#Bhagwat_Path

แชร์
ฝัง
  • เผยแพร่เมื่อ 7 ก.พ. 2025
  • ভাগৱত পাঠ আৰু ব্যাখ্যাৰ এক বিশেষ ধাৰাবাহিক অনুষ্ঠান আপোনাৰ বাবে। 16/08/2020

ความคิดเห็น • 225

  • @bhupendas1971
    @bhupendas1971 4 ปีที่แล้ว

    সুপ্ৰভাত বাপ,
    পুৱাতেই ভক্তি ভৰা সেৱা এভাগ যাচিলোঁ, আমাৰ সেৱা ভাগ
    স্বীকাৰ কৰে যেন .....| অমৃতসম ভাগৱতৰ পাঠ আৰু ব্যাখ্যা শ্ৰৱণ কৰিলোঁ বাপ আৰু ধন্য হৈছোঁ যে আমি কৃষ্ণ কথাৰে সমৃদ্ধ তত্ব গধুৰ পৰ্যালোচনা অনুধাৱন কৰি | আপোনাৰ শ্ৰীমুখে অনৰ্গল প্লাবিত হোৱা ভাগৱতৰ অমৃত ৰস কৃষ্ণ প্ৰসাদ পাণ কৰি পৰম তৃপ্তি পাইছোঁ | পুনৰ সেৱা ধৰিলোঁ...... কৃষ্ণ বাপ, কৃষ্ণ |

  • @sabitrimedhi6564
    @sabitrimedhi6564 4 ปีที่แล้ว

    কৃষ্ণ°°সুপ্ৰভাত°°বৈকুণ্ঠৰ পৰা হৰিনামৰ অমৃতৰস বোৱাই থকা জগতৰে শ্ৰীগুৰুদেৱৰ পদপঙ্কজত অঞ্জলী বোলাই শতশত সেৱা নিৱেদিলো প্ৰভূ । আপোনাৰ কুশল-মঙ্গল কামনা কৰি এভাগি নামেৰে আদৰিছোঁ °°°°°°°°°°°হৰি নাম ৰসে বৈকুণ্ঠ প্ৰকাশে প্ৰেম অমৃতৰ নদী । শ্ৰীমন্ত শঙ্কৰে পাৰভাঙি দিলা বহে ব্ৰহ্মাণ্ডক ভেদি । °°গোৱিন্দৰ°°প্ৰেম অমৃতৰ নদী বহে বৈকুণ্ঠৰ পৰা । চাৰি পুৰুষাৰ্থ তাহাৰ নিজৰা °°হৰি নামে মূলধাৰা°°°°°শ্ৰীমন্ত শঙ্কৰ হৰি ভকতৰ জানা যেন কল্গতৰু°°°তাহান্ত বিনাই নাই নাই নাই আমাৰ পৰম গুৰু ৰাম আমাৰ পৰম গুৰু ৰাম°ৰাম°ৰাম°°°

