Mising Superstar বাবা দলেৰ প্ৰেম কাহিনী..❤️ - Mising Ao

แชร์
ฝัง
  • เผยแพร่เมื่อ 4 มิ.ย. 2021
  • Special Thanks:
    Camera: Gautam Pegu
    Sound: Ruhit Doley
    Adviser: Nirmali Panging

ความคิดเห็น • 1K

  • @majulisisangope3582
    @majulisisangope3582 3 ปีที่แล้ว +248

    বহুত ধুনীয়া লাগিছে বাবা কাই আৰু নিৰ্মালী বাই একেলগে। আপোনালোকৰ জীৱন এনেদৰেই সদায় সুখী হৈ থাকক।❤️❤️❤️❤️
    Baba kai & Nirmali bha fan like here👍👍👍
    লগতে Happy Environment Day 🌱🌱🌱 save nature save the earth 🌎

  • @ayangpayeng366
    @ayangpayeng366 3 ปีที่แล้ว +5

    সঁচাকৈ বাবা কাই আপুনি এজন পথ পদৰ্শক ❤️,জীৱনক কেনেকৈ সত্যৰ পথত লৈ গৈ উচ্চ শিখৰ লাভ কৰিব পাৰি সেয়া দেখুৱাই দিলে। লগতে বা আপোনাৰ চিন্তা ধাৰাই মোক অতিকৈ আনন্দিত কৰি তুলিলে। আজীৱন সুখী হওঁক দুয়োৰে যুগ্ম জীৱন। মনে বিচৰা সকলো খিনি যাতে পোৱা। পৃথিৱী খনো সুন্দৰত কৈয়ো সুন্দৰ হওঁক আপোনালোকে বিচৰা ধৰণে। আপোনালোক দুয়োৰ ব্যক্তিত্ব আৰু কৰ্ম ৰাজিৰে আপোনালোকে মানুহৰ অন্তৰৰ মাজৰ গভীৰ কোণত সোমাই পৰক। আপোনালোক দুয়োৰ ব্যক্তিত্ব আৰু আদৰ্শই সকলোকে অনুপ্ৰাণিত কৰি তোলক। আপোনালোক দুয়ো সদা সজীৱ, চিৰ সেউজ এটি সত্বা হৈ আজীৱন উদ্ভাসিত হৈ থাকক। আপোনালোক সূৰ্য্য। কৰ্ম আৰু ব্যক্তিত্বৰ জীৱন বাটত চিৰ কাল সূৰ্য্যৰ দৰে জিলিকি থাকক❤️❤️...
    শেষত ৰঞ্জো কাইক বহুত বহুত ধন্যবাদ আৰু হিয়া ভৰা মৰম ❤️। ভগৱানে আপোনাক যাতে কুশলে ৰাখে তাৰেই কামনা কৰিছোঁ।

  • @misingao9443
    @misingao9443  3 ปีที่แล้ว +290

    দুয়োৰে সুখী জীৱন ❤️

    • @rengamao3643
      @rengamao3643 3 ปีที่แล้ว +2

      🙏🙏🙏

    • @ayanamriyaan5442
      @ayanamriyaan5442 3 ปีที่แล้ว +2

      Love from lakhimpur😍😍 💚💚

    • @ranikulivlogs8187
      @ranikulivlogs8187 3 ปีที่แล้ว +2

      Nirmali ba r gaan hunibo Mon asil gabo dibo lagisil ranju da

    • @bhaitycharoh5870
      @bhaitycharoh5870 3 ปีที่แล้ว +1

      Toru bak ketiya deka pam

    • @rammili9732
      @rammili9732 3 ปีที่แล้ว +1

      Baba kai in tar biu lanam de

  • @jenydoley7549
    @jenydoley7549 3 ปีที่แล้ว +6

    সচাই বহুত ভাল লাগিল দুয়োৰে চকুৰ প্রথম কাহীটো😍😍

  • @uttamdoley9134
    @uttamdoley9134 3 ปีที่แล้ว +4

    বহুত ভাল লাগিল বাবা দলে কাই আৰু নিৰ্মালী বাইৰ Love story -ৰ ওপৰত💞💓❤️💘 সুখী জীৱন আৰু উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ আৰু ৰণজু দা আপোনালৈ বহুত ধন্যবাদ থাকিল ❤️❤️❤️

