সফলতাৰ দিশ||SAFALATAR DIKH||RAJA BORUAH INTERVIEW||SAMIRON BORTHAKUR||ZUBEEN GARG||MUSICIAN
ฝัง
- เผยแพร่เมื่อ 10 ก.พ. 2025
- ◾ ইটোৰ-পিছত সিটো বাদ্যযন্ত্ৰত ৰাজা বৰুৱাৰ হাতৰ পৰশ...
◾ কেনেদৰে বাদ্যযন্ত্ৰ শিল্পী হিচাপে পৰিচয় লাভ কৰিলে ৰাজা বৰুৱাই?
◾ জুবিন গাৰ্গৰ সান্নিধ্য প্ৰথমবাৰৰ বাবে কেতিয়া লাভ কৰিছিল ৰাজা বৰুৱাই?
◾ সৰুৰ পৰাই সপোন আছিল সংগীত...
◾ সমীৰণ বৰঠাকুৰৰ সৈতে 'সফলতাৰ দিশ'ত এইবাৰৰ অতিথি জনপ্ৰিয় বাদ্যযন্ত্ৰ শিল্পী ৰাজা বৰুৱা।
Ishan News
ishannews.com/
Ishan news, facebook page
/ newsishan
Ishan news twitter account
/ newsishan
Ishan News Instagram
/ newsishan
Ishan News Koo
www.kooapp.com...
❤️ৰাজা দা মানেই জুবিন দা ।
জুবিন দা মানেই ৰাজা দা ❤️
Thik koisa dus
zubben is only one person
প্রতিস্হিত শব্দটো তেখেতে গ্রহণ কৰিব বিচৰা নাই | আাচলতে এয়াই হৈছে এজন মহান শিল্পীৰ মহানুভাৱতা | 🙏🙏👍👍
তেখেতৰ সৰলতা আৰু সুখী মনতোক শ্ৰদ্ধা জনাইছো
যেতিয়াই আপোনাৰ অনুস্থান চাওঁ
তেতিয়াই আপোনাক দেখো
গায়ক বা গায়িকা গৰাকীয়ে
গীত পৰিবেশন কৰি থাকোতে
আপুনি ইমান সুন্দৰ কৈ হাঁহি মাৰি
তবলা বজাই থাকে ... সচাকৈয়ে সেইটো গুণৰ বাবেই আপোনাক বহুত ভাল লাগে
অশেষ ধন্যবাদ
জীৱনত আপুনি আৰু আগবাঢ়ি যাওক
তাকেই কামনা কৰিছো 🙏🙏
My frvr Raja da
Great person
ৰাজা দা আপোনাৰ কৰ্ম ময় জীবনৰ উন্নতি কামনা কৰিলোঁ
Right 👍👍👍
ৰাজ্য, তোমাৰ হাতৰ পৰশত বাদ্য যন্ত্ৰ বোৰে আমাক অনাবিল সুৰৰ সন্ধান দিয়াত ধন্যবাদ জ্ঞাপন কৰিলো ।
ৰাজাদাৰ সৰলতা সকলোৰে বাবে আদৰ্শ হৈ ৰ ওক, আপোনাৰ দীৰ্ঘায়ূ কামনা কৰিলোঁ
ৰাজা দা আপুনাৰ শেষৰ কথাখিনি এ অন্তৰ চুইগল 💞💞🙏
Bahut🏆🏆🏆🏆 Bhal Lagile Haykhatkarti Rajadar Baydojantor Jadu Dekhi Ovivuta Halu Aapuni Omor Hoi Thakok Moiu Jorhatot Sakori Karisilu Jorhatkhon moi aajiu pahoribo poranai jorhatoloi Aakou Jaboloi Monjai
অসম গৌৰৱ ৰাজা দা বুলি কোনে কোনে ভাবে like কৰিব ।
প্রিয় মানুহজন ♥️♥️♥️♥️♥️🙏🙏🙏🙏🙏
Bohu Manuh Ahe Jaiiii Zubeen Da Logot Hodai Raja Da Thaki Jaiiii/Jabo
Raja da apuni mur bhut mormor hoi ❤❤❤❤❤❤
ভাল পোৱা মানুহ জন #ৰাজা দা
ৰাজা দা, বৰ ভাল পাঁও অাপোনাক…
অতি বিনয়ী শিল্পী।
অমায়িক, সৰল আৰু মৰমীয়াল ভাতৃ সম ৰাজা বৰুৱাৰ সু স্বাস্থ্য আৰু উজ্জ্বল ভৱিষ্যতৰ বাবে ঈশ্বৰৰ ওচৰত মোৰ সৰল প্ৰাৰ্থনা
🙏
❤️❤️😍😍
Extraordinary person ❤❤❤
Raja da aponar nisina nulaba ru xadai amr mjt eneke thakiba lv u raja da ❤️❤️
বহুত ভাল লাগিল, মোৰ দৃষ্টিত ৰাজাদা এজন মাহান শিল্পী।
🙏🙏🙏🙏🙏
খুব ভাল লাগিল। আপুনি মহান শিল্পী
Raja dak Class 5 manor pora dekhi ahisu aru aji graduation complete hol he mur. Aji Ishan News r dwara artist jonok bhalkoi janibole palu. Thank you ❤️ Most underrated artist Raja da ❤️
Raja da ❤❤❤
ইমান সৰলতা ...প্ৰণাম ...
