বিলাসী খাদ্য কিয় খুৱালে? মুখ্যমন্ত্ৰীৰ খং উপায়ুক্তৰ ওপৰত

แชร์
ฝัง
  • เผยแพร่เมื่อ 27 มิ.ย. 2024
  • ▶️ বিলাসী খাদ্য কিয় খুৱালে?
    ▶️ মুখ্যমন্ত্ৰীৰ খং উপায়ুক্তৰ ওপৰত
    ▶️ মাত্ৰাধিক খাদ্যৰ তালিকা দেখি খং উঠিছে মুখ্যমন্ত্ৰীৰ

ความคิดเห็น • 257

  • @tultuldutta7753
    @tultuldutta7753 วันที่ผ่านมา +8

    মুখ্যমন্ত্ৰীৰ মুখত ফুল চন্দন মৌ পৰক। অসমৰ সৰ্বশ্ৰেষ্ঠ ভাৱৰীয়া।

  • @jitubarman6162
    @jitubarman6162 2 วันที่ผ่านมา +39

    হিন্দু পৰিয়ালত বৃহস্পতিবাৰে নিৰামিষ খাদ্য খায় এইভোজ খোৱা সকলে হিন্দুৰ নামত কেৱল চিঞৰ বাখৰ কৰিহে থাকে নেকি ?

    • @user-zi9fh7ne2s
      @user-zi9fh7ne2s 2 วันที่ผ่านมา +6

      একে বাৰে শুদ্ধ কথা কৈছে। কোনেও খাদ্য খাবলৈ বৰ্জন কৰা নাই।উদয় পুৰাই খাই আমাক দেখাব লৈ নাটক কৰিছে

    • @reemakakati5695
      @reemakakati5695 2 วันที่ผ่านมา +2

      শুদ্ধ কথা। বৃহস্পতিবাৰে নিৰামিষ খায় । কিন্তু ইমান খোৱাৰ পিছত আজি ছাগে লঘোণ দিছে !!

    • @bbsgaming5156
      @bbsgaming5156 2 วันที่ผ่านมา +1

      হিন্দু মাছ মাংস নাখায়❤

    • @User_me7392
      @User_me7392 วันที่ผ่านมา +1

      okol brihospotibaare kio maas mankho hompurno rupe porihaar koribo lage..........proud to vegan 😍
      amar ghorot khuwa naamot e mahili 70000 toka khoros hoi

  • @BasuPegu-gf4yp
    @BasuPegu-gf4yp 2 วันที่ผ่านมา +35

    হব দিয়া, মন্ত্ৰী দাঙৰীয়াৰ শেষৰটো ৰাজভোজ পাৰ্টি হব পাৰে, ২০২৬ চনৰ পিছত হয়টো আৰু নহবপাৰে, জিলা আয়ুক্ত বাইদেউৰ কি দুখ, খাই লোৱাৰ পিছত দুখ দিলে কি হব🎉🎉🎉🎉🎉🎉🎉।

  • @polashchetia9099
    @polashchetia9099 2 วันที่ผ่านมา +40

    মল্ল এ দিছে যেন পাইছোঁ লিষ্ট খন

  • @Hemantaphukan-xo7dc
    @Hemantaphukan-xo7dc 2 วันที่ผ่านมา +25

    খাই লৈ পেট ভৰা পাছত গলি পৰি দখুইছা। এই বোৰ ভণ্ডামি বুলি কই।

  • @JituHaloi-ln3xm
    @JituHaloi-ln3xm 2 วันที่ผ่านมา +24

    নলবাৰীত হোৱা কেবিনেট বৈঠকৰ সকলো চাইছে মন্ত্ৰী জয়ন্তুমল্ল দাঙৰীয়াই । গতিকে কি উত্তৰ দিব উপায়ুক্ত মহোদয়াই । খাদ্যৰ তালিকাখন আগদিনাই সামাজিক মাধ্যমত প্ৰচাৰ হৈছিল দেখোন । তেতিয়া নিমাত কিয় আছিল মূখ্যমন্ত্ৰী মহোদয় ''''''' ইয়ো এক ৰহস্য

