সংক্ৰমণ বাঢ়িলে পুনৰ লকডাউন দিবলৈ বাধ্য হ'ব চৰকাৰ

แชร์
ฝัง
  • เผยแพร่เมื่อ 12 พ.ย. 2024

ความคิดเห็น • 695

  • @karnachoudhury9278
    @karnachoudhury9278 3 ปีที่แล้ว +185

    এই বাৰ লকদাউন হলে আমি কৰনাবেমাৰ নোহোৱা কৈয়ে মৰিব লাগিব কাৰণ চৰকাৰী চাকৰি কৰা লোক সকলে মাহে- মাহে- দৰমহাতো পায়ে থাকিব আৰু আমি টকা নথকা বাবে চকুৰে নেদেখা হৈ যাম

  • @montumohan6424
    @montumohan6424 3 ปีที่แล้ว +28

    স্বাভাৱিকতে গৰমৰ পৰা ঠান্ডাৰ নামিলে আৰু ঠান্ডাৰ পৰা গৰমলৈ নামিলে মানুহৰ জ্বৰ কাহ হ'য়ে ই নৰ্মেল কথা। তাতে আকৌ কৰুণা কৰুণা বুলি প্ৰতি বছৰে মানুহক হাৰাহাস্তি কৰাটো পছন্দ নকৰোঁ।।চাকৰি কৰাবোৰেটো বন্ধ হ'লে ভালেই পায় কিন্তু দুখীয়া মানুহবোৰৰ হে মৰন।।

  • @anujbezbaruah2341
    @anujbezbaruah2341 3 ปีที่แล้ว +75

    মৰা মৰিব , বচা বাচিব লক ডাউন দি অসমৰ অথ নিতি শেষ কৰা কোনো
    দৰকা নাই

  • @hslch.sinformationandother1951
    @hslch.sinformationandother1951 3 ปีที่แล้ว +108

    উপ-নিৰ্বাচনৰ পিছত কৰোনা বৃদ্ধি হ'ব ।
    এতিয়া নহয়।

  • @pranabdas3850
    @pranabdas3850 3 ปีที่แล้ว +22

    চাওক হে এনেকুৱা ব্যক্তি ওলোৱা নাই আজি 2বছৰ হৈ গল corona ধংশ কৰিব পৰা আৰু নোৱাৰে ও ধংশ কৰিব।গতিকে বছৰ বছৰ ধৰি হৈ থাকিব আমি বোৰ এনেকে বান্ধোনত থাকিম নেকি।দিয়ক চৰকাৰী চাকৰি অসমৰ ঘৰে প্ৰতি এজন কৈ চাকৰি হাঁহি মুখে বন্ধ হৈ থাকিলে ও কথা নাই অসম

  • @debashiskhound2160
    @debashiskhound2160 3 ปีที่แล้ว +39

    এই বাতৰি চেনেলবোৰৰ পৰা আতৰি থাকক নহলে কৰুণা হোৱাৰ সম্ভাৱনা অধিক থাকে। 🤣🤣😵

  • @aftabulchoudhury8860
    @aftabulchoudhury8860 3 ปีที่แล้ว +16

    উপনিৰ্বাচনৰ পাছত যদি লকডাউন বা sop দিয়ে তেতিয়া গম পাব ৰাইজ কৰোনা বেমাৰটো বিজেপিয়ে নিজৰ স্বাৰ্থৰ বাবে ব্যৱহাৰ কৰে.ইমান যদি কৰোনা আছে তেনেহলে মাস্ক পিন্ধাটো বাধ্যতামূলক নকৰিলে কিয়.জনসমাগমত কিয় বাধা নিদিলে.দুৰ্গা পূজাত লানি নিছিগা ভীৰ কিয়.এইবোৰ কেৱল নাটক আৰম্ভ সাধাৰন ৰাইজৰ বাবে.