  • @ganeshkoch561
    @ganeshkoch561 3 ปีที่แล้ว +1

    Krishna Ram Ram Ram pronam jonalu apunak bap 🙏🙏🙏

  • @satyanathpatgiri359
    @satyanathpatgiri359 6 หลายเดือนก่อน

    জয় গুৰু শঙ্কৰ হে কৃষ্ণ বাপ আমাকো কৃপা কৰক।

  • @kabitadeka1839
    @kabitadeka1839 ปีที่แล้ว

    ইমান সুন্দৰকৈ আপুনি পঢ়ে চকুপানী ওলাই যায় ৷কৃষ্ণ কৃষ্ণ কৃষ্ণ🙏🙏🙏

  • @rinachutia3723
    @rinachutia3723 2 ปีที่แล้ว

    কৃষ্ণ কৃষ্ণ প্ৰভূ সেৱা জনাইছো প্ৰভু ।

  • @kabitadeka1839
    @kabitadeka1839 ปีที่แล้ว

    কৃষ্ণ বাপ আপোনালৈ সশ্ৰদ্ধ প্ৰনাম জনালোঁ🙏🙏🙏

  • @bhobaniborgohain1721
    @bhobaniborgohain1721 3 ปีที่แล้ว

    হে পৰম ঈশ্বৰ আপোনাৰ চৰণ যুগলত সহস্র প্রণাম জনালো । আপোনাৰ ভাগৱতৰ ৰসৰে পৃথিবীৰ মায়ামোহ নাইকীয়া কৰিছে প্রভু কেৱল ঈশ্বৰৰ নামতে মন প্রাণ বিলিন হৈছে, আপোনী কুশলে থাকিবলৈ ভগবানৰ ওচৰত কৌটি কৌটি প্রণিপাত কৃষ্ণ কৃষ্ণ🙏🙏🙏

  • @ronjitborah1997
    @ronjitborah1997 4 ปีที่แล้ว +1

    Vogoban,guru dujona logote nororupi aapunaloi sewa jonaisu.dukh sukhor majotu thaki prakit manuh hoi roboloi aatai e kripa korok.kripa parthi moi .

  • @manashidevi9262
    @manashidevi9262 3 ปีที่แล้ว

    Joi guru Sankar 🙏🙏🙏🙏 kishno kishno 🙏🙏🙏

  • @bharatborah4271
    @bharatborah4271 4 ปีที่แล้ว

    Krisno krisno Bap pronam jonaisu kusholeThakk krisno

  • @bhairabjyotidas613
    @bhairabjyotidas613 4 ปีที่แล้ว +1

    ৰাম কৃষ্ণ হৰি

  • @binandadas9675
    @binandadas9675 4 ปีที่แล้ว

    🙏🏼🙏🏼🙏🏼🙏🏼ৰাম ৰাম কৃষ্ণ কৃষ্ণ হৰি হৰি ৰাম ৰাম প্ৰভু মাধৱ পূৱাৰ সেৱা গ্ৰহন কৰিব কৃষ্ণ কৃষ্ণ ৰাম ৰাম প্ৰভু ।আপোনাৰ মঙ্গল কামনা কৰিলোঁ ।ভাগৱত কথা শুনি অতি আনন্দৰ লভিছো আৰু সুন্দৰ হওক কৃষ্ণ কৃষ্ণ ৰাম ৰাম হৰি হৰি ৰাম প্ৰভু মাধৱ ।🙏🏼🙏🏼🙏🏼🙏🏼ঃঃঃঃঃঃঃঃঃঃ ।

  • @nareswarbarman6763
    @nareswarbarman6763 3 ปีที่แล้ว

    KRISHNA KRISHNA KRISHNA KRISHNA KRISHNA KRISHNA KRISHNA

  • @Kuldeep-v6k
    @Kuldeep-v6k 4 ปีที่แล้ว

    হে বাপ ঈশ্বৰ এই প্ৰবিত্ৰ ভাদমাহতো যাতে আপোনীও সদাই কুশলে থাকে এয়ে পৰম পিতাৰ ওচৰত প্ৰৰ্থনা ।কৃষ্ণ

