তৰুলতা বাই জীবনৰ কথা বোৰ বহুত রহস্য আছে। ভাল লাগে। গীত মাত শুনি ভালেই লাগে। নতুন নতুন গীত গাই মানুহক আমোদ দিব বুলি আশা কৰো। thak you so much. God bless you
I'm from Bokakhat Golaghat and love you Taru Baa and dada 😍😘😘😘 Ranju da my favorite TH-camr 👍👍💕 bohut Vhal lagile sai 😊😊 bohu dinr pa vabi asilu taru baar interview louk buli so finally 😊😀😍😍tnq so much Ranju da 💚💚
Queen and king couple 🥰❤️🔥🙏 Always lv u both
সঁচাকৈ বহুত ভাল লাগিল তৰু বা আৰু বেণিল দা দুয়োৰে যুগ্ম জীৱনলৈ বহুত বহুত ধন্যবাদ👍👍👍
Ùlêssm(Peléa😅
Ttc@@BharatPegu-xk3dm
তৰুলতা বাই জীবনৰ কথা বোৰ বহুত রহস্য আছে। ভাল লাগে। গীত মাত শুনি ভালেই লাগে। নতুন নতুন গীত গাই মানুহক আমোদ দিব বুলি আশা কৰো। thak you so much. God bless you
Bori mane Mising, Mising mane Mising agom kobo lage love ❤️from Arunachal Pradesh, Super Interview Ronju Mili 👍
দুয়োৰে যুগ্ম জীৱনৰ কাহিনী শুনি সচাকৈ বহুত ভাল লাগিল__🥰 । তৰু বাৰ কথাবোৰে মোৰ মন চুই গ'ল আৰু মোৰ মুখত এটি মিচিকিয়া হাঁহিৰ সৃষ্টি কৰিলে । আপোনালোকৰ জীৱন সদায় এনেদৰেই সুখী হৈ থাকক তাৰে কামনা কৰিছোঁ।
Lots of love both of you__✨🥀
& Love you Ranju dha 🥰
MISING RÉNGAM ÍRROI ✊💖
দাদাৰ কথাবোৰ শুনি বহুত ভাল লাগিল 👍
বেনিল দা আৰু তৰুলতা বা ৰ কথাবোৰ শুনি বৰ ভাল লাগিল💖💖 i impressed you😄 thank you Ranju daa 🙏👍taru baa r interview luar babe🙏🙏👍
বহুত বহুত ভাল লাগিল আপোনাৰ দুয়ো যুগ্ম জীৱনৰ কাহিনী শুনি......... love u ❤️❤️❤️❤️❤️
*প্রেমে নামানে কোনো বাধাৰ সীমা, প্রেমে মাথোঁ জানে প্রেমৰ ঠিকানা ।*
*আপোনালোকৰ যুগ্ম জীবন শান্তিময় হওঁক তাকে কামনা কৰিলো ।*
Best couple 😍
Bohut bhal lagil toru bha aru apunak Moi bohut bohut bhal pau 👌
0
প্ৰেমৰ ঠিকনা মানে কি ??
Congratulations both of you and Ranju kai.I am very happy to seen this interview.
তৰু বাক সাক্ষাৎ গ্ৰহণ কৰাৰ বাবে প্রথমে ৰনঞ্জু মিলি তোমালৈ মোৰ পালৰ পৰা আন্তৰিক ধন্যবাদ জনালোঁ, তৰু বাইৰ যিকোনো গানেই মোৰ বাবে হৃদয় চুই যায়। তোমালৈ মোৰ বিশেষ অনুৰোধ মিচিং ফিল্ম জগতৰ অন্যতম অভিনেতা তুপতাগিল্লাত চিনেমাত মাৰুত নামেৰে অভিনয় কৰা আৰু ৰাষ্ট্ৰীয় পুৰস্কাৰ প্ৰাপ্ত পানৈ-জংকি চিনেমাকে আদি কৰি ভালেমান ফিল্ম জগত অভিনয় কৰি Best actor পুৰস্কাৰ প্ৰাপ্ত -সুভাষ মিলিকো সাক্ষাৎ গ্ৰহণ কৰিব বুলি আশা ৰাখিলোঁ ,
Thanks for ranju bro taking this interview 🙏. It's amazing.
