Gulaghat||ডুবিয়াল||ভাগৱত

แชร์
ฝัง
  • เผยแพร่เมื่อ 17 ต.ค. 2024

ความคิดเห็น • 151

  • @rinachutia3723
    @rinachutia3723 ปีที่แล้ว +4

    কৃষ্ণ কৃষ্ণ প্ৰভূ , আপোনাক সেৱা জনাইছো প্ৰভু । এনে লাগিছে যেন আপুনিয়েই ‌ বৰ্তমান ৰ শঙ্কৰদেৱ , অৰ্থাৎ আমাৰ
    গুৰুজনা প্ৰভু ।

    • @anjalikalita9637
      @anjalikalita9637 ปีที่แล้ว

      @rinachutia3723 who picked your name 😂

  • @junumech653
    @junumech653 ปีที่แล้ว +7

    কৃষ্ণ কৃষ্ণ 🙏🙏বাপ প্ৰভূ ঈশ্বৰ শতকৌটী ভক্তি ভৰা সেৱা নিবেদিছো কৃষ্ণ কৃষ্ণ 🙏🙏🙏🙏কৃষ্ণ কৃষ্ণ

  • @karneswarborgohain5327
    @karneswarborgohain5327 ปีที่แล้ว +8

    কৃষ্ণ শংকৰ গুৰু হৰি ৰাম ৰাম ৰাম ৰাম, প্ৰভুজনা , অতি সুন্দৰ ভাবে ভগৱন্তৰ ভক্তি কথা প্ৰকাশ কৰিলে, মনপ্ৰাণ আলোড়িত হৈ গল , আপোনাসৱৰ শ্ৰীচৰণত ভক্তিভৰা সেৱা আগবঢ়োৱা হল, ভগৱন্তই অধিক কৃপা কৰক, কৃষ্ণ. ।

  • @BikashDas-te6gm
    @BikashDas-te6gm ปีที่แล้ว +1

    কৃষ্ণ কৃষ্ণ বহুত ধুনীয়া বাখ্যা কৰিছে

  • @UCB1965
    @UCB1965 ปีที่แล้ว

    কৃষ্ণ কৃষ্ণ কৃষ্ণ, সেৱা জনাইছোঁ বাপ🙏🙏🙏

  • @anubhavborah736
    @anubhavborah736 ปีที่แล้ว +4

    Krishna🙏🙏

  • @jyotsnaboruah8095
    @jyotsnaboruah8095 10 หลายเดือนก่อน +1

    সুন্দৰ বাপ । কথাবোৰ ভগৱন্ত নিজৰ মুখেৰে শোনা যেন লাগিছে ।

  • @RamenNath-u9g
    @RamenNath-u9g ปีที่แล้ว +1

    🥰🥰🥰 pun pothome Mur 🙏🙏 gohon kribo bapjon Krishna 🙏🙏🙏 bohut bohut xukhi holu apunar vagobot path xuni

  • @susmitabarman6624
    @susmitabarman6624 ปีที่แล้ว +1

    কৃষ্ণ কৃষ্ণ কৃষ্ণ 🙏🙏🙏

  • @binitdutta5599
    @binitdutta5599 ปีที่แล้ว +2

    কৃষ্ণ বাপ বহুত সুন্দৰ পৰিবেশন।

  • @kamalpayeng4938
    @kamalpayeng4938 ปีที่แล้ว +3

    ৰাম কৃষ্ণ হৰি জয় গুৰু শংকৰ প্ৰনাম গুৰু বাপ৷

  • @gayatritamuly2780
    @gayatritamuly2780 10 หลายเดือนก่อน

    Joi Krishnar joi prabhu apunasobok aami odhormie sotokoti sewa nibedisu krishna krishna krishna krishna krishna krishna krishna prabhu vogoban

  • @nirmaldeori4218
    @nirmaldeori4218 ปีที่แล้ว +1

    Krishna❤️🙏krishna❤️🙏krishna❤️🙏

  • @dalimigogoi4039
    @dalimigogoi4039 ปีที่แล้ว +1

    Krishna prabhu

  • @pabanborahmusicalpb683
    @pabanborahmusicalpb683 ปีที่แล้ว +4

    "জয় গুৰু শংকৰ সৰ্ব গুনাকৰ জাকেৰি নাহিকে উপাম , টোহাৰি চৰনকু ৰেণু শত কোটি বাৰেক কৰোঁ হো প্ৰণাম "🙏🙏🙏🙏🙏🙏🙏🙏

  • @jinuchawrok9178
    @jinuchawrok9178 ปีที่แล้ว +4

    🙏🙏🙏 কৃষ্ণ জয় গুৰু শংকৰ , প্ৰাতঃ প্ৰণাম বাপ ।

  • @sensuadilip8745
    @sensuadilip8745 7 หลายเดือนก่อน

    Apunar soronkomolt hotkuti hewa jonaisu Krishna 🙏🙏eman hundor apunar kothabur.krishna🙏🙏

  • @lofiシ-z6n
    @lofiシ-z6n ปีที่แล้ว +2

    Krishna Bap, Oti Sundar. Krishna Krishna.

