বাৰ্তালাপৰ ছাত্ৰী আজি শ্ৰেণীকোঠাৰ অতিথি হ'ল...
ฝัง
- เผยแพร่เมื่อ 13 ต.ค. 2024
- এমাহ বিহু নাচি তাই উপাৰ্জন কৰিলে ৬ লাখ টকা...
বাৰ্তালাপৰ ছাত্ৰী আজি শ্ৰেণীকোঠাৰ অতিথি হ'ল...
মুনুকনৰ কন্ঠক আপুনিও প্ৰশংসা নকৰাকৈ থাকিব নোৱাৰে...
উজনিৰ পৰা নামনিলৈ বুটলিলে বিহুৰ বহুকেইটা খিতাপ...
দুবাৰকৈ "DY বিহুৰাণী" ৰ finalist হোৱা মুনুকনৰ সপোন "বিহু সম্ৰাজ্ঞী" হোৱাৰ...
#baartalaap #chakrapaniparashar #assam #bihu2023 #bihudance
/ baartalaap
/ baarta_laap
/ baartalaapdotin
baartalaap.in/
জীৱনৰ সপোনৰ দেউনাবোৰ আজি যেন মোৰ নিচেই কাষত ।এটা সপোন আছিল প্ৰথমে বাৰ্তালাপ শ্ৰেণী কোঠাৰ এগৰাকী ছাত্ৰী হোৱা কিন্তু শ্ৰেণীৰ কোঠাত বহি থাকোঁতে মনে মনে অনুভৱ হৈছিল অতিথী হোৱাৰ !সকলোৰে আগত মোৰ জীৱনৰ যাত্ৰাৰ কাহিনীবোৰ বিৱৰি কোৱাৰ আৰু সেই সপোনবোৰ আজি বাস্তুৱৰ দিশে !এই ক্ষেত্ৰত চক্ৰপাণী ছাৰৰ অৰিহণা কেতিয়াওঁ নুই কৰিব নোৱাৰো !কাৰণ ছাৰে নভৱা হলে আজি মোৰ বাবে সম্ভৱ নহল হয় । বাৰ্তালাপৰ পৰিয়ালক মই ধন্যবাদেৰে মোৰ দায়িত্ব শেষ কৰিব নোৱাৰোঁ , সকলোৰে ওচৰত সদায় কৃতজ্ঞ হৈ থাকিম
Val lagile munukan ba🎉🎉
Next 2024 ত dy bihurani হব নোৱাৰিলে তোমাৰ বিহুৱে নাচাও। বিহু বিষয়ে যিমান শিকিব লগা আছে সকলোবোৰ শিকিব লাগে প্ৰশ্ন বোৰ বিছাৰি ভালকৈ চাব লাগে কেনেকুৱা প্ৰশ্ন কৰে বিচাৰক সকলে বিহু নামবোৰ বিচাৰি ভাল কৈ অনুশীলন কৰিব লাগে যাতে বিচাৰকে যি বিচাৰে তাৰে উত্তৰ দিব পাৰা।বিহু নাছিলে কেৱল নাচনী নহয় বিহুৰ লগত জড়িত সকলোবোৰ কথা জনাটো বহুত প্ৰয়োজন বুলি ভাবোঁ।আশা কৰোঁ তোমাৰ আৰু ভাল হওঁক।
Bihu buli kole monoloi oha ati nam munukon. 2mrr kontho bebohar bht dhunia. Aguai jua. Oti sighre bihu somragi huwa
Vl lgisa dai sister aru aguwai jowa tomi love from sualkuchi dr sister
অনেক নাম কৰিও তুমি বহুত সহজ সৰল। কথাবোৰ অতি বিনম্ৰ। মাত অতি অপূৰ্ব। কোনো সন্দেশ নাই যে তুমি জগত জিনিবা। খালী আজিৰ গুনখিনি চিৰদিনলৈ ধাৰণ কৰে থাকিব লাগিব।
Munukon tumar bihu sai khub val pau.. Tumi hodai agbahi jua
সাক্ষাৎকাৰত তই সম্বোধন আচৰিত। ব্যৱহাৰ অলপ শিকি লবি।
বাৰ্তালাপক ধন্যবাদ,আমাৰ ধেমাজিৰ গৌৰৱ,ধেমাজিৰ নাচনী বাজনীৰ মনৰ কথাবোৰ কোৱাৰ সুবিধা দিয়াৰ বাবে।
