অৰুণোদয় লাভ নকৰা মহিলাই নতুন পদ্ধতিৰে পাব ধন।

แชร์
ฝัง
  • เผยแพร่เมื่อ 28 ส.ค. 2024
  • অৰুণোদয় লাভ নকৰা মহিলাই নতুন পদ্ধতিৰে পাব ধন। অৰুণোদয় লাভ নকৰা মহিলাৰ বাবে বৃহৎ ঘোষণা মুখ্যমন্ত্ৰীৰ।
    'অসম লাইভ ২৪'ত খবৰ, বিভিন্ন লেখা পঢ়িবলৈ Like, Follow আৰু Subscribe কৰকঃ
    / asomlive24
    / @asomlive24digital
    #asomlive24
    #axomlive24
    #assamlive24
    #breakingnews
    #exclusivenews
    #currentaffairsofassam
    #dailynewsupdate
    #dailynews
    #assamkanews
    #latestnewsofassam
    #latestnews

ความคิดเห็น • 272

  • @tridipboraart1090
    @tridipboraart1090 7 หลายเดือนก่อน +51

    ধন্যবাদ জনাইছো মাননীয় মুখ্যমন্ত্রী ছাৰলৈ কাৰণ আজিলৈকে মই অৰুণোদয়ৰ টকা নাপালো পঞ্চায়তে দুৰনিতি কৰাৰ বাবে এতিয়াহে যদি পাম সেই বাবে ছাৰলৈ বহুত বহুত ধন্যবাদ পোনৰ এই চৰকাৰ খনকে থাকে তাৰে কামনা কৰিলো ভগৱানৰ ওচৰত প্ৰাথনা কৰিছে ছাৰ। মোক এই বাৰ দিব ছাৰ অৰুণোদৰ টকা ছাৰ। মই দি চি চাৰৰ ওচৰ চাপিলো তথাপিও আজিলৈকে নাই পোৱা অৰুণোদৰ টকা এতিয়া আখা মাননীয় মুখ্যমন্ত্রী চাৰৰ ওপৰত।

    • @manashdowarah3579
      @manashdowarah3579 6 หลายเดือนก่อน +1

      😊😊

    • @manashdowarah3579
      @manashdowarah3579 6 หลายเดือนก่อน +1

      😊😊😊😊

    • @RanjitSonowal-fp1po
      @RanjitSonowal-fp1po 6 หลายเดือนก่อน +1

      😊

    • @ashimrex8526
      @ashimrex8526 4 หลายเดือนก่อน

    • @HabibKhan-kc6xo
      @HabibKhan-kc6xo 2 หลายเดือนก่อน

      CR. Pura ka pura😅😅😅😅😅😅😊😅😅😢😮😮 pus na
      .​@@RanjitSonowal-fp1po

  • @arahman7489
    @arahman7489 7 หลายเดือนก่อน +7

    Mama jindabat ❤❤

  • @usharanisaikia6912
    @usharanisaikia6912 7 หลายเดือนก่อน +9

    ল'ৰা হঁতে ভবিষ্যতে পোহপাল নি দিলে কেনেকৈ জীয়াই থাকিম মহোদয়?

    • @amitandutpal8733
      @amitandutpal8733 6 หลายเดือนก่อน +1

      Moi arunadoy powa ny sir😢

  • @tulumonigogoi6816
    @tulumonigogoi6816 7 หลายเดือนก่อน +19

    ৰেচন কাদ থকা ১৫ বছৰ হ'ল কিন্তু চাউল কেইটাৰ বাহিৰে একো সুবিধা লাভ নকৰিলো।😅😅😅

    • @jyotidutta3154
      @jyotidutta3154 6 หลายเดือนก่อน

      সঁচাকৈ পোৱাই পায় আছে😥😢

  • @bontibora6793
    @bontibora6793 6 หลายเดือนก่อน +2

    মই এগৰাকী বিধবা মহিলা। মই যোৰহাটৰ পৰা কৈছু মোৰ ঘৰ কৰঙা ভকত চেউনি গাওঁ মোৰ ঘৰ অবস্থা খুব বেয়া। কিন্তু মোৰ অৰুনোদইৰ পোৱা নাই, আগতে পাইআছিলু কিন্তু মোৰ ঘৰ ঢাভিয়া কৰা পাচৰ পৰা বঞ্চিত হলো।

