ไม่สามารถเล่นวิดีโอนี้
ขออภัยในความไม่สะดวก

Assam News: শিৱসাগৰত অধ্যক্ষক হত্যা কৰা ছাত্ৰই কি বুলি দিছে স্বীকাৰোক্তি?

แชร์
ฝัง
  • เผยแพร่เมื่อ 7 ก.ค. 2024
  • শিৱসাগৰত অধ্যক্ষক হত্যা কৰা ছাত্ৰই কি বুলি দিছে স্বীকাৰোক্তি? কিয় হত্যা কৰিলে ছাই বিকাশ একাডেমীৰ অধ্যক্ষক? ND24ত কি ক’লে শিশু কল্যাণ সমিটিৰ প্ৰাক্তন সদস্য দীপালী ভট্টাচাৰ্য বৰুৱাই?
    #assamesenews #nd24news #nd24live #nd24assamese #livenews
    --------------------------------------------------------------------------------------------
    Subscribe to ND24 for NEW VIDEOS every day and make sure to enable Push Notifications so you'll never miss a new video.
    All you need to do is PRESS THE BELL ICON next to the Subscribe button!
    ND24 is an Assamese News Channel. ND24 TH-cam channel offers the latest news videos on Politics, Cricket, Technology, Entertainment and a lot more.
    Stay tuned for the latest updates from India and around the world!
    𝐋𝐈𝐊𝐄, 𝐒𝐇𝐀𝐑𝐄, 𝐅𝐎𝐋𝐋𝐎𝐖 & 𝐒𝐔𝐁𝐒𝐂𝐑𝐈𝐁𝐄
    ▶️ 𝐖𝐞𝐛𝐬𝐢𝐭𝐞: www.newsdaily24.in
    ▶️ 𝐅𝐚𝐜𝐞𝐛𝐨𝐨𝐤: / nd24assam
    ▶️ 𝐓𝐰𝐢𝐭𝐭𝐞𝐫: / nd24_news
    ▶️ 𝐈𝐧𝐬𝐭𝐚𝐠𝐫𝐚𝐦: / nd24_news
    ▶️ 𝐘𝐨𝐮𝐓𝐮𝐛𝐞: / @nd24assam
    𝐃𝐎𝐍’𝐓 𝐌𝐈𝐒𝐒 𝐍𝐃𝟐𝟒’𝐒 𝐄𝐗𝐂𝐋𝐔𝐒𝐈𝐕𝐄 𝐒𝐇𝐎𝐖𝐒
    ▶️ আজিৰ পৰ্যৱেক্ষণ BY RAJDEEP BAILUNG BARUAH
    • আজিৰ পৰ্যৱেক্ষণ | RAJD...
    ▶️ HASHTAG BY MANASH PRATIM DEKA
    • HASHTAG | MANASH PRATI...
    ▶️ ৰাজপাট কাৰ?
    • ৰাজপাট কাৰ? | 2024 Lok...
    𝐂𝐨𝐩𝐲𝐫𝐢𝐠𝐡𝐭 𝐟𝐨𝐫 𝐭𝐡𝐢𝐬 𝐜𝐨𝐧𝐭𝐞𝐧𝐭 𝐢𝐬 𝐞𝐱𝐜𝐥𝐮𝐬𝐢𝐯𝐞𝐥𝐲 𝐫𝐞𝐬𝐞𝐫𝐯𝐞𝐝 𝐟𝐨𝐫 𝐍𝐞𝐰𝐬 𝐃𝐚𝐢𝐥𝐲 𝟐𝟒. 𝐔𝐧𝐚𝐮𝐭𝐡𝐨𝐫𝐢𝐳𝐞𝐝 𝐮𝐬𝐞 𝐨𝐟 𝐭𝐡𝐢𝐬 𝐦𝐚𝐭𝐞𝐫𝐢𝐚𝐥 𝐢𝐬 𝐬𝐭𝐫𝐢𝐜𝐭𝐥𝐲 𝐩𝐫𝐨𝐡𝐢𝐛𝐢𝐭𝐞𝐝 𝐚𝐧𝐝 𝐦𝐚𝐲 𝐫𝐞𝐬𝐮𝐥𝐭 𝐢𝐧 𝐥𝐞𝐠𝐚𝐥 𝐚𝐜𝐭𝐢𝐨𝐧 𝐚𝐠𝐚𝐢𝐧𝐬𝐭 𝐜𝐨𝐩𝐲𝐫𝐢𝐠𝐡𝐭 𝐯𝐢𝐨𝐥𝐚𝐭𝐨𝐫𝐬.

ความคิดเห็น • 280

  • @monjulaborah8567
    @monjulaborah8567 28 วันที่ผ่านมา +81

    হত্যাকাৰী হত্যাকাৰীয়েই ।

    • @SaruNath-pq8rf
      @SaruNath-pq8rf 20 วันที่ผ่านมา

      হত্যাকাৰীটোৰ কাৰণে মৃত্যুয়েই শ্ৰেয়।

  • @pranabbarman9255
    @pranabbarman9255 28 วันที่ผ่านมา +44

    হত্যাকাৰীক সুৰক্ষা দিয়াৰ মন্তব্য .... শিক্ষকক ভয় খুৱাবলৈ চুৰি আনে ...কি কব আহিছে ... শিক্ষা গুৰু পিতৃ মাতৃৰ সমতুল্য..... তেনে গুৰুক হত্যা কৰিব..... প্ৰধান দোষ বিদ্যালয় কৰ্তৃপক্ষৰ...কিয় চিভিল ড্ৰেছত পুনৰ বিদ্যালযত প্ৰৱেশ কৰিব দিব....

  • @swargojyotigogoi4135
    @swargojyotigogoi4135 28 วันที่ผ่านมา +139

    আমি এই মন্তব্যত একমত নহয়।ছাত্ৰই শিক্ষকক ভয় খুৱাবলৈ চুৰি কিনি আনিব।কি অদ্ভুত মন্তব্য।এনে কথা হলে শিক্ষকে ছাত্ৰক পঢ়াবলৈ অসুবিধা হব।

    • @Sushmita-e5o
      @Sushmita-e5o 28 วันที่ผ่านมา

      Hosa kotha

    • @user-oh2wv1fu4p
      @user-oh2wv1fu4p 28 วันที่ผ่านมา

      Manuh ane nemare kunu

    • @minakshiborgohain7378
      @minakshiborgohain7378 27 วันที่ผ่านมา +5

      মানে অপৰাৰীয়ে নিজকে বচোৱাৰ অখড়া all ready আৰম্ভ কৰি দিছে কিন্তু অলপ ‌চিন্তনীয় বিষয়বস্তুটো !!

