Oyster mushroom cultivation training from Assam

แชร์
ฝัง
  • เผยแพร่เมื่อ 6 ส.ค. 2019
  • • BAREKURI TOURISM FAIR ...
    Trainer mojin moran
    দৰৱ নাম হল ( Bavistin powder )
    / hdfaq7qwmn
    A
    Oyster (mushroom) কাঠফুলা খেতি কৰাৰ বৈজ্ঞানিক পদ্ধতি:
    A) ১ কেজি (oyster mushroom) কাঠফুলাৰ গুটিৰ পৰা ১০টা ছিলিণ্ডাৰ বনোৱাৰ পদ্ধতি:
    ১) ১৫ কেজি খেৰত দিবলগা মেডিচিনৰ পৰিমাণ
    i)১ কেজি চূণ
    ii)ব্লিছিং পাউদাৰ ৫০ গ্ৰাম
    ২) ১২০ লিটাৰ পানীত ওপৰত দিয়া মেডিচিন সমূহ ভালদৰে মিহলাব ।
    ৩)শুকান খেৰখিনি ১-২ ইঞ্চি জোখত কাটি লব ।
    ৪)এতিয়া খেৰখিনি ঠাণ্ডা পানীৰে ধুই লব ।
    ৫)এতিয়া মেডিচিন মিহলোৱা পানীত ২৪ ঘণ্টা (24 hours) ৰ বাবে ড্ৰামত খেৰখিনি তিয়াই ৰাখিব ।
    ৬)তিয়াই ৰাখোঁতে দুটা কথা মন কৰিব :
    i)ড্ৰামৰ ভিতৰত থকা খেৰখিনি যাতে সম্পূৰ্ণ পানীত ডুব যায় এইটো নিশ্চিত কৰিবৰ বাবে এটা চাফা গধুৰ বস্তুৰে খেৰখিনি হেঁচা দি ৰাখিব ।
    ii)ভিতৰত বায়ু সোমাব নোৱাৰাকৈ ত্ৰিপাল বা সুবিধা জনক আৱৰণেৰে ভালদৰে বন্ধ কৰি দিব ।
    ৭)২৪ ঘণ্টা সম্পূৰ্ণ তিওৱাৰ পিছত এটা নেটজাতীয় বেগত ভৰাই পানী ওলাই যাবৰ বাবে প্ৰায় ২৫ মিনিট সময় ওলমাই ৰাখিব ।
    ৮)খেৰ শুকুৱাৰ পদ্ধতি :
    i)এখন পাটী বা কপাহী কাপোৰ লব ।
    ii)এতিয়া বেগত ভৰাই থোৱা খেৰখিনি ভালদৰে ৰদত মেলি দিব ।
    iii)শুকুৱাওঁতে এটা কথা মন কৰিব যে আপোনাৰ খেৰৰ পানী ৮০% পৰ্যন্ত শুকুৱাব লাগিব ।
    iv)৮০% পানী যে শুকাইছে এই কথা জানিবৰ বাবে আপুনি আপোনাৰ দুই হাতেৰে এমুঠি খেৰ লৈ কাপোৰ চেপাৰ দৰে ভালদৰে চেপক, যদিহে চেপোতে তলত পানী পৰিছে তেন্তে খেৰ আৰু শুকুৱাব লাগিব । যদিহে চেপোতে তলত পানী নপৰি হাতত নিয়ৰৰ দৰে পানী লাগিছে তেতিয়া জানিব আপোনাৰ খেৰ ৮০% শুকাইছে ।
    ৯)ছিলিণ্ডাৰ বনোৱাৰ আগত ৮০% শুকান খেৰত দিবলগা মেডিচিনৰ পৰিমাণসমূহ এনেধৰণৰ:
    i)খেৰ ১৫ কেজি
    ii)চূণ পাউদাৰ ৩০০ গ্ৰাম
    iii)ব্যেভিষ্টিন পাউদাৰ ১০ গ্ৰাম
    ১০)দুইও তা মেডিচিন প্ৰথমে এখন কাগজত ভালদৰে মিহলি কৰি লব ।
    ১১)এতিয়া ১৫ কেজি খেৰত এই দুইওতা মেডিচিনে ভালকৈ মিহলি কৰি লব ।