  • @usharanisaikia6912
    @usharanisaikia6912 7 หลายเดือนก่อน +2

    মই এগৰাকী শাৰিৰীক ভাবে সখ্য ম মই এগৰাকী ভেঞ্চার প্ৰাথমিক বিদ্যা লয় ৰ শিক্ষয়িএী, মই ৩৬ বছৰ ধৰি বিনা বেতনে খাতি আছো। সেয়েহে মোক অৰু নোদয় টকা কেইটা অতি প্ৰয়োজন।

    • @user-xq1zx4dt2r
      @user-xq1zx4dt2r 6 หลายเดือนก่อน +1

      মই এগৰাকী ঘৰৰ গ্ৰিহিনী মোৰ বয়স 37মোৰ শাৰীৰিক অৱস্থা ইমান ভালো নহয় মোৰ নাম bonti rani singh dutta মোক অৰুণোদই টকাকেইটা খুবেই প্ৰয়োজন মহোদয়

  • @HappyBurrito-ij4hs
    @HappyBurrito-ij4hs 6 หลายเดือนก่อน +4

    ৰেচন কাড আছে অৰুণোদয় পোৱা নাই৷দালালে চব শেষ কৰে৷চাৰৰ কথাটো ৰাইট ৰেচন কাড থকা সকলক অৰুণোদয় দিব লাগে৷আপুনি মহান৷

  • @ranatalukdar7267
    @ranatalukdar7267 6 หลายเดือนก่อน +1

    পেঞ্চন পোৱা সকলে ৰেচন কাৰ্ড পাইছে থিকে আছে, কিন্তু পেঞ্চন পোৱা পৰিৱালক অৰুণোদয় দিব নালাগে।

  • @paragsocial7156
    @paragsocial7156 7 หลายเดือนก่อน +2

    এইজে ৱাৰ্ডৰ দলৰ বুথ অকৰ্মনিঅ সভাপতি কিছুমানৰ বাবে অৰুনোদই আঁচনি নাপাই, কাৰণ সেইকেইটাই তলতে কাতিদিয়ে।

  • @subhalaxmigogoi3244
    @subhalaxmigogoi3244 6 หลายเดือนก่อน +1

    অৰুনোদয় আঁচনি পৌৰসভাৰ মা‌ইকী পৌৰপতি সকলে মানুহ বাচি দিবলৈ ক‌ওক

  • @tikhulimbu8858
    @tikhulimbu8858 2 หลายเดือนก่อน +1

    এই কথা গোটেই ভুৱা বাতৰি প্ৰচাৰ কৰিছে দুখীয়া পৰিয়াল এতিয়া লৈকে পোৱা নাই গোলাঘাট জিলা সৰুপথাৰৰ সমষ্টিৰ অন্তৰ্গত

