বনশ্ৰী হাজৰিকা ভন্তিৰ কথা কেইষাৰ শুনি ভাল লগিল ৷ ভন্তিৰ স্মাৰ্টনেচ, পজিটিভ মাইণ্ডচেট , সাহস আৰু যুঁজ দিয়াৰ মানসিকতা অতি প্ৰশংসনীয় ৷ মনত পৰিল Socratesঅৰ এটি সুন্দৰ বাণীলৈ - “Smart people learn from everything and everyone, average people from their experiences, stupid people already have all the answers.” আৰু মনলৈ আহিল Theodore Roosveltঅৰ এটি বাণীলৈ “Do what you can, with what you have, where you are.”
@@banashreehazarika1884 hi apunar video tu bohut inspiring hoi. I want to visit your farm to get more valuable information from you. Can you share your details?
Thank you so much "UPARJAN CHANNEL" for such a inspirational video.....moi sorakari sakori kori asu but moi hukhi nohoi.....bohut dinor pora bhavi asilu j sakori bahire ki koribo parim....farming kora2 mur dream asil but after retirement r pisot ai2 j 1ta business koribo pari apunalukor pora he gom palu....atia moiu sakori eri nijor hopun bur puron korim
Inspiring!! I am also working in Banking industry but it's very hectic. Planning for new business.. Thanks to this channel, it's very inspiring to assamese youth.
Om ! I hope she will be very successful in her integrated farming. I feel that she is very energetic and inspiring for all. Now only some more scientific training and more knowledge of management are very important for her for progressing more and better results.
Banashree moi Monuranjan from nowboicha.. Bhut vl lgil tumr story to. Ami akalaga axis bankt job krisilu. Moi u Bankr pra ulai poultry fram akhn krisu. Aji tumi bhut inspired krila muk..Thnx
Apunak bahut dhanyabaad apuni bahut dhuniya udaharan sakori nohole bahut dhuniya ke nijor kebata kori hukhui huwa moi uhh sakori ari aji 3bosor hol poultry farming kora
ভাল লাগে আমাৰ শিক্ষিত যুৱক যুৱতীসকলে আজি স্বনিৰ্ভৰশীল হ'বলৈ আগবাঢ়ি আহিছে। বনশ্ৰী হাজৰিকাৰ প্ৰচেষ্টা উদ্যম আৰু সাহস অতি প্ৰশংসনীয়।
Raja. Baruah. From guwhati
@@bedantabaruah9758 Right 👉 from Guwahati...
Bahud dhuniya ba || #lbtechnicaltutorial
Quitting my banking job soon 😂
2:25 mmm@@Rahul-rt5rl
মূলধন নথকা শিক্ষিত যুৱক যুৱতীয়ে আপোনাৰ ধৰনে ফাৰ্ম কৰিবলৈ কি দৰে আগবহিব লাগিব, আপুনি কষ্ট ভাগ্যৰ বলত মূলধন লৈ এনে ধৰণৰ ফাৰ্ম কৰিছে । আপোনি অসমীয়া যুৱতী হৈ আগবাঢ়িছে আপোনাক স্বাগতম জনাইছো, যিহেতু মই এজন গাহৰি পালক তিতাবৰ বৰহোলাৰ, মোৰ মূলধন অভাৱ আছিল । কাৰণ যিমান টকাৰ মূলধন লাগে সিমান নহ'লে কি কি ধৰনৰ সমস্যা সন্মুখীন হ'ব লগা হয় কৰাই হে বুজে । আপুনি বেংকৰ পৰা ঋণ লৈ কৰিছে নে নিজৰ মূলধন পৰা কৰিছে পাৰিলে জনাবলৈ নাপাহৰিব । এই মন্তব্য মোৰ অভিজ্ঞতাৰ পৰা আগবঢ়ালোঁ । জয় আই অসম...