    • @minakshiborgohain7378
      @minakshiborgohain7378 27 วันที่ผ่านมา +7

      কেনেকৈ কি মানসিকতাৰে এজন ছাত্ৰই কেৱল শিক্ষকক ভয় খুৱাবলৈ ছুৰি কিনি আনি শিক্ষক জনক একেবাৰে হত্যাই কৰিব পাৰে ইমান কম সময়তে কি ইমান insulated হ'ল সি যে কাৰোবাৰ জীৱন এখন ঘৰৰ এজন মূৰব্বী দুটি সন্তানৰ পিতৃ তাতোতকৈ মম্মান্তিক যে তাৰ দৰে এটা ৰক্তপিপাষু এটা অসুৰক মানুহ হিচাপে গঢ়ি তুলিবলৈ চেষ্টা কৰা ‌ শিক্ষা গুৰুজনক হত্যা কৰিলে ... মই বাইদেউৰ বক্তব্যত সন্তুষ্ট নহয়..

    • @binoddutta4714
      @binoddutta4714 27 วันที่ผ่านมา +7

      I am Not agree with madam.

  • @mantudas7166
    @mantudas7166 28 วันที่ผ่านมา +34

    বাইদেউ আপোনাৰ কথাবোৰে বেয়া কাম কৰাত উচ্চাহ দিব ৷ যদি এনেকৈ মানুহ মাৰি সাৰি যায় তেতিয়া হলে মানুহ মৰাত কোনোৱে ভয় নকৰিব আৰু এয়া হৈ আছে ৷ মানুহ মাৰিছে ধৰ্ষণ কৰিছে ভয় নাই কেৰেপ নকৰে যেতিয়া লৈকে শাস্তি নহব ঘটনা বাঢ়ি যাব ৷ লগতে আপোনালোকৰ দৰে ব্যক্তি থাকিলে উচ্চাহ পাব খাটাং

    • @loficave-g9t
      @loficave-g9t 28 วันที่ผ่านมา

      Agote Rapist Gela k xasti dba koo tar pisot beleg kobi ... student tur mental health thik nhi tar karone tak fasi dile xetu sobot ke dangor crime hb

  • @Lalit-ug3yn
    @Lalit-ug3yn 28 วันที่ผ่านมา +115

    এটা মানুহক murder কৰি দিলে। এতিয়া ইয়াক under 18 বা mental disorder বুলি excuse কৰিব পৰা নাযায়। যাজীৱন কাৰাদণ্ড হব লাগে।

    • @rituparnadas2416
      @rituparnadas2416 26 วันที่ผ่านมา

      একো নহয় যেন লাগে

    • @naziarahim2739
      @naziarahim2739 24 วันที่ผ่านมา +2

      Aru jetiya teacher insult humiliate n taunt kore for not knowing a thing which leads to suicide of children..wat punishment does a teacher deserve den?

    • @debajanisarma1673
      @debajanisarma1673 23 วันที่ผ่านมา

      Court is there to decide if a teacher is guilty..

  • @bharatibarkataki7592
    @bharatibarkataki7592 28 วันที่ผ่านมา +81

    চুৰিখন কিয় কিনিছিল ? শিক্ষকক ভয় খোৱাবলৈ চুৰি কিনে , আচৰিত !!

  • @MrinaliDevi
    @MrinaliDevi 28 วันที่ผ่านมา +31

    হত্যাকাৰীৰ সপক্ষে কোনো যুক্তিৰ প্ৰয়োজন নাই

    • @thejknath6017
      @thejknath6017 27 วันที่ผ่านมา +1

      Kune jukti dilenu!!??

  • @nilakhi2383
    @nilakhi2383 28 วันที่ผ่านมา +112

    ছাত্ৰ জনক উচিত শাস্তি দিব লাগে...সমাজৰ কাৰণে এইবোৰ বিপদ

    • @thejknath6017
      @thejknath6017 27 วันที่ผ่านมา

      @@nilakhi2383 hoi tar pisat reacher sakole nasi nasi pohabo ,,samajar main hoi

    • @nilakhi2383
      @nilakhi2383 27 วันที่ผ่านมา +1

      @@thejknath6017 এনেবোৰ মানুহ সমাজৰ কাৰণে বিপদ বুলি কৈছোঁ .. কেবল. .teacher r কাৰণে বিপদ বুলি কোৱা নাই যে পিছত teacher সকলে নাচি নাচি পঢ়াব 🤣🤣

  • @sazidahmed2876
    @sazidahmed2876 28 วันที่ผ่านมา +41

    তেনেহলে সকলো হত্যাকাৰীৰ একেই ব্যৱস্থা কৰক

  • @user-jn8ci1ky9y
    @user-jn8ci1ky9y 28 วันที่ผ่านมา +85

    লৰাজনক এৰি দিলে আগন্তুক দিনত শিক্ষকে ছাত্ৰক পঢ়াবলৈ অসুবিধা হ'ব।

    • @thejknath6017
      @thejknath6017 27 วันที่ผ่านมา

      @@user-jn8ci1ky9y hoi diyak Lora jonok fasi di dile shikhake nasi nasi podabo,,,toi himantar product ardhakeselu

    • @rituparnadas2416
      @rituparnadas2416 26 วันที่ผ่านมา

      হয়

  • @EAES2016
    @EAES2016 28 วันที่ผ่านมา +37

    সন্তানসকল বেয়া হোৱাৰ মূলতে আছে পৰিয়ালৰ আচৰণ, সংস্কাৰ আৰু আনৰ প্ৰতি থকা বেয়া মনোভাৱ। আমি সকলোৱে আজি সন্তানক ডাক্তাৰ-ইঞ্জিনিয়াৰিং হোৱাৰ সপোন দেখো, কিন্তু 'ভাল আদৰ্শবান দেশৰ নাগৰিক' হোৱাতো পাহৰি পেলাইছো, শিক্ষা নিদিয়ে। গতিকে আজি-কালি স্কুলবিলাকত শিষ্টাচাৰৰ কথা শিকালে কোন মাক-বাপেকে কাণ পাতি শুনিব ? আৰু ছাত্ৰ-ছাত্ৰী একো একোটা যন্ত্ৰ !!! শিক্ষকসকল নিৰুপায়হীন, অনুভূতিহীন, তেজ-মংসহীন একোজন ৰবট। সময়ৰ কি পৰিবৰ্তন !!!

