চেৱাত দিয়া ভাত | YouTube ত প্ৰথমবাৰ দেখিব এই innovative idea |Steamed sticky rice | Assamese recipe
ฝัง
- เผยแพร่เมื่อ 7 ก.ย. 2024
- #Assamese_traditional_saewat_diya_bhat #অসমৰ
#AssameseEthnicSewahtDiyaBhat#TaruphukanRecipe
হাঁহ মাংসৰ সৈতে চেৱাত দিয়া ভাতৰ ৰেচিপিবিধৰ
লিংক 👇
• চাহ চচপেনতে চেৱাত দিলো...
কাপত বনোৱা বিধৰ লিংক 👇
• চেৱাত দিয়া ভাত | YouTu...
চেৱাত দিয়া পিঠা ৰেচিপিবিধ 👇
• Assam Food | লুপ্ত প্ৰ...
বাইদেউ আপোনাৰ ভাপৰপিঠা বনোৱাৰ ৰেচিপিৰ টোৰে মোৰ আলহি সুধাত বহুত সহায় কৰিছে বহুত ভাল লাগে আপোনাৰ চেনাইল টো
জানি সুখী হ'লো
Assamese specially ahoms do not call it bhat pitha
@@souravjyoti7904 Bhut Val resipi thanks
Video tu sai bohut val lagile
Bohut dhuniya
Bohut val lagil ba
Hundor baideu
Dhanyabaad baidew...xundor idea..
bohut bhal lagisap
হয়…ধন্যবাদ
ভাল লাগিছে বাইদেউ।
মই বনালো বৰ ধুনীয়া হৈছে
বৰ ভাল লাগিছে বাইদে ভিডিঅ' টো ছাই,বনাবলৈ লাগিব
সুন্দৰ
ধন্যবাদ ……স্বাগতম ♥️
Bidew saewat dia vatr hohoj recipe tu Val lagil. Thanks. 🙏
My pleasure... welcome 💖🌹
বনাই চাম।আপোনাৰ ৰেচেপি বোৰ চাই খুব ভাল লাগে বাইদেউ।
মৰম সহ ধন্যবাদ
Aji moi bonaisilu .sosakoi bhut dhuniya hoise .Bhut bhut dhanybad apunak.
💟💟❤
বাইদেউ ইমান সহজ
মই বনালো বৰ ভাল লাগিছে
বহুত সহজ নহয় জানো…
@@TaruPhukan হয়
আপুনাৰ বনোৱা পদ্ধতি বোৰ সহজ আৰো ধুনীয়াকৈ দেখুৱাই দিয়ে
ভাল লাগে।
খুব ধুনীয়া । বাহৰ চুঙাতো খুব ভাল লাগে । বাহৰ গোন্ধতো আহে 👌👌👌
জানো…আমাৰ ইয়াত চুঙা নেপায়…নতুন বৰা চাউল ওলালে বা মাঘ বিহুত যেনেতেনে চুঙা বিচাৰি চুঙা চাউল বনাওঁ…
@@TaruPhukan 👍👌👌👌
এইটো মই বনালোঁ ,ইমান ধুনীয়া হল যে হাত ত লৈ কি ধুনীয়া লাগিছে ,খামেই নে থমেই ,এনেকুৱা লাগিছে😊
সুন্দৰ ৰেচিপি।খাই ভাল লাগিল। আপোনালৈ বহুত ধন্যবাদ থাকিল
খুৱ সুন্দৰ হৈছে
Thanks a lot.. welcome🌷💟
Khub dhunia lagil
Thank u... welcome💟
❤
আপোনাৰ পৰা বহুতো শিকিছো দেই....thank you so much.
Bohut val lagise dekhi baideo, apunar pora moi bohut upokrito hoisu apunar recipe sai ❤️❤️❤️❤️
অতি সুন্দৰ আৰু সহজ পদ্বতি. মোৰ বৰ পচন্দ হল
My pleasure... thank u so much...
Welcome💟❤
Aji khalu bonai bohut vl lagil..Tq baa.
ধন্যবাদ ❤
Dhanyabad baideu apunr ai hundor recepie tur babe
Thanks... Welcome💟
Notun formulat Jolpan!! wao..