Moi apunr kothat ek mot dada
মোৰ ও এইটোৱেই প্ৰশ্ন আছিল।। অনুগ্রহ কৰি মতামত আগবঢ়াই যেন বাইদেউ।। আপোনাৰ ফাৰ্মৰ আন্তৰিক শুভকামনা।।।।
Lakshajiy Bora আপোনি নিজে কেনেধৰণে আগবাঢ়িচিল পাৰিলে জনাবচোন।। অতিশয় আনন্দিত হম।।
Hoi dada capital nthakile kaam nai o..moi o business kru...
@@nabamali3242 Right 👉
সচাই আমি JUBO প্ৰজন্মৰই বাইদেউৰ পৰা আমি বহুত কথা শিকিব পৰিলো আৰু শিকিব লগিয়া কথা আছে৷
ভাল লাগিল ৷
Hikisa val korisa, kintu kamtuu kori suwa, tatia gom paba, hikar hakh nai, enau news ot olop basi koi tate tumi milai kori suwa,
Right 👉jubo projonmoroi
বহুত ভাল কাম কৰিছে বাইদেউ। উৎসাহজনক সমাজৰ বাবে।
বনশ্ৰী , তোমাক হেজাৰ নমস্কাৰ । তোমাৰ উদ্যম আৰু সাহস অতি প্ৰশংসনীয় । সকলো অসমীয়া লৰা ছোৱালীৰ বাবে তুমি এক উদাহৰন , বাট কটিয়া । ভগৱানে তোমাৰ মঙ্গল কৰক ।আমাৰ আৰ্শীবাদ থাকিল । অমল হাজৰিকা আৰু অঞ্জলি হাজৰিকা , নতুন দিল্লী ।
বনশ্ৰী হাজৰিকা ভন্তিৰ কথা কেইষাৰ শুনি ভাল লগিল ৷ ভন্তিৰ স্মাৰ্টনেচ, পজিটিভ মাইণ্ডচেট , সাহস আৰু যুঁজ দিয়াৰ মানসিকতা অতি প্ৰশংসনীয় ৷ মনত পৰিল Socratesঅৰ এটি সুন্দৰ বাণীলৈ -
“Smart people learn from everything and everyone, average people from their experiences, stupid people already have all the answers.” আৰু মনলৈ আহিল Theodore Roosveltঅৰ এটি বাণীলৈ “Do what you can, with what you have, where you are.”
ভাল লাগিল ৷Capital ৰ প্ৰয়োজন প্ৰথম যিটো তেখেতে চাকৰী পৰাই লাভ কৰিছিল ৷কিন্তু চাকৰী বাদ দি তেখেতে বহুত ৰিক্স লৈছিল ৷তেখেতৰ সফলতাই আন দহজনক উৎসাহিত কৰক
😊😊😊😊
খুব ভাল কাম কৰিছে..দেখি ভাল লাগে যেতিয়া নতুন প্ৰজন্মই এনেকৈ আগ বাঢ়ি আহে ।। এনেধৰণৰ ভিডিও বোৰে বহুত অনুপ্ৰেৰণা যোগায় .. ধন্যবাদ উপাৰ্জন ।।
বহুত ভাল লাগিছে বাইদেউ আপোনাৰ কথা,কৰ্ম,ধৰ্ম,বল, বুদ্ধি,আৰু আপোনাৰ ব্যৱহাৰ।
আপুনি আন দহজনৰ বাবে আদৰ্শ হৈছে। আৰু আগুৱাই যাওঁক তাৰে কামনা কৰিলোঁ।
She is inspiration to lakhs of Assamese youth. Best wishes
তুমি সঁচাকৈয়ে নৱপ্ৰজন্মৰ বাবে আৰ্দশনীয় কাম কৰি দেখুৱাইছা । ভাল লাগিল তোমাৰ কথাবোৰ শুনি ।
বনশ্রী তোমাক বহু বহু আশীর্বাদ দিলো তুমি এই কামত আগবাঢ়ি যোৱা। মই এজনী অৱসৰপ্ৰাপ্ত প্রধান শিক্ষয়িএী হও। মোৰো এই কামবোৰত বৰ ইচ্ছা আছে।
Professor lecturer teacher mahanta sir Ritu sir teacher tutor master lecturer professor lecturer in
তোমাৰ স্বাধীনচিতীয়া কৰ্মৰাজিয়ে বহুত উৎফুল্লিত কৰিলে বনশ্ৰী। তোমাৰ এগৰাকী শিক্ষাগুৰু হিচাপে বহুত বহুত গৰ্ব অনুভৱ কৰিছোঁ । ভগৱানে তোমাৰ মংগল কৰক, তুমি হাজাৰ জনক পোহৰৰ বাট দেখুৱাই আগুৱাই নিয়াৰ পথ প্ৰদৰ্শক হোৱা, তাৰ কামনা কৰিছোঁ ।👌👌👌
Thank you Acharya
@@banashreehazarika1884 hi apunar video tu bohut inspiring hoi. I want to visit your farm to get more valuable information from you. Can you share your details?
