এগৰাকী মহিলাৰ স্বাৱলম্বীতাৰ আঁৰৰ কাহিনী , চকু সেমেকি যোৱা, তেখেতৰ ফাৰ্ম || chefmonmiskitchen

แชร์
ฝัง
  • เผยแพร่เมื่อ 8 ก.ย. 2024
  • #chefmonmiskitchen
    dsilyassamesevlog
    #radhikafarm
    Song: Skandr- love me better
    Music provuded by vlog no copyright music.
    Video link: • SKANDR - Love Me Bette...
    Song Feel Good
    Artist Syn Cole
    Album Feel Good
    Licensed to AEI (on behalf ofNCS); UNIAO
    TH-cam by BRASILEIRA DE EDITO RAS DE MUSICAUBEM, UMPI, ASCAP, LatinAutor - UMPG,Abramus Digital LatinAutor CMRRA, Sony ATV Publishing, Warner Chappell, LatinAutor - SonyATV , Featherstone Music (publishing), and 23 music rights societies
    • Syn Cole - Feel Good |...

ความคิดเห็น • 525

  • @rupamnath9236
    @rupamnath9236 4 ปีที่แล้ว +7

    নৰেন্দ্ৰ মোদী , তৰুণ গগৈ , সৰ্বানন্দ সোনোৱাল , যোগী আদিত্য নাথ কোনে প্ৰাইভেট স্কুলত পৰিছিল মোক জনাব

    • @chefmonmiskitchenvlogs432
      @chefmonmiskitchenvlogs432  4 ปีที่แล้ว +16

      আপোনাৰ প্ৰশ্নৰ বাবে ধন্যবাদ দিছোঁ । কিয়নো মইও চৰকাৰী বিদ্যালয় ভাল পাওঁ । কিন্তু গোটেই ভিডিওটো চোৱাৰ পিছত তেওঁক এটা উৎসাহ দিও সেই প্ৰশ্নটো কৰিব লাগিছিল ।
      কাৰণ তেওঁ সপোন দেখি কষ্ট কৰিছে . .. তেওঁ চৰকাৰী চাকৰিৰ আশাত হাত সাৱটি বহি থকা নাই ।
      যিটো সময়ত বহুতেই টিভি , শিৰীয়েল , মোবাইল , প্ৰসাধন লৈ ব্যস্ত , তেওঁ এক ব্যতিক্ৰমী , উদ্যমী , আদৰ্শ স্বৰূপা ।

    • @shahjamalkhan1363
      @shahjamalkhan1363 3 ปีที่แล้ว +3

      Narendra Modi school ot goisil neky

    • @ranjufarmer1213
      @ranjufarmer1213 3 ปีที่แล้ว

      Tarun gogoi

    • @aratikoch6894
      @aratikoch6894 3 ปีที่แล้ว

      @@chefmonmiskitchenvlogs432 VT

    • @abdankhalko4622
      @abdankhalko4622 3 ปีที่แล้ว

      O

  • @mamuborah1810
    @mamuborah1810 4 ปีที่แล้ว +7

    প্রথমে বাইদেউ গৰাকী ক শুভেচ্ছা জনালো🙏, আৰু আপোনি এনে এটা ভিডিও দেখুৱাৰ বাবে আপোনাক বহুত বহুত ধন্যবাদ। আমাৰো চিনা হাহ আছে, মাকক তুলতুলি বুলি মাতিলে ওচৰলৈ আহে😍।

  • @nishasharma9039
    @nishasharma9039 4 ปีที่แล้ว +5

    এনেকুৱা সৃষ্টিৰ বাবে ভগবানে অভাব দিয়ে।কষ্টৰ ফল সদাই মিঠা হয়।👌ভগৱানে আপোনাক আগুৱাই নিয়ক শুভ হওক।👌👌👌💕

  • @mayurigogoi1044
    @mayurigogoi1044 4 ปีที่แล้ว +19

    ক'বলৈ ভাষা নাই।এগৰাকী আদৰ্শ নাৰী।এনেধৰণৰ ভিডিও আগলৈ আৰু চাবলৈ পাম বুলি আশা ৰাখিলো।

