Bauli Radha- বাউলি ৰাধা | Samiran Saikia | Ishanu | Rakhor Geet | Assamese New Song 2022 | RakhLeela

แชร์
ฝัง
  • เผยแพร่เมื่อ 1 ธ.ค. 2024
  • যমুনাৰ বহ্নিমান জলৰাশিত ৰাধা বাউলি হৈ উঠিল,
    এইয়া মুকুতা সনা শৰৎ,ৰাধাৰ নিস্বাৰ্থ প্ৰেমৰ উৎস ৰাস লীলা। "বাউলি ৰাধা" গীতটোৰ জৰিয়তে আমি ৰাস ৰ অনুভৱেৰে কৃষ্ণ আৰু ৰাধা কিছু মধুৰ মুহূৰ্ত বৰ্ণনা কৰিব খুজিছো।
    [Copyright strictly reserved.Don not upload illegally.]
    SAMIRAN SAIKIA MUSICAL Presents..
    Singer/Music: Samiran Saikia
    Composition: Bhupendra Narayan Kalita
    Lyrics: Sarat Neog
    Additional Arrangement: Sanjib Nath & Chitta Prasanna Dutta
    Flute: Anjan Medhi, Minal Bodo
    Guitar: Ishanu
    Video & Animation: Nabin Thakur
    Digital Audio Distribution: Music House [ Nabin Thakur]
    Poster Design: Palash Pratim
    Special Thanks: Sanjib Nath, Sibu Phukan, Hemanta Dutta
    Stream the Full Song Here♪
    JioSaavn : bit.ly/3FQjToK
    Spotify : spoti.fi/3T981RE
    Wynk : bit.ly/3fBdFyl
    Resso : m.resso.com/ZS...
    Gaana : gaana.com/song...
    Apple/iTunes : apple.co/3FLFXRm
    Boomplay : bit.ly/3UpPstx
    Lyrics ✍️
    ৰুণুঝুনু নূপুৰ ধ্বনিত
    বাউলি ৰাধা
    কি সুৰ বজালি
    যমুনা কঁপাই ?
    কি সুৰ বজালি
    যমুনা কঁপাই ?
    ৰুণুঝুনু নূপুৰ ধ্বনিত
    বাউলি ৰাধা
    কি সুৰ বজালি
    যমুনা কঁপাই ?
    কি সুৰ বজালি
    যমুনা কঁপাই ?
    মাজ ৰাতি শুনো বাঁহী
    কঁপিছে মোৰ হৃদয় খনি
    মাজ ৰাতি শুনো বাঁহী
    কঁপিছে মোৰ হৃদয় খনি
    উঠলি উঠিছে বৃন্দাবন
    পুৱতি নিশাৰ ভাঁগে
    ম'ৰাই ধৰিছে চালি
    পুৱতি নিশাৰ ভাঁগে
    ম'ৰাই ধৰিছে চালি
    তালে তালে নাচি নাচি যায়....
    কি সুৰে যমুনা কঁপাই
    ৰুণুঝুনু নূপুৰ ধ্বনিত বাউলি ৰাধা...
    সোণালী হৰিণী জাক
    ফুৰিছে ৰংমনে আজি
    সোণালী হৰিণী জাক
    ফুৰিছে ৰংমনে আজি
    বিৰিখৰ ছাঁতে জুৰায়
    কদম ফুলিলেও নাই ৰাস পূৰ্ণিমা
    কদম ফুলিলেও নাই ৰাস পূৰ্ণিমা
    যমুনাইয়ো গীত গাই যায়
    কি সুৰে যমুনা কঁপাই
    ৰুণুঝুনু নূপুৰ ধ্বনিত বাউলি ৰাধা...
    _______________________________________________
    #assamese_new_song #assamese_new_song_2022 #radha_krishna_status
    #raas_geet_radha_krishna #raas_geet_assamese #assamese_song #romantic_song #trending #2022 #rakhor_geet #rakhor_geet_majuli #rakhor_geet_2022 #rakhor_geet_assamese #assamese_rakhor_geet #rakhor_geet cast #rakhor_geet_karaoke #rakhor_geet_lyrics #aha_sakhi_hee #xoroto_kaloro_ratri #rakhor_geet #rakhor_gaan #Runu_Jhunu_Nupur_Dhwanit_Bauli_Radha #Xoroto_Kalor_Ratri #Aha_Xokhi_He #SOLI_GOILA
    #O_SHYAM_KANU #হৰি_নাচে_কৃষ্ণ‌ই #ৰাসৰ_গান #radha_assamese_song #2022 #assamese_dance_song #semi_classical_assamese_song_dance

ความคิดเห็น • 468