নাৰদ[Bitupon Dutta], বিষ্ণু[Sushant saikia], লক্ষ্মী[Sushant]||নৃসিংহ মুৰাৰী||
ฝัง
- เผยแพร่เมื่อ 12 มี.ค. 2020
- নাৰদ- বিতোপন দত্ত
বিষ্ণু- সুশান্ত শইকীয়া
লক্ষ্মী- সুশান্ত বৰা
দোহাৰ- ৰঞ্জিত দা( জিনজিন মইনা খ্যাত)
নাট- নৃসিংহ মুৰাৰী
স্থান- তৰাণী, গোলাঘাট
বিতোপনৰ নতুন ভাওনা video লিংক👇
• অসম শ্ৰেষ্ঠ নাৰদ Bitup...
#vauna #amlandip #narod_vauna
contact number- 9707311039
আপোনাৰ অঞ্চলত ভাওনা প্ৰদৰ্শনৰ বাবে যোগাযোগ কৰিব পাৰে।
ধন্যবাদ। - บันเทิง
নাট- বিপ্ৰ দামোদৰ আখ্যান
#নাৰদৰ_নতুন_নতুন_গীত
নাৰদ আৰু কৃষ্ণৰ দৃশ্য(নাৰদ বিতোপন দত্ত,কৃষ্ণ সুশান্ত শইকীয়া)👇👇
th-cam.com/video/GStR_IjBhH4/w-d-xo.html
New video 2021👆
Hi
বৰ ভাল লাগিল চাই ❤️❤️❤️🙏🙏🙏🙏🙏🙏
@@sumu1532 val
আপোনি যেনেকৈ নাৰায়ণক মাতে সচাঁকৈ গাৰ নোম শিয়ঁৰি যায়।। 😢😢
সুন্দৰ কণ্ঠৰ অধিকাৰী।
বুকু কঁপি যোৱা , গাৰ নোম সিয়ৰী উঠা দুৰ্দান্ত অভিনয় নাৰদৰ, কন্ঠ, সংলাপ, সকলো তুলনাবিহীন
Parambrahma Narayanee jeen hodaii enekoi teurr voktit bilin honoloi kripa kore ,, eii vaouna saii diar loge loge manuhor hridoyot thoka adhyatmik vaab bur aru bikoshito hoi pore ,, jiee muuk apar anando diee ,, heijon hridoyanathor usorot mur kouti kouti naman ( pranam)
Bor dhunia hoise ,, narad , Vishnu ,aru lakhsmi charitrot avinoii kora hokolure ,, aru aguaii jaook ,,
সচাই বহুত সুন্দৰ কণ্ঠ নিগৰাইছে।শুনিলে শুনি থাকিবৰ মন যোৱা। বহুত ভাল লাগিল ।
Assam r 1 Number Narod 💕
অতিকে অনুপম, সঁচাই বিতোপন কণ্ঠ আৰু অভিনয়৷ মন-প্ৰাণ শিহৰিত কৰি গ’ল৷ ঈশ্বৰে মঙ্গল কৰক, সৰ্বদা শক্তি দিয়ক এনেদৰেই ৰাইজক ভকতিৰ ৰসত ডুবাই ৰাখিবলৈ৷
বৰ সুন্দৰ অভিনয়ৰ মাজেদি, অসমীয়াৰ অলংকাৰ ভাওনা ভাগ কৰা হৈছে 🙏।
Bitupon dutta narodor soritrot, champion, first, moi pray bhal paw bitupon dutta k
ইমান হৃদয় চ্যুই যোৱা কণ্ঠ দেহৰ প্ৰতিডাল নোম শিঁয়ৰি উঠে চাই চাই হেঁপাহ
নপলাইয়ে দেখোঁন আমনিয়ে নালাগে দাদাৰ মাতত ভগৱানৰ হাত আছে এবাৰ লগ কৰিব মন যায়😊😊😊দাদাজনক
সকলোকে মোৰ ফালৰ পৰা ধন্যবাদ জনালো ।
Bitupon da apunar bohut bohut val hoise apunar narodar gid keitaman lekhi dibo sun