  • @mitalipegu181
    @mitalipegu181 4 ปีที่แล้ว +1

    Val lagil Baideu video tu

  • @hemalatadevi6210
    @hemalatadevi6210 3 ปีที่แล้ว

    সচাঁকৈ সুন্দৰ ,অনুপ্ৰেৰণামূলক ভিডিঅ' । ভাল লাগিল।

  • @mahantatrishna9032
    @mahantatrishna9032 4 ปีที่แล้ว +2

    মানুহ গৰাকীক দেখি সঁচাকৈয়ে একো লিখিবলৈ ভাষা বিচাৰি পোৱা নাই । বহুত ভাল লাগিল । আপোনাকো অশেষ ধন্যবাদ । মানুহৰ গৰাকীক চিনাকি কৰায় দিয়াৰ কাৰনে। বহুতৰ কাৰনে তেওঁ এক আদশ‌ ।

  • @monimalakolita3267
    @monimalakolita3267 4 ปีที่แล้ว +3

    বাইদেউ গৰাকী নাৰী সকলৰ বাবে এক আদৰ্শ। বহুত ভাল লাগে এনেকুৱা ভিডিঅ'।

  • @chefmonmiskitchenvlogs432
    @chefmonmiskitchenvlogs432  4 ปีที่แล้ว +94

    তেখেতক বাইদেউ বুলি কৈ মই সন্মানহে দিছোঁ , যদিও মোতকৈ বহুত সৰু। আহিবৰ সময়ত তুমি আৰু নাম কাঢ়ি মাতিবলৈ বাধ্য হলো । ভিডিওটো যিমান পাৰে শ্বেয়াৰ কৰিবচোন । তেখেতৰ এটা আশা , এদিন জুবিন গাৰ্গে ফাৰ্ম খন চোৱাটো । এই ভিডিটো যাতে জুবিনৰ ওচৰ পাই ।🙏🙏
    তেখেতে এতিয়াও একো চৰকাৰী অনুদান বা ঋণ পোৱা নাই । কোনোবাই দিহা পৰামৰ্শ দিব বুলি আশা কৰিলোঁ ।

    • @dipalisaikia5550
      @dipalisaikia5550 4 ปีที่แล้ว +1

      G

    • @chandramaburagohain9403
      @chandramaburagohain9403 4 ปีที่แล้ว

      Um

    • @DrRaineesHealthyWay
      @DrRaineesHealthyWay 4 ปีที่แล้ว +1

      বা সঁচাই ভাল লাগিল। এগৰাকী মহিলা ইমান শক্তিশালী যে প্ৰণাম জনাইছোঁ🙏🙏

    • @chefmonmiskitchenvlogs432
      @chefmonmiskitchenvlogs432  4 ปีที่แล้ว +2

      😍😘 ৰেইনী

    • @bhesojbaruah8725
      @bhesojbaruah8725 4 ปีที่แล้ว +2

      তেওঁলোক দুয়োজনেই সম্পূৰ্ণ নিজৰ প্ৰচেষ্টাত এইখিনি কৰিছে - গতিকে তেওঁলোকে এখন নিজৰ কৈ প্ৰশিক্ষণৰ অনুষ্ঠান কৰিব পাৰে -আৰম্ভনিৰ পৰাই তেওঁলোকৰ যিখিনি সমস্যাৰ সৈতে যুজঁ দি আজিৰ এই পৰ্য্যায়ত উপনীত হৈছে সেয়া স্বাৱলম্বীতাৰ এক উৎকৃষ্ট নিদৰ্শন!! যিটো সহজতে দেখা পোৱা নাযায় !কিছুমান দিনৰ আগতে তেওঁলোকৰ বিষয়ে কাকতত ও পঢ়া যেন মনত পৰে !! আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছো আৰু তেওঁলোকৰ এই ফাৰ্মখন এদিন এক শিক্ষন প্ৰতিষ্ঠান হৈ উঠক তাকেই কামণা কৰিলো ।।

  • @AssameseVloggerDG
    @AssameseVloggerDG 4 ปีที่แล้ว +1

    Khubei anupranito holu manuhgorakik log pai.apunar ei proseta hosai prohonghoniyo. Karon as a youtuber amibur homaj khonor proti dayoboddho .. Apuni apunar dayitto khub dhuniake palon korise. Tekhetor jibonor juj khon hosai asorit lagil huni. Sagoli Tue tewk eta rasta dekhuale. Bohut inspire holu story tu huni. Thank u for sharing. Mohila hoiu eman kosto kori farm bur manage korise asorit. Log paboloihe mon gol.