    ১২)ছিলিণ্ডাৰ বনোৱাৰ পদ্ধতি:
    i)২০০ গ্ৰাম গুটিৰ পেকেটটো ফালি আপুনি এখন কাগজত ভালকৈ ভাঙি ৮ ভাগত ভগাই লওক । (প্ৰতি ভাগত ২৫ গ্ৰামকৈ)
    ii)পলিবেগটো তলৰ ভাগত এডাল ৰবৰেৰে বান্ধি লওক ।
    iii)এতিয়া পলিবেগটো প্ৰথমে তলফালে বান্ধি লৈ ওলোটাই দিয়ক ।
    iv)গুটিসমূহ এনেধৰেনেৰে দিব লাগিব:
    👉প্ৰথমে পলিবেগৰ তলত 4 ইঞ্চি ডাঠেৰে খেৰ দিয়ক ।
    👉দ্বিতীয়তে আগতে ভাগ কৰি ৰখা ২৫ গ্ৰাম গুটি ওপৰত চাৰিফালে ঘূৰাই দি দিয়ক ।
    👉তৃতীয়তে আকৌ একে পৰিমাণৰ খেৰ দি গুটি দিব লাগিব । এনেকৈ ৪ টা স্তৰত গুটি আৰু ৫ টা স্তৰত খেৰ দি পলিবেগটো ওপৰৰফালে সম্পূৰ্ণ টাইট কৰি বান্ধি দিয়ক ।
    👉বন্ধাৰ আগতে মন কৰিব:
    পলিথিনৰ ভিতৰত থকা বায়ু ওলাবৰ বাবে ওপৰফালে বেজী বা পিন লৈ ৬-৭ টা ফুটা কৰিব ।
    ১৩)ছিলিণ্ডাৰ বনাই সম্পূৰ্ণ হোৱাৰ পিছত কেনেকৈ ৰাখিব?
    i)৫০% আন্ধাৰ ঠাইত ১৫-১৮ দিন ৰাখিব ।
    ii)ছিলিণ্ডাৰ ৰখা ঠাইটুকুৰা
    a)যদিহে পকী হয়, তেতিয়া আপুনি এখন কাগজ পাৰি লৈ তাতে ৰাখিব পাৰিব ।
    b)যদিহে মাটিৰ হয়, তেতিয়া ভালদৰে মচি লৈ এখন পাটী পাৰি তাৰ ওপৰত এখন কপাহী কাপোৰ লৈ তাতে ৰাখিব পাৰিব ।
    ১৬)ছিলিণ্ডাৰ ৰখাৰ পদ্ধতি:
    i) (Oyster mushroom) কাঠফুলাৰ বাবে মাটিৰ পৰা দুফুট ওপৰত আপোনাৰ সুবিধা অনুযায়ী এখন বাঁহৰ চাং বনাই ৰাখিব পাৰিব ।
    ii) নহলে বা ৰছীও ব্যৱহাৰ কৰিব পাৰিব ।
    ১৭) (Oyster mushroom) কাঠফুলাত পানী দিয়াৰ পদ্ধতি:
    i)ছিলিণ্ডাৰৰ পৰা যিদিনা কাঠফুলা ওলাব, সেইদিনাৰ পৰাই প্ৰতিটো ছিলিণ্ডাৰত 100ml কৈ ভিতৰত পানী ভৰাই দিব । আৰু দিনত ২ বাৰ কৈ স্প্ৰে মেচিন লৈ পানী স্প্ৰে কৰিব ।
    ii)ছিঙিব হোৱালৈকে পতি দিনাই এনেদৰে ৩দিন পানী দিব ।
    ১৮)যেতিয়া আপোনাৰ বেগৰ পৰা কাঠফুলা সমূহ ৪-৪ ইঞ্চি ওখ হব, তেতিয়াই আপুনি ছিঙিব পাৰিব ।
    ১৯)ছিংগাৰ পদ্ধতি: এখন কটাৰীৰে গুৰিতে কাটি ছিঙিব পাৰিব বা আপুনি হাতেৰে পকাই ছিঙিব পাৰে । ধন্যবাদ
    আমাৰ ঠিকনা-তিনিচুকীয়া
    ডুমডুমা হাহচাৰা কালি মন্দিৰ ।
    TH-cam channel
    mojin moran
    অধিক জানিবৰ বাবে যোগাযোগ কৰক :
    8011858287-9365256788