Oww bohut dhuniya hur tumi aguri juwa
Bitupon da ai geet tu mur bor val lagil
Val lagil tmr kontha
নাৰদ আৰু কৃষ্ণৰ দৃশ্য(নাৰদ বিতোপন দত্ত,কৃষ্ণ সুশান্ত শইকীয়া)👇👇
th-cam.com/video/GStR_IjBhH4/w-d-xo.html
New video 2021👆
গা নুম দাল দাল হৈ গৈছে। 🙏❤ কি সুন্দৰ মাত। তেওঁৰ ভাও মই বহুত বাৰ চাইছো।
ক়্ষ্ণ ক়্ষ্ণ সুন্দৰ চালে চাই থাকিবৰ মনযোৱা মনোৰম দ়্শ্য 🙏💚💚💚
আপোনাৰ কণ্ঠ সচাকৈ বৰ ভাল শুনি থাকিবৰ মন যায় এবাৰ চাব পৰা হ'লে আপোনাৰ অভিনয়। আপুনি আগবাঢ়ি যাওঁক🙏🙏
Eman hundr ki km kble vasha Ni God bless you 🙏🙏🙏🙏🙏🙏apuni aguai jaok taarey kamona krilu
ইমান হাই স্কেলটো ইমান সুন্দৰ।
Bhut hundor hoise aru bitupon dar kontha tu hsai dhuniya
বিতুপন দা ৰ কন্ঠ সচাকৈ যাদু আছে। অসমৰ গৌৰৱ হয় বিতুপন দা❤️❤️❤️❤️❤️
Yes Bro
In no
সচাকৈয়ে অপূৰ্ব !! ❤️
আপোনাৰ অভিনয় বহুত ভাল লাগে
Oti hundar hoise 🙏🏻🙏♥️
krishna krishna
Hsakoi bhut bhut vl lgel .narodjonk ..
Hundor...Bitupan Dar Hur Tu Je Mur Bohut Priyo.
#TrinayanArtGallery
Hosa koi bahut val lage,apuna phone number to dibo paribo nki please
Bohut xundor xoise
❤️❤️❤️❤️❤️Bohut bohut dhuneya❤️❤️❤️😘😘😘
Narodor ovinoy k pronam 👍🙏jonaisu ... Excellent 👍 Pronamuhu Sri Sri Narayan 🙏🙏🙏🙏🙏🙏
Bitupon da apunak hosai bohut val lage, apunar avinoy xur hsai bohut val lage ajibon nijor kormo pothot aguwai juwa tare kamona😍😍😍
সুন্দৰ অভিনয় আৰু সুললিত কণ্ঠ!! কৃষ্ণ🕉
Asorit dhuniya maat
Uff emn Hundor ❤️🙏
👌🙏❤😍tonmoyee
🙏🙏
ভাওনা জগতৰ নাৰদৰ ভিতৰত অতিকৈ বেছি ভাল লাগে বিতোপন দাক আৰু বিষ্ণু ভিতৰত অতিকৈ বেছি ভাল লাগে সুশান্ত দাক # দুয়োজনৰে একেলগে অভিনয় দেখি বহুত ভাল লাগিল ##
Hosakoi
Yes
সুন্দৰ অভিনয়।
Voice 2 mozza disy
বৰ ভাল লাগিল
শুনি হেঁপাহ নপলাই আজি আকৌ এবাৰ শুনিবলৈ মন গল।
সকলোলৈকে মোৰ ফালৰ পৰা আন্তৰিকতাৰে ধন্যবাদ যাচিছোঁ
Amazing #Butipon da
সচাকৈয়ে বৰ ধুনীয়া লাগিল 🙏🙏😍😍
কৃষ্ণ🙏 ইমান সুন্দৰ 💖
Narodor hur tu boooor dhuniya😍😍😍😍💕💕💕💕😻😻
Bohut VAl lagese Juiiiiii
🙏🌲🕉️🇮🇳🌹নমস্কাৰ প্ৰণাম জনাইছোঁ প্ৰণাম। জয় শ্ৰী ৰাম।
