উদঙীয়া গৰু, ঢাকনি নাইকিয়া চৰুৰ দৰে ৰাজ্যৰ মথাউৰিসমূহ! কংগ্ৰেছৰ দিনত বনোৱা মথাউৰিহে ছিগিছে

แชร์
ฝัง
  • เผยแพร่เมื่อ 4 ต.ค. 2024
  • #Da_News_Plus #Da_news_plus_bangla #MamataBanerjee #বাংলা #Banglanews #Bangla #WestBengal #kolkata #Kolkata #Assam #Northeast #India #Congress #BJP #Dailynews #TMC #মমতা
    Da NEWS PLUS is an Assamese News Channel. Da NEWS PLUS brings you the latest and live Assamese and Bengali news from Assam with the current happenings of Northeast, National and Global News.
    Please follow up page to watch live and latest news with latest updates every hour.
    দিনটোৰ প্ৰতিটো খবৰৰ কাৰণে চাওক Da NEWS PLUS। প্ৰতিটো মুহুৰ্তৰ প্ৰতিটো শুদ্ধ খবৰ কেৱল Da NEWS PLUSত
    To subscribe to our channel click here / @danewsplusassam
    Please visit our website: danewsplus.com/ for latest opinions and detailed news coverage, Pictures, Entertainment, Sports and Lifestyle Updates.
    Follow us on Twitter-
    / danewsplus​
    Facebook-
    / danewsplus.dnp
    Koo app- www.kooapp.com...

ความคิดเห็น • 60

  • @animecontent8296
    @animecontent8296 3 หลายเดือนก่อน +7

    এতিয়াহে গম পালো যে বিজেপি চৰকাৰে এই ৮ বছৰত মুখ্যমন্ত্ৰী য়ে কোব়াৰ দৰে কংগ্ৰেছে বনোবা় মঠাউৰিত হাতেই লগোব়া নাই।কংগ্ৰেছৰ দিনত বনোব়া বুলি মেৰামতি নকৰি জনতাক দেখদেখকৈ বিপদৰ মুখলৈ থেলি দিয়া নাইনে। কংগ্ৰেছৰ দিনত যিবিলাক অনুস্থান বনোব়া হৈছিল সেইবিলাক বিজেপি চৰকাৰে মেৰামতি নকৰি ধবংশৰ মুখলৈ এৰি দিব নেকি।আমি আচলতে কেনেকুব়া শাসনৰ তলত বাস কৰিছো সকলোব়ে ভাবিবৰ হল।

  • @ChayanikaSaikia-kl8fs
    @ChayanikaSaikia-kl8fs 3 หลายเดือนก่อน +6

    Congress এ বনুৱা মথাউৰি দি চলি আছে ২০০৪চনৰ পৰা। এতিয়া কাম কোনে কৰিছে গমেই পোৱা গল। ৪চনৰ পৰা লোকে কৰা কামৰ credit লৈ আছে।

  • @GitumoniKonwar-gh7tl
    @GitumoniKonwar-gh7tl 3 หลายเดือนก่อน +9

    কংগ্ৰেছৰ দিনটো তোমালোকে সর্তা কৰ্তা আছিলা । আৰু বিজেপি দিনটো ও তোমালোকে আছা। কথাটো অলপ মনত ৰাখিবা😮😮

