অৰুণোদয় একাডেমীৰ হুঁচৰি || আন্তঃবিদ্যালয় প্ৰতিযোগিতা || আমগুৰি কেন্দ্ৰীয় ৰঙালী বিহু উৎসৱ ২০২৪

แชร์
ฝัง
  • เผยแพร่เมื่อ 16 ต.ค. 2024
  • ৫৫ সংখ্যক বৃহত্তৰ আমগুৰি ৰঙালী বিহু উৎসৱ ২০২৪ ৰ (৫ মে') আন্তঃবিদ্যালয় হুঁচৰি প্ৰতিযোগিতাত আমগুৰিৰ অৰুণোদয় একাডেমীৰ ছাত্ৰ -ছাত্ৰীসকলৰ অংশগ্ৰহণ । প্ৰথমবাৰৰ বাবে হুঁচৰি প্ৰতিযোগিতাত অংশগ্ৰহণ কৰোঁতে ভুল-ভ্ৰান্তি ৰৈ যাব পাৰে । আপোনালকে শুদ্ধখিনি আঙুলিয়াই দি ছাত্ৰ -ছাত্ৰীসকলৰ প্ৰচেষ্টাত উৎসাহ প্ৰদান‌ কৰি আগলৈ অধিক শুদ্ধ ৰূপত পৰিৱেশন কৰিব পাৰিব বুলি আশা ৰাখিলোঁ 🙏
  • บันเทิง

ความคิดเห็น • 7

  • @kritishnaborah7952
    @kritishnaborah7952 5 หลายเดือนก่อน +1

    জয়তু অৰুণোদয় একাডেমী।❤️

  • @saswateebhuyan6898
    @saswateebhuyan6898 5 หลายเดือนก่อน

    ♥️

  • @MrinmoyBoruah-y7h
    @MrinmoyBoruah-y7h 3 หลายเดือนก่อน

    Ami sonari jatiyo bidyalay hoi goisilu first palu euluke second pale sage

  • @sadishasaikia1276
    @sadishasaikia1276 5 หลายเดือนก่อน

    ❤️

  • @MrinmoyBoruah-y7h
    @MrinmoyBoruah-y7h 3 หลายเดือนก่อน

    Ami sonari jatiyo bidyalay hoi goisilu first palu euluke second pale sage

  • @TuluChetia-bg3ck
    @TuluChetia-bg3ck 5 หลายเดือนก่อน

  • @MrinmoyBoruah-y7h
    @MrinmoyBoruah-y7h 3 หลายเดือนก่อน

    Ami sonari jatiyo bidyalay hoi goisilu first palu euluke second pale sage