প্ৰশ্ন উত্তৰ শিতান | দুলীয়াজান বিহুতলীৰ বৰবিহুৱতী প্ৰতিযোগিতা | Duliajan Bihutoli Bihu

แชร์
ฝัง
  • เผยแพร่เมื่อ 7 ก.ย. 2024
  • দুলীয়াজান বিহুতলীৰ বৰবিহুৱতী প্ৰতিযোগিতাৰ প্ৰশ্ন উত্তৰ শিতান আপোনাসৱৰ বাবে আগবঢ়াইছো...
    শ্ৰেষ্ঠ বৰবিহুৱতীৰ সন্মান লাভ কৰিছে ডিব্ৰুগড় জিলাৰ ৰিতুপৰ্ণা দাসে....
    #bihu
    #duliajan_oil_bihu_2024
    #duliajan_bihutoli_bihu_2024
    #Borbihuwoti_Competition
    #question_answer_bihu
    duliajan oil Borbihuwoti Competition
    duliajan oil bihu 2024
    duliajan oil bihutoli bihu 2024
    duliajan oil question Answer
    duliajan oil Borbihuwoti Competition 2024
    bihu
    bihu 2024
    Borbihuwoti Competition
    Borbihuwoti Competition duliajan oil bihutoli

ความคิดเห็น • 50

  • @bikramjyotibaruah3451
    @bikramjyotibaruah3451 3 หลายเดือนก่อน +5

    সাত বিহুৰ ভূল কৈ উত্তৰ দিছে বিচাৰকে,,, সাতবিহুৰ ভিতৰত ৰাতি বিহু নপৰে আৰু চত দুমাহি দিনা যি বিহু হয় অৰ্থাৎ গৰু বিহুৰ সেইদিনা পৰা আমাৰ সাত বিহু আৰম্ভ হয় যিহেতু প্ৰশ্নৰ শিতান পাতিছে বিচাৰকে তেনেকৈ নাচনি গৰাকী নাজানিলে বিচাকে শুদ্ধ উত্তৰ টো শিকাই দিব লাগে এখন বিহুতলী এটা উত্তৰ আন এখনত এটা উত্তৰ তেনেকৈ নাচনী সকল বিমোৰদ পৰি যায় আগলৈ যাতে বিচাৰক সকলে শুদ্ধ কৈ উত্তৰ বোৰ দিয়ে 🙏🙏

  • @jcunique
    @jcunique 3 หลายเดือนก่อน +17

    ৰাতি বিহু নহয় আৰু গৰু বিহুৰ পৰাই আৰম্ভ হয়।
    গোষাই বিহুটো ক'ত গ'ল।
    বিচাৰক হলে ভালদৰে সকলো জানিব লাগে। আমি পঢ়ি পাইছোঁ কিন্তু ৰাতি বিহু নাই সাত বিহুত।

  • @bhrigukalita6479
    @bhrigukalita6479 2 หลายเดือนก่อน

    অতি সুন্দৰ 👍👍

  • @B_SAssamBoy
    @B_SAssamBoy 3 หลายเดือนก่อน +2

    সাত বিহুৰ ভিতৰত ৰাতি বিহু টো কৰ পৰা আহিলে সেইটো হে গম নাপালোঁ‌, কিন্তু আমাৰ ফালে সাত বিহুৰ ভিতৰত প্ৰথম বিহু হ'ল গৰু বিহু।।
    সাত বিহু নাম হ'ল
    গৰু বিহু,
    মানুহ বিহু,
    গোসাঁই বিহু,
    তাঁতৰ বিহু,
    নাঙলৰ বিহু,
    জীয়ৰী বা চেনেহী বিহু আৰু
    চেৰা বিহু।
    যদি ভুল হৈছে মাফ কৰি দিব

  • @pankajbaruah9210
    @pankajbaruah9210 3 หลายเดือนก่อน +10

    মানুহৰ বিহুক গোসাঁই বিহু বুলি নকয় 😢 আৰু গৰু বিহু দিনা পৰা ৰাতি বিহু আৰম্ভ হয়, মই অসমীয়া Master drege কৰি আছো কিন্তু এনেকৈ পোৱা নাছিলো মানুহৰ বিহুক গোসাঁই বিহু বুলি কয় বুলি 😮😢