  • @nowshadali5389
    @nowshadali5389 3 หลายเดือนก่อน +7

    বিজেপিৰ দিনত মথাউৰিৰ মেৰামতি কৰাই নাই ১০বছৰত

  • @JinuBorgohain-y6n
    @JinuBorgohain-y6n 3 หลายเดือนก่อน +1

    বৰ্তমানৰ ৰাজনীতি ইমানেই নিকৃষ্ট ঘৃণনীয় কবলৈ ভাষা নাই।বানপানীত সৰ্বস্ৰ হেৰুৱাই মানুহৰ বিলাই বিপত্তিৰ সীমা নোহোৱা হৈছে।কিন্তু অসমৰ মূখ্যমন্ত্ৰীজনে কোন চৰকাৰৰ দিনত বন্ধা মঠাউৰি ভাগিছে তাৰ হিচাব কৰি আছে।ইয়াতকৈ আৰু কি নিকৃষ্টতা আছে বাৰু?গৌৰৱ গগৈ জিকিলে ৰাজনীতি এৰিম বুলি কোৱাটো আৰু এখোপ চৰা।নিজৰ কথা ৰাখিব নোৱাৰাটো লাজ বোলা কিবা আছে নাই বাৰু???

  • @nujrulHoque-yb1hf
    @nujrulHoque-yb1hf 3 หลายเดือนก่อน +15

    BJP য়ে ইমান দিনেই কংগ্ৰেছৰ মথাউৰি দি চলি আছিল, তাৰ মানে BJPয়ে কোনো কামেই কৰা নাই, গতিকে ৰাইজে 2026ত BJP ক ভোট দিয়াৰ আগতে ভাবিবো ৰাইজ

    • @sushildeka8711
      @sushildeka8711 3 หลายเดือนก่อน

      Thik koise....julungar mekuri ulaise😅😅😅

  • @asomiyalorakabyanil7069
    @asomiyalorakabyanil7069 3 หลายเดือนก่อน +3

    এইবোৰ ফকতিয়া কথা ক'লে অসমৰ ৰাইজে আপোনালোকক ভাল পাব বুলি নাভাবিব কাৰণ অসমৰ ৰাইজে দেখি আছে কোনে কোনটো দলৰ পৰা জপিয়াই ফুৰিছে । সেই কেইজন মানুহে সেই দলত থাকোঁতে কৰা বেয়া কামৰ ফল। এতিয়া ধোৱা তুলশীৰ পাত হলে নহব।

  • @SadhanaGogoi-x9y
    @SadhanaGogoi-x9y 3 หลายเดือนก่อน

    লাজ লগাকৈ মন্ত্ৰীৰ মন্তব্য। বানপানীৰ কবলত জনতা আৰু এই কেইটা কথা।

  • @prarinitasaikia4380
    @prarinitasaikia4380 3 หลายเดือนก่อน

    বেয়া কাম কৰিলে বাপেকৰ লগত কি কথা আছে মুখ্যমন্ত্ৰীৰ দাঙৰিয়া।

  • @chittagogoi2716
    @chittagogoi2716 3 หลายเดือนก่อน

    অসম চৰকাৰৰ কাম নাই গম পালোঁ

  • @TulikaboraKkp
    @TulikaboraKkp 3 หลายเดือนก่อน

    যদিহে ইমান দিনে কংগ্ৰেছৰ দিনত বনোৱা কামৰ ওপৰতে নিৰ্ভৰ কৰি চলি আছিল বিজেপি ৷তাৰ পৰা বুজা যায় যে জলসম্পদ নামৰ এই বিভাগটোৱে কাম নকৰাকৈয়ে ৰাইজৰ ধন উদৰস্থ কৰি আছিল সেয়া নিজৰ নিজৰ কথাতে প্ৰকাশ পাইছে ৷ইমান দিনে জলসম্পদৰ মন্ত্ৰী আমোলাই ঘোঁৰা ঘাহহে কাটি আছিল ৷

  • @ManashjyotiBorah-zn3ml
    @ManashjyotiBorah-zn3ml 2 หลายเดือนก่อน

    কংগেছৰ দিনতহে কিৱা কাম কাজ হৈছিল

  • @KIRANSAIKI
    @KIRANSAIKI 3 หลายเดือนก่อน

    Ai kotha atiea kowar homai nohai!