Thank you so much "UPARJAN CHANNEL" for such a inspirational video.....moi sorakari sakori kori asu but moi hukhi nohoi.....bohut dinor pora bhavi asilu j sakori bahire ki koribo parim....farming kora2 mur dream asil but after retirement r pisot ai2 j 1ta business koribo pari apunalukor pora he gom palu....atia moiu sakori eri nijor hopun bur puron korim
Inspiring!! I am also working in Banking industry but it's very hectic. Planning for new business.. Thanks to this channel, it's very inspiring to assamese youth.
Inspiration for us great baideu bogovane apunar mongol korok
বহুত সুন্দৰ লাগিছে ধন্যবাদ থাকিল ভবিষ্যতৰ উজল হওক কামনা কৰিলো ধেমাজী
সুন্দৰ পদক্ষেপ, আগবাঢ়ি যোৱা
We r appreciate looking ur fish, diary, poultry farm . Hope our young generation get lots of perona . with thanks , all the best.
Om ! I hope she will be very successful in her integrated farming. I feel that she is very energetic and inspiring for all. Now only some more scientific training and more knowledge of management are very important for her for progressing more and better results.
Banashree moi Monuranjan from nowboicha.. Bhut vl lgil tumr story to. Ami akalaga axis bankt job krisilu. Moi u Bankr pra ulai poultry fram akhn krisu. Aji tumi bhut inspired krila muk..Thnx
বাইদেউ আদশক ধন্যবাদ জনালো। কমত আগবাঢ়ি গৈ থাকক ভগবানে সহায় কৰিব। তাকে কামনা কৰিলো
Baideu Aaponar kathakhini Xuni khub Bhal Lagise ! Aapuni Aagbarhi jauk Aru Bahut Bahut Thanks !
Bohut bohut Val lagil apunar farm khon baideu .. aru apuni bohut bohut dhuniya kotha kole
সুন্দৰ! আপোনালোকে উঠি অহা প্ৰজন্মৰ বাবে আদৰ্শ।।আপোনাৰ ফাৰ্মলৈ যাব বিচাৰোঁ।মইও কৰিম এইটো ব্যবসায়।।
ধন্যবাদ 💝🙏
ও বহুতো সুন্দৰ পদক্ষেপ গ্ৰহণ কৰিলা। মই গমেই নাপাও ঔ। গৈ আছোঁ তোমাৰ ফাৰ্ম খন চাবলৈ। লাগি থাকা ।
আপোনালৈ বহুতো শুভ কামনা জনালো, ভাল লাগিল আপোনাৰ পদ্ধতিগত কাম কৰাৰ পৰিকল্পনা god bless you
বহুত শুভকামনা থাকিল। পৰিকল্পনা বোৰ ফলপ্ৰসূ হওক ।হাজাৰ জনৰ প্ৰেৰণা হওক ।।
শ্ৰমে মানুহক আনন্দ প্ৰদান কৰে ।প্ৰাপ্তিৰ আনন্দ,আত্মসন্তুষ্টি ।প্ৰশংশনীয় কাম কৰিছে ।
Excellent Banasree...salute you risk taking efforts. Go ahead fly high
(Nijar mate jiwa.. nijar mate sala...) Kathakhar shuni bahut val lagil
Val lagil baidau....enjoy kori nijor kaam korar r xoman ekoi naai....