  • @usharanisaikia6912
    @usharanisaikia6912 7 หลายเดือนก่อน +7

    মই এগৰাকী শাৰিৰীক ভাবে সখ্য ম মহিলা বহুবাৰ আবেদন কৰিও আজিলৈ কে অৰু নোদয় নাপালো।

  • @user-rw4rk7nk3r
    @user-rw4rk7nk3r 7 หลายเดือนก่อน +6

    ৰেচন কাড পোৱা আজি 16 বছৰে হ'ল অৰুনোদইৰ ফমপোৰাই পোৰাই ভাগৰিপৰিছো আজিলৈকে নাপালোঁ

  • @bhasutideka1211
    @bhasutideka1211 7 หลายเดือนก่อน +2

    আমি নতুন ৰেচন কাদ পায়চু কিন্তু অৰউনউদয় পুৱা নায় মৰিগাঁও পৰা কৈচু।

  • @aryandebnath7428
    @aryandebnath7428 6 หลายเดือนก่อน +1

    Good news sir thank you sooo much sir🙏

  • @user-tr1wq2vb8u
    @user-tr1wq2vb8u 25 วันที่ผ่านมา

    Thank you

  • @user-ie6ek7fk3g
    @user-ie6ek7fk3g 21 วันที่ผ่านมา

    নালাগে নালাগে নালাগে নালাগে নালাগে,অৰোণোদয় বহুত লেকচাৰ হল তিতা কেহা সকলো দিলে ঠগিলে তেওঁ ৰ ঘৰৰ পাকঘৰত কিআছে নাই তেও নিজেই নাজানে ।কিবুজিব তেওঁ ,5 কেজি চাউলে একো নহয়।অৰোণোদয় উঠাই দিয়াই ভাল।

  • @Panhomfood
    @Panhomfood 7 หลายเดือนก่อน +2

    Aaisa hona chahiye mukhya mantri joy ho assam CM...

  • @user-yl9vr1oq6b
    @user-yl9vr1oq6b 7 หลายเดือนก่อน +5

    Good news

  • @JyotiBorah-rt5qk
    @JyotiBorah-rt5qk 7 หลายเดือนก่อน +1

    মুখ্যমন্ত্ৰীক ধন্যবাদ জ্ঞাপন কৰিছো।🙏🙏🙏

  • @user-hz8xn8xh1v
    @user-hz8xn8xh1v 7 หลายเดือนก่อน +2

    God.bless.apane

  • @npgemar2143
    @npgemar2143 7 หลายเดือนก่อน +1

    Good 👍 cm sir

  • @usharanisaikia6912
    @usharanisaikia6912 7 หลายเดือนก่อน +2

    ধন্যবাদ, মই এইবাৰ নাপালে গন্ডগোল লামা চাৰ।

  • @pms.s9497
    @pms.s9497 7 หลายเดือนก่อน +4

    Amar Mama jindabad 🙏Love you Mama

  • @nurjahanbegum7746
    @nurjahanbegum7746 7 หลายเดือนก่อน +1

    টেমপু চলোৱা বা দাইভাৰৰ ঘৰৰ সুবিধা একো নাই নেকি চৰকাৰৰ

  • @DevakantaGogoi-kh2gz
    @DevakantaGogoi-kh2gz 6 หลายเดือนก่อน

    অৰুণোদয়ৰ নিৰ্বাচনৰ ক্ষেত্ৰতো পঞ্চায়তত দূৰ্নীতি চলি যোগ্য হিতাধিকাৰীয়ে অৰণোদয়ৰ পৰা বঞ্চিত হৈছে।গতিকে মুখ্যমন্ত্ৰীৰ এই নতুন ব্যৱস্থাটোৱে অৰুণোদয় হিতাধিকাৰীসকলক পলমকৈ হলেও উপকৃত কৰিব বুলি আশাবাদী।