  • @kakoligayan2065
    @kakoligayan2065 3 หลายเดือนก่อน

    ৰাজ নিতীৰ গা দী পালে
    সকলো একা
    বৰ ভোজ খোৱা ৰাক্ষষ
    কোনো বান্দা কম নহয়
    ধন ঘটিব লৈ ৰাজনিতীৰ
    এটা ধন ঘটা এটা পথ

  • @Rana-hg8hg
    @Rana-hg8hg 3 หลายเดือนก่อน

    সাৰদা লুই বাৰ্জাৰ কংগ্রেচৰ দিনতেই ফুলিছিল

  • @basantaborgohain5372
    @basantaborgohain5372 3 หลายเดือนก่อน

    শদিয়া আৰু বগীবিল দলঙৰ গছ দুজোপা কোনে ৰুইছিল বাৰু?

  • @dreamShddch
    @dreamShddch 3 หลายเดือนก่อน

    পিয়াজ আৰু হিমন্ত প্ৰাণীহে

  • @robinpadi9715
    @robinpadi9715 3 หลายเดือนก่อน +1

    Laj pab lage mama apuni teria apuni আছিল

  • @KabitaGogoi-ut6jr
    @KabitaGogoi-ut6jr 3 หลายเดือนก่อน +2

    ডলাৰ বগৰী কেইটা। সেই সময়ত তোমালেকেই আগভাগ লোৱা দেখা পাইছিল।

  • @padmachutia2501
    @padmachutia2501 3 หลายเดือนก่อน

    Eman din goise ne congress Or dinor mathauri.

  • @rambalram2610
    @rambalram2610 2 หลายเดือนก่อน

    4:35 গৌৰৱ গগৈয়ে ১০০% শুদ্ধ কথা কৈছে...মথাউৰি বিলাক হল ATM - পইচা মৰা যন্ত্ৰ... 😮😮😮 আমি সৰু কালৰে পৰা দেখি আহিছোঁ.... মানুহে পূজা, বিহুত নতুন কাপোৰ কানি, জোতা চেন্দেল কিনে.... কিন্তু জলসিঞ্চন, PWD ৰ ইঞ্জিনি়াযাৰ, ঠিকাদাৰ, মহৰী বিলাকে বানপানী আহিলে নতুন কাপোৰ, জোতা চেন্দেল, গাড়ী আদি ক্ৰয় কৰে....😮😮😮 আজিও একেই পৰিস্থিতি....!!! খাপ পিতি বহি থাকিব ফাণ্ড অহালৈ, যেতিয়াই পইচা আহিল কামৰ বাবে সিহঁতৰ গাঁত ৰং জেউতি কি দেখিব....??? বছৰৰ পিছত বছৰ ধৰি একেই পৰিস্থিতি...😮😮😮😮 যদি গৌৰৱ নিচিনা ব্যক্তিয়ে ৰাজ্যভাৰ লয়, হয়টো পৰস্থিতি অলপ ঠিক হব পাৰে.....!!!!!

  • @किरण2021
    @किरण2021 3 หลายเดือนก่อน

    হিমন্ত বিশ্ব শৰ্মা আৰু ফাঁচী বজাৰৰ ছাৰ..
    কোনে হাত দিছিল সেইটো ডাঙৰ কথা নহয়...
    যোৱা ৭ টা বছৰে কি কৰি আছিল...
    কাম আছিল দুৰ্বল মাথাউৰি চিনাক্ত কৰণ কৰি তাক মেৰামতি কৰা... তাকে নকৰি অকল উৰণীয়া সেতু নিৰ্মাণ কৰি কমিছন খাই থাকিল..
    এতিয়া দোষ জাপি দিছে কংগ্ৰেছৰ ওপৰত...
    বিজেপি চৰকাৰৰ নীতিয়ে হৈছে নিজৰ দোষ কংগ্ৰেছৰ ওপৰত জাপি দিয়া...
    নিলাজ চৰকাৰ

  • @হালোৱাৰপুতেকমই
    @হালোৱাৰপুতেকমই 3 หลายเดือนก่อน

    Bjp go back , Gourav Gogoi k anibo lge ! Ai keita sun Congress tei asil . Dol bogora