Love you raja da
Rajada hosakoye raja
Raja daa axomor Sivamami
Woww good👍
ঈষান নিউজলৈ অশেষ ধন্যবাদ থাকিল । এনেকুৱা সাক্ষাৎকাৰ আগলৈকে আশা কৰিলো। লগতে ৰাজা দালৈ বহুতো মৰম থাকিল। ৰাজাদা , আপোনাৰ উজ্বল ভৱিষ্যত কামনা কৰিলো লগতে আপোনাৰ অমায়িক কথা বতৰাৰ শলাগ লৈছোঁ।
Akha korilu apunaloke aru enekua badyo jantro xilpi, kontho xilpi aru beleg xilpi k amontron koribo agoloi. Bhal lagil sai episode tu
ৰাজা দা ৰ বিষয়ে আজি ভালকৈ জানিলো , ভাল লাগিল
God bless him.
ধন্যবাদ
আপোনাৰ দৰেই আছিল মোৰ দেউতা ।একেবাৰে সহজ সৰল ।
Experienced and devoted person.
Gives good support for zuben garg.
Wow raja da lovely dai 💖😘👌
👍👍👍
ৰাজা দা,নামে যাৰ পৰিচয়।।👍
lord krishna blessd you
এগৰাকী মহান ব্যক্তিৰ জীবন সহস্র জনৰ বাবে প্ৰেৰনাৰ সোঁত ।
God bless you. 🙏
এয়াই শিল্পী ! শিল্পী মনৰ প্ৰকৃত শিল্পী 🙏
Raja hosakoi 2mar hator jadu ase. Ujal bhoisat kamona koresu
Right
Raja dada too good
Khup. Val. Lagil. Apunar. Kotha. Khi ni. Jani.
👍
ভাল লাগে
কিমান বছৰে জুবিন দাৰ লগত দেখি আহিছোঁ
🙏❤️❤️
God bless you,
বহুত বহুত ধন্যবাদ
👍👍👍👍👍👍👍
Very nice
ভাল লগা শিল্পী জন
Wow so excited ,bring your brightness future and be successful
বৰ ভাল লাগিল সাক্ষাৎকাৰটি | সদায় বজোৱা দেখো যদিও তেখেতৰ বিষয়ে জনা নাছিলো |
Raja God bless you
Raja da akol baidro bid nohoi xobdor ajon Val manuh....❤️❤️❤️❤️
❤️❤️❤️
Bor bhal lagil aponar kotha bilak ..Bhogobane aponar asa bilak purno korok .sadai kushole thakok ..🙏🙏
BHOUT VALL LAGIL 💖💖👍🏻👍🏻👍🏻👍🏻
ভাল লাগিল চাই।
অনুষ্ঠানটো চাই খুব ভাল লাগিল ।
🙏🙏🙏
সৰল বাখ্যা, সুন্দৰ
Raja da mne 🔥🔥🔥🔥🔥🔥
ভাল লাগিল।, 🙏🌹🙏
Xosa Matir Manuh❤️
ভাল লাগিল , সদায় দেখি থাকো , জানিবলৈ মন গৈ আছিল তেখেতৰ সম্বন্ধে । তেখেতৰ কৰ্মোদীপ্ত শলাগিবলগীয়া ।
❤️👍🙏
Rajuda love form mangaldoi 💓💓
Raja daa u r great
Raja da val lgil.
Ejan mahan xilpi
Raja dak prai vage dekha pau zubin dar lagat badya jantra bozowa val lage ,
মোৰ অতি মৰমৰ এজন শিল্পী ।। তেওঁৰ অনুষ্ঠান বোৰত সদায় তেওঁৰ আঙুলি কেইটালৈহে চাই থাকোঁ ।। আজি তেওঁৰ সৰল মনটো বুজি বৰ ভাল লাগিল ।।
Thanks for the upload... 👍
Mohaan..
আমাৰ যোৰহাটৰ কথাই বেলেগ
Okol gan guake nohoi ane sokolok matok
Raja da... Bahut change hol.. Simple living....
Mai bahut val pao tekhetok
মইও যোৰহাটৰে, "পাৰকোচন" বাদন এটা শিকিব বিচাৰিছো কিন্তু মই বিশেষ কাকো চিনি নাপাও…
May God Bless You 🙏
Borhia pragramme
Kintu ai channel tu Miya r channel nisina lage
সংগীতৰ ক্ষেত্ৰখনত দুইনম্বৰী চাৰ্টিফিকট লৈ চৰকাৰী পেনঞ্চন খোৱাৰে অসম মূলুকত ভৰি আছে ।
Awesome 👏👏
Anchoring is too poor
God bless you Raja
So down to earth artist. Very impressive. God bless him.
❤❤❤