বা আগুৱাই যোৱা,সপোনবোৰ সম্পূৰ্ণ হওক।
interviewত যিমানে লগৰ হওঁক বা ঘৰৰ পৰিয়ালৰে নহওঁক তই বুলি কলে শুনিবলে অলপ বেয়া লাগে। যিমান পাৰা তুমি বুলি কবলৈ চেষ্টা কৰিবা কাৰণ শুনিবলে শুৱনি হয়।মুনুকনক বহুত ভাল লাগে এজনী ভাল নাচনী আগুৱাই যোৱা
Socia mediat interview lole toi buli kole huni beya lage.jimanei apunohok lage
Munukon tumr bai bihuwati buware nasise sage no mak dekhiselu,
বহুত ভাল লাগিল ❤️ এইবাবেই বাৰ্তালাপ প্ৰিয়। আৰু আগুৱাই যাওঁক। ধেমাজিৰ পৰা গৌৰৱ অনুভৱ কৰি অভিনন্দন জনালোঁ মুনুকন।
Jimanei frnds nhowk,jimanei apun sinaki nhowk kio social interview t anchor ejone toi buli hombodhon korile huniboloi val nalage.. toi buli nokoleo duigorakire kothat apunotto tu futi uthile heten..
Ami akeloge BAARTALAAP ot class kori silu Baartalaap or student or pora Baartalaap or Guest hua loi tumar journey k
Selute 🙏🙏🙏 Munukon
Congratulations🎉🥳❤❤
বৰ ভাল লাগিল ভিডিঅ টো চাই ।ধন্যবাদ মুনুকন গগৈলৈ।পুৰণি বিহু গীত বোৰ সংৰক্ষণ কৰিব বুলি আশা কৰিলোঁ
nice❤❤❤❤
Interview, সাক্ষাৎকাৰত তই সম্বোধন নকৰিলে আনে শুনি ভাল পায়, কিয়নো যোগ্য জনক যোগ্য সন্মান দিয়া উৎসিত, ( ব্যক্তিগত ভাৱে কি সম্বোধন কৰে সেয়া নিজৰ) কিন্তু সাক্ষাৎকাৰ সামাজিক গতিকে লক্ষ্য ৰাখিলে পৰৱৰ্তী সময়ত ভাল লাগিব ।
মুনুকনলৈ আফুৰন্ত শুভেচ্ছা পথালোঁ ❤
বাৰ্তালাপ আগুৱাই যাওঁক 🎉
Tai neje interview to sai val pab sage. Skloye sini powa bihuwoti jnik toi boli kyse😅😅😅
This girl is very natural...
Nlga jboloi emn vl lga gantu aruhh tmr voice to khub vl lga lots of love munukon🤍
Munukon bar kotha bur huni Mur bohut vl lge .
মুনুকন বা এজনী বহুত ভাল নাচনী হয় এজনী।❤️
বহুতো শুভকামনা মুনুকণ অনাগত দিনত আৰু আগুৱাই যোৱা।
Nice❤❤❤❤❤❤❤❤❤❤❤
যিমানেই নিজৰ মানুহৰ intarviu লোৱা তই বুলি সম্বোধন নকৰিবা,তই বুলি কোৱা বাবে vdo তো চাবলে মন নগল।
Moja hoise ❤
বাৰ্তালাপ ত কেনে দৰে পঢ়িব পাৰি জনাব😢❤
Namratapriyam ba tmr kotha bur emn val lage dei❤
Thank you
বাৰ্তালাপৰ এটা শ্ৰেষ্ঠ ভিদিঅ. . . .