    • @sidharthatamuli1561
      @sidharthatamuli1561 วันที่ผ่านมา

      Hosa kotha.teoi koisil khasi manhor telere mati Dali bonuwa

  • @hanseali1924
    @hanseali1924 2 วันที่ผ่านมา +28

    খাই উথি চিএম চাৰে দেখিলে যে গোটেই ৰাইজে দেখিছে ইমানবোৰ খালে আমাৰ টকা সেইতো ভাবি এটা অভিনয় কৰিছে।

  • @dipmonisaikia5603
    @dipmonisaikia5603 2 วันที่ผ่านมา +14

    এই সকলোবোৰ ভেকুভাওনা।
    হিমন্ত চৰকাৰৰ দিনত অসমৰ একো উন্নতি হোৱা নাই। জিলাই জিলাই কেবিনেট বৈঠক পতাৰ সিদ্ধান্তই ভুল আছিল।

    • @bhaskarjthakuria5538
      @bhaskarjthakuria5538 2 วันที่ผ่านมา +2

      মহম্মদ বিন টোগলক ৰ ফটো কপি

  • @SangitaDevi-ff2tq
    @SangitaDevi-ff2tq 2 วันที่ผ่านมา +5

    মল্লক কিয় নধৰে উপায়ুক্তক ধৰে যে ৷ চবজি কিনিব গৈ উভতি আহিব লাগে দাম দেখি ৷ আমিয়ে পাতিম ৰজা আৰু আমাৰ ওপৰতে ৰাম টাঙোন ৷

  • @JayantaSaikia-r4z
    @JayantaSaikia-r4z 2 วันที่ผ่านมา +8

    এফালে মূল্য বৃদ্ধি আনফালে খোৱাৰ প্রতিযোগিতা। ইয়াকে কয় পৰিবৰ্তন ।

  • @rambalram2610
    @rambalram2610 2 วันที่ผ่านมา +6

    ৰাইজে ভোট দি এই সকলক.... এই সকলক ৰাজ ভৰাল ৰখীয়া কৰি দিশপুৰলৈ পঠাইছে.... ?? এই ৰাক্ষস বিলাকক...?? ইহঁতে অসমীয়া মানুহৰ, অসমৰ উন্নতিৰ কথা চিন্তা কৰিব....??? ভোট দিব আৰু বাৰে বাৰে ইঁহতক....??? 😮😮😮😮 মৃণাল শইকীয়া ডাঙৰীয়াই ইয়াত দুসাৰ মন্তব্য দিয়া উচিত...😢😢😢 মৃণাল শইকীয়া ডাঙৰীয়া দিয়ক এটা মন্তব্য... এইটো ভাল কাম হৈছেনে....???? 😮😮😮😮

  • @bhanitadeka17
    @bhanitadeka17 2 วันที่ผ่านมา +40

    Amar poisare khai ase.. acting aibur

    • @jeetu6251
      @jeetu6251 2 วันที่ผ่านมา +1

      Ekdom right plus bahiror dekhor dhaar

    • @gamesoffreefireindia7622
      @gamesoffreefireindia7622 2 วันที่ผ่านมา

      😅😅😅😅😅😅😅😅

  • @tarjenboru8760
    @tarjenboru8760 2 วันที่ผ่านมา +12

    ৰাইজৰ হে টকা আমাৰ কি আহে কি যায় 😂😂😂

  • @CharbeshRabha-qk4ye
    @CharbeshRabha-qk4ye 2 วันที่ผ่านมา +5

    বাপেকৰ ধন-টকা আপোনাৰ কি আহে নে যায় ৰাজ্যখন ধাৰত পোট গৈ আছে আৰু আমাৰ টকাৰে ভোজ-ভাত খায় নিলাজ অসম চৰকাৰ।

