I really enjoy your video but this time I m really surprised how you are using plastic bottle to preserve bamboo shoots . It is not a all correct . Plz don’t mind . Plastic bottles are not for any pickles, sour items etc
Bah gaj- khoricha adi bostu tu bhabile bor aasorit lage nahoine ? Bahgaaj tu kati kuti boiamot bhorai tholei dudinor pasote tenga hoi aru bohut dinoloi vl hoi thake.paanir bade eko dibo u nelage.
মতামতৰ বাবে ধন্যবাদ ৷ নতুন ভিডিঅ’ কৰি নিশ্চয় দেখুৱাম ৷ যোৱাবেলিৰ এটা ভিডিঅ’ৰ লিংক দিলোঁ ৷ বাঁহগাঁজ আৰু গাহৰি মাংস : th-cam.com/video/jcf2l4rSYuw/w-d-xo.html
বাঁহগাঁজৰ আচাৰ | ভোটজলকীয়া | Bamboo Shoot Pickle with King Chilli | Ethnic Food of N.E. India কেঁচা খৰিচা এইদৰেই খায় ৷ তেল নিমখ হালধি নিদিয়ে ৷ আচাৰৰ ভিডিঅ’ লিংক দিছোঁ ৷ সময় পালে চাই লব পাৰিবা ৷
Aaponer xakolobur tholuwa receipe aie sai moi bor val pao.tate bah- gajor khoricha. Agote aami gaj dhekit khundi mati kaloh t thoisilu, kasuloti kothalgutir logot aanja randhisilo. Etiya aibur nakhao, kintu video t sai br vl pao.
বাইদেউ মই ২ তা ধৰনে বনালো ১ তা পানী ধালি আনতো পানী নধলাকৌ বয়ামত থলো । কিন্তো কিছু দিনৰ পিছত ওপৰৰ খিনি ২ তা বয়ামৰে ক লা হল কাৰণ তো কি বাৰু ??? কব চোন । কি উপায়েৰে কলা নোহোৱা কৰিব পাৰি ।
কেঁচা খৰিচাত পানী দিবই লাগিব ৷ শুকান খৰিচাৰ কাৰণে ৰ’দত শুকুৱাব লাগিব ৷ আচাৰৰ কাৰণেও শুকুৱাব লাগিব ৷ ভিডিঅ’টোৰ description ত কেবাটাও লিংক দিয়া আছে ৷ সময় পালে চাই লবচোন ৷ ব্যস্ততাৰ কাৰণে মই ভিডিঅ’ কৰিব পৰা নাই ৷ পুৰনি ভিডিঅ’হে পাৰিলে দুই এটা এদিটিং কৰিছোঁ ৷
Very simple but careful preparation. Many many thanks to Rupanjali Baidew.
🙏❤️
Bohut val lagil so lovely nice❤
Bhal lagil sai baa.
আপোনাৰ খৰিচা তৈয়াৰ কৰা ভিডিও চাই ভাল লাগিছে
Nice .
❤️🙏
ভাল লাগিল । ধন্যবাদ। from Udalguri
Instablaster.
Mojja baidew
Val lagil video 2 sai baidew
bhal lagil baideo.
আপোনাৰ খৰিচা বনোৱা ভিডিও চালোঁ।
❤️
Val lagilea
আগতে এনে কেচা খৰিচা নিমখ কেচা তেল ,পিয়াজ,জলকীয়া দি চাটনি কৰি খাইছিলো.....এতিয়া নোৱাৰোঁ বেমাৰে আগুৰি ধৰিছে....ধন্যবাদ......
ভাল লাগিল এতিয়া বনাব পাৰিম ধন্যবাদ🙏
🙏
Val lagil
Bor bhal lagil ma'am
ধন্যবাদ মতামতৰ বাবে ৷ লগতে বিহুৰ শুভেচ্ছা দিলোঁ ৷
@@RupanjaliRonganoi 🙏🙏🙏 ketiyaba bhul bhal khini anguliai dibo buli aaxa thakil .. natun koi arambha karisu ma'am ..
Mozaa
Bhal hoise.
