মহিলা অসুৰক্ষিত ৰাজনীতিত : মীৰা বৰঠাকুৰ
ฝัง
- เผยแพร่เมื่อ 4 ต.ค. 2024
- মহিলা অসুৰক্ষিত ৰাজনীতিত : মীৰা বৰঠাকুৰ
মীৰাই গুৱাহাটীত কৰিব "MIRACLE" || Mira Borthakur Goswami
Contact with Chakrrapanni Parashar on
📷 Instragram: ....
🚀Facebook : / chakrrapanni. .
🔵Twitter:
✅Main Channel : / @baartalaap .
👱♂️Vlog Channel : / @chakrapaniparash. .
...................................
/ baartalaapme. .
For Business Enquiry Email :-Baartalaapofficial@gmail.com
Show Enquiry : 8472051224
/ baartalaap
/ baarta_laap
/ baartalaapdotin
baartalaap.in/
#baartalaap #chakrapaniparashar #assamesepodcust #guwahaticity #elaction2024 #congress #bjp #miraborthakur
আমাৰ গুৱাহাটী লোকসভা সমষ্টিৰ ৰাইজে মীৰা বৰঠাকুৰ বাইদেউক জিকাই লৈ যাব লাগে। পাৰ্টি চাই নহয় এইবাৰ প্ৰাৰ্থী চাই ভোট প্ৰদান কৰক ৰাইজে 🙏🙏। শুভেচ্ছা থাকিল বাইদেউ ❤️
😅😅
ভাল লাগিল,এগৰাকী অভিজ্ঞ বক্তা
Such type of Lady should be the member of Parliament. First Gourav Gogoi secondly Mira Baideu. For the benefits of Guwahatian vote for Mira Borthakur.
মীৰা বাইদেউ আপোনাক ধন্যবাদ। আপোনাৰ কথা খিনি বহুত বহুত ভাল পাও❤❤
শুভ-কামনা জনালোঁ। সদায় সক্ৰিয় হৈ থাকক । বাকীবোৰ ঈশ্বৰৰ ওপৰত এৰি দিয়ক ।।
মই শিৱসাগৰ পৰা চাই আছোঁ, যোৰহাট জিলাৰ গৌৰৱ গগৈ আৰু গুৱাহাটী মীৰা বাইদেউ জয়যুক্ত হোৱাটো ভগৱানক পাৰ্থনা কৰিছোঁ,আৰু ডিব্ৰুগড় জিলাৰ লোৰীণ জ্যোতি গগৈ ,
Smart, Energetic, Enthusiastic,Idological MEERA Baideu will WIN.
ধন্যবাদ চক্ৰপানী পৰাশৰ দা।আপোনাৰ সাক্ষাৎকাৰ শুনি বহুত ভাল ,লাগে।মীৰা বৰ ঠাকুৰ বাইদেউলৈ বুলি , মোৰ ফালৰ পৰা আৰশীবাদ থাকিল।
এগৰাকী স্পষ্টবাদি মহিলা ৷ বহুত ভাল লাগিল ৷
মীৰা বৰঠাকুৰ বাইদেউ অতি গুণী জ্ঞানী আৰু সমাজৰ কল্যাণৰ বাবে অতি দক্ষতাৰে কাম কৰি যোৱা অতি আদৰ্শবান মহিলা। গুৱাহাটী লোকসভা সমষ্টিৰ সৌভাগ্য এনে মানসিকতাৰ ব্যক্তিক প্ৰাৰ্থী হিচাপে পায় জয়যুক্ত নিশ্চিত ভাৱে কৰিবই 🙏🙏🙏🙏।
মীৰা বাউদেক চফা অন্তৰ মানুহ। আপোনাৰ কথাবোৰ শুনি ভাল লাগিল।
Mira baido zindabad
বাইদেউ আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ বহুত ভাল লাগিছে মীৰা বাইদেউ দাঙৰিয়ানি
Mira baideu zindabad
সঁচাই মই মীৰা বাইদেউ ৰ লগত বাৰ্তালাপ ত এটা video আশা কৰিয়ে আছিলোঁ❤ হঠাৎ notification পাই গলো ।সঁচাই তেখেত ৰ দৰে এগৰাকী স্পষ্ট বাদী মহিলা সাংসদ হলে সঁচাকৈ উন্নতি হব❤
Val lagil Kathabor huni ❤❤ God bless you
Miraba joy ho..
Mira baideo zindabad.
মীৰা বাইদেউ জিন্দাবাদ জিন্দাবাদ 2,3 লাখ ভোটত জয় হ'ব মীৰা বাইদেউ
Meera baidew apunaloi xuvesha thakil .From Golaghat.