Motivate হৈ গলো। মইও পাৰিম ।
Sure
Apunak bahut dhanyabaad apuni bahut dhuniya udaharan sakori nohole bahut dhuniya ke nijor kebata kori hukhui huwa moi uhh sakori ari aji 3bosor hol poultry farming kora
Motivational practical person. Akhetor pora bohut khikibologia asey
বহুত ভাল লাগিল বাইদেউৰ কথা বোৰ শুনি। মোৰো সপোন আছে এনেকুৱা ফাৰ্মিং কৰিব কৰ
কাৰণে ❤️
Bohut bohut val lagil video tu sai..bohut utkhahito holo videotur darai
খুবেই সুন্দৰ নিদৰ্শন আগবাঢ়ি যোৱা ❤️
BABU
Bhut val lagil. Thank you ma'am.
Many many congratulations to Bonoshri. Go ahead way to your journey.... All the best wishes to you.
সুন্দৰ। লগতে এই চেনেলতোৰ প্ৰচেষ্টাক শলাগ লৈছো।
বনশ্রী তুমি হে প্রকৃত অসমীয়া বীৰঙ্গনা🙏🙏🙏🙏🙏👍👍
Apunar video Sai bohot utkisto hoisu thanks 👍
I like your challenge and planning. God bless you Banashree
আচলতে যিয়েই য'ত যি ফাম বা পাম নুখোলক , প্ৰত্যেক জীৱ-জন্তুৰ প্ৰতি যি জনৰ অশেষ মৰম স্নেহ থাকিব , তেন্তে তেওঁ ভবাতকৈ দূগুণ লাভৱান হয়গৈ । . . .জয় আই অসম . . .
বৰ ভাল লাগিল আপোনাৰ এই vdoটো চাই ৷আপোনালৈ আন্তৰিক শুভেচ্ছা জনালোঁ আৰু আগবাঢ়ি যাওঁক আৰু farm খনৰ উন্নতি হওঁক
নাজিৰাৰ ওচৰত মোৰো এখন farm আছে যত গাহৰি আৰু ছাগলী আছে ৷এতিয়া dairy এখন লগতে fishery planing কৰি আছোঁ ৷
মই 26 বছৰ চাকৰিৰ পিছত এইয়া কৰিবলৈ ললোঁ আজি দুবাৰৰ আগৰ পৰা যিটো মই ভাবোঁ মই বহু দেৰিকৈহে আৰম্ভণি কৰিলোঁ ৷
যিকি নহওক আপোনাৰ উন্নতিৰ কামনা কৰিলোঁ ৷
google mapত মোৰ farm খন চাব পাৰি ৷
ভাল লাগিল । বাৰ কথাই বহুত উৎসাহ পাব নিবনুৱা সমস্যা সমাধান এক অংশ ।
Love ❤🔥🇮🇳 from Duliajan...Nice, vall Lagil video tu sai.....
Beutiful girl very beautiful work and high thinking personality,May you shine higher and higher in your endeavours and dreams. Keep it up
Her each word motivates me a lot,thanks to you bro for making this kind of video,kash mai 1sal pehle is video ko dekha hota ek sal bekar nehi jata ❤❤❤
Best idea best thinking have a good future,
Local গাইৰ গাখীৰ কম হলেও কিন্ত=কলী গৰুৰ গাখীৰকণ আই জৈ সোণকণ মৌ মাখিৰ মধুকণ .হুপি খাই থাকিবৰ মন।আগবাঢ়া;আদৰ্শ নাৰী।কল্যাণভৱ।
Great man madam I salute you from Kokrajhar District
A to Video Sai bhut Val lge,, inspiration pao bhut
Baidew kothabur huni Bohut vl lagil,🙏🙏🙏
অসমৰ এটা গুৰুত্বপূৰ্ণ TH-cam channel এইটোৱে 🥳🙏
Bonoshree,enjoyed your vdo with due pleasure and my good luck to you and pray for a bright future
Bonoshree baidew God bless you...
Aponar nisina powali hole Manish dei bohut val laagise ,bohut bohut dhoinnabad.