    • @chefmonmiskitchenvlogs432
      @chefmonmiskitchenvlogs432  4 ปีที่แล้ว +1

      Thanks for your big supporting comment for her 😍😘

    • @AssameseVloggerDG
      @AssameseVloggerDG 4 ปีที่แล้ว

      @@chefmonmiskitchenvlogs432 welcome . i really mean each and every word. Just loved everything about the video. Thank u for sharing her story. Hope u will Bring some more stories like this.

  • @jitengogoi781
    @jitengogoi781 3 ปีที่แล้ว

    Bhut Bhal lagil sai video to very nice...

  • @milkyahmed2697
    @milkyahmed2697 4 ปีที่แล้ว +1

    Video tu sai bohut val lagil...👍👍🙏🙏great woman🙏🙏

  • @rinkusvlogs194
    @rinkusvlogs194 4 ปีที่แล้ว +2

    Iman val lagile video tu..tekhetor kosto aru protibhar bolot bohukhini hofolota orjon koriboloi hoikhyam hoise,,manuh hofal hoboloi kewal mon tu he asol,tekhetor kotha botora aru byoktittai apluto korile,val lagile apuni ane agoraki uudyami mohilar hoite sinaki kori dile..

  • @lakhinathphukon4204
    @lakhinathphukon4204 3 ปีที่แล้ว

    বাইদেউৰ এষাৰ কথা ভাল লাগিল,প্ৰতিটো জীৱ জন্তুকে মৰম কৰিব লাগে।

  • @lifeagainstcancer2280
    @lifeagainstcancer2280 4 ปีที่แล้ว +23

    খুব ভাল লাগিল।সমাজলৈ পচিটিভ বাৰ্তা কঢ়িয়াব পৰা এটা ভিডিও।বাইদেউ গৰাকীলৈ শুভেচ্ছা থাকিল।

    • @amrithira2402
      @amrithira2402 3 ปีที่แล้ว

      Nichoy adin jubeen dadai matibo

  • @bhaskarjyotibharali6367
    @bhaskarjyotibharali6367 4 ปีที่แล้ว

    bahut val lagill.....👍👍

  • @ranjitkrsahu6911
    @ranjitkrsahu6911 4 ปีที่แล้ว

    Baideoloi bhut bhut dhanyobad logoty monmi ba tumaku morom jasilu bhut nojona kotha jani val lagil

  • @AnjuDevi-yq5gk
    @AnjuDevi-yq5gk 4 ปีที่แล้ว +4

    বা গৰাকী ক আছলতে তেওঁ ঘৰৰ মানুহে বহুত সহায় কৰিছে সেই বাবে তেওঁক বহুতো ভাল লাগিল ভষা নাই আৰু সকলোৱেই কপালত তেনে জীবন সংগী নাপাই 🙏🙏🙏🙏🙏❤❤❤🙏🙏🙏🙏

  • @pranabjyotibarhoi9490
    @pranabjyotibarhoi9490 4 ปีที่แล้ว +1

    ৰাধিকা বাইদেউলৈ বহুত বহুত শুভেচ্ছা থাকিল । ইশ্বৰে তেখেতক আৰ্শীবাদ কৰক । তেখেতৰ ফাৰ্ম খন চাই বৰ ভাল লাগিল । তেখেত এগৰাকী আদৰ্শ নাৰী ।

  • @munmiphukon5309
    @munmiphukon5309 4 ปีที่แล้ว +1

    Bohut val lagel sai

  • @simibora4689
    @simibora4689 4 ปีที่แล้ว +1

    good job , .keep it up

  • @pujaroy8300
    @pujaroy8300 4 ปีที่แล้ว

    Apunar video to sai bhut Val lagil.

  • @tapandutta7449
    @tapandutta7449 4 ปีที่แล้ว +1

    Sundor ru gothon mulok anusthan,,,,Ba goraki very positive minded,,,,Val lagil

    • @chefmonmiskitchenvlogs432
      @chefmonmiskitchenvlogs432  4 ปีที่แล้ว +1

      সুন্দৰ মন্তব্যৰ বাবে ধন্যবাদ জনালোঁ ।

  • @juligogoi5547
    @juligogoi5547 4 ปีที่แล้ว

    Ufff baideu kimn j vl lagil......thnk u

  • @gobindadas3552
    @gobindadas3552 3 ปีที่แล้ว

    বহুত বহুত ধন্যবাদ বাইদেউ।ভগৱানে আপোনাক আৰু জ্ঞান দিয়ক ।আমাৰ সকলো বাইদেউ তেনোকোৱা জ্ঞান লোৱাটো বৰ্তমান দৰকাৰ।