  • @PaurabKhamon100million
    @PaurabKhamon100million 8 หลายเดือนก่อน

    কৃষ্ণ প্ৰভু 🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏

  • @debendutta3945
    @debendutta3945 4 ปีที่แล้ว

    প্ৰভু সেৱা জনালো । কৃষ্ণ ৰাম ।। জয় গুৰু শঙ্কৰ । ।

  • @golapidas565
    @golapidas565 3 ปีที่แล้ว

    Pranam Prabhu 🙏🙏🙏🙏

  • @pankajboruah3673
    @pankajboruah3673 4 ปีที่แล้ว

    কৃষ্ণ কৃষ্ণ গুৰুজন সেৱা জনালো কৃষ্ণ🙏

  • @bhabanidas6326
    @bhabanidas6326 4 ปีที่แล้ว

    কৃষ্ণ বাপ ভগৱানৰ ৰাতুল চৰনত সদায় ৰতি থাকে জেন কৃষ্ণ

  • @dipakkalita9267
    @dipakkalita9267 2 ปีที่แล้ว

    কৃষ্ণ কৃষ্ণ কৃষ্ণ 🙏 🙏 🙏

  • @sanjeebkonwar853
    @sanjeebkonwar853 4 ปีที่แล้ว

    কৃষ্ণ কৃষ্ণ ৰাম ৰাম হে বাপ সেৱা জনালো

  • @himakhidas7823
    @himakhidas7823 4 ปีที่แล้ว

    ৰাম ৰাম 🙏🙏🙏🙏🙏🙏🙏

  • @karishmadas2665
    @karishmadas2665 3 ปีที่แล้ว +1

    অলৌকিক বৰ্ননাৰ সত্যতা প্রভু বাপ সেৱা লব |

  • @mitalinowholia6378
    @mitalinowholia6378 4 ปีที่แล้ว

    হে মোৰ গুৰু জনা আপোনাৰ শ্রী চৰনত প্রনাম জনালো ।

  • @jadabborah1447
    @jadabborah1447 4 ปีที่แล้ว

    কৃষ্ণ প্ৰভু , সেৱা নিবেদিলোঁ ।

  • @amlanjyotidutta6406
    @amlanjyotidutta6406 4 ปีที่แล้ว

    কৃষ্ণ কৃষ্ণ ৰাম ৰাম 🙏🙏🚩

  • @assmesvideo6000
    @assmesvideo6000 4 ปีที่แล้ว

    প্ৰভু দয়াল গুৰু কৃষ্ণৰ চৰনত শৰন পক্ষি , মহান বাপ গুৰু জনলৈ মোৰ শতকূতি প্ৰণাম ফোনৰ যোগে সেৱা অৰ্পণ কৰিছো। মধুৰ কন্ঠৰ অমৃত বানী শ্ৰবন কৰি যাও মই মূঢ়মতি য়ে হেপ্ৰভূ নিয়ম যি পাৰু যথাকৃন্সিত নিৰামিষ ভোজনৰ আগুৱাই যাব খোজো, পিচে ভবাকথা নহই সিদ্ধি,দূক্ষিত মই ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনায় আশীৰ্বাদৰ আনছোল পাতি থাকো সকলোকে ভক্তি সদাশ্বাৰ, সুমতি দিয়ক। কৃষ্ণ ৰাম কৃষ্ণ ৰাম কৃষ্ণ প্ৰণাম

  • @smritirekhagogoiphatowali6480
    @smritirekhagogoiphatowali6480 4 ปีที่แล้ว

    কৃষ্ণ ৰাম কৃষ্ণ ৰাম 🙏🙏

  • @sabitakalita1589
    @sabitakalita1589 2 ปีที่แล้ว

    কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ

  • @reetabordoloi5258
    @reetabordoloi5258 4 ปีที่แล้ว

    প্রভু বাপ আপোনালৈ মোৰ সহশ্র প্রণাম জনালো 🙏🙏🙏

  • @sabitrimedhi6564
    @sabitrimedhi6564 4 ปีที่แล้ว

    কৃষ্ণ°জয় গুৰু শঙ্কৰ°কৃষ্ণ
    শ্ৰীগুৰুৰশ্ৰীচৰণতকাতৰে জয়জয় যাদৱ জয়জয় কেশৱ °°তুমি নিত্য নিৰঞ্জন নাৰায়ন তোমাত লৈলো শৰণ নামেৰে জয় জয় ৰাম জয় শ্ৰীৰাম জয় সনাতন হৰি হে হে অৰুণ চৰণে তলে হৰিৰ কমলাপতি সত্যে সত্যে পখিলো শৰণ হে

  • @aniruddhatalukdar2170
    @aniruddhatalukdar2170 4 ปีที่แล้ว

    KRISHNA.......... KRISHNA............ KRISHNA....