  • @gyanjyotikhanikar8295
    @gyanjyotikhanikar8295 3 ปีที่แล้ว +6

    তহতি টো লকডাউন দি ভালেই পাৱ। তহতৰ সুবিধা অনুযায়ী লকডাউন দিবলৈ সুবিধা বিচাৰি থাকে।

  • @remsonterang3946
    @remsonterang3946 3 ปีที่แล้ว +32

    এতিয়া দিলে হল ইলেকচন নহওঁতে ।

  • @mgbhaskar3235
    @mgbhaskar3235 3 ปีที่แล้ว +1

    Bjp চৰকাৰ থাকিলে লকডাউন আহি থাকিব

  • @GangaKutumNorthEast
    @GangaKutumNorthEast 3 ปีที่แล้ว +40

    এতিয়াৰ পৰাই লকডাউন দিব লাগে। কাৰন জনসাধাৰণৰ বহুত আনন্দ হব।

  • @dharitribaruah5532
    @dharitribaruah5532 3 ปีที่แล้ว +14

    আমি কি কৰি। খাম লকডাউন দিলে টোপোলা দিলেও মানুহ বাচি বাচি দিয়ে ইয়াত

    • @assamdailyupdate
      @assamdailyupdate 3 ปีที่แล้ว

      ভৰিব লাগিব আমাক

  • @DaduHriday
    @DaduHriday 3 ปีที่แล้ว +17

    Plz stop election meetings 1st. Then give lecture.

  • @bituponnarah5401
    @bituponnarah5401 3 ปีที่แล้ว +44

    Well Come to our respected Lockdown.

  • @sumitraphukan6916
    @sumitraphukan6916 3 ปีที่แล้ว +4

    পূজা কিয় পাতিবলৈ দিছিলে জানেই দেখোন পূজা বুলিলে কিছুমান মানুহ কব নোৱাৰা হয় সেই বুলি বাৰে বাৰে লকডাওন দি থাকিলে আমাৰ দৰে মানুহ বিলাকৰ কি গতি হব চৰকাৰে ভাবি চাওক এবাৰ।

  • @onlyenjoyinglife9643
    @onlyenjoyinglife9643 3 ปีที่แล้ว +30

    অসম শেষ ।

  • @mitaliphukan2989
    @mitaliphukan2989 3 ปีที่แล้ว +2

    Lock dowon hole দুখীয়া মানু্হ বোৰ ক চৰকাৰে অলপ হলেও সহায় কৰে যেন,,

  • @boomyt3037
    @boomyt3037 3 ปีที่แล้ว +3

    লকভাউন নালাগে
    আমাৰ পঢ়া শুনা ধ্বংস হয় গৈছে
    Hostels থকা school বোৰ খুলিব লাগে 🙏

  • @DaduHriday
    @DaduHriday 3 ปีที่แล้ว +12

    Giving lecture in a meeting where there should be more than 1000 ppl. Why did CM allow ppl to gather in a place?

  • @jamirali5350
    @jamirali5350 3 ปีที่แล้ว +1

    মন্ত্ৰী বিলাক ওপৰৰ মাল সিহঁতৰ একো অসোবিধা নাই

  • @rajutaidofficial4
    @rajutaidofficial4 3 ปีที่แล้ว +1

    আৰু নিদিব লকদাউন আৰু এবাৰ লকদাউন দিলে আমি মৰিয়ে জাম

  • @afitnessboy5203
    @afitnessboy5203 3 ปีที่แล้ว +8

    আমাৰ অসমত হে নেকি কৰোনা বেছি !

  • @utpalkalita7814
    @utpalkalita7814 3 ปีที่แล้ว +1

    এইবোৰ ৰাজনীতি বন্ধ কৰিবৰ হল

  • @mamunbegum851
    @mamunbegum851 3 ปีที่แล้ว +2

    Val kotha koise CM sir 🙏🙏🙏

  • @rakeshchoudhury3768
    @rakeshchoudhury3768 3 ปีที่แล้ว +4

    পূজাৰ সময়ত গৰমৰ কাৰণে বেমাৰ বেছি হৈছিল... কভিডৰ পেহিয়কৰ লৰাটো বোলে... কভিড নহয়...😂

