মেট্ৰিক, হায়াৰ ছেকেণ্ডাৰীত একেখন ঘৰতে দুয়োটি সন্তান ষ্টেণ্ড

แชร์
ฝัง
  • เผยแพร่เมื่อ 13 ก.ค. 2022
  • মেট্ৰিক, হায়াৰ ছেকেণ্ডাৰীত একেখন ঘৰতে দুয়োটি সন্তান ষ্টেণ্ড#srimanta_motivator

ความคิดเห็น • 90

  • @manjularxadhukothaarukobit3697
    @manjularxadhukothaarukobit3697 2 ปีที่แล้ว +10

    খুব সুন্দৰ কথা কৈছে। ছাত্র-ছাত্ৰীসকল অনুপ্ৰাণিত হ'ব দেই। আপোনাকো ধন্যবাদ ইমান প্ৰয়োজনীয় কথাৰ ভিডিঅটি আগবঢ়োৱা বাবে🙏🙏

    • @YogaTherapyAssam
      @YogaTherapyAssam 2 ปีที่แล้ว +1

      হয় ঠিকেই কৈছে আপুনি th-cam.com/channels/GYxG4SQL5T2iQqLbeEhP-g.html

    • @putalamahanta759
      @putalamahanta759 2 ปีที่แล้ว

      Bohut Val lagil

  • @tutumonidas6172
    @tutumonidas6172 ปีที่แล้ว

    বৰ সুন্দৰ ,তাইৰ মুখতে জিলিকি আছে ভবিষ্যত সুন্দৰ গোলাপৰ দৰে।

  • @pankajaborah7345
    @pankajaborah7345 2 ปีที่แล้ว +1

    সুন্দৰ সাক্ষাৎকাৰ । উপকৃত হলোঁ ।

  • @monujmanoshborah9388
    @monujmanoshborah9388 ปีที่แล้ว +1

    সুন্দৰ অনুষ্ঠান ।।
    পিংগলৰ দেউতাক হেমন্ত নাথ ছাৰে আমাক গৌৰীসাগৰ হায়াৰ ছেকেণ্ডাৰীত Match পঢ়াইছিল আৰু Match ৰ টিউচন লৈছিল আমাক ।। ছাৰে পঢ়োৱা সকলোৱে ভাল নম্বৰ পাইছিল ।। দেউতাক ইমান ভাল শিক্ষক ।। তেওঁৰ লৰা-ছোৱালী ভাল হবই ।।
    সকলোৰে আৰ্শীবাদ আছে আগবাঢ়ি যোৱা ।।

  • @mitalisaikia6178
    @mitalisaikia6178 2 ปีที่แล้ว +2

    বহুত ভাল লাগিল কথাখিনি জানি। দুয়োগৰাকী ভাতৃ ভগ্নীলৈ ভৱিষ্যত জীৱনৰ বাবে শুভকামনা জনালোঁ।

  • @ajitchandradas8924
    @ajitchandradas8924 ปีที่แล้ว

    Val lagil bahut

  • @binitaassam_123_
    @binitaassam_123_ ปีที่แล้ว

    সুন্দৰ 👍

  • @chinmoy1839
    @chinmoy1839 2 ปีที่แล้ว +2

    এক যোগাত্মক দৃষ্টি ভংগীৰে খুব সুন্দৰ ভিডিঅ'টোৰ 'যোগদি সকলো উপকৃত
    হ'ব । বহুত বহুত ধন্যবাদ জনালোঁ দাদা ।

  • @kabyashreepatra1135
    @kabyashreepatra1135 2 ปีที่แล้ว +1

    ভাল লাগিল

  • @aimonigogoi2299
    @aimonigogoi2299 2 ปีที่แล้ว +2

    বহুত ভাল লাগিল।আপুনি বহুত কাম কৰিছে।

  • @kripalibhuyan5326
    @kripalibhuyan5326 2 ปีที่แล้ว +6

    কথাখিনি বৰ ধুনীয়া কৈ কৈছে । তেওঁৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ । ভাল লাগিল ভিডিঅ'টো