Bohut dhunia
মৰম ও ধন্যবাদ
Dhuniya hoice baideo
বহুত ধন্যবাদ ও স্বাগতম 💟
Wow very nice
Thanks... welcome ♥️
Apuni bohut val kam korose dhanybad bohut
Vereniceba
Bht bht dhunia hoise
Thanks.. Welcome❤
আপোনাৰ ৰেচিপিবোৰ চাই সদায় ভাল লাগে👌❤️
মজ্জা... মই বহুত ভাল পাওঁ খাই এই বিধ । ইমান সহজ উপাই দেখুৱাই দিয়াৰ বাবে বহুত বহুত ধন্যবাদ।
মৰম দিলো
Bohut dhuniya hoise
দেৰিকৈ হ'লেও ধন্যবাদ ও স্বাগতম 💖
bht bhl lagile...moi try kri sam thnq
Nishoi.... welcome ♥️
Bohut val lagil Baidow apunar pra bohut val val recipe xikilo
Bht vl lgise Baideu.... seni narikal di bnle xijibane. ..
সিজিব…মিঠা খাব বিচাৰিলে…
@@TaruPhukan thnk u rply diyar bbe ...aibar bihut try krim
💖♥️
বৰ ভাল লাগিল
ধন্যবাদ & welcome 💖🌹💖💞
Nice
Thanks.. welcome ♥️
সুন্দৰ হৈছে। মই এনেকুৱা ৰেচিপি এটা বিচাৰি আছিলোঁ। ধন্যবাদ
বহুত ভাল লাগিল
স্বাগতম ❤
Owo so beautiful recepi di.
Thanks... welcome ♥️
Bhut bhut dhainyabad
Welcome ♥️
Bahut thanks aapuner secret share korer babe apuner mohanota .... aami nisoi share korim aaru bonam .
বহুতেই ধুনীয়া।
দেৰিকৈ হ'লেও মৰম ও ধন্যবাদ ♥️💞
এইবাৰ বিহুত ঘৰত এই পিঠাই চলিছে 😁
Bahut val lage apunar vdo bur
Thanks & welcome 💖🌹
Bohut val lagil baa apunar video to sai😘😘
বহুত ধন্যবাদ
বহুত ভাল লাগিছে দেখি
I like your recipe
My pleasure... Welcome❤💟
Khub xundor hoise. Ekdom notun kotha eta xikilu dei. Thank you. God bless!👍💕
Thanks a lot... welcome ♥️
বাইদেউ সুন্দৰ
কালি মই বনালো। ধন্যবাদ বাইদেউ বৰ সুন্দৰ দিহা দিলে।
হয় নেকি……নিশ্চয়…সহজ আৰু ভাল পালে…স্বাগতম
বাইদেউ, বৰ ধুনীয়া আৰু অতিকৈ সহজতে বনাব পৰা আমাৰ অসমীয়া জলপান ,ভাল পালো। ধন্যবাদ।
শুভসন্ধ্যা ও ধন্যবাদ ♥️
Eman hundar idia kam hamayat hundar recipee
My pleasure... welcome ❤💟
Khuub vaal lagil. Thanks...
Welcome❤
এইবাৰ বিহুত আপোনাৰ ৰেচিপি টো বনাই খালোঁ। কালিও বনালোঁ। বৰ ধুনীয়াকৈ সিঁজিছে। ধন্যবাদ বাইদেউ। আপোনাৰ বাবে যোৱা ১০ বছৰে চুঙা চাউল খাব নোপোৱাৰ অনুভৱটোকে পালোঁ। বহুত বহুত ধন্যবাদ🥰🙏
খাই খুব ভাল পাওঁ, ধুনীয়া হৈছে 👍
হয় নেকি…মোৰ প্ৰিয় .. welcome ♥️
Very nice and innovative idea 👌👌
Thanks... welcome ♥️
Xundorkoi bujale
Munmi ... welcome ♥️
Bhal lagil apunar bonua podhotibur bhal lage
Thanks.... welcome ♥️
apuna recipe bur bohut vl lage
Very nice idea/method of steaming the rice cake
Thanks & welcome ❣️
খুবেই ভাল লাগিছে এনে তৎকালীন ভাবে বনাই খাব পাৰি
Dhunia recipe ba aji 1st dekhiso aru xikiloo
My pleasure... thanks.. Welcome❤
বৰ সুন্দৰকৈ বনাইছে।
শুভসন্ধ্যা ও ধন্যবাদ ♥️
আপোনাৰ বৰা ছেৱাদিয়া ৰন্ধন প্ৰণাশী টো বহুত ভাল লাগিল !আপোনাৰ ঘৰ কত বাৰু জনাৱ
Baideu..khub val lagil 👍. thanks 🙏
Welcome ♥️ my lovely lovely sis
@@TaruPhukan aji khalu dei bonai atiya breakfast te ..with cream di khalu moi ..khub val lagil baideu..😋
ক্ৰীমত মজা লাগিল নহয়নে……… 😋😋❤
@@TaruPhukan moja 😋
Video to sai bohut vl palu dei..