    • @asomiaasom6008
      @asomiaasom6008 27 วันที่ผ่านมา +1

      সচা কথা ।একমত

    • @user-if3ph7lm1h
      @user-if3ph7lm1h 27 วันที่ผ่านมา +1

      Student's.has.bring.pen.to.class.for.write.but.why.he.bring.sakuu.it.is.unorthrise.itis.un.legal.too

    • @Nayanjdass
      @Nayanjdass 26 วันที่ผ่านมา

      Bad teacher,bad family,bad society,bad environment all are involved here❤❤jaise dristi baise shristi

  • @user-rq4sf9oq8z
    @user-rq4sf9oq8z 28 วันที่ผ่านมา +15

    ছাত্ৰ জনৰ কাৰ্য্য একেবাৰে সমৰ্থন কৰা নাই। তথাপি এটা কথা কৈছো , আমাৰ ছাত্ৰ সকল সমাজৰ বিভিন্ন স্তৰৰ পৰা, বিভিন্ন পৰিৱেশৰ পৰা বিদ্যালয়লৈ আহে। গতিকে সকলো ছাত্ৰ সকলো ক্ষেত্ৰত সমান নহ'বও পাৰে।এজন ছাত্ৰক শ্ৰেণীকোঠাৰ পৰা বাহিৰত ৰাখিলে নোৱাৰাটো পৰা হৈ নাযায়। বৰ্তমানৰ শিক্ষা ব্যৱস্থাত নম্বৰৰ পাছত দৌৰাৰ এইয়া ভয়ংকৰ পৰিণতি। বৰ্তমান চৰকাৰী বিদ্যালয়ত কোনো ছাত্ৰক শ্ৰেণীৰ পৰা বাহিৰ কৰি নথয়। চৰকাৰী বিদ্যালয়ৰ শিক্ষা বহুত ভাল।

  • @mintumoniduwarah3595
    @mintumoniduwarah3595 28 วันที่ผ่านมา +22

    সি কি ভাবিছিলে সেই টো কথা নহয় ।সি কি কৰিলে সেইটো হে কথা। চুৰি লৈ ভয় নোখোৱাই। প্ৰথম মুখেৰে ভাবুকি দিয়ে, হাতেৰে....তাৰ লক্ষ্য আছিল murder.murderৰ উচিত শাস্তি হ'ব লাগে। নহ'লে আৰু বহুত ছাত্ৰ murderer হ'ব।

    • @thejknath6017
      @thejknath6017 27 วันที่ผ่านมา

      Tur baper r mur pathom nijei counselling lo

  • @anjanborah-5069
    @anjanborah-5069 28 วันที่ผ่านมา +45

    এই গৰাকীকো তদন্তৰ আওতালৈ আনিব লাগে ।

  • @tkmi501
    @tkmi501 28 วันที่ผ่านมา +16

    লৰাটো হৈ কৈ ছ যে মাকবাপেকৰ পৰা টকা লৈছ নেকী?

  • @prarinitasaikia4380
    @prarinitasaikia4380 28 วันที่ผ่านมา +58

    কিমান টকা লৈছে আপুনি মাকৰ পৰা ছাত্ৰই শিক্ষক ভয় খোৱালৈ ছুৰি আনে লৰা ধেমালি নেকি কি কথা ক'বলৈ আহিছে।

    • @porismitaborah2703
      @porismitaborah2703 27 วันที่ผ่านมา

      Tumi pagol niki tekhete lorajonok bosaboley e khini kotha kuwa ny , lora jone ji statement disa tak exactly media r agot koise . Teau nijai kuwa ny nohoi aru lorajon bhal koriley buli u kuwa ny . Teu agoraki Child Phychologis recharge kora hoi .
      Vdo pura nusuwake ale bale comment kori nathakiba .

    • @thejknath6017
      @thejknath6017 27 วันที่ผ่านมา +4

      Bohut toka loise judge madam,,,manuh gorakiye nijor kotha kuwa nai hero Lora tuye ki koise aru aaini prakiya ki hobo pare take he koise,,, apunaru metal counselling r prayujon ase Jen paisu

    • @hirakjyotidutta7515
      @hirakjyotidutta7515 24 วันที่ผ่านมา

      Ki koihe.. Blr mar khisu.. Eta timt tako bkr...
      ..
      Beya mon jai
      But kora nailu
      .
      Eu mastr hole. Je
      Vl hbo. Eitu ki.. Sidha kotha nki...?

    • @MayurGogoipics
      @MayurGogoipics 24 วันที่ผ่านมา

      আপুনি ভাল কৈ কথাখিনি নজনাকৈ কিয় কৈছে এনে দৰে? সি লৰাটোৱে দোকানৰ পৰা কিনিছিল তাৰ অস্ত্ৰ ।। তাৰ মানসিক ৰোগৰ treatment চলি আছিল আৰু লগতে dental চিকিৎসা, তাৰ দেউতাক ঢুকুৱাত তাৰ মানসিক কথাবোৰ বাঢ়ি গৈছিল।। আজি কালি বহু বিদ্যালয়ত Topper বোৰক বেছি গুৰুত্ব দিয়ে,বাকী বোৰ থাকি যায়।। Topper বোৰক প্ৰিঞ্চিপালে বেলেগে মাতি নি সহায় কৰে,আৰু প্ৰাইভেট বোৰত টকা দিলেই হয়।। কোৱা নাই যে এনে কাম সাই বিকাশত কৰে।। কিন্তু মানসিক ভাবে বহু স্কুলত আঘাত কৰা হয় বেলেগ বেলেগ স্কুলৰ পৰা অহা টপাৰ বোৰক।।

  • @akshaydas3990
    @akshaydas3990 28 วันที่ผ่านมา +9

    ভাৰতীয় আইন ব্যৱস্থাত এইবোৰেই সুৰুঙা, যাৰ বাবে অপৰাধী সাৰি যায়। ছাত্ৰৰ মানসিকতা এনে হ'ব লাগে নেকি।শিক্ষকেই হওঁক বা অন্য কাৰোবাকেই হওঁক ভয় খুৱাবলৈ হাতত অস্ত্ৰ তুলি ল'ব।মানে ভয় খুৱাবলৈ আহি পৰিস্থিতি অনুসৰি ইয়াক প্ৰয়োগ কৰিব।চিন্তাটো তেনেকুৱাই।ল'ৰাজনে বাৰু শিক্ষকজনে কৰা ব্যৱহাৰৰ কথা কাৰোবাক অৱগত কৰিছিল নে?কিয় নিজাকৈ এনে জঘন্য কাণ্ড সংঘটিত কৰিলে। উচিত শাস্তি প্ৰদান কৰিব লাগে যাতে ভৱিষ্যতে আৰু কোনেও এনে কৰিবলৈ সাহস নকৰে।

  • @puspadhardowarah1932
    @puspadhardowarah1932 28 วันที่ผ่านมา +8

    এই লৰাটো কোনো পধ্যেই ভাল"লৰা নহয়।ভাল লৰাই এনে কাণ্ড কাহানিও নকৰে।ই সশ্ৰম কাৰাদণ্ডৰ উপযোগী।