ความคิดเห็น • 263

  • @Jaagrav
    @Jaagrav 3 ปีที่แล้ว +1

    বহুত ভাল লাগিল ভিডিও টো৷

  • @krishnakhibora5459
    @krishnakhibora5459 หลายเดือนก่อน +1

    Background music r sound olp komai dibo parile...😢

  • @mintumoran671
    @mintumoran671 4 ปีที่แล้ว +1

    Vl lgil deii

  • @chainobasumatary6886
    @chainobasumatary6886 4 ปีที่แล้ว +2

    nice vedeo &simple for learning

  • @mr.anandag3193
    @mr.anandag3193 4 ปีที่แล้ว +1

    Mojin bhai..nice & useful Vidio

  • @AmritHazarika-vy8wi
    @AmritHazarika-vy8wi 4 หลายเดือนก่อน +1

    Very good news

  • @MrRatnabiman
    @MrRatnabiman 5 ปีที่แล้ว +2

    Nice video

  • @sastragyan5272
    @sastragyan5272 3 ปีที่แล้ว +1

    Sai bohut val lagil

  • @dakhyarajchutia8680
    @dakhyarajchutia8680 4 ปีที่แล้ว +2

    ভাল লাগিল দেই ছাই .........

  • @chidanandabora3404
    @chidanandabora3404 3 ปีที่แล้ว +1

    Xundor video bonaise dada.... Axa thakile aru jate ane dhoronr video pai thaku....

  • @BalramSB
    @BalramSB 10 หลายเดือนก่อน +1

    Very Nice

  • @palkipunyakotokyphukon681
    @palkipunyakotokyphukon681 2 ปีที่แล้ว +1

    Val lgel

  • @anilrdas776
    @anilrdas776 4 หลายเดือนก่อน +1

    দাদা কাঠ ফুলাখেতি ভাল লাগিল মুৰ মন আছে কৰিবৰ

  • @Sonutraveling7002
    @Sonutraveling7002 4 ปีที่แล้ว +2

    Nice

  • @mojinmoran3133
    @mojinmoran3133  2 ปีที่แล้ว +6

    সকলোকে জনাব বিচাৰো যে কাঠফুলাৰ উপৰত বনুৱা মোৰ প্ৰথম টো video আছিল, হয় মই নিজেও অনুভৱ কৰিব পাৰিছো যে music2 বেছি হৈছে গতিকে কোনেও যাতে মোক ভুল নুবুজি video বনোৱাত সহায় কৰে যেন । 🙏🙏

    • @pranjalentertainment7950
      @pranjalentertainment7950 10 หลายเดือนก่อน

      কিমান কে বিক্ৰী যায় প্ৰতি কিলো

    • @user-ht6ru7cv9y
      @user-ht6ru7cv9y 6 หลายเดือนก่อน

      Mok aponar. Fone. No dyak son

    • @pankajkonwar308
      @pankajkonwar308 4 หลายเดือนก่อน

      Dada Silinder সমূহ keneke kati loi Masrum bur উলিওৱা hoi tar ata video dbsn,, jodi bea napai help kribo paribo nki dada

  • @pobitrakalita9854
    @pobitrakalita9854 4 ปีที่แล้ว +2

    Good job

  • @niorojonboro4427
    @niorojonboro4427 4 ปีที่แล้ว +1

    I love this vedio

  • @dhulikaroy3016
    @dhulikaroy3016 2 ปีที่แล้ว +1

    music sound tu kisu komke dibo sun nhle aoner kothabr xunat problm hy

  • @bigraibrahma2903
    @bigraibrahma2903 2 ปีที่แล้ว

    Amazing bro.

  • @RhinoIndia
    @RhinoIndia 4 ปีที่แล้ว +1

    Dhuniyaa hoise Video 2 ....
    Subscribe kori disu,
    & All the best....

  • @PradipkumarRoy-gi3ms
    @PradipkumarRoy-gi3ms 6 หลายเดือนก่อน

    Vdio tot music, bahi sound nidibo,karon vewarsk aponar kotha bilak sunote disturb khubei hoy.