ধন্যবাদ ও স্বাগতম 💖
Hokhi bohut bohut Val kotha ata hikala
Ian... welcome ♥️
মেম আপুনি অসম্ভব কাম এতা সম্ভৱ কৰি দিলে। গতিকে আপোনাক বহুত ধন্যবাদ জ্ঞাপন কৰিচো।
জলপান খাই ভালপোৱা নেকি ? যদি ভালপোৱা সহজতে বনাব পাৰিবা……ধন্যবাদ তোমালৈ .... &... welcome 💐💐
@@TaruPhukan এই জলপান তো মই বহুত ভাল পাও। কিন্তু বনাবলৈ বৰ দিকদার যে, এতিয়া আপুনি বহুত সহজ কৰি দিচে যেতিয়া নিশ্চয় আপুনি বনোৱা মতে বনাই খাম। মেম হাহৰ মাংস আৰু ৰোকা নৰিকলৰ তৰকাৰী কেনেকৈ
বনাব লাগে এতা ভিডিও বনাবচোন। by mem
মজা দেই।
Thanks
বৰ ভাল লাগিল বাইদেউ
ধন্যবাদ…স্বাগতম 💟
বহুত ধুনীয়া হৈছে বাইদেউ ।
ধন্যবাদ …স্বাগতম ♥️
Wow...so sweet
Thanks... welcome ♥️
waooo....👌👍👍👍
বহুত সহজতে বনালে ভাল লাগিল ।
Very innovative idea. God bless you. Always love to watch your videos.❤
Thanks a lot... welcome ♥️
Very very nice idea...
Nice idea
Thanks... welcome💟
আপোনাৰ ভিডিও বোৰ চাই বৰ ভাল লাগে আৰু মইবনাবলৈ যত্ন কৰোঁ আৰু বনাইছোঁ👌👌👌❤❤
বহুত বহুত ধন্যবাদ বা |নিশ্চয় বনাই খাম আৰু share কৰিম
ধন্যবাদ……স্বাগতম ♥️আচলতে নৱপ্ৰজন্মই বুজি আমাৰ পৰম্পৰাক
খুব ভাল লাগিল ,চেষ্টা কৰিম বাইদেউ
নিশ্চয়……সুপ্ৰভাত ও ধন্যবাদ ♥️
পৰম্পৰাক জীয়াই ৰখাৰ বাবে কৰা প্ৰচেষ্টাক আন্তৰিক ধন্যবাদ তথা শলাগ ললো |
আপোনাৰ নতুন আৰু সহজতে বনোৱা চেৱাত দিয়া ভাত বনোৱাৰ দিহা বুধি দেখি অভিভূত হ'লো |
কলপাট নোহোৱাকৈ চহৰ নগৰত বাস কৰা সকলে সহজতে বনাব পাৰিব..
মইও নগৰত বাস কৰো বাবে বহুতো বস্তু বনাব লাগে এনেদৰে…তাতে ব্যস্ত …মোৰ ঘৰত ক'লপাত নেলাগে সেউজীয়া অকণমান দেখা নেপাওঁ
নিশ্চয় বনাই খাম।আৰু ঘৰৰ সকলোকে খুৱাম বাইদেউ
Nice 👌👌👌👌👌
Thanks.... welcome ♥️
খুৱ সুন্দৰ , বনাই খাই চাম।
দেৰিকৈ হ'লেও ধন্যবাদ ও স্বাগতম 💖
Baideo bahut val lagil 👍👏👏
Thanks... Welcome❤
Awesome madam a loats of thanks
Woooow ....xundor.dhoinobad ba.
Welcome ♥️
Thank you ba jani val lagil
Val lagil janiba parilu
বৰ সহজ…কমকৈ বনাবলৈ হ'লে এনেদৰে বনাবলৈ …সুপ্ৰভাত ও ধন্যবাদ ♥️
Waoooo so beautiful .
Thanks .
Moi o bonaisilu dhuniya hoise
Nice lagise 🇮🇳🇮🇳🌹🌹👌👌
Thanks... welcome ♥️
Bohut bohut val lagil baideu.. moiu apnar rcp2 sai loge loge Bora Saul tiaisu mrngote bonam.. Anekua rcp bur d Thakiba ..
মৰম ও ধন্যবাদ…দিয়ে আছো…চাবা…
…ইংৰাজী নৱবৰ্ষৰ শুভকামনা💐তোমাৰ লগতে পৰিয়ালৰ প্ৰতিজনলৈ 💟
ময়ো তেনেধৰণে বনাও বৰ ভাল লাগে খাবলৈ...
Nice recipe.
Thanks... welcome💟
I like your all recipe
Thanks
V,v,goodnice
ধন্যবাদ ও স্বাগতম 💖
Ba aji ha gom palu eman hohoje hoi buli....thanku ba..😊
WELCOME💟