  • @pranabdas6724
    @pranabdas6724 27 วันที่ผ่านมา +6

    কথা খিনি এনে লাগিল যেন‌ এখেতে ল'ৰাজনক বচাব চাইচে

  • @user-dv5oo8zv5u
    @user-dv5oo8zv5u 28 วันที่ผ่านมา +11

    এই মহিলা গৰাকীয়ে কোৱা কথাবোৰ বোধগম্য নহ'ল । কিয়নো শিক্ষকক ভয় দেখুৱালে চুৰি লৈ অহা কথাটো ।ইয়াক এৰি দিলে আকৌ মানুহ মাৰিব । কোনোবাই কিবা ক'লে দা -কুঠাৰ উলিয়ায় সন্ত্ৰাস সৃষ্টি কৰিব।ইয়াক ফাঁচি দিব লাগে ।

    • @bijaynath7724
      @bijaynath7724 23 วันที่ผ่านมา

      Students r class krar time t atiya police department t r duty r proiojn hbo jen anuman hoise

  • @HimangshuKalita-ok8xf
    @HimangshuKalita-ok8xf 28 วันที่ผ่านมา +7

    যাতে ই নিজে পাগল সাজি বাছি নাযায়। ই সমাজৰ বাবে ১০০% জাবৰ। ইযাৰ পৰা পচিলে সাৰ ও নহয়।গতিকে ইয়াক সমূলি বিনাশ কৰাই উত্তম।

  • @nabajyotiborah8301
    @nabajyotiborah8301 28 วันที่ผ่านมา +7

    মাৰি পালাওক তাকো। আপোনাৰ কথখিনিয়ে যে লৰা টোক নিৰ্দোষী সজাব গৈছে। আপোনাৰ কথা বোৰ ত কিবা ৰহস্য ase যেন হে লাগিছে

  • @sewaliborah8768
    @sewaliborah8768 28 วันที่ผ่านมา +18

    বিচাৰ টো ভালকৈ কৰিব ল'ৰাটো কিহত পৰি কৰিবলৈ বাধ্য হ'ল

  • @padmadhartalukdar8047
    @padmadhartalukdar8047 28 วันที่ผ่านมา +6

    Under 18 বুলি কৈ কি সি সাৰি যাব, ডাঙৰ হ'লে সি কি নকৰিব, এবাৰ দকৈ ভাবি চাওঁক। শিক্ষকক ভয় খুৱাবলৈ ছুৰীখন লগত আনিছে, কি কথা কৈছে বাইদেউ জনীয়ে, ল'ৰা টোৰ হৈ ওকালতি কৰিছে বুলি সন্দেহ হয়। তেনেহলে শিক্ষকক ভয় খুৱাবলৈ ছাত্ৰৰ লগত একোখন ছুৰি দি পঠাওক, নম্বৰ বেছি পাব।

    • @user-cj8xq1px2i
      @user-cj8xq1px2i 27 วันที่ผ่านมา +1

      Hoi diyok . Mnuh goraki ki koise nije gm paise ne .. nijor lgot hwa hle gm ple hoi .

  • @CHANDANDAS-ck
    @CHANDANDAS-ck 27 วันที่ผ่านมา +5

    কাৰোবাৰ আত্মসন্মানত আঘাত কৰিলে সি লাগিলে সৰু হওঁক বা ডাঙৰ হওঁক বা ছাত্ৰ এ হওঁক , এনেকুৱা অনাকাংখিত পৰিস্থিতিৰ সৃষ্টি হবই । এই শিক্ষক জন উদাহৰণ হল এইটো ঘটনাৰ । ছাত্ৰ বা ছাত্ৰীয়ে হওঁক চুলিত ধৰি ঘটালি classroomor পৰা বাহিৰ কৰি দিবৰ কাৰোঁ অধিকাৰ নাই ।।

    • @MainaTamang.
      @MainaTamang. 26 วันที่ผ่านมา +1

      Absolutely right

    • @utpalgoswami7887
      @utpalgoswami7887 26 วันที่ผ่านมา +1

      Manuh Naa ajiloike change hoise Naa change hbo ....enebur ghotona besike hbo goi ase karon ki xaru ki dangor xobore mur keita gorom hy thake ajikali.

  • @nivagogoi9859
    @nivagogoi9859 28 วันที่ผ่านมา +6

    লৰা জনৰ IGOত লাগিলে আৰু মানসিক ভাৰসাম্য হেৰুৱাই এনে কাৰ্য্য কৰিলে ।

  • @prasantabezbaruah1067
    @prasantabezbaruah1067 27 วันที่ผ่านมา +3

    ল'ৰা জনৰ সাপেক্ষে কোৱা যেন লাগিছে !!!
    হত্যাকাৰীৰ বয়স চাব নালাগে। হত্যাকাৰী এজন হত্যাকাৰীয়েই ।
    ভবিষ্যতে সি আৰু দহ জনক হত্যা কৰিব পাৰে। ........
    ..... ... .. সেয়েহে আইনে কঠোৰ হাস্তি নিদিলে তাক encounter কৰিব লাগে। এই বোৰ সমাজৰ একোটা বিষাক্ত পোক । ইহঁতক জীয়াই ৰাখিলে ভবিষ্যতে আৰু ভয়ঙ্কৰ কিবা এটা নকৰিব তাৰ মানে নাই।

  • @thepoliticalawareness1021
    @thepoliticalawareness1021 28 วันที่ผ่านมา +11

    একো status চোৱা দৰকাৰ নাই, ফাঁচী দিয়ক? দাঁতৰ বিষ ৰ কাৰনে এক সপ্তাহ ছুটী কি আচৰিত? আজিকালি লৰা ছোৱালীয়ে শিক্ষকক চাকৰ বুলি ভাবে চাগে? লৰা ছোৱালীয়ে জানে তেওঁলোকৰ মাক দেউতাকে বহুত টকা দিয়ে স্কুলত। লগতে চৰকাৰে Online Content আৰু Online Gaming ৰ ওপৰত নজৰ দিয়া উচিত। চৰকাৰ ৰ কেবল কৰ সংগ্ৰহৰ লক্ষ্য হোৱা অনুচিত। যেনেকৈ চৰকাৰে অসমক মদাহী বনাই কৰ সংগ্ৰহ কৰে???????

    • @loficave-g9t
      @loficave-g9t 28 วันที่ผ่านมา

      Kio fasi dibo tak fasi dile students union r power
      dekha pabi kela ...rap case bilak ji hoi ase titte goisli ne ko o fasi dba kela ...

    • @user-gn8fj7hg5z
      @user-gn8fj7hg5z 27 วันที่ผ่านมา

      দাঁতৰ নহৈ ডাক্তৰ তাৰ মানসিক ৰোগ আছিল বোলে কৈছে investigator বোৰে

  • @tanujasarma7307
    @tanujasarma7307 27 วันที่ผ่านมา +3

    Thika koisa madam tar mental condition tu thik hoi thaka nasil. Because adolescent stage t anar agat laj dila students bura bahut balag reaction kora example suicide attempt kora. Attempt tu murder etc.

