৫ দিনৰ পাছতো কোনো সন্ধান নাই ৰমেন বৰুৱাৰ, উদ্বিগ্ন পৰিয়াল আৰু শুভাকাংক্ষী

แชร์
ฝัง
  • เผยแพร่เมื่อ 16 ต.ค. 2024
  • 📌৫ দিনৰ পাছতো কোনো সন্ধান নাই ৰমেন বৰুৱাৰ। উদ্বিগ্ন পৰিয়াল আৰু শুভাকাংক্ষী। ব্ৰহ্মপুত্ৰলৈ যোৱাৰ প্ৰমাণ আছে কিন্তু উভতি অহাৰ প্ৰমাণ নাই। এয়া নিয়তিৰ পৰিহাস বুলি মানি ল'ব লাগিব। এই মন্তব্য মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ। বৰেণ্য সংগীতজ্ঞ গৰাকী উভতি অহাৰ আশাৰে লতাশিল গণেশ মন্দিৰত নিতৌ প্ৰাৰ্থনা।
    Like the official facebook page of News Live: / newslivetvofficial
    Follow News Live on twitter: / newsliveghy
    Connect to our instagram account: / newsliveghy
    Visit our website for all news updates: newslivetv.com/

ความคิดเห็น • 8

  • @tarulatamahantadas6256
    @tarulatamahantadas6256 2 หลายเดือนก่อน +4

    হে প্ৰভু 🙏তেখেত যেন সোনকালেই সুস্থ সৱল ভাবে ঘুৰি আহে।

  • @MunindraKalita-w9c
    @MunindraKalita-w9c 2 หลายเดือนก่อน +2

    কোনো দিনেই ঘুৰি নহাৰ বাটেৰে গল নিকি সকলোৰে মৰমৰ শিল্পী ৰমেন দা

  • @manomatidas-pd8wc
    @manomatidas-pd8wc 2 หลายเดือนก่อน +1

    ৰমেন বৰুৱা ঘুৰি আহক তাৰেই কামনা

  • @momidas7120
    @momidas7120 2 หลายเดือนก่อน +2

    Sai Baba bless you

  • @BubulBaruah-bq5wh
    @BubulBaruah-bq5wh 2 หลายเดือนก่อน +1

    ঘুৰি অহাতোই কামনা কৰিছো🙏

  • @pikubora9865
    @pikubora9865 2 หลายเดือนก่อน +2

    পানিত নাই মাটিত হে আছেনেকি আৰু জিৱিত

  • @gopalkalita2582
    @gopalkalita2582 2 หลายเดือนก่อน

    🙏🙏🙏🙏

  • @anjannath6851
    @anjannath6851 2 หลายเดือนก่อน

    Lukai ase