  • @MMVP394
    @MMVP394 3 ปีที่แล้ว +13

    সন্মানীয়, সকলোৰে চিনাকী 'বাবা' কাইৰ প্ৰেম কাহিনীৰ লগতে জীৱন কাহিনী শুনিলে দুখময় যদিও দোয়োৰ মিলনৰ মাজত মানৱীয়তাৰ গুণ দেখা পাইছোঁ।

  • @montudarig4737
    @montudarig4737 3 ปีที่แล้ว +5

    Ranju da বাবা কাইৰ কথাবোৰ শুনি বহুত ভাল লাগিল সঁচাকৈ এই episode খনৰ পৰা কিছু কথা শিকিব পাৰিব । সঁচাকৈ মানুহৰ মন বোৰ এনেকুৱা হব লাগে ।

  • @chandeswarmipun9330
    @chandeswarmipun9330 3 ปีที่แล้ว +26

    সুন্দৰ দুয়োৰে সুখী জীৱন ভবিষ্যত লৈ তেনে কৈয়ে সুখী হৈ থাকক তাৰে কামনা কৰিছোঁ।বাবা কাই আৰু নিৰ্মালী বাই ।

  • @competitivestudy7914
    @competitivestudy7914 3 ปีที่แล้ว +42

    সদায় দুয়োয়ে সুখত থাকে তাৰে কামনা কৰিলোঁ। বাবা দলে ছাৰ।অতি সুন্দৰ ভালপোৱা কাহিনী।

  • @msmkutumvlogs752
    @msmkutumvlogs752 3 ปีที่แล้ว +29

    বাবা আৰু নিৰ্মালি বাৰ love story শুনি বহুত ভাল লাগিল আৰু লগতে ধন্যবাদ ৰঞ্জু কাই অভাৱে মানুহক হৰুৱাব নোৱাৰে।

  • @ABUTANICHANNEL
    @ABUTANICHANNEL 3 ปีที่แล้ว +19

    *প্রেম কাহিনী শুনি বহুত মজা লাগিল ।* ❤🤟

  • @ajoyshanjutaye9228
    @ajoyshanjutaye9228 3 ปีที่แล้ว +13

    ৰঞ্জো দা কি ভিদিও হাঁহি হাঁহি👍👍👍100% মিলিছে

  • @nandeswarpegu2676
    @nandeswarpegu2676 3 ปีที่แล้ว +13

    দুয়োজনৰ প্ৰেম কাহিনী শুনি বহুত ভাল লাগিল। লগতে দুয়োৰে যুগ্ম জীৱন সুখেৰে অতিবাহিত হওঁক।

  • @montupegu3879
    @montupegu3879 3 ปีที่แล้ว +51

    অহ: Ronju কাই বহুত এণ্টাৰ্ভিউই দেখিলোঁ কিন্তু বাবা দলে আৰু নিৰ্মালি ভাই এন্তিভিউইটো মোৰ হৃদই চুই গৈছে। কিবা এটা ভাল লাগিল।🌹❤️😇। মই জনা মতে ৰঞ্জু কাই মিচিং সমাজৰ এজন ভাল ইউটিউবৰ বুলি বাবু 🌹❤️🌹

  • @krishnapegu9317
    @krishnapegu9317 3 ปีที่แล้ว +31

    সঁচাকৈ সুন্দৰ হৈছে বাবা দা n নিৰ্মালী বা।

  • @ruhitdoley4351
    @ruhitdoley4351 3 ปีที่แล้ว +7

    দুয়োজনৰ প্ৰেম কাহিনী শুনি বহুত ভাল লাগিল ৰজ্ঞূ দা।

  • @JeevonCR7
    @JeevonCR7 3 ปีที่แล้ว +9

    Always keep moving forward like this and can watch all the videos..........
    Love you missing Aao........
    Ronju dhaa.... ❤️❤️❤️

    • @JeevonCR7
      @JeevonCR7 3 ปีที่แล้ว +1

      and can really make some difference to the lives of both of them

  • @mandirakutum6087
    @mandirakutum6087 3 ปีที่แล้ว +20

    Favourite actor.Happy Married life both of you.