    • @pronatikonwar
      @pronatikonwar 3 หลายเดือนก่อน +2

      😢😢😢nije pati lua eibur

    • @bhairabmedhi9399
      @bhairabmedhi9399 3 หลายเดือนก่อน +2

      Right

  • @dsaikia8980
    @dsaikia8980 2 หลายเดือนก่อน +1

    ৰাতি বিহু সাত বিহুত নপৰে ।

  • @user-cb8qt6sy5k
    @user-cb8qt6sy5k 3 หลายเดือนก่อน +2

    অতি সুন্দৰ

  • @user-ev3ng8uc3x
    @user-ev3ng8uc3x 3 หลายเดือนก่อน +2

    কাতি বিহুত দীঘল বাঁহ এডালত এটা দুলনি আকৃতিৰ পাত্ৰত ভৰাই মাটি চাকি জ্বলাই ওলোমাই দিয়া চাকি । ওপৰত ওলোমাই দিয়া বাবে আকাশ বন্তি বোলে ।

  • @ayangdoley742
    @ayangdoley742 3 หลายเดือนก่อน +2

    suwali .joni nuware Aru pelo ..all

  • @DurlovGogoi-
    @DurlovGogoi- 3 หลายเดือนก่อน +5

    Bisarok Homor Gogoi apunar uttor vul hoise hat bihur nam

  • @prasantasaikia4239
    @prasantasaikia4239 3 หลายเดือนก่อน +2

    Dauhah

  • @rohitdas8351
    @rohitdas8351 3 หลายเดือนก่อน +7

    Pahari, nirjuma,nimikha, barakha sobei eman bea nasile ne, 2nd prize u napale?

  • @mukutthakuria2997
    @mukutthakuria2997 3 หลายเดือนก่อน +3

    সকলো বিচাৰকৰ উত্তৰ বোৰ কিয় বেলেগ বেলেগ হয় সেইবাবে প্ৰতিযোগী সকলৰ উত্তৰ বোৰ শুদ্ধ হলেও ভুল বুলি কয়

  • @punusonowal2820
    @punusonowal2820 3 หลายเดือนก่อน +2

    গৰু বিহুৰ পৰাই আৰম্ভ হয়

  • @TapansaikiaTapansaikia-pi7hq
    @TapansaikiaTapansaikia-pi7hq 3 หลายเดือนก่อน +3

    নজনা কথা জানিলে ভাল লাগে

  • @jayantakakati9640
    @jayantakakati9640 3 หลายเดือนก่อน +2

    বিচাৰক জনে চাগে জীৱনত এইটো সাধুকথাই পঢ়ি পাইছিল। হেৰি বিচাৰক ডাঙৰীয়া, সাধুকথা মানে আমি পঢ়িবলৈ পোৱাটোৱেই নহ'য়, কিছুমান সাধুকথা কথিত ৰূপতো থাকে। অৰ্থহীন প্ৰশ্ন কিছুমান সুধি নাচনী সকলক মিছাতে কিয় হাৰাশাস্তি কৰে?

  • @prasantasaikia4239
    @prasantasaikia4239 3 หลายเดือนก่อน +3

    Hulung tree

  • @rebapawe8389
    @rebapawe8389 3 หลายเดือนก่อน +3

    সাত বিহুৰ নাম ভুল হৈছে যেন লাগিছে।

  • @TilokChetia-bm4lx
    @TilokChetia-bm4lx 3 หลายเดือนก่อน +3

    বিচাৰক হলে অজিত দত্ত চাৰৰ দৰে হৱ লাগে

  • @DebangaBorah-ct6mi
    @DebangaBorah-ct6mi 3 หลายเดือนก่อน +2

    স্বৰ্গদেউ ৰুদ্ৰসিংহই ১৬৯৬ - ১৭১৪ চনলৈকে হে শাসন কৰিছিল ৰুদ্ৰসিংহই ১৭২৬ চনত বিহুক ৰাজকীয় মৰ্যদা দিয়া নাছিল