  • @narjinanayahatxotcom6473
    @narjinanayahatxotcom6473 2 หลายเดือนก่อน

    Very very good Hemanta Biswas Sharma mama

  • @SubiiRoy
    @SubiiRoy 2 หลายเดือนก่อน +2

    ধনী মানুষের জন্য অরৃ্ণোদয়

  • @gitadevigitadevi7973
    @gitadevigitadevi7973 6 หลายเดือนก่อน

    ৰেচন কাৰ্ড আছেই ।কিন্তু আজি লৈকে অৰুণোদয় আচনি‌ পোৱা হে নাই।

  • @maramihazarika4795
    @maramihazarika4795 6 หลายเดือนก่อน

    মুখ্যমন্ত্ৰী ডাঙৰীয়াই জনসাধাৰনৰ কাৰনে চৰকাৰী আচঁনি দিয়ে হয় ।কিন্তু পঞ্চায়তৰ সদস্য/সদস্যা সকলে দল বাছি আচঁনি মতে গাৱৰ জনসাধাৰনক নিদিয়ে ।মই এগৰাকী অংগনবাদী কৰ্মী ।মোৰ ঘৰৰ অৱস্হা টনকীয়াল নহয় ।মোৰ স্বামীৰো ইনকাম নাই ।তেওঁ বিজেপি দলৰে কাম কৰে ।মই কংগ্ৰেছ চৰকাৰৰ দিনত চাকৰি পোৱাৰ কাৰনে কংগ্ৰেছি বুলি চৰকাৰী আচঁনিৰ সুবিধা নিদিয়ে ।ৰেচনকাৰ্ড কংগ্ৰেছ চৰকাৰৰিনতে পোৱা ।ৰেচন কাৰ্ড মতে গেছ পালো কিন্তু কাৰ্ডখন নাপালো ।এটা অংগনবাদী পৰিচালিকা চাকৰি টকাৰে এটা পৰিয়াল চলিবলৈ বহুত অসুবিধা সেয়ে কথাখিনি জনাইছো ।মই গহপুৰ সমষ্টিৰ বাসিন্দা ।পঞ্চায়ত কল্যানপুৰ ।কল্যানী মন্দিৰ থকা এলেকাৰ বাসিন্দা ।

  • @Ayanpatell
    @Ayanpatell 6 หลายเดือนก่อน +2

    Form kot pwa jbi

  • @rupalikonwar1540
    @rupalikonwar1540 6 หลายเดือนก่อน +1

    দুদিন পাই দুদি নাপাই,চাৰ, অফিচ বিলাগে,কি কৰে চাৰ আপোনালোকেনাচাই,চাৰ,

    • @AnjuRay-wk9jp
      @AnjuRay-wk9jp 6 หลายเดือนก่อน +1

      Arunady puwa nai aamiyo geso nai

  • @KanakSaraniya-yl5pz
    @KanakSaraniya-yl5pz 6 หลายเดือนก่อน +1

    Dhanabadhimntamama

  • @madhumitabhattacharjee6784
    @madhumitabhattacharjee6784 6 หลายเดือนก่อน

    মই অরুণোদয় আচনি পোয়া নাই, রেশন কার্ড ও নাই,, মোর hasbend অর pension o nai, please আমাক resion card দিয়ক স্যার।

  • @DKgamers-m6o
    @DKgamers-m6o 25 วันที่ผ่านมา +1

    Apunaloke xosa koi asene baru aibur mur kintu bissakh huanai

  • @nurikhan7512
    @nurikhan7512 6 หลายเดือนก่อน

    Thanks mama eibar jodi kiba hoi hobo

  • @Kunjodas-xq5ej
    @Kunjodas-xq5ej 6 หลายเดือนก่อน

    হাজোৰ অন্তৰ্গত,,,৯০নং কেতেকী বাৰী উখুৰা গাঁও পঞ্চায়ত,,,,বহুতো অনিয়ম হৈছে,,,এবাৰ পৰ্যবেক্ষণ কৰক,

  • @zakiruddin4761
    @zakiruddin4761 6 หลายเดือนก่อน

    Good mama ❤

  • @dembabarman9897
    @dembabarman9897 6 หลายเดือนก่อน

    Eto bar form joma dilu atiwaloi অৰুণোদয় পোৱা নাই মই মামা

  • @sureshproja699
    @sureshproja699 6 หลายเดือนก่อน

    Good❤

  • @user-yh3xd6xf5x
    @user-yh3xd6xf5x 2 หลายเดือนก่อน

    Good

  • @rupalichetia3749
    @rupalichetia3749 7 หลายเดือนก่อน +1

    Joyshreeram

  • @user-xq1zx4dt2r
    @user-xq1zx4dt2r 6 หลายเดือนก่อน +1

    Sir moi documents disilu kintu mutkoi pasot diya bilakor naam aahil kintu mur nam nahil kirpa kori c.m sir muk Arunudoi aasoni tu diyok