  • @manojzunesaikia4204
    @manojzunesaikia4204 ปีที่แล้ว +1

    Raam Krishna apunak xotokuti ponam bhagwat ok dhunia koi baikhya korise🙏🙏🙏🙏🙏🙏🙏

  • @HangshapritampathakHangshaprit
    @HangshapritampathakHangshaprit 9 หลายเดือนก่อน

    সুন্দৰ ভাগৱত পাঠ। কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ 🙏🙏🙏🙏

  • @dipengogoi2598
    @dipengogoi2598 ปีที่แล้ว +2

    কৃষ্ণ প্ৰভু

  • @mamoniboraphukanhabiawc5196
    @mamoniboraphukanhabiawc5196 ปีที่แล้ว +1

    , সুন্দৰ ব্যাখ্যা। শুনি ভাল লাগিল।

  • @dicsitafukon1387
    @dicsitafukon1387 ปีที่แล้ว +5

    Krishna provu🙏🙏🙏

  • @prahladchetia4233
    @prahladchetia4233 ปีที่แล้ว +3

    কৃষ্ণ , কৃষ্ণ ৰ অমৃতময় বাণী শুনি বৰ ভাল পালো , কৃষ্ণ

  • @thunukalita6191
    @thunukalita6191 ปีที่แล้ว +1

    Hore krishna 🙏🙏

  • @nomunomu4661
    @nomunomu4661 ปีที่แล้ว +1

    Krishna Krishna Krishna guru deb atorar parai hewa janalu namoskar

  • @brojengogoikrisnakrisna7975
    @brojengogoikrisnakrisna7975 ปีที่แล้ว +2

    Krishna Krishna bap hewa janalu

  • @Ridipaxom
    @Ridipaxom ปีที่แล้ว +3

    কৃষ্ণ কৃষ্ণ হৰি ৰাম ৰাম জয় গুৰু শঙ্কৰ

  • @barnalitikli9509
    @barnalitikli9509 ปีที่แล้ว +2

    Krishna Krishna Krishna❤❤❤

  • @TaraliDeka-v1i
    @TaraliDeka-v1i 13 วันที่ผ่านมา

    ভাগৱত পাঠ শুনিলে ভোগ পিয়াহ সকলো নাইকীয়া হৈ যাই।

  • @ajantaphukan3964
    @ajantaphukan3964 ปีที่แล้ว +1

    কৃষ্ণ কৃষ্ণ প্রনাম গ্রহণ কৰিব |

  • @probirdutta2790
    @probirdutta2790 ปีที่แล้ว +3

    বাৰজন আশীৰ্বাদ কৰিছো দীঘায়ু কামনা কৰিলো

  • @khogeswarigogoi1902
    @khogeswarigogoi1902 ปีที่แล้ว +2

    বাপ পুৱাৰ ভক্তি ভৰা সেৱা আগবঢ়ালো। পুৱাৰ ভাগতে আপোনাৰ পদ্ম মুখ হন্তে ভগৱন্ত গুন নাম শ্ৰৱণ কৰি আমাৰ মন চিত হৰিতে নিমজ্জিত কৰিবলৈ অহৰহ চেষ্টা অব্যাহত ৰাখিছোঁ। কৃষ্ণ