  • @ranusingha663
    @ranusingha663 2 วันที่ผ่านมา +11

    Khai boi khong kori labh nai .. khale tu udor purai .. teolukor heituhot pet ne pukhuri ne khal

  • @vidyawatibora
    @vidyawatibora 2 วันที่ผ่านมา +2

    তথাপিতো মহোদয়ে সৰু কৰ্মচাৰী মধ্যবিত্ত সকলৰ কথা এবাৰ মনত পেলালেহেতেন

  • @user-qh2gp8jr6r
    @user-qh2gp8jr6r 2 วันที่ผ่านมา +21

    Masta vandami hoi himanta

    • @RupkantaPathori-sk3ru
      @RupkantaPathori-sk3ru 2 วันที่ผ่านมา

      টেটু গুৰিলৈকে খাই উঠি ডিচিক গালি পাৰিলে কি হব । লোককে দেখুৱাই কেটেৰাই মাতিবা ভিতৰি নেৰিবা বেথা ।চব ভেকো ভাওনা ।

  • @lipikadas6523
    @lipikadas6523 2 วันที่ผ่านมา +7

    Khai uthi khong Kora dekhuale ki hobo.TVt olowa babe laj pai koise. Khana nohoy raijor tej...

  • @imanali9626
    @imanali9626 2 วันที่ผ่านมา +2

    এসময়ত নগাঁৱত উপায়ুক্তক এষাৰ বাক্য কৈছিল কোনোবা ৰাজা মহাৰাজা আয়া থা।তদৰূপ আজিৰ চিঠিখনত একে বাক্যৰ দৰে নহলনে ৰাইজ? একমাত্ৰ চৰ্চাৰ বাবে আন একো নহয়। মহাশয় আপোনাক নজনাকৈ যে ২২বিধ খাদ্যৰ আয়োজন কৰিছে এই কথাটো সকলোৱে বুজি পাইছে।

  • @dipakkalita7034
    @dipakkalita7034 วันที่ผ่านมา +3

    তেওঁলোকে নাখাই খাৱ কোনে বাৰু ।তেওঁলোক যে ওপৰৰ মাল ।

  • @binandaphukon731
    @binandaphukon731 2 วันที่ผ่านมา +6

    এইবোৰ কথা - গৰু আগত টুকাৰী বাই কান জোকাৰী ঘাঁহ খায় ।

  • @Santoshimaa0039
    @Santoshimaa0039 2 วันที่ผ่านมา +1

    ইহঁতক ২০২৬ ত হিচাপ লোৱা হৱ । ধৈয্য ধৰি আছো আৰু অসমৰ জনসাধাৰন ।

  • @sanjeebbohora1668
    @sanjeebbohora1668 วันที่ผ่านมา +2

    আমি হলো নিৰামিষ ভূজী এইবোৰ দেশী ঘিন হে লাগে জিভাৰ পানী পেলোৱা দুৰৰে কথা

  • @bipulborah2193
    @bipulborah2193 2 วันที่ผ่านมา +1

    দুখীয়া নিচলাক খুৱালে, তেওঁ লোকৰ আত্মামাই হীয়া ওজাৰি আশীৰ্বাদ দিব নিশ্চয়।

  • @jahirulislam4311
    @jahirulislam4311 2 วันที่ผ่านมา +1

    মাননীয় মূখ্যমন্ত্রী মহোদয় এইবোৰ নাটক ৰাইজে ইতিমধ্যে বুজিবলৈ বাকী ৰখা নাই। আপোনালোকৰ কেবিনেট খাদ্যৰ তালিকা আগদিনাই মিডিয়াত প্ৰচাৰ হৈছিল তেতিয়া আপোনাৰ কেবিনেটৰ কোনোৱে গম পোৱা নাছিল নেকি।

  • @handique6888
    @handique6888 วันที่ผ่านมา

    জয় মল্ল যুদ্ধাৰ বাবে বোলে ই সাধাৰণ খাদ্য ।তাৰ মানে তেওঁলোকে ইয়াতকৈও ভাল খায়। কেনে হব ভাৱক।