  • @tikhulimbu8858
    @tikhulimbu8858 2 หลายเดือนก่อน

    নাই পোৱা

  • @purnaborah2910
    @purnaborah2910 7 หลายเดือนก่อน +2

    Problem nki kiya hoba sir

  • @Parineetatachangmai8213
    @Parineetatachangmai8213 6 หลายเดือนก่อน

    মই অৰুণোদয় নাই পোৱা ৰেচন কাড পালো

  • @RahimKhan-gw7kw
    @RahimKhan-gw7kw 6 หลายเดือนก่อน +1

    RAHIMKHANBJP

  • @ranjithazarika8889
    @ranjithazarika8889 6 หลายเดือนก่อน

    ৰেচন কাড ঠাকিয়ো আজিলৈকে এতাও চৰকাৰী সুবিধা নাপালোঁ কিয় ?

  • @mhkalgachia8637
    @mhkalgachia8637 7 หลายเดือนก่อน +2

    Atiya arunodoi apply koribo parim neki kobosun

  • @jeherulislam3231
    @jeherulislam3231 7 หลายเดือนก่อน +1

    Sir ( CM) parile video comments bor abar sab 👈🤔

  • @maramidas2776
    @maramidas2776 หลายเดือนก่อน

    ধনী মানুহ দিব আমাৰ দৰে মানুহক কিয় দিব

  • @mrigengohain
    @mrigengohain 6 หลายเดือนก่อน

    Mama jinda bad

  • @RadhaSutradhar-e7t
    @RadhaSutradhar-e7t หลายเดือนก่อน

    Amake arunadoy dan sir

  • @rupakundu3484
    @rupakundu3484 6 หลายเดือนก่อน

    ৰেচন কাট পালু অৰুনোদইৰ কেতিয়া দিব

  • @minaphukon2076
    @minaphukon2076 6 หลายเดือนก่อน

    মোৰ ৰেচন কাড আছে কিন্তু মই অৰুণোদয় আচনি পোৱা নাই। পনচায়তে মোক গাফিলতি কৰিছে।

  • @user-bl4jx8hk6u
    @user-bl4jx8hk6u 6 หลายเดือนก่อน

    মই বিধবা মহিলা বোৱাৰী নামত ৰেচন কাদ। ফৰম। জমা। দিয়া। হ'ল। ডিচেম্বৰত মাহত। কি কাৰণত নাহিল এতিয়াও পোৱা নাই। মাচ সোমাব। হ'ল মহোদয়

  • @user-tm2fd1dw1s
    @user-tm2fd1dw1s 5 หลายเดือนก่อน

    কোন তেল দোকানত দকোমেনচ জমা ল'ব লাগে তেতিয়া সকলো ৰেচন কাৰদ থকা সকলো ই পাব

    • @user-tm2fd1dw1s
      @user-tm2fd1dw1s 5 หลายเดือนก่อน

      মই নলবাৰীৰ জিলাৰ পৰা কছো

  • @pompiduttamaina5860
    @pompiduttamaina5860 7 หลายเดือนก่อน +1

    Sir apuni kua mote jodi xhosake hoi tetiya he vot dim

  • @BijonPhukan
    @BijonPhukan 7 หลายเดือนก่อน

    অনলাইন এপলাই কৰিলে হ'ব নেকি

  • @user-ic3ob2qc1n
    @user-ic3ob2qc1n 6 หลายเดือนก่อน

    দুখীয়া মতা মানুহে আরুনুদায় নাপায় নেকী?