  • @jupitara7619
    @jupitara7619 28 วันที่ผ่านมา +3

    উচিত শাস্তি যদি নেপাই তেন্তে অনাগত দিনবোৰত তেওঁৰ পৰা আৰু এনে খবৰ পাবলৈ সাজু হওক। অপৰাধী মানসিকতাৰ মানুহ তেওঁ, বয়স কিমান সেইটো বিচাৰ কৰা নিষ্প্ৰয়োজন।

  • @satyajitphukan9790
    @satyajitphukan9790 28 วันที่ผ่านมา +6

    দুখিক শাস্তি দিয়াক

  • @7xxhcx
    @7xxhcx 27 วันที่ผ่านมา +2

    Teacher bur olop beya ase mur hontanor logot ji korile obsese Ami lorak college pora uliabo loga hol

  • @minakshiborgohain7378
    @minakshiborgohain7378 27 วันที่ผ่านมา +2

    অপৰাধিক সুবিধা ও সুযোগ দিয়াটো মূৰ্খামীৰ বাহিৰে আন একো নহয় ... বাইদেউ manege হৈছে নেকি.....জীয়াই থকাৰ তাড়না চবৰে আছে তাৰো হৈছে এতিয়া পৰিয়ালৰ মানুহে নিজৰ সন্তান হেৰুওৱাৰ তাড়নাত এতিয়া শিক্ষা দিছে কি কব কি কৰিব কিন্তু সেই মহিলা গৰাকী যিয়ে সকলো হেৰুৱালে সন্তান দুটিয়ে পিতৃক হেৰুৱাই নিঠৰুৱা হ'ল তেওঁলোকৰ বাবে কি ক'ব আপুনি মেডাম....!! আপোনাৰ মন্তব্য উচিত নহয় আৰু সময় উপযোগী ও নহ'ল অলপ ‌চিন্তনীয় বিষয়বস্তুটো চাই চিন্তা কৰি মন্তব্য ৰাখিব সামাজিক মাধ্যমতো আহিছে সুবিধা পায় ভুলকৈ বাখ্যা কৰি মন্তব্য নকৰিব । সেই সময় আৰু সুযোগ বুজি মুখ খোলা ৰক্তপিপাষু অসুৰটোৰ বাবেই এটা পৰিয়ালৰ সকলো শেষ হৈ গ'ল থান-বান হৈ পৰিল দুটি শিশুৰ সপোন শৈশৱ !! মানুহ জনৰ মুখৰ পৰা পৰিয়ালে শেষ মাত এষাৰ শুনিবলৈ নাপালে যান্ত্ৰনাত চতফটাই থকা ‌সময়ত সন্তান পত্নীক কাষত নাপালে কিমান যান্ত্ৰনাদায়ক আৰু মৰ্মান্তিক ভাবিয়ে কলিজা ফাটি ‌গৈছে আৰু এতিয়া সি হত্যাকাৰী টোৱে ঠান্দা মগজুৰে মুখ খুলিব আহিছে....!!!!😡😡😡

  • @sankarswargiary7146
    @sankarswargiary7146 28 วันที่ผ่านมา +8

    Mem Or coment Tu khuni bhal lagil....... Maru buli maribo nuware.... Year uporot khompurno todonto hobo tar pisot he ki khasti hobo... Aiya state judge ment sir Or uporot nirbhor kore.

  • @KulenGogoi
    @KulenGogoi 26 วันที่ผ่านมา +1

    এনে ধৰণৰ ‌মহিলাই হৈছে মানৱ জাতিৰ বাবে কলঙ্কিত আৰু অপৰাধৰ বাবে ইন্ধন যোগাওঁতা ।
    তুমি মহিলা নোহোৱা , এজনী ডাইনী হোৱা। যিদিনাখন এই ঘটনাটো ঘটিছিল সেই শ্ৰেণী কোঠাত থকা প্ৰত্যক্ষদৰ্শী ছাত্ৰ সকলে সকলো সচা কথা কলে । তাৰ পিছত তুমি কʼৰপৰা আহিলা ? তুমিতো এই ঘটনাতো ঘটাৰ সময়ত তাত উপস্থিত নাছিলা । চালা হাৰামযাদী এতিয়া হত্যাকাৰীক সোৰক্ষা দিবলৈ আহিছা। কি কৈছা‌ শিক্ষকজনে সেই পিশাচটোক চুলিত ধৰিছিল, অপমান কৰিছিল, কটাৰিখন মাত্ৰ ভয়খোৱাবলৈ আনিছিল । এতিয়া ওকালতিৰ কোনো প্ৰয়োজন নাই।অনতিপলমে সেই পিশাচটোক ফাঁচী দিয়ক ।

  • @SunilPatar-qb6yy
    @SunilPatar-qb6yy 27 วันที่ผ่านมา +1

    গার্জেন্ট আৰু শিক্ষক সমাজে প্রতি ছাত্ৰৰ মানসিক অৱস্থাৰ সম্পর্কে সচেতন ভাবে লক্ষ্য কৰাতো অতি গুৰুত্ত্বপূর্ণ কথা | নহলে অনাগত দিনবোৰ ঠিক নহব।

  • @_Puspanjali
    @_Puspanjali 26 วันที่ผ่านมา +1

    আমি যেতিয়া স্কুলত ছাৰ বাইদেউৰ পৰা পিতন পাইছিলো আমি ঘৰত আছি আকৌ সেইটো ভূলৰ কাৰণে মা-দেউতাৰ পৰাও পিতন পাইছিলো ,,,,, তাতোকৈও _ ডাঙৰ কথা মা দেউতাই কৈ পঠিয়াইছিল শিক্ষকক হাত ভৰি কেইটা নাভাঙিব আৰু চকু কেইটা নফুটাব বাকী যিমান পিটে পিটিব ,
    ,,, ১৯ ৰ ছাত্রী আমিও নহয় বর্তমান সময়ত আমাৰ শিক্ষা সমাপ্তও হোৱা নাই ,,, কিন্তু কিছুমান অভিভাৱক আৰু লৰা ছোৱালীৰ বাবে সকলো অভিভাবক সকলো শিক্ষার্থী বদনামী হৈ পৰিব লগা হৈছে😢😢😢😢😢

  • @nicholasminj8410
    @nicholasminj8410 27 วันที่ผ่านมา +1

    Teachers should not give physical punishment

  • @tutumanibarman5384
    @tutumanibarman5384 27 วันที่ผ่านมา +2

    ভাবি ভাবি কথা নকব ক্ষুৰি সি ইমান ডাঙৰ ঘটনা এটা কৰিলে তাক কোনো কাৰণতে বচাব চেস্তা নকৰিব । শিক্ষকক ভই খুৱাবলৈ যে সি চুৰি আনিলে বুলি কলে শিক্ষক জন কি সৰু লৰা আছিল নেকি ।কোনো কাৰণতে তাক শাৰী যাব নিদিব আৰু বেছি দীঘলীয়া কৰি থাকি লাভ নাই কম দিনৰ ভিতৰতে হিপুৰিলৈ পঠিওৱাৰ বেবস্তা কৰক নহলে টকা খকত তাক পাগল বুলি বছাই নিব উঠি পৰি লাগিব ।ইয়াক যদি এনেকে এৰি দিয়া হয় তাৰ পিছত এনে ঘটনা বহুত শুনিবলৈ পাব কাৰণ ইয়াক দেখি বেছি হব ।