  • @AbdulRahman-p1u5d
    @AbdulRahman-p1u5d 3 หลายเดือนก่อน

    কংগ্ৰেছৰ দিনত বুলি কোৱাতকৈ আগৰ আমাৰ দিনত বনোৱা বুলি কলে শুনিবলৈ বেছি ভাল হল হেতেন।নেতাৰ মুখৰ কথা শুনিলে এতিয়া জনতাৰ হাঁহি উথে হেঃহেঃহেঃ🤓🤓🤓🤓🤓🤓🤓🤓

  • @inglishvlogs1015
    @inglishvlogs1015 3 หลายเดือนก่อน

    মূখ্যমন্ত্ৰী মহোদয় ডাঙৰীয়া এতিয়া আপোনাৰ বয়স কম হৈ থকা নাই ,

  • @BhishmaChirang
    @BhishmaChirang 3 หลายเดือนก่อน +1

    Mamar laj bula bostu to nai sage 😂😂😂😂

  • @anjugogoi6222
    @anjugogoi6222 3 หลายเดือนก่อน +1

    চাৰিওফালে বানপানী ত মানুহ ককবকাই আছে আৰু এই বিলাকে এই বিলাক কথা কেনেকৈ যে কব্ পাৰে আচৰিত তেওঁ লোকৰ ঘৰত পানী সোমোৱা নাই বাবে অনুভব কৰিব নোৱাৰে এই বিপদত ৰাজনীতি নকৰিব

  • @manojtalukdar6647
    @manojtalukdar6647 3 หลายเดือนก่อน +1

    সকলো বোৰটো কংগ্ৰেছৰ দিনতেই সজা তাৰোপৰি বহু জন লোক 👺👹🥸😎🐴🐴🐴🐴🐴 @ কংগ্ৰেছক গোটেই দিব নেকি ⁉️⁉️⁉️⁉️💯

  • @puspadhardowarah1932
    @puspadhardowarah1932 3 หลายเดือนก่อน

    এই গুণ্ডাবোৰক ভোট দিয়াৰ পৰিণাম হাতে হাতে পাইছে। কোনটো কাৰ দিনৰ মথাউৰী তাৰহে হিচাব দিলে!এইদল বাগৰা মিছলীয়া কেইটা তেতিয়া কংগ্ৰেছত আছিল নে"নাই?ৰাইজে এতিয়া কওক চোন কোনে দায় সাৰিব বিচাৰিছে?ৰাইজৰ কথাবোৰ ২০২৬ লৈ মনত থাকিব নে বাৰু? সাধু কথাত শহাৰ দুৰ্ণাম আছে যে শহাই কথা পাহৰে।ঠিক অসমীয়াৰ ক্ষেত্ৰতো একেই।অসমীয়াই কথা পাহৰে।সেই বুলি আমুকা আনত কৈ বেলেগ।ককালৰ"কোব সতকাই নাপাহৰে!

  • @শংশাৰিকাগগৈ
    @শংশাৰিকাগগৈ 3 หลายเดือนก่อน +6

    বিজেপিৰ নেতা আৰু হিমন্ত বিশ্ব শৰ্মা একো কাম নাই সিহতি আহিলে ধৰিলৈ পানীত দলিয়াই দিবলাগে

    • @kumudbaruah2001
      @kumudbaruah2001 3 หลายเดือนก่อน +1

      হামিদুৰমিঞা সাহস আছে যদি তুমিয়েই দলিয়াই নিদিয়া কিয়? বিজেপিক শাসনৰ পৰা আতৰাবলৈ বহুত বছৰ অপেক্ষা কৰিব লাগিব। হাতি দেখিলে কুকুৰে ভুকেই। কুকুৰৰ ভুকালৈ হাতীয়ে ভূখ্যেপ নকৰে। বিজেপিক দেখিলেই কংগ্রেসী বোৰে ভূকে। পিছে লাভ নহব। ৰাইজ বিজেপিৰ লগত নহলেনো ৯৩ খন বিধান সভা অাসনত বিজেপি আগবাঢ়ি নাথাকিলহেতেন।