  • @Kunjodas-xq5ej
    @Kunjodas-xq5ej 6 หลายเดือนก่อน

    এতিয়াও বহুতো পাপ্যৰ পৰা বঞ্চিত,,,যাৰ কাৰনে এই আচনি সেইসকল বঞ্চিত,,,

  • @SatyonDas
    @SatyonDas 2 หลายเดือนก่อน

    চল্লিশ, পঞ্চাশ এর উপরে যাদের বয়স এব্্ তাদের ছেলে মেয়ে বাচ্চা কাচ্চা নেই তাদের জন্য কিবা এট‌‌‌ করার জন্য অনুরোধ রহিল

  • @nuraminbhai8902
    @nuraminbhai8902 6 หลายเดือนก่อน

    Bariyaaaa sir ,kinto Anganwadi kormi hokolor r kothau olop vabok kormi hokolor Ayosman card ketiyaa dibo manoni ketiyaa borabo..

  • @user-ry2es3uy2o
    @user-ry2es3uy2o 6 หลายเดือนก่อน +1

    Aami powa nai sar

  • @bhabaniroy2593
    @bhabaniroy2593 หลายเดือนก่อน

    আমি দিন মজুরি পরিবারল ৭ জিয়া আমার কোন অরুউদয় পাইনা পুরান রেশন কাঠ অরুউদপামনাকি

  • @user-hk6sd3uq1z
    @user-hk6sd3uq1z 5 หลายเดือนก่อน

    মই ও আজিলৈকে অৰুনোদয় পোৱা নাই, কিদৰে পাম বাৰু ,?

    • @user-hk6sd3uq1z
      @user-hk6sd3uq1z 5 หลายเดือนก่อน

      নামটো নিউতে নিয়ে, পঞ্চায়ত পালে মোৰ নাম নিগনিয়ে খায় পেলায় ।আনকি লেটিন এটাও নাপালো, সেইবাবে এইবাৰ ভোটটো প্ৰয়োজন নহ'ব চাগে ।

  • @woman178
    @woman178 7 หลายเดือนก่อน +1

    Ex congress bilak pai asae nae nai AXOM r

  • @karobisaikia3548
    @karobisaikia3548 6 หลายเดือนก่อน +1

    Amiu lukor ghoroy hajira kori khaiu napai kard thakiu 😢😢😢

  • @BabulhiraDas
    @BabulhiraDas 4 หลายเดือนก่อน

    মই ৰেছন কাড' বাহিৰে একোয়ে পোৱা নাই।

  • @ansuladaimari249
    @ansuladaimari249 5 หลายเดือนก่อน

    Dhoinobad sar moi atiyaw orundoi puwa nai sar

  • @AnupsinghTanti
    @AnupsinghTanti 23 วันที่ผ่านมา

    Misa kotha.

  • @user-sunris
    @user-sunris 6 หลายเดือนก่อน

    Reson card ase kintu Assam's Jorhator Machorhat bhout durniti soli ase Please check koribo aji loike eku khubidha pua nai....khokolu misa puai pabo ami eku napau 😢😢