  • @patiriatul869
    @patiriatul869 3 ปีที่แล้ว +7

    Hosakoi bhut val lagil baba da aru nirmali ba story..♥️♥️
    So Happy family

  • @bhaskardoley7645
    @bhaskardoley7645 3 ปีที่แล้ว +18

    Beautiful couple, Nirmali Mam, you are a sign and inspiration of true love, Moreover, your family, I salute your family members. God bless both of you. I am also very happy to be a neighbor of yours.

  • @subansiriko266
    @subansiriko266 3 ปีที่แล้ว +10

    I love you বাবা কাই আপোনাৰ ভবিষ্যত উজ্বল কামনা কৰিছোঁ।

  • @mitunchungkrang9151
    @mitunchungkrang9151 3 ปีที่แล้ว +112

    Seko Seko baba doley me aipe medang like ko yitoo deo. Mébom sunam actor.

  • @lgvlogs4167
    @lgvlogs4167 3 ปีที่แล้ว +24

    সমস্যা কেতিয়াও মানুহ মাৰিব নোবাৰে
    সমস্যা মনুহক Motivation e kore
    love it

  • @rajkumartaye578
    @rajkumartaye578 3 ปีที่แล้ว +13

    Baba Doley ngok meliksunam actor ranju Kai Thank you so much love story Dem lengkan binam legape,🥰😍❤️❤️🙏🙏

  • @ranujdoley7238
    @ranujdoley7238 3 ปีที่แล้ว +12

    বহুত ভাল লাগিত আপোনাৰ Interviewটো চাই ৰঞ্জু মিলি৷

  • @babapathori9237
    @babapathori9237 3 ปีที่แล้ว +18

    শ্ৰীযুত বাবা দলে আৰু নিৰ্মালী বাইৰ love story শুনি বহুত ভাল লাগিল । আৰু মিছিং ফিলিম industry ৰ বিষয়ে নৱ প্ৰজন্ম কি ক'ব next
    interview ল'ব ৰনজু দা।🙏🙏👍👍

  • @monujko7820
    @monujko7820 3 ปีที่แล้ว +8

    সুন্দৰ ইণ্টাৰভিউ👍 ; বহুত বহুত ভাল লাগিল ❤️❤️😍 বাবা কাই আৰু নিৰ্মালি বাক একেলগে পাই । আপোনালোক দুয়ো এনেদৰে আজীৱন সুখী হৈ থাকক 🙏🙏

  • @tonymorang3391
    @tonymorang3391 3 ปีที่แล้ว +2

    সুন্দৰ অনুভৱ নিৰ্মালি বাই , দুয়োৰে সুকী হৈ থাকিবা। god bless you..🥰🥰
    লগতে happy. Environment day

  • @pankajyt1212
    @pankajyt1212 3 ปีที่แล้ว +14

    My favourite actor ❤️

  • @rantupayeng6845
    @rantupayeng6845 3 ปีที่แล้ว +35

    দুয়োৰে ভালপোৱা কাহিনীটো শুনি বহুত ভাল লাগিল।দুয়ােটাৰে জীৱন সুখী আৰু আনন্দময় হওক॥

  • @abhishekdoley6444
    @abhishekdoley6444 3 ปีที่แล้ว +10

    Yes!!Baba Doley kai u r correct 👍❤️Apan means the understanding way of human beings.