Beautiful couple. ❤❤God bless both of you🙏🙏🙏
বেনিল দা আৰু তৰু বাই প্ৰেমৰ যি গভীৰতা সচাই আকাশ পাতালৰ পাৰ্থক্য । যি ঘাট প্ৰতিঘাট মাজত প্ৰেমৰ এনাজৰী ডাল সচাই শক্তিশালী কৰি জীয়াই ৰাখি শান্তি ময় সংসাৰ গঢ় দিছে ।❤️ ❤️❤️
সচাই তৰু বা তোমাৰ লগত কাৰো তুলনা নাই। তোমাক লৈ আমি গৰ্ব কৰো
Queen of Mising community ❤️❤️❤️
Happy family Torubaideo,,Both handsome husband and talented Migang Benil Borida,,❤
মৰমৰ বা বহুত বহুত মৰম যাচিলো দুয়োজনলৈ
tribes vitrt mur mising jonjati bhut val lage ru bhut moromiyal mur maa mising jonjatir .....
apunalukor intrvw val lagil.....😍
Benil sir aru toru madam both of god bless you. . Ngo Arunachal dolke dei . Adi tani dei . Odokke ngok yayo bi pao omme dei.
Xundor benil magbo you should be try
সচাঁই তৰু বা তোমাক কাৰো লগত তুলনা নহয়। যুগ্ম জীৱনৰ শুভেচ্ছা থাকিল।
Val lagil
@@susiladas2330 to
@@susiladas2330 pp
Tq
দুয়োৰে যুগ্ম-জীৱন কামনা কৰিলো।সঁচাকৈ দুয়োৰে ভালপোৱা কাহিনী শুনি বহুত ভাল লাগিল।
হে মজা লাগিল, পিছে...... চুমন দলে বাইদেউক দেখা পোৱা হ'লে ভাল আছিল।।।।।।।। Ranju bro.
বেনিল দা আৰু তৰু লতা বা আপোনালোকৰ যুক্ম জীবনৰ কথা শুনি ভাল লগিল ! আগলৈ আৰু শুনিব পাম বুলি বাদ চাই ৰলোঁ----?
ভাল লাগিল আপোনালোকৰ যুগ্ম জীৱনৰ কাহানী শুনি! সদায়ে মুধৰ কৰি ৰাখক আৰু আমাৰ সংস্কৃতি উজ্জ্বল কৰক।
বড়ী ছাৰ আপোনাক মই মোৰ অন্তৰৰ পৰা কোটি কোটি প্ৰনাম জনাইছো, কাৰণ তৰুলতা ভা ক ইমান Supporting কৰাৰ বাবে,
বহুত ভাল লাগীল তৰুলতা বা আপোনাৰ গান শুনি।
বেণিল দাদা আৰক্ষী বুলি আজি গম পাই বহুত ভাল লাগিল , আৰু তৰু টো আগৰ পৰা জানো বাৰু । আবশেষত ৰঞ্জু দাদা কাৰণে গম পাইছোঁ বুলি বহুত( ধন্যবাদ 🥰)
বেনি সঁচাই মহান ব্যক্তি। আজি আপোনাৰ বিষয়ে ভালকৈ জানিব পাৰি বহুত ভাল লাগিল। আমাৰ এগৰাকী অন্তৰৰ শিল্পীক আপোনাৰ তত্বাৱদানত জীয়াই থৈ দিয়া বাবে বহুত বহুত বহুত বহুত ধন্যবাদ আৰু অশেষ শুভকামনা। তৰুৱা আজীৱন তৰুণী হৈ থাকক। বেনিদা বহুত মহান ব্যক্তি আজিৰ ইণ্টাৰভিউ চাই গম পালোঁ। ৰঞ্জু তোমাকো বহুত বহুত ধন্যবাদ।
Ronju kai asin ayang maneki o Moromi ei song2 zubeen da aru kar coment boxot jonai diba please
বহুত ভাল লাগিল দাদা-বৌৰ প্ৰেমময় কথাবোৰ ❤🌈🌻দুয়ো এনেদৰেই ভাল ভাল কামবোৰ কৰি যাওক।
kula monor manuh taru ba bohut val lagil
সাক্ষাৎকাৰটি সঁচাই ভাল লাগিল দেই 👍😍
Bhut vhl lagil ba aru dada love story huni 😍😍😍😍...
Nice couple ❣️ bhut vl lgil apunalokor jugmo jibon kahini huni🥰 best of luck 🤞😍🥰
Torus mamo ketiyava ami matle ahibo lagibo dujone. Very good.