Dhemaji Bordoloni Gourab ❤
Bihuwati ajonik toi kole xuniboloi bhot beya lage jiman apun nhok kinto teu potibare tumi buli koi ase aku apuni toi toi kori ase
cc hu
তই সম্বোধন ভাল লগা নাই। কিবা অভদ্ৰ যেন
Munukon baa 👌💞💞💕💕💕💕💕
মোৰ ভাল লগা নাচনী জনী ❤❤❤
আমাৰ ঘৰৰ ওচৰৰ ছোৱালী হয় জানো তাইক❤
Khub val lagil. Aguai jua
Bohut morom lage munukon tumak 😘😘
tumr khota khini suni mur soku pani ulai goese.mur 5yr swaile ase tai u aibr nasise tai k loe u mur sopun tumr dore.
Phuleswar konwar panbecha goon dist.sibsagar.assam❤❤
মোনুকন বহুত উন্নতি কৰিচা । তোমাক বাৰ্তালাপ অনুস্হানে এইযে যাত্ৰাৰ ক্ষে্ত্ৰত ৫০ শতাংশ ই অৰিহনা আছে ।
Bor morom lage suwali joni munukon
Bohut val lagise aji tuk aitu anusthanot dekhi❤🎉
Awesome melodious voice... Proud of you.
Munukan Baa best Of luck 🤞❤️
So sweet voice
আঁতধৰোতাগৰাকীয়ে চক্ৰপাণি পৰাশৰ ডাঙৰীয়াৰ পৰা আৰু বহুত শিকিবলগীয়া আছে।
মুনুকন গগৈলৈ অভিনন্দন জনালোঁ।
এনেকৈ আগুৱাই যোৱা তাকে ভগবানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ আৰু বহুত বহুত আশীৰ্বাদ কৰিছোঁ 🥰🥰🥰
ব্ৰহ্মপুত্ৰ এৰা চাপৰিত --- বিহু মাৰিচিলো !--- চেনাই কুমলীয়া মাত ---- এনোৱা বিহুতি --- যাবলৈ ওলাইচে ---- পেতলৈ মোৰ ----নোহোমাই ভাত
Mja
Beautiful ❤❤❤
Sangita rabha k lage
মুনুকণ ❤
Hodai anekoi aagbahi juwa
Munukon loi bohut bohut Abhinandan aru Xubhokamona jonalu.
মোক দেখি তই -- জধলা মধলা --- ভূল কৰিলি -- ভাৱি লৈ অজলা ---
Mur ghr morigaon hoi bogia mela not hoii
Sakrapani da bartalapr video burar sound Tu khub kom ahe khekhor keibata man episode pra hoise facebook t aketa episode kin Tu val dore ahe sounds tu
ai2 youtube r a technical problem soli asil..atiya thk hol
Bht vl lgise tmk anke dekhi ❤❤❤❤❤👌👌👌❤❤
🤍🤍
বশুত বশুত বশুত ভাল লাগিল :❤❤
Tmr matu olp huwoni koriba
Namei porisoi 💓
Tumi dhuniya nasa
Kapur jur val lagise
সুন্দৰ আগুৱাই যোৱা দুয়ো
Proud of you voni joni ❤
dhemaji👍❤
A moja 🥰💗💗💗💗🥰🥰🥰
Fast viewr
Skrapani sirei ajile toi boli bebhar kri intarvew ty powa nai sage
Brtalamr satri jihetu agr porai sinaki
Sinaki manuhk ata homndhot mati thokar past adint hei homondho tu holoni kribo nuwari
Jihetu duigoraji sinaki
Toit apun vab ase ghetu anusthantu hoise monor koth khula koi pota anusthan
Toi buli kuwat ki hol nu..agor porai jodi toi toi koi ase..adin karone lebel di ki buli tumi tumi kobo ako.. jenekoi mate tenekoi matibo raijok dekhai eman over val nalage nohoi
O@@mintusenchowa5163
😘
❤❤❤
Baa jonik bht besi val lage.
এচতা শিলত বহি ---
Best of da best episode ❤
❤❤❤❤❤❤❤
এয়াই সফলতা আগুৱাই যোৱা বহুদূৰ @munukongogoiofficial