য'ত থাকিব বিতোপন দত্ত আৰু সুশান্ত শইকীয়া, 👌👌👌সঁচাই বহুত বহুত ভাল লাগিল🙏 সুন্দৰ কণ্ঠ, সুন্দৰ অভিনয়। আৰু আগুৱাই যাঁওক, আন্তৰিক শুভেচ্ছা আৰু আশীর্বাদ জ্ঞাপন কৰিলো 🙏
Bohut hundar agoloi agbahi jauk bitupan da vogobane apunak mongol korok
Moza lagise val paisu
one of the best narod i have ever seen
Ki hundor voice😍😍.. uff hunile huni thakibo mon jaii❤️🔥🔥
ভাল লাগীল ভীদীঅটো চাই 🙏🙏
Hundor lagil narod aru Krishna lokhmi avinoi
আমাৰ গাৱৰ গৌৰৱ , বিতোপণ দা ❤️
Moja logill dai bor hundor kontha
voice tu bohut dhuniya dei dada
সুন্দৰ 🤗💐
বৰ সুন্দৰ 😍
Moja
Hundor lagil. Hosakoia bitupon da konthot jadu ase 😍😍🙏🙏
কি সুন্দৰ কণ্ঠ। ভাল লাগিল শুনি।
সুন্দৰ দাদা আপোনাৰ কণ্ঠত যাদু আছে
সঁচা কৈ ধূনিয়া
Bitupan da tumi mur hodai fav narod
Val lagil very very nice
অতি সুন্দৰ ❤
Emn dhunia narod jonor voice
Bahut dhuniya lagise
Bahut val lage Bitupon dar ma2 xune ♥️♥️
এবাৰ লগ পোৱা আশাৰে
Nice song dada
ভাষা নাই❣️❣️
কৃষ্ণ 🙏🙏🙏🙏🙏
Mojah mojah bitupan da .. aru aguiya jua apni
Bohut hundar lagil sai 2 bar salu moi...
Nice👌👌👌👌👌
Kontho ki bulinu bujam🥺😍😍
Ati unnat manor haisa.upobhugya bhaona.suvesha jonalo.
Amr nmghrt asil vauna khon❤️
ভগবানে আপোনালোকক মংগল কৰক।
আৰু আগবাঢ়ি যাওক।
বিতোপন ,বৰ সুন্দৰ হৈছে দেই ,তোমাৰ কণ্ঠ অতি সুন্দৰ লগতে খোজৰ লয়লাসে সকলোকে মুগ্ধ কৰিব ,অভিনয় জগতত তুমি আৰু আগুৱাই যোৱা । মোৰ স্নেহাশীষ থাকিল ।
Hundar❤️❤️🙏🙏
Moja ❤❤💕💕💕💞💞💞
চাইছো সচাকৈ বহুত ভাল লাগে
কি যাদুকৰী কণ্ঠ নাৰদৰ । গাৰ নোম শিহৰিত হৈ ৰ'ল ।
দাদা সচাকৈ ইমান ধুনীয়া আপোনাৰ কন্ঠ.....ইমান মধুৰ....এবাৰ আপোনাৰ অভিনয় চাবলৈ মোৰ বহুত হেপাহ আছে....এবাৰ যদি লগ পালো হয়....
সুন্দৰ লাগিল |
Uff ki gaisa o ❤️❤️
Best of luck Bitupan
Best Hundor Hoise
প্রিয় মানুহ জন 😍😍😍💞💞💞
মজা।লাগিছে।দাদা
Aamr bitupon da ♥️♥️♥️♥️♥️♥️♥️♥️♥️♥️♥️♥️♥️
Majaaaaaa
Xosai bohut val lagil.xundor kontho
অতি সুন্দৰ
Vl lagise
সুন্দৰ।
Niee, bitupon, s, s,, ❤❤
Outstanding
God bless you 🙏🙏 keep it up...
Amazing👍😍🤩
Krishno 🙏🙏🙏🙏🙏🙏krishno🙏🙏🙏🙏🙏
সুন্দৰ
Bitupon da mja lgixe