  • @Mirimixture
    @Mirimixture 3 ปีที่แล้ว +2

    Moiu hikhilu nishoi apunar pora moi upokrito hole val pam,apunaar vdor pora bohut khota janibo parilu..tar babe apunak dhoinabad,sublike sab korisu dada

  • @karnagorh223
    @karnagorh223 4 ปีที่แล้ว +1

    বহুত ভাল লাগিল । স্বাৱলম্বিতাৰ এইয়া এক সহজ পথ ।

  • @preronakonwar683
    @preronakonwar683 4 ปีที่แล้ว +2

    Videotu sai vaal lagil....background musictu alop loud hoise dei aata....

  • @dbhattacharyya364
    @dbhattacharyya364 2 หลายเดือนก่อน +1

    Ki powder mohale kindly jonaba

  • @Gitanjali_bora
    @Gitanjali_bora 3 ปีที่แล้ว

    Good

  • @binodgogoi8247
    @binodgogoi8247 9 หลายเดือนก่อน +1

    Video টোত মিউজিকৰ volume টো বেছি হৈ আছে। অলপ কমালে ভাল হব নেকি?কথাবোৰ স্পষ্টকৈ শুনা যাব। তাতে মিউজিক টো ভাল হোৱাৰ বাবে বেছিকৈ কাণখন মিউজিকলৈহে গৈ থাকে।

  • @user-xr3sw5dl4w
    @user-xr3sw5dl4w 7 หลายเดือนก่อน

    After how many days polythin should remove?

  • @mithunsatnami4963
    @mithunsatnami4963 4 ปีที่แล้ว +1

    👍👍👍👍👍

  • @dipjyoti9182
    @dipjyoti9182 4 ปีที่แล้ว +1

    Button mushroom kenekoi korim video dibo sun dada

  • @gwhwmvrbasumatry6448
    @gwhwmvrbasumatry6448 3 ปีที่แล้ว

    Bhai ker kon ki tan or besike vaal hoi

  • @kurangagogoi5636
    @kurangagogoi5636 4 ปีที่แล้ว +2

    Khmer khinit dia Powder tur Nam ki ,Pam kot ? Gutu bur krikhi bhandar ot Pai neki ?

  • @bakulkhaund
    @bakulkhaund 4 ปีที่แล้ว +2

    Kher khini boil kora pisot ki Power disil?

  • @arupbezbaruah4791
    @arupbezbaruah4791 2 ปีที่แล้ว +1

    Sell kot korim.moi olp large scale ot koribo bisaru. M from guwahati

  • @alittleboy686
    @alittleboy686 ปีที่แล้ว +1

    dada spown r price kiman atiya janaba sun oyster muchroomror

  • @pradipchandratamuli655
    @pradipchandratamuli655 2 หลายเดือนก่อน

    Music তো বেছিহোৱাৰ বাবে ভাল লগানাই

  • @omamelemraikosh4311
    @omamelemraikosh4311 2 ปีที่แล้ว +1

    Ki seter music dibo lage?

  • @Just_villagethings
    @Just_villagethings 2 ปีที่แล้ว +1

    Background music tu he hunilu dei

  • @mintusahu5638
    @mintusahu5638 2 ปีที่แล้ว

    Dada powdar dile j ki naam baru

  • @namnai9249
    @namnai9249 3 ปีที่แล้ว

    Kher t dia paodar 2r ki nam dada

  • @user-or9rg1lb7u
    @user-or9rg1lb7u 6 หลายเดือนก่อน

    Konsait tu nu ki koribo di thoise

  • @assamfishingguwhati4052
    @assamfishingguwhati4052 3 ปีที่แล้ว +1

    Music Tu nidely besi vl hol hoi

  • @Gogoimallika
    @Gogoimallika 7 หลายเดือนก่อน +1

    dada jdi olp nuhukai tetia pasdinaloi hukuwaboloi thobo parim nai

  • @nayanjitrajbongshi6759
    @nayanjitrajbongshi6759 2 ปีที่แล้ว

    Ki powder dea hoi name to ki hoi

  • @md__sahidul
    @md__sahidul วันที่ผ่านมา

    Seed kene koi lobo parim

  • @gtgaming7483
    @gtgaming7483 ปีที่แล้ว +1

    Last step to nedekhale....bang kon fota Karo asu Pani spray kora..