  • @smartassam1663
    @smartassam1663 3 ปีที่แล้ว +1

    Lockdown 🇮🇳India 😀😀😀😀😀😀

  • @deepjyoutiofficial3920
    @deepjyoutiofficial3920 3 ปีที่แล้ว +2

    Lockdown dibo lage

  • @abdulwaris4647
    @abdulwaris4647 3 ปีที่แล้ว +8

    বেকছিন কিয় ললো

  • @dipakkalita7034
    @dipakkalita7034 3 ปีที่แล้ว +1

    ম ৰা মাৰি থাকক লকদাউন নালাগে ।

  • @masterofroasters6218
    @masterofroasters6218 3 ปีที่แล้ว +4

    *"অসমৰ **#জাতীয়** **#মামা**"* be like *কৰোনা নেহি হে তু নেহি হে, মে ক্যা কৰো* এতিয়া পা মজ্জা 😂😂🤣

  • @hatipotaptii01chaparsalkoc13
    @hatipotaptii01chaparsalkoc13 3 ปีที่แล้ว +5

    Very good news I am happy 😄😁😀

    • @bristiahom4349
      @bristiahom4349 3 ปีที่แล้ว +1

      Tumi vl pbo pra kintu amar ki hb pet morebo ..😏

    • @debasishmedicinescollectio2775
      @debasishmedicinescollectio2775 3 ปีที่แล้ว

      Apuni saage bohut dangor job kore ba nohole bohut toka ase apunar tat xei karone koise tenekoi nokobo bujise jodi xosai aapuni ejon manuh hoi

  • @kutubali8220
    @kutubali8220 3 ปีที่แล้ว +8

    24ঘন্টাৰ ভিতৰত লকদাউন দিব লাগে

  • @জুবিনদাৰTMপাগল
    @জুবিনদাৰTMপাগল 3 ปีที่แล้ว +1

    ঠিকেই আছে_____😡 ঈদ নহয় তো !!! পূজা হে 😠👽👹

  • @rkpofficial6391
    @rkpofficial6391 3 ปีที่แล้ว +1

    উপনিবাৰ্চন পিছত লকডাউন দিবি!

  • @mrcreation3355
    @mrcreation3355 3 ปีที่แล้ว +2

    এইবাৰ লকডাউন দিলে মই মৰিম ।

  • @sahabuddinsahabuddinahmed435
    @sahabuddinsahabuddinahmed435 3 ปีที่แล้ว

    তাৰমানে জৰ কাহ হলে কৰুনা। বিজেপি চৰকাৰৰ দিনত কৰুনা কেতিয়াও শেষ নহয়। ৰাইজে ৫০০ টকা লৈ ভোট দিয়াৰ মূল্য এয়া।

  • @amahmed7234
    @amahmed7234 3 ปีที่แล้ว +13

    Tenson nai election r pist lokdown hobo😂

  • @anarulnewvlogs9254
    @anarulnewvlogs9254 3 ปีที่แล้ว +11

    করুণা ঈমান দ্বীন কলে গৈশিল যে আজি করুণা ওলাইছে

  • @faitar5760
    @faitar5760 3 ปีที่แล้ว +3

    শেস হব নাই.শেস হয় গল.

  • @junkalita1106
    @junkalita1106 3 ปีที่แล้ว +3

    We want Lockdown again

  • @mousumisultana6248
    @mousumisultana6248 3 ปีที่แล้ว +1

    Vaccine lua ase ji hb hb...don't want lockdown..nohole nakhai moribo manuh

  • @janardanbora3440
    @janardanbora3440 3 ปีที่แล้ว +1

    উপ নিৰ্বাচনৰ পিছত হে হব চাগে

  • @nurnabimondal4485
    @nurnabimondal4485 3 ปีที่แล้ว +13

    Election rr pisot lockdown hoboi kela natok Tu asei ehotor 😤

  • @gaurabgogoi9389
    @gaurabgogoi9389 3 ปีที่แล้ว +8

    School and college khula dibo lage

  • @aryanboys1972
    @aryanboys1972 3 ปีที่แล้ว +1

    Plc close school and college

  • @muksidulmomin9149
    @muksidulmomin9149 3 ปีที่แล้ว +1

    Vul kar sorkaror ne amar .valkoi Jodi coruna roodh koribo a nuare tenehole bare bare lock down dia kio .mur mote coruna sorkare ane aru sorkarei bare bare lock down dia.aru eyar pora sorkaror sartho Puron hoi sage .kahi babe bare bare khali lock down sini pai ......