  • @violeenalaskar3742
    @violeenalaskar3742 ปีที่แล้ว +2

    কৃষ্ণ বাপ‌অমৃত পান কৰাহল।

  • @sonaramroy5635
    @sonaramroy5635 ปีที่แล้ว +1

    Pravu moi tomar bhagavat shuni khube lababan hoicho bap

  • @akhilgogoi1869
    @akhilgogoi1869 ปีที่แล้ว +2

    Krishna Krishna baap bhal lagil Krishna Krishna

  • @gunamaidevi4570
    @gunamaidevi4570 ปีที่แล้ว +1

    Krishna Krishna 🙏🏿 prabhu Satkokuti 6

  • @kabitadas61
    @kabitadas61 ปีที่แล้ว +1

    Krishan krishna

  • @M17-f5l
    @M17-f5l ปีที่แล้ว +3

    Sundar 🙏🙏 krishna krishna

  • @monujgogoi1556
    @monujgogoi1556 ปีที่แล้ว +1

    Krishna krishna imanhundorkrisno bap

  • @manjurajkonwar2807
    @manjurajkonwar2807 ปีที่แล้ว +6

    কৃষ্ণ কৃষ্ণ কৃষ্ণ প্ৰভু প্ৰণাম । কৃষ্ণ হৰি ৰাম হৰি ৰাম হৰি ৰাম হৰি ৰাম ৰাম ।🙏🙏🙏

  • @ramcharandeka9143
    @ramcharandeka9143 ปีที่แล้ว +3

    Om namah Bhagawate Vasudevaya.

  • @padmakalita6061
    @padmakalita6061 ปีที่แล้ว +1

    Krishna Krishna

  • @trishna7114
    @trishna7114 ปีที่แล้ว +1

    🙏🙏🙏🙏🙏🙏

  • @himashreechoudhury493
    @himashreechoudhury493 ปีที่แล้ว +1

    🙏🙏

  • @kakolisaikia6647
    @kakolisaikia6647 ปีที่แล้ว +2

    ৰাম কৃষ্ণ ৰাম কৃষ্ণ 🙏🙏

  • @kalpadas5723
    @kalpadas5723 ปีที่แล้ว +1

    ৰাম কৃষ্ণ।।

  • @sakuntalamazi1601
    @sakuntalamazi1601 ปีที่แล้ว +1

    Jay jay jay ram ram ram hori krishna krishna krishna 🙏🙏🙏

  • @nabajyotinnath9126
    @nabajyotinnath9126 ปีที่แล้ว +4

    কৃষ্ণ জয় গুৰু শঙ্কৰ 🙏

  • @sarumaiborah448
    @sarumaiborah448 ปีที่แล้ว +4

    কৃষ্ণ কৃষ্ণ প্ৰণাম প্ৰভূ।🙏🙏🙏

  • @pradipGogoi-p1m
    @pradipGogoi-p1m ปีที่แล้ว +1

    গীতাত পৰমপুৰুষ পৰম আত্মা শ্ৰীকৃষ্ণৰ লগত জীৱাত্মা অৰ্জুনে কথোপকথন কৰিছিল। শ্ৰীকৃষ্ণ positive আৰু অৰ্জুন nagative দুয়ো মিলি হ'ল lighting অথাৎ গীতা শাস্ত্ৰ। অৰ্জুনে কুৰুক্ষেত্ৰ যুদ্ধত নিজৰ বঙশ পৰিয়ালৰ ব্যক্তি সকলক কেনেকৈ বধ কৰিব।ই মহাপাপ হ'ব। ৰাজ্য নালাগে যুদ্ধ ও নকৰোঁ। অৰ্জুনৰ কথাত শ্ৰীকৃষ্ণই কৰে তুমি কাক মাৰিব পাৰিবা মই য়েই কাকো মাৰিব নোৱাৰোঁ। আত্মাৰ ক্ষয়-ক্ষতি মৰন নাই। পৰম আত্মাৰ পৰাই আত্মা বিলাক জ্যোতি বিন্দু হিচাপে উৰণ বুৰণ গজন ভ্ৰমণ চাৰিও মুঠি দেহত নিজৰ কৰ্মৰ বলৰ জন্ম হয়। পৰম আত্মা আৰু জীৱ আত্মাৰ মাজত একো পাৰ্থক্য ্নাই । পৰিমাণ কম আৰু বেছি। জীৱ আত্মা বিলাক কাৰো লগত কাৰো কোনো সম্পৰ্ক নাই।কোন কাৰো বঙশ পৰিয়ালৰ ব্যক্তি নহয়। জীৱ আত্মা বিলাক পৰম আত্মাৰ বা মোৰ লগত হে সম্পৰ্ক আছে। মায়াৰ বাবেই দেহৰ সম্বন্ধকেই আত্মাৰ সমন্ধ দেখা পাইছিল। মায়াৰ যোগেৰে বস্তুক অবস্ত আৰু অবস্ত্তক বস্তু দেখা পোৱা হৈছে। সচাৰ মিছা আৰু মিচাক সচা দেখা গৈছে।
    অনন্ত কোটি ব্ৰহ্মাণ্ড পৰম আত্মাৰ উদৰস্থ হৈ থাকে। কোনেও কাকো মাৰিব নোৱাৰে। ভগৱান বিষ্ণু কাল মায়া দুয়ো। অনন্ত কোটি ব্ৰহ্মাণ্ডৰ হৰি অধিকাৰী। তেওঁ নিৰাকাৰ সনাতন সবব্যাপি সবাও উদ্ধত কালতো অতীত তেওঁ কায্য আমি কাৰণ। গতিকে হে অৰ্জুন তুমি কাৰণেহে। জীৱনটো কুৰুক্ষেত্ৰ যুদ্ধ জন্ম হোৱা জীৱৰ দেহৰ মৰন কুৰুক্ষেত্ৰ যুদ্ধতেই হ'ব। নিমিত্ত মাথো তুমি।