    • @dimpigogoi7858
      @dimpigogoi7858 3 หลายเดือนก่อน

      Swargodeo Pramatta Singha r dinot bihue rajokiyo morjyada paisil

  • @sukhamadas3385
    @sukhamadas3385 3 หลายเดือนก่อน

    কাতিবিহুত এডাল ওখ মাৰি ত পথাৰত যি বন্তি জ্বলোৱা হয় সেইয়া হল আকাশ বন্তি |

  • @himashreeassamesevlogs6894
    @himashreeassamesevlogs6894 3 หลายเดือนก่อน +1

    Rati bihu buli agote huna nasilu dei kor pora ahile ba aitu bihu

  • @user-wn1xx1ks3s
    @user-wn1xx1ks3s 3 หลายเดือนก่อน +1

    Bisarok jonor Vul hoise 7bihur bikhoiye

  • @papudas3791
    @papudas3791 3 หลายเดือนก่อน +1

    কিতাপ পঢ়ি বিচাৰকৰ আসনত বহিলে উত্তৰ ভূল হবই কি যে হ'ব ।

  • @Labany098
    @Labany098 3 หลายเดือนก่อน +3

    ৰাতি বিহু নহয়।গৰু বিহুৰ পৰা ৭ বিহুৰ আৰম্ভ হয়

  • @jintulahon6576
    @jintulahon6576 2 หลายเดือนก่อน +1

    Bisarokor answer bur imn vul....
    Uthi oha khinik ki hikhya dibo

  • @Ashishbora6
    @Ashishbora6 3 หลายเดือนก่อน +2

    লতাশিলৰ শ্ৰেষ্ঠ ঢুলীয়া কোন হল বাৰু এবাৰ?

  • @BiswajitKalitaBiswajitKa-ik1py
    @BiswajitKalitaBiswajitKa-ik1py 3 หลายเดือนก่อน +1

    😊😊😊

  • @sukhamadas3385
    @sukhamadas3385 3 หลายเดือนก่อน

    অসমৰ জাতীয় গছ হোলোংগছ

  • @kulaburagohain9329
    @kulaburagohain9329 3 หลายเดือนก่อน +1

    TanahalOrHatahal

  • @ayangdoley742
    @ayangdoley742 3 หลายเดือนก่อน +2

    Nuware

  • @sukhamadas3385
    @sukhamadas3385 3 หลายเดือนก่อน

    অসমৰ জাতীয় চৰাই ডেও হাঁহ

  • @tapanbhuyan1941
    @tapanbhuyan1941 3 หลายเดือนก่อน +2

    Bisaroke ni jei najane anok ki hikabo

  • @santusborah3464
    @santusborah3464 3 หลายเดือนก่อน +3

    🥰🥰🥰🥰🥰🥰

  • @rubugogoi7003
    @rubugogoi7003 3 หลายเดือนก่อน +3

    Ki ai bur aang bang proshno. Ki ei bur .

  • @ayangdoley742
    @ayangdoley742 3 หลายเดือนก่อน +2

    Akomiya oy oo nuware

  • @trishnasarma7923
    @trishnasarma7923 3 หลายเดือนก่อน +8

    Aji kali bisarok porai vul ansr ahe uthi aha nasoni khokole ki khikibo..

  • @sukhamadas3385
    @sukhamadas3385 3 หลายเดือนก่อน

    ছাৰ গোঁসাই বিহু ক'ত গ'ল

  • @missmunu8461
    @missmunu8461 3 หลายเดือนก่อน +1

    Doraii duifale ful loga gamusa lobo napaii he 🤧

  • @ayangdoley742
    @ayangdoley742 3 หลายเดือนก่อน +2

    poriboy najane

  • @utpalkrgogoi7430
    @utpalkrgogoi7430 3 หลายเดือนก่อน +2

    বিচাৰক কেইটা পাগল 😊

    • @rajeshsenapati3316
      @rajeshsenapati3316 3 หลายเดือนก่อน

      সাধুকথাত উল্লেখ থকা তাত শাল খনৰ নাম বুজি নাপালো...

  • @gdri6az176
    @gdri6az176 3 หลายเดือนก่อน

    Hat bihur Nam vul hoise