  • @AbdulJalil-wo6cn
    @AbdulJalil-wo6cn 3 ปีที่แล้ว

    ভেকচিন লোৱাৰ পিছত কৰোণা হয় নেকি বাৰু ৯০/৯৫% যদি ভেকচিন লোৱা হৈছে তেতিয়া হ'লে আকৌ লক ডাউনৰ কথা উল্লেখ কৰিছে যে ।লকডাউন দিলে অন্তত দিন হাজীৰা কৰা ৰাইজৰ বাবে এবাৰ ভাবিব

  • @jeevanyatra1068
    @jeevanyatra1068 3 ปีที่แล้ว +6

    We regret lockdown ,we have been following COVID protocol.

  • @spchannel2150
    @spchannel2150 3 ปีที่แล้ว +14

    HBS sarkar ane hek krbi assamok aru BJP sarkare okl lock down a bisare.

  • @relatedwitheducation9145
    @relatedwitheducation9145 3 ปีที่แล้ว +1

    Assam lockdown diok tar pasote amar HS 2nd year exam for 2022 exam tu cancel korok🙏🙏🙏🙏

  • @assamyoutube984
    @assamyoutube984 3 ปีที่แล้ว

    অসম খন ৰসাতল ওগল

  • @statuswallah3803
    @statuswallah3803 3 ปีที่แล้ว +7

    Now HSLC & HS Students here this news they like be : We want lockdown 🤣

  • @bapiprayag9110
    @bapiprayag9110 7 หลายเดือนก่อน

    কাৰণ নিৰ্বাচন সমাগত

  • @Anonymous25055
    @Anonymous25055 3 ปีที่แล้ว +1

    Lockdown diar agot amar account ot 5 lakh koi deposit kori dibo de BJP.

  • @INDIANARMYSTATUS-tl9tt
    @INDIANARMYSTATUS-tl9tt 3 ปีที่แล้ว +1

    জীৱন আগত

  • @jdas1668
    @jdas1668 3 ปีที่แล้ว +4

    Election hoi gole corona gusi jabo. Chinta kariba nalage.
    Important Note:
    ------------------------
    1. Rally karile corona nohoi.

  • @rudradekarudradeka7131
    @rudradekarudradeka7131 3 ปีที่แล้ว

    আপোনালোকে মাক্স নিপিনন্ধে আৰু অসম ৰসাতলে জাব ধন্যবাদ

  • @earthexplorer9415
    @earthexplorer9415 3 ปีที่แล้ว +2

    Ajir sarkar "Bhabe kiba kore kiba", " Manuhor jibon logot khela bhal nohoi". Ami mori jam jodi sarkare tenekuwa lockdown di thakile.

  • @dipengaonkhowa4315
    @dipengaonkhowa4315 3 ปีที่แล้ว

    Karnataka ত আছো, ইয়াত দেখোন চব বিলাক খোলা আছে, স্কুল কলেজ আদি কৰি সকলো, Corona কত, students বোৰৰ ভবিষ্যত হৈ যাব দেখোন অসমৰ

  • @SahidulIslam-oh4hn
    @SahidulIslam-oh4hn 3 ปีที่แล้ว

    তেতিয়া হলে দূৰ্গা পূজাত কিয় শাসন হোৱা নাচিল দূৰ্গা পূজা শেষ এতিয়া কি লকদাউন আহিল নেকি

  • @shyamolibania1407
    @shyamolibania1407 3 ปีที่แล้ว +9

    Manuheo mask pindha aru senitizer byobohar koriboloi baad dilei.

  • @barmanlawagency3019
    @barmanlawagency3019 3 ปีที่แล้ว

    যদি লকডাউনৰ কথা আহে, ভেকচিনসোপা কিয় দিয়ালে?
    কথাবোৰহে সাঁথৰ হৈ ৰব।

  • @hkfb46890
    @hkfb46890 3 ปีที่แล้ว +2

    Covide r infection barha buli koise but nijei akow masks /social distance nai teneke hole lock down tu asolote as a game hua buli vaba hobo aru Jodi everybody becare fully thake then lock down r kothai nahe