Bydew apunar video bur bor vl lgy
Luv from gohpur
👍👍👍
Bohut vl lagil bydew, nimakh nidile nki
নাই দিয়া ৷
Nice
O,baa apuni eman sarol bhabe amak bivinna songskritir abhas diye bohut val lage.aponak log pabor mon ase vogobane apunak suswasthya di vale rakhok
❤️🙏
Very nice 👌👌
❤️
@@RupanjaliRonganoijU3rd,kno no b Co v hi j hi v go h pooh'😢😢 #jjjjjj jv😢mnn ❤😊😊
♥️
বাঁহগাজৰ আচাৰৰ ৰেচিপি দিবছোন।আপোনাৰ ভিডিও বোৰ বৰ ভাল লাগে।
বাঁহগাঁজৰ আচাৰ | উপকৰন মাত্ৰ তিনিবিধ | Bamboo Shoot Pickle | Ethnic Food of North East India
th-cam.com/video/1y_hE9bUdf8/w-d-xo.html
Baideu bahorgajkhini panit kiman dinoloi rakhibo pari ? Moio kasor boyate thoisu dermah man hol, bortoman bhale ase. Kindly jonabosun.Apuar mattu khub vl lage.
মই এবছৰলৈকে ৰাখোঁ ৷
Besi mojja lagibo jetia purona hobo aru ronga hobo. Duror porai gundhabo. Tholua recepie karone moi ei channel saie thakim in future
ধন্যবাদ ৷ চেনেলৰ প্ৰথম অবস্থাত হতাশ হওঁতে আপুনি বহুত প্ৰেৰণা দিছিল ৷ আজিৰ অৱস্থালৈ আহিব পাৰিলোঁ আপোনাৰদৰে সকলো সুহৃদৰ মৰম, শুভেচ্ছা আৰু আশীৰ্বাদৰ বাবেই ৷
প্ৰতিজন দৰ্শক আৰু পৰিয়ালৰ সদস্যৰ সদিচ্ছা আৰু সঁহাৰিৰ বাবেই ভিডিঅ’ কৰাৰ সাহস কৰি আছোঁ ৷
আপোনাৰ মতামত আৰু সহযোগিতাৰ বাবে ধন্যবাদ জনালোঁ ৷
Nice ma'am
Baideu khorisare ki khab pari ba keneke khay plz jonab buli akha korilu.moi Bongaigaon Hoy amar epine khorisa tenekoi nakhay .apuni dekhuwa dore moi khorisa rakhisu ,keneke khab parim jonale sukhi hom.
Video chai borval lagil aako noton video dekhar sakhat thakilo 🙏
Hi,,aunty..video tu derike salu..val lagil o..bambo shoot di gahori tel nidia vid ata pare jdi dibo ha
যোৱাবছৰৰ এটা লিংক দিছোঁ তোমাক ৷ অলপ শ্চেয়াৰ কৰি দিবা ৷ নচলিলে অ’ ! ৰং যিয়েই নহওক লাগে খাবলৈ ভাল হৈছিল ৷
th-cam.com/video/jcf2l4rSYuw/w-d-xo.html
Thanks
মই আজি বনাবলৈ চেষ্টা কৰিছো
নিশ্চয় ভাল হ’ব !
Baideu pai di kiman dinoloi rakhibo pari?
এবছৰ ৰাখিব পাৰি । কিন্তু কেইমাহমানৰ পিছৰপৰা ৰংটো সলনি হৈ যায় । সোৱাদ সলনি নহয় ।
I really enjoy your video but this time I m really surprised how you are using plastic bottle to preserve bamboo shoots . It is not a all correct . Plz don’t mind . Plastic bottles are not for any pickles, sour items etc
Baah gaasor achar bonua video bonabo plz
এইবাৰ বাঁহগাঁজ সৰু হৈ থাকোঁতেই আনিলোঁ যে তেনেই কম হ’ল অ’ ! সহজ আচাৰৰ লিংক দিলোঁ ৷ 👇
th-cam.com/video/1y_hE9bUdf8/w-d-xo.html
@@RupanjaliRonganoi thank you
ভাল লাগিল, কিন্তু আমাৰ মাঁয়ে বনাওঁতে প্ৰথমতেই কেঁচা বাঁহগাজ খিনিৰ লগত ঠেকেৰা টেঙা মিলাই থৈছিল,,,,
Baidew moi pani uporolr dhali rakhisilu 15 din mn pisot uporor khini kumol kumol hoi goise
Baah gajor bhoja kenekoi khbo pare
লগে লগে খাবলৈ হলে বাঁহগাঁজটো কটাৰ পিছত গাঁজখিনি প্ৰথমে পানীত সিজাই টুকি লব লাগিব ৷ তাৰপিছত ভাজি খাব পাৰি ৷
Bah gaj- khoricha adi bostu tu bhabile bor aasorit lage nahoine ? Bahgaaj tu kati kuti boiamot bhorai tholei dudinor pasote tenga hoi aru bohut dinoloi vl hoi thake.paanir bade eko dibo u nelage.
