ্টা কটোৱা বুলি কোৱা নাই!আনৰ পিছত বিনা পইচাৰে দুঘণ্টা কটোৱাতোত সন্দেহ আছে!
    টকা দেখিছে বাবে সব দৌৰিছে চাগে পিছে পিছে!!

  • @jimidas7050
    @jimidas7050 9 วันที่ผ่านมา +1

    Keneke opomanito kri kotha xudhar dre xudhe apunaloke??? Manuh mati slp xonman kribo xikibo.... Aadityom Saiikia r ktha bor xuni bor vl lge❤️

  • @rijubarthakur8641
    @rijubarthakur8641 3 วันที่ผ่านมา

    ইয়াৰ চুলি কি হল ধৰ ইয়াক সাধাৰণ হৈ দেখাইছে । বিশাল ৰ পূকৰত টকাৰ ঠোপা দেখি ঘূৰিছিলি কি চাবা সিহঁতৰ পাইট সিহঁতৰ টকা

  • @pallabkalita3153
    @pallabkalita3153 9 วันที่ผ่านมา

    Husband লগত নোযোৱা কৈ কেনেকৈ বিদেশত যাব পাৰিলে.....তামা ৰঙৰ ঘাঁহনি দেখা পাইছে আদিত্যমে....আদিত্যম কুঁহিয়াৰৰ ৰস কেনে লাগিল....

  • @dimpiborah4488
    @dimpiborah4488 9 วันที่ผ่านมา +1

    Ebar kole dikshur ghrle mata nai nije goise ru ebar kole mati pothaise.. etiya vabu jodi vabu ki 😅

  • @sarangapanistravelsnvlogs8667
    @sarangapanistravelsnvlogs8667 10 วันที่ผ่านมา +8

    Boom misa matise sudurbhai ye

  • @kavyashreebora285
    @kavyashreebora285 8 วันที่ผ่านมา

    Aditya has placed his own version. Then why this particular repoter charged him and put down alligation. Is he a repoter or investigator of government to do that so.
    Regards
    General Public.

  • @Tcr796
    @Tcr796 10 วันที่ผ่านมา +8

    Aijonu sei ekei panir mas.. he jodi sumi aru bisalor lgt jorito nohoie tente percellia company tur babe moina koliza webseries kio bonale and guys saba percellia youtube channel.t moina koliza upload dia hoise.... Adityam bopa oi amak ki burbok bhabisa tumi😂

    • @nikumoniroy310
      @nikumoniroy310 10 วันที่ผ่านมา

      Arehh percelia production house a moina kolija bonaise. Pasot hae medicine company hol.

  • @pinkuutpal6032
    @pinkuutpal6032 10 วันที่ผ่านมา +2

    ই তাৰ কথা শুন । মাৰ ৰ গাখীৰ খোৱা কেঁচুৱা ই 😂😂।
    ভগৱান ৰ ওচৰত কত পলাবি 😂