    • @YogaTherapyAssam
      @YogaTherapyAssam 2 ปีที่แล้ว

      হয় ঠিকেই কৈছে আপুনি th-cam.com/channels/GYxG4SQL5T2iQqLbeEhP-g.html

  • @riyaan5118
    @riyaan5118 2 ปีที่แล้ว +2

    বহুত ভাল লাগিল ভিডিঅ' টো।

  • @anjananath8470
    @anjananath8470 2 ปีที่แล้ว +1

    বহুত ভাল লাগিল বহুত ধুনিয়াকৈ কথা খিনি কোৱাৰ বাবে সদায় এনেদৰেই আগবাঢ়ি যোৱা ।

  • @jungogoi8565
    @jungogoi8565 2 ปีที่แล้ว +5

    কথাখিনি জানিব পাৰি বহুত ভাল লাগিল। ছাত্ৰ -ছাত্ৰী সকল নিশ্চয় উপকৃত হ'ব ।

    • @YogaTherapyAssam
      @YogaTherapyAssam 2 ปีที่แล้ว

      হয় ঠিকেই কৈছে আপুনি th-cam.com/channels/GYxG4SQL5T2iQqLbeEhP-g.html

  • @jinagogoi118
    @jinagogoi118 2 ปีที่แล้ว +2

    বহুত ভাল লাগিল দেই। মনটো ভৰি গ'ল চাই।

  • @surabhiborgohain1216
    @surabhiborgohain1216 2 ปีที่แล้ว +1

    বৰ ভাল লাগিল। ইয়াৰ দ্বাৰা আমি সকলোৱে উপকৃত হম।

  • @W.L.D
    @W.L.D 2 ปีที่แล้ว +1

    ভাল লাগিল কথাখিনি । ধন্যবাদ থাকিল ।

  • @rupalibora170
    @rupalibora170 ปีที่แล้ว

    Good vdo

  • @akhilgogoi1869
    @akhilgogoi1869 2 ปีที่แล้ว +1

    Bhal lagil.

  • @jyotikadas2036
    @jyotikadas2036 2 ปีที่แล้ว +2

    কথাখিনি খুবেই ভাল লাগিল দাদা, নতুন ল'ৰা-ছোৱালীখিনি নিশ্চয় বহুত উপকৃত হ'ব। কৃতীক্ষালৈ বহুতো শুভকামনা থাকিল।🙏

  • @hemensarma4962
    @hemensarma4962 ปีที่แล้ว +2

    What a beautiful bold ambition..

  • @joyapgogoi3122
    @joyapgogoi3122 2 ปีที่แล้ว +2

    ছাত্ৰ-ছাত্ৰী সকলক অনুপ্ৰাণিত কৰাৰ উদ্দেশ্যৰে share কৰিছোঁ ।

  • @jonalidas1090
    @jonalidas1090 ปีที่แล้ว

    Kotha khini janiboiloi pai bht val lagise

  • @rulisaikia6020
    @rulisaikia6020 2 ปีที่แล้ว +1

    খুবেই মন ভৰিল ভিডিঅটো চাই। এনেকুৱা সু খবৰবোৰে ছাত ছাত্ৰীক ভৱিষ্যত জীৱন গঢ়াত সহায় কৰে। চেয়াৰ কৰিছো।

  • @jutikabora6252
    @jutikabora6252 2 ปีที่แล้ว +1

    বহু ত ভাল লাগিল।

  • @sumkonsumkon2323
    @sumkonsumkon2323 ปีที่แล้ว

    Bor val lagil dai

  • @tutuborah4801
    @tutuborah4801 2 ปีที่แล้ว +1

    বহুত ভাল লাগিল চাই। তোমালোক দুয়োলৈ শুভকামনা থাকিল।

  • @abhishrutthengal3006
    @abhishrutthengal3006 2 ปีที่แล้ว +2

    Bor val lagil

  • @junukadas8288
    @junukadas8288 ปีที่แล้ว

    Agoloi anekuwa video di thakibo

  • @mohengogoi8441
    @mohengogoi8441 ปีที่แล้ว

    ভাল লাগিল ভিডিঅ টো চাই।ছাত্ৰীগৰাকীক ছাত্ৰ-ছাত্ৰী সকলে অনুসৰন কৰক ।তেও্ঁৰ উজ্বল ভৱিষ্যত কামনা কৰিছো।

  • @_YUJI_EDIT102
    @_YUJI_EDIT102 2 ปีที่แล้ว +1

    অতি প্ৰয়োজনীয়,

  • @tarulatanath3232
    @tarulatanath3232 ปีที่แล้ว

    Kotha khini huni val lagil 😊

  • @chandanadeka2650
    @chandanadeka2650 2 ปีที่แล้ว +1

    বৰ ভাল লাগিল দাদা।দুয়োজনালৈ বহুত বহুত শুভকামনা💐💐

  • @jitaduttasaikia3972
    @jitaduttasaikia3972 2 ปีที่แล้ว +1

    বৰ ভাল লাগিল কথাখিনি।শুভকামনা জনালোঁ।

  • @pollymahanta7508
    @pollymahanta7508 2 ปีที่แล้ว

    খুব ভাল লাগিল দাদা ধন্যবাদ

  • @bubu9886
    @bubu9886 ปีที่แล้ว

    সূন্দৰ প্ৰয়াস

  • @babitatamuliborah7986
    @babitatamuliborah7986 2 ปีที่แล้ว +5

    অতি প্ৰয়োজনীয় ভিডিঅ'। সচা কৈ, যোগ্য পিতৃ মাতৃৰ যোগ্য সন্তান তেওঁ লোক‌👍 বহুত বহুত মৰম ও শুভ কামনা। জীৱন যুঁজত জয়ী হোৱা,মনে বিচৰা ধৰনেৰে। আমাৰ শুভ কামনা জ্ঞাপন কৰিছো ‌ দীপশিখা💐💐💐