  • @prabhatneog9930
    @prabhatneog9930 4 ปีที่แล้ว

    Krishna hori Ram🙏🙏🙏

  • @rekhadas5058
    @rekhadas5058 4 ปีที่แล้ว +1

    কৃষ্ণ গুৰুজনা আপোনাৰ চৰণলৈ কৌটি কৌটি প্ৰনাম

  • @Satyamusic-k4t
    @Satyamusic-k4t 4 ปีที่แล้ว +2

    কৃষ্ণ আপোনাৰ ভাগৱত শুনি আমি বহুত উপকৃত হৈছো কৃষ্ণ । 🙏🙏🙏

  • @subhasishmedhi5191
    @subhasishmedhi5191 4 ปีที่แล้ว

    হে, বাপ আমি মহাপাপীয়ে সদায় ভাগৱত পাঠ শুনি শুনি মনৰ বেয়া চিন্তা বোৰ হৃদয় পৰা নাইকিয়া হৈ গৈছে। এই সকলো আপোনাৰ কৃপা পভু।

  • @manimaibora3446
    @manimaibora3446 4 ปีที่แล้ว

    কৃষ্ণ বাপ আপোনাৰ বাখাই আমাকবহুত আন্নদদিছে ।আপোনাক ঈশৰে ভালে ৰাখক কৃষ্ণ।

  • @rinakutumpegu1427
    @rinakutumpegu1427 2 ปีที่แล้ว

    🙏🙏🙏 Krishna Krishna Krishna.

  • @anuprovadas2311
    @anuprovadas2311 4 ปีที่แล้ว +1

    হে প্ৰভু দয়াৰসাগৰ,আপোনাৰ যুগল চৰনত সেৱা জনালো। আপোনাৰ দিয়াত আমাৰ জীৱন ধন্য হৈছো। প্ৰভু আপোনাক ভগৱান শ্ৰীকৃষ্ণই কুশলে ৰাখক। কৃষ্ণ প্ৰভু ৰাম

  • @rekhagogoi322
    @rekhagogoi322 4 ปีที่แล้ว +3

    কৃষ্ণ বাপ সশ্ৰদ্ধ প্ৰণিপাত জনালো,অমৃতময় মনোৰম ভাগৱত ব্যাখ্যা শুনিলো।আমি ভগৱন্ত প্ৰভুক শতকোটি প্ৰণাম জনাইছো যিহেতু প্ৰভুৰ কৃপাতে আমি অধমে এই ভাৰত বৰিষত জন্ম লভিছো,এই নৰতনু দেহা পাইছো আৰু কলিযুগত এই মধুময় হৰিনাম ল'বলৈ পাইছো। গতিকে আমি সকলোৱেই যাতে এই সুন্দৰ জীৱনটো সৎ কৰ্ম কৰি ভগৱন্তৰ গুণনাম শ্ৰৱণ কৰি নিজকে ধন্য কৰিব পাৰো তাৰেই চেষ্টা কৰিব লাগে কৃষ্ণ শুভৰাত্ৰী।