  • @ritamoniassamesevlogs689
    @ritamoniassamesevlogs689 4 ปีที่แล้ว +1

    অতি সুন্দৰ

  • @pujabelwar6408
    @pujabelwar6408 4 ปีที่แล้ว +1

    Best video ever.... 1 sec u skip kora nai.. sob salu. .. bohut val lagil... imm kosto kroise tekhete... tekhetor jibon hukhor houk tare kamona korisu... hsakoi bht val lagil. Thanks to you.. imn dhunia k amk dekhuwale ... apuni ndekhuwa hole gm a nplu hoi tekhetor kotha...

  • @samprityborgohain4010
    @samprityborgohain4010 3 ปีที่แล้ว

    Bahoot bhal lagilee Sai.

  • @soonusmikachetia200
    @soonusmikachetia200 4 ปีที่แล้ว

    Bohut val lagil videotu sai

  • @gitanjyotinath5596
    @gitanjyotinath5596 3 ปีที่แล้ว

    Bohot val lagile... Baidew r pora bohu khini onuprerona palu..

  • @monditasaikia1282
    @monditasaikia1282 4 ปีที่แล้ว +2

    প্ৰথমে তেখেতলৈ মোৰ আন্তৰিক অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰিছো সচাই প্ৰশংসনীয় লগতে যুৱ প্ৰজন্মৰ সকল আগুৱাই যোৱাৰএটা সুন্দৰ নিদৰ্শন. বাইদেউ আপোনালৈও বহুতো ধন্যবাদ

    • @chefmonmiskitchenvlogs432
      @chefmonmiskitchenvlogs432  4 ปีที่แล้ว

      সুন্দৰ মন্তব্যৰ বাবে ধন্যবাদ জনালোঁ ।

  • @mahendrabaruah8773
    @mahendrabaruah8773 4 ปีที่แล้ว

    Bor xundor adarkha aru xundor mantabya dhoinyabad jonalu.

  • @bandanatalukdar4837
    @bandanatalukdar4837 4 ปีที่แล้ว +1

    Bahut upokari video... Dhanyabaad

  • @sumadriborah256
    @sumadriborah256 4 ปีที่แล้ว +3

    ভিডিঅ' টো চাই খুব ভাল লাগিল 👌 । বাইদেউ গৰাকী লৈ শুভেচ্ছা জ্ঞাপন কৰিছো তেখেত জীৱন ৰ লক্ষ্য পথত আৰু আগবাঢ়ি যাওক , তাকেই কামনা কৰিলো 🙏।

  • @mansurislife5310
    @mansurislife5310 4 ปีที่แล้ว +1

    বাইদেউ গৰাকীক বহুত বহুত শুভেচ্ছা জনালোঁ

  • @amarjitsarmah5949
    @amarjitsarmah5949 4 ปีที่แล้ว +1

    Bohut val lagil dai anukuwa ata video dya babe

  • @vaishaliborkataky9331
    @vaishaliborkataky9331 4 ปีที่แล้ว +1

    Baideo bor bhal lagil aji apunar blog tu sai.xosai women empowerment. Thank you once again.

  • @devigogoi8775
    @devigogoi8775 4 ปีที่แล้ว

    Baa apunar pora bohut idea paisu thanks

  • @shyanantadeka294
    @shyanantadeka294 4 ปีที่แล้ว +1

    এজনী মাইকী মানুহ হিচাপে ইমান সফল । ধন্যবাদ বাইদেউ

  • @hemontagogoi6349
    @hemontagogoi6349 ปีที่แล้ว

    শুভেচ্ছা থাকিল, আগুৱাই যাওক।🎄🎄🎄🎄🎄🎄🎄🎄🎄🎄🎄

  • @chabinboro4161
    @chabinboro4161 4 ปีที่แล้ว +2

    বহুত ভাল লাগিল ফাৰ্ম খন উপভোগ কৰি। ময়ো এজন কুকুৰা পালক। আগলৈ বাইদেউৰ দৰে আগুৱাই জাবলৈ চেষ্টা কৰিম। লগতে বাইদেউৰ উজ্জ্বল ভবিষ্যৎ কামনা কৰিলো।

  • @prangshusvlogs3882
    @prangshusvlogs3882 2 ปีที่แล้ว

    ভাল লাগিল

  • @PallabikaNath
    @PallabikaNath 4 ปีที่แล้ว

    Bohut val lagil 👍👍😘

  • @gunajitdeka5604
    @gunajitdeka5604 4 ปีที่แล้ว +1

    Good job

  • @neergoutamsarma4546
    @neergoutamsarma4546 4 ปีที่แล้ว +1

    Bohut vl lagil...