  • @linagogoi6808
    @linagogoi6808 27 วันที่ผ่านมา +1

    কঠোৰ শাস্তি প্ৰদান কৰিব লাগে। নহ'লে এই অৱস্থা পুনৰ হব পাৰে

  • @Danirojasfc6
    @Danirojasfc6 28 วันที่ผ่านมา +1

    ৰহস্যৰ আঁৰত।
    আগতেই কিয় নকলে লগৰীয়াসকলে চুলিত ধৰি শাস্তি দিয়া বুলি।
    চুড়ান্ত মিছা কথা কৈছে ডাঙৰীয়াই 😔 😟

  • @bishnuchetry8472
    @bishnuchetry8472 28 วันที่ผ่านมา +11

    Mam apuni khoub hundor koi explain korele..val lagil.. thanks..

    • @BijoySarmah-pt9bm
      @BijoySarmah-pt9bm 28 วันที่ผ่านมา

      Ke hondor ke , ane manhok fasi debo lage,gurok saku kene ane voi khowaboloi,eman himot

  • @bijukumarpegu4361
    @bijukumarpegu4361 24 วันที่ผ่านมา

    মোৰ ধাৰণাত এই ছাত্ৰ জনক কোনো কাৰণত ৰেহাই দিব নালাগে। আৰু কোনেও এই অপৰাধী জনৰ লগত লগ দিব নালাগে।কাৰণ জিলা আৰক্ষী প্ৰশাসন আৰু আইনে হত্যাকাৰী জনৰ বিচাৰ কৰিব। যদি দোষী হয় যাব্ব জীবন কাৰাদণ্ড দিব লাগে।পিছত মুকলি আকাশৰ তলত আহিলে আকৌ এনেকুৱা ঘটনা কৰাৰ আকাশং নুই কৰিব নোৱাৰি।

  • @kalpadas7332
    @kalpadas7332 28 วันที่ผ่านมา +14

    Kono karonot studntk ei khetrot support kora usit nhoi.... Education system xekh kora hoise ei dekhot... Tarei fol eiya

  • @himakshihatibaruah68
    @himakshihatibaruah68 27 วันที่ผ่านมา +1

    Principal Jone hoitu alop besiai strict action lole,new generation logorburr usort laj pale , studant jonok keidin manor karone suspen korileu hol heten, khongt and lajot novoba kamu ketiaba hoi jai,horu holeu atosonman thake, institute khnr kiman nam hoise seituai Sai aji kali kionu bohut mota ankor lavor kotha thake,lorajonor jate bhobisyot andhar nohoi tale lokkhyo rakhi , action loatu uchit hobo

  • @blueocean9430
    @blueocean9430 28 วันที่ผ่านมา +3

    Nazira DPS r pora tak kio out kora hol tak investigate kork na..... Tatu sage ki nokora kam kori ahise.

    • @lawldude2893
      @lawldude2893 28 วันที่ผ่านมา +1

      he normally class 10 pass korile eku ulta pulta case hua nasil ei sob enei mosola logai koi dise media burei

  • @ripulhazarika4651
    @ripulhazarika4651 25 วันที่ผ่านมา

    ধন্যবাদ জনাইছো তোমাক,
    তুমি অসমৰে নাৰী নে?

  • @Artathome20
    @Artathome20 26 วันที่ผ่านมา +1

    Aji kali student r behaviour bohut bea hoi ase moi ata women tothapio mir class 10 r lora bor k class lobo voy lage karon mor logt bohut bea incident hoisil
    Class10 r lora k jetia maths bujai thaku mok any time koi thake you are looking beautiful ma'am
    Mor bohut uncomfortable feel hoy
    Moi atia beleg school t join Kori 2,3 r class koru

  • @madhurjyak
    @madhurjyak 27 วันที่ผ่านมา +1

    15yr. Why need juvenile court?
    For murderer want change the law ,he cruelly murdered the teacher

  • @sabinaalia2318
    @sabinaalia2318 28 วันที่ผ่านมา +9

    Lora jonor parents e gom nepai nki tar mental condition r kotha, parents k dekha nai eku kua 😢, kio teolukor lorajon eman arrogant hol ?

    • @Dangerrr219
      @Dangerrr219 28 วันที่ผ่านมา

      Tur baperok hudh kela

    • @Zone07376
      @Zone07376 28 วันที่ผ่านมา

      Huna mote deutak dhukuar pasot lora tu introvert hoi gol. Makeu dhyan dibo time napai police t kore aru 5 bosoriya bhayek k dhiyan diye

    • @thejknath6017
      @thejknath6017 27 วันที่ผ่านมา

      @@sabinaalia2318 tur metal conditions gharar manuhe gom pai ne

  • @lifewithmissburagohain6213
    @lifewithmissburagohain6213 27 วันที่ผ่านมา

    That’s why every educational institution should be appoint child counsellor 😢 ajikali generation kune ki vabi thake ki koribo kuneu najane kune kenekua depression or kenekua feel kore kuneu najane 😢

  • @user-is1yz3ct5l
    @user-is1yz3ct5l 28 วันที่ผ่านมา +2

    Kiba nohole kiba hol teacher a u insult kori bo nalagisil duyu jonor kiba ghotil g he baidhyo hoi anekua kaam eta kori pelale

  • @happyboy4579
    @happyboy4579 28 วันที่ผ่านมา +4

    Tak jindagi jailot thobo laga

  • @loficave-g9t
    @loficave-g9t 28 วันที่ผ่านมา +1

    Student ok psychology r bhal doctor ok dkhai treatment kri lok ...fasi dbo nalage

  • @kshiprajyotiborah7809
    @kshiprajyotiborah7809 23 วันที่ผ่านมา +1

    Anebur news a next generation uporat hanghatik prabhab pelaise ane news paribekhan hoi thakile in future ane ghatana ati hunkalei hunibole pua jabo....so bandha karak

  • @7gc970
    @7gc970 27 วันที่ผ่านมา

    চাত্ৰ জনক জাবত জীৱন কাৰাগাৰত ৰাখিব লাগে । এনেকুৱা চাত্ৰক ৰেহাই দিলে অন্য চাত্ৰ সকলে পুনৰ এনে জঘন্য কাম কৰিব । শিক্ষক সকলে চাত্ৰক একো শাখন কৰিব নোৱাৰিব ।