  • @mayurkrishnabharali1025
    @mayurkrishnabharali1025 4 ปีที่แล้ว

    ,প্ৰভূ পবিত্ৰ ভাদ মাহৰ শুভেচ্ছা জ্ঞাপন কৰিলো কৃষ্ণ ৰাম সেৱা নিবেদন কৰিছোঁ।

  • @pranabjyotibora2342
    @pranabjyotibora2342 3 ปีที่แล้ว

    ঔম নাৰায়ণ কৃষ্ণ,,,,,,,,,,, হৰি,,,,,,,,,,

  • @sarujandas121
    @sarujandas121 4 ปีที่แล้ว

    Krishna Baap Parnam 🙏🙏🙏🙏

  • @kabitadas61
    @kabitadas61 3 ปีที่แล้ว

    কৃষ্ণ কৃষ্ণ ৰাম সেৱা হে জনালো

  • @dipanjalibailung1180
    @dipanjalibailung1180 4 ปีที่แล้ว

    কৃষ্ণ প্ৰভু সুপ্ৰভাত জনালোঁ

  • @suprotimkalita4252
    @suprotimkalita4252 4 ปีที่แล้ว

    কৃষ্ণ কৃষ্ণ বাপ কৌতি কৌতি প্ৰণাম জনালোঁ।

  • @nialifestyle2482
    @nialifestyle2482 ปีที่แล้ว

    কৃষ্ণ কৃষ্ণ সেৱাহে ।

  • @amiyasaikia8822
    @amiyasaikia8822 2 ปีที่แล้ว

    কৃষ্ণ প্রভূ🙏🙏🙏🙏

  • @mantuvallagilkalita1969
    @mantuvallagilkalita1969 4 ปีที่แล้ว +1

    Krishna krishna krishna provu

  • @madhavkonwar6500
    @madhavkonwar6500 4 ปีที่แล้ว +7

    horito harono loya ji tu jono a....
    horiro soritro srawono kritana kore...
    durghuro oparo hongharo hagoro a...
    etu mohajone oti o proyakhe tore....
    Krishna....krishna...
    pranaam Baap...

  • @dipakborah1152
    @dipakborah1152 3 ปีที่แล้ว

    🙏🌺Krishna🌺🙏

  • @bivadhekial50
    @bivadhekial50 4 ปีที่แล้ว

    Kriskna Krishna bap sundar baykha bhagiye Kritatha korile. Krishna

  • @mahabahu6757
    @mahabahu6757 4 ปีที่แล้ว

    কৃষ্ণ বাপ ঈশ্বৰ ভাগৱতত কল্মাষপত্র শব্দটোৰ অৰ্থটো জনাবচোন কৃষ্ণ ।

  • @joyadevi2447
    @joyadevi2447 4 ปีที่แล้ว

    কৃষ্ণ কৃষ কৰুনাময় হৰিয়ে আপোনাক সদায়ে কৰুণা কৰি থাকক ।আপোনাৰ ভালেই আমাৰ ভাল । ৰাম কষ্ণ ।

  • @bantideka823
    @bantideka823 4 ปีที่แล้ว +1

    কৃষ্ণ বাপ আপুনি আমাৰ পৰম ইশ্বৰ কৃষ্ণ।

  • @LakhiBora-m2m
    @LakhiBora-m2m ปีที่แล้ว

    Ram Krishna ❤️🙏🙏🙏

  • @rupalitalukdar1098
    @rupalitalukdar1098 4 ปีที่แล้ว

    কৃষ্ণ কৃষ্ণ ।সেৱা গ্ৰহণ কৰিব।

  • @apurbagogoi3971
    @apurbagogoi3971 4 ปีที่แล้ว

    Krishan krishna bap....

  • @jatinhaloi7412
    @jatinhaloi7412 3 ปีที่แล้ว

    Om tatsat,. Om tatsatomKk tatsat kRISHNA kRISHNA kRISHNA

  • @bulbulisarma8578
    @bulbulisarma8578 3 ปีที่แล้ว

    🙏🙏 কৃষ্ণ কৃষ্ণ

  • @lilakalita6705
    @lilakalita6705 4 ปีที่แล้ว

    কৃষ্ণ বাপ আপোনাৰ চৰণত সেয়া নিবেদিলো ।

  • @netraprasadsaikia3193
    @netraprasadsaikia3193 4 ปีที่แล้ว +1

    ক়্ষ্ণ.....🙏🙏🙏

  • @archanakalitaphukan4281
    @archanakalitaphukan4281 3 ปีที่แล้ว

    কৃষ্ণ 🙏...!
    সেৱা গ্ৰহণ কৰিব বাপ..... !

