অ' মোৰ হৰি ঐ অনন্ত মুৰাৰি ,| এটি জনপ্ৰিয় দিহানাম_ গজেন্দ্ৰ উপাইখ্যানৰ |
ฝัง
- เผยแพร่เมื่อ 17 ต.ค. 2024
- অ' মোৰ হৰি ঐ অনন্ত মুৰাৰি ,| এটি জনপ্ৰিয় দিহানাম_ গজেন্দ্ৰ উপাইখ্যানৰ |
#sk_jubahomaj
#devotional_song
#গুৰু_গোবিন্দ_শিল্পী_সমাজ
Copyright disclaimer under section 107 of the copyright act 1976 allowance is made for 'fair use' for purposes such as criticism, comment,news reporting, teaching, scholarship and research,fair use is a permitted by copyright statute that might otherwise be infringing, non-profit, educational on personal trips the balance in favor of fair use.
অতি উত্তম, সরগর বৈকুণ্ঠৰ অমৃত যেন পৃথিৱীত বৰষিছে ।
কৃষ্ণ কৃষ্ণ
অতি সুন্দৰ👌 🙏🙏🙏🙏🙏
নাম ভাগলৈ সেৱা যাঁছিলো। নাম ভাগ বেছি উচ্চ স্বৰত গোৱা হৈছে।শৃংখলা বদ্ধতা, গহীন -গম্ভীৰ পৰিবেশৰ অভাৱ হৈছে।
যোৱা নিশা বৰ সুন্দৰ পৰিবেশন আছিল ।
Krishno krishno eman hundor porenekhon krishno
বৰ ভাল হৈছে বাপ 🙏🙏🙏
ৰজাই সাঁকো পাৰি ৰাখিবা পানীত মেলিদিয়া বণৃ হাতী ইয়াতে খুৱাম পানী প্ৰজাই ৰাউচি জুৰি কান্দে ভাঙে ভাঙে আতনাদবোৰ বতাহত ঠেকা খাই ছিটীকি পৰিছে হৰিণা কান্দোন ত দেখোন উঠি আহিলে এই মহানগৰ বতাহৰ কপূৰৰ দৰে গৈছে চাকি মমবাতিৰ ঢিমিক ঢামাক পোহাই তোলে আকাশ প্ৰিয়ে চিৰ শ্মৃতিৰে জিয়াই ৰাখিবা মোৰ হিয়াৰ সুগন্ধি কবিতা। জয় শ্ৰী ৰাম ৰাম ২০ ২৪ বৰ্ষ প্ৰিয়ে
বৰ সুন্দৰ হৈছে নাম ভাগ কৃষ্ণ সুন্দৰ কন্ঠ বহুত ভাল লাগিল শ্রৱণ কৰি কৃষ্ণ
সুন্দৰ কণ্ঠ শুনি বহুতো ভাল লাগিল। আগবাঢ়ি যোৱা ঈশ্বৰে আশীৰ্বাদ কৰিব। কৃষ্ণ কৃষ্ণ বাপ।
Nam khari huni bar Val lagil
Krishna Krishna...bor xundar hoise
Bor vl lagila
Bor vl lagil 🙏🙏🙏
Mojaa
Bor sundar lagile
*কৃষ্ণ*
Krishna Krishna . Bor bhal lagil .
পৰম অমৃত ময় কণ্ঠ। প্ৰণাম আৰু সেৱা জনালো বাপ সমস্ত।
Krishna
Great
Pronam
মনোমোহা ❤❤❤
অতি সুন্দৰ সুমধুৰ নাম প্ৰদৰ্শন। কৃষ্ণ কৃষ্ণ
Bahi bor hundar.
ককাইদেউ। love from Teok
Bor hundor kontha hosai hundor Poribekhan bhal lagil dol ti aguai jauk tare komona pravu bhagawanta usrt 🙏 bap
Very good.
Krishno krishno eman val konth vogobano r kripa
কৃষ্ণ কৃষ্ণ সুন্দৰ
Krishna he bahut hundor
প্ৰভু অধমৰ সেৱা গ্ৰহণ কৰে যেন তাৰেই কামনাৰে আপোনাৰ মই নামটোৱে এই অধমক দিয়া ত্ৰিপ্তিৰ তুলনা নাই একাধিক ক্ৰমে পোৱাৰ আশাৰে ভিক্ষাৰি শুবিধা আপোনাৰ সেৱা গ্ৰহণ কৰে যেন
কৃষ্ণ কৃষ্ণ সুন্দৰ হৈছে 🙏🙏🙏।
Very nice Gajendra upakhyan diha naam. HNath Pune
Oti xundor Krishna🙏🙏 Krishna Krishna🙏🙏🙏🙏
অতি সুন্দৰ
Sunodor hoiysa
Best voice Bap.
KRISHNA🙏🙏🙏🙏🙏
Namkhar likhi dibone bor val lagila
Dhuniya hoise kin2 keyboard 🎹 Khan val laga nai namot
Ajikali use kore keyboard 🎹
তীৰ্থ ৰ কণ্ঠ শুনিলে শুনি থাকিবৰ মন যায়।
বৰ সুন্দৰ কণ্ঠ
ৰাখে হৰি মাৰে কোনে' মাৰে হৰি ৰাখে কোনে! জয় জয়
Good. Better. Best. With sweet voice
Val 😊😊😊😊😊
Jai Naraon dev Nomo.
❤❤
Good 👍
Om Namah Bhagawate Basudeva
Nice
🙏🙏🙏
Godbelesupu
Hundorhuisegoodnigth
Kireshna kireshna.
গীতৰ কথা লিখি দিলে সুবিধা হয় 🙏
❤😂🎉😢
মোৰ মন এনে লাগে যেন আখৈ খায়ে খায়ে থাকিম তোমাক চাই আমনি নালাগে পবিত্ৰ গৃহলৈ আহিলেহে গম পায় নৈ পানী ও বলীয়া মেখেলা কোছাই লৈ মাছৰু সৰু বৰ নাই সকলো ৰে ধেমালি প্ৰভু গাত যেন মুগা ৰিহা ফুল বাচিলে আৰু। মোক দেখি শালিকি ছৰাই য়ে কিৰিলি পাৰিলে কুঞ্জ বনে গছৰ গুটি খায় নাজাও বুলি নকবা ৰামৰ সৎগে প্ৰিয়া চিৰ শ্মৃতি ৰে জীয়াই ৰাখিবা বন্ধু 20=24= মোৰ হিয়াৰ পুথি কবিতা
🙏
Agat dia to raf asil atia sundar hoisa
Namate jonot nam tu janabo paribo neky baru
সুন্দৰ কণ্ঠ যোগি যোগ কৰিবৰ বাবে নম্বৰটো দিব চোন
Bor.dhuneya.bupjuna.apnar.kontha.kirshna.kirshna.🪔🪔🪔🙏🙏🙏🕉️🕉️🕉️🛐🛐🛐🛐
কৃষ্ণ কৃষ্ণ