  • @coolboys2569
    @coolboys2569 3 ปีที่แล้ว +6

    Lockdown লাগে আমক আমি ইমা সোনকালে মৰিব নাচাও

    • @dildarhussain9067
      @dildarhussain9067 3 ปีที่แล้ว

      হাৰে ভাইটি যিসকলৰ ঘৰত এখনো চৰকাৰী চাকৰি নাই তেওঁলোকক সোদক ২ বছৰে কিমান pain,sacrifice, struggle কৰিবলগীয়া হৈছে ।

  • @munukonbhi4932
    @munukonbhi4932 3 ปีที่แล้ว

    লকডাৱন দিয়ক চাৰ

  • @assamjokingupdates6740
    @assamjokingupdates6740 3 ปีที่แล้ว +1

    নাটক বন কৰিবলৈ হ'ল ।

  • @Tneouljj7376
    @Tneouljj7376 24 วันที่ผ่านมา

    শক্তি কাকে। বল? জে। ইতিহাস। সাফল্যে।রাখে। তাকে বলে। শক্তি।

  • @amarswapna1133
    @amarswapna1133 3 ปีที่แล้ว

    চৰকাৰলৈ অনুৰোধ,,,পুনৰ লকদাউন দিলে মধ্য বিটি লোক বোৰৰ দায়িত্ব ল'ব লাগিব,,,,কাৰণ গাড়ী মতৰ থকা বুলি আমি একো সুবিধা নাপাও,,কিন্তু বতমান যি পৰিস্থিতি ফৰেচটৰ এমভিয়াৰ পৰা শিল বালি পেলাবলৈ শান্তি নাই,,,গাড়ী ৰখাই ধৰি চলিচৰ পৰা পঞ্চাচ হাজাৰ টকা ফাইন কাটে,,,

  • @rajubarman7147
    @rajubarman7147 3 ปีที่แล้ว +1

    Jodi poristiti beya jai 100% lockdown diyok

  • @bhaskargogoi6145
    @bhaskargogoi6145 3 ปีที่แล้ว

    পিয়ুক হাজৰিকাই অসমীয়া ভুলকৈ কয়,আৰু নিজৰ কোনো মত নাই

  • @duttahimansu528
    @duttahimansu528 3 ปีที่แล้ว +6

    মাজতে ক'ভিড ক'লৈ গৈছিল, উত্তৰটো দিয়কছোন

    • @shonmonidas8517
      @shonmonidas8517 3 ปีที่แล้ว +1

      Vacation t 😆😆😆

    • @duttahimansu528
      @duttahimansu528 3 ปีที่แล้ว

      @@shonmonidas8517 চৰকাৰৰ কথা বুজি পোৱাটো কঠিন অ অ।
      চৰকাৰৰ কিবা কিবি অলপ থাকিব লাগিছিল.....
      তেতিয়া......

  • @moviesentertainment9154
    @moviesentertainment9154 3 ปีที่แล้ว +1

    আমাকো দিব লাগিব দৰমসা ঘৰত কচু কাতি থাকিম।। দ্ই

  • @bristidutta8829
    @bristidutta8829 3 ปีที่แล้ว +16

    Kunu lockdown lockdown siori thake onoborte... Ji hoi hobo dib lage.. lockdown di thakilehe manuh besi moribo

  • @shantidevi2214
    @shantidevi2214 3 ปีที่แล้ว +1

    Lockdown again

  • @akhilroy8952
    @akhilroy8952 3 ปีที่แล้ว

    Yes yes lookdown diyok plz sir I thing mor jibonor kotha ..

  • @mamu1469
    @mamu1469 3 ปีที่แล้ว +1

    Mojja mojja mojja mojja mojja mojja mojja mojja mojja mojja mojja mojja mojja mojja mojja mojja mojja mojja mojja mojja

  • @swastikapator4724
    @swastikapator4724 3 ปีที่แล้ว +2

    Amr kailoi pora clge khuliboha jbola napam sun notun clg

  • @calmmusicchannel6317
    @calmmusicchannel6317 3 ปีที่แล้ว +5

    Puja patibo di bohut bhul korile. Bhalor pine ahisil..

  • @Tapatya123
    @Tapatya123 3 ปีที่แล้ว +3

    আজিকালি মোৰ এই কৰোণা শব্দটো শুনিলেই মূৰ গৰম হয় যায় ।

  • @ayaanarhan395
    @ayaanarhan395 3 ปีที่แล้ว +1

    Lock down diley ami coruna nohoi eny morem khboloi npy nigome more jam bostu buror emn dam bahese ami ahaj khale ahaj khboloi vbebo loga hoise eteay aru lock down dile moremey ami.