  • @ranudas4561
    @ranudas4561 3 ปีที่แล้ว

    কৃষ্ণ কৃষ্ণ🙏🙏

  • @parthaprotimbora7313
    @parthaprotimbora7313 4 ปีที่แล้ว

    Krishna Krishna bap...

  • @padmakumariburagohain6490
    @padmakumariburagohain6490 4 ปีที่แล้ว

    Krishna baap ! Xashradha pranam gyapon korilo.aagontuk Pabitra bhadra mahe xabaroloike xanti aru aanonda korhiyai aanibo.aaponer shree mukhe nirowadhi bhagawat path shrawan koribo pam buli aaxa korilo.bhagwantoi àaponer xaporibare mongale rakhe jen. Krishna !

  • @rinahaloi2198
    @rinahaloi2198 4 ปีที่แล้ว +2

    বাপ জনা আপোনাৰ সুৰে আবেগিক কৰে অৰ্থাৎ কন্দুৱাই আৰু লয়ে মায়া, মোহ দূৰ কৰে।কিমান যে মধুৰ।প্ৰণাম।

  • @binitamudoi8597
    @binitamudoi8597 4 ปีที่แล้ว +1

    কৃষ্ণ
    তাহান্ত বিনাই নাই নাই নাই
    আমাৰ পৰম গুৰ ।🙏🙏🙏
    প্ৰভু জনা ভাদ মাহৰ উপলক্ষ্যে আপোনাৰ অভয় চৰনত সেৱা ভাগি জনালোঁ ।আপোনাক ঈছৰে ভালে ৰাখক
    ৰাম কৃষ্ণ ।

  • @amiyaborah9305
    @amiyaborah9305 10 หลายเดือนก่อน

    krishna krishna probhu pranam.

  • @aadya2910
    @aadya2910 4 ปีที่แล้ว

    Hare Krishna Hare Ram

  • @dilipbaishya6955
    @dilipbaishya6955 4 ปีที่แล้ว

    Krishna uttar 🙏🙏🙏

  • @rumumonidas6378
    @rumumonidas6378 4 ปีที่แล้ว +2

    krishna krishna ram.madhaba madhaba karunamoi tumar kripa bonai rakhiba prabhu xakalure proti

  • @binitamudoi8597
    @binitamudoi8597 4 ปีที่แล้ว +9

    ৰাম কৃষ্ণ 🙏🙏🙏

  • @atulokalita4134
    @atulokalita4134 4 ปีที่แล้ว

    Baap aponar sumadhur Bhagabat bakhya sunibo pai thakim buli asha rakhiso. Krishna Krishna

  • @ranunayak3161
    @ranunayak3161 4 ปีที่แล้ว

    KRISHNA বাপ 🙏🙏

  • @sabitrimedhi6564
    @sabitrimedhi6564 4 ปีที่แล้ว

    কৃষ্ণ°°প্ৰাক মুহুৰ্ততেই শ্ৰীগুৰুৰচৰণত সেৱাৰে

  • @pareshbora816
    @pareshbora816 3 ปีที่แล้ว

    Krishna krishna 🙏

  • @krishnatamang7248
    @krishnatamang7248 4 ปีที่แล้ว +5

    কৃষ্ণ বাপ 🙏🙏 সেৱাঁ ভাগি জনালোঁ গ্রহণ কৰিব। অতি সুন্দৰ পাঠ আৰু ব্যাখ্যা। আপোনাৰ শ্রীমুখে ৰসময় অমৃত বাণী শ্রৱণ কৰি ধন্য হৈছোঁ। বাপ জনাৰ সুস্বাস্থ্য কামনা কৰিলোঁ।
    কৃষ্ণ 🙏জয় গুৰু শঙ্কৰ 🙏