  • @lachithazarika1142
    @lachithazarika1142 28 วันที่ผ่านมา +4

    এও সেই ছাত্ৰ গৰাকীক যেনেকৈয়ে নহৱক কিয় বচাবলৈ লাগি গৈছে। হয়তো ধন লাভ কৰিছে যিহেতু সম্ভ্ৰান্ত ঘৰৰ

  • @karabikakati1457
    @karabikakati1457 27 วันที่ผ่านมา

    Reformation ত লাগি থাকোতেই অধঃপতনে গৈ আছে।তেওঁ এনেকুৱা কাম কৰিব পাৰিছে যেতিয়া তেওঁৰ মানসিকতা শিশুৰ নহয়, তেওঁ সাজু হৈ আহিছে এনে এটা কাম কৰিবলৈ গতিকে আজি তেওঁ সাৰি গলে কালিলৈ আৰু দুজন উৎসাহিত হব এই কামৰ বাবে।

  • @user-lo1lf5ke9u
    @user-lo1lf5ke9u 21 วันที่ผ่านมา

    ওলাল পক্ষৰ বিপক্ষে মানে সমাজ ব্যৱস্হা ৰ এক উল্লেখযোগ্য উদাহৰন।

  • @user-ql4gl4vp5o
    @user-ql4gl4vp5o 25 วันที่ผ่านมา

    সি মুঠতে শাস্তি পাবলাগে।classroom ত কৰিছে crime.

  • @dibyabaruah7725
    @dibyabaruah7725 28 วันที่ผ่านมา +5

    Ekdom thik koise baido apunak kothakhini kua karone thnkyou

  • @S.M.8439
    @S.M.8439 27 วันที่ผ่านมา

    ফাচী নহলে বিপদ পুনৰ হব ।

  • @parthapburagohain9456
    @parthapburagohain9456 27 วันที่ผ่านมา +1

    Bah comment section ot sob experts dekhun iyat😂

  • @surujsonowal3702
    @surujsonowal3702 27 วันที่ผ่านมา

    আচৰিত লাগে হত্যাকাৰীক আইনে কিয় ৰেহাই দিয়ে ৷ উদাহৰণস্বৰূপে চালফায়েই কওক বা আত্মসমৰ্পণকাৰী আলফাই হওক কিম্বা হত্যাকাৰি ৰঞ্জন দৈমাৰীক ইমানসোপা ৰাইজে মুকলি আকাশৰ তললৈ আনিবলৈ অহৰহ প্ৰচেষ্টা চলাইআছে ৷ দেশৰ বিয়াগোম ৰাজনীতিবিদ যাৰ গাত হত্যাকাৰী চেকা আছে ৷ অসমৰ ৰাইজে সেইবোৰকেই সেৱাকৰি ফুৰে ৷ হত্যাকাৰী বা অপৰাধীৰ কোনো ক্ষমাৰ যোগ্য হ’ব নোৱাৰে সি যিয়েই নহওক ৷

  • @MofizurHussain
    @MofizurHussain 27 วันที่ผ่านมา +1

    Oparadhir jone jodi aapunak ba aapunar poriyalor kunuba ajonok jodi hoittya koril heaten teatiya anekuwa comment korile heaten nea,napai napai dhikkar disu aapunak,monot rakhibo teacher jonor u ata poriyal ase,jeanekoi aapunar ase,

  • @surajitbaruah9014
    @surajitbaruah9014 26 วันที่ผ่านมา

    Becomes very dangerous for both students and teachers.

  • @JituKalita-fq2zc
    @JituKalita-fq2zc 27 วันที่ผ่านมา

    We need justice

  • @rkofficial1868
    @rkofficial1868 18 วันที่ผ่านมา

    এগৰাকী শিক্ষকক হত্যা কৰাজন কোনোপধ্যেই ভাল লʼৰা হʼব নোৱাৰে। মুঠতে আইনমতে সি দোষী !! উচিত শাস্তি লাগে।

  • @budhinsaikia6300
    @budhinsaikia6300 27 วันที่ผ่านมา

    বাইদেউ গৰাকীয়ে পাকেপ্ৰকাৰে কি ক’ব খুজিছে , বুজাবলৈ কি বিচাৰিছে ?
    আপোনাৰ কিবা আলেকৰপালেক নেকি অ’ বাইদেউ ?
    এনে অপৰাধৰ চাফাই বা পাছৰ প্ৰক্ৰিয়া কি হ’ব আপুনি গাব নালাগে শ্ৰদ্ধেয়া 🙏
    আপোনাৰো নিজস্ব মৰ্যাদা ৰাখি সেইমত চিন্তা চৰ্চাৰে একো কৰিব নোৱাৰে যদিওঁ মনে মনে থাকক ৷
    ছাত্ৰৰ দ্বাৰা শিক্ষক হত্যা !!
    কি কাৰণে হ’বলৈ পালে , আকস্মিক কাৰণ কি ?
    এইবোৰক লৈ অযথা মাথা মৰা নাই নিশ্চয় আপুনি বাইদেউ !!
    অন্তৰালত কি আছে বাইদেউ ?
    অনুৰোধ আপোনালৈ🙏
    এনেবোৰ কথা ক’বলৈকে আৰু নাহে যেন 🙏
    যদি নিজক জহাবলৈ/ ৰাইজক মুখ দেখুৱালেই মন তেনে অন্য প্ৰসংগ লওক , যিৰ দ্বাৰা সমাজত সুন্দৰতা বিয়পিব৷

  • @user-lj4jg8fb2b
    @user-lj4jg8fb2b 28 วันที่ผ่านมา +7

    Emn vl lagise mamr kotha khini ,nomoskaar mam

  • @bharatiborah8630
    @bharatiborah8630 26 วันที่ผ่านมา

    মুঠতে ইয়াত কোনো কিন্তু নাথাকে তাক বাহিৰত আগৰ দৰে ঘূৰা ঘূৰি কৰি থাকিব দিলে সি আৰু লৰা নষ্ট কৰিব।সি এতিয়া এটা অপৰাধী জগতৰ লৰা তাৰ লগ যাতে আন কোনোৱে নলয় সেইটো চকু দিব লগা বিষয় বুলি ভাবো বিভিন্ন আইনৰ কথা কৈ তাক সাৰি জাবলৈ দিলে গোটৈই অসম খনৰে এটা বদনাম ৰৈ যাব এইসকলোবোৰ টকাৰ খেল বুলি মানুহে বুজি লব আৰু অসমৰ নাম ৰসাতলে যাব।