    • @mrinalpachani8984
      @mrinalpachani8984 3 หลายเดือนก่อน

      stupid miya Bangladeshi

  • @ritubora4782
    @ritubora4782 3 หลายเดือนก่อน

    Manuh ake gijon kintu 😂😂

  • @KIRANSAIKI
    @KIRANSAIKI 3 หลายเดือนก่อน

    Laj nai aibuarar

  • @HimaniDas-hy1ec
    @HimaniDas-hy1ec 3 หลายเดือนก่อน +1

    BJP Himanta Sarbanda aru Gauvark val lage baki bork val nalage

  • @dimpolborah6275
    @dimpolborah6275 3 หลายเดือนก่อน

    Ki katha koisa

  • @MadhujyaGogoi-dh8dm
    @MadhujyaGogoi-dh8dm 3 หลายเดือนก่อน

    B j p. c o n s kore lave ni .manu more jobo nnke monte mohudoi Manu logot b j p .c o n s kore lave ni apune monte hoi ki koresa. (Fal2)

  • @Kuhilapagag
    @Kuhilapagag 3 หลายเดือนก่อน +1

    Apuniu heitu dinot kongress asil nohoi sir

  • @KIRANSAIKI
    @KIRANSAIKI 3 หลายเดือนก่อน

    Takabur tahatar pokatat ha homai

  • @RinaBasumatary-xz9rs
    @RinaBasumatary-xz9rs 2 หลายเดือนก่อน

    Mukon gahori nisina hajorikha r

  • @anuraghazarika8627
    @anuraghazarika8627 3 หลายเดือนก่อน +1

    Tetia tohot congress ot asili atia pahorili kot asili

  • @DKD-co3be8mg4j
    @DKD-co3be8mg4j 3 หลายเดือนก่อน

    Apunalukor kothar pora ata kotha buji palu ji 1st kotha congress govt. Bonuwa mathauri repairing korato sarkar dayeta nohoi 2nd kotha apunaluki 8yrs assam 8/10 tatkoy bise matauri nai bonuwa ji buji paisu apunalukor kothar pora mani apunaluki banpani babi akuyai kora nai akal bukasotiua rajniti karesi

  • @KoilyashHandique
    @KoilyashHandique 3 หลายเดือนก่อน

    Aitu montri hoia aacanaki ?

  • @jahidulhaque8357
    @jahidulhaque8357 3 หลายเดือนก่อน +1

    Apuni ball kheli asey niki?

  • @BijayBorah-bm5dn
    @BijayBorah-bm5dn 3 หลายเดือนก่อน +1

    Mukhya montriye rajniti koriboloi nere
    Uporor maltu murot tu akuwe nai

  • @TikendraGogoi-lg2ww
    @TikendraGogoi-lg2ww 3 หลายเดือนก่อน +1

    Hoi oo mama apuni mohan ooo aru aku nokobo... Apunak sabo mon nai ooo

  • @limamoniborgohain9834
    @limamoniborgohain9834 3 หลายเดือนก่อน +1

    mahodai lokar katha bad nijai kito karisa.

  • @RofiqulIslam-vv8kb
    @RofiqulIslam-vv8kb 3 หลายเดือนก่อน +1

    Tohot pagol Holi ne ki

  • @BipulBora-r8g
    @BipulBora-r8g 3 หลายเดือนก่อน +1

    কিমান নিকিষ্ট মানুহ হয় ঐ।😊

  • @MadhujyaGogoi-dh8dm
    @MadhujyaGogoi-dh8dm 3 หลายเดือนก่อน

    Fal2 monte

  • @HimaniDas-hy1ec
    @HimaniDas-hy1ec 3 หลายเดือนก่อน

    Eitu uparar mal kotha bor uporat thakib