    • @srimantadutta9022
      @srimantadutta9022 2 ปีที่แล้ว

      Please share

    • @YogaTherapyAssam
      @YogaTherapyAssam 2 ปีที่แล้ว

      হয় ঠিকেই কৈছে আপুনি th-cam.com/channels/GYxG4SQL5T2iQqLbeEhP-g.html

  • @dipagogoi7723
    @dipagogoi7723 2 ปีที่แล้ว +2

    কথাবোৰ এ নৱপ্ৰজন্ম ক বাৰুকৈয়ে প্ৰভাৱ পেলাব ...... Great 👍

    • @YogaTherapyAssam
      @YogaTherapyAssam 2 ปีที่แล้ว

      হয় ঠিকেই কৈছে আপুনি th-cam.com/channels/GYxG4SQL5T2iQqLbeEhP-g.html

  • @jahnovikhanikar3028
    @jahnovikhanikar3028 2 ปีที่แล้ว +2

    গোটেই কথাখিনিয়ে অত্যন্ত প্ৰয়োজনীয়। সুন্দৰ ভিডিঅটোৰ বাবে ধন্যবাদ থাকিল।

    • @YogaTherapyAssam
      @YogaTherapyAssam 2 ปีที่แล้ว

      হয় ঠিকেই কৈছে আপুনি th-cam.com/channels/GYxG4SQL5T2iQqLbeEhP-g.html

  • @Dikshitaborpatragohain830
    @Dikshitaborpatragohain830 2 ปีที่แล้ว +1

    All d best for both

  • @rastapatideuri1732
    @rastapatideuri1732 2 ปีที่แล้ว +2

    Thanks god

  • @indumonidutta363
    @indumonidutta363 2 ปีที่แล้ว +2

    বৰ ভাল লাগিল ভিডিঅ' টো চায়।আমিও সন্তানক আগুৱাই নিয়াত সহায় হ'ব

    • @YogaTherapyAssam
      @YogaTherapyAssam 2 ปีที่แล้ว

      হয় ঠিকেই কৈছে আপুনি th-cam.com/channels/GYxG4SQL5T2iQqLbeEhP-g.html

  • @abhigyanborahanuhazarika167
    @abhigyanborahanuhazarika167 2 ปีที่แล้ว

    Bhal lagil kotha khini jani

  • @ranjumonibora5588
    @ranjumonibora5588 2 ปีที่แล้ว +6

    তেওঁৰ পিতৃ- মাতৃৰ লগতে আমিও গৌৰাম্বিত হৈছো |বহুত বহুত শুভকামনা জনাইছোঁ তোমালোকলৈও 💐💐এনেকুৱা যোগাত্মক ভিডিঅ সমূহে উঠি অহা নৱ প্ৰজন্মক উৎসাহিত কৰিব |ধন্যবাদ দাদা ইমান সুন্দৰ ভিডিঅ আগবঢ়োৱা বাবে 🙏

  • @nikumonichutia9512
    @nikumonichutia9512 ปีที่แล้ว +1

    Thankyou

  • @kabitabhuyan9507
    @kabitabhuyan9507 2 ปีที่แล้ว +2

    দুয়োটা ল'ৰা- ছোৱালীয়েই বৰ নম্র । খুব ভাল পাওঁ সিহঁতক । আপোনাৰ ভিডিঅ' তোৰ পৰা বহু শিক্ষাৰ্থী উপকৃত হব ।

    • @YogaTherapyAssam
      @YogaTherapyAssam 2 ปีที่แล้ว

      হয় ঠিকেই কৈছে আপুনি th-cam.com/channels/GYxG4SQL5T2iQqLbeEhP-g.html

  • @anamikaborah7820
    @anamikaborah7820 2 ปีที่แล้ว +11

    Val lagil kotha khini jani

    • @YogaTherapyAssam
      @YogaTherapyAssam 2 ปีที่แล้ว

      হয় ঠিকেই কৈছে আপুনি th-cam.com/channels/GYxG4SQL5T2iQqLbeEhP-g.html

  • @mouchumi2821
    @mouchumi2821 2 ปีที่แล้ว +1

    ভাল লাগিল জানিবলৈ পায় ( মৌচুমী খনিকৰ)