  • @tilendradoley1187
    @tilendradoley1187 3 ปีที่แล้ว +4

    সুন্দৰ Love আছিল দেই। আশা ৰাখিছো দুয়োৰে সুখী হওঁক।।

  • @miriyalochannel3348
    @miriyalochannel3348 3 ปีที่แล้ว +3

    দুটি চকু‌ৰ মিলনত হোৱা প্ৰেম। Amazing...... Love Story.....💚❤️

  • @prafullakumarnorah797
    @prafullakumarnorah797 3 ปีที่แล้ว +3

    যুগ্ম জীৱন সুখময় শান্তীময়ী হওঁক বাবা কাই আৰু নিৰ্মালী বাই !

  • @likarpegu6897
    @likarpegu6897 2 ปีที่แล้ว +6

    Glad to hear this peaceful love story.. !!!❤

  • @Girishpegu700
    @Girishpegu700 3 ปีที่แล้ว +2

    সুখী থাকক সদায়। তাৰে কামনা কৰিলো 😍😍

  • @najingjamohjhao9672
    @najingjamohjhao9672 3 ปีที่แล้ว +18

    Airupe tatpo na ayang doying e, Baba Doley very humble man. I as a fan request Baba Doley to regain his fitness n give us some good movies. . God bless the family.

  • @pujapait103
    @pujapait103 3 ปีที่แล้ว +8

    Ronju mili thank you so much today through your channel we have let to know how much deep the love your smile and laugh 😍😆

  • @Kulajancr
    @Kulajancr 3 ปีที่แล้ว +14

    There cannot be better love story than this...I love their honesty in sharing..❤️❤️❤️

  • @dhirenmorang6223
    @dhirenmorang6223 3 ปีที่แล้ว +5

    বাবা Sir কাহিনী শুনি বহুত দুখ লাগিল ৷

  • @karnataw5697
    @karnataw5697 3 ปีที่แล้ว +10

    I proud of u Baba doley kai🥰🥰❣️

  • @jubilantjunakworld1732
    @jubilantjunakworld1732 3 ปีที่แล้ว +19

    Video xekh korar agote comment korisu , vl lagise, baba Doley mur favorite ❣🔥

  • @monalishapatir6895
    @monalishapatir6895 3 ปีที่แล้ว +16

    অতি সুন্দৰ, মনোৰম কাহিনী দুয়োৰে ভালপোৱা। অনাগত দিনবোৰ উজ্জ্বল হওক, সুখী হওক দুয়ো তাৰেই শুভকামনা যাছিলো।

  • @tuniramnarah7147
    @tuniramnarah7147 3 ปีที่แล้ว +1

    এইয়াই হয়টো সচা মৰম ভালপোৱা 🥰♥️বহুত ভাল লাগিল। আৰু দুয়োৰে দীৰ্ঘায়ু কামনা কৰিলোঁ।

  • @basantadoley1377
    @basantadoley1377 3 ปีที่แล้ว +40

    So inspiring Baba Kai story basically ngasode Tani:yem tur"nam lam:tem Leng:kang dag this line .God bless them and also family

  • @mridulpegu9199
    @mridulpegu9199 3 ปีที่แล้ว +40

    Baba Doley sir orr karone ata like😘❤️😘

  • @monujmili7364
    @monujmili7364 3 ปีที่แล้ว +11

    Fvrt actor❤️❤️❤️

  • @priyompegu7605
    @priyompegu7605 3 ปีที่แล้ว +8

    আপোনালোকৰ যোগ্ম জীৱন অমৰ হওক তাৰে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিলো বাবা দলে n নিৰ্মালি বা ❤️❤️❤️...