  • @mousumisaikia5180
    @mousumisaikia5180 4 ปีที่แล้ว +1

    ভিডিঅটো চাই বহুত ভাল লাগিল।মানুহৰ মন স্থিৰ হ'লে সকলো কামেই কৰিব পাৰি তাৰেই প্ৰমান কৰি দেখুৱালে বাইদেউ গৰাকীয়ে।আপোনালৈও ধন্যবাদ থাকিল ভিডিঅটো আমাৰ মাজত উপস্থাপন কৰাৰ বাবে.....

  • @gmochahary2198
    @gmochahary2198 4 ปีที่แล้ว

    Sai val lagil

  • @uttamray2182
    @uttamray2182 3 ปีที่แล้ว

    Bhal lagil

  • @tinasaikia9002
    @tinasaikia9002 4 ปีที่แล้ว +1

    Bahut vl lgil borma..... Xikibo parilu bht kotha.... Manuhe koru buli vbile xasai kribo nuara kam aku ny.... Inspired holu... Thank u very much...

  • @pallabibokalial3817
    @pallabibokalial3817 4 ปีที่แล้ว

    Bohut besi val lagil

  • @AZFFYT
    @AZFFYT 4 ปีที่แล้ว

    Congratulations !Radhika aguai jua

  • @karbuktayung6102
    @karbuktayung6102 4 ปีที่แล้ว +1

    Bohut vhal lagil baidew .

  • @monibora1740
    @monibora1740 4 ปีที่แล้ว

    ৰাধিকা তুমি আমাৰ গৌৰৱ ৷তোমাৰ দৰে ভন্তি এজনী পাই সুখী ৷একো কৰিব নোৱাৰিলেও তোমাৰ লগত আমাৰ আশীৰ্বাদ সদায় আছে ।গৈ আছো সোনকালে

  • @barashakalita8529
    @barashakalita8529 4 ปีที่แล้ว

    Video to sai buhot Val lagisa ba

  • @malayabora2829
    @malayabora2829 4 ปีที่แล้ว +3

    বাইদেউ বহুত ভাল লাগিল দেই।আচলতে মানুহে কৰিব নোৱাৰা কাম একো নাই মন কৰিলে সকলো সম্ভৱ।মোৰ এনেকুৱা পৰিবেশ খুবেই প্ৰিয়।আমাৰ ঘৰটো বিভিন্ন জাতৰ গৰু ফাৰ্ম আছে।এই ফাৰ্ম ৰ জৰিয়তে আমি যথেষ্ট স্বাৱলম্বী হৈছে। আৰু এই ফাৰ্ম আৰম্ভ কৰা 10 বছৰ সম্পূৰ্ণ হৈছে।

    • @chefmonmiskitchenvlogs432
      @chefmonmiskitchenvlogs432  4 ปีที่แล้ว +3

      কৰ্মই ধৰ্ম বোলা কথাষাৰ মই বিশ্বাস কৰোঁ । মানুহে জীৱনৰ এটা পল এনেই কটাব নালাগে । যিবোৰ কাম অল লাগে সেইবোৰ কৰিব লাগে তেতিয়া ভাগৰ নালাগে , মনত ফুৰ্তি থাকে আৰু আগ বাঢ়িব পাৰি।
      তোমালৈ শুভেচ্ছা থাকিল।

  • @jknabra308
    @jknabra308 3 ปีที่แล้ว

    Val lagil baideu

  • @user-cc2dx3iu4f
    @user-cc2dx3iu4f 4 ปีที่แล้ว +1

    মানুহে কৰিব নোৱাৰা কাম একোৱেই নাই, বাইদেউৱেই সুন্দৰ প্ৰমাণ। আৰু আগুৱাই যাওক, ভগবানে নিশ্চয় সহায় কৰিব, তাকে কামনা কৰিলো।