  • @zomunarajbongshiyadav2
    @zomunarajbongshiyadav2 7 หลายเดือนก่อน +1

    গুতি কোত পোৱা যাব জনাব চুন দাদা মই য়ো খেতি কৰিম

    • @mojinmoran3133
      @mojinmoran3133  7 หลายเดือนก่อน

      Amar office doomdooma t hansarat ase tate pab

  • @sharazvlogs7176
    @sharazvlogs7176 3 หลายเดือนก่อน

    Ki edit korsa bhai gan a baji thaka sun ki koisa ako Buji napi

  • @jitumoniborah270
    @jitumoniborah270 3 ปีที่แล้ว

    Music টো কি কৰিবলৈ বজাই আছে?

  • @jintutamuli4823
    @jintutamuli4823 4 ปีที่แล้ว +1

    Kimn production pua jai xeitu calculate koribosun

  • @dipshikhaentertainmentoffi5340
    @dipshikhaentertainmentoffi5340 3 ปีที่แล้ว

    Powder tu nam ki

  • @nzanmurrie5030
    @nzanmurrie5030 3 ปีที่แล้ว +1

    I don't have wheat straw's in my area...What else can i use instead of wheat straw's please reply

    • @warbah993
      @warbah993 3 ปีที่แล้ว

      Rice straw

    • @user-xr3sw5dl4w
      @user-xr3sw5dl4w 6 หลายเดือนก่อน

      You may use Rice straw (Dhan Puwal)

  • @BIKASHSAIKIA82
    @BIKASHSAIKIA82 2 ปีที่แล้ว

    Music 2 alp besi hl nki

  • @rupamsahu1145
    @rupamsahu1145 ปีที่แล้ว +1

    Background music kio dibo lage.. Its irritating

    • @mojinmoran3133
      @mojinmoran3133  ปีที่แล้ว

      TH-cam prothom video upload diya hoisil gotike eman eta bujib pora nashilu gotike beya napab video to uporat kiba buji napale phone kori hudhib pare 🙏

  • @user-tv9ji5ut9v
    @user-tv9ji5ut9v 4 หลายเดือนก่อน +1

    খেৰ সলনি তোহ দিলে হ’বনে দাদা জনাবছোন

  • @GautamsGarden
    @GautamsGarden 2 ปีที่แล้ว

    Powered tur naam ki

  • @user-vn6kt6nw4q
    @user-vn6kt6nw4q 8 หลายเดือนก่อน +1

    Powder buli kole,kintu ki Powder dile ullekh nokorile

  • @anupam23044
    @anupam23044 ปีที่แล้ว +1

    Kun keita mah t kheti tu korile val...?

    • @mojinmoran3133
      @mojinmoran3133  ปีที่แล้ว

      October to March oyster mushroom
      April to September milky mushroom

  • @sherbahadurchetry6201
    @sherbahadurchetry6201 4 หลายเดือนก่อน

    background sounds is so high kotha huniye puwa nai

  • @surajneog1359
    @surajneog1359 3 ปีที่แล้ว +1

    Pawder buli kole hobo janu ki nam ki company kot pai koi deok

  • @Jushii_baruaah
    @Jushii_baruaah 3 ปีที่แล้ว +1

    Where should we buy musroom spawn

  • @pranabjyotiborah7914
    @pranabjyotiborah7914 3 ปีที่แล้ว

    kot thobo lge ki dore thobo lge heitue ndkhuale ki vidio bonale.

  • @Ashit2.o
    @Ashit2.o 11 หลายเดือนก่อน +1

    Kathfula kheti kora paudar tu nam ki buli koi

  • @ArbinBrahma-mo5sz
    @ArbinBrahma-mo5sz ปีที่แล้ว +1

    Ki powder ito Bai koksun Mai olob korisam

  • @rajivtube3615
    @rajivtube3615 หลายเดือนก่อน +1

    Mushroom making medicine name kya hai Bhai?