  • @RitikDoley0878
    @RitikDoley0878 3 ปีที่แล้ว +48

    I lve baba doley❣️

  • @manobjyotimili1942
    @manobjyotimili1942 3 ปีที่แล้ว +13

    #Love journey huni bhut vhal lagil ❤️❤️😢👍# famous Actor n actress ❤️ hodai hukot thaka🙏

  • @Aswiniofficial3239
    @Aswiniofficial3239 3 ปีที่แล้ว +2

    বহুত ভাল লাগিল সঁচাকে।আজি আমাৰ মৰমৰ বাবা দলে কাইৰ পৰিয়ালক দেখা পাই। ভগৱানে এনেকৈ সদায় সুখত ৰাখক🙏🙏🙏।

  • @jeetenmorang4530
    @jeetenmorang4530 3 ปีที่แล้ว +1

    বাবা দা আৰু নিৰ্মালি বাৰ কথাবোৰ শ্ৰীকৃষ্ণৰ গীতাৰ বাণী নিচিনাকৈ য়ে মই অনুভৱ কৰোঁ। সহজ-সৰল ভাৱে যি কয় সচাঁই কয় আৰু যি হয় চিৰসত্য হয় ।সেই বাবে তেওঁ লোকৰ জীৱন উত্তম । খুব ভাল লাগিলে ।

  • @pipulpayengofficial1216
    @pipulpayengofficial1216 3 ปีที่แล้ว +10

    ধুনীয়া লাগিছে ❤️লাভ story

  • @misingbuwaribinavlogs950
    @misingbuwaribinavlogs950 3 ปีที่แล้ว +11

    Beautiful love story ❤️

  • @rajkumarpanging184
    @rajkumarpanging184 3 ปีที่แล้ว +8

    Nice to hear the love story of both

  • @edukocreations1465
    @edukocreations1465 3 ปีที่แล้ว +7

    Character is main, not a rich ya money. Prove that nirmali baiyeng, God bless you both

  • @madhuripegu3153
    @madhuripegu3153 3 ปีที่แล้ว +7

    ❤️❤️❤️ ki kom aru himanei vl lagise tuyuke ake loge deki

  • @bhubanpegu7031
    @bhubanpegu7031 ปีที่แล้ว +3

    তেখেতৰ প্ৰথম চিনাকী আৰু যুগ্ম জীৱনৰ আৰম্ভণিৰ সাক্ষাৎকাৰ শুনি বহুত ভাল লাগিল লগতে তেখেতৰ সুদীৰ্ঘ কামনা কৰিছোঁ। so good luck miching aao youtube channel.

  • @bidyaspathori5361
    @bidyaspathori5361 3 ปีที่แล้ว +1

    বাবা কাই সচাই বহুত ভাল লাগিল শুনি আৰু লগতে আপোনাৰ কথা বোৰ শুনি দূখো লাগিল হলেও আপোনাৰ যুগ্ম জীবন সুখী হোৱা আৰু আমাৰ মিচিং সমাজখনক আৰু আগুৱাই লৈ যাব বুলি আহা ৰাকিলো 👌👌👌👌

  • @dhemajiyame9780
    @dhemajiyame9780 3 ปีที่แล้ว +2

    Great 🙏🙏......my favorite Actor Baba doley congratulations 🎉........

  • @lakhipegu2485
    @lakhipegu2485 3 ปีที่แล้ว +4

    অতি সুন্দৰ কাহিনী , শুনি ভাল লাগিল

  • @localtaid702
    @localtaid702 3 ปีที่แล้ว +4

    Hitttt ❤

  • @indrapegu3323
    @indrapegu3323 3 ปีที่แล้ว +1

    Tq Ronju kai hosakoi bohut vl. lagil baba da interview loi

  • @gandhimili5562
    @gandhimili5562 3 ปีที่แล้ว +2

    With respectively i want to say that 'Baba doley kai & nirmali panging baa both of your 2 too story was so pantheistic and loveable and god bless you too keeps your smiling till die. Love you so much❤😊

  • @BuroiMisingAao
    @BuroiMisingAao 3 ปีที่แล้ว +10

    ❤️❤️❤️❤️ Very Romantic Love Story ❤️❤️❤️❤️

  • @ldoleyvlogs3345
    @ldoleyvlogs3345 3 ปีที่แล้ว +6

    Tq Ranju brother and baba Doley family very interesting love story like God bless u

  • @abeldoley9014
    @abeldoley9014 3 ปีที่แล้ว +2

    Baba sir you are great.... 🙏 Always be simple...