  • @rekhajyotibaruah1861
    @rekhajyotibaruah1861 4 ปีที่แล้ว +1

    সচাই প্ৰশংসনীয়। তেখেতলৈ শুভেচ্ছা জনাইছো।

  • @pratimahazarika960
    @pratimahazarika960 4 ปีที่แล้ว

    Bohut val lahil thanks

  • @nonihiradeka5670
    @nonihiradeka5670 4 ปีที่แล้ว

    বহুত ভাল লাগিল বাইদেউ। বহুত অনুপ্ৰাণিত হলো । বাইদেউ ‌গৰাকীলৈ ধন্যবাদ জনালোঁ ।‌ আৰু আগবাঢ়ি যাওক ‌।

  • @salmabegum492
    @salmabegum492 4 ปีที่แล้ว

    Bohot val lagil bormai video sai

  • @pankajsharma4363
    @pankajsharma4363 4 ปีที่แล้ว

    Xosakoi bohut bhal lagil videotu sai.

  • @priyankagogoi5004
    @priyankagogoi5004 4 ปีที่แล้ว +1

    khuri sai bohut val lagil ru apunar kothabur huni bohut val laga

  • @Mainuanddhruba
    @Mainuanddhruba 4 ปีที่แล้ว +7

    বাইদেউ গৰাকীলৈ শুভেচ্ছা জনাইছোঁ আৰু তেখেতৰ সৃষ্টি প্ৰতিভা সঁচাই অপূৰ্ব লগতে আপোনাকো অশেষ ধন্যবাদ তেখেতক ৰাইজৰ মাজলৈ দেখুৱাই দিয়াৰ বাবে

  • @fitnesslifestylewithsumiin5472
    @fitnesslifestylewithsumiin5472 4 ปีที่แล้ว +2

    Apuni video to share kori khub bhal kam korise, baideu goraki hasai bahut hard working, bhal lagil sai video to😊

  • @jayantiramchiary350
    @jayantiramchiary350 4 ปีที่แล้ว

    Wow........bht val lagile video 2 sai

  • @akhilgogoi1869
    @akhilgogoi1869 3 ปีที่แล้ว

    Bhout bhal lagil.

  • @nizaradevi3044
    @nizaradevi3044 4 ปีที่แล้ว +1

    Baideu bohut bohut val lagil sai

  • @porashmoniboraporashmonibo1247
    @porashmoniboraporashmonibo1247 4 ปีที่แล้ว +2

    হয় বাইদেউ মইও ফেচ বুকুত চাইছিলো বহুত ভাল লাগিল,,ভাল লাগিল

  • @dipshikhasaikia9440
    @dipshikhasaikia9440 4 ปีที่แล้ว

    Baideo apunar joriote aan agoraki baideo r eman hundor jibon hoili dekhi apluto holu.dhanyabad apunaloi🙏

  • @sayanikabarman6347
    @sayanikabarman6347 4 ปีที่แล้ว

    Sosake bhut val lagil

  • @jillyborah9719
    @jillyborah9719 4 ปีที่แล้ว +3

    ভাল লাগিল। আপোনাৰ এই ভিডিঅ' চাই বহুতেই অনুপ্ৰেৰণা পাব।

  • @dalimibarman6
    @dalimibarman6 4 ปีที่แล้ว +2

    Bohut val lagil 🙏🙏❤ kosto korile manuh adin nhy adin xofol hoi a.. 🙏🙏❤❤❤❤

  • @bandanaborah8310
    @bandanaborah8310 4 ปีที่แล้ว +6

    You are unbelievable......love from Puranigudam, Nagaon ❤️

  • @jurigohain5878
    @jurigohain5878 4 ปีที่แล้ว +1

    Vl lagil baideu ...

  • @user-sn2yc8co2w
    @user-sn2yc8co2w 4 ปีที่แล้ว +6

    শুভেচ্ছা থাকিল তেখেতলৈ

  • @linisarma9432
    @linisarma9432 4 ปีที่แล้ว

    Ba bahut val lagil...sakut sakur pani ahi goise....video to sai

  • @madhujyaborah5074
    @madhujyaborah5074 4 ปีที่แล้ว +1

    Bohut bohut val lagil

  • @pallabidas2772
    @pallabidas2772 4 ปีที่แล้ว +1

    Eman hundr video dile amak moi hosai bhut happy hoysu ...moi ei video tu share nkori nuwarilu... Video tu bhutke dhuniya eta SMS dibo buli axa korilu❤❤❤👍👍👍👍🙏🙏🙏🙏

  • @ambadas6452
    @ambadas6452 4 ปีที่แล้ว

    Bhut vl lagise video tu. Aru agbhari jawok take kamana krisu.