  • @kuhigogoi927
    @kuhigogoi927 2 ปีที่แล้ว +1

    Mojja lagesa Mojin daa🥀🥰🙏

  • @maharajadhiraja_07
    @maharajadhiraja_07 4 ปีที่แล้ว +2

    Background music2 karone kotha2 aa val k hunibo pora nai.

  • @Gakull
    @Gakull 4 ปีที่แล้ว

    Pouder tu Nam 2 ki

  • @chandanroy7615
    @chandanroy7615 3 ปีที่แล้ว +1

    Sir apuni 6 part ot ki powder dile nam kole val asil

    • @user-th7sk1vm2f
      @user-th7sk1vm2f 3 ปีที่แล้ว +2

      আহক আমি কাঠফুলা খেতিৰ দ্বাৰা নিয়েও স্বাবলম্বী হও আৰু আন এজনকো স্বাবলম্বী হোৱাৰ পথ বাচি দিওঁ ।।🙏🙏☺️☺️ নিবনুৱা সমস্যাৰ পৰা পৰিত্ৰাণ পাবলৈ এটা নতুন পথত আগবাঢ়ো আহক সকলো মিলি ।।🙏🙏☺️☺️🥰🥰 কাঠফুলা খেতি কৰিব বাবে 6900415811নম্বৰত যোগাযোগ কৰক।অসমৰ সকলো জিলাতে সম্পূৰ্ন বিনামূলীয়া প্ৰশিক্ষণ ৰ লগতে আপোনাৰ দ্বাৰা উৎপাদিত কাঠফুলাখিনি কিনি আনাৰ দায়িত্ত্ব আমাৰ।১কেজি শুকান কাঠফুলাৰ দাম ৮০০ টকা দিয়া হব।অধিক তথ্যৰ বাবে যোগাযোগ কৰক ধন্যবাদ🙏🏻🙏🏻

  • @rimjimsaikia9827
    @rimjimsaikia9827 ปีที่แล้ว +1

    Marketing babe apunalukr lgt jugajug korib pari ne

  • @MKlovefoodandtraveling
    @MKlovefoodandtraveling 2 ปีที่แล้ว +1

    Dada guti belak kot kinebo pam.

  • @dipalikurmi4676
    @dipalikurmi4676 6 หลายเดือนก่อน +1

    Polthim tu kot pam dada please jonabo

    • @mojinmoran3133
      @mojinmoran3133  6 หลายเดือนก่อน

      Disposal bika dukanot khobor korib

  • @rashmiroy4705
    @rashmiroy4705 ปีที่แล้ว +1

    Ki poudre dile dada apuni

  • @kirtybhattabharadwaj3136
    @kirtybhattabharadwaj3136 3 ปีที่แล้ว +1

    Kher bilak boil kora pisot complete dry kribo lage nki

  • @sanjibsanjib-rm7zw
    @sanjibsanjib-rm7zw ปีที่แล้ว +1

    Muk help kam tu koriboly alop help koribo paribo ny ki

  • @anamikadevi1125
    @anamikadevi1125 2 ปีที่แล้ว +1

    Guti aru pawder 2r name ki

  • @batmasi3773
    @batmasi3773 2 ปีที่แล้ว

    Kher katibar karane ki bibahar kara hoi

    • @mojinmoran3133
      @mojinmoran3133  2 ปีที่แล้ว

      দাহেৰে কটা হৈছে

  • @dipjyotiborah661
    @dipjyotiborah661 3 ปีที่แล้ว

    Ki powder hoi bhai...name tu kua pawder tu

  • @junubasumatary191
    @junubasumatary191 2 ปีที่แล้ว +1

    Bavistin powder khot pamnu?