  • @user-wt2ko8om3s
    @user-wt2ko8om3s 2 วันที่ผ่านมา +2

    Good anupam sir vl dise

  • @kishoridas6447
    @kishoridas6447 2 วันที่ผ่านมา +2

    পিছৰ বিলাক কেবিনেটত নুন্যতম খাদ্যৰে আপ্যায়ন ৰ ব্যৱস্থা কৰিব পাৰিলে ভাল হয়।

  • @Pallabkalita64
    @Pallabkalita64 2 วันที่ผ่านมา +5

    Jayanta malla barruah ase

  • @PriyankaHazarikaBhuyan-ib2fl
    @PriyankaHazarikaBhuyan-ib2fl วันที่ผ่านมา

    সাধাৰন মানুহে ত্ৰাহি মধূসোধন সুঁৱৰিছে , আৰু ৰাইজৰ সমস্যা ৰ আলোচনাৰ অজুহাত দেখুৱাই ....... উস উস হাইৰে স্বাধীনতা, ধিক্ ধিক্ ।

  • @parthaprotimchetia7687
    @parthaprotimchetia7687 2 วันที่ผ่านมา +10

    টেটো গুৰি লৈকে চেলেকি গেছ হল চাগে। সুন্দৰ ভণ্ডামি

    • @AbiCricketNews
      @AbiCricketNews 2 วันที่ผ่านมา

      জুবিনে যোধা মূৰ্খ বুলি কোৱাটোৱে মেনো খন বনাইছে। নামে যাৰ মল 😂 বুজাই বুজিছে। আমি কচু ঢেঁকীয়া খাম তহঁতো এইবোৰ খা , কিন্তু অসম খন আৰু নেখাবি

    • @trailukya
      @trailukya วันที่ผ่านมา

      Khai sage pet solile

  • @probinkumarkakati6151
    @probinkumarkakati6151 2 วันที่ผ่านมา +1

    এইসকল ৰজাঘৰীয়াৰ বিষয়ে কৈ লাভ নাই ?মনো নোযোৱা হল এইবিলাকৰ কথা মনত পেলাবলৈ ?

  • @santonuborah5903
    @santonuborah5903 2 วันที่ผ่านมา +2

    ❤ beltola bazar t sabji 95%-/ 80 rupees kilo hoisa

  • @sibuboruah6240
    @sibuboruah6240 วันที่ผ่านมา

    খোৱা কথা কৈছে শুনি মূল মন্তিৰ কথা শুনি লাজ লাগিছে, কিয়নো গৌৰৱ গগৈ'k হৰুৱাবলৈ আহি শিৱসাগৰ ডিমৌ't 1hrs মিতিঙত 4,00000000 টকা খৰচ কৰিছে মাত্ৰ 1ঘণ্টা । পেন্দেলত 3 quti Toka....!! জন সাধাৰণ মুৰত্তে জানো দূহতিয় তাঙুন মাৰ দিয়া নাই....??????????

  • @dipanjalidutta3621
    @dipanjalidutta3621 2 วันที่ผ่านมา +2

    22 বিধ পেটত সোমাল নে। সোমাল যদি বৰ খকুৱা দেই।

  • @UlupiMahanta-zn4qn
    @UlupiMahanta-zn4qn 18 ชั่วโมงที่ผ่านมา +1

    এতিয়াহে মুখ্যমন্ত্ৰীয়ে গম পালে নেকি খাদ্যৰ তালিকাখন ?

  • @tankeswarmahanta8058
    @tankeswarmahanta8058 2 วันที่ผ่านมา +2

    কত সোমালে ইমানবোৰ । আমাৰো কেতিয়াবা এবাৰ খোৱাৰ সৌভাগ্য হবনে ?