Taru bak karu logt tulonar juigo nai...in our Mising community....u r legend
Super 👌❤️bht val lagisa ❤️
বহুত ভাল লাগিল 🔥🔥
Tarulatabai apunar manujon bhut bhal.gentle man.god blessed me.
never give up ...
both of you..........
love from Dhagharia.
I'm from Bokakhat Golaghat and love you Taru Baa and dada 😍😘😘😘 Ranju da my favorite TH-camr 👍👍💕 bohut Vhal lagile sai 😊😊 bohu dinr pa vabi asilu taru baar interview louk buli so finally 😊😀😍😍tnq so much Ranju da 💚💚
oh maamo😛
😊😍😍
তৰুলতা ভাই আৰু বেণিল দা দুটা কথা ওনি বহুত ভাল লাগিছে।
সঁচাকৈয়ে তৰুলতা বা স্পষ্টবাদী ইয়াৰ দ্বাৰাই জানিব পাৰি👌👌😍
Thank you
দুয়োলৈ যুগ্ম জীৱণৰ ওভেচছা থাকিল!
Bhut vl khta koise de
Love from JONAI ❤️ WE are still having a good feeling of smile on our face after the video ends. #I:rro: 👍
Mjjj
Aji bhut bhut montu val lagil hosake monor bitoror pora❤ toro baa & magbor khotabur huni❤❤❤❤
দুয়োৰে যুগ্মজীৱনৰ চিৰস্থাযী হওঁক।
Ki mojja
সচাঁকৈ কথাবোৰ শুনি ভাল লাগিল, বা আৰু বিন্দৈলৈ ভবিষ্যত উজ্বল হোৱাৰ আশাৰে।...
So nic😘😘😘😘
Really Tarulata's love story is wonderful and interesting
Mojja bori kai tq so much
God bless you 🙏🙏🙏 Torulota kutum baa N Benil Bori daa😘😘❤️❤️❤️❤️ love you your family 🥰🥰
One of the best trending couple ❤️❤️
Nice.
Nice family
Mrs TARULATA KUTUM BORI
& Mr Benil Bori
Annyie kampo-kampo, dojon iman dhuniya 👍👍
Bohut val lagil taru bai aru bori da ranju
Most Beautiful. Ronju Bai !
Excellent interview
Husband ho toh Aisa ✌💜
Laura husband mipak attum yakne husband
@@UNP_4 Um kapiyen bi'ro ...lukin yekupeyam supak kolok ke'
Hosake bht vl lagil Taru ba apunr hohos horol montu deki apuni bht vl
Oi ranju dada 2mi juii❤❤❤❤
তৰুবা বেণিল মাগ্বৰ সুখৰ সংসাৰ বোৱতী নদীৰ দৰেই চিৰপ্ৰবহমান হৈ থাকক ৷
Val lgile love story tu huni 🥰🥰🤗
Bhut vl lagil torulota baa aru benil daa conglation 💘
I love you super songs ❤️❤️
Awesome Jodi God bless them pabo jura
Bohut vl lgil ba aru dadar kotha huni. Adin lg pam ba aru dadak .
Mr.Bori,
You're The GREAT.
You great tari baar. You are queen of mising community
Video2 Sai Val lagil mojjaaa mane
Nice taru ba
Majaaa..tru. ba
Mojaa lagise love story ❤️❤️❤️ torulota kútúm ❤️❤️
Best couples❤️❤️..love u both
এনেকৈ সদাই সুখী হৈ থাকক।
Haw mojja
Missing nhy neki nijor bhaka najane
তৰু বা কাহিনী love marriage moja lagise
Xundor interview....moja lagil sai
Valei takibo t/b family God bless u.
❤️❤️❤️🥰🤗 mojjjjaaaaa.... love from..Bokakhat
M impressed by her personality...,😍
Bhut vl lagise❤🥰
Mojja lagile
Kapodak tatpodak 🤞mishing aao 🥰
Mja 👍❤️❤️
Bohut val lagil juwa videot
One of the best 🥀 couple......
Ayang duyarye ...
মজ্জা ❤️❤️❤️
All the bas toru ba and mising ao
Waw ronju da Toru ba gan huni nasibo mon goise osake 💯💖💘💃💃
যুগ্ম জীবন সুখী হওঁক 👍👍
Bohut lagile ranju.
really toru bai your conjugal life be evergreen your melodious songs always be new in our ears.