  • @kumkumduttamajuli1680
    @kumkumduttamajuli1680 2 ปีที่แล้ว +2

    কথাখিনি শুনি বহু ভাল লাগিল ।

  • @daisybharali9469
    @daisybharali9469 2 ปีที่แล้ว +1

    Salute

  • @adyutborpatragohain6839
    @adyutborpatragohain6839 ปีที่แล้ว +1

    Video টো চাই মন আপ্লুত হৈ পৰিল। তেওঁৰ নমৰতা দেখি বৰ ভাল লাগিল । দুয়োটি লৈকে অলেখ শুভেচ্ছা জনালোঁ। লগতে সফল মাক/দেউতাকলৈ অভিনন্দন জনালো।🙏

  • @muninoza4944
    @muninoza4944 2 ปีที่แล้ว +1

    God bless you.

  • @bubu9886
    @bubu9886 ปีที่แล้ว

    অসমৰ গৌৰৱ আমাৰ সম্পদ

  • @nilimasaikiabora
    @nilimasaikiabora 2 ปีที่แล้ว +3

    তেওঁৰ লগতে পৰিয়ালৰ সকলোকে অভিনন্দন জনালো, বহুত উপকৃত হ'ব পাৰিম বা পাৰিব আজিৰ ছাত্ৰ ছাত্ৰী সকল

  • @nirumonigayan3356
    @nirumonigayan3356 2 ปีที่แล้ว +1

    খুউব সুন্দৰ ভিদিঅ'টি আগবঢ়াই দিলে দাদা,ছাএ ছাএীৰ লগতে অভিভাৱক সকলো উপকৃত হব,তেওঁৰ উজ্জ্বল ভৱিষ্যৎ কামনা কৰিলো

    • @YogaTherapyAssam
      @YogaTherapyAssam 2 ปีที่แล้ว

      হয় ঠিকেই কৈছে আপুনি th-cam.com/channels/GYxG4SQL5T2iQqLbeEhP-g.html

  • @rinasarma852
    @rinasarma852 2 ปีที่แล้ว +1

    Ajikali besivage doctor enginier hpi generel line noporhe xodai generel linrt bohut celeng ase mur loraiu val resalt korih generel porhise

  • @anupamsaikia2920
    @anupamsaikia2920 2 ปีที่แล้ว +1

    16:00

  • @protikhyadutta.6398
    @protikhyadutta.6398 2 ปีที่แล้ว +1

    পিতৃ মাতৃৰ লগতে দুয়োজনলৈ সেৱা জনাইছো ।

  • @hamantakalita2780
    @hamantakalita2780 ปีที่แล้ว

    Bahut hukhi halu.

  • @rajasriacharjya1236
    @rajasriacharjya1236 2 ปีที่แล้ว +2

    Ata xundor video agbohale dada.mur lora class ten bohut xohai hobo.Dada apunar contract no tu diboniki.

    • @srimantadutta9022
      @srimantadutta9022 2 ปีที่แล้ว +1

      আপুনি শ্ৰীমন্ত দত্ত অনুশীলন বুলি ফেচবুকত বিচাৰি মোক এড কৰি লব, ইনবক্সত নম্বৰ দিম

  • @nivaboro2015
    @nivaboro2015 2 ปีที่แล้ว +1

    Kotha or khoru koi kowar babe val k khuni powa nai

  • @mintuassamcreations3749
    @mintuassamcreations3749 2 ปีที่แล้ว +1

    নতুন বন্ধু হলো দেই। মোৰ ভিডিও বোৰ চাই যেন 🙏

  • @SaimonDiptiVlogs
    @SaimonDiptiVlogs 2 ปีที่แล้ว

    Bhal lagil kotha khini xuni muko jate subscribe like coment ru bell 🔔 tu pres kori diye

  • @PhuleswarGogoi-ov1wl
    @PhuleswarGogoi-ov1wl ปีที่แล้ว

    Oxomia lora,sualia. Valkoi nopohile dekh ane lobo,

  • @rupanjalidutta8159
    @rupanjalidutta8159 2 ปีที่แล้ว +3

    ভাল লাগিল

  • @jayantasonowal5243
    @jayantasonowal5243 2 ปีที่แล้ว +2

    Bohut val lagil

  • @user-zp1cw1mb6j
    @user-zp1cw1mb6j 2 ปีที่แล้ว +1

    ভাল লাগিল

  • @tapashigogoi6274
    @tapashigogoi6274 2 ปีที่แล้ว +1

    ভাল লাগিল

  • @malobikagogoi8727
    @malobikagogoi8727 2 ปีที่แล้ว +1

    ভাল লাগিল