Eman talented woman..
Mirak লগ কৰিব মন গৈছে
Mira bideu zindabad ❤❤
আপোনাৰ কথা বিলাক ভাল লাগে, আৰু বহত ধুনিয়াকে কয় বাইদেউ। আপুনি গুৱাহাটিৰ পৰা জিকাটো বিচাৰো।
Mira Baideo jindabad ....
Mira maam 🙏.
Eman hundor kotha botora ba r..!!
One of my favourite lady politician . She is a hard working lady , practical , straightforward and bold lady. May God bless her .
মীৰা বৰঠাকুৰ মোৰ প্ৰিয় নাৰী ।
সুন্দৰ সাক্ষাৎকাৰ ভাল লাগিল। আশীর্বাদ ও শুভেচ্ছা থাকিল।
Mira baideu jindabad
বাইদেউৰ প্ৰতি টো উত্তৰ নিৰ্ভিক সততাৰ ,যুক্তিসংগত, মীৰা বাইদেউ বহু ভোটত জয়ী হব
Mira baidew jindabad
মীৰা বাইদেউ বিপুল ভোটত জয়ী হ'ব🎉
Meera baideu❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤
Mira bideu zindabad
Bht val lagil
মই গুৱাহাটীৰ ভোটাৰ নহয়, গুৱাহাটীৰ হোৱা হ'লে পাৰ্তি নেচাই মীৰা বাইদেউৰ দৰে এগৰাকী সুদক্ষ মানসিকতা সম্পন্ন প্ৰাৰ্থীক ভোট দিলোহেতেন। গতিকে গুৱাহাটী বাসীক আবেদন জনাম অসমৰ স্বাৰ্থত মীৰা বৰঠাকুৰ বাইদেউক ভোট দিয়ক।
Zindabad
অসমীয়া ভাই সকল, আমাৰ জাতিটো ঐতিহাসিক আৰু সাংস্কৃতিকভাৱে আৱেগিক, কিন্তু আমাৰ পৰিচয়টোৱে নাইকীয়া কৰাৰ পৰিকল্পনা কৰিছে । আমি জাতিৰ হকৰ বাবে সংগঠিত হৈ আমাৰ ভাষা, আমাৰ সংস্কৃতিৰ বাবে মাত মতা উচিত। আমি আমাৰ নিজৰ ভূমিত দ্বিতীয় শ্ৰেণী নাগৰিক হৱ গৈ আছো। আমি লাচিতৰ সন্তান আৰু আমি কাকোৱেই ভয় নকৰো। আহা আমাৰ সংস্কৃতি পুনৰুদ্ধাৰ কৰাৰ সময় হৈছে!... জয় আই অসম❤❤❤❤ মই বিজেপি নহয় কংগ্ৰেছ নহয়.. এজন অসমীয়া...
Bidewr kotha bor suni bhut bhal lagil. Dhanyabad Chakrapani tkhetak anar babe.
মীৰা বাইদেউ জিন্দাবাদ জিন্দাবাদ
ভোট ফর মীরা মেম ফ্রম চিরাং
Mira baideo zindabad ❤
Guwahati বাসীয়ে এওঁক পাৰ্টী চাই নহয় প্ৰাৰ্থী চাই জয়ী কৰি আনিব লাগে
Well come .Vote for Mira Bai.
মীৰা বাইদেউ আপোনাৰ ভাষণ সচাই আদৰণীয় আগবাঢ়ি যাওক❤❤❤❤🎉🎉🎉
খুব ভাল লাগিল আজিৰ বাৰ্তালাপ অনুষ্ঠান ৷
The lady is good statesmen.
Heart touching interview ❤😊
ভাল্ লাগিল ❤❤❤
Aaibar Mira baidow k nischoi vote dim
মীৰা বাইদেউ সদায় সঁচা কথাবোৰ কয় কাৰণে বহুত ভাল লাগে। শোভেচছা থাকিল যাতে জয়ী হয়।
You will win.
বাইদেউ আপুনি আগবাঢ়ি যাওক কথা যেনেকৈ কৈছে কাম তেনেকৈ কৰক❤❤❤ 👍👍👍
Mira baidew jikiba.
Xunder🙏🙏
Very nice
Shundar Mantyabya Baideu❤
Xei dina Mira baideuK lg paisilo
Hridoy kopai juwa ktha bilak koi
Vote 4 Mira baideu✊
Great job Chakrapani 👏.. kudos to your initiative in showcasing such beautiful interviews. Mira mam is very intelligent n knowledgeable... wihsing her all the very best ✌️
Bhal lagil.👍
Ki buli kom kble vakha ny... Emn val manuh...pratitu kthai hasa..... Vote for Mira borthakur......