  • @ofidul-lb7we
    @ofidul-lb7we 2 หลายเดือนก่อน

  • @rupakundu3484
    @rupakundu3484 6 หลายเดือนก่อน

    ফৰম কেতিয়া দিব ৰেচন কাট অৰুনোদইৰ

  • @parthapratimdas5047
    @parthapratimdas5047 6 หลายเดือนก่อน

    অৰুনোদইৰ পায়চিল আগতে মাজতে চাৰ্ভে কৰিবলৈ গৈ কাতিছে এতিয়া বাৰূ কি।কৰিব লাগিব

  • @GupalPatar-ue2ut
    @GupalPatar-ue2ut หลายเดือนก่อน

    Purani r. card asse adhar card link karilu ressan nai aru around ay nai

  • @imrullaskar3667
    @imrullaskar3667 6 หลายเดือนก่อน

    ধ্যাইনো বাধ মামা

  • @user-tm2fd1dw1s
    @user-tm2fd1dw1s 5 หลายเดือนก่อน

    আমাক কি‌য় নিদিয়ে ৰেচন কাৰদ আছে আমি দিন হাজিৰা কৰি খোৱা মানুহ আমি একো নেপাও

  • @dipankarnew4832
    @dipankarnew4832 7 หลายเดือนก่อน

    জৰদ

  • @user-no6it9zj1b
    @user-no6it9zj1b 5 หลายเดือนก่อน

    ৰেচন কাড পোৱা নাই

  • @jeherulislam3231
    @jeherulislam3231 7 หลายเดือนก่อน

    PWD pensioner (physically Handicapped) bor kio pension dia nai ???

  • @user-tm9yb8ko6w
    @user-tm9yb8ko6w 6 หลายเดือนก่อน

    Moi 2 bar korilu abaru nahil aibar jodi hoi hukhi hom ..good sir

  • @sanjubhuyan3911
    @sanjubhuyan3911 7 หลายเดือนก่อน

    আমাৰ এতিয়াও ৰেচন কাদ নাই পোৱা নায়

  • @jabadutta1086
    @jabadutta1086 หลายเดือนก่อน

    আমি পোয়া নাই অরুনাদয়

  • @rupalibiswas2288
    @rupalibiswas2288 6 หลายเดือนก่อน

    নাই পেবা আজি লইকে

  • @MidushmitaGogoi-ni3qt
    @MidushmitaGogoi-ni3qt 29 วันที่ผ่านมา

    মোৰ মা arunodoi নাই sir

  • @user-qe4ij9bf9t
    @user-qe4ij9bf9t 6 หลายเดือนก่อน

    ৰেচন কাড নাই আমাৰ

  • @SunitaRabha-fc4qh
    @SunitaRabha-fc4qh 7 หลายเดือนก่อน +1

    Arunadai Ami napai Rason card Ase

  • @rainbowworld2370
    @rainbowworld2370 7 หลายเดือนก่อน

    Sir arunadoi 5 month palu dhonyabad.. kintu tar pasot 2024 ot palu mane ki.....😅😅😅😅😅

  • @sunilmandal4442
    @sunilmandal4442 7 หลายเดือนก่อน

    Aadhaar cardr news diyok aadhar card nothaka manuhe retion card poya nai

  • @user-gm2rj9yj7h
    @user-gm2rj9yj7h หลายเดือนก่อน

    Online koribo lage

  • @rukmadoloi3840
    @rukmadoloi3840 5 หลายเดือนก่อน

    Up

  • @JubelLaskar-yr2ew
    @JubelLaskar-yr2ew 2 หลายเดือนก่อน

    12:39

  • @hirenbarua1380
    @hirenbarua1380 6 หลายเดือนก่อน

    Agate reson card bebastha karak sir. Atiya ki karene reson card da bebastha bandha kori thoise

  • @DuluBorah-yw6sr
    @DuluBorah-yw6sr 6 หลายเดือนก่อน

    Pam buli vabisu sir

  • @dhritikadas272
    @dhritikadas272 5 หลายเดือนก่อน

    Reson card a powa nai

  • @RajuBoy-z4q
    @RajuBoy-z4q หลายเดือนก่อน

    Apni Dil hai vishwas Apne dil hai vishwas jaam

  • @SusmitTati-dv4il
    @SusmitTati-dv4il 2 หลายเดือนก่อน

    Good 😂😂😂😂😂

  • @maryborah584
    @maryborah584 7 หลายเดือนก่อน

    2 time apply korilu napalu. Aru ki asha korim. Xokolu misa

  • @kakatigiren8631
    @kakatigiren8631 6 หลายเดือนก่อน

    Sir amio nimna madhy bitta pariyalar manuh,amio arunuday aachani pab lage Karan gharat ajan manuhe pale an ajan manuhe pab roi jai saito beya Katha sakalowe paba lage sir vabi sabson.