  • @arunachaltourism2294
    @arunachaltourism2294 ปีที่แล้ว +1

    🙏🏽🙏🏽🙏🏽

  • @user-qb9cd5vv1n
    @user-qb9cd5vv1n ปีที่แล้ว +3

    কৃষ্ণ কৃষ্ণ কৃষ্ণ

  • @rumigogoi8881
    @rumigogoi8881 ปีที่แล้ว +3

    কৃষ্ণ কৃষ্ণ হৰিৰাম।

  • @hiramanimedhi5786
    @hiramanimedhi5786 ปีที่แล้ว +3

    Krishna Krishna 🙏🙏🙏

  • @entonideka8678
    @entonideka8678 ปีที่แล้ว +2

    কৃষ্ণ কৃষ্ণ বাপ

  • @binabora5025
    @binabora5025 ปีที่แล้ว +1

    Krishna krishna krishna ram xewa jonaisu 🙏🙏🙏🙏

  • @sarujandas121
    @sarujandas121 ปีที่แล้ว +2

    Krishna Baap Parnam 🙏🙏🙏🙏

  • @sikhamoon8318
    @sikhamoon8318 ปีที่แล้ว +2

    কৃষ্ণ কৃষ্ণ

  • @pradipchandradas3153
    @pradipchandradas3153 ปีที่แล้ว +1

    কৃষ্ণ ভক্তিভৰা সেৱা নিবেদিলোঁ । হৰিচন্দ্ৰৰ কাহিনীত মাজে মাজে পৰিক্ষীত বুলি উল্লেখ কৰিছে । কিন্তু হৰিচন্দ্ৰ ৰজাহে হ'ব ।

  • @pujamorang9515
    @pujamorang9515 ปีที่แล้ว +1

    🙏🙏🙏🙏🙏👋👋👋

  • @jaganathsonowal6873
    @jaganathsonowal6873 ปีที่แล้ว +3

    🙏 কৃষ্ণ 👣👈🤲

  • @dipankarmadahi6428
    @dipankarmadahi6428 ปีที่แล้ว +1

    Krisna

  • @biswajitbaruah3564
    @biswajitbaruah3564 ปีที่แล้ว

    Gobindra Krishna, madhab, koti koti pranam prabhu.

  • @jayantakrdeka4596
    @jayantakrdeka4596 ปีที่แล้ว +2

    Krishan madhav🙏🙏

  • @barnalitikli9509
    @barnalitikli9509 ปีที่แล้ว +1

    ❤❤❤

  • @priyankagaonliabuwarivolg2511
    @priyankagaonliabuwarivolg2511 ปีที่แล้ว +1

    কৃষ্ণ কৃষ্ণ🙏

  • @jayasaharia5055
    @jayasaharia5055 ปีที่แล้ว +2

    কৃষ্ণ কৃষ্ণ ।জয় গুৰু শংকৰ ।🙏🙏🙏🙏

  • @DevajaniChutia-of6vo
    @DevajaniChutia-of6vo ปีที่แล้ว +1

    কৃষ্ণ ।

  • @anjumanimalakar9281
    @anjumanimalakar9281 11 หลายเดือนก่อน +1

    Bhal lagil 🙏

  • @paramadas7252
    @paramadas7252 ปีที่แล้ว +2

    কৃষ্ণ🙏🙏🙏

  • @GamingGod816
    @GamingGod816 ปีที่แล้ว +2

    🙏🙏🙏 Joy guru Shanker 🙏🙏🙏

  • @ashokkumardutta7850
    @ashokkumardutta7850 ปีที่แล้ว +2

    কৃষ্ণ কৃষ্ণ সেৱা নিবেদিছো

  • @maramibhuyan5246
    @maramibhuyan5246 ปีที่แล้ว +4

    কৃষ্ণ কৃষ্ণ!