মাছৰ পুখুৰী আছে যেতিয়া, গাহৰি পালন আৰম্ভ কৰক । লাভাৱন্বীত হব পাৰিব । গাহৰিৰ গোবৰ মাছৰ কাৰণে ভাল খাদ্য। integrated fish farming মই কৰি আছো ।
This is Assamesegiri...🙏🙏🙏❤️❤️❤️🤞🤞🤞
Bohut val lagile,enekua eta hopun moiu puhi rakhisu,kintu koribo pora nai.Tumak okhekh dhanyabad,tumar unnati kamona korilu.
সুন্দৰ মানসিকতা বাইদেউ
Apunar video Sai bohut val lagesa.
Very beautiful জানিবৈল পায় 👍👍👍👌👌👌
সুন্দৰ পদক্ষেপ ।চৰকাৰৰ পৰা মোৰ স্বামী বহুত কষ্ট কৰি গৰু পালন কৰিবলৈ যি খিনি খাদ্য সামগ্ৰীৰ দৰকাৰ সেই খিনি পাইছিল ।কিন্তু কোনো পেটত গুৰি মাৰা চকু চৰ হা লোকে বিভিন্ন অজুহাত দেখুৱাই ওপৰত বন্ধ কৰি দিলে। আমি আজিলৈকে কোনো লোকৰ বেয়া চিন্তা কৰা নাই। আমাৰ কৰিবলৈ আৰু বেছি চেষ্টা নকৰিব। ধন্যবাদ।
Good step, I am also interested in integrated farming will start soon.
Good job jii appkhi yeah Kam bohot bohot acha hai jii👌👍👍👍👍✊✊I like it so great..
সুন্দৰ , অতি আদৰণীয় ।
Best wishes for further process.
Apunar vidiotu sai bohut val lagil baido.Kintu manubilake sakorihe bisari ashe.
অতি সুন্দৰ পদক্ষেপ ।
Baideu apunar video sai moi o bohut upokrito hoiso....
🙏 কথোপকথন সুন্দৰ হৈছে ।
খুব সুন্দর♥♥ আমারো মন চাই এমন ফ্রি হয়ে খামার করার।
Bhut vl lagise bonsri ba apunar kothabur bhut khikibo parisu upajan chenal pra aru anekuwa video upload di thake jeen🙏🙏🙏
বাইদেউক বহুত বহুত ধন্যবাদ
Bhall lagill bibokhay hamponno hook
Thanks for motivation to us. She is great heart
Ahpunar kotha bilak khuni bohut Val lagil baa
ভাল লাগিল
❤DhuniyaVideoJayAssamGood
Bidewr para bahut katha sikilo.. Bidew apuni bhut aguwai jowa.. Amaro kiba ata karibaloi mon goise bidew
Yes I was a advocate.... But lm doing art(sculpture) work... Now I'm so happy😁
Mojaaaaaa,.,.,,.,.,.!!! Bhaideo
Bhut val lagil kothatu huni😍😍😍😍😘😘😘😍😍
Apunar kormor proti thoka dhauti dekhi val lagil baideu
Moi apuner senelor potitu video saw dada bohut bhl lage ..........
বাইদেউ আপুনি প্ৰথম কিমান টকাৰে আৰম্ভ কৰিছিল , স্পষ্ট কৈ জনালে ভাল
Good mam. Apunar para lora swaliye bahut xikiba pareba
Tnq so much উপাৰ্জন ❣️❣️ moi u business t ahibo bisaru .. adin sage moiu apunalukr channel t ahim 😅 ❣️❣️
সুন্দৰ ভিডিঅ'। ভাল লাগিছে।
তেওঁৰ ঠিকনাটো দিব পাৰিব নেকি। অলপ এই বিষয়ত জ্ঞান ল'ব লাগিছিল।
Bahut val lagil very Thenku
Xundar aadarkha bhal lagil, namaste
Val lgil....aponar adorkho dekhi....
বাইদেউ ৰ টকাখিনি invest কৰিছে আৰু..... কিছু,,,,,
মজা🥰🥰🥰🥰😍
আৰু আগুৱাই যোৱা।
You are a truly strong lady.
Very good signals for upcoming generation mm
Bohut val korise baideu