  • @DPffx
    @DPffx 2 วันที่ผ่านมา +1

    Only 22 items!!I. It should should be 222 items there:::::

  • @MagneticShock-me5kk
    @MagneticShock-me5kk วันที่ผ่านมา

    সেই টোয়ে ৰাতি সপোনত দেখিব পায়, সেই বাবে এতিয়া সুলস্থুল কৰিছে।

  • @daizee4510
    @daizee4510 2 วันที่ผ่านมา

    মুখ্যমন্ত্ৰীয়ে টেটুলেকে খোৱাৰ পাছত গালি দিয়াটো হাঁহি উঠা কথা ৷ যদি সচাই বেয়া পাইছে খোৱাৰ আগতে কব লাগে ৷ এইবোৰ ৰাইজক বুৰ্বক বনোৱাৰ বাবে কৰা নাটক তাৰ বাদে একো নহয় ৷

  • @anuppatar1915
    @anuppatar1915 2 วันที่ผ่านมา

    Suduru Bhai atonu ...enekua news valkoie dibi ...himanta vori seleka

  • @educationcompany.6793
    @educationcompany.6793 2 วันที่ผ่านมา +3

    Paglami sob

  • @KoushikBhatta..
    @KoushikBhatta.. วันที่ผ่านมา

    বাহিৰে ৰং চং ভিতৰে কোৱাভাতুৰী..
    কব বহুত আছে অভাৱ মাথো বাকস্বাধীনতাৰ হে।

  • @fredrickjames9059
    @fredrickjames9059 2 วันที่ผ่านมา

    Jayanta malla aru Pijush k apuni baad diok. Sab thik hoi jabo

  • @bupdhanbania2131
    @bupdhanbania2131 21 ชั่วโมงที่ผ่านมา +1

    22 bidhe xalehe hoi ne? 😮eman boraxun,ami eyat vatai xaboloi pua nai

  • @jayantadutta1024
    @jayantadutta1024 2 วันที่ผ่านมา +2

    ?য়ে কইই ৰজা মহাৰাজা কা খানা হে ক্যা?

  • @marketznews2516
    @marketznews2516 2 วันที่ผ่านมา +2

    Raijor tezkhuwa hokol

  • @indiraborgohain8277
    @indiraborgohain8277 2 วันที่ผ่านมา

    বেলেগ বেলেগ districtত পতাৰ পৰা এনেকুৱা কি ভাল হৈছে অসমৰ আৰু অসমৰ ৰাইজৰ।। দিছপুৰত office আছে তাত পাতি কেৱল অসমৰ বাৱে উন্নতিৰ কথা চিন্তা-চৰ্চা কৰিলেই ভাল।।।। খোৱাটো চেলেকি খাইছে । উপায়ুক্তৰ চিঠি এখন দেখুৱাই কেৱল অসমৰ মানুহৰ চকুত ধূলি দিবলৈ চেষ্টা কৰিছে।।। যাতে অসমৰ ৰাইজৰ এনেকুৱা এটা ভাৱ হয় যাতে মূখ্যমন্ত্ৰীয়ে বিভিন্ন খাদ্য সম্ভাৰত টকা খৰচ কৰাৰ বাবে বেয়া পাইছে।।। উপায়ুক্ত জনক বকৰা বনাইছে।

  • @user-ge9kz8vi4q
    @user-ge9kz8vi4q 2 วันที่ผ่านมา

    Lage lageca.

  • @kabitasaikia8713
    @kabitasaikia8713 2 วันที่ผ่านมา +2

    Acting no.1

  • @prohenjit-Lolatstudio
    @prohenjit-Lolatstudio วันที่ผ่านมา

    2026+-BJP= 0 %, এতিয়াই খাই লব দিয়ক....💪 ৰাইজৰ নজৰত সকলো আছে...

  • @sashibhatta5198
    @sashibhatta5198 2 วันที่ผ่านมา

    উপায়ুক্তইনো কেনেকৈ মন্ত্ৰীৰ কথামতে সেইবোৰ কৰা বুলি কব ?

  • @dharmendradeka8073
    @dharmendradeka8073 21 ชั่วโมงที่ผ่านมา

    Aibilak bhut sator karan aibar alp thik nahale chair kunubai karhi loi jabo ,so DC dangor nahay atiya , janata dangor kathato alp bibekot xumaise.