  • @likasaikia7674
    @likasaikia7674 ปีที่แล้ว

    🙏🙏🙏🙏🙏🙏🙏

  • @himadriboruah4849
    @himadriboruah4849 ปีที่แล้ว +16

    কৃষ্ণ, কৃষ্ণ পুৱাৰ সম্ভাষণ জ্ঞাপন কৰিছোঁ 🙏🙏🙏

    • @Kopil_9
      @Kopil_9 ปีที่แล้ว +1

      😂

    • @renubordoloi3714
      @renubordoloi3714 ปีที่แล้ว

      কৃষ্ণ কৃষ্ণ কৃষ্ণ 🙏🏼🙏🏼🙏🏼 বহুত ভাল লাগিল বাপ। প্ৰণাম জনাইছোঁ 🌺🙏🏼

  • @ritwickgogoi6118
    @ritwickgogoi6118 6 หลายเดือนก่อน

    Ram.krishna❤❤

  • @prodipsonowal1405
    @prodipsonowal1405 ปีที่แล้ว +1

    Krishna Krishna you àre God kindly nobody distrub him thanks .

  • @monorampathari6513
    @monorampathari6513 ปีที่แล้ว +2

    Krishna Krishna Bap Good morning

  • @rewatideka7020
    @rewatideka7020 ปีที่แล้ว +1

    কৃষ্ণ কৃষ্ণ 🙏🙏🙏🙏🙏🙏🙏

  • @horengogoi9914
    @horengogoi9914 ปีที่แล้ว +1

    Krishna

  • @dipendeka2473
    @dipendeka2473 ปีที่แล้ว +3

    কৃষ্ণ জয় গুৰু শংকৰ 🙏🙏🙏🙏

  • @Narendrasaikia556
    @Narendrasaikia556 16 วันที่ผ่านมา

    Ramkrisna ramkrisna govind

  • @KarunaDeky
    @KarunaDeky 11 หลายเดือนก่อน

    Krishna❤bap❤nice❤

  • @meenagogoiborgohain4170
    @meenagogoiborgohain4170 ปีที่แล้ว +1

    Krishna! Shrawan kori oti xukhi holu..🙏🙏🙏

  • @robinborah5848
    @robinborah5848 ปีที่แล้ว +1

    Best of best bhaykhay krishna

  • @priyakheebora25
    @priyakheebora25 ปีที่แล้ว +1

    Krishna 🙏

  • @KoustavSaikia-ur1iz
    @KoustavSaikia-ur1iz 10 วันที่ผ่านมา

    Krishna Krishna

  • @lalithazarika9394
    @lalithazarika9394 ปีที่แล้ว +1

    কৃষ্ণ

  • @sumitradeka3599
    @sumitradeka3599 ปีที่แล้ว +1

    KRISHNA🙏🙏🙏🙏🙏

  • @jone-soneoffsetprintreshaz1351
    @jone-soneoffsetprintreshaz1351 ปีที่แล้ว +10

    কৃষ্ণ গুৰু 🙏🙏🙏
    সুন্দৰ ।

    • @r.ctalukdar1659
      @r.ctalukdar1659 ปีที่แล้ว +1

      ভাল হৈছে কৃষ্ণ আপোনাৰ ভাগৱত ব্যাখ্যা শুনি পৰম সুখ লাভ কৰিলোঁ।

  • @ranuhazarikanayak9601
    @ranuhazarikanayak9601 ปีที่แล้ว +2

    জয় কৃষ্ণ 👏👏

  • @achintagogoi8921
    @achintagogoi8921 ปีที่แล้ว +1

    Ram Krishna

  • @inudutta8953
    @inudutta8953 ปีที่แล้ว +3

    কৃষ্ণ বাপ 🙏

  • @Jayanta_Chetia
    @Jayanta_Chetia ปีที่แล้ว +1

    কৃষ্ণ কৃষ্ণ🙏🏿🙏🏿

  • @jurisaikia7456
    @jurisaikia7456 ปีที่แล้ว +1

    কৃষ্ণ বাপ

  • @alokkumarbaruah8194
    @alokkumarbaruah8194 ปีที่แล้ว +1

    Sadhar bap janali sewa janalo aru ai bap sakalalio sewa janiso

  • @rikugogoi3759
    @rikugogoi3759 ปีที่แล้ว +2

    Sumitra Gogoi
    Krishna Bapjan Bhagawanar ocharat Arjune nijar sarrito Aatmasarpan karato kiya Sargaloi yaba nowarile akanman bujai dibane ,? Krishna Krishna Krishna Bapjan Krishna

  • @nath3465
    @nath3465 ปีที่แล้ว +1

    Bap krishna

  • @Gurugyan6360
    @Gurugyan6360 ปีที่แล้ว +4

    Ram ram