ঈশান কোণৰ বাস্তু। Vastu Expert Dibyajyoti Konwar

แชร์
ฝัง
  • เผยแพร่เมื่อ 13 ก.ย. 2024
  • ঈশান কোণৰ বাস্তু। Vastu Expert Dibyajyoti Konwar.
    NORTH EAST DIRECTION VASTU. ঈশান কোণেই দিব আপোনাক সূখ, দুখ, ধন, দৰিদ্ৰতা, ৰোগ, ভোগ, সমৃদ্ধি।
    বাস্তু কৰিব সুদ্ধকৈ কৰিব। ভূল বাস্তুৱে উপকাৰ নকৰে, বৰঞ্চ অপকাৰহে কৰিব। ভূল বাস্তুবিদৰ ভূল পৰামর্শই অপকাৰহে কৰিব। বাস্তু আমাৰ ঘৰ বনাবৰ বাবে ব্যৱহৃত এক বিজ্ঞান সন্মত আৰু পৰিকল্পিত এক সুন্দৰ কাৰ্য্য ব্যৱস্থা। ই কোনো Manifestation বা spirituality নহয়। বৰ্তমান এই ব্যৱস্থাটো বেলেগ অৱস্থালৈ লৈ যোৱা দেখা গৈছে।
    #বাস্তু #motivation #astrology #dibyajyotikonwar #vastu #vasturemedies #horoscope #education #dibyajyoti #vastuconsultancy

ความคิดเห็น • 4

  • @user-ec2qs5wf3v
    @user-ec2qs5wf3v 17 วันที่ผ่านมา

    Please tell your fees for home visit at Tezpur

    • @vastu_and_home_plan
      @vastu_and_home_plan  17 วันที่ผ่านมา

      Call me @ 8638129919 Or send WhatsApp message.

    • @litonnsd6884
      @litonnsd6884 5 วันที่ผ่านมา

      Esan kunot mondir he bonai sir

    • @vastu_and_home_plan
      @vastu_and_home_plan  5 วันที่ผ่านมา

      @litonnsd6884 হয়, এইটো কথা সকলোৱে জানে। এই ভিডিও ত ঈশান কোনৰ কিছু বেলেগ বিষয়হে আলোচনা কৰা হৈছে। কমেন্ট কৰাৰ বাবে ধন্যবাদ জনালো। ভিডিও সমূহ চাই থকিব বুলি আশা কৰিলো।