  • @pulakdeka2811
    @pulakdeka2811 2 วันที่ผ่านมา +1

    Tetia hole secretariat ,dispurot a meeting korile hoi......kihor dorkar jilai jilai meeting koribo......garir petrol,diesel.... decoration to asei...

    • @sherTrade
      @sherTrade วันที่ผ่านมา

      Right

  • @jayaborah2926
    @jayaborah2926 2 วันที่ผ่านมา

    আকৌ বোলে নলবাৰীত বানপানী হৈছে। বানপানী উৎসৱ বুলি খানা এটা হৈ গ'ল দিয়কচোন। এইটো অৱশ্যে মলূৱা ৰ ক্ৰেডিট বুলি কব পাৰি।

  • @firsttimevlogs6961
    @firsttimevlogs6961 2 วันที่ผ่านมา +1

    মন্ত্ৰী নহই ইহটি, ইহট এটা এটা বৃহৎ বাকাশুৰ হে,

  • @ranubaishya925
    @ranubaishya925 2 วันที่ผ่านมา +2

    Uporor ades nathakile upauktai sahas nakare

  • @ArunSaikia-ol2kw
    @ArunSaikia-ol2kw 2 วันที่ผ่านมา

    দেউতা হতে ২২ বিধ খাদ্য থালিত নে ঘোলনীত‌ নে চৰিয়াত ল'লে অ, তাত জনসাধাৰণৰ কৰনে হে কেবিনত হা😅😅😅😅

  • @user-tx5kj4ir9x
    @user-tx5kj4ir9x วันที่ผ่านมา

    এনেকৈ খাইএ খাইছে এইয়া জেনিবা খাদ্য মূল্য বৃদ্ধি য়ে আমাৰ তেজ সদায় খাই আছে

  • @user-kd1ft7vi8f
    @user-kd1ft7vi8f 2 วันที่ผ่านมา

    Anupam da himantoi thikadarar comisonor tokare khaise diyak ami bure koi lav nai tak 26 t usit purshkar dim

  • @basanta1903
    @basanta1903 23 ชั่วโมงที่ผ่านมา

    Menu khon dekhi raijor khong uthise buli gom pai mamai etiya Natok korise

  • @hiranyanathbora269
    @hiranyanathbora269 2 วันที่ผ่านมา +2

    Aibilak acting

  • @user-wg2ei5bt5g
    @user-wg2ei5bt5g 2 วันที่ผ่านมา

    খাওক খাওক সকলোৱে উদৰ পোৱা ই দিয়ক।

  • @CloudGamerzYT669
    @CloudGamerzYT669 2 วันที่ผ่านมา

    Nice

  • @BabuBabu-fe2zs
    @BabuBabu-fe2zs 9 ชั่วโมงที่ผ่านมา

    চালে বেৰে নুকুবাব ।। এফালে মানুহে ভাল পোৱা কথা কৈছে ।। আন ফালে আকৌ মামা এ পত্ৰ ।। কি হিমন্ত ৰ পত্ৰ ।। হিমন্তাই কি নাজানে নেকি ।। ফটোৱা চালে বেৰে কোবোৱা লেকচাৰ ।।

  • @SUMUANANG
    @SUMUANANG 2 วันที่ผ่านมา +1

    Khauk diok,bemar ajar , sugar, pressure nai buli khuaise aru 🥺😁

  • @sarmaji92
    @sarmaji92 2 วันที่ผ่านมา

    মোৰ বা আকৌ ভাতৰ লগত 4খন সৱজি ললে খেলিমেলি লাগে 😅, কি খাও কি নাখাও এনেকুৱা লাগে।

  • @natureuplift6235
    @natureuplift6235 11 ชั่วโมงที่ผ่านมา

    Alop acting kori diu. Manuh a vabibo CM a raiz r kotha eman vabe. So simple CM , down to earth buli vabibo..
    Burbak bonai manuhok