  • @Dchutia-xy5zl
    @Dchutia-xy5zl 27 วันที่ผ่านมา

    নাবালক-নাবালিকা ৰুপী অপৰাধী তথা Murderer ক একমাত্ৰ কিশোৰৰ নামত নিৰপৰাধী সজাই বচাই অনাৰ পাছত Future ত এটা এটা দাগী অপৰাধী তথা গুন্ডা জন্ম কৰাত ভাৰতীয় আইনৰ অধীনৰ আওপুৰণি জুভেনাইল জাস্টিছ নামৰ এই ফকটীয়া System তথা ইয়াৰ অধীনৰ কিছুমান লোক দায়ী!ইয়াৰ উদাহৰন হিচাপে already পুনেত সংঘটিত এটা দুৰ্ঘটনাত ১৮ বছৰ অতিক্ৰম কৰিবলৈ মাত্ৰ চাৰিমাহ থকা এটা কিশোৰৰ নামত Matured লৰাই ২ কোটি টকাৰ দামী গাডীৰে দুজনকৈ চফল ডেকা Engineer ক গাডীৰে মহতিয়াই murder কৰোঁতে দিয়া ৰায়তে ওলাই পৰে!গতিকে,এইবোৰ অপৰাধী নাইকীয়া হবলৈ হলে আগতে ইহঁতৰ দৰে মানুহ তথা System ৰ সংশোধন তথা নিৰ্মুল কৰাৰ প্ৰয়োজন

  • @abathanidapak4159
    @abathanidapak4159 27 วันที่ผ่านมา

    100% right

  • @mouchumirajkowar6815
    @mouchumirajkowar6815 28 วันที่ผ่านมา +1

    আপোনাৰ মন্তব্য ত একমত নহয়। সি এটা হত্যাকাৰী।

  • @monjuheujnursery9724
    @monjuheujnursery9724 27 วันที่ผ่านมา

    এই মহিলা গৰাকীৰ মন্তব্যত অপৰাধিটোৱে আৰু দুগুণ উৎসাহহে পাব

  • @sibaninath8483
    @sibaninath8483 27 วันที่ผ่านมา

    যি মন্তব্য দিলে আপুনি আন দহ জনে এনেকুৱা ঘটনা কৰিবলে উৎসাহ পাব

  • @hunmonidehingia1729
    @hunmonidehingia1729 27 วันที่ผ่านมา +1

    এই বাইদেউ গৰাকী মিছা মাতিছে

  • @gmonigogoi9164
    @gmonigogoi9164 23 วันที่ผ่านมา

    সাৰি যোৱাৰ কথা নকৱ ।মনেই যিতি কৱ হত্যাকাৰী শাস্তি হৱই লাগে

  • @srxyz-hk8bd
    @srxyz-hk8bd 27 วันที่ผ่านมา

    বুঢ়ী বাইদেউ আহি গল ওকালতি কৰিব

  • @anamenable5180
    @anamenable5180 27 วันที่ผ่านมา

    Shame on you for trying to justify the incident. He should be treated as an adult.

  • @binoddutta4714
    @binoddutta4714 27 วันที่ผ่านมา

    ই‌ কম বস্তু নহয় এটিয়াৰ পৰাই বাচিবলৈ ওপাই উলিয়াব ধৰিলে। মাৰাত্মক বস্তু।

  • @wazidali5046
    @wazidali5046 27 วันที่ผ่านมา

    Ami school t porhute kiman houka betor kub khalu, kintu ajikali ei doxa

  • @mintugogoi7031
    @mintugogoi7031 28 วันที่ผ่านมา

    এই জনিৰ কথা বিলাক চাই লৰা টোক বচাব হে বিচাৰিছে ।তেওঁ মতে তাৰ গাতদুখ নাই ।

  • @sazidahmed2876
    @sazidahmed2876 27 วันที่ผ่านมา

    এই গৰাকী উকিল নেকি? psyco বুলি জানেই যদি তাক অকলশৰ কৈ ৰাখিব লাগিছিল। কিয় আৰু কেমেকৈ পগলা টোক সমাজত মেলি থৈছিল

  • @nabajitkalita
    @nabajitkalita 27 วันที่ผ่านมา

    সি যিমানেই যি নকওক কিয় তাক ফাঁচি দিলে হল।

  • @rituparnaboruah8525
    @rituparnaboruah8525 19 วันที่ผ่านมา

    Aigorakik manage kora hoise sage teur kotha bur hune enekua onuvob hoise

  • @surjitkrthakur5538
    @surjitkrthakur5538 27 วันที่ผ่านมา

    All criminal minded will watch the progress of the crime. No loose talk and bites. Let's wait for results of investigation and court. Is accused statements is admissible,and above 16 yrs can be tried after due legal action under juvenile justice laws and forums.

  • @aidyou6440
    @aidyou6440 23 วันที่ผ่านมา

    এই জনী য়ে মানুহ মাৰি বলৈ উচতাই দিছে

  • @chotugadgetu6648
    @chotugadgetu6648 28 วันที่ผ่านมา

    Hoi , student jon mentally olop unstable asile, haibabe aji kali valdore homoie homoie student hokolor counciling hua2 bohut dorkar ,karon homoi a enekua bortoman

  • @bimalrabha8554
    @bimalrabha8554 28 วันที่ผ่านมา

    Ei madam joni bicharokor uporot .matro powertohe lage.

  • @utpalkumarchakrabarty1726
    @utpalkumarchakrabarty1726 26 วันที่ผ่านมา

    মন্তব্য খিনি মুঠেও ভাল লগা নাই

  • @ranineog2827
    @ranineog2827 27 วันที่ผ่านมา

    Baru xi maribole suri kina nasile tothapitu ekhon suri loi teacher,k maribo ole jua student kunu karonote basi jabo nalage eyak mrityodonda diyok

  • @bijaynath7724
    @bijaynath7724 23 วันที่ผ่านมา

    Students jonk kothortkoi kothor sastii diyatu bisaruuu

  • @anjanborah-5069
    @anjanborah-5069 28 วันที่ผ่านมา

    এই ল'ৰা টো নাবালক নহয়েই।

  • @ruparajkhowa4985
    @ruparajkhowa4985 27 วันที่ผ่านมา

    কি কৈ আছে এইবোৰ

  • @manishapathak73
    @manishapathak73 25 วันที่ผ่านมา

    Aijoni a kimn toka loise kunubai jane nki baru.

  • @user-gf8rm2lp7f
    @user-gf8rm2lp7f 23 วันที่ผ่านมา

    😂😂😂nohoi child r life time jel nohoi fasi nohoi...

  • @DipankaSharma
    @DipankaSharma 27 วันที่ผ่านมา

    Psychologyr dohai di eri dile bipod. Murderer is murderer. Mor nijor lora holeo fasir nirdes dilo hoi.

  • @blueocean9430
    @blueocean9430 28 วันที่ผ่านมา +1

    Hi jail pabo lagibo gutei life.... 🙏

  • @TIGER_44416
    @TIGER_44416 28 วันที่ผ่านมา +1

    Muthote taak usit Haasti Deboi lagibo ainay.Nohole homaj rokhatololoi jabo.