  • @arunjyotidoley431
    @arunjyotidoley431 3 ปีที่แล้ว +1

    সচাকৈ শুনি বহুত ভাল লাগিল।।।।

  • @jatanpangingofficial8659
    @jatanpangingofficial8659 3 ปีที่แล้ว +4

    Love Story mojaa ❤️

  • @misingkorajuprabhas579
    @misingkorajuprabhas579 3 ปีที่แล้ว +3

    Aneke hodai happy hoi thakiba💕💜💕💕💕

  • @sanjibkumarnarah9144
    @sanjibkumarnarah9144 3 ปีที่แล้ว +1

    Bhal lagil. Ranju tumaloi bohut bohut Dhanyabad

  • @abeswarpegu686
    @abeswarpegu686 3 ปีที่แล้ว +1

    বাবা দলে কাই আৰু নিৰ্মালী বাইৰ প্ৰেম কাহিনীৰ আধাৰত যদি মিচিং ফিল্ম এটি নিৰ্মাণ কৰে বহুত ভাল লাগিব 🥰। most inspiring story ❤️💕। সাম্প্ৰতিক কালত আমিবোৰে অনুসৰণ কৰিবলগীয়া এটি অন্যতম প্ৰেম কাহিনী🥰🥰। আৰু বাবা কাইৰ প্রকাশভংগীত তেখেতৰ নিস্পাপ, স্বচ্ছ হৃদয় খন আৰু জীৱন পৰিক্ৰমাৰ সংগ্ৰাম খিনি ধুনীয়াকৈ ফুটি উঠিছে। অকনমানো সংকোচ নকৰাকৈ ইমান ধুনীয়াকৈ উপস্থাপন কৰিছে 🥰🥰🥰🥰।Ngasode' taniye'm kape'sin motabla:mang, Ngasode' taniye'm me':ji'sumodagpak💪💪🥰😘Me'bomsunam agomko Me'bomsunam actor dok gomugki tatpa:to🥰🥰Thanks Ranju Kai... Ase'li'gdung Gohpur sokke'🥰😘😍

  • @vijoypegu1313
    @vijoypegu1313 3 ปีที่แล้ว +7

    Beautiful 😍

  • @manobjyotimili1942
    @manobjyotimili1942 3 ปีที่แล้ว +20

    Fvrt actor always ❤️
    🥰🥰

  • @asinchanl2213
    @asinchanl2213 3 ปีที่แล้ว +2

    Vhal paboloi nalage Don lage matu morom... Hey Kota je proman kori dise nrimali ba ma dewtai... Good bless you baba kai & nrimali বা... Hodai heppy hoi takejen tare kamona

  • @hemchandrapegu951
    @hemchandrapegu951 3 ปีที่แล้ว

    আপোনাৰ স্পষ্টবাদিতাই জনপ্ৰিয়তাৰ মূল কাৰণ। বহুত ভাল লাগিল।

  • @dennykutum7184
    @dennykutum7184 3 ปีที่แล้ว +10

    Dhuniya Lagise Ranju

  • @bhupendrangate6582
    @bhupendrangate6582 3 ปีที่แล้ว +3

    বাবা দলে কাই ভাল লাগিল প্ৰেম কাহিনী ।

  • @rajatheking3954
    @rajatheking3954 3 ปีที่แล้ว +2

    দুয়োৰে সুখী জীৱন কামনা কৰিছোঁ। । Nice couple!!