এয়াই বিনন্দীয়া প্ৰকৃতিৰ দান নহয় নে বাৰু ?
Gahori bonai dekhuwabo dei 😊 moi bonai thoisu bamboo shoot 😍
মতামতৰ বাবে ধন্যবাদ ৷ নতুন ভিডিঅ’ কৰি নিশ্চয় দেখুৱাম ৷ যোৱাবেলিৰ এটা ভিডিঅ’ৰ লিংক দিলোঁ ৷
বাঁহগাঁজ আৰু গাহৰি মাংস :
th-cam.com/video/jcf2l4rSYuw/w-d-xo.html
Baideu aneka k thoi 4 days manor pasot nimokh aru halodhi tel dilege mne beya hoi ge neko
বাঁহগাঁজৰ আচাৰ | ভোটজলকীয়া | Bamboo Shoot Pickle with King Chilli | Ethnic Food of N.E. India
কেঁচা খৰিচা এইদৰেই খায় ৷ তেল নিমখ হালধি নিদিয়ে ৷ আচাৰৰ ভিডিঅ’ লিংক দিছোঁ ৷ সময় পালে চাই লব পাৰিবা ৷
Pani diyar importance ase niki???
পানীখিনিয়ে preserve কৰি ৰাখে ।
Plastric bostu use nkoribo
বাইদেও আমাকো মাতিব বাহঁ গাজ গাহৰি লগত খাবলে
মই পানী নিদিওঁ।এনেয়ে বনাও
Panit thoi dile aku nhoi neki 1 bosr loike
নহয় ৷ ফিল্টাৰ পানী দিলেও কেতিয়াবা কেইমাহমান যোৱাৰ পিছত গাঁজখিনি ক’লা পৰি যায় ৷ আমি ক’লা পৰি গলেও খাওঁ ৷
1years rakhibo lagila knaka thabo lgbo
ফিল্টাৰ পানীত ভৰাই এইদৰেই এবছৰলৈ আমি ৰাখো ৷ কিন্তু পিছলৈ মটীয়া বৰণৰ হৈ যায় ৷
মই বনোৱা বাঁহ গাজ খিনিৰ ওপৰ ভাগটো ক'লা হৈ গল | খাব পাৰিনে জনাবচোন
পাৰিবা । ফিল্টাৰ পানী দিলেও এটা সময়ত ক’লা পৰি যায় । তেতিয়াও আমি খাওঁ । ধুই খাওঁ ।
অপৰাজিতা ফুলৰ যে চাহ খাবলৈ কৈছিল তাত মৌ দি চুগাৰ থকা মানুহে খাব পাৰি জানো জনাব চোন
ধন্যবাদ সোধাৰ কাৰণে ৷ চুগাৰ থকা মানুহে মৌ খাব পাৰে নে নাই মই নেজানো ৷
বাইদেউ, এইবাৰ মই প্ৰথম বাঁহগাজৰ ভুতজলকীয়াৰে আচাৰ বনাইছো নাজানো কি হয়, ৰদাব পৰাইনাই বনোৱাৰ দিনৰ পৰাই বৰষুন দি আছে......
আজি তিনিদিনৰ মুৰত অলপ ৰ’দ দেখি জালুক জলকীয়া উলিয়াইছিলোহে ৷ গম পাওঁ মানে বৰষুণত তিতি শেষ ৷ 😭
@@RupanjaliRonganoi হয় দিয়ক বৰষুন তুয়ে যে কি দেখিছে জানো, একো এটা কৰিব নোৱাৰা হৈছো.....
L
বাইদেউ, পানী নিদিয়া কৈও বনাব পাৰি নে?