    • @debasishmedicinescollectio2775
      @debasishmedicinescollectio2775 3 ปีที่แล้ว

      Hoi diyok ey khon faltu sorkare amar dore manuhor jibon borbaad kori dile bhut dukhor kotha ey season hoi goromr pora olp thanda porile manuhor jor kaah hoie xokolure takei etia corona bonai pelale

  • @bababhuyan3570
    @bababhuyan3570 3 ปีที่แล้ว +12

    Puja election eibilak pati thakok ru social distance mani solib siori thakok

  • @masterofroasters6218
    @masterofroasters6218 3 ปีที่แล้ว +2

    #Election #Puja sab thike salba pare amar #Corona mashi publicar majar para gushi jai. Kintu #School #College #Bihu #HSLC #HS #Exam aha timeat he #Corona mashi ahi jai di 🤣🤣🚩

  • @ritukonwar9587
    @ritukonwar9587 3 ปีที่แล้ว +4

    Wait after 1 weeks again welcome covid 19 🤣☺️🙏🙏🙏

  • @nabajyotideka3836
    @nabajyotideka3836 3 ปีที่แล้ว +1

    Lockdown dile movement hobo

  • @bisheswarborah5639
    @bisheswarborah5639 3 ปีที่แล้ว +3

    BJP meeting hoi thakile Corona bahi boi... SOP only general manuhor babehe.. BJP babe kunu SOP nai...

  • @anupomgogoi8773
    @anupomgogoi8773 3 ปีที่แล้ว

    Doctor2 ek number taku vakcen debo laga manuhor aagot

  • @jangiladaimary5589
    @jangiladaimary5589 3 ปีที่แล้ว +1

    Etiya Election ahila na dn election pisot wow wow ki re Politics .

  • @digenborha4987
    @digenborha4987 3 ปีที่แล้ว +4

    What about Election campaign for 2nd phase.

  • @babulray4471
    @babulray4471 3 ปีที่แล้ว

    অহা কালি পৰা দিয়ক লকডাইন

  • @sarojgogoi2685
    @sarojgogoi2685 3 ปีที่แล้ว +1

    Sudurbhaihot nirbasnir prasarot koruna nai neki.

  • @prahladdanah6629
    @prahladdanah6629 3 ปีที่แล้ว +3

    পূজাই ৰক্ষা নকৰি কি কৰিলে?

  • @abdussattarahmed930
    @abdussattarahmed930 3 ปีที่แล้ว +2

    Lock down dbo lage

  • @rahmansofik1281
    @rahmansofik1281 3 ปีที่แล้ว +3

    BJP 🙏😭😂😭🙏💕😘❤️🙏😱😀💕🙏😘💕😀

  • @rumibegam2704
    @rumibegam2704 3 ปีที่แล้ว +4

    Puja patebo de lole ateya coruna voi Jake Jake manu ulaisil teteya kot asil coruna

  • @santashrabha4886
    @santashrabha4886 3 ปีที่แล้ว +1

    লকডাউন বাদ দে। বাহিনা বানিযা লাপ নাই।।

  • @ytmusiceditz9276
    @ytmusiceditz9276 3 ปีที่แล้ว +2

    Hvy hvy exam noholai mojja

  • @bhaskardas1006
    @bhaskardas1006 3 ปีที่แล้ว

    Lock down dile covid sesh nohoi.covidr medicine uliabo lge

  • @babudevnath8016
    @babudevnath8016 3 ปีที่แล้ว

    Pujar karone covid barise tetiya hole election patile tu aaru besi hobo karon public meeting public rally aibur tu hoboi hei karone please election cancel korok

  • @rambahdurchetry4149
    @rambahdurchetry4149 3 ปีที่แล้ว +1

    Sarkare lock down nibisare,kintu karuna he bisare lock down,aru dangar hamasya ahibo dekhat....,

  • @rupjyotisivasagar2702
    @rupjyotisivasagar2702 3 ปีที่แล้ว +1

    Abar akw lockdown hole bht manuh mori jabo.....