  • @priyankapegu9357
    @priyankapegu9357 3 ปีที่แล้ว +9

    Cute 😍love story ❤❤

  • @jugeshdoley6663
    @jugeshdoley6663 3 ปีที่แล้ว +4

    Bohut Vhal lagese thanks ronju

  • @mrsunil2185
    @mrsunil2185 3 ปีที่แล้ว +6

    Lovely ❤️

  • @monukuli1810
    @monukuli1810 3 ปีที่แล้ว +1

    বাবা কাই আপোনাৰ যুগ্ম জীৱন এনেকৈয়ে ধুনীয়া হয় থাকক তাৰে কামনা কৰিছোঁ ।

  • @riangkokardong9090
    @riangkokardong9090 3 ปีที่แล้ว

    Bohut duniya lagise ...abun kaiy... Apunar kotha kuwa.. Mur palor pora doynobad.. Runju interview nice👍👍👍👍👍👍👍👍👍

  • @rajkaman322
    @rajkaman322 3 ปีที่แล้ว +7

    A moja lagise ❤

  • @amarsinghofficial734
    @amarsinghofficial734 3 ปีที่แล้ว

    মন চুই গৈছে বাবা কাই আৰু নিৰ্মালী মা:মৰ প্ৰেম কাহিনীটো। একেবাৰে চিনেমাৰ কাহিনী যেন লাগিল। বিশেষকৈ নিৰ্মালী মা:মৰ পাপা আৰু খুৰাকৰ মহানুভৱতাও লেখতলবলগীয়া। এই যে বাবা কাইৰ ঘৰৰ দুৰৱস্থা দেখিও বিয়াৰ কাৰণে মান্তি হ ল, ইয়াতে প্ৰমাণিত হয় যে মানৱীয়তা এতিয়াও জীয়াই আছে। নিৰ্মালী মা:মৰ #পাপা আৰু #খুৰাক বহুত বহুত ধন্যবাদ🙏🙏

  • @atultaw7038
    @atultaw7038 3 ปีที่แล้ว +2

    আপোনালোকৰ যুম্ম জীৱনটো যেন সুখী হৈ থাকে ,তাকে ভগবানৰ ওচৰত প্ৰাথনা জনাইছোঁ।

  • @amisingdiary7132
    @amisingdiary7132 3 ปีที่แล้ว +5

    Pure love story 😍

  • @hemakantapegu2827
    @hemakantapegu2827 3 ปีที่แล้ว +9

    Amazing ❤❤

  • @rajdeepdoley8044
    @rajdeepdoley8044 3 ปีที่แล้ว +1

    Chokuwe kotha kole kiman morom lage....... Love story dhuniya lagise..... Ronju kai

  • @johnpaulofficial5676
    @johnpaulofficial5676 3 ปีที่แล้ว +1

    Super Ronju Da it's a very fantastic interview 🤟🤟🤘🤘🤘💞💝🤟

  • @bosontakardong9746
    @bosontakardong9746 3 ปีที่แล้ว +9

    Just love it ❤

  • @uttampanging3119
    @uttampanging3119 3 ปีที่แล้ว +4

    Amazing love story...💚💚💚

  • @nitishvlogs2250
    @nitishvlogs2250 3 ปีที่แล้ว +1

    Bhuttt dhuniya 🥰 lagile Rajnu da ✨Ankekoi Hodai Happy thakok

  • @bhaskartaye3677
    @bhaskartaye3677 3 ปีที่แล้ว +1

    Bhut duniya lagise baba kai aru nirmali ba 👍👍👍💚💚💚

  • @sunmoinadoley6023
    @sunmoinadoley6023 3 ปีที่แล้ว +7

    Lots of love 2 all of u..

  • @devajitpegu7514
    @devajitpegu7514 3 ปีที่แล้ว +5

    Right decision is bright future for Baba Kai and nirmali Bai'

  • @imrankuli909
    @imrankuli909 3 ปีที่แล้ว +1

    My favorite mising actor baba kai 😍😍😍

  • @hajunarah1348
    @hajunarah1348 3 ปีที่แล้ว +1

    Love❤❤❤ is life, it's true.......Best of luck.

  • @rakeshagain9882
    @rakeshagain9882 3 ปีที่แล้ว +8

    True love ❤️❤️❤️❤️❤️❤️🔥🔥