BORGEET | বৰগীত | Mon Meri Ram

แชร์
ฝัง
  • เผยแพร่เมื่อ 24 ก.ย. 2024
  • BORGEET | বৰগীত | Mon Meri Ram | মন মেৰি ৰাম | ৰাগঃ ধনশ্ৰী | তালঃ পৰিতাল | কণ্ঠঃ প্ৰিয়াশ্ৰী কাশ্যপ | ভক্তিৰস
    #nbmelody #nbnews #borgeet #horinaam #srimantasankardev #assam #assameseculture #assamculture #bhaktirash

ความคิดเห็น • 28

  • @ankitaankita5561
    @ankitaankita5561 ปีที่แล้ว +4

    বৰ সুন্দৰ হৈছে বৰগীত ভাগ পিছে আৰম্ভনিতে অকল ৰামৰ ঠাইত গুৰুজনাক স্মৰণ কৰি কৃষ্ণ শংক ৰ গুৰু হৰি ৰাম বুলি আৰম্ভ কৰিলে ভাল হয়

  • @rajibbora1813
    @rajibbora1813 5 หลายเดือนก่อน

    ৰাম কৃষ্ণ ❤❤❤❤❤

  • @হীৰকজ্যোতি-ট১ঝ
    @হীৰকজ্যোতি-ট১ঝ ปีที่แล้ว +2

    আই ঔ তহঁত বোৰৰ এই চুলি মেলি ফেশ্বন দি বৰগীত গাবলৈ অহা দৃশ্যবোৰ দেখিলে মগজুত বেছিকৈ ৰক্ত প্ৰবাহে।

  • @anilchandrabarman8626
    @anilchandrabarman8626 ปีที่แล้ว +4

    সুমধুৰ কণ্ঠ, তোমাৰ
    মোৰ হিয়াত উঠিছে ভক্তিৰ জোৱাৰ।
    তোমালৈ যাচিছো ফুল -চন্দন
    আৰু আন্তৰিক অভিনন্দন।
    অনিল চন্দ্ৰ বৰ্মণ, কবি -সাহিথত্যিক,।

  • @jitulrajkhowa8129
    @jitulrajkhowa8129 7 หลายเดือนก่อน

    সুন্দৰ।আপ্লুত হলো❤

  • @abinashkolita9264
    @abinashkolita9264 7 หลายเดือนก่อน

    Krishna 🙏

  • @nimnitamahanta7390
    @nimnitamahanta7390 9 หลายเดือนก่อน

    Krishna

  • @rashmirekhasaikia5108
    @rashmirekhasaikia5108 ปีที่แล้ว +4

    Bor val lagil ❤️🎉

  • @PurnimaKalita640
    @PurnimaKalita640 5 หลายเดือนก่อน

    🙏 🙏

  • @jyotikalitajyotikalita605
    @jyotikalitajyotikalita605 ปีที่แล้ว +2

    অতি সুন্দৰ বৰগীত ভাগ কণ্ঠও সুন্দৰ,শুনি বহুত ভাল লাগিল 🙏

  • @horiramdashoriramdas50357
    @horiramdashoriramdas50357 ปีที่แล้ว

    সুন্দৰ হৈছে বৰগীত ভাগ

  • @bhanukalita9146
    @bhanukalita9146 ปีที่แล้ว

    অতি সুন্দৰ কন্ঠ। বৰ ভাল লাগিল।

  • @rupaliborthakur2491
    @rupaliborthakur2491 ปีที่แล้ว

    অতি সুন্দৰ
    মনপৰশা কণ্ঠ ❤❤❤

  • @BipulRajbongshi-lx3dd
    @BipulRajbongshi-lx3dd ปีที่แล้ว

    আই ধুনীয়া হৈছে

  • @BhuyankrishnaMuruli90-yn7nu
    @BhuyankrishnaMuruli90-yn7nu ปีที่แล้ว

    অতি সুন্দৰ কৃষ্ণ কৃষ্ণ

  • @BaneswerRoy-si9nj
    @BaneswerRoy-si9nj ปีที่แล้ว

    Birat val hoisy ❤️❤️🙏🙏🙏🙏

  • @nipenneog8614
    @nipenneog8614 10 หลายเดือนก่อน

    তোমাৰ বৰগীতটোৰ বহুত ভাল হৈছে ❤

  • @atulokalita4134
    @atulokalita4134 ปีที่แล้ว

    অতি সুন্দৰ সুমধুৰ বৰগীত

  • @akhilgogoi1869
    @akhilgogoi1869 ปีที่แล้ว

    Krishna Krishna bhal lagil Krishna.

  • @bithikachoudhury4126
    @bithikachoudhury4126 ปีที่แล้ว

    কৃষ্ণ কৃষ্ণ 🙏 সুমধুৰ কণ্ঠ ❤

  • @lakhijan2366
    @lakhijan2366 ปีที่แล้ว

    Krishna
    Sundar 🎉

  • @munindraborgohain6054
    @munindraborgohain6054 ปีที่แล้ว

    Nice.❤😂

  • @NayandasDas-i6c
    @NayandasDas-i6c ปีที่แล้ว

    Nice 🥰

  • @moondas5154
    @moondas5154 ปีที่แล้ว

    Good

  • @kumarbhaskar1868
    @kumarbhaskar1868 ปีที่แล้ว +2

    গুৰু দুজনাৰ বৰগীত গাব নাজানিলে গাব নালাগে। তুমি কোন জনৰ কাষত শিকিছিলা , তেওঁ চাগে গুৰু দুজনাক নাজানে।

  • @SukanyaHazarika-nq7uo
    @SukanyaHazarika-nq7uo 23 วันที่ผ่านมา

    Majot okon thaki gol.baki bohut dhunia hoise

  • @mukutlukhurakhon1411
    @mukutlukhurakhon1411 8 หลายเดือนก่อน

    ভালেই হৈছে, কিন্তু আৰম্ভ নিতে আপুনি ৰাম ৰাম বুলি কব নালাগিছিল, হব,ভৱিষ্যতে ও এনে ভক্তি মূলক বৰগীত শুনিবলৈ পালে অনত্তভাল পালোহেতেন,

  • @Beridabon
    @Beridabon ปีที่แล้ว

    𝒦𝓇𝒾𝓈𝒽𝓃𝒶