  • @dkvlogs5158
    @dkvlogs5158 2 ปีที่แล้ว +1

    Powder TU ki hoi jonabo sun dada🙏

  • @comedytimetoon
    @comedytimetoon 2 ปีที่แล้ว +2

    পাউদাৰ তুৰ নাম কি

  • @mrinaleedeka6357
    @mrinaleedeka6357 ปีที่แล้ว +1

    Ki paudar dile nu

  • @kramsakilingyoutube2286
    @kramsakilingyoutube2286 11 หลายเดือนก่อน +1

    Apunar kun thait

    • @mojinmoran3133
      @mojinmoran3133  11 หลายเดือนก่อน

      Tinsukia Doomdooma hansara near Kali Mondir

  • @nomalgogoi9863
    @nomalgogoi9863 2 ปีที่แล้ว +1

    দাদা ইয়ার বীজ কত কেনেকৈ পাম আপোনার ফোণ নমবতো দিব

  • @GautamsGarden
    @GautamsGarden 2 ปีที่แล้ว +1

    Seeds kot puwa jai

  • @nomitahazarika9359
    @nomitahazarika9359 3 หลายเดือนก่อน +1

    Powder tu ki hoi

  • @xotobira5908
    @xotobira5908 3 ปีที่แล้ว

    1 year poroni kher di bonale hobone ne nai? Plz jonabo

  • @jowtongumbon4152
    @jowtongumbon4152 ปีที่แล้ว

    Stop backgrnd music

  • @BhairobJyotiChutia
    @BhairobJyotiChutia 4 ปีที่แล้ว +1

    Ki powder logaisil?

  • @manabirabha6017
    @manabirabha6017 2 ปีที่แล้ว

    Music nidibo

  • @parulborgohain2472
    @parulborgohain2472 2 ปีที่แล้ว +1

    Koribo bisari ai kheti.plzz apunar phn no tu lagisil dada

  • @babitadeka9260
    @babitadeka9260 ปีที่แล้ว +1

    Mojja dada

  • @jayashreevillagepride6305
    @jayashreevillagepride6305 2 ปีที่แล้ว +1

    Ki powder nam nai eko kowa nai

  • @sunuaslam2760
    @sunuaslam2760 3 ปีที่แล้ว +1

    Moi koribo khoso

  • @Jushii_baruaah
    @Jushii_baruaah 3 ปีที่แล้ว +1

    Powder tu nam ki?

  • @sherbahadurchetry6201
    @sherbahadurchetry6201 4 หลายเดือนก่อน +1

    powder name tu nokola je

  • @hirakjyotibora9475
    @hirakjyotibora9475 4 ปีที่แล้ว +1

    Aitu ki powder dise kherr lgt

    • @jureeborah3652
      @jureeborah3652 9 หลายเดือนก่อน

      Ki powder nam nakale je?

  • @dronahazarika3227
    @dronahazarika3227 3 ปีที่แล้ว

    Powder tu ki naam

  • @johnshazarka1422
    @johnshazarka1422 4 ปีที่แล้ว

    Dada plz reply powder kot pam reply....

    • @mojinmoran3133
      @mojinmoran3133  4 ปีที่แล้ว

      bahirot pabanai heitu najanu kintu

    • @mojinmoran3133
      @mojinmoran3133  4 ปีที่แล้ว

      bahirot pabanai heitu najanu kintu

  • @anuragsonowal1484
    @anuragsonowal1484 4 ปีที่แล้ว

    Dada jugajug কেনেকৈ কৰিব পাৰি

    • @user-th7sk1vm2f
      @user-th7sk1vm2f 3 ปีที่แล้ว

      আহক আমি কাঠফুলা খেতিৰ দ্বাৰা নিয়েও স্বাবলম্বী হও আৰু আন এজনকো স্বাবলম্বী হোৱাৰ পথ বাচি দিওঁ ।।🙏🙏☺️☺️ নিবনুৱা সমস্যাৰ পৰা পৰিত্ৰাণ পাবলৈ এটা নতুন পথত আগবাঢ়ো আহক সকলো মিলি ।।🙏🙏☺️☺️🥰🥰 কাঠফুলা খেতি কৰিব বাবে 6900415811নম্বৰত যোগাযোগ কৰক।অসমৰ সকলো জিলাতে সম্পূৰ্ন বিনামূলীয়া প্ৰশিক্ষণ ৰ লগতে আপোনাৰ দ্বাৰা উৎপাদিত কাঠফুলাখিনি কিনি আনাৰ দায়িত্ত্ব আমাৰ।১কেজি শুকান কাঠফুলাৰ দাম ৮০০ টকা দিয়া হব।অধিক তথ্যৰ বাবে যোগাযোগ কৰক ধন্যবাদ🙏🏻🙏🏻