সুন্দৰ সুন্দৰ কথা
Mira borthakur zindabad
All comments right 👍
Mira Barthakurak Ami jikaboi lagiba. Mira Barthakur jindabad !
মীৰা বাইদেউ জিন্দাবাদ
Very Strong and Active Women.
Mira Borthakur jikib
Bhal lagil
বৰ সুন্দৰ এগৰাকী স্বদেশ স্বাভিমানি ব্যক্তিত্বৰ অধিকাৰী এগৰাকী মহিলা। মই যেতিয়াই পৰা বাইদেউক টিভিত দেখিছোঁ তেতিয়াৰ পৰাই ভাল লগা হৈছে। আজি আৰু বহল কৈ জানিবলৈ পৰিলোঁ। এগৰাকী সততা নিষ্ঠাবান মহিলাক গুৱাহাটী বাসীয়ে এইবাৰ প্ৰাৰ্থী হিচাপে বাইদেউক পাইছে। আশা ৰাখিছোঁ এইবাৰ গুৱাহাটী বাসীয়ে এটা ভাল প্ৰদক্ষেপ ল'ব পাৰিব।
Mira baidew jinda baad.
Good 👍👍👍👍👍
God bless you
I say from MANGALDAI. Mira Baidew wine from Guwahati.
God bless you and give you good health and do good for the public near future.
Mira baideo zindabad
Thanks Val Lagil 🙏
সুন্দৰ মতামত ভাল লাগিল আপোনাৰ জয়
ভাল লাগিল অনুষ্ঠান চাই, বাইদেউ লৈ শুভেচ্ছা জনালোঁ 🎉
Mira bidow jindabad
Mira baidew zindabad
Mira baidew zindabad.....
Vote for Mira Maam ❤
🙏🙏🙏🙏
মিৰা বৰঠাকুৰ জিন্দা বাদ বাইদেউ আগ বাহি জাওক মোৰ আপোনাৰ আশিবাদ থাকিল ❤❤❤
A strong leader with objectivity and high moral principles.. best wishes💐
Madam,A true leader always ready to fight against its opponent .no matter how strong they are .I hope you success in this fight.
Ahum politician gaurav gogoi next cm
Am from Arundel and an admirer of Meera. A prolific orator.
Mira badoi zindabad val lagile kotha kose good ❤❤❤
Right
We r so lucky to have u in Congress wish you very bright future,hope u will work for our Assamese people.❤
Val lagil 🎉🎉
Bahut val lagil
ৰাজ শাসন আহোমে কৰিছিল আহোমৰ তেজত আছে গতিকে অনাগত দিনত আহোমৰ মুখ্য মন্ত্ৰী বিচাৰোঁ
পিছে সেই ৰাজ শাসন উফৰাই পেলোৱা তথা পেলাব পৰা বীৰ ও আছিল এই অসমতেই।চিলাৰায়,নৰনাৰায়ণ,ভাস্কৰ বৰ্মন কোন আছিল নিশ্চয় আপুনি নজনা নহয়। মই ইয়াত বিভেদ আনিব বিচৰা নাই।আপুনি কোৱা কাৰণেহে কথাটো কলো।But I Love Ahom ❤️
@@thejxr5616ইট কা জবাব পাথ্বৰ ছে দিয়া.....প্রতুত্তৰ দিছে দেই !
যোগ্যেই ভোগ্য বসুন্ধৰা ! কোনো এটা জাতিক ধৰি আৱেগিক মন্তব্য কৰাটো ধিক্কাৰৰ যোগ্য ! কপট মনৰ মানুহ আপুনি ! চোচিয়েল মিডিয়াত কমেন্ট নকৰিব আগলৈ,যদি নিজক সামাজিক কৰিব নোৱাৰে ! আপোনাক Reply কেনেকে দিছে চাইছে ? লাজ পাইছেনে অলপ ? কি যে হ'ব ! গাঁতৰ পৰা ওলাওঁক,বাহিৰখন চাওঁক !
👌👌
মীৰা বাইদেও বহুত বহুত ভোটত জয়ী হব মোৰ দোৱা আছে❤
Vote everyone. Make MP anyone.
বিধায়ক আৰু সাংসদ সদায় বিৰোধী হলে ভাল তেতিয়া হে চাগে বিধান সভা আৰু সংসদত নিজৰ সমষ্টিৰ কথা শক্তিশালী ভাবে ডাঙি ধৰিব পাৰে
Best wishes to her ❤jikiboii apunii