  • @ponkhiborthakur5519
    @ponkhiborthakur5519 4 ปีที่แล้ว

    Bohut val lagil

  • @bhanuborah1740
    @bhanuborah1740 4 ปีที่แล้ว +1

    Bahot val lagil ba

  • @srisikhamaniroy1306
    @srisikhamaniroy1306 4 ปีที่แล้ว +1

    Bhut Val lagil baideu videotu sai...... moio vabu tenekuwake kiba ata korim buli......sakori-takori r axha loi bohi nathaki aeibilak korilehe Ami besi develop hom........

    • @chefmonmiskitchenvlogs432
      @chefmonmiskitchenvlogs432  4 ปีที่แล้ว +1

      বহুত কাম আছে , তোমাৰ যিবোৰ কাম কৰি ভাল লাগে তুমি কৰিব পৰা । শুভেচ্ছা থাকিল ।

    • @srisikhamaniroy1306
      @srisikhamaniroy1306 4 ปีที่แล้ว

      @@chefmonmiskitchenvlogs432 thank you baideu.......

  • @rimigoswami8682
    @rimigoswami8682 4 ปีที่แล้ว

    ভিডিঅ'টো বহুত বেছি ভাল লাগিল। আপোনাক ও বহুত ধন্যবাদ বা তেখেতৰ লগত চিনাকি কৰাই দিয়াৰ বাবে। বাইদেউ গৰাকীলৈ বহুত বহুত শুভেচ্ছা জনালোঁ।

  • @kamanpegu7500
    @kamanpegu7500 3 ปีที่แล้ว

    Sundor

  • @urbashidas6502
    @urbashidas6502 4 ปีที่แล้ว

    Vdo tu sai bhut a vl lgil emn dhuniya koi farm khon bonaise bhut ktha janilu o iyar pora radhika baaideuk log pbo bhut a mon ase akha kru tekhet anekoi Agbhari jaok❤️❤️❤️

  • @binitashankar1741
    @binitashankar1741 4 ปีที่แล้ว

    Very nice video really hurt touching..... stay healthy

  • @pallabigautam8316
    @pallabigautam8316 4 ปีที่แล้ว

    Khub dhunia.. Apuni bahut dhunia vlog eta dekhuale.. Thank u🥰🥰🥰

  • @greenhomelifestyle4479
    @greenhomelifestyle4479 4 ปีที่แล้ว

    Ba sosake bohut val lagil ajir video2 sai

  • @anjumonikalita7037
    @anjumonikalita7037 4 ปีที่แล้ว

    Bohut bohut vaal laagil....aagoloi o enekuwa video pam buli aakha thakil

  • @sagarikabharali8644
    @sagarikabharali8644 4 ปีที่แล้ว +1

    Bahut val lagil sai

  • @nazmamanjil884
    @nazmamanjil884 4 ปีที่แล้ว +2

    Video to Sai bhut vl lagil 💛💛 anekua mohila powa to tan teuk moi dhonyàbad diso 🙏🙏 Guwahati

  • @pallabaigogoi315
    @pallabaigogoi315 4 ปีที่แล้ว

    Bohut Val lagil video2 baido gorakiloi huvesa thakil

  • @nijaragogoi9094
    @nijaragogoi9094 4 ปีที่แล้ว +1

    Val lagil. Aru aguai jauk

  • @indrajitrabha2283
    @indrajitrabha2283 4 ปีที่แล้ว

    কি কম ভাষা নাই, বাইদেই আৰু আগুৱাই যাওক,

  • @alpanabaruah5347
    @alpanabaruah5347 4 ปีที่แล้ว +5

    সচাঁ অৰ্থত যুৱ প্ৰজন্মৰ বাবে অনুপ্ৰেৰণাদায়ক Video....

  • @bornaligogoi9418
    @bornaligogoi9418 4 ปีที่แล้ว

    Val lagil sai video 2

  • @sikhaborah3355
    @sikhaborah3355 4 ปีที่แล้ว

    Great

  • @animasingha8726
    @animasingha8726 4 ปีที่แล้ว

    বাইদেউ বৰ ভাল লাগিল লগতে video টো দেখা বাবে ধন্যবাদ

  • @rock-gy4nq
    @rock-gy4nq 3 ปีที่แล้ว

    Bahut sundar mam