  • @b4you00
    @b4you00 วันที่ผ่านมา

    জয়ন্ত মল্ল ৰ বিয়া খানা টো বাকী আছিলে চাগে, তাৰেই লেথা টি মাৰিলে 😂😂😂

  • @lipidutta388
    @lipidutta388 2 วันที่ผ่านมา +3

    Khai paat fola.... Sob jane agotei 😂

  • @Rupsarma216
    @Rupsarma216 วันที่ผ่านมา

    Oo aiii 😮

  • @mintukalita213
    @mintukalita213 14 ชั่วโมงที่ผ่านมา

    আমাৰ টকাবোৰ এইদৰে শেষ কৰিলে । ঘৰৰ পৰিয়ালো লৈ যাব লাগিছিল । এতিয়া নাটক কৰি লাভ নাই ।

  • @manabkonwar9048
    @manabkonwar9048 2 วันที่ผ่านมา

    নাটক বহুত এইজনাৰ মুখ্যমন্ত্ৰীৰ ডি চি একো ভুল এইবোৰ জয়ন্ত মল্লবৰ কাম নাটক দেখাব। ২০২৬ ত গৌৰৱ মুখ্য মন্ত্ৰী অসমৰ

  • @kukimahanta2815
    @kukimahanta2815 2 วันที่ผ่านมา

    এই খন দেশৰ সাধাৰণ মানুহে এসাঁজ ভাতৰ বাবে চিন্তা কৰিব লগা হৈছে

  • @aabirgogoi5923
    @aabirgogoi5923 2 วันที่ผ่านมา +1

    Sure he sorar theing dekhe

  • @mohinimohanpatowary6743
    @mohinimohanpatowary6743 วันที่ผ่านมา

    বকাসুৰেহে এনেকুৱা খাদ্য খোৱা শুনি ছিলো।

  • @chinandaroy5550
    @chinandaroy5550 2 วันที่ผ่านมา

    Raijor tokare pura pet vorai khaise.aifale bojarot sak pasolir jui Sai dam t raije akhaj khabo pora nai.aifale sihote raijok sewa korar namot udor vorai khaise😢😢😢

  • @SatyamevaJayate-hq4pn
    @SatyamevaJayate-hq4pn วันที่ผ่านมา

    DC loi deya letter khon eta show off. Simple

  • @sujitborthakur6726
    @sujitborthakur6726 23 ชั่วโมงที่ผ่านมา

    উচ্চ শিক্ষিত প্ৰশাসনিক সেৱাৰ বিষয়া সকলক গালি পৰা বন্ধ কৰক

  • @jitusaikia5652
    @jitusaikia5652 2 วันที่ผ่านมา

    CM ye agateo anekoi khong utha dekhuwaisil , first time khailoi tar past he khong uthe

  • @Roklife361
    @Roklife361 2 วันที่ผ่านมา

    Raijor toka khai ase ☠️ budget bonai

  • @SangitaDevi-ff2tq
    @SangitaDevi-ff2tq 2 วันที่ผ่านมา

    মামাৰ চাগে থালি খন দেখি মামিলৈ মনত পৰিছিল সেইকাৰণে খং উঠিছে মামিয়ে খাব নাপালে 😂

  • @UtpalDutta-oy9rv
    @UtpalDutta-oy9rv 2 วันที่ผ่านมา

    Aru kiba baki thakil ne publicke sinta koroiso 2ntime ki kham aru dc mohasoi ki tar poketor pora khowsai jan pou mama dc ghorot d thoi ahibo diyok aru you god mama

  • @myoldgramophoneinworkingco2559
    @myoldgramophoneinworkingco2559 2 วันที่ผ่านมา