  • @padmamili5151
    @padmamili5151 4 ปีที่แล้ว +1

    Long Live Bap

  • @munindragogoi2586
    @munindragogoi2586 4 ปีที่แล้ว +3

    কৃষ্ণ কৃষ্ণ বাপ জনালৈ সেৱা জনাইছো ।ধন্যবাদ ।

  • @utpalsaikiafs4542
    @utpalsaikiafs4542 2 ปีที่แล้ว

    Krishan 🙏

  • @dipaliray5259
    @dipaliray5259 4 ปีที่แล้ว +1

    সেৱাহে বাপ ।জয় গুৰু শংকৰ ।

  • @munmigogoi2377
    @munmigogoi2377 4 ปีที่แล้ว

    Krishna baap 🙏🙏

  • @pinkysaikiapinkysaikia1411
    @pinkysaikiapinkysaikia1411 2 ปีที่แล้ว

    Aponi bahut bahut dhanya prabhu .

  • @arunpachoni1993
    @arunpachoni1993 4 ปีที่แล้ว

    ৰাম কৃষ্ণ প্রভূ নমস্কাৰ

  • @ganeshkoch561
    @ganeshkoch561 3 ปีที่แล้ว

    Krishna 🙏🙏🙏

  • @ramcharandeka9143
    @ramcharandeka9143 4 ปีที่แล้ว

    Krishna Hari Ram.......

  • @PrahladDas-u7v
    @PrahladDas-u7v 9 หลายเดือนก่อน

    Krishna Prabhuishar apunar path khuni param kritatha halu

  • @dulalbori8510
    @dulalbori8510 4 ปีที่แล้ว

    কৃষ্ণ কৃষ্ণ ৰাম ৰাম

  • @mrs.lanimaphukankakoty4287
    @mrs.lanimaphukankakoty4287 4 ปีที่แล้ว +1

    Bhakti purna hewa janalu baap ishwar Rama Krishna.

  • @jeswitasharma4990
    @jeswitasharma4990 4 ปีที่แล้ว

    Krishna prabhu. Bapjana apuni sunoa amritbani jibant napaharo. Namaskar.

  • @trailokyachetia1327
    @trailokyachetia1327 4 ปีที่แล้ว +2

    সুন্দৰ বিশ্লেষণ,কৃষ্ণ

  • @lakhinandanphukan1711
    @lakhinandanphukan1711 3 ปีที่แล้ว

    নমো লক্ষ্মীপতি ভগৱন্ত ।

  • @thanuhazorika899
    @thanuhazorika899 4 ปีที่แล้ว +1

    Krishna Krishna joi guru shankar

  • @dulugogoi2350
    @dulugogoi2350 4 ปีที่แล้ว

    সুন্দৰ পৰিবেশন,সেৱা জনালোঁ

  • @bidisha412
    @bidisha412 4 ปีที่แล้ว +3

    Krishna Prabhu amar pariyalar xakalore sewa grahan kariba Bhagabane aponar lagate aponar pariyalar sakalore mangal karak

  • @dipalidevi507
    @dipalidevi507 4 ปีที่แล้ว +2

    কৃষ্ণ বাপ কৃষ্ণ।হে বাপ ঈশ্বৰ আগুতুক পবিত্ৰ ভাদ মাহটোত আপোনাৰ শ্ৰী মূখে ভাগৱত শ্ৰৱণ কৰি আমি যেন ধন্য হ'ব পাৰোঁ। আপোনাক ঈশ্বৰে কুশলে ৰাখক । কৃষ্ণ প্ৰভু কৃষ্ণ । অন্তৰৰ পৰা ভক্তি ভৰা সেৱা জনাইছোঁ ।

  • @minakshideka1470
    @minakshideka1470 ปีที่แล้ว

    Krishna krishna ram ram

  • @reenadas4619
    @reenadas4619 4 ปีที่แล้ว +10

    Krishna Prabhu vogobane apunak Vale rakhok