শুকানকৈ পাৰি ৷ কিন্তু গোন্ধ আৰু সোৱাদ বেলেগ হয় ৷ ৰ’দৰ বতৰতহে পাৰি ৷
বেলেগ কি কি বাহৰ খাব পাৰি
সকলো বাঁহেই খাব পাৰি ৷
সবেই জানে।
মানব সমাজৰ কাম মানুহে নেজানিলে কোনে জানিবনো ? বিহু সকলোৱে জানে তথাপি নাচে আৰু গায়, কিয় ?
Ami bah gaaj puthi mas di khai Bor vl pai
moi ketiyao bonai puwa nai... namoni assam t khorisa kom khuwa hoi...
Nimosh din lagib ne
নেলাগে ৷
পানী খিনি পিছত পেলাই দিব লাগে নে কি
নেলাগে ৷ পানীখিনিও তৰকাৰীত দিব পাৰি ৷
গাজখিনি ৰুকি লৈ হালধি সানিব পাৰে নে নোৱাৰে জনাব চোন
পাৰি ৷ গাঁজখিনি বগা হৈ থাকিলে ভাল লাগে ৷
Aaponer xakolobur tholuwa receipe aie sai moi bor val pao.tate bah- gajor khoricha.
Agote aami gaj dhekit khundi mati kaloh t thoisilu, kasuloti kothalgutir logot aanja randhisilo. Etiya aibur nakhao, kintu video t sai br vl pao.
আন্তৰিক ধন্যবাদ জনালোঁ ৷ 🙏
Nimokh dibo parine Baideu
আমি নিমখ নিদিওঁ ।
মই এবাৰ এনকৈ খৰিছা বনাই ৰাখোতে ইমান পোক হৈছিল।কিয় বাৰু
মই নেজানিম ৷ কাৰণ আমাৰ পোক হৈ পোৱা নাই ৷ যোৱা বছৰৰ শেষ হৈছেহে ৷ আকৌ বৈয়ামত ভৰাই থৈছোঁ ৷
পানী দিলে পচি বা ভেকুৰি নাযাব জানো ? জনাবচোন ৷
বজাৰত বাঁহগাজ দেখিছো ৷আনি ময়ো বনাম ৷
নেযায় ৷ ফিল্টাৰ পানী দিব লাগে ৷
Mor khini besi Tenga howa ni...kio buji napalo😯
শুকান থেকেৰা পাঁচটুকুৰামান মিলাই দিলে টেঙা হ’ব ৷
Ooo ..
বাইদেউ মই ২ তা ধৰনে বনালো
১ তা পানী ধালি আনতো পানী নধলাকৌ বয়ামত থলো । কিন্তো কিছু দিনৰ পিছত ওপৰৰ খিনি ২ তা বয়ামৰে ক লা হল
কাৰণ তো কি বাৰু ??? কব চোন ।
কি উপায়েৰে কলা নোহোৱা কৰিব পাৰি ।
পানীখিনি ফিল্টাৰ কৰা হ’ব লাগিব ৷ পানীত খৰিছাখিনি ডুবি থাকিব লাগিব ৷
পানী নঢলাকৈ কেঁচা খৰিছা মই ৰাখি পোৱা নাই ৷ গতিকে সেইটো কব নোৱাৰিম ৷
ধন্যবাদ কথাষাৰ আলোচনা কৰাৰ বাবে ৷
Sisa lobo lge plastic saphor logua ,
Apuni thakara tanga nidiya naki.
থেকেৰা নিদিলেও এসপ্তাহমান পাৰ হলে নিজেই টেঙা হয় ৷
Tita kio hain.....
কিছুমান বাহগাঁজ তিতা হয় ৷
Kisumane pani nidie sun bottle t..olp bujai dibo sun
কেঁচা খৰিচাত পানী দিবই লাগিব ৷ শুকান খৰিচাৰ কাৰণে ৰ’দত শুকুৱাব লাগিব ৷ আচাৰৰ কাৰণেও শুকুৱাব লাগিব ৷
ভিডিঅ’টোৰ description ত কেবাটাও লিংক দিয়া আছে ৷ সময় পালে চাই লবচোন ৷ ব্যস্ততাৰ কাৰণে মই ভিডিঅ’ কৰিব পৰা নাই ৷ পুৰনি ভিডিঅ’হে পাৰিলে দুই এটা এদিটিং কৰিছোঁ ৷
Val lagil