    আমি বৰ চকু চৰহা।।এই খাদ্য খাবলৈ আমিয়েই তেৰাসৱক আগবঢ়াই দিলোঁ দেখোন ।।😢😢😢😢😂😂😂😂

  • @ambarishbordoloi5517
    @ambarishbordoloi5517 วันที่ผ่านมา

    Khabor diwa din usor sapise 😢😢😢😢

  • @user-ge9kz8vi4q
    @user-ge9kz8vi4q 2 วันที่ผ่านมา

    বানপানীত ককবকাই থকা জনতাৰ খবৰ লবলৈ সময় নাই ডাঙৰীয়া সকলৰ।পিযুছ হাজৰিকাৰ পদত্যাগ কৰাৰ কথা আছিল যে।

  • @inglishvlogs1015
    @inglishvlogs1015 วันที่ผ่านมา

    মুখ্যমন্ত্ৰীৰ এইবোৰ নাটক, বিৰোধী কোনোবাই চাগে গমপাই গল, গতিকে বাছিবলৈ এইবোৰ কৰিছে,

  • @jaankakati8224
    @jaankakati8224 2 วันที่ผ่านมา

    GUWAHATIR GHORE GHORE GOLIYE GOLIYE CAMERA LOI AHIBO .BAKI AKASH KHON DEKHAI LAV NAAI

  • @nh55304
    @nh55304 วันที่ผ่านมา

    Aibilak nomuna cm or, val news

  • @urstatus2637
    @urstatus2637 วันที่ผ่านมา

    একদম বিৰক্তি লগা কথা!২০২৬ বিদায় দিব লাগৃ !CM নাটক এইবোৰ ,ৰাইজক বেল বনাব আহিছে ,

  • @_Pratap-Gour77
    @_Pratap-Gour77 วันที่ผ่านมา

    Nakhai gali dile right asil. Ai bilak natok

  • @mrinmoy13
    @mrinmoy13 วันที่ผ่านมา

    Enei minister MLA bure alu pitika, kosu dhekia khai pet bhorai thke..

  • @padmadhartalukdar8047
    @padmadhartalukdar8047 2 วันที่ผ่านมา

    মল্ল খকুৱা, ভকুৱা , খাচী তেলেৰে মাটিমাহ, লোকেল চিকেন চূপ,ফুটখাৰ দিয়া দৰিকণা ইত্যাদি জয়ন্ত জিন্দাবাদ।

  • @JakirHussain-nh7ho
    @JakirHussain-nh7ho 2 วันที่ผ่านมา

    সিহতক ভোট দি নেতা বনালো ভাই। এতিয়া আমি ভাতৰ কাহিখন লৈ চাই চাই ভোক মৰি যাই

  • @janardonbora2795
    @janardonbora2795 2 วันที่ผ่านมา

    সমালোচিত হৈ পত্ৰ লিখিছে কিয় খোৱাৰ সময়ত ভৎসনা নকৰিলে?

  • @PradeepPhukon
    @PradeepPhukon 2 วันที่ผ่านมา

    দাদা খাওক খাওক তেওঁলোকক খাবলৈ হে পঠিয়াইছে!!!!!

  • @animecontent8296
    @animecontent8296 2 วันที่ผ่านมา

    এই জনৰ নাটক আৰু কিমান দিন উপভোগ কৰিবলৈ পাম। বোধহয় খৰছা মল্ল বোলা জনে কৰিছে। উদৰ পুৰাই খাই এতিয়া গালি দিছে উপায়ুক্ত মহোদয়াক। নাটকৰ কি উপস্থাপন সছাই শলাগিব লগীয়া।

  • @NirmalDas-hs7kt
    @NirmalDas-hs7kt 2 วันที่ผ่านมา

    Moi kheti koru moi napao p m kisan aru pai kheti nokora khokole

  • @pollobikotoki7718
    @pollobikotoki7718 2 วันที่ผ่านมา

    Thik koise hadharon raije bazar krible jable sintar karon hoise teulukor ki sinta ase nijor pocket r Paisa ny jua j tat piyajor dam 50 par hoise ki sinta ase sab acting CM sir r

  • @dhanjitdeka2979
    @dhanjitdeka2979 วันที่ผ่านมา

    Khai bami Kari dba lagiba adin/beya nalage raijar takare aneke khai/